No video

ৰাহুল নগ'ল; লাজ-অভিমান একাষৰীয়া কৰি অনন্ত ৰাধিকাক এজুলুকা আশীৰ্বাদ কাৰ?

  Рет қаралды 94,780

NorthEast Now

NorthEast Now

Күн бұрын

🟡ৰাহুল গান্ধী নগ'ল; লাজ-অভিমান খং একাষৰীয়া কৰি অনন্ত ৰাধিকাক এজুলুকা আশীৰ্বাদ দিলে লালু-অখিলেশ-তেজস্বী-মমতাই! 🟡লোককে দেখুৱাই কেটেৰা-জেঙেৰা কৰা মোদীয়ে ভিতৰি বেথা ৰাখি পৰম মিত্ৰৰ পুত্ৰ-বোৱাৰী অনন্ত-ৰাধিকাক আশীৰ্বাদৰ লগতে দিলে উপহাৰ! 🟡টকাৰ জোৰত, ৰামদেৱ, চলমান-শ্বাহৰুখ-প্ৰিয়ংকা, অনিল কাপুৰ, ৰজনীকান্ত, ৰনবীৰ সকলোৱে নাচিলে! 🟡সাধাৰণ জনতাৰ জেপৰ ধন লুটি ৫০০০ কোটি টকাৰ বিবাহ সম্পন্ন ধনকুবেৰ আম্বানীৰ!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 229
@Abduljalil-yv8qx
@Abduljalil-yv8qx Ай бұрын
ইমানবোৰ টকাতো আমাৰ পৰাই লুটিছে দেখুন । বিয়াৰ নামত অনাথ আশ্ৰম আৰু বৃদ্ধা আশ্ৰমবোৰত কিছু টকা দান দিলে ভাল পালো হয় ।
@rehenasultana8860
@rehenasultana8860 Ай бұрын
২৫% ৰিচাৰ্ছ মূল্য বৃদ্ধি তাৰ অৰ্থ বিয়াৰ সকলো খৰচ দুখীয়াৰ পৰা আহৰণ।
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
মোডীৰ লাজ বুলা বস্তু নাই।মানুহক ঠগিছে কোনে আৰু কৈছে কোনে
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
ৰাহুল এজন আদৰ্শবাদী ব্যক্তি
@ruhitdihingia8210
@ruhitdihingia8210 Ай бұрын
ৰাহুলক বুজিবলৈ পৰিবেশ অনুকুল নহয় আমাৰ ইয়াত। উঠি অহা প্ৰজন্মক আমি কি ব্যৱহাৰ শিকাই আছো??? এটা ৰাজনৈতিক দলে যি ব্যৱহাৰ শিকাই আছে, জাতিৰ মগজুৰ উত্তাপ বেয়াকৈ গৰম হৈছে। দহ বছৰে ইটোৰ পিছত সিটো অভিযান চলাইও ৰাহুলৰ চুলি এডাল চিঙিব নোৱাৰিলে এই কামত অভ্যস্ত কেইজনে। মানে স্বচ্ছ, নিকা, ভাৰতত দুজন তেনে মানুহ আছে । এজন ৰাহুল, অন্য জন অসমৰ গৌৰৱ। দুয়ো জনে জেচিবিৰে চপাবলৈ সুযোগ আছিল। বিৰল ব্যক্তিত্ব। এতিয়া আমি ভালক বেয়া বুলি শিক্ষা দি আছো।
@ranjibborah3274
@ranjibborah3274 Ай бұрын
হয়নে? Prove it first !!! Pappu ৱে কিমান আদৰ্শ দেখুৱাইছে ,কতা ? আমিচোন দেখা নাই। খালি মুৰ্খৰ দৰে tour কৰাহে দেখিছো !!!!!!!
@ranjibborah3274
@ranjibborah3274 Ай бұрын
​@@ruhitdihingia8210এই মুৰ্খক, মানে Pappu বুজিবলৈ অসমত intelligent মানুহৰ অভাৱ !!
@newexplore1068
@newexplore1068 Ай бұрын
Tur nicina tu a ki bujibi gobur khua bhakt ...Rahul Gandhi a kintu non serious kotha koise ko soon ​@@ranjibborah3274
@newexplore1068
@newexplore1068 Ай бұрын
​@@ranjibborah3274Rahul Gandhi a corny capitalist karone andulon kori ase val koi sai aru besi kotha kobi mukh bagi dim kla
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
ৰাহুলৰ চিন্তা-ধাৰা;নিজৰ গাম্ভীৰ্য বৰ্তাই ৰখাৰ দৰে স্বভাব মোৰো আছে। সেয়ে ৰাহুল জী লৈ অশেষ ধন্যবাদ।
@kamalkalita338
@kamalkalita338 Ай бұрын
নিলাজ নৰেন্দ্ৰ মোদী সেয়েহে নিলা শিয়ালৰ দৰে বিবাহ খাবলৈ গৈছে
@parthakalita7335
@parthakalita7335 Ай бұрын
Nak ase jnu 😂😂
@rajenm3777
@rajenm3777 Ай бұрын
চব ৰাইজৰ টকাৰে হে পাতিছে ।আমাৰ পৰা Recharge দাম বঢ়াই কোটি কোটি ঘটি হে পাতিছে । আৰু কি ।
@munindoley5195
@munindoley5195 Ай бұрын
সুন্দৰ বিশ্লেষণৰে প্ৰস্তুত কৰা প্ৰতিবেদন খন প্ৰকৃতেই অতি সুন্দৰ হৈছে । আপোনালৈ ধন্যবাদ।
@joyprakashgohain7032
@joyprakashgohain7032 Ай бұрын
ৰাহুল গান্ধী সছাঁই মানৱীয় প্ৰমূল্যবোধ থকা নেতা ।
@imdadali9519
@imdadali9519 Ай бұрын
ৰাইজৰ ধন লুটি দূখীয়া মানুহক এইকেইজনে ভাৰতবৰ্ষ শেষ কৰিলে।
@nirmalhazarika
@nirmalhazarika Ай бұрын
৫০০০ কৌটি টকাৰ মাত্ৰ ১০০ কৌটিও যদি আমাৰ অসমৰ বানপিৰিতৰ সাহায্যৰ বাবে আগ বঢালে হয় !
@user-qh2ru3dy8m
@user-qh2ru3dy8m Ай бұрын
@@nirmalhazarika এটকা দিয়া উদাহৰণ নাই৷মাথো ৰিছাৰ্ছৰ নামত লুটৰাজ৷আমাৰ কথা বাদ দিয়ক মুম্বাইৰ ধাৰাবী বোলা বস্তুী এলেকাটোকে আজিলৈকে এটকা এটা দি উন্নতি কৰিব পৰা নাই৷যত জনতাৰ জীৱন সংগ্ৰাম দেখিলে চকুলো টুকি আহিৱ৷সি জাষ্টিন বিবাৰ ৰিহানাক আনি শ শ কোটি দি গান গোৱালে কিডাল হৱ৷
@user-je6zn2yr6j
@user-je6zn2yr6j Ай бұрын
Axxom k kio dibo axom r pora lobo he pare .koila aru petroleum
@taradoi7957
@taradoi7957 Ай бұрын
আম্বানি এজন ৰক্তপিপাসু হয় ।
@VV-kx1op
@VV-kx1op Ай бұрын
Yes like a vampire.you are right
@raihanalam2019
@raihanalam2019 Ай бұрын
মোদি এটা দুই নম্বৰী
@khargeswarbaruah8139
@khargeswarbaruah8139 Ай бұрын
আওপকীয়াকৈ কব পাৰি ভাৰতবৰ্ষ খন প্ৰকৃততে আম্বানীয়েই চলাইছে।
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
যেনেকৈ খৰছ কৰিছে, ৰাইজৰ পৰা সৰকাবও জানিছে।
@jagannathdas484
@jagannathdas484 Ай бұрын
মোদী নিলাজ নেকি,নে আন কিবা।
@sitarampegu5276
@sitarampegu5276 Ай бұрын
ইমান খিনি বিয়াৰ নামত খৰচ কৰাৰ কিহৰ প্ৰয়োজন দেশত হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই জীৱনটো শান্তিৰে কটাব পৰা নাই
@sujaldas9577
@sujaldas9577 23 күн бұрын
Tumi tenehole teulukor nisina kosto kori ultra rich boni jua aru tumar kostor dhon nijor putror biyat khoros nkri dukhiyak bilai diagoi , nonsense tumi jana nki teuluke kak kiman donation diye ? Aru teuluke biyar khoros 2-3 dinote joma kori lobo imn bhabi lav nai teu per second t e keiba crore income kore 😂
@sudiptapurkayastha5524
@sudiptapurkayastha5524 Ай бұрын
Shameless Prime Minister.
@_axomia_lora_2624
@_axomia_lora_2624 Ай бұрын
দেশৰ মুৰব্বী জনে প্ৰটকল ভংগ কৰিছে নেকি,?
@trishnagogoiphukan5529
@trishnagogoiphukan5529 Ай бұрын
নম্বৰ ১ দালাল গুজৰাটী সোপা ।
@nirupoma5935
@nirupoma5935 Ай бұрын
সকলোৰে অতি টো বেয়া। অতি দৰ্পে হত লংকা।সুব্ৰত ৰয়ৰ দৰে নহ'লেই ৰক্ষা।
@ruhitdihingia8210
@ruhitdihingia8210 Ай бұрын
সুন্দৰ প্ৰতিবেদন।
@JayantiSaikia-qm6vj
@JayantiSaikia-qm6vj Ай бұрын
বহুত সুন্দৰ বাতৰি দিলে।
@drevelsahmed964
@drevelsahmed964 Ай бұрын
Rahul gandi best politician
@Kiran-si2bf
@Kiran-si2bf Ай бұрын
সঁচা কথা কৈছে আপুনি,
@golaplikson6222
@golaplikson6222 Ай бұрын
সঁচাই কৈছে। এইবাৰ ৰাইজে এই কথাবোৰ ভালদৰে চিন্তা কৰাৰ দৰকাৰ।
@anowara.begum23
@anowara.begum23 Ай бұрын
সম্পূৰ্ণ সচা কথা 🎉🎉
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
মোডীয়ে কিয় নছা নাই,
@user-pg7gl8uf2y
@user-pg7gl8uf2y Ай бұрын
😂right question
@MoniPatar-du6ur
@MoniPatar-du6ur 27 күн бұрын
জহৱাসবা চব দুটিয়া পৰা লুটিচ তাৰ সলনি দুটিয়াসবাক সভাই কৰিলি ভয় বহুতদিন জিয়াই থাকিলি হয়
@sameerdeka5893
@sameerdeka5893 Ай бұрын
Jio bad dilu dei
@rajibbormedhi8638
@rajibbormedhi8638 Ай бұрын
অম্বানিয়ে কাক লুটিলে,বাৰু তেওঁলোকে টো অপনেকৱ ইহা লুটাও লুটাও কোৱা নাই,আমি মখাই হে লোতাইছো,প্ৰত্যেক জন ভিভিয়াই পিক একোটা কৈ ২কোটি টকীয়া ঘড়ী উপহাৰ দিয়া হৈছে,বুদ্ধি খটোয়াই ঘটিছে,৫০০০ হেজাৰ কোটি কত আৰু মোৰ বিয়াত ৫০০০হেজাৰ টকাৰ।
@mintuborah1478
@mintuborah1478 Ай бұрын
Boycott Ambani
@user-zw1sl3zs1s
@user-zw1sl3zs1s Ай бұрын
আম্বানি এটা ডকাইত।
@anukulrabha5766
@anukulrabha5766 Ай бұрын
লাজ লাগিবলৈ গাড্ডাৰ মোডীৰ নাক আছে জানো ? চয়তানৰ নাকে লাজ নাপায় ।
@salimhussain4907
@salimhussain4907 Ай бұрын
আমাৰ টকাৰে বিয়া পাতিছে। ভালে কৰিছে নাযায়
@_axomia_lora_2624
@_axomia_lora_2624 Ай бұрын
আমাৰ উপহাৰো আছে সেই বিবাহত
@dakwamrongphar2729
@dakwamrongphar2729 Ай бұрын
Right ❤
@dharmaphukon3166
@dharmaphukon3166 Ай бұрын
নাচিবলৈ বাধ্য কৰালে সকলোকে আম্বানিয়ে, যেহেতু সকলো গোলাম আছিল সেই সকল।
@bkp9774
@bkp9774 Ай бұрын
মোকো নিমন্ত্ৰণ জনাইছিল, jio ৰ গ্ৰাহক বুলি, নগলো, BSNL ত হে যইন কৰিম বুলি ভাবিছোঁ।😊😊😊
@user-qh2ru3dy8m
@user-qh2ru3dy8m Ай бұрын
বিয়া আপোনাৰ মোৰ টকাৰে পাতিছে৷ইছছা কৰিলেই যাৱ পাৰিলে হেতেন৷বিয়া আমবানীয়ে পতা নাই বিয়া আমি পাতি দিছো৷
@somirbhaitipstrick6602
@somirbhaitipstrick6602 Ай бұрын
​@@user-qh2ru3dy8mJio sim ot recharge kri yat comment kori asohi.😂moi nijei bsnl user. Ambanir okol Jior h buisness ase buli vabiso nki😂.Gyan pelibo ahise.7th fail
@jibongogoi6940
@jibongogoi6940 Ай бұрын
Jio বৰ্জন কৰক l
@samirondutta3742
@samirondutta3742 Ай бұрын
ৰাহুল ❤
@tapanchangmai2261
@tapanchangmai2261 Ай бұрын
বিয়া খনৰ পৰা ভাৰতৰ বিশেষকৈ অসমৰ একেবাৰে লাভ হোৱা নাই বুলি মই ভাবো। আম্বানিয়ে অসমৰ বানপিৰিত সহায় কৰা হ'লে ভাল পালোঁ হয় ।
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
মোদীৰ চন্দুক আম্বানি । আম্বানিয়ে চৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা হাজাৰ হাজাৰ কোটি লোণ লব আৰু লোকচান দেখুৱাই আবেদন জনাব আৰু মোদীয়ে লোণ মাফ দিব । পিছত দুয়োটাই ভগাই লব । এইটো চলি আছে । এইয়াই মোদী । এতিয়া বুজিলে ৰিক্সা ভৰাই কোনে ধন আনে ।
@Atulchandi96
@Atulchandi96 Ай бұрын
Excellent Rahul gandi
@user-kd4pv9nf8s
@user-kd4pv9nf8s 22 күн бұрын
ভাল কৈছে।
@pranabkataki2414
@pranabkataki2414 Ай бұрын
ৰাহুল মহান নেতা,,,,চল্লিছ হাজাৰ কোটিৰ মালিক ছোনিয়া সেইয়া কাৰ টকা অ'
@ajitsarma8237
@ajitsarma8237 Ай бұрын
এই সকলোবোৰ ৰাইজৰ তেজ খোৱা জোক । সৰু সৰু চিনা জোক বোৰ দাঙৰ মহ জোকৰ ঘৰলৈ গৈছে 😂
@MadanSarma-jk4mj
@MadanSarma-jk4mj Ай бұрын
মাতিলে যাবই। কিন কেবল জিঅ ,নে এয়াৰটেল ৰ বঢ়া নাই নেকি ? ধনী হবৰ যত্ন কৰক ।।
@user-tx6wj7ph3b
@user-tx6wj7ph3b Ай бұрын
rahul❤❤❤❤❤❤❤
@anilhoro8702
@anilhoro8702 Ай бұрын
News টো মজ্জা ,এই বিলাক দেশৰ দুকানি
@sewalibordoloiphukan288
@sewalibordoloiphukan288 Ай бұрын
Real leader
@GhonshayamKormokar
@GhonshayamKormokar Ай бұрын
Jio চিম কাৰ্ড নসলোৱা ভাল হব নেকি
@HiteshPadi
@HiteshPadi 26 күн бұрын
हिमांतक पत्ता निडिले
@bahubalistarkusha3662
@bahubalistarkusha3662 Ай бұрын
Mamata banerjee আৰু I.N.D.I.A. ৰ member বিলাকক দেখা নাই । 2013 চনত Akash Ambani য়ে accident কৰি দুটা মানুহ মাৰিছিল। তেতিয়া কাৰ চৰকাৰ আছিল। তেতিয়া তোৰ ৰাহুল বাপেৰক পইছা খুৱাই মুখ বন্ধ কৰি থৈছিল। ৰাজনীতিত সিংহলেখীয়া মানুহে নহক কিয় business man য়ে চৰকাৰ চলাব। আৰু আমি Godi, Papu etc. কৰি থাকো। Whatsapp University ৰ জ্ঞান লোৱা বাদ দি😂😂😂।
@nabadeka4638
@nabadeka4638 Ай бұрын
Bohut Top level congress leader present ase , abar chabo
@sancomedy2135
@sancomedy2135 Ай бұрын
right
@Danirojasfc6
@Danirojasfc6 Ай бұрын
সুন্দৰ। অতি সুন্দৰ বিশ্লেষণ। It's time to raise your voice otherwise they will even take away your right to speech Jai Hind 🇮🇳
@MoniHazarika-cq5wp
@MoniHazarika-cq5wp Ай бұрын
Hundar
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
Ei proman Rahul khadharon jonotar logot.
@AkshendraDas-bv5ef
@AkshendraDas-bv5ef Ай бұрын
Si, karony rechagr dam basi hoishi biyar karony
@jumongaming2358
@jumongaming2358 20 күн бұрын
Rahul sar is an only one planet in the world
@TCF573
@TCF573 Ай бұрын
Bharotot pagolar paglami kiman saba ??? 😅😅😅
@tayyeburrahman7362
@tayyeburrahman7362 14 күн бұрын
বিনা পইচাত প্রেস্রাবো নকৰে ইসতে গতিকে মোবাইল ৰ Rcharge মূল্য বঢ়াই ৰাইজৰ ৫০০০০ কোটি ওঠাই ললে Modi য়ে ভাল দিন আনি দিছে ৭০বছৰে কোনোৱে এনে বিয়া পাতিছিল নে?
@user-nh6ey3ru4p
@user-nh6ey3ru4p Ай бұрын
এখন চৰকাৰেই নিজৰ দেশৰ মানুহক ঠগি কেনেকৈ দুটামান ধনকুবেৰৰ স্বাৰ্থত কাম কৰিছে ভাবিলেই আচৰিত লাগে৷
@JayPegu321
@JayPegu321 Ай бұрын
হয়।।।
@nilkamalvedios8867
@nilkamalvedios8867 Ай бұрын
আপোনা মতে মোদীৰ কি অপৰাধ হল ? জনাবনে ?
@JakirulIslam-iu5yz
@JakirulIslam-iu5yz Ай бұрын
Thanks❤
@user-cv7hu1cx8c
@user-cv7hu1cx8c 25 күн бұрын
Jio go back
@adityamondal1596
@adityamondal1596 Ай бұрын
Jay ho Ratan Tata
@ISeeYou-fc5zg
@ISeeYou-fc5zg Ай бұрын
বিজেপিৰ অন্ধ ভক্ত সকলৰ বাবে এই বাতৰি অতি গৌৰৱৰ।
@user-vq6ly9ud7z
@user-vq6ly9ud7z Ай бұрын
Jio recharge kimn hol sinta krisa ne 😂😂
@birajbora7322
@birajbora7322 Ай бұрын
BSNL sim Luwa nijor poisa bosuwa😂😂😂
@Assamesevlogs-vd1gv
@Assamesevlogs-vd1gv Ай бұрын
Yesss
@ashimtalukdar6187
@ashimtalukdar6187 Ай бұрын
এয়া ভাৰতৰ সাধাৰন জনতাৰ প্ৰতি চৰম তাচ্ছিল্য
@mahikaborooah4291
@mahikaborooah4291 Ай бұрын
This reporter has no idea of economics. What is the networth of Mukesh Ambani and what is 5000 crores in terms of his netwoth.
@facthouse_3259
@facthouse_3259 Ай бұрын
Sab raijor toka
@MantuChutia-pb6iv
@MantuChutia-pb6iv 29 күн бұрын
Rahul Gandhi zindabad
@binudkuli7790
@binudkuli7790 Ай бұрын
Virat Kohli ajon
@hemkantabharali6020
@hemkantabharali6020 Ай бұрын
Thanks
@prasantaduarah8480
@prasantaduarah8480 Ай бұрын
Ami jio arim
@PandhowaPavalps
@PandhowaPavalps Ай бұрын
Hindu hindu korie rajniti korie research r dam braised atia tex hindu disease sad kotha
@dakwamrongphar2729
@dakwamrongphar2729 Ай бұрын
❤👍
@manojtalukdar6647
@manojtalukdar6647 Ай бұрын
শিক্ষিত মানুহৰ চিন @ ৰাহুল গান্ধী জিন্দাবাদ 👍👍👍💯💯💯 অশিক্ষিত 👺 মানুহে কেতিয়া কি কয়, মুখেৰে কি ওলাই যায় ক'বই নোৱাৰে 😋😋😋
@madhurjyamazumdar1577
@madhurjyamazumdar1577 Ай бұрын
এজন ব্যক্তিয়ে ৭লাখ টকা বছৰত উপাৰ্জন কৰিলে আয়কৰ দিব লাগে কিন্তু কৌটি কৌটি টকা বিয়াৰ নামত খৰছ কৰা পূজিপতিক ঋন ৰেহাই দিয়া হয়।কি আজব কাণ্ড।
@uc9k075
@uc9k075 Ай бұрын
Ambanir dalali koribo goisile
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
ভগৱান ভ লা কৰে ।
@facthouse_3259
@facthouse_3259 Ай бұрын
Dukhiak dan dibo lage
@bhaskarborah4254
@bhaskarborah4254 Ай бұрын
Maha Bharat Katha Jai shree Krishna
@ranisonowal3288
@ranisonowal3288 Ай бұрын
Jola jola gundhise dei 😂😂😂😂
@emanali4528
@emanali4528 Ай бұрын
Sendel-sendel
@Rahulraj11224
@Rahulraj11224 Ай бұрын
Joi congress
@salmasultana1971
@salmasultana1971 Ай бұрын
Jio arim aru
@debakantasaikia1937
@debakantasaikia1937 Ай бұрын
এখন ৰাষ্ট্ৰৰ প্ৰধান গৰাকীৰ মুখত 'টকা' ৰ ঠাইত কিতনা "মাল" বুলি কোৱাটো পাগলামিৰ বাহিৰে ভাল বুলি কব নোৱাৰি ।
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr Ай бұрын
Right news
@prince_babu_72
@prince_babu_72 Ай бұрын
Etu lag nhw mudi
@NSmix24
@NSmix24 Ай бұрын
Jegat disa
@user-cm1fm7yv7y
@user-cm1fm7yv7y Ай бұрын
Jio boycott korouk
@PrinceBablu-n4v
@PrinceBablu-n4v Ай бұрын
Hoi biya pati amar murt Marle rangoon 😢😢😢😢
@user-sk8rm2tr6x
@user-sk8rm2tr6x Ай бұрын
Voot nidu aru bjp k
@bappidas5488
@bappidas5488 Ай бұрын
Thik koise
@FixGutishillong
@FixGutishillong 29 күн бұрын
Ami hokolu a BSNL tu aguai jabo hohojug koribo lage
@hiranyamudoi1767
@hiranyamudoi1767 Ай бұрын
Recharge borhai amar tokare patise
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 14 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 39 МЛН
Live: Times Network India Health Awards 2024
2:29:09
TIMES NOW
Рет қаралды 2,1 М.