No video

উপ-নিৰ্বাচনে কেৰোণ লগাইছে বিৰোধী ঐক্যত

  Рет қаралды 25,374

Pratidin Time

Pratidin Time

Күн бұрын

উপ-নিৰ্বাচনত বিৰোধী ঐক্যৰ মধুচন্দ্রিকা অৱসানৰ ইংগিতৰ পাছতে যুযুধান ৰূপত বিধায়ক অখিল গগৈ আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা। বাদ-বিবাদৰ মাজতে সৰৱ হ’ল বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ। বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বুজাপৰা আৰু এৰা-ধৰাৰ মাজেৰে আগবাঢ়িবলৈ সকলোকে আহ্বান লুৰীণজ্যোতি গগৈৰ।
#pratidintime #opposition #clash #assam

Пікірлер: 58
@Aditygogoi123
@Aditygogoi123 Ай бұрын
মানুহে কঙগ্ৰেচক ‌ভোট দিয়া নাছিল,,, গৌৰব, অখিল আৰু লুৰিণৰ মুখলৈ চাই হে ভোট দিছিল,,, ইমান দম্ভালি কিহৰ এই মানুহ টোৰ
@pikusaikia5953
@pikusaikia5953 Ай бұрын
প্ৰতিদিন টাইমৰ বেয়া লাগিছে চাগে
@Mrinal316
@Mrinal316 Ай бұрын
Atiya akhil gogoi Ali Khan aru bupen borah kelei fighting korise😂😂😂
@M.G.615
@M.G.615 Ай бұрын
অখিল, লুৰিণে ৰাহুল গান্ধীৰ গাত,গা,লাগি ফটো উঠা পৰিণাম ভুগিবই লাগিব।
@parag_gogoi
@parag_gogoi Ай бұрын
মানুহে বিজেপিক যিমান বেয়া পায় তাতোকৈ বেছি কংগ্ৰেছক বেয়া পায়। গৌৰৱ গগৈৰ ব্যক্তিত্ব চায়হে মানুহে ভোট দিছে.... ভূপেন বৰাই ভালদৰে জনা উচিত।
@puspendradas-b7g
@puspendradas-b7g Ай бұрын
Bhupen borar kotha navabibo dada apuni gourab k jikaouk plz
@user-is5ic2ee9q
@user-is5ic2ee9q Ай бұрын
সকল্যেয়েই সত্য কথা কৈছে। বিৰোধী ঐক্য এক হৈ উপনিৰবাচন হওক বা বিজেপি ৰ লগত নিৰ্বাচন খেলিলে সকলয়ে এক হৈ BJP বিদায় দিব লাগিব।।
@hemantamahanta8384
@hemantamahanta8384 Ай бұрын
বিৰোধি এক হৈও ৩ খন আসন পালে বিজেপিক ৰুধিব ইমান সহজ নহয় কাৰণ ৰাইজে উন্নয়ন বিছাৰিছে ।অসমত নজিৰ নাই কোনো চৰকাৰৰ ইমান নিবনুৱাক চাকৰি দিয়া আগৰ চৰকাৰৰ
@bakulboruah2026
@bakulboruah2026 Ай бұрын
২৬ ৰ আগত ভুপেন বৰাই যাতে ভৰিত যাতে কুঠাৰ মাৰি নলয়।অখিল আৰু লুৰীণক সমানে লৈ আগবাঢ়ক।নহলে কংগ্ৰেছৰ দশা ২১ ৰ নিচিনাই হব।
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
ভূপেন বৰাৰ মন্তব্য শুদ্ধ নহয়, তেও অকল কংগ্ৰেছ দলৰ ওপৰত প্ৰাধান্য দি কথা কৈছে
@glow_iq
@glow_iq Ай бұрын
অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে বিগত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত NOTA ৰ বুতাম টিপি কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক। উৎস: বাণীকান্ত কাকতি দেৱৰ " কলিতা জাতিৰ ইতিবৃত্ত" আৰু Wikipedia এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।
@puspendradas-b7g
@puspendradas-b7g Ай бұрын
Kolitat ke tumi bjp r bhokta toll gate free pass dise ne ki? Model eke
@AkhimBuragohain
@AkhimBuragohain Ай бұрын
আহোমকলৈ ইমান জ্বলিছ কিয় অ।
@nilutpolsaikiaofficial7604
@nilutpolsaikiaofficial7604 Ай бұрын
সত্য কথা কৈছে, অখিল গগৈয়ে
@monalishachetri2348
@monalishachetri2348 Ай бұрын
Right
@dbhargab
@dbhargab Ай бұрын
2026 ত INDI মৰ্চাই উমৈহতীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে বিজেপিয়ে 100+ আসন লাভ কৰিব লগতে 2026 ৰ নিৰ্বাচনৰ পূৰ্বে সৰ্বভাৰতীয় পৰ্যায়ত সমষ্টি পুনঃ নিৰ্ধাৰণ হ’ৱলৈ গৈ আছে ,সমষ্টিৰ সংখ্যা 160+ হৱগৈ তাৰ বাবেও প্ৰস্তুত ৰাখক ।
@manabjyotidas6756
@manabjyotidas6756 Ай бұрын
Bhupen Bora bhula comments from Hyderabad
@anilthakuria5455
@anilthakuria5455 Ай бұрын
Jai Shree Ram Jai Hind Jai Bharat
@bnd471
@bnd471 Ай бұрын
Bhupen borai Congress ses koribo...eman dombhali kotha kowa manuh Congress or president kio patile gom napaw... Bhupen borar xoloni blg manuhok president patilehe 2026t Congress agbarhibo
@taruntalukdar2776
@taruntalukdar2776 Ай бұрын
কংগ্ৰেছক মানুহে ভোট দিয়া নাছিল। অখিল আৰু লুনীনক চাইহে ভোট দিছিল ।
@puspendradas-b7g
@puspendradas-b7g Ай бұрын
Stupid rajniti bujie napau Non....
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
ভূপেন বৰা লৈ অনুৰোধ যি কৰে বিৰোধী ঐক্য মঞ্চৰ আলোচনা মৰ্মে হে কামত আগবাঢ়িব। নহলে বিপক্ষই সহজে সুবিধা লব।
@puspendradas-b7g
@puspendradas-b7g Ай бұрын
Dada good comment
@PriYamHA
@PriYamHA Ай бұрын
অকলে নিৰ্বাচন খেলিবলৈ হ'লে হাৰিব খাতাং।যিহেতু পুৰণা কংগ্ৰেছ এতিয়াও ভেটি মজবুত কৰা নাই। গতিকে ডাঙৰী 4:16 য়া এতিয়া ই অকলে আগনাবাঢ়িব 4:37 4:41
@user-gl3mx8cw5c
@user-gl3mx8cw5c Ай бұрын
Actually carect
@dharmeswarsaikia2356
@dharmeswarsaikia2356 Ай бұрын
You are right
@KanakLoying
@KanakLoying Ай бұрын
Up nibasone hok ba 26 nibason hok indi alarence hok akhil and luint gogoi khelile val hobo
@mintumedhi2330
@mintumedhi2330 Ай бұрын
Nangol kokay toy bule atiya akole election khela kiyo khahokh mai
@puspendradas-b7g
@puspendradas-b7g Ай бұрын
Bhupen borak mama e manage koribo mama u r best
@probodhgogoi4879
@probodhgogoi4879 Ай бұрын
Akhil gogoi dangoriar kotha but ak dom right
@julhaz3336
@julhaz3336 Ай бұрын
Should discuss among INDI Alliance parties about By Election of Assam. Then the INDI Alliance may get success otherwise it will be a loss.
@Jibonsaikia-jh7ui
@Jibonsaikia-jh7ui Ай бұрын
Best
@Jibonsaikia-jh7ui
@Jibonsaikia-jh7ui Ай бұрын
Good
@AshikLaskar-bh6jl
@AshikLaskar-bh6jl Ай бұрын
অতি সত্ত্বর ভূপেন বরা কে সরাতে হবে
@ArupDas-qr6qc
@ArupDas-qr6qc Ай бұрын
অখিল আৰু ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ কথা বোৰৰ একো মূল্য নোহোৱা যেন লাগে আজি এটা কয় কালি এটা কয় ইমান উৎপাত কিহৰ জিকিব জানোঁ উপ নিৰ্বাচনত কি ঠিক 0 আহিব পাৰে এনে মিছা মিছি মিডিয়াৰ আগত ডাঙৰ ডাঙৰ কথা কয় লাভ নহয়।
@user-io2ku7sf8d
@user-io2ku7sf8d Ай бұрын
Ok rite kotha koi sa .. Akhil da
@DwiganBaro
@DwiganBaro Ай бұрын
Akhil. Gogoi. Zindabad, I,N,D,I,A, alince. Party. Zindabad, congress. Zindabad, Rahul. Gandhi. Zindabad,
@dwipenphukan2021
@dwipenphukan2021 Ай бұрын
Parib janu bora dangoria apunanr bhul hidhanto haribo monot rakhibo
@irfanhoque1346
@irfanhoque1346 Ай бұрын
Akhil Gogoi obihone Congress haribo khtang... Congress ohongkari party....
@dilipkrsharmah3384
@dilipkrsharmah3384 Ай бұрын
Akhil gogoi deve xudho kotha koisae Congress presidentor montayibo val nalagil
@prasantakumargogoi8972
@prasantakumargogoi8972 Ай бұрын
Failer is 100/ confirm
@rupanjalikaibarta5518
@rupanjalikaibarta5518 Ай бұрын
Bhupen borah karne congress haribo
@debasishbora7611
@debasishbora7611 Ай бұрын
Milijuli kla solibo nuare nki
@user-lr6gh5kt8q
@user-lr6gh5kt8q Ай бұрын
Akhil Gogoi Aru Lurinjyoti Gogoi, k Logot Congress Okoluwa Mili Alusona Koratu Val hobo.
@manashjyotiray5648
@manashjyotiray5648 Ай бұрын
Akhil Daa Aru Ranjan Daimary lgt Central Ghyt thaki oha moi valke janu teolokok
@movieclips9771
@movieclips9771 Ай бұрын
Kam nai...5 tai BJP jikibo
@user-gl3mx8cw5c
@user-gl3mx8cw5c Ай бұрын
Okle khei dekha nai toi jodi dom ase
@azimuddinhm.d.nagabandhabi6356
@azimuddinhm.d.nagabandhabi6356 Ай бұрын
Please don't make division among you. It is challenged that if we divide me must downfall. Please come to corosponding.
@rajusaikia2328
@rajusaikia2328 Ай бұрын
26 ত আমি কংগ্ৰেছক সমৰ্থন কৰিম কাৰণ কোনো দলক বিশ্বাস কৰিব নোৱাৰো
@success2089
@success2089 Ай бұрын
Bhupen Bora eta goru
@deadlydrax2711
@deadlydrax2711 Ай бұрын
Congress should take steps very carefully about any disition.
@vickypasari639
@vickypasari639 Ай бұрын
Khale aru khobor atia loge eku hua hai aru hator onko start hole bhupen bora kena logale kela
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo Ай бұрын
Right
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 20 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 47 МЛН
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 366 М.
24 GHANTA WITH ATANU BHUYAN || EPISODE OF MARCH 2 PART 2
7:56
Satya - The Truth India
Рет қаралды 730 М.