Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3009 || 04.07.2024 ||

  Рет қаралды 413,764

Rengoni TV

Rengoni TV

5 күн бұрын

BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo

Пікірлер: 1 100
@Moondas17
@Moondas17 4 күн бұрын
Si ছাৰক কোনে কোনে beharbari চিৰ দিন থাকিব বোলি আশা কৰা লাইক কৰা👍👍👍
@nextlevelshorts8231
@nextlevelshorts8231 3 күн бұрын
তেওঁ কহিনুৰ থিয়েটাৰত চুক্তিবদ্ধ হৈছে।
@RamakantiKakati-gi9tq
@RamakantiKakati-gi9tq 3 күн бұрын
10:51 10:54 10:56 10:57 10:59 11:00 11:01 11:05 11:06 11:07
@RamakantiKakati-gi9tq
@RamakantiKakati-gi9tq 3 күн бұрын
😢 11:39 11:40 11:41 11:42 11:43 11:44 11:45 11:46 11:46 11:46 11:47 11:47 11:47 11:48 11:48 11:48 11:48 11:49 11:50 11:52 11:53
@ebadhoque780
@ebadhoque780 3 күн бұрын
Prithom goly aru Bahar bari jabo... Say.. Saie
@borahpolas
@borahpolas 3 күн бұрын
15 12:00
@MainaBora-zo2ey
@MainaBora-zo2ey 4 күн бұрын
এটা কথা ঠিক বেহাবাৰি যি দৰে ইমান খিনি আগুৱাই গল কিন্তু আকৌ থমকি ৰলে কোৱা নাই অভিনয় বেয়া। যি সকলক আৰম্ভনি পৰাই দেখি আহিছোঁ তেওঁলোক গুচি গলে স্মৃতিবোৰ পাহৰিবলৈ কঠিন হব। বেলেগত বেলেগ অভিনয় পালে কৰিবলৈ ইচ্ছা কৰে। আৰু গুচি যায় অনুগ্ৰহ কৰি এনেকুৱা নকৰিব 😭😭 ভাবি চাওক বেহবাৰি কথা। SI ছাৰ নাযাবলৈ Like কৰা।
@zzbpranjit7306
@zzbpranjit7306 3 күн бұрын
Please subscribe kori diyasun muku
@DeepRaaz144
@DeepRaaz144 3 күн бұрын
Theater t agreement hoise jab a lagib 11 July pora rihasal
@nothumanff2.2
@nothumanff2.2 3 күн бұрын
কে কৰে মোহনাৰ দৰে SI sir গুছি গ'লে আৰু বেয়া লাগিব । please নাযাব ছাৰ।
@khirudchetia6227
@khirudchetia6227 3 күн бұрын
Like korile ki najai ki kisuman j kotha koi dei
@northeastdelicacy2667
@northeastdelicacy2667 3 күн бұрын
Aikhon aru bal hobo sob bilak jai thake kk da mohan beauty bailung atia aru si sir o jabo sowai bad dim.
@elichetia6378
@elichetia6378 3 күн бұрын
Si চাৰৰ বিষয়ে কবলৈ আজি যে ভাষাহীন হৈ পৰিলোঁ, চকু পানী ৰে বাট নেদেখা হৈ পৰিল। Miss কৰিম চাৰক বহুত। Si চাৰৰ কাৰণে like এটা কৰিব বুলি আশা ৰাখিলোঁ।
@pareshmonisarkar5698
@pareshmonisarkar5698 3 күн бұрын
মানি ল'ব পৰা নাই যে Pritam ছাৰে এনেকৈ ইমান সুন্দৰ ধাৰাবাহিকখন এৰি গুচি যাব বুলি।😭😭
@ritomborakaziranga05cyclerider
@ritomborakaziranga05cyclerider 3 күн бұрын
একেবাৰে গুচি নাই যোৱা এই বাৰ কহিনুৰ থিয়েটাৰলৈ গৈছে কাৰণে গৈছে আকৌ আহিব
@Sankar8x
@Sankar8x 3 күн бұрын
1 year's sai lau bule koisa Tar prishot kobe ​@@ritomborakaziranga05cyclerider
@PDverified
@PDverified 3 күн бұрын
Mm thike koisa ​@@ritomborakaziranga05cyclerider
@utpaljkofficial9519
@utpaljkofficial9519 3 күн бұрын
যোৱাখণ্ডটো চাই কাৰ কাৰ চকু পানী ওলাল 🥺😭😭😭 Like কৰা🙏
@mrmchrabha5808
@mrmchrabha5808 3 күн бұрын
Mur ulayse
@MainaGaming-123
@MainaGaming-123 3 күн бұрын
Murr😢
@polibora2358
@polibora2358 3 күн бұрын
Mur j sokupni rokhabo pora nai ...
@nitulkalita4106
@nitulkalita4106 3 күн бұрын
😂😢
@lakhyaboruah6528
@lakhyaboruah6528 3 күн бұрын
😂
@Moondas17
@Moondas17 4 күн бұрын
কোনে কোনে বহুত দিনৰ পৰাই beharbari outpost চাই আহিছে❤❤❤
@samujwalsvlogs4385
@samujwalsvlogs4385 3 күн бұрын
9 বছৰ ধৰি চাই আহিছোঁ
@_Pratap-Gour77
@_Pratap-Gour77 3 күн бұрын
10 bosor
@user-ds4sn4ct3m
@user-ds4sn4ct3m 3 күн бұрын
10 years dori sai aso
@user-fv2vz4du2u
@user-fv2vz4du2u 3 күн бұрын
10 years
@lx7371
@lx7371 3 күн бұрын
Ep 1 pra Sai ahisu..
@punsaneappun814
@punsaneappun814 3 күн бұрын
হাহি হাহি কান্দিব দিয়া চিৰিয়েলখন। বছৰ বছৰ ধৰি হহুৱাই কিন্তু এদিন বেয়াকে কন্দুৱাই । যি নহওক অভিনয় জগতত ছাৰৰ আৰু জিলিকক। ❤।
@narenkumarsinging25881
@narenkumarsinging25881 3 күн бұрын
Really.
@mrinmoykalita3811
@mrinmoykalita3811 3 күн бұрын
দৰ্শক হিচাপে বেয়া লাগিছে শুণি কিন্তু ছাৰ কতো নাযায় তেখেতে কহিনুৰ থিয়েটাৰত চুক্তিবদ্ধ হৈছে আৰু ভ্ৰাম্যমাণ থিয়েটাৰ ৯ মাহ চলা এক প্ৰক্ৰিয়া গতিকে পৰিচালক মহোদয়লৈ এক অনুৰোধ যদি সম্ভৱ হয় তেন্তে SI ছাৰক আখৰা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত তেখেতক এই ধাৰাবাহিক খনত চাই থাকিব বিচাৰোঁ।। আমাৰ প্ৰীতম ছাৰ কলৈকৈ নাযায় তেওঁ আমাৰ মাজতেই থাকিব ❤।। সকলোৱে কহিনুৰ থিয়েটাৰৰ মঞ্চত তেখেতক লগ পাব।।
@Missdorina232
@Missdorina232 3 күн бұрын
Kohinu r shooting kimn din hbo may be xex holei ako ahbo hope tetia jate mohon K.K beauty baa u ahe😢🙏🏻
@user-hp5dn7id9x
@user-hp5dn7id9x 2 күн бұрын
Bat diya he kohinur aamar maa kandi kandi baya obosta😢😢😢😢
@mrinmoykalita3811
@mrinmoykalita3811 2 күн бұрын
@@user-hp5dn7id9x buji paisu bro but ki kriba Teo theatre jabo so eribo lga hoise mur o beya lgise jetiya SI nathka Episode tu saisu
@user-ko8wq9bg3u
@user-ko8wq9bg3u 4 күн бұрын
পৰিচালক মহোদয় অনুৰোধ জনাইছোঁ এই ধাৰাবাহিক খন আগৰ দৰে ৰাখক Please 🙏
@spookygamer298
@spookygamer298 3 күн бұрын
Sir e Kohinur theatre ot jbo
@user-ko8wq9bg3u
@user-ko8wq9bg3u 3 күн бұрын
ইমান দিনৰ পৰা মৰম দি এতিয়া যদি গুচি যায় বেয়া লাগিব ন ​@@spookygamer298
@KhalekAli-w1r
@KhalekAli-w1r 4 күн бұрын
SI জনক টেনেছফাৰ কৰিব নালাগে । আৰু KK দা আৰু মোহনক ঘূৰাই আনিব লাগে team regoni
@spookygamer298
@spookygamer298 3 күн бұрын
Sir e Theatre ot suktibodho hoise 😊
@ajayboruah9672
@ajayboruah9672 3 күн бұрын
আইচি চাৰ, কে কে দা, মোহন, বিউটি বাইলোং এই সকল আৰটিছক অসম বাসিয়ে বেহাৰবাৰীতে চিনি পোৱো। তেনেস্থলত দুটকামান পাইচাৰ কাৰণে ৰাইজৰ মনত কষ্ট দি মাহ মাহ ধৰী বেলেগ চিৰিয়েল কৰি বেহাৰবাৰী আউকাণ কৰি থকাতো ভাল কথা হৈছে জানো ? অসম বাসিয়ে কোনে কোনে আকৌ আগৰ পোৰণা আৰটিছ সকলক বেহাৰবাৰীত বিছাৰে লাইক আৰু কমেণ্ট কৰক ৰাইজে বিচাৰিলে আহিবই লাগিব লাইক আৰু কমেণ্ট কৰক । 🙏 জয় আই অসম 🙏
@anjelbaruah7401
@anjelbaruah7401 3 күн бұрын
থিয়েটাৰৰ মাজতে যদি প্ৰস্ততি পৰাশৰে ‌ছিনেমা। কৰিব পাৰে তেন্তে প্ৰীতম দাই মাজে মাজে বেহেৰবাৰী ত অভিনয় কৰিব পাৰিব
@biswajitdas7392
@biswajitdas7392 4 күн бұрын
Beharbari outpost চাব কাৰণে কোনে কোনে অপেক্ষা কৰি আছে লাইক কৰা। SI ছাৰ গ'লে ছিৰিয়েল খন চাই ভাল নালাগিব।।😢
@spookygamer298
@spookygamer298 3 күн бұрын
Sir e theatre ot jbo 😅
@mrmchrabha5808
@mrmchrabha5808 3 күн бұрын
Umm xosa kotha koisa apuni😢😢❤
@munu.maina.34
@munu.maina.34 3 күн бұрын
সকলোৱে এজন এজন কৈ ওলায় গৈ আছে 🙂🙂কিয়.....বহুত Miss কৰিম SI চাৰক❤সোনকালেই যাতে আকৌ ঘূৰি আহে.... আনেও Kk sir & mohan da & beauty ba গল গে ....এতিয়া আকৌ SI sir😢❤এনেকে হলে ভালেই নালাগিবন🥺🥺
@moondeep976
@moondeep976 3 күн бұрын
Potiba nake
@ChandrikaChandrika-xg8lb
@ChandrikaChandrika-xg8lb 3 күн бұрын
Basumatary u golge
@munu.maina.34
@munu.maina.34 3 күн бұрын
@@ChandrikaChandrika-xg8lb tkeii 🥲💔
@munu.maina.34
@munu.maina.34 3 күн бұрын
@@moondeep976 😂😂
@lostboy6932
@lostboy6932 3 күн бұрын
Kumkum o gol
@ansumangogoi216
@ansumangogoi216 3 күн бұрын
হৰ চৰিত্ৰতো আকৌ কাক কাক লাগে লাইক কৰা❤❤
@MuhibulHaqueMuhibul
@MuhibulHaqueMuhibul 3 күн бұрын
Kk mohon 😢
@kalporoy6772
@kalporoy6772 3 күн бұрын
Mok lage
@Kaushik632
@Kaushik632 3 күн бұрын
থিয়েটাৰ শেষ হ'লে S.I ছাৰ বেহাৰবাৰী লৈ আকৌ আহিব।❤❤❤ নে কি কয় ৰাইজ?
@mandirabordoloi5708
@mandirabordoloi5708 3 күн бұрын
তৰামাই ৰাকেশৰ দুখ চকুৰ পানী ওলোৱা দেখি আমাৰ চকুৰ পানী ওলায় ছে বহুত আমাৰ ও দুখ লাগিছে চাৰৰ ইমান ধুনীয়া সুন্দৰ অভিনয় অফিচাৰ ৰ যোইগ এজন এজনকৈ কিয় যাবলৈ ধৰিছে পৰিচালক লৈ অনুৰোধ জনালো 😮😮😮😮😮😮😮😮😮😮😮
@Purnima934
@Purnima934 3 күн бұрын
SI sir Behar bari outpost takhibo lage jodi like kora😔
@user-cv9eu5if5c
@user-cv9eu5if5c 3 күн бұрын
আপোনি আকৌ বেহৰবাৰী লৈ আহিব দেই।।😭😭😭😭😭😭
@maramiray092
@maramiray092 3 күн бұрын
পুজাৰ কেইদিন থিয়েটাৰত থাকিব তাৰ পিছত আকৌ ঘুৰি আহিবলৈ অনুৰোধ জনালোঁ নোহোলে জবাক কুনে বিয়া কৰাব। সোনকালেই আহিবলৈ অনুৰোধ জনালোঁ।লাইক কৰিবলৈ নাপাহৰিব
@Surajtsk4851
@Surajtsk4851 3 күн бұрын
এনেকৈ মূল মূল অভিনেতা মানে প্ৰধান মানুহ কেইজন আঁতৰি গলে কি চাম আৰু এইখন, মাদকতাই নোহোৱা হৈ যাব এতিয়া লাহে লাহে চিৰিয়েল খনৰ.....পইচা পাতি অলপ বেছি দি দি ৰাখি দিয়া পুৰণি মানুহ কেইজনক, এই ছিৰিয়েল খনৰ মূল মালিক কেইজনক কৈছোঁ ৰাখি দিয়া পইচা অলপ বেছি দি দিয়া ,পইচা পাতি অলপ কম হৈছে যেন পাইছোঁ তেওঁলোকক দিয়া, কম পইচাত কিমান খাটিব আৰু আজি কালি ।।
@ratulduwarah4104
@ratulduwarah4104 4 күн бұрын
মই প্ৰথমৰ পৰা beharbari চাই আহিছোঁ আৰু ইয়াৰ প্ৰতিজন সদশ্যই নিজৰ প্ৰতিভাৰে আমাৰ মনত একো একোটা স্থান দখল কৰিবলৈ সক্ষম হৈছে .. তনেস্থলত কোনোবা পুৰণা সদশ্য যদি ইয়াৰ পৰা আঁতৰি যায় মনত বহুত দুখ লাগে.😢 তেওঁলোকৰ আবিহনে beharbari আধৰুৱা যেন অনুভৱ হয়....
@user-ko8wq9bg3u
@user-ko8wq9bg3u 4 күн бұрын
আজি ইমান দিনৰ পৰা চাই আহিছোঁ যদি s i ছাৰ যায় কেনেকৈ চাম বাৰু কেকে দা মোহন দা বিউতি বা গাৰ্গ দা সুস্মিতা বা এওঁলোকক পাহৰিব পৰা সেই স্থানত যদি si sir কুম কুম বা নাথাকে কেনেকৈ চাম বাৰু😢
@user-iw2sv9zz1n
@user-iw2sv9zz1n 3 күн бұрын
Yes bro 💯 Val nalageba
@sonalidutta8721
@sonalidutta8721 3 күн бұрын
বহুত বেছি দুখ লাগিছে si sir যাব ওলোৱা বাবে কিবা পৰিয়ালৰ এজন যাব ওলাইছে নিচিনা লাগিছে😢😢😢 পুৰণা মানুহ খিনি ঘূৰি আহিলেহে ভাল লাগিব এতিয়া এজন এজনকৈ নহলে নাচাও আৰু😢😢😢
@user-jl9sw2ri2y
@user-jl9sw2ri2y 3 күн бұрын
Vote for kk da comeback
@AsifHussain-pu3uq
@AsifHussain-pu3uq 3 күн бұрын
এজন এজন কৈ অভিনেতা নোহোৱা হবলৈ ধৰিছে মানে বেলেগ এখন ধাৰাবাহিকত চিত পালেই যাব লৈ ধৰিছে আজি পৰা মই o ai ধাৰাবাহিক খন এৰিলোঁ 😢😢😢😢 বহুত বেয়া লাগিছে oh খদাই ৰৈ থাকোঁ এইখন চাবলৈ e azi pora moi o এৰিলোঁ 😢😢🙏
@chandanmahanta6183
@chandanmahanta6183 3 күн бұрын
SI ছাৰৰ কহিনুৰ থিয়েটাৰৰ লগত চুক্তি হ’ল ৷ গতিকে যাবই লাগিব ৷ মাজে সময়ে দেখা দিব ।
@iublood
@iublood 3 күн бұрын
বিদায় শব্দটোৱে বৰ দূখদায়ক। জীৱনত বহুতকে লগ পোৱা যায় আৰু বহুতকে এৰি থৈ আহিব লগা হয়। এয়াই জীৱন।
@mr.milanraj174
@mr.milanraj174 3 күн бұрын
আগুৱাই যাওঁক চাৰ,, ছিৰিয়েল, থিয়েটাৰ, চিনেমা আদিলৈ এনেকৈয়ে গৈ থাকক,, অভিনন্দন জনালোঁ❤️😊
@Moondas17
@Moondas17 4 күн бұрын
আজি Episode বাবে কোনে কোনে ৰৈ আছিলা❤❤❤
@debojitray1050
@debojitray1050 3 күн бұрын
আশাকৰোঁ ছাৰে অনাগত দিনত আকৌ ঘূৰি আহিব বেহাৰবাৰী লৈ থিয়েটাৰ শেষ হলে🙏🙏🙏😍
@pranabdoley854
@pranabdoley854 3 күн бұрын
ধাৰাবাহিক খন জিয়াই ৰাখিৱ হ'লে এতিয়া কে কে আৰু মোহনক আনিবগে লাগে।❤❤❤❤
@zeskai262
@zeskai262 3 күн бұрын
Please don't remove pritam sir😢😢😢😢😢😢😭😭😭😭😭😭😭😭🙏🏻🙏🏻🙏🏻🙏🏻
@pankajborah6905
@pankajborah6905 3 күн бұрын
সকলোৰে মা দেউতা আয়ুস বাঢ়িবলৈ লাইক কৰা 😢😢😢😢😢
@rupam00740
@rupam00740 4 күн бұрын
অপেক্ষা মাথোঁ আজিৰ খণ্ড টি লৈ ❤️❤️
@ratulkonwar1972
@ratulkonwar1972 3 күн бұрын
Seme to you
@Desiboyyy96
@Desiboyyy96 3 күн бұрын
Si sirok kune kune eyar pora jabo nalagee buli bhabisa like ata koriba najabor bhabee❤🥺✨️💕🥺
@user-wq8jh2xs9w
@user-wq8jh2xs9w 3 күн бұрын
Si sir ngole kune Kune val pai like kora 😊
@DJAXOM705
@DJAXOM705 3 күн бұрын
সচাঁ অৰ্থত প্ৰীতম চাৰ এজন সৎ আৰু সাহসী আৰক্ষী বিষয়াৰ প্ৰকৃত নিদৰ্শন । কিন্তু চাৰ গুচি গলে ভাল নলগা হ'ব আৰু চাবলে । কিয়নো বেহাৰবাৰীয়েই একমাত্ৰ ধাৰাবাহিক , যিয়ে মানুহৰ তেজত শিপাই গ'ল । কিন্তু যিমানেই নতুন চৰিত্ৰৰ সংযোজন নহওক কিয় , কেকে দা , মোহন , মণি বৌ , ফাটমেলা বাইদেউ , খুহহ দা, লুটু বাবা , বাচ্ছা দা, কৃষ্ণক চিন্তি ইত্যাদি এই সকল যদি নাথাকে ধাৰাবাহিক খনৰ যিমানেই খণ্ড আগ নাবাহক কিয় , আগৰ সমান ৰাইজৰ আদৰ কোনোবাখিনিত কম পোৱা যেন অনুভৱ হয় ।
@prakashborah2867
@prakashborah2867 3 күн бұрын
কেকে ,মোহনক বেহাৰবাৰিৰ পৰা যোৱাৰ পাছত মানুহ কেইজনক অলপো ভাল নলগা হল এতিয়া ঠিক প্ৰীতম ছাৰো একেই গতি হব।
@Dimpol142
@Dimpol142 3 күн бұрын
যোৱাবাৰৰ দৰে প্ৰীতম Sir ৰ Transfer‌‌ টো Beauty বাৰ নিচিনাকৈ অন্য কোনোবাই সপোন দেখিছে যেন!😟😟
@ritomjunsaikia612
@ritomjunsaikia612 3 күн бұрын
অনুভৱ,বেহাৰবাৰী আউটপোষ্ট যেন ৰাইজৰ মাজত আৰু বেছিদিন নাথাকিব । পুৰণি মানুহবোৰ দেখোন নোহোৱা হৈ পৰিছে। প্ৰিয় মানুহবোৰো আমাক লাগে আৰু বেহাৰবাৰী আউটপোষ্ট চিৰিয়েল খনো আমাক লাগে।
@simantasarmah4613
@simantasarmah4613 3 күн бұрын
বহুত বহুত শুভেচ্ছা জনালোঁ প্ৰীতম।তোমাৰ নতুন যাত্ৰা সোণোৱালী হোৱাৰ কামনাৰে,,কহিনুৰত এটুকুৰা কহিনুৰ হৈ জিলিকি থাকিবা।
@simantatanti5014
@simantatanti5014 3 күн бұрын
Si ছাৰক কোনে কোনে Beharbari চিৰদিনৰ বাৱে থাকিব বোলি আশা কৰা লাইক কৰা 👍👍👍👍❤❤❤❤❤😢😢😢😢😢🙏🙏🙏🙏Miss you sir Miss you sir
@Kaushikfreefire614
@Kaushikfreefire614 3 күн бұрын
Sir jabo nalage kk mohan ni apuni gole beya lagibo 😢 June sir bhal pah ata like
@AisilamungkhangAisilamungkhang
@AisilamungkhangAisilamungkhang 3 күн бұрын
ছাৰ গুছি নাযাব এয়াতে থাকক তুমি গুছি গ'লে মন ইমান বেয়া লাগবআল।।😭😭
@stfunny-bj4uh
@stfunny-bj4uh 3 күн бұрын
Kk দা,মোহন দা , বিউতি বা , নাই এতিয়া প্ৰীতম ছাৰ এ ও নোহোৱা হলে ছিৰিয়েল খন সাই এ কিবা সুধা সুধা লাগিব plz ছাৰ ওক যাবলৈ নিদিব ।
@Babu_vlogs650
@Babu_vlogs650 3 күн бұрын
কোনে কোনে বেহাৰবাৰি ৰ কাৰণে ৰৈ থাকে ❤🤍💚🧡🩵
@rimaborah3963
@rimaborah3963 3 күн бұрын
Bhut dukh lgil SI sir jua r babe. Serial khn ru vlei nlagib. Nasau ru ejon r pasot xijon gusi goi ase.. Purona actor keijon thakile vl lge. Akou kunuba notun ahibo.. Pritom Sir r acting SI t bhut dhunia lge.. Beleg ahile agor nisina jomi nthakib. Notun ahi adjust houte time lgib. Ane SI sir e rakesh htk toi buli mate, suli t dhore aibur sai vl lgisil. Basically "Tuk.. Moi " Word tu xuni e vl lge.. 😢
@nobojitneog5071
@nobojitneog5071 3 күн бұрын
চিৰিয়েল খন ইমানতেই শেষ হব নেকি। ।ৰাইজে ভাল পোৱা চৰিত্ৰ বোৰ ওলাই শেষ হল দেখোন। 😭😭😭😭😭😭😭😭
@bijoykalita2471
@bijoykalita2471 3 күн бұрын
থিয়েটাৰ সমাপ্তিৰ পাছত আকৌ লগ পোৱাৰ আশাৰে বিদায় প্ৰীতম 🥺❣️
@ParthapratimKalita-us4nb
@ParthapratimKalita-us4nb 3 күн бұрын
Behorbari saba Mon noha hoise aru Puruna manuh bor sob gol😢😢😭😭
@sekhanta_konwar
@sekhanta_konwar 3 күн бұрын
SI sir k plz jabole nedebo nohole behorbari outpost sabole mon a najabo..😢 🙏
@sahidali3168
@sahidali3168 3 күн бұрын
Fass tor pora atey loke kon kone saise 3009 like koreba 😭😭😭😭😭😭
@user-py5dw4ui4w
@user-py5dw4ui4w 3 күн бұрын
Sir Tumi sokolotkoi val avinata ,sir apuni amar major sodya thakibo😢😢😢❤❤❤❤
@user-ju3ol9yf5t
@user-ju3ol9yf5t 3 күн бұрын
ভ্ৰাম্যমাণ থিয়েটাৰৰ যাত্ৰা সফল কামনা কৰিলোঁ।
@birajcreation1385
@birajcreation1385 3 күн бұрын
ছিৰিয়েলখন পৰিচালকে আৰু ধৰি ৰাখিব নোৱাৰে যেন পালো ।অন্তত প্ৰবীণ অভিনেতাকেইজনক সাঙুৰি ৰাখিব লাগে ।😢
@Uddab_vc3
@Uddab_vc3 3 күн бұрын
যোৱা জন গ'ল তেওঁক লয় ইমান দূষ কিহৰ,,,,, জীৱনত হাঁহি মেইন😊
@dadukalita5683
@dadukalita5683 3 күн бұрын
Hokolure ovinoi bhut hundor.kk,muhon aku ahok.si sir u thakok.vl lagibo.aru moi bisora2 sage hokoluei bisare.
@nirmalilahkar2808
@nirmalilahkar2808 3 күн бұрын
চিৰিয়েলৰ নামত এই এখনেই অলপ দুখ বোৰ পাতলাই বাবে এইখনেই চাই আহিছোঁ কিন্তু আজিৰ পৰা চাগৈ এইখনো চাব আৰু মন নাযাব 😓
@ishan875
@ishan875 3 күн бұрын
Mojja
@lakhyajit5448
@lakhyajit5448 3 күн бұрын
এই যে কেইটা মানে দি আছে আমুক হলে লাইক এটা কৰি দিয়া তামোক হলে লাইক এটা কৰি দিয়া কি হব মানে লাইক কৰিলে । হোৱা কথা নোহোৱা হৈ যাব নেকি 😂
@user-iw2sv9zz1n
@user-iw2sv9zz1n 3 күн бұрын
Kuna kuna baharbari outpost live sai asa like ata kora diba 😊😊 11:04 mai
@SANJIB_1M2772
@SANJIB_1M2772 4 күн бұрын
Hey team rengoni, please upload soon. I'm especially looking forward to this episode😢😢😢
@hirockdas5232
@hirockdas5232 3 күн бұрын
বেয়া লাগিছে স্বাভাবিক কিন্তু সকলোৰে স্বাৰ্থ থাকে ... এইবাৰ থিয়েটাৰ নিশ্চয়
@mohannath8983
@mohannath8983 3 күн бұрын
Si Sir jua r pist beharbari khn val nalagibo Buli kune kune bhaba👍kora
@HirokJyotiRabha
@HirokJyotiRabha 3 күн бұрын
ভাল দিন আহক বুলি Good Day বিস্কুট পৰ্যন্ত খাইছো, তথাপিও ভাল দিন নাহে ! 😢
@user-xk4pf5kd6g
@user-xk4pf5kd6g 4 күн бұрын
Kk & Mohan golei Logote SI sir Gole Beharbari Nusuwai bhal hobo
@DipankarKachari-sh8ko
@DipankarKachari-sh8ko 3 күн бұрын
Si sir ok kuna kuna vall pai like kora 😢😢
@user-es3te9zv3e
@user-es3te9zv3e 3 күн бұрын
আজি প্ৰীতম ছাৰ যাবগৈ এনেকোৱা এজন si আকৌ চাগে নাপাম😢😢😢 প্ৰীতম ছাৰ নোযোৱাটো কোনে কোনে বিচাৰে 😢
@ins_rahul1739
@ins_rahul1739 3 күн бұрын
I/C Pritam sir transfer nohoi DSP rank or promotion hole val paalu hoy 😢
@user-qs3sp6ke8e
@user-qs3sp6ke8e 3 күн бұрын
Sl sir tencepar holekrah❤ vl pai ne nhole guys , , , jdi nhole like 👍
@Xhjdkxl
@Xhjdkxl 3 күн бұрын
Kk and mohan come back
@user-jj3oq7qe7m
@user-jj3oq7qe7m 3 күн бұрын
Apuni akoman xikai dibo kenekoi acting koribo lage
@karabirajkhowa9696
@karabirajkhowa9696 3 күн бұрын
Hmm 😂😢
@worldmusic2554
@worldmusic2554 3 күн бұрын
Hilai dhiok 16:29
@lisnaboro5311
@lisnaboro5311 3 күн бұрын
জবাক আজিতে বিয়া লোক চার
@Sebokbora
@Sebokbora 3 күн бұрын
bohout miss korisu si sir😭😭
@NishanSaharia-f1g
@NishanSaharia-f1g 3 күн бұрын
Si sir gola kar kar baya lagib like kora😂
@user-ye3qb6qx4y
@user-ye3qb6qx4y 3 күн бұрын
Pritam sir gole bohut beya lagibo😢😮 🙏🏻😭😒😔😞🥺😣☹️🙁
@prakriteesarmah5080
@prakriteesarmah5080 4 күн бұрын
Please 🙏 make this video soon. We all want to see whether Pritam sir left or not
@arupkon
@arupkon 3 күн бұрын
Theater
@oxomormusic4453
@oxomormusic4453 3 күн бұрын
Plz director Sir plz kabou korisu si Sir k plz biya khon pati bidai diok plz mondirot goi hendur okon diyaok oxomor raijor hoi moi hat jur korisu sir plz plz plz 😢😢😢
@pankajborah6905
@pankajborah6905 3 күн бұрын
Si চাৰ সদাই থকাটো কোনে কোনে বিচাৰা লাইক কৰা 😢❤❤
@niranjanpanging66gmail
@niranjanpanging66gmail 3 күн бұрын
Si sir Ko Mana kar do transfer ke liye
@sunitamandal6560
@sunitamandal6560 4 күн бұрын
Richa ba dhemaji Rashmi ba ghorot sutink koribo ahisila
@tinkudihingia
@tinkudihingia 3 күн бұрын
Si sri tu jaboi laagibo kionu akhon theatr jam buli kua past njai tena bht problem hbo moi u theatrt a thaku .....but bhut beya lgisa 🥹...bhut vl lga si srik ❤...........
@parisvlogschannel1958
@parisvlogschannel1958 3 күн бұрын
Hosakoi behorbari khon mur haboatkoi priyo serial asil. Nusuakoi thakibo nuaru hostel life r porai sai antart humai goisil. 3ta character mur priyo asil kk, muhon, si sir . Kk muhon Tu golei akmatro si sir r krne sai asilu atia tekhe2 jabo ulaise. Mon2 hosai vangi goise ajir episode 2 sai. 😢😢😢😢😢aru nasau aru ajir pora behorbari. Axomor raije bht khini hahi dhemeliya, kandun episode palu tar bht dhonyabar thakil director da aru hokolu actors le. Ajir pora aru sabo nuarim sage 😢😢😢😢
@MainaBora-zo2ey
@MainaBora-zo2ey 4 күн бұрын
Si sir najaboloi 👍🏻kora
@naturalvlogs6.5
@naturalvlogs6.5 3 күн бұрын
Like kori laav naiii.....kaidin maan beleg kaam kori ahok deee
@TravelTribeVlogs155
@TravelTribeVlogs155 3 күн бұрын
Kar kar soku Pani ulal like kora😢
@user-du1on4un4t
@user-du1on4un4t 3 күн бұрын
Si sir apuni xun kle beharbari loi ghuri ahibo ❤❤
@RajeshGowalaGowala-np7it
@RajeshGowalaGowala-np7it 3 күн бұрын
মনত বহুত দুখ লাগিছে 😂😂😂😂😂😂
@Nishantvlogs7891
@Nishantvlogs7891 3 күн бұрын
Eman deri nai diya je ki hol aji 10.30 diya serial khon aji 11 ta 😢🙏😇
@user-pf9py3yq5y
@user-pf9py3yq5y 3 күн бұрын
SI Sar Kohinot galeo ako ahiba Beharbari lai Please ❤❤❤❤❤❤
@manashpratim2713
@manashpratim2713 3 күн бұрын
বহুত ভাল লাগিল আজিৰ খণ্ডটো। চাৰলৈ বহুত মনত পৰি থাকিব। চাৰৰ মহানুভৱতা খিনি সদাই যিয়াই থাকিব। আৰু তেওঁৰ ভাল কাম খিনি নিজৰ কথা চিন্তা নকৰি থানা খনৰ কথাত লাগি থকা এজন পুলিচ অফিচাৰ জয় হিন্দ
@miss______pahi3235
@miss______pahi3235 3 күн бұрын
Pritam sir jab nalage...sirdin thakile val lagil hoi 😢❤
@anannya8486
@anannya8486 3 күн бұрын
Who wants to stay sir like
@hangulcreation4174
@hangulcreation4174 3 күн бұрын
He is joining kahinur theatre...so he going on..... Hope again he comes back....👏👏
@user-hi9eu7bj4k
@user-hi9eu7bj4k 2 күн бұрын
বেহাৰবাৰী আগৰ নিচিনাকৈ ৰাখক please 😭😭😭😭😭😭
@mihirkumarbhattacharjee6211
@mihirkumarbhattacharjee6211 3 күн бұрын
Simply wanderful and heart tauching episod.....go ahead BO P from Chinsurah ,West Bengal. .....
@didulgaming9343
@didulgaming9343 3 күн бұрын
Beharbarir diya time tu 11 hol 😮
@MainuMainu-h7f
@MainuMainu-h7f 3 күн бұрын
Si sir ngle vl puwa bure like kora❤
@user-ot4ly1he8j
@user-ot4ly1he8j 3 күн бұрын
আহিব আকৌ Si sir, আপোনাক বহুত মিছ কৰিম
@user-kx2jo1wd4l
@user-kx2jo1wd4l 3 күн бұрын
Bya lagisa ajir khondotu bohut😢 Si r sir behar bari thanat thokatu ami bisaru Aru xnkale sir aru joba baidawr biya khn hoi juwa tu bisaru aru sir dautak xnkle vl hoi uthok tare kamona krilu❤
@NayanDas-ep9wx
@NayanDas-ep9wx 3 күн бұрын
Please pritam Dak jabo nedibo Ane kk da and mohan dak.... miss kori asu Tate aaru pritam Da jabo bohut beya lagibo please amar gourob beharbari moi axomiya serial nasau kintu beharbari sau please jabo nedibo
@monojbastab5117
@monojbastab5117 3 күн бұрын
ছিৰিয়েল খন আগৰ দৰে ৰাখক @Monoj Saikia
@arundoloi3482
@arundoloi3482 3 күн бұрын
বৰ দুখ লাগিল ধন্যবাদ থাকিলবেহৰবাৰি আউট পুষ্ট পৰিয়া বৰ্গ লৈ
@Moi_jyoti
@Moi_jyoti 3 күн бұрын
Hohar beharbari❎️kondar beharbari✅️.
Kk muhan new comedy video || Beharbari outpost || @RengoniTV
12:52
SIDHARTHA Official
Рет қаралды 378 М.
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,6 МЛН
ИРИНА КАЙРАТОВНА - АЙДАХАР (БЕКА) [MV]
02:51
ГОСТ ENTERTAINMENT
Рет қаралды 13 МЛН
Incredible magic 🤯✨
00:53
America's Got Talent
Рет қаралды 41 МЛН
Beharbari Outpost || EP-1538 || 4th Sep  2019 ||
19:26
Rengoni TV
Рет қаралды 771 М.
আশা
24:40
DD ASSAM
Рет қаралды 167 М.
Mission Success #funny #shorts #comedy
0:12
BD Vibes
Рет қаралды 34 МЛН
🤣МАЛО КУПИТЬ ЛОШАДЬ
0:18
Бутылочка
Рет қаралды 2,2 МЛН
My cat mastered black magic #cat #cats
0:23
Princess Nika cat
Рет қаралды 20 МЛН
😆 @SantiOficialll @SantiFansshort @CAMILOAGUILLONN
0:15
Santi
Рет қаралды 7 МЛН
POR QUEEE DIVERTIDA MENTE 2 !!! #SHORTS
0:15
Figuritalo
Рет қаралды 5 МЛН