No video

আপোনাৰো যদি সমস্যা আছে মায়ঙৰ বেজৰ ওচৰলৈ গৈ চাব পাৰে।

  Рет қаралды 163,833

Garur talor pratibha

Garur talor pratibha

Күн бұрын

Пікірлер: 656
@ixigoalmostreliable7177
@ixigoalmostreliable7177 25 күн бұрын
তেনেকুৱা আপুৰুগীয়া ব্যক্তি এজন জীয়াই থকাটো অত্যাৱশ্যকীয়। আৰু ককাই সেই বিদ্যা ভাল মানুহ এজনক শিকাই থব লাগে। ধন্যবাদ।
@hemkantihazarika9531
@hemkantihazarika9531 28 күн бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ভাল লাগিল বহুত বহুত ধন্যবাদ 🙏🏻🙏🏻🙏🏻
@Ridipaxom
@Ridipaxom 4 күн бұрын
কৃষ্ণ কৃষ্ণ
@rubirubi8599
@rubirubi8599 Ай бұрын
উপকৃত হলো। বহুত বহুত ধন্যবাদ ভাইটি। ককাজনৰ দীৰ্ঘাও কামনা কৰিলোঁ🙏
@_R_B_K_777
@_R_B_K_777 10 күн бұрын
অ খুৰা আপুনি ভগৱান মই মাতিছো আপোনাক...আপুনি সদাই ভালে থাকিব ❤❤❤🙏🙏🙏🙏🙏🙏
@pabanbaishya176
@pabanbaishya176 Ай бұрын
বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক দাদা ভিদেও চাই ভাল লাগিল
@harekrishna5781
@harekrishna5781 17 күн бұрын
মানবসেৱাৰ বাবে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
@pranabkumarbrahma2746
@pranabkumarbrahma2746 20 күн бұрын
Kotha khini xuni khub bhal lagil. Apunak mur bahut bahut dhanyabad . Apunar mongal houk.
@dhanjitgam2184
@dhanjitgam2184 13 күн бұрын
Good news bro 1st view
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 Ай бұрын
Khube Darkari bhal kotha agbarhale. Thank you so much. God bless you .
@birennath8618
@birennath8618 27 күн бұрын
তেখেতৰ শিক্ষা খিনি আন এজনকো শিকাই থব লাগে। মোৰ ওচৰে পাজৰেও এনে বহু ব্যক্তি আছিল, কিন্তু তেওঁলোকৰ শিক্ষা খিনি কাকো শিকাই থৈ নগ'ল। ফলত এতিয়া ডাক্টৰৰ অবিহনে গতি নাই। মোৰ হাত ভাগি ছিল, চকু ফুটি ছিল ঘৰুৱা চিকিৎসা ৰে ভাল হৈছিল ।
@kironprovabora1451
@kironprovabora1451 29 күн бұрын
Thank you baba. Khukhala thakak jai aai assam. Thank you thank you baba.
@MukulMahanta-ip9pw
@MukulMahanta-ip9pw Ай бұрын
বিশ্বাসে মিলয় হৰি ।
@veronsithlou7996
@veronsithlou7996 14 күн бұрын
Probin saikiaa❤❤❤🙏🙏🙏🙏mayong sondropur narongi village-ouguri moi bohut upokar paisu dada bohut vhal manuh 🙏🙏🙏joi maa kamaikhaa joi baba gonesh 😊😊😊😊😊
@monidas6791
@monidas6791 27 күн бұрын
Bohut val eta information dila Dada val lagil moiu jam
@assam4172
@assam4172 Ай бұрын
ভাল লাগিল ককা সেৱা জানানো লগতে তোমাকে গোলাঘাটৰ পৰা মৰম দিলো ভাইটি ❤❤❤
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
ধন্যবাদ
@smritirekhasaikia6119
@smritirekhasaikia6119 Ай бұрын
এখেতৰ কথাবোৰ বহুত ভাল লাগিল।
@JontiBora-uw9yk
@JontiBora-uw9yk 4 күн бұрын
Namaskar Gurudev, mur Hapani Asthmatic presently Heart 3
@SunsunTai-kn3jb
@SunsunTai-kn3jb Ай бұрын
Bohut bhal kotha moiu biswash koru
@rupadutta9944
@rupadutta9944 Ай бұрын
Bahut val lagile video tu..
@techtipssupported8958
@techtipssupported8958 Ай бұрын
Bohut vl lagil,kokar long live❤❤❤
@anilsaikia8445
@anilsaikia8445 23 күн бұрын
ভিডিঅ টো চাই নজনা কথা জানিব পাৰি ভাল লাগিল। তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। প্ৰবীন শইকীয়া দেৱৰ সু - স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাইজৰ কামত নিয়োজিত হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
@Garurtalorpratibha
@Garurtalorpratibha 23 күн бұрын
ইতিবাচক কমেন্টৰ বাবে ধন্যবাদ জনালোঁ
@runuchetia1658
@runuchetia1658 11 күн бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@DevVLOGS-tc4nd
@DevVLOGS-tc4nd Ай бұрын
Thanks a lot for information keep up it🙏
@dipulroy4288
@dipulroy4288 Ай бұрын
Bahut skip kori salu video tu... Lastot alop val lagil...
@ennoentertainment2311
@ennoentertainment2311 Ай бұрын
Have a good health and long life always....
@pabitraneog5195
@pabitraneog5195 Ай бұрын
ধন্যবাদ জ্ঞাপন কৰিলোঁ
@mrinalassamnk.3365
@mrinalassamnk.3365 11 күн бұрын
মায়ং ৰ হিচাপে গৌৰৱান্বিত ধন্যবাদ 🙏
@munnasarmah3256
@munnasarmah3256 2 күн бұрын
Karuali sarkar Darbar Best
@JontiBora-uw9yk
@JontiBora-uw9yk 4 күн бұрын
Jai Ma Durga Kripa kora
@ThakursingBorkola-eq4jv
@ThakursingBorkola-eq4jv Ай бұрын
Bohut bohut doinmbed thalel....
@bhupendas3078
@bhupendas3078 Ай бұрын
Thanku for instance.
@user-et4hz5kl9b
@user-et4hz5kl9b 27 күн бұрын
Pronam jonaisu.. vogobane kushale thakok
@parigogoi8177
@parigogoi8177 Ай бұрын
Bor val lagil video tu
@prabinshrutikar
@prabinshrutikar Ай бұрын
Video to chai bohut bhal lagil 😢😮😅😊
@heramoniburagohain3984
@heramoniburagohain3984 Ай бұрын
Dhonoyobad koka apunar phone no to je dile eibur moi bohut bisakh koru apunak phone korile Pam ne kun homoiyot phone koribo lagibo apunar kotha huni bohut bhal lagil Bhogobane apunak hodai bhale kukhole rakhok eyitue moi bhogabanor usorot prathona korisu .
@heramoniburagohain3984
@heramoniburagohain3984 Ай бұрын
Apunak kiman homoiyot phone korile Pam jonabosun pl.
@pareshdas900
@pareshdas900 Ай бұрын
ঘৰত কাজিয়া কৰি বহু দূৰ ওলাই যোৱা মানুহক ওভোটাই আনিব পাৰিব নেকি ? তেনেকুৱা কাম কৰে নে, please reply দিব দাদা🏵️
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
এবাৰ আহি চাব পাৰে
@anjaligogoi9862
@anjaligogoi9862 Ай бұрын
Good. 🙏🙏🙏♥️♥️♥️
@niponbhagawati9337
@niponbhagawati9337 29 күн бұрын
Thanks sai bahut val lagil aber Praveen uncle lag karim
@niponbhagawati9337
@niponbhagawati9337 29 күн бұрын
Kindly khurar address tu valkoi dibosun
@riturovi5604
@riturovi5604 Ай бұрын
Radha Radha 🙏
@abhijitghosh9966
@abhijitghosh9966 7 күн бұрын
Business &money related issues solve hobo ne , plz reply
@Garurtalorpratibha
@Garurtalorpratibha 6 күн бұрын
তেনেকুৱা মানুহ বহুত অহা দেখিছো, গতিকে আহি চাব পাৰে
@narayanborah6901
@narayanborah6901 Ай бұрын
ধন্যবাদ দাদা । ❤️ মোৰ বহুত মেডিকেল গৈ হৈ ভাগৰি পৰিছোঁ মই প্ৰব্লেমত জীয়াই আছো কিন্ত মেডিকেলত ধৰা নপৰে বেমাৰতো তাত গলে সমধাম ওলাব নে দাদা❤️🙏🏻।
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
এবাৰ চাব পাৰে
@_R_B_K_777
@_R_B_K_777 12 күн бұрын
আপুনি খুৰাৰ ওচৰলৈ যাওক আৰু লগতে আপুনি acsees buse লওক বেমাৰ ভাল নোহোৱাৰ কোনো কাৰণ নাই. খুৰাৰ বহুত ভাল
@HoreshBoruah
@HoreshBoruah Ай бұрын
Hundor🙏
@azadsheikh8172
@azadsheikh8172 19 күн бұрын
ৰুগী ৰ খোন নং আছে যদি পঠাই দিয়ক ৷
@kabitabaruah2864
@kabitabaruah2864 Ай бұрын
ককা প্ৰবীণ শইকীয়া নমস্কাৰ গ্ৰহণ কৰিব যেন, মোৰ ঘৰুৱা সমস্যা সমাধানৰ বিভিন্ন পথ অতিক্ৰমি কৰি সুফল লাভ কৰা নাই বাবে আজি video চাই ভাল লাগিল লগতে মই আপোনাক লগ কৰিব যাম বুলি ভাবিছোঁ যিজন দাদাই ভিদিও টো বনাইছে তেওঁক thanks দিলোঁ ককা মোৰ সৰু ভাই টো ওচৰৰ মানুহে পঢ়াত চোকা বাবে বাদামৰ লগত কিবা খুৱাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে বহুতো dr কৱিৰাজ দেখুৱাই ভাল হোৱা নাই সুইছাইড কৰিব বিচাৰে ঘৰত থাকিলে ভাৰা ঘৰত ভালে থাকে দেউতাক মদৰ লগত বিষ খুৱাই পগলা কৰিলে মাৰি পেলালে ডাঙৰ ভাই ছোৱালী ফচাই দিলে মাজু ভাই স্কুল যাব নোৱাৰাকৈ পগলা কৰিলে মাক খোজ কাঢ়িব নোৱাৰাৰ বাবে মোৰ বিয়া ভাঙি দিয়ে আজি ঘৰ চাই মই ঘৰতে বুঢ়ি হৈ থাকিব লগীয়া হল। গতিকে ককা প্ৰবীণ শইকীয়া😢মোক অকণমান help কৰপক্ক
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
এবাৰ চেষ্টা কৰি চাব।
@user-lq6uo8bi2e
@user-lq6uo8bi2e 19 күн бұрын
মানুহ বৰ অকৃতজ্ঞ প্ৰাণী দেউতা
@rumibonia9633
@rumibonia9633 18 күн бұрын
থিকনা তু ভাল কৈ দীয়ক দাদা মোৰু মানুহ জন বহুুত বছৰৰ পৰা বেমাৰত ভুগী আছে পাৰিেলে নংমৰ তু দীয়ক 🙏
@Garurtalorpratibha
@Garurtalorpratibha 18 күн бұрын
তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। তেখেতৰ ফোন ৰিচিভ ন'হলে মোক কল কৰিব, মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
@aratipayuncan0zzz767
@aratipayuncan0zzz767 4 күн бұрын
Koka loi bonua video tu sai bhut val palu . Plese Bhaity kokar pn number tu dibsun
@utpalboro9880
@utpalboro9880 Ай бұрын
Thanks from Maybong
@user-ef5rz9zt9c
@user-ef5rz9zt9c 28 күн бұрын
ভাল লাগিল।
@digantacorpssee
@digantacorpssee Ай бұрын
পাৰে যদি ইয়াত ককাৰ ঘৰৰ GPS location দিব ।
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
7002923640 এইটো মোৰ নম্বৰ। বেছি অসুবিধা পালে মোক ফোন কৰিব। মই বুজাই দিম কেনেকৈ যাব লাগে।
@digantacorpssee
@digantacorpssee Ай бұрын
@@Garurtalorpratibha ok
@user-wx3hl1mz7w
@user-wx3hl1mz7w 2 күн бұрын
Manuh ahile tu nohobo bhal hobo lagibo
@Karabida2334
@Karabida2334 Ай бұрын
Brother val lagil
@bantikeot2255
@bantikeot2255 Ай бұрын
Dada apunar video to sai bahut Val lagil kokak lag pab bisarisu kiba din bar ase neki suasitar karne
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
তেনেকুৱা দিন বাৰৰ কোনো কথা নাই। কেবল দুপৰীয়া ১২ বজাৰ আগত আহি পালে ভাল।
@bantikeot2255
@bantikeot2255 Ай бұрын
Thanks dada
@papuhazarika6745
@papuhazarika6745 8 күн бұрын
Moi goi aahisu
@pulakpramanik8343
@pulakpramanik8343 7 сағат бұрын
দাদা এই তান্ত্রিকের ফোন নং পাওয়া যাবে দাদা একটু সমস্যায় আছি
@amarshyam1147
@amarshyam1147 Ай бұрын
Video tur 5:30minit anei akhomor new's channel bilakor dore odorkari bokile. Notun youtuber so olp kotha bilak mon diba. 20mint r video korila.. Jitu niki 13minit manot hekh koribo pari
@pranitavlog111
@pranitavlog111 Ай бұрын
Nice voideo ❤
@mintulali5490
@mintulali5490 Ай бұрын
Moja
@ulshort6892
@ulshort6892 26 күн бұрын
বৈজ্ঞানিকে ভগৱান নাই বোলি কৈছে! কি মূখ বিজ্ঞানি ! অহংকাৰী বিজ্ঞানি ভগৱানে দিছে কাৰনেহে সেতি বিজ্ঞানি হব পাৰিছে কাম নাইকীয়া বৈজ্ঞানিকে ভাৱে সেতকে আৰু কোনো নাই বোলি প্ৰকৃতিয়ে দিছে কাৰনে হে সেতি বিজ্ঞানি হব পাৰিছে প্ৰকৃতিয়ে নিদিলে সেতি কৰ পৰা আৱিষ্কাৰ কৰিব পাৰিব
@RimamonikonchRimamonikonch
@RimamonikonchRimamonikonch Ай бұрын
Dhanyavaad
@rupaknath4877
@rupaknath4877 23 күн бұрын
Nice
@SaralaKalita-le6hs
@SaralaKalita-le6hs 23 күн бұрын
Mayngt gole kot kenekoi log Pam সবিশেষ জনালে উপকৃত সম
@Garurtalorpratibha
@Garurtalorpratibha 23 күн бұрын
এটা কাম কৰক। তেখেতৰ নম্বৰ ভিডিওটিৰ শেষৰফালে দিয়া আছে। যদিহে কিবা কাৰণত তেখেতে ফোন ৰিচিভ নকৰে, তেন্তে মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
@JunuDutta-js8yp
@JunuDutta-js8yp 21 күн бұрын
কৃষ্ণ ৰাম ৰাম
@MadhabMazumdar
@MadhabMazumdar 25 күн бұрын
মই এজন ফৌজি হয়, কিন্তু মোক মোৰ ফেমেলীক কলা যাদু কৰি মৰণ ষ্টৰৰ পৰা বাচিলো,বেজেহে বচালে
@sangitadas1591
@sangitadas1591 23 күн бұрын
Bej r nmbr deok sn fuwjibabu.... Mor family k sem problm hoise
@papu5777
@papu5777 19 күн бұрын
Muku number tu lagisil dibo neki
@user-xq5og6sc6l
@user-xq5og6sc6l 19 күн бұрын
Nice.
@BontiSaikia-zk1fv
@BontiSaikia-zk1fv Ай бұрын
ব্যৱসায় উন্নতি হোৱা এটা মন্তৰ দিব চোন
@AnuwarAli-wg8zi
@AnuwarAli-wg8zi 5 күн бұрын
Moi,gwhatir,pra,koisi,
@purnimaterron-jh8pg
@purnimaterron-jh8pg Ай бұрын
Dada sini pale thai dughr abar jab moi karn mur lgotu ane kua kisumn hoi ase jar babe 2din gatu vll paw aru 4din bea hoi,kiba nhoi kiba hoi thake mur suwali 3joni moi engkam kri huwao mur manuh jonr nai,kiba upai pam nki,nojuwa kai log krar mur porblm bur jonab pora koi,hohai krib jodi ase upai
@khetykinny7959
@khetykinny7959 Ай бұрын
Dada tekhete Cancer r dorob o diye naki.. ??? Plzz reply
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
দিয়ে বুলি কৈছে
@sarmaSBLOGS96
@sarmaSBLOGS96 Ай бұрын
Dada phone number diyak sun please please please please please please bhut urgent bhut urgent asile please 🥺😭😭😭😭😭😭😭😭😭😭🥺🥺😭😭😭😭
@bindasMahek
@bindasMahek Ай бұрын
Hoi diye
@pallabibezboruahgogoi3306
@pallabibezboruahgogoi3306 Ай бұрын
Val lagil
@sunnydutta2107
@sunnydutta2107 Ай бұрын
Dhuniya
@dalimidas2859
@dalimidas2859 Ай бұрын
নবাৰদিদীবো
@bhanita.pathak
@bhanita.pathak Ай бұрын
Mr bohut prblm hoi ase 🥺
@digantachangmai2286
@digantachangmai2286 23 күн бұрын
Video to si val lagel
@Garurtalorpratibha
@Garurtalorpratibha 23 күн бұрын
ধন্যবাদ
@JunuDutta-js8yp
@JunuDutta-js8yp 21 күн бұрын
দেউতা মোৰ ছোৱালী এজনীৰ আজি প্ৰায় বাৰ বছৰ হ'ল মানসিক অসুখত ভোগি আছে । আপোনাক সকলো সময়তে পামনে। দেউতা
@user-ig3zz8vg7w
@user-ig3zz8vg7w Ай бұрын
Probin saikia devoloi 🙏🙏
@padumkakati2938
@padumkakati2938 Ай бұрын
বিশ্বাস কৰোঁ কিন্তু যাব নোৱাৰা হলো অক্ষম হৈ পৰিছোঁ।
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
আনক পঠায় হ'লেও প্ৰতিকৰাটো এবাৰ চাব পাৰে। যিহেতু দাবী নাই।
@padumkakati2938
@padumkakati2938 24 күн бұрын
বিশ্বাস কৰোঁ কিন্তু চোৰ টো ধৰি দিয়া নহয় জৰা ফুকা কৰে সেয়েহে যোৱা নাই।
@Garurtalorpratibha
@Garurtalorpratibha 24 күн бұрын
এখেতে আকৌ সকলোকে জৰা ফুকা নকৰে। কিছু ব্যতিক্রম। মই নিজেই গৈ আচৰিত হৈছো। ভাল পোৱা সকলক লগ পায় ভাল লাগিছে। ভাল নপোৱা বা সফল নহোৱা সকলোকো লগ পাব বিচাৰি আছো। কিন্তু লগ পোৱা নাই। আচলতে বিফল কোনোৱে হোৱাই নাই নে বিফল হৈ নীৰৱ হৈ আছে বুজিব পৰা নাই। কিন্তু সফলতাৰ আৰঁত এখেতৰ প্ৰাধান্য যথেষ্ট। কাৰণ মোৰ সমুখ সমৰত লগ পাইছো তেনে ব্যক্তিক। প্ৰকৃততে মই নিজেও এটা উদাহৰণ। বিঃদ্রঃ- সকলোৱে সফল নহোৱাতো স্বাভাৱিক। কিন্তু শতাংশৰ হাৰত সৰ্বাধিক।
@pbbassam5268
@pbbassam5268 Ай бұрын
Adress too dibo neki
@GarimaBiplab23Deka
@GarimaBiplab23Deka Ай бұрын
Phone korile phone riship nkre..2 din koi. Phone kori aso ...moi jbo bisaro but knekoi jm 😔
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
7002923640 এইটো মোৰ নম্বৰ। প্ৰয়োজন হ'লে মোক ফোন কৰিব। মই বুজাই দিম কোনফালেৰে কেনেকৈ যাব লাগিব।
@diduboro7867
@diduboro7867 Ай бұрын
Prethibit val ase jodio beyao ase dada
@diduboro7867
@diduboro7867 Ай бұрын
Dada koka jonor number2 dibo nki muru mane aji bohut bosor hol aku kamei xofol ni
@user-uy9kg8mw3d
@user-uy9kg8mw3d 27 күн бұрын
Khurar addresto pale vl lagibo .
@Garurtalorpratibha
@Garurtalorpratibha 27 күн бұрын
মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মায়ং গাওঁত তেখেতৰ ঘৰ। একেবাৰে ওচৰতে আছে পবিতৰা অভয়াৰণ্য।
@BijuBoruahBijuBoruah-ip5by
@BijuBoruahBijuBoruah-ip5by Ай бұрын
Mur bohut Khali Mali kiba pokare sohai kori diok bhori ha
@anupamdas8412
@anupamdas8412 20 күн бұрын
Moi call korisilu bohut bar reacived kio ba nokore
@Garurtalorpratibha
@Garurtalorpratibha 20 күн бұрын
মোক কল কৰিব। মই সবিশেষ বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
@pabitraroy4937
@pabitraroy4937 27 күн бұрын
Probin saikia koka apuni manuhar kolyanr babe bhudni dhora dhamot thakok
@rumimahanta1744
@rumimahanta1744 Ай бұрын
ভাল লাগিল
@gitikapathaktalukdar1672
@gitikapathaktalukdar1672 Ай бұрын
🙏
@mohanchangmai5318
@mohanchangmai5318 29 күн бұрын
ককাৰ লৈ সেৱাৰ জনালো🙏🙏
@mbharali2627
@mbharali2627 Ай бұрын
সঠিক ঠিকনাটো ভাল দৰে দিলে, মানে কোনথালৰ পৰা কেনেদৰে যাব পাৰি ভাল দৰে বুজায় দিলে সকলোৰে সুবিধা হ'ব। নগাঁওৰ পৰা কোন ফালে যাব লাগে আৰু গুৱাহাটী দিশৰ পৰা আহিলে কোন ফালে কোনটো পথেৰে যাব লাগে ভাল ধৰণেৰে বুজায় দিলে সকলোৰে সুবিধা হ'ব।
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
7002923640 এইটো মোৰ নম্বৰ। আহিব লগীয়া থাকিলে কব, মই ধুনীয়াকৈ বুজাই দিম।
@AnitaSonowal-ee3km
@AnitaSonowal-ee3km Ай бұрын
Bohut bohut dhonya bad. Bhaity office r kamor kheli meli bilag sai dibo ne please kua sun mur bor problem hoi ase. Plz plz
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
আহি চাব পাৰে
@sabitasaikia7349
@sabitasaikia7349 Ай бұрын
Location tu dibo sun
@jyotirupamech971
@jyotirupamech971 Ай бұрын
​@@Garurtalorpratibhadada tarloi najai phnote contact koribor pari ne
@RRBorovlogs
@RRBorovlogs 23 күн бұрын
Mur alargi ase gutei bosor bhugi asu 😢
@JyotismitaBaruah-lb8wg
@JyotismitaBaruah-lb8wg Ай бұрын
Dada koka jonee prem khetro vl kore neki mane amr sob thik asile kintu njanu potoke holoni hoise ki hoise nokoi moi khub bipod asu
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
মই জনাত তেখেতে প্ৰায় ক্ষেত্রতে প্ৰতিকাৰ দিব পাৰে। এবাৰ আহি চাবচোন। তেনে বহু লোক অহা দেখা পাওঁ দেখোন।
@arunrabha271
@arunrabha271 25 күн бұрын
দ্ৰাইভাৰ জনেই মেইন🤣🤣🤣
@LUCIFERGamingzone428
@LUCIFERGamingzone428 23 күн бұрын
😂
@user-lk7et9se2x
@user-lk7et9se2x 28 күн бұрын
Dada location to val ke gom nepalu diya hole val asil
@Garurtalorpratibha
@Garurtalorpratibha 28 күн бұрын
মোৰ ফোন কৰক, মই কৈ আছো- ৭০০২৯২৩৬৪০
@bhrigudas2835
@bhrigudas2835 Ай бұрын
গৈছো ইমান কস্তকৈ একো ফল নাপালো আৰু বহুত পইচা গল।
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
আমি বিচৰা ফল পালো।
@sumivlogs1607
@sumivlogs1607 Ай бұрын
Poisa kimn gol
@ProdipPhukan-ko7wd
@ProdipPhukan-ko7wd Ай бұрын
Love from moran ,
@dipakborah3989
@dipakborah3989 27 күн бұрын
Muru jibonot tenekua hoi ase
@biplobgogoi3649
@biplobgogoi3649 Ай бұрын
Val lagil thikonatu valdore. Dibosun bej jonar
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
গুৱাহাটী,চন্দ্ৰপুৰ মায়ং (চনকা বনভোজ যোৱা পথত) । পবিতৰা অভয়াৰণ্যৰ কাষত।
@karunabhuyan2776
@karunabhuyan2776 Ай бұрын
Phone number tu pam ne ki
@basantagogoi6116
@basantagogoi6116 22 күн бұрын
Address to deya hola bohut val asala
@Garurtalorpratibha
@Garurtalorpratibha 22 күн бұрын
আপুনি মোক কল কৰিব। মই বুজাই দিম। মোৰ নং- ৭০০২৯২৩৬৪০
@user-yp5mo8fn8j
@user-yp5mo8fn8j Ай бұрын
Normal bhaxat ktha kou ye
@malarajkonwar
@malarajkonwar Ай бұрын
ভাই ফোনত কিবা মিমাংসা কৰিব পাৰি নেকি??? মই কেতিয়াও যাব নোৱাৰু। কাৰণ মোৰ লগ স‍ং নাই। সেই বাবে সূধিলো
@Garurtalorpratibha
@Garurtalorpratibha Ай бұрын
সেইটো কথা তেখেতক সুধা নহ'ল।
@sumivlogs1607
@sumivlogs1607 Ай бұрын
Apuni kun jagar hoi muru log nai juar
@malarajkonwar
@malarajkonwar Ай бұрын
@@sumivlogs1607 আপুনি কোন জেগাৰ। মই ডুলিয়াজানৰ
@sumivlogs1607
@sumivlogs1607 Ай бұрын
@@malarajkonwar moi jorhator
@sumivlogs1607
@sumivlogs1607 Ай бұрын
@@malarajkonwar moi jorhator
@deephazarika887
@deephazarika887 27 күн бұрын
🙏🙏🙏🙏👍👍👍🔔🔔🔔
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 20 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 14 МЛН
A house in England - এটা ঘৰৰ ভিতৰত
15:01
Dimpu's Vlogs
Рет қаралды 2,2 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН