No video

পুত্ৰ মানস বৰাৰ কোঠা এৰি নিদিয়ে অকণ বৰাই

  Рет қаралды 56,571

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ গুণ্ডাগিৰি। পুত্ৰ মানস বৰাৰ কোঠা এৰি নিদিয়ে পিতৃয়ে। বিজেপিলৈ যোৱাৰ পিছতে মানস বৰাৰ কোঠাটো প্ৰদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক। অকণ বৰাই কোঠাতো এৰি নিদিয়াৰ অভিযোগ। মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত দুই ফৈদৰ যুঁজ চলিছে নেকি?

Пікірлер: 88
@biswaxnokoribo2172
@biswaxnokoribo2172 Ай бұрын
এইবোৰক ৰাইজে চিনি পোৱাটো উচিত। দালাল বোৰক ৰাইজে চিনি থক।
@dipankardeka3110
@dipankardeka3110 Ай бұрын
কংগ্ৰেছক ডুবোৱা মানুহ এইকেইজনেই।
@rahulboro5009
@rahulboro5009 Ай бұрын
এই মানুহ জন আগৰ পৰাই বেয়া পাও
@musicallibrary4149
@musicallibrary4149 Ай бұрын
গাদ্দাৰ স্থান নাই ।। গৌৰৱ গগৈ জিন্দাবাদ
@user-et5tq1em6o
@user-et5tq1em6o Ай бұрын
ইহত দুয়ো বাপেক পুতেকক গৰু পিতন দিব লাগে বহুতো বেআইনী আৰু অপৰাধ মুলক কামত জৰিত আছিল দুই পিতা পুত্ৰ ৰাজনীতিৰ পৰা পিতৃৰ বিদায় হৈছে পুতেকেতো জীৱনত জয় হব নোৱাৰিলে কংগ্ৰেছ ত্যাগ কৰি পুতেক মানসে বিজেপিৰ ভৰি চেলেকিব গৈছিল এতিয়া কোনো কাৰণে ইহতৰ দৰে ভণ্ডামিক ৰাইজে ক্ষমা নকৰে যেন
@swargojyotigogoi4135
@swargojyotigogoi4135 Ай бұрын
এইবোৰ ধূৰন্ধৰ মানুহক কি কংগ্ৰছ কি বিজেপি কোনেও লব নালাগে।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh Ай бұрын
ইহঁতক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে।
@romen55555
@romen55555 Ай бұрын
Akon Bora k congres party r pora out Koribo lagy
@achintaborah186
@achintaborah186 Ай бұрын
দল এৰা শুবিধা বাদি নেতাক কোনো কাৰণত দলত পুনৰ লব নালাগে।গৌৰৱ গগৈ জয় ৰাইজৰ জয়।
@padmanathdoley3510
@padmanathdoley3510 Ай бұрын
বাপেক পুতেক দুয়োটাই মানুহৰ শাৰীত নাই। ইমান বছৰে দলত থাকি দলক গাদ্দাৰ কৰিব পাৰে
@kaushikbaruah9771
@kaushikbaruah9771 Ай бұрын
মানস বৰা,rana goswami ক আকৌ কংগ্ৰেছ এ ললে ৰাইজে কিন্তু দলটোক ক্ষমা নকৰে। এই গদ্দাৰ কেইজনক চিনি লক
@user-hw6ul5ut2j
@user-hw6ul5ut2j Ай бұрын
Make-Up অলপ কৰি দিলেই same *Undertaker* #WWE
@manojtalukdar6647
@manojtalukdar6647 Ай бұрын
ধৰন্ধৰ , দলাৰ বগৰী 🍑 🍑 🍑 সুবিধাবাদী চৰিত্ৰৰ লোকৰ 👺👹👺👹👺 কোনেও স্থান দিব নালাগে যিমানেই যি নহওঁক কিয় ⁉️ ইহঁতৰ এটা লক্ষ্য আৰু উদ্দেশ্য লুণ্ঠন আৰু সমাজখন কূলষিত কৰা 💯💯💯
@dwijenkhanikar7582
@dwijenkhanikar7582 Ай бұрын
কংগ্ৰেছৰ পৰা যি সকলে বিজেপিৰ চুৱা চেলেকিবলৈ গৈছিল, সেই সকলক কোনো দিনে কংগ্ৰেছ লৈ আহিব দিব নালাগে। অহা সুবিধা কৰি দিলে কংগ্ৰেছৰ সমৰ্থক সকল কিন্তু অসন্তোষ হ'ব।
@binoykalita7597
@binoykalita7597 Ай бұрын
পুত্ৰ শ্নেহৰ উত্তম উদাহৰণ।লাজ অলপ থাকিব লাগে মানুহ হিচাপে।
@amritpritam3493
@amritpritam3493 Ай бұрын
Quality of journalists ❤
@kamalkalita338
@kamalkalita338 Ай бұрын
অকণ বৰাই হয়তো বিজেপিৰ নিৰ্দেশত পুত্ৰৰ বাবে কোথা ৰাখিব বিচাৰিছে দেখাত তেওঁ কংগ্ৰেছ ভিতৰি বিজেপি গোলাম কৰা জেন অনুভৱ হয়
@prasantagogoi6588
@prasantagogoi6588 Ай бұрын
এইবোৰক দলৰ পৰা বহিস্কাৰ কৰিব লাগে।
@bikashdeka60
@bikashdeka60 Ай бұрын
Kukur, aibr mnhu congress t laba nlge
@nayanjyotinath123
@nayanjyotinath123 Ай бұрын
অকন বৰা ধূৰ্ত ৰাজনীতিবিদ ৷
@BaniCharanart
@BaniCharanart Ай бұрын
Ai Tuk dustbinot palai deok
@pranjal1393
@pranjal1393 Ай бұрын
হাঁহি উঠা কথা যে, একে কেইজন মানুহৰ বাবেই কংগ্ৰেছ ডুবিলে, এতিয়া সেই একে কেইজনেই বিজেপি ডুবাব।
@PriYamHA
@PriYamHA Ай бұрын
নহলে কিহৰ বাবে কাম বন্ধ কৰিছে।তোমাৰ পুতেৰাই কেতিয়াবা ই নিলে চাগে।আপোনাৰ পুএই কংগ্ৰেছৰ পৰা ওলাই গল তাৰ পিছত ৰুমটো কিয় এৰি দিব মানশ বৰা ।
@jamunaray4032
@jamunaray4032 Ай бұрын
অকণ বৰাদেউ আপোনাক ভণ্ড বাবা যেন লাগে😂😂
@vikramborgohain1910
@vikramborgohain1910 Ай бұрын
বাপেক পুতেকৰ ভাওনা সংবাদ মাধ্যমত চাবলৈ পাম বুলি ভবা নাছিলোঁ,,,, অতি বিৰক্তিকৰ,,,,,,
@mrdip7746
@mrdip7746 Ай бұрын
এইবোৰৰ বাবেই কংগ্ৰেছক বৰবাদ হৈছে।
@tankswargohain6701
@tankswargohain6701 Ай бұрын
মানস বৰাক পুনৰ কংগ্ৰেছত সংস্থাপন কোনো কাৰনতে নিদিব।
@sonybigtv6160
@sonybigtv6160 Ай бұрын
Eibilak jabor juthor aahile congress r eku labh nohoi.
@user-qf2vk6ng6g
@user-qf2vk6ng6g Ай бұрын
এই বোৰে দলৰ ক্ষতি কৰিব ।
@FirojKhan-hj5yc
@FirojKhan-hj5yc Ай бұрын
ইহঁতৰ বাপেকৰ সম্পটি । পুতেক হতক ধৰি ৰাখিব নোৱাৰে।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
তেওঁৰ বাপেকৰ ৰুম নেকি bjp হৈ কাম কৰিব কংগ্ৰেছৰ ভিতৰত কাৰ্যালয় মানস ৰ অফিচ খলিব এই টু কেনে ধৰণৰ কথা
@alirajib3017
@alirajib3017 Ай бұрын
Manash bara congressr kono nahoi.
@sonarampegu9986
@sonarampegu9986 Ай бұрын
সাংবাদিকক ব্যক্তি গত কথাত কিহৰ বাতৰি প্ৰচাৰৰ কাৰণ।
@user-hy9gv3ob2r
@user-hy9gv3ob2r Ай бұрын
নিজৰ পুত্ৰৰ নথি পুত্ৰই হে জানিব। এইয়া কাৰো পৈত্ৰিক সম্পতি নহয়।
@mosudurrahman907
@mosudurrahman907 Ай бұрын
Akan Bora k ekmatro congress r karone Assam r raije sini pai.teur a putro Manas Bora a congress r bea dinot BJP r neta r vori seleki nijor swartho adai koribo goisil.kintu vori seleki u kukur r dore thakibo loga hua karone akou congress join koribo bisarise.aibur kenedhoronor manuh Assam r raije sini louk
@Uttam-ib2fx
@Uttam-ib2fx Ай бұрын
তহঁতক নিৰ্বাচিত কৰিব ৰাইজে । নিজৰ পেটটোৰ বাবে ৰাজনীতি কৰা ধেৰুৱা সোপাৰ পৰা ৰাইজে কি আশা কৰিব পাৰি ! বাপেক পুতেক দুয়ো জনে ৰাজনীতিৰ নামত মাছৰ বেপাৰ কৰিছে
@nitunzaborah5902
@nitunzaborah5902 Ай бұрын
তপা তপা তিন টপা.....হাৰামি ই প্ৰথম টপা
@BaniCharanart
@BaniCharanart Ай бұрын
Papi criminal tuk keo interview loi se .E mora nai nake ?
@MrigenHazarika-bl4yi
@MrigenHazarika-bl4yi Ай бұрын
Aie tuk agor porai hojom nohoi 😡😡
@user-jd3cm1qm6t
@user-jd3cm1qm6t Ай бұрын
Manoh bora jindagi porobeh nihedh karibo lage congress ot
@abinashbarman7761
@abinashbarman7761 Ай бұрын
ইয়াক দেখিলেই ডকাইত হেন পায়
@user-wf2ti5df4t
@user-wf2ti5df4t Ай бұрын
বাপৰে কি মজা ৰাজনীতি কেনেকৈ কৰে এওলোকৰ পৰা শিকিব লাগে
@dineshroy8410
@dineshroy8410 Ай бұрын
Cong r bhal din ahar babe Akan borar matha grm hoi goise .manash bora jodi punr cong t ahe dhankh habo
@binoykalita7597
@binoykalita7597 Ай бұрын
ভূপেন বৰাৰ লগত ভিতৰোৱা হিচাপ আছে। গতিকে ভূপেন বৰাৰ পৰা দলৰ উপকাৰ নহয়।
@sanjibsaikia792
@sanjibsaikia792 Ай бұрын
Akon Bora.... WWE r Undertaker hoi
@riturajboruahsgkclass5510
@riturajboruahsgkclass5510 Ай бұрын
😁😁 কি কম এই কেইজনক আওঁ
@SumkiDeka
@SumkiDeka Ай бұрын
Jarha
@prabaldac5666
@prabaldac5666 Ай бұрын
Get out.
@probinkumarkakati6151
@probinkumarkakati6151 Ай бұрын
এই অদৰকাৰি মানুহটোৰ ওচৰলৈ কিয় গৈ আছে Virel কৰাৰ কোনো অৰ্থ নাই ?
@Adnant732
@Adnant732 Ай бұрын
গাদ্দাৰ এইটোকো গটা মাৰি দি ওলাই দিয়ক
@abdussoburmondal3346
@abdussoburmondal3346 Ай бұрын
২৬ কাৰণে বলেন পুতেক বুদ্ধি কেনেকৈ কংগ্রেছত আহিব পাৰে।
@swarupjyotiborabora9671
@swarupjyotiborabora9671 Ай бұрын
Natok
@h1239640
@h1239640 Ай бұрын
এইটো এটা চাল হয়, বিজেপি এসোপামান কংগ্ৰেছলৈ আহিব ধৰাত সেই বাতৰি তল পেলাবলৈ কৰা চাল হয়😂😂 এতিয়া অসমত বিজেপিৰ ৰাজনৈতিক চাল সকলোৱে বুজি পোৱা হ'ল।।। 😂😂😂😂🐒🐒🐒
@djrock5500
@djrock5500 Ай бұрын
এই জনকো কংগ্ৰেছৰ পৰা খেদাব লাগে।
@user-jn9tq2xh3z
@user-jn9tq2xh3z Ай бұрын
বাঘ বুঢ়া হ'লেও মঙহ খাবলৈ নেৰে।
@utpalkumarchakrabarty1726
@utpalkumarchakrabarty1726 Ай бұрын
ওপৰৰ মাল 😂
@uddipanpatowary
@uddipanpatowary Ай бұрын
ইয়াক উলিয়াই দিব লাগে
@porashjyotineog5984
@porashjyotineog5984 Ай бұрын
এইবিলাক ক আগতে চিনি পোৱা গল। কাম নাই
@user-mh3ql6wz7l
@user-mh3ql6wz7l Ай бұрын
মিনাৰেল পানীৰে হে গা ধোৱে। এই জনে।
@Parvezkaf20
@Parvezkaf20 Ай бұрын
Manas bora logo nlge
@aminrahul1977
@aminrahul1977 Ай бұрын
Dangerous Pcs
@amiyamedhi7345
@amiyamedhi7345 Ай бұрын
Bor twist logai news bonai
@SanjayBoro-bx9ks
@SanjayBoro-bx9ks Ай бұрын
kihor eman atitude hay bidhayok
@user-ye3uy1so1t
@user-ye3uy1so1t Ай бұрын
Ai belak aheli aru anebo nalage noholi bepod he hobo
@ArunNath-y9w
@ArunNath-y9w Ай бұрын
Manah bora Congees gadaa kudin con ''''''' lor amie conges aribolo badhor hom
@user-jl4li3jz6h
@user-jl4li3jz6h Ай бұрын
laaj nai 😂😂
@PurnamDas-g9p
@PurnamDas-g9p Ай бұрын
Already Damage Like.a Fotka Kisuman Futi Je Rokhi Jai.je
@bhabenbora4296
@bhabenbora4296 Ай бұрын
Akon Bora Bhal manuh Congresot bohut orihona ase
@himangshu3466
@himangshu3466 Ай бұрын
গাড্ডাৰ
@PurnamDas-g9p
@PurnamDas-g9p Ай бұрын
Apunak Damage Kori Ki Pabo Apuni Atkolgos
@ikramulhoque7208
@ikramulhoque7208 Ай бұрын
Eman din kyo bostu keita tat rakhi thoisil
@user-vb5xn8dz5d
@user-vb5xn8dz5d Ай бұрын
😂😂😂😂😂
@TithoBoro
@TithoBoro Ай бұрын
Akon barak rest dbo lage
@SumkiDeka
@SumkiDeka Ай бұрын
I ak nambar badmas
@dhrubabarman3456
@dhrubabarman3456 Ай бұрын
Ehot faltu bork bahir korbo lage
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw Ай бұрын
Putek bjp bapak congrees.ki khela
@parthab9
@parthab9 Ай бұрын
Jobordasti humaise
@pramodmazumdar6335
@pramodmazumdar6335 Ай бұрын
No need to talk, where there is love there is these sir
@PurnamDas-g9p
@PurnamDas-g9p Ай бұрын
Already Damage Like.a Fotka Kisuman Futi Je Rokhi Jai.je
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 6 МЛН
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 41 МЛН
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 31 МЛН