No video

পাথৰ নিপিন্ধাকৈ গ্ৰহদোষৰ প্ৰতিকাৰ কিদৰে কৰিব ? Contact : 7363817537

  Рет қаралды 546,710

BAARTA LAAP

BAARTA LAAP

Күн бұрын

পাথৰ নিপিন্ধাকৈ গ্ৰহদোষৰ প্ৰতিকাৰ কিদৰে কৰিব ?
Contact : 7363817537
Link 👉youtube.com/@a...
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@B....
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #podcast #assam #astrology #vastutips

Пікірлер: 910
@Assamese.Update
@Assamese.Update 8 ай бұрын
youtube.com/@assamesenhkcreation?si=ur76vsiJL5P_xCIL
@dibyajitdoley545
@dibyajitdoley545 8 ай бұрын
Bal. lagil.
@NilimaKalita-nk2zm
@NilimaKalita-nk2zm 8 ай бұрын
​@@dibyajitdoley545😂😂
@jyotikabaruahhazarika1225
@jyotikabaruahhazarika1225 7 ай бұрын
Bhal lagil
@HeemaDutta-ze6iz
@HeemaDutta-ze6iz 7 ай бұрын
f0​@@dibyajitdoley545
@tora20632
@tora20632 7 ай бұрын
0😊l0l😊9😊p😊
@meenagogoiborgohain4170
@meenagogoiborgohain4170 8 ай бұрын
বহুত বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। শ্ৰী শৰ্মা দেৱলৈ বহুত শুভকামনা জনালো।
@bhanita898
@bhanita898 8 ай бұрын
অনুৰুধ কৰিছো আকৌ এদিন মাতিব বহুত উপকাৰ হব আমাৰ দৰে মানুহৰ তেওঁলৈ বহুত ধন্যবাদ আৰু তোমালৈও ধন্যবাদ থাকিল এনেকুৱা এজন মানুহ মতাৰ বাবে 🙏🙏
@rubirubi8599
@rubirubi8599 8 ай бұрын
এনেকুৱা এজন মানুহৰ কথা শুনিবলৈ পালোঁ। নিজকে ধন্য মানিছোঁ। ধন্যবাদ চৰ্ৰপাণি তোমাক।
@sabitakalita7065
@sabitakalita7065 6 ай бұрын
এনেকুৱা জ্যোতিষী দেখা নাই। ইমান সচা কথাবোৰ কৈছে। 🙏🏻🙏🏻👍👍
@kaushik-g516
@kaushik-g516 8 ай бұрын
দুজন ব্ৰাহ্মন ৰ বাৰ্তা চালোঁ। ধন্যবাদ। অসমীয়া বছৰ আৰম্ভ হোৱাৰ আগতে এইজনক এবাৰ আকৌ মতিব।
@user-oi9zl6wi5j
@user-oi9zl6wi5j 8 ай бұрын
বহুত ধন্যবাদ থাকিল আপোনালোক দুয়োজনলৈ। ইমান ধুনিয়া এটা অনুষ্ঠান,
@user-bj5my2cr1i
@user-bj5my2cr1i 8 ай бұрын
বহুত ভাল লাগিল জ্যতিসি জনক লগ পোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে জনাবচোন
@sitaRamm7591
@sitaRamm7591 8 ай бұрын
Pravu Ram jik একান্ত মনে ভক্তি কৰক ,hunuman chalisa আৰাধনা কৰক ।।110% গেৰানতি দিছো আপোনালোকক।।life going changing definitely soon🙏🙏🙏
@user-hu2os4yl8c
@user-hu2os4yl8c 6 ай бұрын
❤🙏100%yes🙏♥️ Jay bojorongboli 🙏 🌺🌺🌺
@vijaykumardev1345
@vijaykumardev1345 4 ай бұрын
কেনেকুৱা পৰিৱৰ্তন হব দাদা জনাবচোন অলপ ।
@shyamalborah1203
@shyamalborah1203 2 ай бұрын
Hoi .moi nije poman paisu.
@shyamalborah1203
@shyamalborah1203 2 ай бұрын
Mor bahut dukh asil.arthik dikh Val nasil.etiya moi bahut Val abosta
@vijaykumardev1345
@vijaykumardev1345 2 ай бұрын
@@shyamalborah1203 মোকো কোৱাচোন ।
@MadhabiDeka-kg9pn
@MadhabiDeka-kg9pn 8 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চাই❤
@rupaliboruah3658
@rupaliboruah3658 8 ай бұрын
চক্ৰপাণি পৰাশৰ ডাঙৰীয়া বহুত আপোনাক বহুত ধন্যবাদ এনেকুৱা এটা উপকাৰত অহা অনুষ্ঠান আগবঢ়োৱা বাবৈ । আগলৈ আৰু আশা কৰিলো ।
@user-vd9dm8gj2b
@user-vd9dm8gj2b Ай бұрын
আপোনাৰ বাৰ্তালাপ অনুষ্ঠান মোৰ অতি প্ৰিয়।এই খণ্ড টিৰ পৰা বহু কথা জানিব পাৰিলো আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পুনৰ এনে আনুষ্ঠান মানে শৰ্মাৰ ডাঙৰীয়াৰ অনুষ্ঠান বাবে আশা কৰিলোঁ 🙏🙏🙏
@animakapathak1790
@animakapathak1790 8 ай бұрын
বহুত ভাল ভাল কথা জানি উপকৃত হলো ধন্যবাদ চক্ৰ পানী পৰাশৰ ডাঙৰীয়া
@ranjanabhuyan4308
@ranjanabhuyan4308 8 ай бұрын
Val palo
@ranjanabhuyan4308
@ranjanabhuyan4308 8 ай бұрын
আপোনাক কেনেকৈ লগ পাম আৰু ফোন নম্বৰ টো পাম নেকি? জনাবচোন
@khhjjxdy
@khhjjxdy 8 ай бұрын
Chakrapani dada Ram nam jop korok aru Hanuman jik Puja korok, regularly Hanuman chalisa parhok jibonor xakalu problem naikia hoi jabo. Jai shree Ram Jai Hanuman❤🚩
@foodmelody967
@foodmelody967 8 ай бұрын
I agree with u
@DiptiKhanikarAkoni
@DiptiKhanikarAkoni 7 ай бұрын
Moi 1 1/2 yrr pora Hanuman chalisha pohi ahisu ,raam nam jap kri ahisu apuni biswakh nkoribo ei vakti e mur jibontue totally change kri dile ,,mne ji bhakhare bujabo nuaru hei Anubhav moi likhiu kobo nuaru kintu ebar teor hanidhyat jaok Hokolu bisari pabo❤.... Jai Shri Ram Jai Hanuman
@manjudaschoudhury2224
@manjudaschoudhury2224 8 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠান টো চাই
@mamitasaikia6194
@mamitasaikia6194 7 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠান টো। শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো।
@kanao_shi
@kanao_shi 8 ай бұрын
বহুত ভাল লাগিল৷ ভৱিষ্যতে পাথৰৰ ব্যৱহাৰৰ প্ৰতি কোনো ইচ্ছা নোহোৱা হ'ল৷ আপোনালোকৰ বাৰ্তালাপ শুনি বহু উপকাৰ হ'ল বুলি ভাবিলো৷ অশেষ ধন্যবাদ ৷
@arunimalahon-ld8rs
@arunimalahon-ld8rs 8 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চায় ❤❤❤❤
@sawpna.hazarika8849
@sawpna.hazarika8849 8 ай бұрын
অতি সুন্দৰ আলোচনা । বহুতো উপকৃত হলো ।🙏
@user-vp2gf5nx2r
@user-vp2gf5nx2r 3 ай бұрын
সুন্দৰ অনুষ্ঠান এনেকুৱা পালেই ৰাইজে ভাল সফল লাভ কৰিবলৈ আৰম্ভ কৰিব । ধন্যবাদ
@dipanjaligogoi8851
@dipanjaligogoi8851 8 ай бұрын
অনুষ্ঠানটো বহুত সুন্দৰ পালোঁ। উপকৃত হ'লোঁ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোক দুয়োগৰাকীলৈ 🙏💐
@tunumonibaruah4461
@tunumonibaruah4461 8 ай бұрын
বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিলোঁ বহুত নজনা কথা জানিব পৰিলোঁ বহুত বহুত ধন্যবাদ চক্ৰপাণি ।🙏💐
@Ayush.Vlogs.2163
@Ayush.Vlogs.2163 8 ай бұрын
Bhuta Dhana Bha
@debojaniozah5450
@debojaniozah5450 8 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠান উপভোগ কৰি
@diptymanidevi3364
@diptymanidevi3364 8 ай бұрын
অনুষ্ঠানটো বহুত বহুত ভাল লাগিল। ইয়াৰ পৰা বহুত সিকিব পাৰিছো। ধন্যবাদ।🙏
@ranjitadoley6613
@ranjitadoley6613 3 күн бұрын
Krishna 🙏🙏
@bhairabikalita407
@bhairabikalita407 8 ай бұрын
Apunar video bur Sai bor val lge...mi ane Mur monor kotha ata kobo bisaru ...ai .je amr jibontu kormo aru paramatma r Dara he porisalito hoi...aku nkorake aku nipindhake jodi akanto mone bhogowank sinta kora jai tetiya jibn tu apuna apuni dhonatmak aru dhuniya hoi jai nhoine dada...
@user-tt3wi9kq9z
@user-tt3wi9kq9z 8 ай бұрын
অতি সুন্দৰ আলোচনা বহুত বহুত ধন্যবাদ দাদা❤
@runjunphukan7082
@runjunphukan7082 6 ай бұрын
সুন্দৰ অনুষ্ঠান । উপকৃত হ'লো ।
@ranibaruah7364
@ranibaruah7364 8 ай бұрын
সুন্দৰ অনুষ্ঠান!!ভাল লাগিল। ধন্যবাদ।
@jhankaraxom350
@jhankaraxom350 8 ай бұрын
Always Unique content🙏🏻🙏🏻thank u chakrapani da
@raktimdutta7895
@raktimdutta7895 8 ай бұрын
Believe in yourself.. Do your work and go ahead.. Your future is in your hand..... God bless you all
@MoromiGogoi-yt9hn
@MoromiGogoi-yt9hn 8 ай бұрын
Bohut bohut Val lagil kotha bur Jani, vogobane vale rakhok spunalukok tare janona korilu
@dishanhazarika1318
@dishanhazarika1318 19 күн бұрын
বহুত ভাল লাগিল দুয়োজনলৈ ধন্যবাদ জনালো ।
@nabamallika23
@nabamallika23 8 ай бұрын
অতি সুন্দৰ ৷ আলোচনাটো ভাল লাগিল ৷
@Mathscafe
@Mathscafe 7 ай бұрын
তেওঁক আৰু এদিন নিমন্ত্ৰণ দিওক আপোনাৰ অনুষ্ঠান লৈ
@harakantatamuli1053
@harakantatamuli1053 8 ай бұрын
Vedio tu bor bhal lagil .Many Many thanks to both of you .namaste namaste 🙏.
@nabasaikia6072
@nabasaikia6072 8 күн бұрын
🇮🇳🇮🇳🇮🇳
@vijaykumardev1345
@vijaykumardev1345 7 ай бұрын
ঈশ্বৰৰ প্ৰতিটো সৃষ্টি সুন্দৰ বুলি কোৱা হয় । ৰাহু কেতু ঈশ্বৰৰেই সৃষ্টি হয় ৷তেনেস্থলত সেই দুটা কৰ পৰা বেয়া ওলাল ৷
@Learning_Spark_Axom
@Learning_Spark_Axom 4 ай бұрын
Rahu ketu buli Ako bostu nai
@pujarai6041
@pujarai6041 8 ай бұрын
Everything is already pre- written.......so just believe in god❤
@NilimaDas-od3df
@NilimaDas-od3df 8 ай бұрын
Phone r joriote kundoli suwabo parim ne
@minusaikia9795
@minusaikia9795 6 ай бұрын
অশেষ ধন্যবাদ । বহুত ভাল লাগিল।
@purnimagogoimaina1078
@purnimagogoimaina1078 7 ай бұрын
সুন্দৰ অনুষ্ঠান, খুবেই ভাল লাগিল❣️🙏
@ManasDas-ug5ib
@ManasDas-ug5ib 7 ай бұрын
Good
@madhurigogoi9170
@madhurigogoi9170 8 ай бұрын
অতি সুন্দৰ আলোচনা, চক্ৰপাণি পৰাশৰ ধন্যবাদ জনাইছোঁ, জ্যোতিষী জনক ফোন কৰি আমাৰ ভৱিষ্যত জানিব পাৰিম নে?
@DiptiGogoi-ob8ux
@DiptiGogoi-ob8ux 8 ай бұрын
Thank you for your advice 😊
@nikhilgonju8703
@nikhilgonju8703 7 ай бұрын
শৰ্মা দেৱৰ কথাখিনি শুনি ভাল লাগিল। ধন্যবাদ
@socialchannel0
@socialchannel0 8 ай бұрын
Sakropani porashar dangoria aapunqr karone bohut val positive thinking thoka ajonn manuh log palo...bohut bohut dhanyabaad
@ramanidas1542
@ramanidas1542 8 ай бұрын
A lot of thanks for your most valuable advice
@champanath9768
@champanath9768 8 ай бұрын
Bohut val lagile. 🎉🎉🎉
@Swapnadeka-sb5ql
@Swapnadeka-sb5ql 8 ай бұрын
বৰ উপকৃত হ'লো পৰাশৰ দাদা
@FATBIKERKOUSTAV
@FATBIKERKOUSTAV 2 ай бұрын
Beautiful.. program bro THQ very much bro
@barundutta6985
@barundutta6985 8 ай бұрын
পৰাশৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল এনে এজন মহান জ্যোতিষীৰ লগতে বাৰ্তালাপ কৰিবলৈ ম'বাইলত সুবিধা লাভ কৰিলো, ধন্যবাদ শৰ্মা ডঙৰীয়া আপোনাৰ পৰা বহুত সুন্দৰ জ্ঞান লাভ কৰিলো।
@munumunu6223
@munumunu6223 8 ай бұрын
পৰাশৰ ডাঙৰীয়াই ইমান মহান ব্যক্তি এজনক চিনাকি কৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ🙏🙏
@user-ts3ux3sc7q
@user-ts3ux3sc7q 8 ай бұрын
পৰাশৰ ডাঙৰীয়া ,আপোনালৈ বহুত বহুত ধন্যবাদ ,কিয়নো আপুনি এনে এটা বিষয় আলোচনা মেজলৈ লৈ আহিছে ,বুজাবলৈ ভাষা নাই ....ধন্যবাদ ,চক্ৰ পানি পৰাশৰ ডাঙৰীয়া, ধন্যবাদ
@tulsidev5996
@tulsidev5996 8 ай бұрын
নলবাৰীত কত থাকে ঠিকনাটো দিব
@aamarjibonbhumika8075
@aamarjibonbhumika8075 8 ай бұрын
সচাঁ কৈয়ে আজিৰ অনুস্থানটো বৰ ভাল লাগিল। বাৰ্তালাপ বৰ ভাল লাগে। চক্ৰপাণি পৰাশৰ আপুনি সদায় ভালে কুশলে থাকক আৰু শৰ্মা ডাঙৰীয়া। সুন্দৰ অনুস্থান। 😍😍
@prabodhs1897
@prabodhs1897 7 ай бұрын
বাত্তালাপত সুন্দৰ কথাশুনিলো,অসমীয়া নতুন বচৰৰ আগত পুনৰ এবাৰ আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ
@user-jq4rq3tk3y
@user-jq4rq3tk3y 8 ай бұрын
কেতিয়াবা ভাবো গেদা বিলাকৰ গ্ৰহ দোষ নালাগে নেকি
@chitrineeborah2241
@chitrineeborah2241 8 ай бұрын
বহুত ভাল লাগিল 🙏
@parineetapari2645
@parineetapari2645 8 ай бұрын
দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল 🙏বৰ ভাল লাগিল, বহুত কথাই শিকিলো🙏🙏
@rumigogoi558
@rumigogoi558 8 ай бұрын
Bahut bhal lagil topic tu xuni. Aru aagoloiu pam buli akha thakil
@jyotikakati1253
@jyotikakati1253 8 ай бұрын
Very important information...But what about destruction of nature?... What is the solution about destruction of trees n ground water level lowering for the future generation?... If there is no oxygen n pure water in this earth planet then what is the solution for future generation?... Om Shanti
@JitulChutia-xp9bk
@JitulChutia-xp9bk 8 ай бұрын
পাথৰ বা আন কিবা কিবিৰ ওপৰত ভৰষা নকৰি শৃষ্টিকৰ্তা ঈশ্বৰৰ পৰমেশ্বৰ ওপৰত ভৰষা কৰক। পৰাশৰ দা এইবোৰ video বনাই আপোনাৰ ইজ্জত বৰবাদ নকৰিব please 🙏
@debabrotboruah4733
@debabrotboruah4733 8 ай бұрын
Apunar problm kot..nasale nasabo.amar kamot ahise no
@SubhajitMoran
@SubhajitMoran 7 ай бұрын
দীর্ঘ জীৱী হওঁক শৰ্মা মহাশয়।
@jyotsnachoudhury7920
@jyotsnachoudhury7920 7 ай бұрын
অশেষ ধন্যবাদ চক্ৰপাণি ভাতৃ সুন্দৰ অনুস্থানৰ বাবে
@parashjyotibarman4715
@parashjyotibarman4715 8 ай бұрын
Nalbari ❤
@rupaboruah8757
@rupaboruah8757 8 ай бұрын
🙏🙏🙏
@kanakdeka512
@kanakdeka512 7 ай бұрын
বৰ ভাল লাগিল ৷ আপোনালোক দুয়োজনকে ধন্যবাদ জনালোঁ ৷
@Bikumonisaikia618
@Bikumonisaikia618 6 ай бұрын
Bohut. Bohut. Bhal lagil
@CC.nabadipnath
@CC.nabadipnath 8 ай бұрын
Nalbari t ki naai!! ❤
@sushilkonwar7012
@sushilkonwar7012 8 ай бұрын
Kar kiman kotha hunim . Huni huni mor jibon. Potikar karibo nuara holu . Kasr kotha hunim. -- atiyahe moi asol upalobdih korisu ---
@PriyamjitSaikia
@PriyamjitSaikia 8 ай бұрын
Honumanji soranot gole vl hb
@dalimikonwar3968
@dalimikonwar3968 8 ай бұрын
Video tu sai bhut vl lagil aakha koru Sharma devak contact log pam buli aakha thakil
@latadas3953
@latadas3953 8 ай бұрын
Phon number tu dibson
@pronib933
@pronib933 8 ай бұрын
বহুত ভাল লাগিল।বহুত ধন্যবাদ জনালোঁ দুয়োলৈকে।শুভ ৰাত্ৰি।🙏
@smritirekhamahanta9473
@smritirekhamahanta9473 21 күн бұрын
Thanks চক্ৰপাণি ji এনেকুৱা podkust দিয়াৰ বাবে
@bhaskarbaruah5368
@bhaskarbaruah5368 8 ай бұрын
ভাল লাগিল পিছে শৰ্মা ডাঙৰিয়া দৰে শব্দৰ উচিত ব্যবহাৰ নজনা কিজনে কি প্ৰ্তিকাৰ কৰিব লাগিব।
@Penutpepitowasabi
@Penutpepitowasabi 8 ай бұрын
চক্রপানী দা, এই জোতিষী জনৰ ফোন নম্বৰ দিব পাৰিব নেকি। কাৰণ মোৰ বহুত সমস্যা হৈ আছে 🙏🏻🙏🏻🙏🏻🙏🏻
@nilxendas2354
@nilxendas2354 8 ай бұрын
Number diya aase 👆👆👆
@anirudhaparasar7430
@anirudhaparasar7430 7 ай бұрын
সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল
@mitalidasvlogs4995
@mitalidasvlogs4995 8 ай бұрын
মানুহ জন প্ৰকৃততে ভাল হয় লুভ নাই
@dipangshubharadwaj9160
@dipangshubharadwaj9160 8 ай бұрын
এখেতক চিনি পোৱা জনে হে জানে এখেত কি, কেনে, বা তেখেতৰ সকলো কথা সেই সকলেহে জানে যিয়ে এখেতক ভালদৰে চিনি পায়।
@sweetydey7121
@sweetydey7121 8 ай бұрын
Apuni sini pai nki.
@dipangshubharadwaj9160
@dipangshubharadwaj9160 8 ай бұрын
@@sweetydey7121 bht vlkoi
@rumagogoi1204
@rumagogoi1204 8 ай бұрын
Mane ki kobo bisarise ...
@dipangshubharadwaj9160
@dipangshubharadwaj9160 8 ай бұрын
@@rumagogoi1204 bht khota baidou akhtk sini Pabo bht tan vl dakhai kine tola di bambo tu di thke
@rumagogoi1204
@rumagogoi1204 8 ай бұрын
Ohh.. apuni sini pai mane
@heramoniburagohain3984
@heramoniburagohain3984 8 ай бұрын
Bohut Dhoynobad chokropani porakhor Eta request kunto Rakhir ki protikar koribo Lage heiburor bikhoyor kotha jonale bohut bhal lagibo please .jonabo buli Akha thakil.
@pranobgogoi3977
@pranobgogoi3977 2 ай бұрын
সুন্দৰ অনুষ্ঠান
@indumoni891
@indumoni891 8 ай бұрын
আপুনি সছা কথা কৈছে দাদা।
@andhamukha2309
@andhamukha2309 8 ай бұрын
9 ta graho ase buli janu kin2 rahu ketu graho ase janu
@kksvlogsentertainment9839
@kksvlogsentertainment9839 8 ай бұрын
জোতিৰ বিদ্যাত গ্ৰহ বুলি ধৰে
@parthajitable
@parthajitable 8 ай бұрын
rahu ketu saya graha buli koi. Physical existence nai kintu affect manuhor jibanat ase.
@BSC-Viz
@BSC-Viz 8 ай бұрын
Duta point hoi.youtube t sale buji pabo.earth aru moon r cross point duta
@nivaborah4487
@nivaborah4487 8 ай бұрын
​@@kksvlogsentertainment9839kl
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
If you're talking about the solar system, we've 8 planets right now. Pluto is a dwarf planet as once it entered Neptune's orbit. 😫
@juridas6041
@juridas6041 3 ай бұрын
Parsshar da apuni ajir program to dekha pai nishay sakoloye upkrit hoise apunak dhanyavaad
@namitarabha81
@namitarabha81 7 ай бұрын
Bohut bhal lagil aponar sir Ast mintur program Sai.🙏🙏
@provatisinha6227
@provatisinha6227 7 ай бұрын
Very good news bohut vhal lagil sir 🙏
@NobonitaGogoi-m5t
@NobonitaGogoi-m5t 11 күн бұрын
Sir Moi apuni dia hklu kam kore lu hklu Vally Ase god bless you 🙏🙏form dibrugh ako log pam Raj meriden
@yolojobs3777
@yolojobs3777 5 ай бұрын
Val lagil.
@premodasarma6289
@premodasarma6289 8 ай бұрын
চক্ৰপাণি পৰাশৰ - বহুত ভাল লাগিল। ধন্যবাদ।
@nijarabora1836
@nijarabora1836 8 ай бұрын
Bohut val lagil ❤bohut kotha janibo parilu. Thnk you so much 🙏🙏
@dipanjalimanu
@dipanjalimanu 8 ай бұрын
বহুত উপকৃত হলো। ধন্যবাদ
@maikanchoudhury9289
@maikanchoudhury9289 8 ай бұрын
Bahut bahut daynayabad Mr M Sarma. Bahut bhal lagil.
@user-ud1sc8gp7e
@user-ud1sc8gp7e 7 ай бұрын
Bohut bhal lagil, dhinoyabab
@pragbn.2652
@pragbn.2652 8 ай бұрын
Chakrapani da bohut bohut dhoinyobaad apunak apuni ata val interview dila thanks
@kukildutta5467
@kukildutta5467 8 ай бұрын
বহুত ভাল লাগিল আৰু জানিব লগা বহু কথা আছে।
@nilimaborthakur5952
@nilimaborthakur5952 8 ай бұрын
বহুত ভাল লাগিল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
@dibyajyotibhagawati5857
@dibyajyotibhagawati5857 2 ай бұрын
Bhal lagil bohut
@STORMLUINOR
@STORMLUINOR 8 ай бұрын
Bhal lagile🕉️🕉️🕉️
@aparnasarma2635
@aparnasarma2635 8 ай бұрын
বহত ভাল লাগিল অনুষ্ঠামটো চাই ধন্যবাদ❤
@aratidevi3590
@aratidevi3590 6 ай бұрын
এইটো episod special লাগিল 💖💖💖💖
@ratanbarman163
@ratanbarman163 2 ай бұрын
Bohut val lagil progm tu sai
@smritirekhamahanta9473
@smritirekhamahanta9473 21 күн бұрын
কথা বোৰ একেবাৰে সত্য কৈছে শৰ্মাৰ ডাঙৰীয়াই real astrologer sooooo nice ❤❤❤❤❤😂
@dipikadutta2219
@dipikadutta2219 6 ай бұрын
বহুত বহুত ধন্যবাদ জনায়ছো দুয়োজনকে ।
@NilimaDevi-zo5iz
@NilimaDevi-zo5iz 8 ай бұрын
,Bohut val lagil vidiotu.thank you.
@kamaldas6429
@kamaldas6429 7 ай бұрын
Bohut val lagil.
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 15 МЛН
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 4 МЛН
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 14 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 15 МЛН