Рет қаралды 2,475
Plinth beam Phaundatione তলত নে Phaundatione ওপৰত দিব লাগে ? Plinth beam / Mistri Guruji
About this video- নমস্কাৰ বন্ধু সকল স্বাগতম জনাইছো মোৰ আন এটা video লৈ। বন্ধু সকল এই টো videoত plinth beam ৰ বিষয়ত সম্পূৰ্ণ Details দিয়া হৈছে। তথাপিও আপোনালোকৰ কিবা প্ৰশ্ন বা সুধিব লগিয়া কথা থাকে মোক Comment sectionত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।
My social media links
Instagram- mistriguruji
Facebook- profile.php?...
#mistriguruji #Assamese #plinthbeam