Рет қаралды 84
ৰৌ মাছ সৰিয়হ আৰু বিলাহীৰে বৰ সোৱাদ।Rou fish curry.fish curry assamese style.
assamese recipe
fish curry recipe
Rou fish curry
spicy fish
local fish curry
how to cook fish curry
assamese recipe
assamese village recipe
ৰৌ মাছৰ আঞ্জা
musterd seeds recipe
নমস্কাৰ
বন্ধু-বান্ধবী সকল ,
মই মোৰ চেনেলটোৰ জৰিয়তে অসমৰ থলুৱা খাদ্য,
পুৰণি স্বাস্থ সন্মত খাদ্যবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছো।সদায় যিহেতু মই ৰন্ধা বঢ়াতে ব্যস্ত হৈ থাকো কিছুমান বস্তু কেনেকেবনালে বেছি সোৱাদ হয়,কাৰ লগত কি নিমিলে ,কি মিলে নিজে গম পাও আৰু তাক আপোনালোকৰ ওচৰত share কৰিব বিচাৰো।আজি ও মই তেনে এখন ৰেচিপি লৈ আহিছো।আশা কৰো
আপোনালোকে আদৰি লৈ সাধাৰণ গৃহিনী এজনীক উপকাৰ কৰিব।
মৰমেৰে,
@bandanahazarika4137
🙏🙏🙏
#fishcurry#assamesestyle#ৰৌমাছ#rahufishc
urry#keywordforfishcurry
#assameserecipe#fishcurry
#assamesevillagerecipe
#roufishcurry
#musteredseeds