Politics to weaken opposition going on in Assam

  Рет қаралды 41,472

Prag News

Prag News

Күн бұрын

Politics to weaken opposition going on in Assam
Watch the full clip to know more about this story.
#pragnews #politics #assam #oppositionleader
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 94
@PhilosopherAssam
@PhilosopherAssam Ай бұрын
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤️
@beautykonwar427
@beautykonwar427 Ай бұрын
ভুপেন বৰা কাম নাই ।ভুপেন বৰাক চাই কোনো ভোট দিয়া নাই আৰু কোনো তেওঁক ভাল নাপায় । সেই কাৰণে এওঁক আমাৰ দলত সভাপতি বাপতো কাৰোবাক দিব লাগে আমি বহুত কষ্ট কৰিলোঁ গৌৰৱ কাৰণে ভুপেন বৰা কাৰণে নহয় । অখিল আৰু লুৰিণক নালাগে কাক লাগে ।
@kashikalita9949
@kashikalita9949 Ай бұрын
ভুপেন বৰা ভা জ পা ৰ এজেণ্ট। তেওঁ থাকিলে তেওঁৰ দলৰ ফল কেতিয়াও ভাল নহ'ব।
@kashikalita9949
@kashikalita9949 Ай бұрын
তেওঁ সোনকালে ভা জ পাত যোগদান কৰিব লাগে
@PrabinBaruah-bt1fk
@PrabinBaruah-bt1fk Ай бұрын
ভূপেনক আতৰালেহে কংগ্ৰেছ ঠন ধৰি উঠিব
@binoykalita7597
@binoykalita7597 Ай бұрын
কংগ্ৰেছৰ চৰিত্ৰৰ বিষয়ে সৰ্ব্বজনবিদিত। ভূপেন বৰা লগতে আৰু কেইজনমানে ক্ংগেছ চৰকাৰ ৰাজ্যত হোৱাটো নিবিচৰা বহু কথা আছ। ভূপেন বৰাৰ বি জে পি সৈতে ভিতৰোৱা হিচাপ থকা কথাটো সৰ্ব্বজনবিদিত।
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
হয় বিনয় কলিতা ডাঙৰীয়া আপোনাৰ লগত ম ই এক মত। লগতে আ খালেকো থাকিব পাৰে কিয়নো এয়াৰ লগত মূখ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক ভাল থকা শুনা পাও।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc Ай бұрын
এতিয়া দেখা গৈছে যে ভুপেন বৰাৰ অহঙকাৰ হৈছে।টকা পালে কিজানি। আপুনি ঠিক কথা কৈছে ধন্যবাদ
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
ভুপেন বৰা সভাপতি হৈ থাকিলে কংগ্রেছ শেষ হৈ যাব | গতিকেলভিপেন বৰা অতি সোনকালে সভাপতি পদৰ পৰা আতৰাব লাগে |
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx Ай бұрын
ভূপেন বৰাই অতীত পাহৰি গ'ল। অকণ মান চিন্তাশীল হওক আপুনি।
@devanandadoley3849
@devanandadoley3849 Ай бұрын
মিছা প্ৰচাৰ। সময়ত নিশ্চিতভাৱে ঐক্যমঞ্চৰ বৈঠক হ'ব।
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈক লগত লৈহে উপ নিৰ্বাচন আৰু 2026 ৰ বিধান সভা নিৰ্বাচনত মিত্র জোট বৰ্তি থাকিলেহে বিজেপি চৰকাৰ ওফৰাব পাৰিব নহলে কংগ্রেছে পোস্তাব লাগিব |
@abdulmannanahmed787
@abdulmannanahmed787 Ай бұрын
A united opposition is a must without which countering bjp will not be that much easy.
@debajitkumarsarma2825
@debajitkumarsarma2825 Ай бұрын
Congress alone can never win .
@user-cn1vz9xr7p
@user-cn1vz9xr7p Ай бұрын
Congresst atia o BJPr agent ase.
@jdintegratedfarm6990
@jdintegratedfarm6990 Ай бұрын
ভূপেন বড়া আৰু জিতেন্দ্ৰ‌ চিংক অব্যাহতি দিলে সকলো ভাল হ'ব
@nabajyotichaoching4323
@nabajyotichaoching4323 Ай бұрын
Bhupen Bora himanta bishwa sarmar manuh hokolua jane...
@TaslimAliBabul
@TaslimAliBabul Ай бұрын
হাতৰ কুঠাৰ ভৰিত মৰা হব ?🤯😰🤯
@probodhgogoi4879
@probodhgogoi4879 Ай бұрын
Bhag bhag koratu Bhupenborar. Bhupen borak presidentor pora bahir kori dibo lage.
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
ফুলিবলৈ ধৰিছিল,কলিতেই মৰহিব।
@prashantakakoty2379
@prashantakakoty2379 Ай бұрын
ভূপেন বৰা সভাপতিৰ আসনত থাকিলে ঐক্য মঞ্চ নাথাকিব । তেতিয়াহে তেওঁৰ বিজেপিত যোগদানৰ পথ সহজ হ'ব ?
@mohanboruah9962
@mohanboruah9962 Ай бұрын
Gaurav Gogoi,You please send out Bhupen Borah,otherwise congress will be nowhere.
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
বি জে পি নে কঙ্গগ্ৰেজ চিনি কেউ নাপায় কিয়নো কাৰো গাত ছাইন বোৰ্ড নাই।কিন্তু কাৰ্য কলাপ চাই মানুহ বুজি পায়। কিন্তু জন্ত ই বুজি নাপায়।
@humeswarbaishya9471
@humeswarbaishya9471 Ай бұрын
Bhupen borai Assam t BJP sarkar howatu bisare.karan India mitrojotor gourav gogoi CM habo.
@pradipdas3459
@pradipdas3459 27 күн бұрын
অখিল আৰু লুৰিনক বাদ দিলে ভুপেন বৰা ডুবিৱ।
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Bhupen Bora khobvapati hoi thakile Congress a 2026 t 30 khon akhon u nepai.
@debenborah1483
@debenborah1483 Ай бұрын
ভুপেন বৰাৰ অহংকাৰ তেওঁ দল চলাব নাজানে,গতিকে কংগ্ৰেছ সভাপতিৰ পদ ৰ পৰাই আতৰাই দিব লাগে
@pradipdas3459
@pradipdas3459 27 күн бұрын
অসমৰ কংগ্রেছৰ চিন্তা ভাল নহয়।
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Bhupen Borah Bjpr agent. Bhupen Borah i Himant k C.M. bisare kintu Gaurab Gogoik Bhupen Borah i C.M. huatu kunupaddhe nibisare.
@PhilosopherAssam
@PhilosopherAssam Ай бұрын
মালটো (হিমন্ত) already ভয় খাই আছে।
@ArunHazarika-xi9ep
@ArunHazarika-xi9ep Ай бұрын
কংগ্ৰেছছে ভবাৰ দৰে কাম নহব
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
গৌৰৱ আৰু ৰকিবুলে নিমাত যে ?
@lakheswargogoi2318
@lakheswargogoi2318 Ай бұрын
Bhupen Borah"s statement is politically immature and irresponsible. His stands help BJP.
@cheniramborgohain9892
@cheniramborgohain9892 Ай бұрын
কোপেন বৰা আৰু জিতেন্দ্ৰ সিং য়ে পাচ নেখেলি কিয় suicide goal খাবলৈ লৈছে,
@user-ey3ur6ib6x
@user-ey3ur6ib6x Ай бұрын
Okhil da Congress lge nhole vot ami bjp dim okk
@BishnuSharma-t6e
@BishnuSharma-t6e Ай бұрын
Mitrata thakib lage dey. 😊
@user-zm8mv8tb4w
@user-zm8mv8tb4w Ай бұрын
Ajp aru rd dol নহয়
@nirmalhazarika
@nirmalhazarika Ай бұрын
বিজেপিৰ দালালেৰে অসম কংগ্ৰেচ ভৰি আছে | বিজেপিলৈ আগতীয়াকৈ অভিনন্দন !
@user-rc7vk4ir1k
@user-rc7vk4ir1k Ай бұрын
Bhupen.bora.birudhiakar.bhagiaba.
@lachitsenapati8110
@lachitsenapati8110 Ай бұрын
ভুপেন বৰাৰ মতলব কি এইটো হোৱা নাই
@cheniramborgohain9892
@cheniramborgohain9892 Ай бұрын
ভোপেন বৰা আৰু জিতেন্দ্ৰ সিং য়ে পাচ নেখেলি suicide গোল খাবলৈ কিয় লৈছে
@nabajyotichaoching4323
@nabajyotichaoching4323 Ай бұрын
Congress dubibo jdi Bhupen bora namor manuh2 Congress't thake... Bhupen bora himanta bishwa sarmah'r khas manuh...
@dimbeswardas6518
@dimbeswardas6518 Ай бұрын
হাতৰ কুঠাৰ ভৰিত নামাৰিব ভূপেন বৰাদেউ।IDIallience ৰ কথা পাহৰি নাজাব ।উপকাৰিক অজগৰে গিলে ।সেইটোৱেই হোৱা নাই জানো?মিএতা ভঙ্গ কৰি বিপদ চপাই নলব ।
@minahazarika7578
@minahazarika7578 Ай бұрын
অসম ৰক্ষা কৰকসেইজনে কিয় ফাট তিনি গগৈ জয় কৰিছে অকলে নহব অহংকাৰ নকৰিব
@user-nd9zq7xm8h
@user-nd9zq7xm8h Ай бұрын
Bhupenborha.pahorijabonalage.
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev Ай бұрын
No Comment
@bhaskarborah4254
@bhaskarborah4254 Ай бұрын
কিছুমান মানু্হ আছে বিপদত সঙ্গী লাগে উদ্ধাৰ হ'লে পাহৰি যায়। বিপদত ভগৱান এনেয়ে ৰজা
@debenborah1483
@debenborah1483 Ай бұрын
ভুপেন বৰা হিমন্ত ৰ মানুহ
@Rubulgogoi209
@Rubulgogoi209 Ай бұрын
কংগ্ৰেছত এতিয়াও হিমন্তৰ মানুহ আছে । এজন ৰেকিবুদ্দিন আহমেদ ।তেওওঁ হিমন্তৰ খাচ মানুহ । কিন্তু এইজন নহয় ভাবিব নোৱাৰা কিছুমান কংগ্ৰেছী আছে । সৰ্বানন্দক ধ্বংস কৰিবৰ তপনক হৰুৱালে । কাৰণ হিমন্তৰ খাচ মানুহ সুশান্ত / বেকে কূৰ্মী/ ধৰ্ম কোৱঁৰ / কমেডিয়ান মহন / ৰাজখোৱা বাই / আমগুৰি হাজৰিকা / ৰাণা কাইৰ সমষ্টিত শোচনীয় ভাবে হাৰিল । বহুতে এইবোৰ এতিয়া বিশ্লেষণ কৰিব ধৰিছে ।
@dilipkrsharmah3384
@dilipkrsharmah3384 Ай бұрын
Congress netai akpokhio xidhanta lolae val nohobo
@RajkumarDoley-wf3si
@RajkumarDoley-wf3si Ай бұрын
বোপেন বড়া। কাম। নাই
@akashaxom9921
@akashaxom9921 Ай бұрын
Sidha kotha l gogoi jodi sit pai moi next vut nidu ,bhupen bora kotha moi kob najau .....
@lakhesarborgohain9554
@lakhesarborgohain9554 Ай бұрын
Bhupen bora dhankhakari
@DenashThakuria
@DenashThakuria Ай бұрын
Opposition party of Assam is beyond weak. Raijar Dal,regional party of Assam say such party is nothing organization themself.Thesr party depen upon National 1 party at present
@dukedihingia1804
@dukedihingia1804 Ай бұрын
Bhekulir pithit numgozil bhupen Bora ok😮a😅d pahórile malpaleneki
@rubitamuli3279
@rubitamuli3279 Ай бұрын
Bhupen Borah B J P agent
@YZ_M.R_BIS
@YZ_M.R_BIS Ай бұрын
সঁচাকৈয়ে পাৰ পায় পাহৰিলে নাৱিকে । এতিয়াহে জমিব ।অসম বচাবলৈ কোন লাচিত হ'বলৈ ওলাইছে
@arupdas8897
@arupdas8897 Ай бұрын
Gaurav gogoi ,rockybul,pradyut bordoloi jikat raijor dal bahut openly support and strong canvassing karisil congress sai sinti aru discuss kari statement diba nahale party borbad haba gauravar image talaloi niniba political maturity ,inteligence ,knowledge bahut congressar workerer uparat
@ArunNath-y9w
@ArunNath-y9w Ай бұрын
ণিজৰ মৰণ নিজে ছপাৰ লব বিচাৰিচে
@hirakjutivlog2661
@hirakjutivlog2661 Ай бұрын
Bhupen Borar karone bjp jikibo..
@rubitamuli3279
@rubitamuli3279 Ай бұрын
BJP k help Bhupen Borah
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
ভূপেন বৰাৰ মন্তব্য যি শুনিছে তেওৱে কব যে তেওঁ আত্মাভিমানী হৈ পৰিছে। লোকসভাত ভোটৰ হাৰ বাঢ়িলেও আসনৰ সংখ্যা একেই আছে। গতিকে বিৰোধী দল বোৰ মাজত আলোচনা নোহোৱাকৈ সংবাদ মাধ্যমত এনে ধৰণৰ মন্তব্য উচিত হোৱা নাই। অখিল গগৈৰ ৰাজহুৱা মন্তব্যও সঠিক হোৱা নাই, যদিও লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে তিনিখন আসন লাভ কৰাত তেওঁৰ যথেষ্ট অৰিহণা আছে। তেওঁ ভূপেন বৰাৰ লগত এখন বৈঠক কৰাৰ বাবে ফোনেৰেও আলোচনা কৰিব পাৰিলে হেতেঁন । নেতা সকলৰ অসংয়ত কথা-বতৰাই সমগ্ৰ বিৰোধীকে ক্ষতিগ্ৰস্ত কৰিব তাত সন্দেহ নাই।
@user-ey5ie1ei1c
@user-ey5ie1ei1c Ай бұрын
Congress hekh hoi jabo
@user-cn1vz9xr7p
@user-cn1vz9xr7p Ай бұрын
Jowa lokxvar nirbasnt Bhupen Borak sai manuhe vot dia nai.
@user-eq5zy9nk5w
@user-eq5zy9nk5w Ай бұрын
যদি ভূপেন বৰা ডাঙৰীয়াই এনেকুৱা সিদ্ধান্ত লৈছে তেন্তে তেওঁক কংগ্ৰেছৰ পৰা গতিয়াই অতি সোনকালে ওলিয়াই দিব লাগে । তেওঁ বিজেপিৰ লগত হলি গলি কৰিছে নেকি। তেওঁৰ ভূমিকা ৰহস্যজনক
@arupdas8897
@arupdas8897 Ай бұрын
Birudhir ankat raijor dal ,ajp ,cpm ,bahut contribution ase ignore nakariba discuss kari decision laba parile Congressar worker bujaba jot regional party strong taat eri diba
@punyaboruahpunya4096
@punyaboruahpunya4096 Ай бұрын
😢
@HarmuzAli-u7e
@HarmuzAli-u7e Ай бұрын
হাতৰ কুঠাৰ ভৰিত মাৰিব বিচাৰিছে । ভুপেন বৰা ডাঙৰীয়া, আকৌ ভুল নকৰিব
@upendrakalita9054
@upendrakalita9054 Ай бұрын
Bhupen Bora r mal nai
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Gaurav better to join BJP only because of third class people Bhupen
@dipusaikia1234
@dipusaikia1234 Ай бұрын
Aibur news kori thokat ke SSC GD exam t Assam r babe reserved thoka post bur bahiror UP Bihar r candidate bilake fake domicile, caste certificate bonai Assam t thoka lora swli buror post bur khai ase. Tar uporot u news koribo jate hokolue gom pai.
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Ай бұрын
Kham nai Akil
@user-cx8qe7bl4h
@user-cx8qe7bl4h Ай бұрын
Congrrssea akale khelile harato mhatang
@user-cn1vz9xr7p
@user-cn1vz9xr7p Ай бұрын
Mitrata nkrile BJPk xhai kara hb.
@tarunchandranath
@tarunchandranath Ай бұрын
ভুপেন।বৰাই।ভুল।।কৰিব।।ওলাইচে।।ৰিজাল।।বেয়া।।হব।।খাতাঙ😂
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
ইহঁতকে খাই পাত ফলা বিধৰ মানুহ বুলি কয় কিন্তু আচলতে ইহঁত মানুহ নহয় দুষ্ট প্ৰবৃত্তিৰ দাসহে।
@user-gc4ln8py7g
@user-gc4ln8py7g Ай бұрын
Cong upa nibasonotb akhono ahom napai
@PurnaDeka-fn7wj
@PurnaDeka-fn7wj Ай бұрын
Agate Barpetat Kar Achille.
@user-zy5pd1wv7m
@user-zy5pd1wv7m Ай бұрын
Aadak.dekhi.uyhil.ga.keturiye.bole.moke.kha.
@SwapnaDutta-he3xb
@SwapnaDutta-he3xb Ай бұрын
Bajiatnaassammakochnahimalaprodipduttafrontunsukia
@jugeswarphukan9726
@jugeswarphukan9726 Ай бұрын
Aneidolarhabhapatihale.nahaba.doltunijatke.dangar.pathamedoltarpisathabhaoati.congebhale.ahisilatiacoa 4ese.nije.nija r bhrit.kothar.maribaneke.eat.kiasebaru.congesar.habhapati.badali.karak.nahale.kintu.aru.congesi.himantar.bhari.subale.jaba.jadi.beleg.habhapati.badalinakare.akuhaitueahaba..congesar
@anilthakuria5455
@anilthakuria5455 Ай бұрын
Balar News
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 10 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 6 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 31 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
Two young girls from Guwahati has joined ULFA - Why?
4:40
Prag News
Рет қаралды 89 М.
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 10 МЛН