No video

Part -3 || ভাগৱত পাঠ আৰু বাখ্যা || জগত বনিয়া বাপ || একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ ভাগৱত পাঠ ||

  Рет қаралды 87,212

Bobita Phukan

Bobita Phukan

Жыл бұрын

#ববীতাফুকন #ভাগৱতপাঠ #jagatbonia

Пікірлер: 107
@anupomgogoi5374
@anupomgogoi5374 2 ай бұрын
Krishna krishna..prabhu
@dipanjaliburaguhain9573
@dipanjaliburaguhain9573 7 ай бұрын
Krishna prabhu.... Kripa kora... Prabhu
@suhaniborah2809
@suhaniborah2809 Жыл бұрын
Krishna krishna 🙏🙏
@paruldutta5898
@paruldutta5898 Жыл бұрын
Krishna krishna krishna
@rupalidas1570
@rupalidas1570 Жыл бұрын
Ramkrishna🙏🙏🙏🙏🙏🙏🙏♥️
@rupaliphukon7111
@rupaliphukon7111 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏।
@dndeb3576
@dndeb3576 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
@user-tl7hl1mn2t
@user-tl7hl1mn2t Ай бұрын
বণিয়া বাপ শতকোটি নমস্কাৰ ল'ব। আপোনাৰ ভাগৱত চৰ্চা চেতনা পূৰ্ণতাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ইয়াৰে বাখ্যা আৰম্ভ কৰোঁ। ব্ৰহ্ম সত্য অচল অজনমা অমৰন অভগন অসীম অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰঞ্জন নিৰাকাৰ নিবিকাৰ অদাহ্য সনাতন চৈতন্য নিগূন নিষ্কাম চিৰন্তন অদ্ৰৱনীয় অ'কতা অকম্মা কল্পনাতীত কালৰ অতীত সবাৰোউদ্ধত সববূহৎ ইত্যাদি ব্ৰহ্ম বা আত্মাৰ স্বৰূপ। ব্ৰহ্ম সূষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণাৰ পৰা আতৰি থাকিবলৈ ব্ৰহ্মৰ পৰাই পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ উৎপত্তি হৈছে। পৰা হ'ল উওম প্ৰকৃতি যাৰ চেতনা আছে।।অপৰা নৰম প্ৰকৃতি যাক চকুৰে দেখে কানেৰে শুনে হাতেৰে স্পৰ্শ কৰে আৰু মনেৰে কল্পনা কৰিব পাৰে। ব্ৰহ্মৰ স্বৰূপ বৰ্ণনা কৰা হৈছে ঠিক একে ই চাৰি মুঠি নিজৰ নিজৰ গুন কৰ্ম অনুযায়ী দেহত থকা চেতনা বা ব্ৰহ্ম বা আত্মাৰ প্ৰতিবিম্ব উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি দেহত চাৰি মুঠি চেতনা বা প্ৰতিবিম্ব হিচাপে থাকে। পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনা কেই আত্মা বুলি কোৱা হয়। ব্ৰহ্ম এক সত্য বাকী সকলো মিথ্যা। ব্ৰহ্ম সত্য আৰু এক বাবে ই চাৰি মুঠি দেহত আত্মাৰ প্ৰতিবিম্ব হিচাপে থাকে। দেহ বোৰ পঞ্চ মহাভূতৰ ২৪তত্ত্বৰ প্ৰকৃতিৰ উৎপত্তি। ব্ৰহ্মৰ স্বৰূপ বৰ্ণনা কৰা হৈছে। আত্মা অজনমা অমৰন অভগন গতিকে দেহ মৰণশীল। ব্ৰহ্ম ই সত্য আৰু এক। বাকী প্ৰকৃতি মায়াৰ ভ্ৰম। চাৰি মুঠি জীৱক চেতনা বা জীৱ বুলি কোৱা হয় যদিও আচলতে ব্ৰহ্মৰেই প্ৰতিবিম্ব হে। গতিকে চাৰি মুঠি প্ৰতিবিম্ব আৰু আত্মা বা ব্ৰহ্মৰ কোনো বৈষম্য নাই। মানে দেহ বা প্ৰকৃতিৰ বিলুপ্তি আছে। সূষ্টি স্থিতি প্ৰলয়ৰ অৱতাৰণা প্ৰকৃতিৰ নিয়ম কিছু আত্মা বা ব্ৰহ্মৰ প্ৰতিবিম্ব স্বৰূপৰ পাৰ্থক্য নাই। জীৱ শ্ৰেষ্ঠ মানৱৰ সৎ আৰু সদাচাৰী গুন কৰ্ম অনুযায়ী মানুহৰ মহাপুৰুষ অতি মানৱ মহিষী আদি হ'ব পাৰে।ৰজ তম গুন কৰ্ম অনুযায়ী দুষ্ট দৈত্য দানৱ আসুৰিক স্বভাৱৰ মানুহ বোলা হয়। হ্নদয়ত থকা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক গুণ আৰু অহ্ঙকাৰ পাপীস্থ নিকৃষ্ট শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাতাঁৰ কূটনৈতিক হিঙসা খিয়াল দুৰ্নীতি সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব লাগিব তেতিয়া চেতনা পৱিত্ৰ হ'লে অজ্ঞানতা কলুষিতা দূৰ হ'লে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ সকলো জীৱ বা চেতনা আৰু ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ প্ৰকাশ হ'ব ্। তেতিয়া কৃষ্ণই পৰম আত্মা শ্ৰীকৃষ্ণৰ কূপাত আত্মা দৰ্শন আৰু ব্ৰহ্ম জ্ঞান লাভ হ'লে পৰম আত্মাক জানিলেই ব্ৰহ্মক চিনি পালে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰি। ধন্যবাদ। প্ৰদীপ গগৈ। গুৱাহাটী।
@barnalidas7784
@barnalidas7784 Жыл бұрын
Ram Ram Krishna Krishna 🙏🙏 Krishna Krishna 🙏🙏
@user-lo2yu6or9c
@user-lo2yu6or9c 5 ай бұрын
Krishna probhu , 🙏bhakti bhora hewa agborhalu
@AnimaBoruah-wv3gl
@AnimaBoruah-wv3gl 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@baneswerrabha1918
@baneswerrabha1918 Жыл бұрын
Krishna.Krishna.bap.pronam
@robishil7605
@robishil7605 Жыл бұрын
কৃষ্ণ ৰাম,🙏
@shewalid
@shewalid Жыл бұрын
Krishna Krishna 🙏🙏🙏
@moniboruah4992
@moniboruah4992 5 ай бұрын
🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 11 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kalyandekaentertainment975
@kalyandekaentertainment975 Жыл бұрын
কৃষ্ণ বাপ
@binadeka9674
@binadeka9674 Жыл бұрын
Krishna Krishna Bap. 🙏🙏🙏🙏💛 .
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna Krishna.
@nayanbordoloi481
@nayanbordoloi481 Жыл бұрын
Krishna Krishna bap
@user-gl6qi1dm6z
@user-gl6qi1dm6z 10 ай бұрын
Hari krishna.ram
@puspadas5185
@puspadas5185 Жыл бұрын
Krishna Krishna Krishna
@DigantaHazarika-ws5mo
@DigantaHazarika-ws5mo Жыл бұрын
কৃষ্ণ কৃষ্ণ ৷ জয় গুৰু শঙ্কৰ
@daisyrabha2343
@daisyrabha2343 Жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏krishna🙏🙏🙏🙏
@gayatribora6569
@gayatribora6569 Жыл бұрын
🙏🏿🙏🏿
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@padmadutta3158
@padmadutta3158 Жыл бұрын
কৃষ্ণ , ভক্তিভৰা সেৱা আগবঢ়ালো
@Ridipaxom
@Ridipaxom Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালো
@dibakarphukanofficial5037
@dibakarphukanofficial5037 Жыл бұрын
Krishna🙏
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@Parismitachetia-ko2vd
@Parismitachetia-ko2vd 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@RajuChutia-bu3zc
@RajuChutia-bu3zc Жыл бұрын
Krishna baap
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@rahulbaruah5524
@rahulbaruah5524 Жыл бұрын
🙏Krishna Krishna krishna🙏
@rupalikonwarhazarika8009
@rupalikonwarhazarika8009 Жыл бұрын
Krishna
@ranjanadutta1317
@ranjanadutta1317 Жыл бұрын
Krishna Krishna Babjana🙏🙏🙏🙏🙏
@RimpiSaikia-jy6un
@RimpiSaikia-jy6un Жыл бұрын
Hori ram narion 🙏🙏🙏🙏
@user-rp8my7go2j
@user-rp8my7go2j Жыл бұрын
🎉 🙏
@binaborah8218
@binaborah8218 Жыл бұрын
Krishna Krishna
@fhulmonigogoi1146
@fhulmonigogoi1146 Жыл бұрын
Krishna bap jona
@DipaMoran-kk7gw
@DipaMoran-kk7gw Жыл бұрын
🙏🙏🙏
@minatimech4993
@minatimech4993 Жыл бұрын
Krishna baap.
@rishita779
@rishita779 Жыл бұрын
Krishna krishna
@akhomiyasanskritrivaunanat6510
@akhomiyasanskritrivaunanat6510 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@rumitalukdar4121
@rumitalukdar4121 Жыл бұрын
Krishna 🙏🙏🙏🙏
@durlovgogoi1835
@durlovgogoi1835 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ
@debojitneog502
@debojitneog502 Жыл бұрын
Krishna 🙏🙏🙏🙏🙏
@dimpolgogoi6719
@dimpolgogoi6719 Жыл бұрын
Krishna parbhu ❤❤
@kamalpayeng4938
@kamalpayeng4938 Жыл бұрын
Hare krishan Hare Ram koti koti pranam
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@sunnavlogs3965
@sunnavlogs3965 Жыл бұрын
Krishna 🙏
@dipshikhaborah3082
@dipshikhaborah3082 Жыл бұрын
জয় কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 Жыл бұрын
Om namah bhagawate vasudevaya.
@dimpigogoi6311
@dimpigogoi6311 Жыл бұрын
Krishna 🙏🙏🙏
@naniborah2089
@naniborah2089 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@ankur3360
@ankur3360 Жыл бұрын
কৃষ্ণ প্ৰভু
@DonKelar123
@DonKelar123 3 ай бұрын
Krishna Krishna ,, probhu
@laxmikantakalita2203
@laxmikantakalita2203 Жыл бұрын
Kisna kisna
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nirjurajgogoi319
@nirjurajgogoi319 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৷ কৃপাৰ সাগৰ দৈৱকী নন্দন , পূৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগোচক মুখে তুৱা গূণ নাম ৷ এনেদৰেই দূৰৈৰ পৰাই ভকতৰ সংগ লাভ কৰিছো তেৰাৰ কৃপাত ৷
@Narendrasaikia556
@Narendrasaikia556 4 ай бұрын
Ramkrisna❤❤❤❤❤
@BabitaSutradharray-td5uz
@BabitaSutradharray-td5uz Жыл бұрын
Krishna 🙏🙏🙏 Krishna 🙏🙏🙏 Joy shree Radhe krishna
@redcherrysproduction5426
@redcherrysproduction5426 Жыл бұрын
মনৰ সকলো বাঞ্চা বুলি ক'লে সকামী মনোবাঞ্ছা খিনিৰ কথা আহি পৰিব কিন্তু । যিহেতু এই ধৰণৰ পাঠক তথা ব্যাখ্যাকাৰ সকলে নিৰগুণ কৃষ্ণৰ ভকতি ৰসৰ কথাহে কৈ থাকে বা বুজাই থাকে । হিচাপ ত এই পৰিবেশত সকামী মনোবাঞ্ছাৰ প্ৰসঙ্গ টোৱেই অপ্ৰাসঙগীক । যিহেতু ভাগৱততেই হ ওক বা আন যিকোনো নিগম শাস্ত্ৰতেই হ ওক সততেই পোৱা যায় , পত্নী পুত্ৰ ধন বা যিকোনো বৈষয়ীক আশা কৰি যি মোক অৰ্থাৎ ঈশ্চৰক ভজে তেওঁ ঈশ্বৰক সততে অৰ্থাৎ সহজে নাপায় ।আগম শাস্ত্ৰ চৰ্চা যিজনে নকৰে অৰ্থাৎ যিজনে কেৱল নিগম শাস্ত্ৰ চৰ্চা কৰে সেই জনে কিন্তু নিজক উলঙগ কৰিব পাৰিব লাগিব ।এই উলঙগতা দেহৰ নহয় ,মনৰ অৰ্থাৎ আশাৰ।হৰি গুৰু পদ সেৱা খান্ডা ডাঠি ধৰা ,মন বৈৰী কাটি সুখে ভৱ নদী তৰা ।বা মাধৱ পুৰুষৰ প্ৰাৰ্থনা ত পাওঁ যে কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰ্হ তেৱেসে প্ৰভূ এৰাও ।বা আমি অচেতন নিওক নাথ জগাই ।বা হে ৰাম পাৰ কৰা ৰঘুনাথ , বুজিছেনে বাৰু ? নিগম শাস্ত্ৰ ৰ সঙ্গাই হৈছে কেৱল সত্ব গুণ গ্ৰ্হন ৰজ,তম সম্পূৰ্ণ তিয়াগ আৰু ছয় ৰিপু দমন , অৰ্থাৎ নিৰ্বান । আমি কথা এষাৰ প্ৰায়েই শুনো ,অই সেই ফালে নাযাবি নিগমে মৰিবি , হাৱা বা ঢৌত ধৰ্ম সলনি কৰাও অনুচিত বা নতুন ধৰ্মীয় সঙগঠনত অন্তৰ্ভুক্ত হোৱা ও অনুচিত ।নিগম শাস্ত্ৰ চৰ্চা কৰি নিগমৰ নিগুঢ় তত্ব অনুধাৱন কৰি নিৰগুণ কৃষ্ণৰ প্ৰতি নিস্কাম ভক্তি কৰি সমস্ত বৈষয়ীক বা ভৌতিক আশা অভিলাস আকাঙ্খা তিয়াগ কৰিব পাৰিলেহে শঙ্কৰদেৱৰ আৰু মাধৱ পুৰুষৰ ধৰ্ম ভাগিৰ সাৰ্থকতা হব । অন্যথা আগম যুক্ত নিগম অৰ্থ হীন।আগম মানে সোমাই অহা , অৰ্থাৎ সাধাৰণ মানুহে ভাল পোৱা বস্তু বোৰ , ধন টকা মাটি ঘৰ বা বিল্ডীং গাড়ী বাহিৰা প ইছা থকা চৰকাৰী চাকৰিয়াল জোৱাই , চাকৰি থকা বোৱাৰী ,মানে লৰাৰ বাবে , ক্ষমতা খিতাপ নিৰুগী স্বাস্থ্য , দীৰ্ঘ জীৱন , এই বিলাক আগমে ইংগিত কৰে বা নিৰ্দেশ কৰে । কিন্তু নিগমে এই সোপা বিসৰ্জন দি বা তিয়াগ কৰি নিৰবানৰ প্ৰতি ধাৱিত হ'বলৈ ইংগিত কৰে বা নিৰ্দেশ কৰে ।যি শাস্ত্ৰ ই চৰ্চা কৰক ,তাৰ গুহাথ্ৰ তত্ব বা মৰ্মাৰ্থ তত্ব বা অৰ্থ তত্ত্ব বিচাৰি উলিয়ায়,হে ধৰ্ম পালিব লাগে । শেষত ক ও মনোবাঞ্ছা পূৰনৰ যোগ থাকিলেহে মনোবাঞ্ছা পূৰন হব । কৃষ্ণৰ প্ৰতি সেৱা ভক্তি যিসকলে কৰে , তেওঁ লোকৰ মাজতেই কিমান প্ৰভেদ আছে লক্ষ্য কৰকচোন ।ওখ চাপৰ বগা ক'লা সৎ অসৎ শকত ক্ষীণ ধনী দৰিদ্ৰ সপত্নীক বিপত্নীক সুখী অসুখী এইবোৰ কিয় হয় বাৰু ? ইয়াৰ বাবে কৃষ্ণক দায়ী কৰিলে ভূল হব । এই বিলাক জন্ম কুন্দলীয়ে নিৰ্দেশ কৰে ।ৰাম শ্ৰীকৃষ্ণ । ধণ্যবাদ । ৰাজূ দত্ত ।গুৱাল গাওঁ , দেৰগাঁও ।
@anitamedhi1108
@anitamedhi1108 10 ай бұрын
Ram.ram.hare.hare.🙏🙏🙏🌹🌹🌹🙏🙏🙏
@anjalibaruah7669
@anjalibaruah7669 Жыл бұрын
কৃষ্ণ🙏🙏🙏🙏🙏❤
@dhrubadas7923
@dhrubadas7923 Жыл бұрын
কৃষ্ণ
@bhumitabora2496
@bhumitabora2496 Жыл бұрын
🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ শেৱা ধৰিছো
@bishalnath8538
@bishalnath8538 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 বাপ
@JunBora-fw3lp
@JunBora-fw3lp 9 ай бұрын
I'm
@chintumonideka2152
@chintumonideka2152 10 ай бұрын
Om namah bhagvatey basudev ai namah...
@hemopravatalukdar408
@hemopravatalukdar408 Жыл бұрын
জয় গুৰু শঙ্কৰ ভক্তিভৰা সেৱাভাগি গ্ৰহন কৰিব বাপজনা কৃষ্ণ কৃষ্ণ 🙏 🙏
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@junudas8328
@junudas8328 Жыл бұрын
Krishna bap Jana 🙏🙏🙏🙏
@Rupa-cv2eu
@Rupa-cv2eu Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন সেৱা গ্ৰহন কৰে যেন
@khewaliborah544
@khewaliborah544 Жыл бұрын
আপুনি সুন্দৰ কে বুজায় দিয়ে প্ৰভু জন কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏
@lalmohanrava7389
@lalmohanrava7389 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏
@subhamjyotiborah5179
@subhamjyotiborah5179 Жыл бұрын
🙏 জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
@ridhisha890
@ridhisha890 Жыл бұрын
S
@AniRay-iz9hn
@AniRay-iz9hn 5 ай бұрын
Krishana krishana Prabhu Anima kumari ray
@BiplobKataki-123
@BiplobKataki-123 11 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল ভাগৱত শুনি।আপোনালৈও ধন্যবাদ থাকিল ।সদায় শুনি থাকিব পাও যাতে।সেয়ে কামনা থাকিল আপোনাসবলৈ।
@shikhanath3060
@shikhanath3060 Жыл бұрын
কৃষ্ণ কৃষ্ণ😊,🙏🙏
@sumilasumilabhumij
@sumilasumilabhumij 10 ай бұрын
কৃষ্ণহৰি
@user-tj9nh3nx3w
@user-tj9nh3nx3w 3 ай бұрын
😅
@kalpadas5723
@kalpadas5723 Жыл бұрын
Jai shree Ram 🚩💜
@user-tl7hl1mn2t
@user-tl7hl1mn2t Ай бұрын
জন্ম মৃত্যু বন্ধন মুক্তি পূনৰ জন্ম এই বিলাক প্ৰকূতিৰ বা জগতৰ সৰ্বকালৰ নিয়ম। ইয়াকে লৈ চিন্তা কৰাৰ কাৰণ কি? জীৱ জীৱাত্মা আত্মা চেতনা বা পৰম আত্মা ব্ৰহ্ম আদি যিয়েই নহক ই সত্য অচল অজনমা অমৰন অভগন অভেদ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰঞ্জন নিৰাকাৰ নিবিকাৰ অদাহ্য অদ্ৰৱনীয় অসীম অনাদি অনন্ত নিগূন নিষ্কাম চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত সবাও উদ্ধত অকতা অকম্মা অদূশ্য সববিহৎ চিৰন্তন ব্ৰহ্মৰ ওপৰত কোনো নাই ব্ৰহ্ম সচিদানন্দ ব্ৰহ্ম বিশুদ্ধ চেতনা সত্যম‌ জ্ঞানম অনন্তম ব্ৰহ্ম । গতিকে ব্ৰহ্ম বা আত্মাক ক্ষুণ্ণ কৰিব নোৱাৰে। প্ৰকৃতিৰ ২৪তত্ত্বৰ পঞ্চ মহাভূতৰ মাটি পানী বায়ু আকাশ জুই ভৌতিক পদাৰ্থৰে গঠিত মায়াময় দেহটোৰ বিজুতি ঘটিব পাৰে যাৰ বাবে দেহৰ মূতু হ'ব পাৰে। আত্মাৰ মনৰ নাই দেহৰ মনৰ হ'লে অন্য দেহত স্থিতি লয়। ভাল কথা নতুন এটা দেহ লাভ কৰে। পুৰণি দেহ ত্যাগ কৰে। কিন্তু জগতত জন্ম মৃত্যু বন্ধনৰ চক্ৰত জীৱ বা চেতনা বা আত্মা পচি থকা টো অজ্ঞানতাৰ কাম। যাৰ আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণাৰ অভাৱ তাৰ কাম। জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ হ'লে জীৱ বা জীৱাত্মা বা চেতনা বা আত্মা বা ব্ৰহ্ম বা সত্য কি বস্তু ভালদৰে মনোনিবেশ কৰিব লাগিব। পৱিত্ৰ অহ্ঙকাৰ শূন্য শুদ্ধ চেতনাই অহম ভাৱত থকা প্ৰকৃতি বা দেহক এৰি নিজকে আত্মা বা ব্ৰহ্ম বুলি বুজি পাব পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনাই আত্মা হ'ব। আত্মাক জানিলেই সকলো জনা হয়। সচিদানন্দ স্বৰূপে পূৰ্ণ আনন্দ ময় ব্ৰহ্ম হৈ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ ব্ৰহ্মৰেই লগত মিলি জন্ম ৰহিত হ'ব। গতিকে ব্ৰহ্ম বা আত্মা বা জীৱাত্মা বা চেতনা বা জীৱ যি বুলি য়েই নকক আদি শঙ্কৰাচায্য মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম ই জীৱ বা চেতনা বা আত্মা একেই। গতিকে ব্ৰহ্মৰ লয় নাই হানি বিঘিনি নাই। দেহৰ আকৃতি আছে ক্ষয়-ক্ষতি আছে মৰণ আছে। বেদান্ত দৰ্শনৰ মতে। প্ৰদীপ গগৈ গুৱাহাটী
@PranabDeka-kt5gi
@PranabDeka-kt5gi 9 ай бұрын
Krishna bap apunar mukhar pora hodai bhagawt huniba pau tare prathona
@user-uo7kh8hx1v
@user-uo7kh8hx1v Жыл бұрын
😂
@renubaishya6653
@renubaishya6653 Ай бұрын
নমস্কাৰ বাপ একাদেশী ব্ৰত কৰিব পাৰিলে কি হয় আপুনি ক'ব আৰু আপোনাৰ ভাগৱত সকলো বোৰ শুনো
@nipennath1713
@nipennath1713 5 ай бұрын
জগত বনিয়া বাপৰ ফোন নং লাগিচিল
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
বাপ আপোনাৰ বক্তব্যত কলে যে মাধৱ পুৰুষে লিখা নামঘোষা খন সকল শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ ।মই নামঘোষাখন পঢ়ি বুজিছো জানিছো নামঘোষা খন গীতা ভাগৱত পুৰাণৰ পদ উপদেশ বাণী সিদ্ধান্ত সমুহে গোটাই ঘোষাত লিখিছে সেই মতে নামঘোষাৰ পদ উপদেশ সিদ্ধান্ত সমুহ গীতা ভাগৱত পুৰাণ শাস্ত্ৰৰ হে পদ উপদেশ বাণী সিদ্ধান্ত কিন্তু সেইবোৰ মাধৱদেৱৰ নিজা পদ উপদেশ সিদ্ধান্ত নহয় ।নামঘোষাৰ লেখীয়া পুথি বিষ্ণুপুৰি সন্যাসীৰ সংস্কৃত ভাষাৰ ৰত্নাৱলী ,গোপাল মিশ্ৰৰ ঘোষা ৰত্নাৱলী ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱৰ ভক্তিবিবেক ভক্তিসাৰ আদি গ্ৰন্থৰ পদ উপদেশ বাণী সিদ্ধান্ত সমুহ বেদ গীতা ভাগৱত পুৰাণ সংহিতা আদি শাস্ত্ৰৰ পৰা লোৱা আৰু সেইবোৰ গ্ৰন্থৰ পদ উপদেশ সাদ্ধান্ত বাণী সমুহ শাস্ত্ৰৰ আৰু ঈশ্বৰৰ ।
@bishmitamahanta9846
@bishmitamahanta9846 Жыл бұрын
Krishna Krishna 🙏
@BobiPhukan
@BobiPhukan Жыл бұрын
Krishna Krishna
@Parismitachetia-ko2vd
@Parismitachetia-ko2vd 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@Srvpainofficial
@Srvpainofficial Жыл бұрын
Krishna Krishna
@dimpolboruah2197
@dimpolboruah2197 Жыл бұрын
🙏🙏🙏
@namitaborgohain398
@namitaborgohain398 Жыл бұрын
🙏🙏
@bobymuktiar4753
@bobymuktiar4753 Жыл бұрын
Krishna krishna vll lagil
@user-ph7ku1qd2p
@user-ph7ku1qd2p 2 ай бұрын
Krishna🙏
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj Ай бұрын
Krishna
@adda4079
@adda4079 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@rupaligogoi7549
@rupaligogoi7549 Жыл бұрын
🙏🙏
@sabitriboruah4411
@sabitriboruah4411 Жыл бұрын
🙏
@ilimalahon8502
@ilimalahon8502 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@rumidas8646
@rumidas8646 Жыл бұрын
🙏🙏
@anilsaikia1554
@anilsaikia1554 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
Советы на всё лето 4 @postworkllc
00:23
История одного вокалиста
Рет қаралды 5 МЛН
জগত বণিয়া  বাপজনাৰ ভাগৱত ব্যাখ্যা @sashiborah3303
25:21
নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া @sashiborah3303
32:06
Sashi Borah আধ্যাত্মিক
Рет қаралды 846 М.