No video

পুনৰ উঠিল বুলেট, বন্ধনৰ প্ৰসংগ। নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আশাবাদী নৱ-প্ৰজন্ম।

  Рет қаралды 525,608

News Live

News Live

Күн бұрын

~অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লৈ আশাবাদী নৱ-প্ৰজন্ম।
~পুনৰ উঠিল বুলেট, বন্ধনৰ প্ৰসংগ। ভাগিনহঁতৰ মুখত বিৰিঙিছে হাঁহি।
~মাইক্ৰ' ফাইনেন্সে জুৰুলা কৰা মহিলাসকলৰ মুখতো এতিয়া হাঁহি।
~মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ সকাহ দিব বুলি আশাবাদী মহিলাসকল।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1 000
@assamesemixvideo1313
@assamesemixvideo1313 3 жыл бұрын
সৰ্বানন্দ সোনোৱাল চাৰৰ কাৰণে এটা লাইক ❤❤❤❤ 🙏জয় আই অসম🙏
@AssameseMixStatus
@AssameseMixStatus 3 жыл бұрын
🙏🙏❤❤❤
@himakshidas252
@himakshidas252 3 жыл бұрын
👎👎👎👎👎
@rinkymonientertainment2221
@rinkymonientertainment2221 3 жыл бұрын
মূল্য বৃদ্ধি কম হ'লেই হয়....কিয়নো..আমাৰ দৰে দুখীয়া শ্ৰেণীৰ মানুহৰ চলিবলৈ বহুত অসুবিধা হৈছে...অকনমান দয়া কৰিব চাৰ
@santanumarq7007
@santanumarq7007 3 жыл бұрын
Thik koiso
@gopinath-yf4pn
@gopinath-yf4pn 3 жыл бұрын
Hoi deok
@dadudas3884
@dadudas3884 3 жыл бұрын
Right bow
@Mr.AJIT.ALI3352
@Mr.AJIT.ALI3352 3 жыл бұрын
Hoi 😭😭
@pankajaxom8521
@pankajaxom8521 3 жыл бұрын
Modik vote dile. Mitha tel daam 500 toja hbo
@raktimchiring
@raktimchiring 3 жыл бұрын
মামা বুলেট দিব নেলাগে 😭 পাৰে যদি বস্তু বিলাকৰ দাম কমাই দিয়ক 🙏🙏
@babulnathdhan8617
@babulnathdhan8617 3 жыл бұрын
Right
@rohanjyotisaikia2754
@rohanjyotisaikia2754 3 жыл бұрын
Right
@bikromsaikia6204
@bikromsaikia6204 3 жыл бұрын
Raktim chiring apunar carton video bur val lage hodai sau
@mitrabrindabordoloi1997
@mitrabrindabordoloi1997 3 жыл бұрын
যোগ্যতাৰ ভিত্তিত যদি দুখীয়া পৰিয়ালৰ একোজন ব্যক্তিক সংস্থাপন দিয়ে তাতোকৈ আৰু উপকাৰ নাই 🙏
@rdvlogs9533
@rdvlogs9533 3 жыл бұрын
U r right
@rajchetry4828
@rajchetry4828 3 жыл бұрын
Yes bro
@rdvlogs9533
@rdvlogs9533 3 жыл бұрын
@@rajchetry4828 hi..bro
@nirodemoran4224
@nirodemoran4224 3 жыл бұрын
চৰকাৰ অনেক আহিল আৰু গল।তেনেকৈ মূখ্যমন্ত্ৰীয়ো পালো বহুত কেইজন। দুখীয়াৰ বাবে অনেক আচঁনি আনিলে আৰু ৰূপায়নো কৰিলে। কিন্তু মধ্যবিত্ত পৰিয়ালবোৰৰ বাবে বৰ বেছি চিন্তা কৰা যেন নালাগে।
@assamesemixvideo1313
@assamesemixvideo1313 3 жыл бұрын
মধ্যবিত্ত পৰিয়ালৰ একো সুবিধা নাই😢
@user-zz7wf7yv3x
@user-zz7wf7yv3x 3 жыл бұрын
Hosa kotha..
@kbhassam4066
@kbhassam4066 3 жыл бұрын
Himanta Bishwa Sharma zindabad
@sibaniray1311
@sibaniray1311 3 жыл бұрын
Thik katha
@assamramboh7719
@assamramboh7719 3 жыл бұрын
Xosa kotha
@ankurofficeal7928
@ankurofficeal7928 3 жыл бұрын
ছাৰ আগতে নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব, বুলেট দিলে একো নহ'ব ছাৰ বছৰি ছাৰ এক লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিব পাৰে তাৰ চিন্তা কৰিব ছাৰ আপোনালৈ অনুৰোধ থাকিল ছাৰ 🙏🙏
@alpanagogoi5429
@alpanagogoi5429 3 жыл бұрын
আপুনি ছোৱালী বোৰক ইস্কটি দিলে এতিয় লৰা বোৰক বুলেট দি কি কৰিব বিচাৰিছে টেল দিপু এটা খুলি দিব তেতিয়া মাক, দেউতাকৰ চিন্তা নাথাকে অসমত বহু কিছু কৰিব লগিয়া আছে সেই বোৰ কৰক মুখমন্তী ডাঙৰীয়া... চাকৰি দিয়ক নৱ প্ৰজন্মৰ বাবে ভাল চিন্তা কৰক বুলেট দি লৰা বেয়া নকৰিব
@kangkankalita5562
@kangkankalita5562 3 жыл бұрын
বুলেট দিয়াতকৈ নিবনুৱা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰাতো বেছি প্ৰয়োজন।
@priya35766
@priya35766 3 жыл бұрын
বুলেট দিয়াতকৈ নিবনুৱা যুৱক যুৱতি সকলক একোটাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰক ,তেতিয়া নিজেই বুলেট কিনিব পাৰিব।
@bobykalita2911
@bobykalita2911 3 жыл бұрын
নিবনুৱা সমস্যাৰ বাবে বিশেষ ভাৱে গুৰুত্ব দিব sir । মধ্যবিত্ত পৰিয়ালৰ বহুত সমস্যাৰ সৃষ্টি হৈছে ।
@aparajitatamuli7273
@aparajitatamuli7273 3 жыл бұрын
💯 shosa
@nikhilgogoi2137
@nikhilgogoi2137 3 жыл бұрын
অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ অভিনন্দন জনালো। লগতে নিৰ্বাচন ৰ সময়ৰ প্ৰতিশ্ৰুতি বিলাক যাতে আখৰে আখৰে পালন কৰে তাৰ প্ৰতি অনুৰোধ থাকিল🙏🙏
@jagadishnath2656
@jagadishnath2656 3 жыл бұрын
ঝৃণ ললে মাৰিব লাগিব কিন্তু এই ভুক্তভোগী শব্দটো কৰ পৰা আহিল মাইক্ৰফাইনেন্সে নিজে দিয়া ৱাচিল নহয় লৱ খোজাৰ বাবেহে উচিত প্ৰমান প্ৰত্ৰ চায় দিছিল
@bhesojbaruah8725
@bhesojbaruah8725 3 жыл бұрын
মই জনা ভালেমান মহিলাই পুতেক/জীয়েকক. Smartphone কিনি দিবলৈ ও বন্ধন গোটৰ পৰা ঋণ লৈছিল অৱশ্যে বহু গৰাকীয়ে ভাল ব্যৱহাৰ কৰাৰ কথাও জানো।
@dadudas3884
@dadudas3884 3 жыл бұрын
Loun luwa past mobile loi kyny level, sarkary hyi loun r poisa kr pora dib hyi loun r buja bur aamar assam r jontar r uport hy dib ohh kiba 1 ta % discount dib pary
@user-ds2gd9rf1r
@user-ds2gd9rf1r 3 жыл бұрын
আকৌ এবাৰ শক্তিশালী বিজেপি চৰকাৰ...💪💪💪...🇮🇳🇮🇳🇮🇳...🙏🙏🙏...🇮🇳🇮🇳🇮🇳জয় আই অসম🇮🇳🇮🇳🇮🇳...
@engrajvlog2473
@engrajvlog2473 3 жыл бұрын
Mama amak Bullet nlage matu Assam police interview joldi patok,🙏🙏
@shrimanushimashibanishanko3199
@shrimanushimashibanishanko3199 3 жыл бұрын
@SubraT PandiT tumi adin boyakh hoi nibonua nohoba neki...nee bullet e vat khuwab khani khani
@shambhudas8229
@shambhudas8229 3 жыл бұрын
Right
@islamuddinahmed6879
@islamuddinahmed6879 3 жыл бұрын
মৰমৰ মামা।তুমি মুখ্যমন্ত্ৰী হোৱাৰ বাবে মই বহুত ভাল পাইছো
@rahulchetry9277
@rahulchetry9277 3 жыл бұрын
পাৰিলে আমাৰ দৰে দুখীয়া সহায় কৰক তামিলনাডুত থাকি যেনে তেনে ঘৰ খন চলি আছে আকৌ তামিলনাডুত লকডাউন এতিয়া চিন্তা কৰি পাৰ নাপাওঁ কেনেকৈ জীৱনটো চলাম
@altufaltumotivation1004
@altufaltumotivation1004 3 жыл бұрын
Sir মিঠাতেল কেৰাহিক দেখুৱাই আনিব লগা হৈছে কিনিব নৰা হৈছে কিবা এটা কৰিলে ভাল হয় আৰু
@Mr.AJIT.ALI3352
@Mr.AJIT.ALI3352 3 жыл бұрын
Yes bro 🙏
@birajhukai2415
@birajhukai2415 3 жыл бұрын
Bulet ৰ পৰা এখন ঘৰ নচলে আনকি টকাৰ খৰচ হে হব so পাৰিলে ভাল admission ৰ কিতাপ পত্ৰ বোৰ আৰু fees বোৰ ফ্রী কৰি দিলে ভাল হব যাৰ দ্বাৰা মধ্য বিত্ত পৰিয়ালৰ লৰা ছোৱালীবোৰে অথচ টকাৰ অভাৱত পহা শুনা এৰি নিদি জীৱন গঢ়ত গুৰুত্ব দিবলৈ সুযোগ পাব কাৰণ বহুতে টকাৰ অভাৱত পঢ়া শুনা এৰি দিয়ে ।
@DKonwar7853
@DKonwar7853 3 жыл бұрын
Bulet di Jubo projnmk Hokak diatk Assmt keita man industry bohai assmr nib nuwa nira moi krib lage .jdi jub prjonm mur hte 1k mt like krib..
@santanumarq7007
@santanumarq7007 3 жыл бұрын
Industry tu bohut ase kintu ghor solabo nuwara sallary gotike sallary borhai dile bhal hobo...
@nabadeepbhat9436
@nabadeepbhat9436 3 жыл бұрын
কেলেংকাৰী নকৰাকৈ সাক্ষাতকাৰবোৰ পাতক সেয়ে বহুত।
@aftabulchoudhury8860
@aftabulchoudhury8860 3 жыл бұрын
বন্ধনৰ ঋনৰ কিস্তি মাফ কৰাত কৈ নিবনুৱা সকলক চাকৰি দিয়ক.বন্ধনৰ ঋনৰ কিস্তি মাফ কিয় কৰিব লাগে.চৰকাৰক সুধি ঋন লৈছিলে নেকি
@sourobhphukan8802
@sourobhphukan8802 3 жыл бұрын
বুলেটখন দিয়া কথা ভবাতকৈ অসমৰ নিবনুৱা সমস্যা ওপৰত বেছিকৈ গুৰুত্ব দিব বুলি আশা ৰাখিলো নতুন চৰকাৰ খনৰ পৰা ৷
@user-ds2gd9rf1r
@user-ds2gd9rf1r 3 жыл бұрын
অক্লান্ত যোদ্ধা হিমন্ত বিশ্ব শৰ্মাদেৱ...👍👌🇮🇳🙏
@deepjyotidas5539
@deepjyotidas5539 3 жыл бұрын
Employment diok.....bike nelage....sir....job hole sob hobo
@gitumonibora6511
@gitumonibora6511 3 жыл бұрын
Mama napahrib. 2018-19 batch scooty bur kintu . Dealer pra dia nai. Seikarne dealer Burk. Dib. Order diak mama. 🙏🙏🙏🙏
@jnandeepchetia6622
@jnandeepchetia6622 3 жыл бұрын
নহব টকা দি থাকক । নহ'লে বিপদত পৰিব । লোন লওঁতে মৰা চহী কেইটা ক'ত কি ভাবি মাৰিছিল ??
@arupbarman8115
@arupbarman8115 3 жыл бұрын
প্ৰথম পদক্ষেপ গ্ৰহণ কৰা উচিত অসম চৰকাৰে মাইক্ৰ ফাইনেন্সৰ লোন বিলাক মাৰি দিয়া অসমৰ বাবে হ'ব মুখ্যমন্ত্ৰী ভগৱান কাৰণ সাধাৰণ জনতাই আশীৰ্বাদ দিব ।
@raktimboruah2348
@raktimboruah2348 3 жыл бұрын
Um hoi thicke koise ..loan loi mas mankho khai atia loan dibo nuari sorkar loi bat sai ase ...anekua hole axom r val unnoti hobo 😛
@shrimanushimashibanishanko3199
@shrimanushimashibanishanko3199 3 жыл бұрын
Xosa kotha...laon loi ki kori asey dekhisuh...sycoty,bike kini tohal diu tee jai...luwa timet sorkare gr e gr e koi goisil neki loan luwa kotha tuh atia jeh sarkar loi thelise...atia u bohut kam asey koriboloi....gus gas nulua k karmo khongsathapon diok,,,gaon dalal buror hatot poisa nidi niditho ata ata sorkari sakori d gaon unoyn kora kotha vabiboh hol...nohole rajniti roja korbat e thake...gaon dalal bureh hee ata cm koi besi poisa 1month e pai...gaon loi oha poti tuh kamr poisa khai...sarkare dekh khonr niyontont aniboh hol...dam bohai untoti korim bulih vakhonr tetia poujon nohoboh...nohole bojar,sakori ata kini loute toka poisa jui lagiboh...kune kimn diboh pare take dim bulih sologan bajiboh..... kotha bur vabi suwa time ahi gol...itu dim xitu dim koi nijor paipo luwa din bur ukolibho hol...
@amritmixed515
@amritmixed515 3 жыл бұрын
Aru noloy,aibare last
@chetrybhaibimal4615
@chetrybhaibimal4615 3 жыл бұрын
সকলোকে মাস্ক লগাব লাগিব বুলি কৈ এতিয়া নিজে মাস্ক পিন্ধা নাই ।।। নে চৰকাৰক কৰোনা নেলাগে নেকি ।।।
@nanigopal4399
@nanigopal4399 3 жыл бұрын
Duita dose loi aajori
@bhadekrishnason7748
@bhadekrishnason7748 3 жыл бұрын
আমাৰ নতুন মূখ্যমন্তী হিমন্ত বিশ্ব শমা ডাঙৰীয়ালৈ অভিনন্দন জনালো মোৰ আপোনালৈ এটা অনুৰোধ আপোনাৰ চৰকাৰে লৰাবোৰক bullet মটৰ চাইকেল দিম বুলি কৈছিলে ম‌ই এইটোৰে কব বিছাৰিছো যে Bullet bike নিদি লৰাবোৰক ৫০০০০ হাজাৰকৈ লোন দিয়ে যাতে বেকা থকা লৰাবোৰে এই টকাৰে নিজৰ ভৰিত থিয় দিব পাৰে আপোনালৈ এয়াই মোৰ অনুৰোধ ধন্যবাদ
@niharikaboro4071
@niharikaboro4071 3 жыл бұрын
Mama, Assam't keitamaan complete Assam Government industry bonai diyok, jot manager to labour sob Assamese citizens job pai.. Unemployment dur hobo logote products bur sale korile government'r poisa ahibo. Those who agrees to me hit likes 👍
@bhupenchandrahazarika1583
@bhupenchandrahazarika1583 3 жыл бұрын
অসমৰ নব নিৰ্বাচিত মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । লগতে দেশ আৰু দলৰ স্বাৰ্থত ক্ষমতাৰ লোভ ত্যাগ কৰি মহানতাৰ পৰিচয় দিয়া সৰ্বানন্দ সোনোৱাল মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিলো । যুৱক সকলক বুলেট দি নিচুকাই থকাৰ পৰিবর্তে কৰ্মসংস্থানৰ দিহা কৰিব বুলি আশা কৰিলো ।
@desigamersvaai2000
@desigamersvaai2000 3 жыл бұрын
মাইক্ৰফাইনেছ বন্ধন গোট ইত্যাদিৰ বোৰে অসমৰ খাটি খোৱা পৰিয়াল বোৰক মিছা পলোভন অংক দেখাই ঠগবাজি কৰি পিছত এটা বা দুটা সপ্তাহ পইচা দিব নোৱাৰিলে 20% সুত লগাই সুতৰ পিছত সুত লগাই শেষ কৰিছে গতিকে আশিবাদি এই সমুহ লুণ্ঠন কাৰিয়ে অসমীয়া দুখীয়া পৰিয়াল সমুহক পানীত হাঁহ নচৰা কৰি বিদেশত পুঁজি পতি হৈছে গতিকে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমুহ পৰিয়ালক সকাহ দিয়ে যেন 🙏
@pankajtripathi6263
@pankajtripathi6263 3 жыл бұрын
মামা Bullet নিদিব পঢ়া লৰাই bullet নচলাই।ভাল persentage চাই বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰক।
@mrajoykumarnath3369
@mrajoykumarnath3369 3 жыл бұрын
Val lrai bullet nosolai ...faltu neki 78% loi aku ataa puaa ny. So bullet paboi lagibo.
@nirajtirkiofficial9664
@nirajtirkiofficial9664 3 жыл бұрын
আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত অৱস্থিত ১নং ৰংবং গাওখনলৈ অহা যোৱা ৰাচতা পদুলি এতিয়া লৈকে ঠিক হোৱাই নাই। আৰু বুলেটেৰ কথা।। ৰোগী এজনক হসপিটাল লৈ যোৱাৰ কথা চিন্তা কৰিবলৈ হৈ যায়। অনুগ্রহ কৰি আমাৰ গাওখনলৈ মন কৰিবলৈ অনুৰোধ জনালো। ছাৰ।।।
@vrinajdax4591
@vrinajdax4591 3 жыл бұрын
মোৰ এটা সপোন মামা কেতিয়া ভাৰতৰ প্ৰধান মন্ত্ৰী হয়!
@amorendadoley2193
@amorendadoley2193 3 жыл бұрын
বুলেট দিয়াৰ সলনি প্রয়োজনীয় মানুহক XL বা E ৰিক্সা দিব। নিবনুৱা অলপ হলেও কমিব।
@putulgayan648
@putulgayan648 3 жыл бұрын
অনাগত সময়তহে দেখা যাব, আরু কিমান ঋণৰ বোজা অসমবাসীৰ মুৰত জাপিব,ইতিমধ্যেটো প্রায় 31000/=হাজাৰ কোটিৰ ঋণৰ বোজা আছেই,,,
@chandanofficial2362
@chandanofficial2362 3 жыл бұрын
Gayan gyan sudai thokatke cm tuke ho ge
@nabajyotikonwar8145
@nabajyotikonwar8145 3 жыл бұрын
Right teor kotha balit muta eke
@sontikalita6342
@sontikalita6342 3 жыл бұрын
@@chandanofficial2362 mama r ghorot toka bonowa machine ase nahoi so sob ok bullet,scuty ,loan nije mari dibo ,,, sob Assam or people or toka re tu de asa ,, karu nijor poket or pora dia nai ,,, amak aibur bullet scuty nalage akhon durnitimukto Assam lge ,,,
@dhan951
@dhan951 3 жыл бұрын
@@sontikalita6342 emn economic advisor hbo nlge nijor km kor sorkare jne ki kribo lge
@AKVlogs-vi1iz
@AKVlogs-vi1iz 3 жыл бұрын
মামা মোক বুলেত নালাগে মোক চাকৰি এটা বহুত প্ৰয়োজন । মোৰ কাৰণে nohoi ঘৰৰ কাৰণে মোক চাকৰি এটা বহুত বহুত প্ৰয়োজন।🙏🙏🙏
@nathanupam4668
@nathanupam4668 3 жыл бұрын
অসমৰ নৱ-নিৱাচিত মূখ্যমন্ত্ৰী, জনপ্ৰিয় জননেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ । এইকেইদিন দেখি আছো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰৰ একো নোকোৱাকৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী কোন হ'ব , কাক বিচাৰে এনে প্ৰশ্নবোৰ নিউজ লাইভ ৰ বিভিন্ন সাংবাদিকে সোধা দেখিছোঁ , লগতে এইবাৰ নিৰ্বাচনত সকলো কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে বুলি কৈ আছে , কি সবানন্দ সোণোৱাল ছাৰে বহি আছিল নি, বাকী বিধায়ক, কৰ্মী সকল , আমি হিমন্ত ছাৰক সন্মান কৰোঁ, বুলিয়ে "নিউজ লাইভ" ৰ সকলো কথা সমৰ্থন নকৰোঁ ।
@RB-ze4tw
@RB-ze4tw 3 жыл бұрын
Khosa
@lalitarajrakhilalita9416
@lalitarajrakhilalita9416 3 жыл бұрын
HS final পৰীক্ষাৰ কাৰণে সোনকালে এটি সিধান্ত লব বুলি আশা থাকিল ৷ মিঠাতেলৰ দামটোৰ কথাটো অলপ চিন্তা কৰিবচোন ৷
@bengaliboy1176
@bengaliboy1176 3 жыл бұрын
Exam r kono update ase naki
@montukachari4754
@montukachari4754 3 жыл бұрын
মাননীয় মুখ্যমন্তী ডাঙৰীয়া বুলেটৰ পিছত নপৰি গ্ৰেজুৱেছন কৰি ঘৰতে লাখ লাখ নিৱনুৱা হৈ থকা সকলক সংস্থাপনৰ ব্যৱস্থা কৰক ৷ তেওলোকৰ বয়স ৰৈ নাথাকে ৷এতিয়া স্কুটি বুলেট পালে সিহত আনন্দিত হব সচা ৷কাৰণ সিহতৰ বয়সেই এয়া ৷ কিন্তু 6/7 বছৰৰ পাছত তেওলোকেও কান্দিব এটি সংস্থাপনৰ বাবে৷ যিদৰে আজি লাখ লাখ নিৱনুৱাই কান্দিব লগা হৈছে ৷ সেই সময়ত এই বুলেটে খুৱাবনে? সংস্থাপন এটা হলে এনেকুৱা বুলেট বহু লব পাৰিব৷
@ranjitchutia5589
@ranjitchutia5589 3 жыл бұрын
সাংবাদিক দাদা সকল মন্ত্রী সকলে মাৰ্ক্স নিপিন্ধিলে ভাল আৰু আমি নিপিন্ধিলে বেয়া এইয়া কিহৰ আইন হে .... ধিক্কাৰ জনাইছোঁ তোমাৰ লোকক ..
@hiranyarabha8867
@hiranyarabha8867 3 жыл бұрын
মামা বুলেত দিয়াত কৈ আমাক হাতত কিবা এটা কৰ্ম সংস্থাপন ব্যৱস্থা কৰি দিয়ক,,tetya নিজৰ লগতে ঘৰ খন অ চলিব,,,
@rubulchoudhury8604
@rubulchoudhury8604 3 жыл бұрын
Some say it’s painful to wait for someone. Some say it’s painful to forget someone. But the worst pain comes when you don’t know whether to wait or forget.
@muteblogs1555
@muteblogs1555 3 жыл бұрын
চাকৰি লাগে আমাক । ৪০ বছেৰে আমাৰ বঙাইগাঁওত অগপ জিকি আছে দুবাৰ মই নিজেই অগপক ভোট দিলোঁ কিন্তু চাকৰি হে নাপালোঁ
@biswajitgogoi7747
@biswajitgogoi7747 3 жыл бұрын
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ দাদা ❤️❤️❤️। Dynamic leader of Assam 🙏🙏
@aditygorh7935
@aditygorh7935 3 жыл бұрын
নালাগে আমাক বুলেট নালাগে ঋণ মাফ কৰিব অকল খালি বস্তুৰ দাম কমাব লাগে আৰু ৰাজ্যৰ উন্নতি হওক
@ramkrishnadas5893
@ramkrishnadas5893 3 жыл бұрын
Bullet aru rin or ktha nki mainly sakori sakori aru bohutu TET qualified ase sakori nupua k
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 3 жыл бұрын
Free খুৱা বিলাকে খুব নাচিছে ,ভাবিছে ছাউল free এই বাৰ বন্ধন‌ বে্ংক‌ free হ'ল চিন্তা নাই‌‌ কিন্তু ‌আমি free নুখুৱাবোৰে‌‌ কান্দো কান্দো লাগিছে ‌কাৰণ‌‌ বস্তুৰ দামত‌ উশাহ-নিশাহ লোৱাত কষ্ট ‌হৈছে , এই বাৰ ‌আৰু‌‌ উশাহ-নিশাহ ‌‌লৱৈ নোৱাৰিম‌ ছাগে
@khprodhani5281
@khprodhani5281 3 жыл бұрын
কথা শাৰ সঁচা
@kakoligayan1767
@kakoligayan1767 3 жыл бұрын
Yes you are right😊😊😄😄😍😍👍👍👍🤗🤗😅😅😅❤❤❤
@sciencemedium4308
@sciencemedium4308 3 жыл бұрын
iam also a new comer i congratulate Mama CM Dr HBS...hope he will fulfill all promises...best of luck.👍
@mahiburrahman9226
@mahiburrahman9226 3 жыл бұрын
Now we want you as our next Prime Minister.
@KitchenSewali
@KitchenSewali 3 жыл бұрын
Himanta Biswa Sarmaক, মুখ্যমন্ত্রী ৰূপত পাই মই বহুত সুখী। কিন্তু Sonowal Sirক বহুত Miss কৰিম। 😪
@user-dk6ys3gc7l
@user-dk6ys3gc7l 3 жыл бұрын
কিয়,কিবা ব্যক্তিগত সম্পৰ্ক আছিল নেকি।
@niruprovaboraborah5282
@niruprovaboraborah5282 3 жыл бұрын
মামা আৰু কি কি আছে বিক্ৰী কৰিব পাৰ হিচাব এটা কৰি বুলেটৰ অৰ্দাৰ দিয়েই দিয়ক ৷ ফাইনেঞ বাদদিয়ক হে
@bapasmood1381
@bapasmood1381 3 жыл бұрын
Bullet ,scooty , splender eku dibo nalage.. Banpani area aat banpanit solabo pora aadhunik boat diok.
@mdhobibulhoque5650
@mdhobibulhoque5650 3 жыл бұрын
Congratulations sir..
@29k..
@29k.. 3 жыл бұрын
আমাৰ সকলোৰে !! আশা সমূহ সম্পূৰ্ণ । কৰিব বুলি আশা কৰিলো ! নতুন মন্ত্ৰী জনলৈ ।।
@maheshdeka216
@maheshdeka216 3 жыл бұрын
বুলেট নহয়। নিবনুৱা সমস্যা দূৰ কৰক।
@ujjalpanging2290
@ujjalpanging2290 3 жыл бұрын
Honmoto bodhu
@JayaKumar-iy2ox
@JayaKumar-iy2ox 3 жыл бұрын
Sir do something for us we need job akha koru apuni amar babe kiba koribo 🙏🙏🙏 thank you...
@pratapdas1113
@pratapdas1113 3 жыл бұрын
Congratulations sir
@ranjudeka4818
@ranjudeka4818 3 жыл бұрын
মামা হাঁহি টো বৰ মৰম লাগে ,আমোকো হাঁহিব দিয়ে যেন
@mumuvlogs4197
@mumuvlogs4197 3 жыл бұрын
বুলেট দিলেই যে উন্নতি হব অসমৰ সেইটো আক কি কথা হল। বুলেটৰ সলনি বেলেগ উন্নতি হোৱা কৰিব লাগে চরকারে
@mousuminath6770
@mousuminath6770 3 жыл бұрын
Bulet diyat koi khokolo nibonuyar babe kiba km dile besi vl hb sir moi vabo buletkhnt koi job atar besi proyojon
@technopal5205
@technopal5205 3 жыл бұрын
বুলেট দিম বুলি কথা ৰাখিছে হয় বাৰু কথাটো কিন্তু এই মহামাৰী কৰোনাই যে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা সমূহ স্হগিত কৰি থৈছে গতিকে পৰীক্ষা হ'লেহে বুলেট দিব পাৰে যদি অনলাইনত পৰীক্ষা সমূহ পাতক জীৱনটো ডাঙৰ ছাত্ৰ-ছাত্ৰী সকল বিমূৰত পৰিছে পৰীক্ষা হ'ব নে নহ'ব🙂 সোনকালেই জনাওক
@janukal273
@janukal273 3 жыл бұрын
Bass aitu khunibo baki asil aituye hol assamr unoti 😠😠
@bornobgogoi2735
@bornobgogoi2735 3 жыл бұрын
Khunibo 🙄🙄
@dishatanti9458
@dishatanti9458 3 жыл бұрын
Khunibo 😂😅😂😂
@janukal273
@janukal273 3 жыл бұрын
আপোক হাহি কিয় আহিছে ।নাজানো দেশত চব free দি আমার দেশর মানুহবোর এলেহোবা হৈছে যি কারণত দেশর economic তল পরি আছে আমার অসমত তো এটো problem টো বেচি
@monuranjanborgohain3350
@monuranjanborgohain3350 3 жыл бұрын
সম্পূৰ্ণ একক প্ৰচেষ্টাৰে BJP ক আকৌ শাসন লৈ অনা বুলি কোৱা কথাটো হে একমত নহলো। নিজৰ ঘৰৰ মানুহ বুলি যি মন যায় আবুল তাবুল বকি নিদিব আকো, গণতন্ত্ৰ ৰ চতুৰ্থ স্তম্ভ যেতিয়া নিজৰ দায়িত্ব খিনি কিয় পাহৰি যায়। আমাৰ তৃণ মূল পৰ্য্যায় ৰ মানুহ খিনি কোনো অৱদান অলপো নাই বুলি ভাৱে নেকি ? Congratulations for new CP🙏
@kandarpadeka6948
@kandarpadeka6948 3 жыл бұрын
Police interview patak na corona komile plz sir
@nabadeepbhat9436
@nabadeepbhat9436 3 жыл бұрын
আজি মালিকৰ ঘৰত পাৰ্টি হ'ব তেনেহ'লে
@krishnaborah5841
@krishnaborah5841 3 жыл бұрын
Ub ab interview patibo sir xunkale
@Creator_Simanta_Shorts
@Creator_Simanta_Shorts 3 жыл бұрын
দিম বুলি ভাবিছে যেতিয়া স্প্লেন্দাৰ দিলেওঁ হ'ব। বুলেট নালাগে। কিন্তু মামা, অৰুণোদয় কি হ'ল।
@karanthakuria5911
@karanthakuria5911 3 жыл бұрын
2019 t hs pas kora suwali burok scoty dia kotha asil dekhun mama xonkale die Jen🙏🙏🙏
@BitopanDas123
@BitopanDas123 3 жыл бұрын
sir please atta সৰু হোৰা 10 hajar tokar sorkari sakori diyok 1lakh tokr bulet nalage
@Mr.AJIT.ALI3352
@Mr.AJIT.ALI3352 3 жыл бұрын
Yes bro 💖
@dipi4323
@dipi4323 3 жыл бұрын
B.a exm cancel kri diyok mama
@jayantaborah7835
@jayantaborah7835 3 жыл бұрын
অসমত বৰ্তমান বুলেট আৰু বন্ধন ঋণৰ বাদে আৰু একো সমস্যা নাই
@rubinathrubinath5197
@rubinathrubinath5197 3 жыл бұрын
Amar scooty ketia dibo ???
@blassiusekka3304
@blassiusekka3304 3 жыл бұрын
He was already the unofficial CM of Assam in the last 5 years.And now he is the official CM of Assam.
@neelkantha8146
@neelkantha8146 3 жыл бұрын
বুলেট নালাগে মামা অসমত নিৱনুৱা সমস্যা বহুত আছে সেইবোৰ চকু দিয়ক ...বস্তু বোৰ দাম কমাক...
@kaushikpatgiri7419
@kaushikpatgiri7419 3 жыл бұрын
Bulet nalage agote amak Sarkari ghor tu diok mama pls pls ..... Kakuti korisuu pls mama
@user-ok5qz5ws8c
@user-ok5qz5ws8c 3 жыл бұрын
বুলেট ইস্কোটিনালাগগে। চাকৰি দিয়ক নিবনুৱা ক
@moukuhidevi3407
@moukuhidevi3407 3 жыл бұрын
Lone mafe Kari diyok aru nalow sir
@shibunath6804
@shibunath6804 3 жыл бұрын
জয় বাবা হিমন্ত বিশ্ব শর্মা কি জয় হোক আসামের জয় হোক আসামের জয় হোক জয় বাবা হিমন্ত বিশ্ব শর্মা কি জয় হোক
@smily4172
@smily4172 3 жыл бұрын
Sir congratulations bht Val lagil
@chitrakumarhazarika9224
@chitrakumarhazarika9224 3 жыл бұрын
Hearty congratulation the new CM of Assam
@subnathbiver6173
@subnathbiver6173 3 жыл бұрын
Himantajindabad
@purbadribanerjee3289
@purbadribanerjee3289 3 жыл бұрын
Extremely Happy for our new CM HBS..WILL BE MORE HAPPY WHEN HE BECOME OUR PM
@dadudas3884
@dadudas3884 3 жыл бұрын
Bullet nalagy mama , assam r poti aapunar sinta val thakily aami nijy lb parim
@dasbsf178
@dasbsf178 3 жыл бұрын
Love u mama
@chinmoyrabha512
@chinmoyrabha512 3 жыл бұрын
ধাৰত জৰুলাহৈ থকা বাইদেউকেইগৰাকীৰ style দেখি দেখুন ধাৰত জৰুলা যেন নালাগে । ঋণ বিলাক নিজে লৈ সঠিক কামত ব্যৱহাৰ নকৰিব আৰু এতিয়া চৰকাৰে ঋণ মাৰিব লাগে ? তাতকৈ আমাৰ শিক্ষিত যুৱক- যুৱতীক কৰ্মসংস্থাপন দিয়ক বুলি আশা কৰিলো নতুন চৰকাৰৰ পৰা ।
@krishnakhiburagohain6810
@krishnakhiburagohain6810 3 жыл бұрын
Scootey first🙏🙏
@user-benz90
@user-benz90 3 жыл бұрын
মামা,স্বয়ম আঁচনিৰ 20,000 কি হল ......গাহৰিৰ দানা কিনিবলৈ পইচা নাইকিয়া হল,দি দিয়ক সোনকালে।নহলে গাহৰি লঘোণত মৰিব এতিয়া।
@Axamar-vauna-
@Axamar-vauna- 3 жыл бұрын
Congratulations Assam government NEW CM SIR.
@romeshdarig4865
@romeshdarig4865 3 жыл бұрын
নতুন মুখ্য মন্ত্রী ডাঙৰীয়া অসম আপোনাৰ হাতত । আপোনাৰ নাম ৰাখিব নে নিয়াব
@nozmulhoque2827
@nozmulhoque2827 3 жыл бұрын
H.B.S. ছাৰ CM হোৱাৰ বাবে মই সুখি ..
@bipulnarah9258
@bipulnarah9258 3 жыл бұрын
একপক্ষীয়ভাৱে পৰিৱেশন কৰিলে মহাশয়। সংবাদ মাধ্যম যিহেতু গণতন্ত্ৰ চতুৰ্থ স্তম্ভ গতিকে কিছু নিৰপেক্ষ থকাৰ প্ৰয়োজন।
@sarataxom1651
@sarataxom1651 3 жыл бұрын
মামা ৠণ মাফ কৰক ভাগীন বোৱাৰী হঁতৰ টেঁটুলৈ কে থাকা ৠণ মাফ কৰি ভাগীন হতক উধাৰ কৰক
@nkentertainment5132
@nkentertainment5132 3 жыл бұрын
Kune loan lobo disil...sorkare poisa kot pai buli babise ..RBI pora dhar loi aru heibur loan maribole poisa nathakile sob privatisation kori dye...
@pankajtripathi6263
@pankajtripathi6263 3 жыл бұрын
ধাৰলৈ অনা টকা ওলোৱা কামত লগাব লাগে ।খাই বৈ মামাক বিচাৰিলে হ'ব জানো।এই ফালে ঋন লৈ mobile phone কিনে।
@lovestatus1408
@lovestatus1408 3 жыл бұрын
@@pankajtripathi6263 Right kaisa tumi
@supriyaraniray5673
@supriyaraniray5673 3 жыл бұрын
Congratulations HBS SIR
@raaam2989
@raaam2989 3 жыл бұрын
I Love himanta sir
@polisaikia7677
@polisaikia7677 3 жыл бұрын
নৱ মূখ্যমন্ত্ৰী লৈ মই অভিনন্দন জনালোঁ।।
@dinkipinkicreation8134
@dinkipinkicreation8134 3 жыл бұрын
Bahut val hoise
@jayantagour2976
@jayantagour2976 3 жыл бұрын
Zindabad hemant sir
@karnaljeet9027
@karnaljeet9027 3 жыл бұрын
Congratulations CM Sir
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,5 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 21 МЛН
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 167 МЛН
ADISHAKTI TAROT READER is live! 21 August ❤️
2:20:23
ADISHAKTI TAROT READER
Рет қаралды 1,5 М.
How This Man Scammed Bollywood Actresses
21:20
Khabar Hafta
Рет қаралды 1,1 МЛН
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,5 МЛН