Puwati Tora - পুৱতি তৰা | 01st July 2024 | Ep No 97

  Рет қаралды 316,752

Rang TV

Rang TV

Күн бұрын

Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 97
---------------------------
ৰমনৰ অত্যাচাৰত প্ৰজ্ঞাই কি কৰিব?
#RangTV #PuwatiTora #prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2

Пікірлер: 293
@nisantadas7484
@nisantadas7484 15 күн бұрын
পুৰুষ নথকা এটা পৰিয়ালত এনেকৈ মদ্যপান কৰি গুন্দামি কৰিবলৈ যোৱা দৃশ্যাংশ দেখুওৱাটো কিন্তু বহুত বেয়া হৈছে ।
@pradyutsharmapradyut5535
@pradyutsharmapradyut5535 15 күн бұрын
ৰমণকযে দেখিব মন নাযায় পৰিয়ালটোক ইমান অশান্তি দিছে | কাৰ কাৰ ৰমণক ভাল নালাগে লাইক কৰা❤️👍👍
@dipamonigogoi1516
@dipamonigogoi1516 15 күн бұрын
Romenk Kune Kune beya puwa ata ata like kora moi bhut beya paw
@BinuSaikia-tk6hm
@BinuSaikia-tk6hm 15 күн бұрын
Moi u bohut beya paw logote pragya jonik
@bhanitakalita2168
@bhanitakalita2168 15 күн бұрын
@parthadrawing9593
@parthadrawing9593 15 күн бұрын
Moi bohot baya pow
@trishnadas7699
@trishnadas7699 15 күн бұрын
W hoon hiii​@@bhanitakalita2168on
@user-mr4ud2jq1s
@user-mr4ud2jq1s 15 күн бұрын
Moi bohot beya paw
@pinkiboruah9621
@pinkiboruah9621 15 күн бұрын
প্ৰজ্ঞা আৰু মাকৰ অলপ অহংকাৰ হৈছিল নহয় আজি পালে মজা,,❤❤অণু আৰু পমৰ মাকক বৰ দম দম কথা কই দেখোন এতিয়া ৰমনক একো কবই নোৱাৰে বুবা হৈ ৰখি আছে😂😂
@assamsura9034
@assamsura9034 15 күн бұрын
@@pinkiboruah9621 আজি প্ৰজ্ঞা অবশ্বা টু দেখি বৰ ভাল লাগিছে তাইৰ বৰ লেবেল আৰু মাকক এটা শিক্ষা দিব লাগিছিল তাইও অলপ নহয় অনু ওপৰত বাহাদুৰি আজি কি হল
@annaatitorkothamonotpreval3450
@annaatitorkothamonotpreval3450 15 күн бұрын
Umm thike krise anekuwa hb lage
@user-tm9mz7ly6j
@user-tm9mz7ly6j 15 күн бұрын
S. Sssaassssssassa 19:48 ​@@annaatitorkothamonotpreval3450
@user-tx2gq6ir6k
@user-tx2gq6ir6k 15 күн бұрын
Romonok Jodi usorat palu hoi sendelor sor diluhoi Kune Kune baru teneke vabise like ata kori diba
@nazimulhoque9275
@nazimulhoque9275 15 күн бұрын
আমি মাইকী জাতি toi লগ লাগি মেখেলা এখন গলত পিন্ধালো হয়
@user-ul7sm4pi7g
@user-ul7sm4pi7g 15 күн бұрын
ৰমণৰ চৰিত্ৰ টো বহুত বেছিয়ে ফাল্টো লাগে।
@Kaushik632
@Kaushik632 15 күн бұрын
পমৰ মাক আৰু অনুৰ মাকে মিলি যদি বাঢ়নী সূতাৰে ঠিকেছে এই ৰমন নৰপিসাজ টোক কুবালে হয়, বহুত ভাল লাগিল হয়। নে কি কয় ৰাইজ? 😂❤ এইটোক দেখিলে মোৰ বহুত খং উঠে।
@SobitaSobita-pv5by
@SobitaSobita-pv5by 15 күн бұрын
Sime yrr
@assamsura9034
@assamsura9034 15 күн бұрын
হয় দিয়ক
@banasmitadas8169
@banasmitadas8169 15 күн бұрын
Xahok a nai bl ketar
@pinkiboruah9621
@pinkiboruah9621 15 күн бұрын
প্ৰজ্ঞা নাচন 😂😂পমক বেয়া ব্যৱহাৰ কৰিছিল নহয় পালে মজা❤
@অসমীয়া
@অসমীয়া 15 күн бұрын
🤣🤣
@kusumbaruah2336
@kusumbaruah2336 15 күн бұрын
ৰমনৰ দৰে মানুহক ফাঁচী দিব লাগে 😢
@BijumoniBoruah-xm3ng
@BijumoniBoruah-xm3ng 15 күн бұрын
ৰমন ডাঙৰীয়াই অভিনয় ধুনীয়া কৰিছে পিছে অন্যায় কৰাৰ কাৰণে বেয়া লাগিছে ❤❤
@RatonGogoi-ck1qt
@RatonGogoi-ck1qt 15 күн бұрын
প্ৰজ্ঞা বাৰ নাছটো চাই ভাল লাগিল ।আপোনালোক মানে সতিনী আৰু মাক জীয়েক চাৰিজনী একহলেহে ৰমনক দমন কৰিব পাৰিব নহলে নছুৱাই থাকিব তেওঁ 🙏😭😭।
@HiranmoyJyoti
@HiranmoyJyoti 15 күн бұрын
Aikhon serial karone roi thaku ...Kune Kune val pai Sai like ata koribo😊❤❤
@putudevi4437
@putudevi4437 14 күн бұрын
🎉voti
@AnilSaikia-eh8wi
@AnilSaikia-eh8wi 13 күн бұрын
​@@putudevi44371qq1pvqqqqqq❤❤❤❤
@bhumitakalita1474
@bhumitakalita1474 15 күн бұрын
গোটেইকেইটা লগ লাগি টাকোনেৰে কুবাই ঘৰৰপৰা বাহিৰ ওলাই দিব লাগে ৰমন পাগলক।
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 15 күн бұрын
ৰমনটোক পুলিছে গ্ৰেপ্তাৰ কৰক নহ'লে ইয়াক নেদেখুৱাব
@gitasaikia9688
@gitasaikia9688 15 күн бұрын
অহংকাৰী মাক জীয়েকক দেখি‌ মজা লাগিছে, প্ৰজ্ঞা অহংকাৰী জনী নাচ 😅😅
@user-bx7lt7hc6y
@user-bx7lt7hc6y 15 күн бұрын
Mak kihor ahongkari ...apuni sotini logot ekelge thakibo jodi pre
@MinakshidevinathMinakshidevina
@MinakshidevinathMinakshidevina 15 күн бұрын
প্ৰজ্ঞা ভাল লাগিল ... ৰমনক মাৰি দিব লাগিচিলে..বহুত দুখ লাগিল .. ৰমনক বেয়া পাও..plz comment korib. Kune kune bewa pai
@user-rm9ci6lt8p
@user-rm9ci6lt8p 15 күн бұрын
অনুভূতিৰ মাকে ৰমনহঁতৰ আগত পম্পমৰ মাকক এইদৰে ক'ব নালাগিছিল । পালে নহয় শত্ৰুৱে আসৈ...
@assamsura9034
@assamsura9034 15 күн бұрын
@@user-rm9ci6lt8p ঠিক কথা কৈছে
@renukatalukdar9547
@renukatalukdar9547 15 күн бұрын
ৰিয়েলৰ লগত মিল থাকিব লাগে অভদামি বেছি হৈছে
@assamsura9034
@assamsura9034 15 күн бұрын
আজি একো ভাল নালাগিল চাই এই ৰমন টুক দেখাই গোটেই সময় পাৰ কৰি দিলে পাই এই ৰমন টুক ধৰা পেলাব লাগে তাক চাই চাই বিৰক্ত আহিছে আৰু প্ৰগ্গা জনি এনেই বৰ বেছি দেখাই বায়েকৰ ওপৰত আজি কুকুৰৰ নিচিনা কে নেজ পেলায় দিছে😂কেনাই বৰ লেবেল 😅নে কি কয় ৰাইজ
@user-mi5nv5zw3d
@user-mi5nv5zw3d 15 күн бұрын
প্ৰজ্ঞাই ৰমনক চৰ মাৰি দিব লাগে
@user-rw3pv9dw1j
@user-rw3pv9dw1j 15 күн бұрын
এইবোৰ ফাল্টু ৷এইবোৰ দৃশ্য চাই দৰ্শকে আমনি পায় ৷গতিকে কাহিনী আগবঢ়োৱাৰ পৰিকল্পনা নাথাকিলে বন্ধ কৰি দিব লাগে ৷
@bandanadas9879
@bandanadas9879 15 күн бұрын
Val pao kintu Ramanar charitra tu besi dekhuwa hoise karane val laga nai. Assamese serial t enekuakoi besi karile val nalage
@addicted.to.music36
@addicted.to.music36 15 күн бұрын
এতিয়া প্ৰজ্ঞাৰ অসংকাৰ কত গল
@osmangani9634
@osmangani9634 15 күн бұрын
Romon k si bhut amoni lge
@TYCOON_GX
@TYCOON_GX 15 күн бұрын
Romon ne val acting korise soboke angry koriboloi bhaidho korise . everyone is good acting 🎉🎉🎉🎉
@jnandabaruah1735
@jnandabaruah1735 15 күн бұрын
Priam and Annu both are sooo beautiful
@monalishagogoi3123
@monalishagogoi3123 15 күн бұрын
Proygar nas tu mojaa lagil😅
@user-mi5nv5zw3d
@user-mi5nv5zw3d 15 күн бұрын
ৰমনক চাবলৈ মন নাযায়
@user-nv5fy4lq2r
@user-nv5fy4lq2r 15 күн бұрын
ৰমনক চাব লৈ মন নুজুৱা হৈছে
@rajukalita9258
@rajukalita9258 15 күн бұрын
অলপ বেছি হোৱা যেন লাগিছে,,আজিকালি কোনোৱে ইমান সহ্য নকৰে
@Bi_RaaG_
@Bi_RaaG_ 15 күн бұрын
ৰমণৰ চৰিত্ৰটো বৰ অভাৰ দেখাইছে....
@SanjibPhukan-ui3xt
@SanjibPhukan-ui3xt 15 күн бұрын
পম আৰু জিউৰ সুন্দৰ অভিনয়❤❤❤
@junmoniborah4116
@junmoniborah4116 14 күн бұрын
Ai rmn dlk dekhile seriel khn sabole mon njai.
@namitachoudhury8264
@namitachoudhury8264 15 күн бұрын
Ramanr chapter to close krib lge ru.
@AssameseMaker1
@AssameseMaker1 15 күн бұрын
Moi huwa Hole romon rr theng bhagi dilu hoi😂
@DipanKonwar-ne4oq
@DipanKonwar-ne4oq 15 күн бұрын
Moi akebare dead korilu hoi👽
@AssameseMaker1
@AssameseMaker1 15 күн бұрын
@@DipanKonwar-ne4oq 💀😂
@sameerali4957
@sameerali4957 15 күн бұрын
My favorite serial puwati tora ❤all friends good night❤❤❤🎉❤❤❤
@ni2m-rr2qp
@ni2m-rr2qp 15 күн бұрын
Tumaluke nuarisa jodi muk mata
@bhagyashree4681
@bhagyashree4681 15 күн бұрын
Aji sai val nlgilak... Gote episode kaeta romon pgl tok dekhe a ses korsi... Nasolu a skip kori saisu akle jiu r khini saisu.... Aru ane dukhun proigya aru proigya Mak a anuk bor kotha sunai... Pom r mak kok pura dada giri dekhoi... Aji kio romon pglk ako kobo norlak
@assamsura9034
@assamsura9034 15 күн бұрын
@@bhagyashree4681 একদম ঠিক কথা কৈছে আপুনি
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 15 күн бұрын
ৰংমনৰ কাৰনে চিৰেলখন ফালটো হৈ গৈছে
@kalpanathakuriya2749
@kalpanathakuriya2749 15 күн бұрын
মই ও ভাল পাওঁ জানা 🎉❤❤
@gunajitsarma5579
@gunajitsarma5579 15 күн бұрын
Mojja nasisa de 😂😂😂
@Sunu097
@Sunu097 15 күн бұрын
ৰমনৰ অতপালি চাবলৈ মন যোৱা নাই
@abhishekdevnath9959
@abhishekdevnath9959 15 күн бұрын
বেছি অৰাজক দেখা ইছে।ৰমণক শাস্তি দিবলৈ আৰু কিমান বাকী
@addicted.to.music36
@addicted.to.music36 15 күн бұрын
Only 3 episode left for 100🎉🎉🎉🎉
@PaporiPegu-bw2jn
@PaporiPegu-bw2jn 15 күн бұрын
এই,গুণদা,কিতাক,জুই,লগাই,দিব,লগে,অলপ,বেছি, কৰিছে 😢😢
@kakunath5438
@kakunath5438 15 күн бұрын
নাচ প্ৰজ্ঞা নাচ 😂❤
@user-tr1tl1gn8p
@user-tr1tl1gn8p 14 күн бұрын
বৰ ভাল লাগিছে
@pinkugogoi2016
@pinkugogoi2016 15 күн бұрын
Uwau,mozza hbo aji
@runumasaharia3286
@runumasaharia3286 15 күн бұрын
Romonak sariaba mon jai
@user-rw3pv9dw1j
@user-rw3pv9dw1j 15 күн бұрын
ছিৰিয়েল খনৰ আৰম্ভণিটো ঠিকেই আছিল কিন্তু এতিয়া এনেকুৱা লগা হৈছে যে পৰিচালক -প্ৰজোযকে দৰ্শকক বুৰ্বক বুলি ভাবি লৈছে নেকি ?কিছুমান দৃশ্যই সমগ্ৰ অাইন শৃংখলা টোক ভ্ৰক্ৰটি কৰিছে আৰু কিছুমান দৃশ্যই তেওঁলোকৰ পুতৌ লগা দিশটো উদঙাই দেখুৱাই দিছে ৷উদাহৰণ হিচাবে বিভূতি ফুকনক অপহৰণ কৰা ইমান দিনৰ পিচতো তেওঁৰ চেহেৰাৰ একো পৰিবৰ্তন নাই ৷একেই দাড়ি -চুলি একেই খুটা একেই বান্ধ একেই চেহেৰা ৷তাৰ মানে কি?
@parinitadevi8236
@parinitadevi8236 15 күн бұрын
ৰমনক বাৰু কিয় দেখুৱাই 😡 হজম নহয় মোৰ 😡😡
@MridusmitaDasMridusmitaD-ef7ek
@MridusmitaDasMridusmitaD-ef7ek 15 күн бұрын
Moiyu bohut vl paw👍👍👍
@suniyakaria9009
@suniyakaria9009 15 күн бұрын
My love you forever sreal❤❤❤❤
@user-rw3pv9dw1j
@user-rw3pv9dw1j 15 күн бұрын
আজিৰ যুগত এই বোৰ দৃশ্যই কাৰো অন্তৰত সা৺চ বহাব নোৱাৰে ৷মহা ফাল্টু লাগিছে ৷
@Animadutta.
@Animadutta. 15 күн бұрын
লোকৰ ঘৰত মদ লীলা কিহৰ‌ গিলাছ মূৰত মাৰি দিব লাগে
@PriyankaHandique-t5t
@PriyankaHandique-t5t 15 күн бұрын
Romonor acting kintu perfect 👌
@Dhritirajpatowary
@Dhritirajpatowary 15 күн бұрын
ৰমন পিছফালৰ পৰা কোবোৱাব লাগে😅
@Fatima_Rashid
@Fatima_Rashid 15 күн бұрын
Anu aru pomok beya bebohar korar babe aji Romonor pora paise progyaye. Good
@ranjumoniborah7662
@ranjumoniborah7662 15 күн бұрын
সাধাৰণতে বাস্তৱত এনে নহয়
@annaatitorkothamonotpreval3450
@annaatitorkothamonotpreval3450 15 күн бұрын
Progya atiyahe sab val laga hoise kene paieso atiya
@user-vn4oi9xc9q
@user-vn4oi9xc9q 15 күн бұрын
Romoni joni bor dusto😂😂
@BubulPatar-kf6tx
@BubulPatar-kf6tx 15 күн бұрын
Romnr oviny Val loganai
@priyankasaikia5963
@priyankasaikia5963 15 күн бұрын
গোটেই episode 2 অকল একে খিনিকে দেখাই থাকিলে।। কি মানে পেন পেনাই দেখুৱাই থাকে একে খিনিকে dhuie 😑
@umeshdasmusiclover69
@umeshdasmusiclover69 15 күн бұрын
Romon nice val dise poghok
@user-rp4lv8fd7f
@user-rp4lv8fd7f 15 күн бұрын
Romonor Ane Aasoron val nalagil. Ati matra hoise.Aiya Jodi uthi aha same anuhoron kore tente homajot ati bipodjonok hobo.But atyasarrer adin poton hoboi. Bibhuti phukonor familyr uprot atyasar soluwa Romonor ketiya poton hoi tarbabe wait korilu
@pragyashreechangmai1702
@pragyashreechangmai1702 15 күн бұрын
প্ৰজ্ঞাই বহুত ডাঙৰ ডাঙৰ কথা কয় কিন্তু বাৰে বাৰে যে ৰমন হঁতে অত্যাচাৰ চলাই থাকে হি ঘৰত আহি তাই কিয় নোৱাৰে আইনৰ ব্যৱস্থা লৱলে।।। অলপ বেছি হৈছে আৰু ৰমনৰ ব্যৱস্থা হৱ লাগে সোনকালে।।।
@user-ui4tt6wo7b
@user-ui4tt6wo7b 15 күн бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@user-zv4hc1cy1r
@user-zv4hc1cy1r 15 күн бұрын
Pragya 👌👌👌
@sumandeka5093
@sumandeka5093 15 күн бұрын
Romon nahle val lagib.plz sei tok atorai diok.
@janmoni-moni604
@janmoni-moni604 15 күн бұрын
Progya dance kri kene lagil aji🤣🤣 anu k challenge kra romon k ako krib nuwarile😤😤
@apz7645
@apz7645 15 күн бұрын
bhalei hol
@assamsura9034
@assamsura9034 15 күн бұрын
@@apz7645 right 👍
@monalishaborah-ys1zd
@monalishaborah-ys1zd 15 күн бұрын
আজি অকল এই পাগল ৰমন টোকে দেখাই থাকিলে 😡
@DigeanHandique
@DigeanHandique 15 күн бұрын
Nice
@manosibora5164
@manosibora5164 15 күн бұрын
Skipped kori sautei xex hol Romonok nasau buli eribhe lagib sable eidalok dekhuai thakile😢
@purabidihingia8784
@purabidihingia8784 15 күн бұрын
এই ৰমনক বহুত বেছি বেয়া দেখাইছে।কিবা চাবলৈ ভাল নালাগে ।বহুত হেপাহেৰে ৰখি থাকো চাবলৈ কিন্ত্ত ইচ্ছা নাযায় চাবলৈ ।skip kori চাও ভাল লগা বোৰ
@tajminabegum4179
@tajminabegum4179 15 күн бұрын
Romon tuk atorai blg ajonok diyok..aijonr acting akebare flto lgise.😏
@rupomdeori5497
@rupomdeori5497 15 күн бұрын
😊😮
@apz7645
@apz7645 15 күн бұрын
story scenes bur alop besi fast hoise
@PriyankaHandique-t5t
@PriyankaHandique-t5t 15 күн бұрын
Progya dance kori kene pali😂
@geetashreekonwar8906
@geetashreekonwar8906 15 күн бұрын
Pragya 😂😂😂
@rahulsonowal9154
@rahulsonowal9154 15 күн бұрын
❤❤❤❤❤❤
@user-uf3un9dh2u
@user-uf3un9dh2u 15 күн бұрын
Last seen tu putola nasor dore lagise😂dance tu😂
@AnkitaDihingia-xf7vl
@AnkitaDihingia-xf7vl 15 күн бұрын
Romnk valke dibo Lage 😢😊
@JunaliGogoi-tz7em
@JunaliGogoi-tz7em 15 күн бұрын
Val lagise। Serial khon
@monjeetadutta9021
@monjeetadutta9021 15 күн бұрын
ৰমণক আঁতৰ কৰিব লাগে , ভাল লগা নাই তাৰ অতপালি বেছি হৈছে ।
@bhaitypegu4780
@bhaitypegu4780 15 күн бұрын
@himanitalukdar1036
@himanitalukdar1036 15 күн бұрын
পুৱতি তৰা চাবলৈ বেয়া লাগে ফাইলটোৰ কাৰনে
@DhrubaBaishya-jo2gl
@DhrubaBaishya-jo2gl 15 күн бұрын
Romon mori goleo val hoi
@ParthaDas-su2qj
@ParthaDas-su2qj 15 күн бұрын
Val hoise nas paise tai atiya
@user-we4lb8ql5p
@user-we4lb8ql5p 15 күн бұрын
Proiga vori d surikhn
@meghalidutta4974
@meghalidutta4974 15 күн бұрын
Roi asu sabaloi❤❤❤
@nilimadasdas9694
@nilimadasdas9694 15 күн бұрын
একেটি দৃশ্য ইমান দীঘলীয়াকৈ দেখুৱাইছে বৰ বিৰক্তি লাগিছে একদম ফাল্টু
@anjalibarman1838
@anjalibarman1838 15 күн бұрын
কেনে লাগিছে প্ৰজ্ঞা মাজনী
@mousumidutta4342
@mousumidutta4342 15 күн бұрын
প্ৰজ্ঞা টয় পম আৰু মা কৰ উপৰত আৰু অনুৰ উপৰত দম্ভালি দেখাই থাক যে এতিয়া ৰমণৰ উপৰত দেখাব লাগে আকৌ😅
@ArupKachari-xs6pc
@ArupKachari-xs6pc 15 күн бұрын
Romonk kio kuneu aku krib nwre bru ...progyai sui khn petite vorai db lgsl romonk....😡😡😡😡
@user-gr3gy8fz8w
@user-gr3gy8fz8w 15 күн бұрын
Rmn dl olale sb mn nuhwa hyi sirel khn dhet iesb
@Hridaya123
@Hridaya123 15 күн бұрын
❤❤
@SunamiNath-me4mo
@SunamiNath-me4mo 15 күн бұрын
ৰমন দালৰ মুখৰ ভাজ নাচা কিয়া কেনেকুৱা কৰে ❤😢
@SunilSaikia-pn9jv
@SunilSaikia-pn9jv 13 күн бұрын
Shytu hoy baru,pisy ata kisuman manuha sakari sakori pai Taka -Poisar alopman paly bhut uppart thaka dykhuwba bisar ry .Alopsalop Domva Aorhonka huwatu savabik
@PahiDekaDasDeka
@PahiDekaDasDeka 15 күн бұрын
Ramonor acting tu bht besi hoiese
@kamanahazarika173
@kamanahazarika173 15 күн бұрын
Romon to olale saboloi bhal nalage
Nutella bro sis family Challenge 😋
00:31
Mr. Clabik
Рет қаралды 13 МЛН
Этот Пёс Кое-Что Наделал 😳
00:31
Глеб Рандалайнен
Рет қаралды 4,2 МЛН
ToRung short film: 🙏thank you for rescuing the baby❤️
0:12
BABY Comedy : Birthday Baby and Kind Man ❤️
0:36
BABY Comedy
Рет қаралды 14 МЛН
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
0:12
Laro Benz
Рет қаралды 50 МЛН
Эта ведьма поедает детишек #фильм #кино
0:53
МеткийДик
Рет қаралды 4,6 МЛН