MUR TEZ MUR MOROM / OFFICIAL FULL DRAMA/ AWAHAN THEATER/PROSTUTI PORASOR/মোৰ তেজ মোৰ মৰম।

  Рет қаралды 208,926

Prostuti Porasor

Prostuti Porasor

8 күн бұрын

Embracing the love rendition with "MUR TEZ MUR MOROM", as Awahan theatre is presenting the captivating journey of 2023-24 along with the best stage performance.
The drama is considered as the most successful drama of this year with more than hundreds shows in every places across Assam. Here's the complete glimpse of the drama. Brace yourself with the beautiful emotions.
✨Drama Name : Mur Tez Mur Morom
📝Writer&director : Abhijit Bhattacharya
🎥Producer: Prastuti Porasor
✨Starring: Prastuti Porasor, Sanjib Sarma, Jeffy Bakshi, Arun Borah
✨🎶Audio Credits 🎶✨
🎵Music Director: Ajay Phukon
Background music : Dipak baruah
🎤Singers : Zubeen Garg, Dikshu Sarma, Neel Akash, Papori Gogoi, Nilakshi Neog, Rupali Kashyap , Bastav.
Follow Prastuti Porasor for more updates.
Facebook: / prastutiporasorofficial
Instagram : / prastutiporasor
Stay connected with us.
#AwahanTheatre #MurTezMurMorom

Пікірлер: 539
@manabjyotimj268
@manabjyotimj268 5 күн бұрын
প্ৰস্তুতি বা সদায় প্ৰস্তুতিয়েই ❤❤ আৰু দ্বিতীয় গৰাকী নাই এনেকুৱা দুৰ্দান্ত অভিনেত্ৰী ❤❤🔥🔥 .... সতীবেউলা লৈ অপেক্ষা। কোনে কোনে সোনকালে বিচাৰা like kora ❤❤
@rajubonia8235
@rajubonia8235 6 күн бұрын
প্ৰস্তুতি বা কাৰণে এটা Like Please.❤❤❤
@milimuhonofficial
@milimuhonofficial 6 күн бұрын
প্রস্তুতি বাক কোনে কোনে ভাল পায় like কৰা |
@gyandeepnath3600
@gyandeepnath3600 5 күн бұрын
দুৰ্দান্ত অভিনয় , সুন্দৰ কাহিনী , সুন্দৰ গীত মুঠতে সকলো পাৰফেক্ট ❤ এইকাৰণেই আৱাহন বিশেষ , আৱাহন আনতকৈ সদায় পৃথক । প্ৰতিটো কামেই অতি নিখুঁতভাবে কৰা প্ৰস্তুতি বা সদায় পৃথক ।‌ সেইবাবেই আৱাহন সদায় শীৰ্ষত জিলিকি আছে আৰু জিলিকি থাকিব । খুব কম থিয়েটাৰ আছে যিয়ে আটাইকেইখন নাটককেই সমানভাৱে গুৰুত্ব প্ৰদান কৰে । আৱাহন আৰু আগুৱাওক , ইয়াতকৈও আৰু ভাল আৰু উন্নত মানদণ্ডৰ নাটক ৰাইজৰ মাজলৈ আনক । আৱাহন প্ৰতিগৰাকী লোকৰ এতিয়া আৱেগ ❤ আৱাহন সদায় শ্ৰেষ্ঠ ❤ জয় আৱাহন ❤ জয়তু ভ্ৰাম্যমাণ থিয়েটাৰ ❤ জয় নটৰাজ 🙏
@anythinga.e.z.1937
@anythinga.e.z.1937 5 күн бұрын
অভিজিত ভট্টাচাৰ্যদেৱৰ এইখন এখন অতি সুন্দৰ তথা হৃদয়স্পৰ্শী নাটক।❤
@zxy.5651
@zxy.5651 4 күн бұрын
সঞ্জীৱ দা কন্দুয়াই দিলা বে ।।। ❤❤❤❤ সঞ্জীৱ দা আৰু প্ৰস্তুতি বাৰ এনেকুৱা নিখুঁত অভিনয় সদায় বিছাৰো ।।। সতি বেউলালৈ অপেক্ষা।।।।
@jyotishmaandeka1859
@jyotishmaandeka1859 6 күн бұрын
প্ৰস্তুতি পৰাশৰৰ অনুৰাগী বোৰে এটা এটা like কৰি যোৱা ❤🤗 ।।
@comedydose368
@comedydose368 6 күн бұрын
দুৰ্দান্ত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । তোমাৰ দৰে অভিনেত্ৰী এই অসমত আজিলৈকে কোনো হোৱা নাই । তুমি বহুত সাহসী বা । ❤❤❤❤
@user-sm7kf1fx7f
@user-sm7kf1fx7f 5 күн бұрын
পাঞ্জনা দত্ত আৰু অঞ্জলী চেত্ৰী বহুত ভাল অভিনেত্ৰী।
@nalbarirappa6036
@nalbarirappa6036 5 күн бұрын
আমাৰ কাৰনে অকল প্ৰস্তুতি পৰাশৰ
@ChargedChinmoy
@ChargedChinmoy 2 күн бұрын
​@@user-sm7kf1fx7f agree 💯
@mrriturajsaikia5869
@mrriturajsaikia5869 2 күн бұрын
প্ৰস্ততি বাইদেউ মোৰ প্ৰিয় 😊 যিকোনো ধৰণৰ নাটক চাই ভাল লাগে 😊💞।
@smitadutta8936
@smitadutta8936 6 күн бұрын
সচা‍ঁই এক মনোৰম সম্পৰ্ক । জোন ,বেলি,তৰাৰে ভৰপূৰ আকাশখনৰ দৰে বাই- ভনী , ককাই - ভাই মাজৰ সম্পৰ্কবোৰো বৰ বিশাল হয় । থিয়েটাৰৰ সংজ্ঞা কি সঠিককৈ আজিও জ্ঞান হোৱা নাই , কিন্তু আপোনাৰ প্ৰতিখন থিয়েটাৰেই মোক প্ৰতিটো কথা অনুভৱ কৰিবলৈ শিকায় ।
@rajubonia8235
@rajubonia8235 6 күн бұрын
আপোনাৰ অভিনয় বুলি ক’লে মই পাগল হৈ থাকো চাবলৈ৷
@bileswarborah4730
@bileswarborah4730 4 күн бұрын
সঁচাকৈ মোৰ তেজ মোৰ মৰম নাত খনি অভিনয় কৰা সকলো অভিনেতা/ অভিনেত্ৰী সকললৈ আমাৰ তৰফৰ .......। ভাল লাগিল
@Barbie4796
@Barbie4796 Күн бұрын
যোৱা বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক ❤❤❤❤
@jyotishmaandeka1859
@jyotishmaandeka1859 6 күн бұрын
বহুত এখন সুন্দৰ নাটক উপভোগ কৰিলোঁ ❤ ।। সঁচাই বৰ ভাল লাগিল চাই ❤।। আৱাহন থিয়েটাৰ ❤ ।।
@kakoirajgarhdihanam1592
@kakoirajgarhdihanam1592 2 күн бұрын
ইমান ধুনীয়া৷ উপভোগ্য এখন নাট৷ মোৰ কিন্ত সকলোতকৈ মামা জনক ভাল লাগিল❤❤প্ৰস্তুতি বাক টো কবই নালাগে৷ একদম একক আৰু অনন্য তেওঁ❤❤❤❤❤
@Kaushik632
@Kaushik632 6 күн бұрын
প্ৰস্তুতি বা আৰু বক্সি দাৰ যোৰা টো মজা লাগে।💗🔥
@bidyutdekavlogs7695
@bidyutdekavlogs7695 6 күн бұрын
অপেক্ষা বা । আপোনাৰ নাটক বুলি কলে বেলেগ এটা অনুভৱ হয়। যাত্ৰা ভাল হওঁক।
@rimjimrajbongshi4717
@rimjimrajbongshi4717 5 күн бұрын
Hoi diya......moi o bhut val pao teok....... Love frm nalbari
@jugaldas4421
@jugaldas4421 4 күн бұрын
বহুত ভাল লাগিল চাই মই চাব নাপালোঁ আমাৰ ইয়াতে মাততে সেইবাবে আজি চালোঁ বহুত বেছি ভাল লাগিব গোটে কেইটা অভিনয় চাই।। চকুৰ পানী ওলাই গৈছে।। বাকী দুখন লাগে অপেক্ষা কৰি আছো এইদুখন চাব।। এনেকৈ ভাল দৰে অভিনয় কৰি যোৱা তাৰে কামনা কৰিছোঁ বাইদেউ love you all ❤ Thank you so much ইমান কষ্ট কৰাৰ বাৰে ৩মাহ কষ্ট কৰি আমাক এনেকৈ অভিনয় কৰি দেখাৰ বাবে।। ❤❤❤❤❤ Love from nalbari(SOLMARA)❤
@nishankalita7409
@nishankalita7409 4 күн бұрын
Ardhangini is also available on Prastuti Porasor's KZfaq channel ❤❤
@AnitaDevi-jn1eb
@AnitaDevi-jn1eb 5 күн бұрын
সুন্দৰ কাহিনী।সকলোৰে অভিনয় খূউব সুন্দৰ। কান্দি গলো❤😢😢❤
@priyankamedhi2414
@priyankamedhi2414 5 күн бұрын
প্ৰিয় অভিনেত্ৰী গৰাকী সদাই ভালে থাকক❤❤❤❤❤❤❤
@A_S_H_I_K_2.O-ld7ud
@A_S_H_I_K_2.O-ld7ud 5 күн бұрын
অসমীয়া থিয়েটাৰ বহুত চালো কিন্তু এনেকুৱা কাহিনী নাটক কোনো এখন থিয়েটাৰত দেশা নাপালোঁ 🫡❤️‍🔥। Selut for .....=আৱাহন থয়েটাৰ 🙌❤️‍🔥
@Nidhijyoti564
@Nidhijyoti564 5 күн бұрын
ইমান সুন্দৰ নাটক এখন উপহাৰ দিয়াৰ বাবে ধন্যবাদ। নাটক খন চাই বহুত ভাল লাগিলে আৰু শেষলৈ চকুপানী ওলাই গল।
@barashadas3549
@barashadas3549 3 күн бұрын
@nishitaboruah9028
@nishitaboruah9028 5 күн бұрын
Bahut dhuniya ooo sabole mon jai apunar drama bur mukhor agor pora ❤nuwaru j 😢atea KZfaq t Sai bor vl lgise o❤❤❤bahut morom❤
@rajibbasumatary1994
@rajibbasumatary1994 2 күн бұрын
Bhut dhuniya lagil. Thanks & All the best AWAHAN THEATER all Members,...
@MayaChetri-qq5bh
@MayaChetri-qq5bh 3 күн бұрын
Dhuniya lagise ba❤❤❤❤
@nijaradeka7161
@nijaradeka7161 3 күн бұрын
❤❤❤akou salo baa,stage t saiclo e..bahuut val lagil..Beula khno dbsn plz...
@minaboruah1145
@minaboruah1145 13 сағат бұрын
বৰ সুন্দৰ অভিনয় , ভাল লাগিল ।শুভৰাতি ।
@MridusmitaSarma-ik5nl
@MridusmitaSarma-ik5nl 22 сағат бұрын
Belsor r durga puja t saisilu theatre khn......bahut bahut val lgisil natok khn❤😘
@PubaliBorahboruah
@PubaliBorahboruah 2 күн бұрын
সকলো অভিনয়ে অন্তৰ চুই গ'ল, বহুত ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤
@nabajitroy5012
@nabajitroy5012 2 күн бұрын
Amar pathsalt panir mojt duri duri caicu natok khon ❤❤❤
@pabitrabornilofficial123
@pabitrabornilofficial123 3 күн бұрын
সুন্দৰ ❤❤❤,সতী বেউলা‌ নাটকখন সোনকালেই দিব💖
@user-ee3jk4qo3v
@user-ee3jk4qo3v 5 күн бұрын
Prostuti baa apuni Mur karone xodai best ❤❤
@nikunjadaimary3000
@nikunjadaimary3000 3 күн бұрын
Perfect performance Prostuti baa🥰😍😍👍👌👌💕😘😘❤️❤️
@artist_manmita
@artist_manmita 2 күн бұрын
No one can take your place Baa❤My idol
@runjunhazarika8627
@runjunhazarika8627 2 күн бұрын
Oti hundar prostuti ba great ❤❤❤
@champakdasassamindia5221
@champakdasassamindia5221 5 күн бұрын
বঢ়িয়া
@samudrashankarnarzari1473
@samudrashankarnarzari1473 16 сағат бұрын
Thanks for Sharing.Bhut Bhal lagil Saai❤.
@SoontoraKalita-rr1cc
@SoontoraKalita-rr1cc 3 күн бұрын
উফফ,,,বহুত বেছি ভাল লাগিল চাই কান্দি দিলোঁ ❤❤❤❤❤
@user-pf3gn7lt9g
@user-pf3gn7lt9g 3 күн бұрын
বহুত মৰম,সকলোকে ভালে ৰাখক 🙌🏼❤❤❤🥰
@sanjaykalita5292
@sanjaykalita5292 4 күн бұрын
Missed this drama because of end-sem exams in my college. Thanks, Prastuti baa for uploading it on KZfaq.
@satyaranjanbharali2329
@satyaranjanbharali2329 3 күн бұрын
সুন্দৰ অভিনয়, সুন্দৰ নাটক
@timashreesonowal114
@timashreesonowal114 5 күн бұрын
❤❤❤😢😢😢soku Pani ulai gol,,, bohut vl lagil sai
@nabakumarsaharia9728
@nabakumarsaharia9728 3 күн бұрын
দেওমৰনৈত প্ৰতিকুল বতৰকো নেওচি গৈছিলো চাবলৈ ।বৰ সুন্দৰ নাটক উপভোগ কৰিছো।
@abhijit142
@abhijit142 5 күн бұрын
Manjil daa jui....You just killed every character in every way... wish to see you in different projects 🎉 All the best for a bright future
@emmanueldaimary3073
@emmanueldaimary3073 5 күн бұрын
বহুত ধুনীয়া লাগিছে চাই
@dhritismitakalita3621
@dhritismitakalita3621 5 күн бұрын
tq baa aibar xoti beula khon dibo . kak kak xoti beula lage like kori juya ❤❤
@pinkumoniborah5914
@pinkumoniborah5914 5 күн бұрын
কেনেকৈ ইমান সুন্দৰ অভিনয় কৰিব পাৰে। আপোনাৰ অভিনয়ত আপ্লুত হও। কাহিনী বহুত ধুনীয়া। সকলোৰে অভিনয় বহুত ধুনীয়া।
@emmanueldaimary3073
@emmanueldaimary3073 5 күн бұрын
বহুত ধুনীয়া লাগিছে চাই ❤❤❤
@ranujyein1401
@ranujyein1401 6 күн бұрын
প্ৰস্তুতি বাৰ বাবে লাইক 👍
@papeedeka9616
@papeedeka9616 4 күн бұрын
Bht vl lagil sai,kandi pelaisu,emn xundar ovinoi
@bidyutblocks6758
@bidyutblocks6758 6 күн бұрын
Moja prostuti ba xundor abhinoi ❤❤❤❤❤❤😮😮😮😮😢😢😢😢😢😢
@myhappylife-i2k
@myhappylife-i2k 5 күн бұрын
আমাৰ মঞ্জিল য’তেই যায় তাতেই জুই লগাই থৈ আহে৷ Bad boy is জুই৷ Well done Monjil❤️
@janakdeka7648
@janakdeka7648 Күн бұрын
Wow bhut bhut Val lgil aekhn natoko Sai .
@dg86e9
@dg86e9 6 күн бұрын
Acting mani goisu ❤ apunar dore aru kunu nulabo ❤
@nanditagogoi4155
@nanditagogoi4155 5 күн бұрын
বা আপোনাৰ অভিনয় কথা কি কম কবলৈ ভাষা নাই। তথাপিও কও আপোনাৰ অভিনয় অতি সুন্দৰ। ❤❤❤❤❤
@nikumanihaloi99
@nikumanihaloi99 2 күн бұрын
Bohut bhal lagil ba..sabor babe roi asilu ❤️❤️
@jatamatavlogs5434
@jatamatavlogs5434 5 күн бұрын
কোনে কোনে এবাৰতকৈ বেছি ছাইছে লাইক কৰা
@Dramaguru123
@Dramaguru123 4 күн бұрын
Top no-1 🎭🎭drama
@AskBangla69
@AskBangla69 2 күн бұрын
সতী বেউলাই লৈ অপেক্ষা কৰি আছো অতি সোনকাল দিয়ে যেন
@JumiBora-ks7ce
@JumiBora-ks7ce Күн бұрын
সকলোকে অভিনয় কৰা ভাল লাগিছে বা
@amiyamoran6608
@amiyamoran6608 4 күн бұрын
Aru olp dighal hua heten jen lagil o baaa..... Hepahai nopolal ki kom.... Emn bolistha ovhinoy hokolure..... Natun borkhor babe huvaishya jonalu dai......❤❤❤❤
@lipikachetiya6641
@lipikachetiya6641 2 күн бұрын
প্ৰস্ততি.বা.সকলোতে.ভাল.লাগে❤
@Megharanjan.346
@Megharanjan.346 5 күн бұрын
অতি সুন্দৰ, প্ৰস্তুতি বা 🥰🙏
@DhritishmaBasistha-vf3el
@DhritishmaBasistha-vf3el 5 күн бұрын
Thank you ba upload kora babe❣️
@rimideuri8800
@rimideuri8800 2 күн бұрын
Prostuti bar karne moi pagol......bht val paw moi...bar kotha kunubai beyake kole mor bht khow uthe...
@aftarhusein5742
@aftarhusein5742 3 күн бұрын
Bhut bhute val hsi tini bar hl mur sawa
@user-vo4rh1ww3o
@user-vo4rh1ww3o Күн бұрын
Kandi golu dei...bor hundor obhinoy...
@DasBanashree-rv6zz
@DasBanashree-rv6zz 4 күн бұрын
Ajiloke jiman bar ji kahini nahak kio proshti ba he sakur pani ulaba parise mok❤...xodai val loga kahini hou thakok...xaklore avinoy dhuniya
@sharmisthasarmah1682
@sharmisthasarmah1682 6 күн бұрын
Very nice ❤
@muninsaikiamoonsaikia7384
@muninsaikiamoonsaikia7384 2 күн бұрын
❤❤❤❤
@prohladbhuyan8001
@prohladbhuyan8001 5 күн бұрын
Bohut ধুনীয়া লাগিল চাই,,,
@SarupaSonowal-dq3vx
@SarupaSonowal-dq3vx Күн бұрын
Bohut val lagil.aru dukhu lagil
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 4 күн бұрын
Moja❤
@dhirenduwarah932
@dhirenduwarah932 4 күн бұрын
সুন্দৰ সুন্দৰ বাইদেউ
@nitulboruah4000
@nitulboruah4000 2 күн бұрын
বহু তভালাগিছে❤❤❤❤❤❤❤❤
@pranabkumartamuli5828
@pranabkumartamuli5828 3 күн бұрын
Bhal lagil sai, tatkoi val lagil youtube t natok khon sable hubidha kori diyar babe, aagloiu Ane dore hubidha kori dib buli aakha thakil
@MalabikaKalita
@MalabikaKalita 3 күн бұрын
Bohut val lagile sai
@ajranbirofficial2994
@ajranbirofficial2994 5 күн бұрын
সঞ্জীৱ দা আৰু প্ৰস্তুতি বা অভিনয় বহুত ভাল লাগিছে |
@manashiboruah6531
@manashiboruah6531 5 күн бұрын
কাহিনী আৰু অভিনয় দুয়োটাই সুন্দৰ হৈছে ।
@Siyehhh
@Siyehhh 5 күн бұрын
Khub dhuniya abhinoy hokolure❤
@sampikachari7187
@sampikachari7187 4 күн бұрын
বহুত ধুনীয়া
@bhumikakalita
@bhumikakalita 5 күн бұрын
Manjil da jui acting
@dipjyotideka1282
@dipjyotideka1282 2 күн бұрын
Ba always good.. God bless u ba ❤
@hiramoni5602
@hiramoni5602 5 күн бұрын
O Baa xoti beula theatre khon o upload diba sun plzzz 🙏🙏🙏 Bhut dhuniya hoi apunar acting tu 👌👌👌
@deepjyotidas7198
@deepjyotidas7198 2 күн бұрын
Prastuti ba and all team is great actor
@Lijakalita462
@Lijakalita462 5 күн бұрын
আপোনাক বহুত বহুত ভগবানে শক্তি দিয়ক আৰু ৰাইজ ক ধুনিয়া ধুনিয়া নাটক উপহাৰ বোৰ দিবলৈ❤❤
@paragjyotidas5484
@paragjyotidas5484 12 сағат бұрын
Xosai val lagil oo
@minakshiborah2925
@minakshiborah2925 3 күн бұрын
Awesome...waiting for next drama
@rabiabegum453
@rabiabegum453 4 күн бұрын
অপূৰ্ব অভিনয়
@JayantaNayaK-c5t
@JayantaNayaK-c5t 5 күн бұрын
ধূনীয়া প্ৰতীভা আছে তোমালোকৰ বিবেচনাৰ ওপৰত ❤❤❤
@MayaChetri-qq5bh
@MayaChetri-qq5bh Күн бұрын
Bhut bhal lagise o ba
@kanishkadas4935
@kanishkadas4935 4 күн бұрын
Iman val lagisile monshot saboloi ❤
@Keshariya.1234
@Keshariya.1234 5 күн бұрын
Mojja lagil sai.... Sanjib daa prastuti baa jui
@haridatta2439
@haridatta2439 2 күн бұрын
Nice 👍👍👍❤❤❤❤ ilove you all thater family ❤❤ from dhemaji
@koilashdas4128
@koilashdas4128 4 күн бұрын
Xoti beula khon dibo plese prastutri baa full dram❤❤
@paragsway
@paragsway 5 күн бұрын
প্ৰস্তুতি পৰাশৰ অদ্বিতীয় । মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী ।
@chayanikaroy1264
@chayanikaroy1264 4 күн бұрын
সুন্দৰ ❤
@jaminihazarika5238
@jaminihazarika5238 2 күн бұрын
Val lagil dei sai❤❤
@parashmoniborahofficial7126
@parashmoniborahofficial7126 2 күн бұрын
Bohut dhunia ❤❤
@nitumoniborah3113
@nitumoniborah3113 5 күн бұрын
Bohut dinorpora wait kori asilu .apunar ovinoi bohut val lage❤❤❤
@jhankardutta7652
@jhankardutta7652 5 күн бұрын
কলমৰ জুৰ বহুত বেছি... বহুত বেছি ভাল লাগিল🥰
ОДИН ДЕНЬ ИЗ ДЕТСТВА❤️ #shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН
NERF WAR HEAVY: Drone Battle!
00:30
MacDannyGun
Рет қаралды 13 МЛН
Jangia || Assamese Short Film || 2024
14:15
Rhino Films
Рет қаралды 118 М.
ПРЕДСКАЗАТЕЛЬ БУДУЮЩЕГО
1:00
КиноХост
Рет қаралды 4,4 МЛН
I want to play games. #doflamingo
0:20
OHIOBOSS SATOYU
Рет қаралды 11 МЛН
Идеальный день ребёнка😂
0:11
МишАня
Рет қаралды 1,8 МЛН