শ্ৰেষ্ঠ দিহানাম দল || সত্যসন্ধ্যা মহিলা দিহানাম দল, কালুগাঁও || মহিলা দিহানাম প্ৰতিযোগিতা || শিৱসাগৰ

  Рет қаралды 91,505

Sudipta Nayan Nath

Sudipta Nayan Nath

Жыл бұрын

#শ্ৰেষ্ঠ_দিহানাম_দল #BestDihanamTeam
সত্যসন্ধ্যা মহিলা দিহানাম দল, কালুগাঁও
তেলিয়াল উন্নয়ন সমিতি, তেলিয়াল সাংস্কৃতিক সমিতি আৰু তেলিয়াল মহিলা সমিতিৰ উদ্যোগত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা ৷
স্থান : তেলিয়াল প্ৰেক্ষাগৃহ (অঞ্জনজ্যোতি স্মৃতি মঞ্চ) হাফলুটিং, শিৱসাগৰ
দিনাংক : ১২ কাতি, দেওবাৰ (ইংৰাজী ৩০ অক্টোবৰ, ২০২২)
দলটিৰ প্ৰতিগৰাকী সদস্যালৈ আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ অনাগত দিনত আপোনালোক আৰু আগবাঢ়ি যাওঁক তাকেই কামনা কৰিলোঁ ৷
Copyright Disclaimer : Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
#দিহানাম
#বলিচলন
#মহিলা_দিহানাম
#জনপ্ৰিয়_দিহানাম
#মন_পৰশা_দিহানাম
#দিহানাম_প্ৰতিযোগিতা
#SNN #Dihanam
#Dihanam_Competition

Пікірлер: 49
@mncreation9230
@mncreation9230 Жыл бұрын
অতি সুন্দৰ। শ্ৰৱণ কৰি দেহমন জুৰ পৰি গ'ল।অতি সুন্দৰ কণ্ঠ।কাহিনীভাগ অতি সুন্দৰ। কাহিনী ভাগক সুৰ আৰু বাদ্য সংগতে খুব সুন্দৰ ভাৱে আগুৱাই নিলে। হৰি ভক্তিত ৰোমাঞ্চিত হলো। কৃষ্ণ
@LaraDutta-hu4qv
@LaraDutta-hu4qv 2 ай бұрын
Supper ❤
@dhanjeet231
@dhanjeet231 2 ай бұрын
বহুত বহুত ভাল লাগিল...যদি সম্ভৱ হয় দিহানাম টো লিখিত ৰূপত দিব পাৰিব নেকি??
@MonujkumarGogoi-yn9hl
@MonujkumarGogoi-yn9hl Жыл бұрын
🙏🙏🙏🙏❤️❤️❤️❤️ কৃষ্ণ, কৃষ্ণ, আই, শ্ৰবন কৰি ভাল লাগিল ❤️ আপোনালোকৰ সমুহ স্ংগিবৃন্দলৈ মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক ❤️❤️❤️🌺🌺💐
@nikondeka3789
@nikondeka3789 4 ай бұрын
বৰ সুন্দৰ
@rumidas7077
@rumidas7077 Жыл бұрын
ধূনীয়া হৈছে আৰু আগ বাঢ়ি যোৱা
@rimakakatisaikia8971
@rimakakatisaikia8971 Жыл бұрын
Oti uttam 🙏🙏Krishna
@ritakalita6066
@ritakalita6066 Жыл бұрын
সুন্দৰ 🙏
@bontigohain6398
@bontigohain6398 Жыл бұрын
বৰ সুন্দৰ হৈছে
@bimaldeka986
@bimaldeka986 Жыл бұрын
Bahut dhuniya hoisy
@tribujaradhara7828
@tribujaradhara7828 Жыл бұрын
Eman hundor
@tribujaradhara7828
@tribujaradhara7828 Жыл бұрын
নাজানো দলপতিৰ বেছি কষ্ট হৈছে। বাকী সকলোৰে মাত ওলোৱা হলে বহুত বেছি ভাল লাগিল হয়, এতিয়াও বেষ্ট হৈছে। মই তিনিবাৰ হুনি ও আমনি নালাগিল
@krishnasaikia9789
@krishnasaikia9789 Жыл бұрын
কন্ঠ ইমান সুন্দৰ ❤❤❤❤❤❤❤❤❤
@abhijitkalita9365
@abhijitkalita9365 Жыл бұрын
কৃষ্ণ , সুমধুৰ ইমান মধুৰ কণ্ঠ
@hemantaborah9711
@hemantaborah9711 Жыл бұрын
Moi aji duty ahi thakute xuni xuni ahisu... Bht dhuniya lagil... Xokolule bht bht Xuvessa thakil..
@nirmalikhanikar7081
@nirmalikhanikar7081 Жыл бұрын
সুন্দৰ হৈছে।
@lakhyajitbhuyan8675
@lakhyajitbhuyan8675 Жыл бұрын
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏❤
@bhg197
@bhg197 11 ай бұрын
Dhunia ❤❤❤
@keshabanandaneog7092
@keshabanandaneog7092 Жыл бұрын
🔥♥️
@madhabboro2813
@madhabboro2813 Жыл бұрын
Krishna
@ujjalneog7247
@ujjalneog7247 Жыл бұрын
💖💖🌸
@junmoniphukan7118
@junmoniphukan7118 9 ай бұрын
কৃষ্ণ
@bituborgohain5953
@bituborgohain5953 Жыл бұрын
সকলোৰে ইমান সুন্দৰ কণ্ঠ শুনি বহুত ভাল লাগিল।🙏🙏🙏
@PratulchDas
@PratulchDas Жыл бұрын
মধুৰ মধুৰ অতিসুমধুৰ
@junuhazarikadihanam375
@junuhazarikadihanam375 Жыл бұрын
New subscriber .
@SDSongeet
@SDSongeet Жыл бұрын
So sweet .Best Wishes All of You . ❤🙏🏻🙏🏻🙏🏻
@mridulaboruah6200
@mridulaboruah6200 2 ай бұрын
Bohut val lagil
@ritamoninathbora5683
@ritamoninathbora5683 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rajumoniborah8556
@rajumoniborah8556 Жыл бұрын
Ssundar kantha
@nijarasaikia4625
@nijarasaikia4625 Жыл бұрын
Dada lyrics tu dibo paribo ni
@golappathak5725
@golappathak5725 Жыл бұрын
বহুবাৰ শুনিলো ॥অতি উত্তম পৰিবেষন অনুগ্ৰহ কৰি কোনোবা এজন বাপ আইৰ ফোন নম্বৰ পাম নেকি
@dipenhaloi7403
@dipenhaloi7403 Жыл бұрын
সুন্দৰ পৰিবেসন
@rajusaikia3824
@rajusaikia3824 Жыл бұрын
বৰ ধুনীয়া কন্ঠ
@p.dborah6469
@p.dborah6469 Жыл бұрын
Moja
@smitaborah4319
@smitaborah4319 Жыл бұрын
Dihanam tur lyrics tu pam nki
@user-oq5wy4fh3d
@user-oq5wy4fh3d Ай бұрын
নাম টো লিখি দিব চো ন
@pronabjyotiduarah2601
@pronabjyotiduarah2601 9 ай бұрын
দিহানাম ফাঁকিৰ কথা সুৰ কোন জনাব নেকি?
@u.g.musicndacting1387
@u.g.musicndacting1387 Жыл бұрын
কৃষ্ণ কৃষ্ণ।
@munnasasiprava4372
@munnasasiprava4372 Жыл бұрын
aito nam moi aakou abar gai youtube t dib parimne
@SudiptaNayanNath
@SudiptaNayanNath Жыл бұрын
নিশ্চয় পাৰিব বাইদেউ ৷
@munnasasiprava4372
@munnasasiprava4372 Жыл бұрын
moi stodiot recording kri dib bisariso .parimne jnabson
@SudiptaNayanNath
@SudiptaNayanNath Жыл бұрын
@@munnasasiprava4372 নিশ্চয় ৷
@munnasasiprava4372
@munnasasiprava4372 Жыл бұрын
গতি ৰ পিচত কি বুলিছে ধৰিব পৰা নাই.শব্দতোৰ পিচত সবে ৰজাই আছে
@munnasasiprava4372
@munnasasiprava4372 Жыл бұрын
বিন্ট তি নে কি বা
@runudas4650
@runudas4650 11 ай бұрын
বৰ সুন্দৰ
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 23 МЛН
Я обещал подарить ему самокат!
01:00
Vlad Samokatchik
Рет қаралды 6 МЛН
Jumping off balcony pulls her tooth! 🫣🦷
01:00
Justin Flom
Рет қаралды 12 МЛН
KeshYou x Snoop Dogg - Forever Sunday (Official Music Video)
3:06
BM PRODUCTION
Рет қаралды 158 М.
Serik Ibragimov ft IL'HAN - Жарығым (official video) 2024
3:08
Serik Ibragimov
Рет қаралды 85 М.
Sadraddin - Taxi | Official Music Video
3:10
SADRADDIN
Рет қаралды 371 М.
Nurmuhammed Jaqyp  - Nasini el donya (cover)
2:57
Nurmuhammed Jaqyp
Рет қаралды 563 М.
Malohat
3:35
Xamdam Sobirov - Topic
Рет қаралды 1,2 МЛН