No video

Political challenge for Ajanta-Renupoma: Gaurav Gogoi to contest from Golaghat & Teok?

  Рет қаралды 137,280

Prag News

Prag News

Күн бұрын

Political challenge for Ajanta-Renupoma: Gaurav Gogoi to contest from Golaghat & Teok?
Watch the full clip to know more about this story.
#pragnews #politics #ajantaneog #renupoma #gauravgogoi
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 203
@AkashDGphukan
@AkashDGphukan Ай бұрын
অতিকৈ সুন্দৰ প্রদক্ষেপ। আমাৰ গৌৰৱ,অসম গৌৰৱ গৌৰৱ গগৈ জিন্দাবাদ।
@ratnaborah3422
@ratnaborah3422 Ай бұрын
😂🎉😂😮🎉😂🎉😮
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
টীয়ক -গোলাঘাটেই নহয়,অসমৰ যিকোনো সমষ্টিৰ পৰাই গৌৰৱে জয়লাভ কৰিব।
@jinkuh
@jinkuh Ай бұрын
আশীৰ্বাদ আছে। আশাও কৰিছোঁ। হে প্ৰভু গৌৰৱ গগৈ জিকাই আনা
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
গোলাঘাট সমষ্টিলৈ স্বাগতম জনালো ।গৌৰৱ গগৈ অসমৰ এডোখৰ হীৰা ।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Ай бұрын
অজন্তা নেওঁগ অ ক হৰোৱাব পাৰিলে বহুত সুখ পাম।
@jalaluddinahmed9888
@jalaluddinahmed9888 Ай бұрын
নিশ্চিত ভাৱে হাৰিব।
@RongmanchNE
@RongmanchNE Ай бұрын
তাৰবাবে সু পৰিকল্পনা লাগিব ৷সকলো হাতেহাত ধৰি আগবাঢ়িলে সফল হ’বই ৷মই চাকৰিয়াল প্ৰতক্ষ্যভাবে ক’ব’ নোৱাৰোঁ
@user-yg2bd2ud1p
@user-yg2bd2ud1p Ай бұрын
Ajanta harile bhal pam, uzanati rolling dal har bhgiba
@upangkarhazarika6051
@upangkarhazarika6051 17 күн бұрын
199% correct
@njyotinjyoti7541
@njyotinjyoti7541 17 күн бұрын
মামাই পেলাই হেলাই ঢেলাই জিকাই আনিব পাৰে অজন্তা নেওগক।
@aryansaikia7848
@aryansaikia7848 Ай бұрын
আমাৰ গৌৰৱ অসমৰ গৌৰব ❤❤❤ মামাক চকিৰ পৰা আতৰাই আপোনী আমাৰ অসম খনক বচাওক 🙏🙏🙏 আপোনালৈ অভিনন্দন জনালোঁ 🙏
@achintaborah186
@achintaborah186 Ай бұрын
অসমৰ ৰাইজৰ কাৰণে বহুত বহুত ভাল খাবৰ।কাৰণ ৰাইজৰ হৈ কাম কৰা নেতা পাব ৰাইজে।
@axomcinematic2606
@axomcinematic2606 Ай бұрын
Ki bjp ki Congress...kintu protijon Politician Gaurav Gogoi dore huwa tu besaru❤
@dhrubajyotiborah4718
@dhrubajyotiborah4718 Ай бұрын
আমিও গৌৰৱ গগৈৰ বিধানসভালৈ আগমন কামনা কৰো
@mohibulmondal3520
@mohibulmondal3520 Ай бұрын
We want Gaurav ji as the CM of Assam... ❤❤❤
@dibyagogoi7823
@dibyagogoi7823 Ай бұрын
গৌৰৱক নৰৰৰূপী নাৰায়ণে সহায় কৰক প্ৰভুৰ চৰণত লক্ষ্য কোটি সেৱাৰে প্ৰাৰ্থনা জনাইছো
@pratuldas282
@pratuldas282 Ай бұрын
গৌৰৱে অসমৰ গৌৰৱ কঢ়িয়াই আনিব।
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
বঢ়িয়া ৷ যুৱ আৰু সক্ৰিয় তথা সম্ভাৱনাপূৰ্ণ নেতা 😊👍
@rebadas.88
@rebadas.88 Ай бұрын
Golaghat r pora jodi khelea most welcome.
@bakulboruah2026
@bakulboruah2026 Ай бұрын
অজন্তা নেওগ, পিযুছ হাজৰিকা, জয়ন্ত মল্ল, দিগন্ত, ৰূপজ‍্যোতি,প্ৰশান্ত আৰু মানৱ হাৰিলে বহুত সুখী হম।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
বোকাখাট সৰুপথাৰ কলিয়াবৰ সমষ্টিত জোৰ দিলে জিকিব। ৰাইজে পৰিবৰ্তন বিচাৰি আছে।
@noorhussain7043
@noorhussain7043 Ай бұрын
Gaurob Gogoi jindabad ❤❤❤❤❤❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
মামাৰ ৰাজনীতিয়ে আমুৱালে। দুৰ্নীতি নিৰ্মূলৰ কথাৰ ফুলজাৰি মৰা গেৰুৱা বাহিনীৰ কোটি কোটি টকাৰ দুৰ্নীতিয়ে ৰাইজক আমুৱালে। গৌৰব গগৈক আমি লক্ষীমপুৰলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। অ গ প ‌এতিয়া অচল টকা। অতুল, কেশৱে মন্ত্ৰী হোৱাৰ লোভতে অ গ‌প দলটোক শেষ কৰিলে। অ গ প ক ভোট দি একো লাভ নাই।
@purnaborah2910
@purnaborah2910 Ай бұрын
Welcome
@PuspakBhuyan
@PuspakBhuyan Ай бұрын
ভাল খেল আৰম্ভ হব,
@khagenkakati6380
@khagenkakati6380 Ай бұрын
Gourab gogoi zindabad
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
অতি সুন্দৰ পদক্ষেপ |গৌৰৱ গগৈ জিন্দাবাদ
@palpaldilkepas3566
@palpaldilkepas3566 Ай бұрын
Gourav gogoi ❤❤❤
@BAHARULISLAM-ue2ev
@BAHARULISLAM-ue2ev Ай бұрын
বিজেপিক ভোট দিয়া মানে নিজৰ মূৰত নিজে আঘাত কৰা।
@bimanrajkonwar7948
@bimanrajkonwar7948 Ай бұрын
Gaurav Gogoi zindabad
@dimpigogoi6973
@dimpigogoi6973 Ай бұрын
খুব কম সময়ৰ ভিতৰতেই অসম হ'ব গৌৰৱ ময়।
@rakeshchoudhury3768
@rakeshchoudhury3768 Ай бұрын
উৰি যাব... মামা...😂😂😂
@babulsarma967
@babulsarma967 Ай бұрын
we want Gaurav as CM
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr Ай бұрын
আহি আছে গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ৰূপে❤❤❤
@ManashjyotiBorah-zn3ml
@ManashjyotiBorah-zn3ml Ай бұрын
গৌৰব গগৈ মহান ❤❤❤
@taid-jantu9101
@taid-jantu9101 Ай бұрын
Teok লৈ আপোনাক স্বাগতম
@GreenNursery-qi2jm
@GreenNursery-qi2jm Ай бұрын
আপোনাকলৈ আমি গৌৰৱ অনুভৱ কৰোঁ।আপোনী গোটেই ভাৰতত বৰ্ষৰ নেতা।
@user-dm4ig8to9b
@user-dm4ig8to9b Ай бұрын
গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পাৰ্থি হলে উঠি পৰি লাগিম সহায় কৰিবলৈ।
@nityagogoi478
@nityagogoi478 Ай бұрын
Congratulations , Gourav ,
@mrinmoykalita3811
@mrinmoykalita3811 Ай бұрын
আমাৰ গৌৰৱ ৰাইজৰ গৌৰৱ ❤
@khagenkachari1643
@khagenkachari1643 Ай бұрын
Titabar pora khelibo 100% sure
@jeweljr.48
@jeweljr.48 Ай бұрын
Thik koisa..
@abhilashamainavlogs3241
@abhilashamainavlogs3241 Ай бұрын
Love from Teok
@ajoygohain2470
@ajoygohain2470 Ай бұрын
ভাল, খবৰ ❤❤❤ টিয়কত আমাক লাগে, গৌৰৱ গগৈক জিন্দা বাদ।।।
@user-hy9gv3ob2r
@user-hy9gv3ob2r Ай бұрын
অসমৰ সকলো জনতাৰ আশীষ গৌৰৱ গগৈৰ ওপৰত আছে থাকিব।
@onlymeme-gw9ye
@onlymeme-gw9ye Ай бұрын
Gourav Gogoi jindabad
@user-ej8mm1de2l
@user-ej8mm1de2l Ай бұрын
Most welcome to teok
@avlogs1674
@avlogs1674 Ай бұрын
Titabor t khelile bhal
@user-dj7bi9cy7n
@user-dj7bi9cy7n Ай бұрын
2026 অত মুখ্যমন্ত্ৰী হব গৌৰৱ গগৈ
@indian7083
@indian7083 Ай бұрын
mojja
@musfickali8826
@musfickali8826 Ай бұрын
Sarupathar pora khelibo lage
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp Ай бұрын
Gaurav Gogoi next cm
@BadBoy-wy1il
@BadBoy-wy1il Ай бұрын
Teok would be easier for GG
@ubdengineers1660
@ubdengineers1660 Ай бұрын
Next CM.We need Gourav Gogoi as our CM.
@NilutpalSarma
@NilutpalSarma Ай бұрын
❤❤
@user-zj7pg5rb7l
@user-zj7pg5rb7l Ай бұрын
২৬অত আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাবে বিচাৰোঁ।
@PabitraPegu-es1xm
@PabitraPegu-es1xm Ай бұрын
Good news
@aminurrahman1915
@aminurrahman1915 Ай бұрын
Proud of Gorauv Gogoiji.
@user-gr1uy4hv8u
@user-gr1uy4hv8u Ай бұрын
Very need now in Assam to change politics.
@jaminidas1266
@jaminidas1266 Ай бұрын
Gaurav Gogoi✊✊
@walkwithmeh
@walkwithmeh Ай бұрын
Golaghat khelok dada 🎉
@parthaboruah634
@parthaboruah634 Ай бұрын
Gaurav gogoik golaghat laga amak
@DwiganBaro
@DwiganBaro 5 күн бұрын
Welcome. Nexe. CM Gourab. Gogoi, congress. Zindabad,
@rawandreal99
@rawandreal99 Ай бұрын
*Welcome to Golaghat*
@drtsi
@drtsi Ай бұрын
We the people of Assam want Gaurav Gogoi as next CM....❤❤❤❤❤
@arindamcreation6571
@arindamcreation6571 Ай бұрын
Love you Gourab da
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈৰ লগত ফেৰ মাৰিব পৰা নেটা মন্ত্ৰী জন্ময় হোৱা নাই অসমত অসমত নহয় ভাৰততে জন্ম হোৱা নাই গৌৰৱ গগৈ দাঙৰিয়াৰ লগত ফেৰ মাৰিব নেটা
@drtsi
@drtsi Ай бұрын
Gaurav Gogoi Zindabad zindabad zindabad....👍🏾👍👍🏾👍👍🏾👍👍🏾👍👍🏾👍👍👍🏾🙏👍🏾👍👍🏾👍🙏👍🏾👍👍🏾👍🙏
@PoretushSarkar
@PoretushSarkar 5 күн бұрын
Very. Good. Video
@manasprotimborah3617
@manasprotimborah3617 Ай бұрын
❤❤❤
@pkplusaxom3164
@pkplusaxom3164 17 күн бұрын
লৰা ৰজাক শাসনত বহুৱাই কি হৈছিল সেয়া সকলোৱে জানে,,,,,ৰজা লবলৈ বা মুখ্যমন্ত্ৰী হবলৈ অভিজ্ঞতা লাগিব ,,,তেওঁ লাগিলে যিমান শিক্ষিত নহওক কিয়,,,,,
@nripenborgohain201
@nripenborgohain201 6 күн бұрын
ৰাইজৰ আশীৰ্বাদ আছে গৌৰৱ গগৈৰ ওপৰত - অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে
@user-ib6pk5zq3s
@user-ib6pk5zq3s Ай бұрын
Gogoi moribo bhohut kom dinot muslim Raj ami hobo Nadu ami eyata thakim kintu gogoi muslim or pora haja hajar Corr Toka loi polabo amarica tar karona biya a patisa amarican suwali
@jogensaikia4686
@jogensaikia4686 9 күн бұрын
গোলাঘাটৰ অজন্তা নেওগ, কংগ্ৰেছৰ দিনতেই অজন্তা নেওগে গোলাঘাটৰ উন্নতি সাধন কৰিছিল, যেতিয়াই বি জে পিত যোগ দিলে, তাৰ পাছত আৰু উন্নতিৰ মুখ নেদেখা হ'ল।
@abulhussaintapadar6739
@abulhussaintapadar6739 Ай бұрын
Tiger is coming
@JitenBorah-l3p
@JitenBorah-l3p 16 күн бұрын
ভাল হ'ব একে মতামত
@bisaldaula4806
@bisaldaula4806 Ай бұрын
Kam..nai..congress
@user-hw6ul5ut2j
@user-hw6ul5ut2j Ай бұрын
গৌৰৱক অসমৰ ৰাইজে বুজি পোৱা উচিত আৰু মামা ক বুুজি পোৱা মানে তপা মূৰত ওকনি বিচৰা ৷ অকল গৌৰৱ গগৈক ভোট দিলেই নহ’ব ৷
@manojdeka5200
@manojdeka5200 16 күн бұрын
Gaurav gogoi jindabad ❤️❤️❤️ ❤❤❤❤❤❤❤❤❤❤
@ukhazarika1862
@ukhazarika1862 Ай бұрын
We want Gaurav Gogoi as our next CM, congress party jindabad, jindabad
@puspadhardowarah1932
@puspadhardowarah1932 19 күн бұрын
জয় ইণ্ডিয়া মৰ্চা।সংস্কাৰ বিধি"মতে নামেও কাম কৰে।গৌৰৱ গগৈৰ ক্ষেত্ৰত এইষাৰ ফলিয়াব বুলি মোৰ%দৃঢ় বিশ্বাস।
@ratjatboro4786
@ratjatboro4786 Ай бұрын
তেন্তে তপন গগৈৰ কপাল আকৌ ফুলিল, যদিহে গৌৰৱ গগৈ জয়ী হয়,,পৰাজয় হ'লে তপন গগৈৰ ফুটা কপাল😭
@user-of4yf2pu7w
@user-of4yf2pu7w 21 күн бұрын
Good news👍🎉
@lalitmoran2709
@lalitmoran2709 Ай бұрын
বহুত বহুত ধন্যবাদ। welcome
@narenhazarika7663
@narenhazarika7663 Ай бұрын
Titabar best place 4 Gaurav Gogoi.
@user-hl9kq7hx1d
@user-hl9kq7hx1d Ай бұрын
This is tiger of North East...Gourav Da is Matel of North East.
@arupsenchuwa5004
@arupsenchuwa5004 18 күн бұрын
ছাউথ চিনেমা চি এম ভাৰতৰ দৰে গৌৰৱ গগৈয়ে এইবাৰ আমাক কৰি দেখুওব বুলি বিশ্বাস জ‌ই আই অসম
@atultanti1597
@atultanti1597 Ай бұрын
Hei Hari jagannath moi tumak Jodi hotpothot thaki hot kormo re tumak hewa aagbodaye ahisu tenhole Amar GG ek hokti hamorthiya diba aru huswathiya Kori rakhiba, Jai jagannath,
@user-os4fk9my8n
@user-os4fk9my8n Ай бұрын
Gaurav Gogoi ahise Assam next CM
@riturajborah6601
@riturajborah6601 Ай бұрын
Teok t khalok ranupoma rajkhuwak uforabo laga
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
ধন্যবাদ গৌৰৱ গগৈ জিন্দা বাদ
@deadlydrax2711
@deadlydrax2711 Ай бұрын
It is sure that Gourav Gogoi can fight against BJP on 26.
@MintuHandique-yb6xe
@MintuHandique-yb6xe Ай бұрын
Great decission
@hafizurrahmank7799
@hafizurrahmank7799 Ай бұрын
Welcome congrs
@tarjenboru8760
@tarjenboru8760 Ай бұрын
WLC ❤
@PRANJALBORUAH
@PRANJALBORUAH 22 күн бұрын
2026 ত BJP ক আতৰাব লাগিব, আমাক গৌৰব গগৈ ক লাগে ,BJP অহাৰ পৰা ঘৰ ছলাবলৈ টান হল
@priyam3006
@priyam3006 Ай бұрын
Gaurav Gogoi please remain as a MP. Thats where u suits best .
@sushantanath7822
@sushantanath7822 Ай бұрын
Gourav Gogoi ahailay sob nibonowa somoisa somadhan hi jobo na. Kono love nai.
@priyabailung2644
@priyabailung2644 Ай бұрын
এইকেইখন ৰাজ্যৰ ওপ নিৰ্বাচনলৈ মামাক পঠিয়াই দিব লাগে
@MoonBora-ni1mc
@MoonBora-ni1mc Ай бұрын
We want you as a CM of Assam
@user-gz9rl9ui7m
@user-gz9rl9ui7m Ай бұрын
Very good
@dipankarkalita6515
@dipankarkalita6515 Ай бұрын
Gaurav gogoi next Chief minister of Assam
@pompipatgiri
@pompipatgiri Ай бұрын
অজন্তা ৰ। ।বাবেই।তৰুণ।গগৈয়ে।কি।কৰা।নাছিল।। তেন্তে।। অজন্তা ই।গৌৰৱৰক।কিয়।শতোৰু জ্ঞান। কৰিবলৈ।লৈছে।।পাপেই।নহয়। তেওঁ। অধপতনেই।যাবো
@sanjibkumarkalita1272
@sanjibkumarkalita1272 Ай бұрын
Mr. Gaurav Gogoi M P. Welcome to Jorhat assembly constituency
@NabakantaPegu-er1dc
@NabakantaPegu-er1dc Ай бұрын
নামাজী গগৈ ওৰফে গৌৰৱ উদ্দিন আলিক বাংলাদেশী মিয়াৰ লুঙি ধোৱা হালোৱা সকলেহে ভোট দিব😂😂
@mrinalhandique5217
@mrinalhandique5217 Ай бұрын
very good decision.
@MoinulHoque-wf9rq
@MoinulHoque-wf9rq Ай бұрын
Good step
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 1,6 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 49 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 47 МЛН
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 366 М.