No video

Riyan Parag | অহংকাৰী ৰিয়ানক সুযোগ দিয়াৰ পক্ষত নাই বৰ্ড

  Рет қаралды 97,411

Dainandin Axom News

Dainandin Axom News

Күн бұрын

Пікірлер: 428
@jitumonisarma8476
@jitumonisarma8476 Ай бұрын
ধোনি -ৰোহিতে ইমান লেবেল নিদিয়ে যিমান ৰিয়ানে লেবেল দিয়ে... আমাৰ ল'ৰা ভাল খেলিছে বুলি চাপোৰ্ট কৰিছিলো কিন্তু এতিয়া দেখিলোঁ ৰিয়ানক অহংকাৰী হিচাপে
@pradipkhoud4665
@pradipkhoud4665 Ай бұрын
নিজ দেশৰ এখণ গুৰুত্বপুৰ্ণ খেল উপভোগ নকৰি শুই থকাটো কোনো দেশপ্ৰেমিকৰ বাবে কেনেকৈ সম্ভৱ হব পাৰে ? শুই আছিলোঁ বুলি তেওঁ নিজে প্ৰকাশ কৰিব নালাগিছিল ! আমি টো পৃথিৱীৰ যিকোনো দেশৰ লগত আমাৰ দেশৰ খেল চলি থাকিলে শেষ মুহূৰ্তত ভগবানৰ প্ৰতি মিনতি জনাও বাৰে বাৰে , যাতে যি কোনো প্ৰকাৰে আমাৰ দেশে জয় লাভ কৰে ! দেশৰ স্বভিমান আমাৰ বাবে প্ৰথম বিষয় ! দুখ পাইছোঁ আমি কৰণ , কৰণ দেখা নাপালেও , কথা নাপাতিলেও ৰিয়ান আমাৰ অসমীয়া লৰা !!
@tapanrajbongshi1303
@tapanrajbongshi1303 Ай бұрын
Thike koise....
@wondervlogerblogger7084
@wondervlogerblogger7084 Ай бұрын
Rian vaiti a prokakh kio koribo lage, ohh sai asu buli koleo hol hoi
@Sanjibkumar-lc4oz
@Sanjibkumar-lc4oz Ай бұрын
মোৰ মনৰ কথা কলে,,,এই অহংকাৰীক দৰকাৰ নাই ভাৰতীয় দলত।
@sanjaychetri9754
@sanjaychetri9754 Ай бұрын
Vem besi dekhai aidale
@uniquevlogger130
@uniquevlogger130 Ай бұрын
BCCI Ye Riyan paragok select nokori apunak select koribo lagisil bhul hoi gol😅
@pinkisarmah01
@pinkisarmah01 Ай бұрын
Good job bcci ❤
@gameellage
@gameellage Ай бұрын
অহংকাৰীৰ পতন অনিবাৰ্য। জয় আই অসম।
@simantadas3352
@simantadas3352 Ай бұрын
@@gameellage ha ha ha...atiya kene..lagise...,took no ane koya ki korile Riyane...,tor attitude tor lgt tar attitude tar logt...bas khimanei
@mofidrohman6393
@mofidrohman6393 Ай бұрын
অহংকাৰে কাল হ'ল ৰিয়ানৰ। আৰু এ টিমত সুবিধা নাপায়।
@user-bk3qs4ek4n
@user-bk3qs4ek4n Ай бұрын
টীম ইণ্ডিয়া জিকিবলৈ হলে যোগ্য খেলুৱৈক নিৰ্বাচন কৰাটো ব'ৰ্ডৰ কৰ্তব্য, ইয়াত চক্ৰান্তৰ কথা আহি নপৰে
@monsingmaslai
@monsingmaslai Ай бұрын
Thike koisa..
@mahantarabha1665
@mahantarabha1665 Ай бұрын
কৰ্তব্য ঠিকেই৷ কিন্তু পালন যে নকৰে কেতিয়াবা৷ স্বজন প্ৰীতিও আছে ৷ নহ’লেতো কথাই নাছিল৷ কৰ্তব্য বুলি নিজৰ নিজৰ কৰ্তব্য কৰিলো লবী, দুৰ্নীতি বোলা শব্দই নাথাকিলেহেতেন৷
@Axprg
@Axprg Ай бұрын
Right 👍
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
অসমৰ ল"ৰা হিচাপে গৌৰৱ আছিল। পিছে নিজৰ মতত আকোৰগোজ দেখা গ'ল। ধনী আৰু ৰোহিতৰ আদৰ্শ মানিবলগীয়া। অমায়িক শান্ত ধৈৰ্যশীল নহলে দুৰ্দান্ত খেলুৱৈ হোৱাতো বাঞ্চনীয়।
@AhmedAli-su2cd
@AhmedAli-su2cd Ай бұрын
অহঙকাৰেই পতনৰ মুল কাৰণ । বিশেষকৈ অসমৰ কিছুমান ‌সাঙবাদিকে ৰিয়ানক মূৰত উঠাই দিছিল
@nitunzaborah5902
@nitunzaborah5902 Ай бұрын
Good news... morning morning 😊😊
@avijitborah4
@avijitborah4 Ай бұрын
Mur maa 82 years, t20 dina mur logot world Cup sai asil... Aiya desh prem
@commenti5459
@commenti5459 Ай бұрын
ভাৰত ৰত্ন দিব
@simantadas3352
@simantadas3352 Ай бұрын
@@avijitborah4 oi desh premi..., north east r atao player India team t nasil..., north east ki India r nhoi nki...
@mahanandaroy9235
@mahanandaroy9235 Ай бұрын
Moja vale hoise
@hrishikeshchetia3467
@hrishikeshchetia3467 Ай бұрын
Nimno manokhikota apunar 🥱
@007_B.K
@007_B.K Ай бұрын
Kio moza hai sa..kakura sob😢
@simantadas3352
@simantadas3352 Ай бұрын
@@mahanandaroy9235 hahi othise tok lagi
@amaljyotisarma4398
@amaljyotisarma4398 Ай бұрын
ৰিয়ান বহুত অহংকাৰী, লগতে মাক দেউতাকো অহংকাৰী
@Sanjibkumar-lc4oz
@Sanjibkumar-lc4oz Ай бұрын
100% true 👍
@jomeruddin1602
@jomeruddin1602 Ай бұрын
আত্ম অহঙ্কাৰেই কাল হল ৰিয়ানৰ। টিম ইণ্ডিয়া ত বৰ্তি থাকিবলৈ নিজৰ পাৰফৰ্মেন্চ আৰু দেশ ভক্তি ও থাকিব লাগিব।
@deboborah5858
@deboborah5858 Ай бұрын
ভাৰতৰ খেলাবুলিলে প্ৰতিজন ভাৰতীয় পাগল হৈ থাকে তেনে ক্ষেত্ৰত এজন খেলুৱৈ হৈ খেল নাচাও বুলিলেকাৰ ভাল লাগিব। যোৱা বছৰ আকৌ আ পি এলত এটা অভাৰত কমেও তিনি টা ছিক্ম মাৰিম বুলি জীৱনৰ অধম খেল প্ৰৰ্দৰ্শণ কৰিলে। 2:27
@monjitlahon7671
@monjitlahon7671 Ай бұрын
বৰ্তমান ইণ্ডিয়া টিমত উদিয়মান খেলুৱৈ সুযোগ ৰ সন্ধানত লাইন লাগি আছে, ৰিয়ানে সুযোগ পাইও হেৰুৱালে, আশা কৰোঁ আকৌ লাভ কৰক । কিন্তু আশা বহুত ক্ষীণ যেন লাগিছে।
@simantadas3352
@simantadas3352 Ай бұрын
@@monjitlahon7671 ha ha ha...
@user-dl3ee8fz1p
@user-dl3ee8fz1p Ай бұрын
শুই থকা শিয়ালে হাহ ধৰিব নোৱাৰে, ওলিয়াই দিয়াটো বৰ বেয়া হোৱা নাই
@sanjibhazarika608
@sanjibhazarika608 Ай бұрын
চৰাই মৰে ৰৈ মানুহ মৰে কৈ। ৰিয়ানে কথা কওঁতে সাৱধানে কোৱা উচিত।
@abhijitabhijit5830
@abhijitabhijit5830 Ай бұрын
Riyan অহংকাৰী কেতিয়াও হব নোৱাৰে,, অহংকাৰী বুলি কোৱা সকল হে অহংকাৰী। তেখেত অসমৰ লৰা, আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰক, হিংসা নকৰিব
@manojbaishya7956
@manojbaishya7956 Ай бұрын
Very good decision taken by BCCI
@user-ln1lt1et6m
@user-ln1lt1et6m Ай бұрын
Moja moja mojja
@apurbadutta4261
@apurbadutta4261 Ай бұрын
Riyan r life tuk amar Assam mur naikia kisumane khai ase buli vabu..
@bhaskarpratimrajkonwar7741
@bhaskarpratimrajkonwar7741 Ай бұрын
Dht nohoi o bengoli sutki masr dimg logale akuu haitukrone tr ei obstha noholenu emn vl asivmnt puwar past eribo nki
@user-ud3ly9xm7h
@user-ud3ly9xm7h Ай бұрын
Khar khua axomiya
@lborah9223
@lborah9223 Ай бұрын
শুই থকা ফল
@dilipchakravorty1935
@dilipchakravorty1935 Ай бұрын
ৰিয়ানক মাক-দেউতাকে তেওঁলোকৰ নিজৰ আদৰ্শত ডাঙৰ -দীঘল কৰিছে . গতিকে ৰিয়ান অহঙ্কাৰী হবই লাগিব …😅😅
@rahulaxom2603
@rahulaxom2603 Ай бұрын
Good. Decision... 😮
@uddiptasarma6473
@uddiptasarma6473 Ай бұрын
Attitude is his biggest enemy
@jonmonikalita7384
@jonmonikalita7384 Ай бұрын
Riyan tumi ohongkari hoi axomor namto borbad korila ru lgte upcomming plyr buror o rasta bondho krila..
@Guzu685
@Guzu685 Ай бұрын
Ki ahankar korile no.. si h jane si kimmn mehnat korise
@brindabansaha1683
@brindabansaha1683 Ай бұрын
Riyan the myth The legend the Next mahi Veee
@birenchetia1152
@birenchetia1152 Ай бұрын
Sakusaraha....alop bhal sinta koribaloi sika....riyan is legend for assam...
@bubuldeka8138
@bubuldeka8138 Ай бұрын
অহঙ্কাৰেই পতন ! বেছেৰা গজালি মেলিছিল হে কলিতেই মৰহিল ? এতিয়া ঘৰত আহি ১০ বছৰ ভাল দৰে তুপনি মাৰ
@mdgameing185
@mdgameing185 Ай бұрын
E boka besi jane
@user-kn3oj8qj6w
@user-kn3oj8qj6w Ай бұрын
ৰিয়ানে কোনো সাংবাদিকক বাইট দিয়াৰ পৰা বিৰত থাকিব লাগে। খেলৰ ওপৰত হে গুৰুত্ব দিয়া উচিত। কেৰিয়াৰ আৰম্ভ হৈছেহে,, সাংবাদিকৰ আগত কথা কব আৰু আগত বহুত সুবিধা পাব,,, মাক, দেউতাকেও এই ক্ষেত্ৰত সাংবাদিকৰ পৰা আতৰত আৰু বেছি প্ৰচাৰৰ পৰা দূৰত্ব বজাই ৰখাটো উচিত,,,ৰিয়ানক লৈ অসমে গৌৰৱান্বিত হোৱাটো বিচাৰোঁ। আজি কালি প্ৰতিজন খেলুৱৈক মানুহে খেলৰ লগতে কথা, বতৰা,চাল চলন সকলো ক্ষেত্ৰতে তীক্ষ্ণ নজৰ ৰাখে। ক্ৰিকেট খেলুৱৈক বেছি গুৰুত্ব দিয়ে ভাৰতত,। আশাকৰোঁ ৰিয়ান পৰাগ এজন ভাৰতীয় দলৰ নিয়মীয়া খেলুৱৈ হ'ব। কিন্তু পথ ইমান উজু নহয়।
@ChandanBarman-wf1xq
@ChandanBarman-wf1xq Ай бұрын
আমি ৰিয়াধ পৰাগে খেলিব থাকিলে ভগৱানক প্ৰাৰ্থনা কৰি থাকো ৰিয়ানে যেন ৫০আগতে আগত নহয় তাৰ বাবে। এতিয়া গম পালো তেওঁ এজন অহঙকাৰি । আজিৰ পৰা বাদ দিলোঁ তেওঁৰ খেল উপভোগ কৰাৰ ।
@Manuj_ch_
@Manuj_ch_ Ай бұрын
অহংকাৰী নহয় ভাই আপোনালোকে news ত ভূল প্ৰচাৰ চলাই আছে। আপোনালোকে ভূল বুজিছে ৰিয়ানে কৈছিল যে ভাৰতে ক্ৰিকেট world cup ফাইনেলত সদায় হাৰি থকাত মনত বহুত দুখ পাই বুলি কৈছিলে। তাৰ কাৰণে সকল ফাইনেলেহে চাম বুলি কৈছিল। এই কথাত একো অহংকাৰী নাই
@satoshidies3355
@satoshidies3355 Ай бұрын
That's a trick to eliminate riyan 2:27 from main team...bcoz ... Assamese but have to learn to control his tounge.
@deboborah5858
@deboborah5858 Ай бұрын
ভাৰত আকৌ ফাইনেলত হে হাৰে।
@debajittalukdar1
@debajittalukdar1 Ай бұрын
অহংকাৰীৰ পতন হবৱে লাগে৷ বহুত অহংকাৰী ৷
@santanu1035
@santanu1035 Ай бұрын
I like her attitude ❤
@sahilali3032
@sahilali3032 Ай бұрын
Very good BCCI
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Ай бұрын
এইয়া ভাৰতৰ অসমৰ প্রতি থকা উপনিবেশিক চৰিত্ৰৰ প্রতিফলন |
@shawnmichael2754
@shawnmichael2754 Ай бұрын
Hoide. Kela chance pua time.t lebel di thakile baah humabo e kotit. Sanju samson iman val kheliu valke seat puanai....pan mosola e ako ebar chance pai e lebel
@bhaskarphukan1423
@bhaskarphukan1423 Ай бұрын
Nohoi
@dipanjoli6560
@dipanjoli6560 Ай бұрын
Nhoi e mukhe kotha kobo najane over hoi saport korisilu kintu dekh agt
@sewaliboruah1688
@sewaliboruah1688 Ай бұрын
কথাষাৰ কওঁতে ভবি‌ চিন্তি‌ কব লাগিছিল যিকিনহওক তেওঁ এজন অসমীয়া হিচাপে আগুৱাই যোৱাতো বিচাৰোঁ জয়‌ আই অসম ❤
@JunProdhan
@JunProdhan Ай бұрын
সমই আছে যদি ধৈজ ধৰি শান্তিৰে খেলিব তেতিয়া হে হী আগুৱা যাব আৰু কিবা কোৱা আগতে ভাল কে ভাবি চিন্তি কলে ভাল হব অসমৰ লৰা হই আমি আহা কৰোঁ হী যাতে আগলে ভাল কে খেলে জয় আই অসম❤🙏
@Tkindiavlogs
@Tkindiavlogs Ай бұрын
Good Job Bcci
@khaninsarma5522
@khaninsarma5522 Ай бұрын
Riyan ajon Bhal player.... Tar khel bahut bhal.... Khel hispe Indiar team ot puyato 100% jogyo but Riyan a ji ti koi diye .. World cup soli ase xi kole xui thakibo vdo game khelibo aitu kenekuwa katha.... ? Riyan tumar khel bahut bhal... In future tumi bahut agot jabo pariba.... Kintu kisuman katha alop bhabi sinti koba..... Teya Asombasir ashirvad paba.... Moi bhabo sakolore ashirvad o bahut jaruri.... All the best Riyan❤
@user-ud3ly9xm7h
@user-ud3ly9xm7h Ай бұрын
Always carry your attitude riyan ..thats makes u diff thats makes u strong...but please avoid media
@birenkumarkalita301
@birenkumarkalita301 Ай бұрын
BCCI Right desition lole good step
@user-ud3ly9xm7h
@user-ud3ly9xm7h Ай бұрын
Spelling likhibo sikh valke pst gyaan dbi😂
@assamr.n1824
@assamr.n1824 Ай бұрын
Apnalukr ai thumble sai out of state r. You tub bure ,,criticism kri ase. ,, anekua nkribo dada.we are proud of riyan
@pinkydeb974
@pinkydeb974 Ай бұрын
Good news
@mkmk9949
@mkmk9949 Ай бұрын
এইবিলাক মিছা কথা । ৰিয়ানে আচলটো (মাল) দিয়া নাই চাগে BCCI ক !!!!!!
@Bikashbpm89890
@Bikashbpm89890 Ай бұрын
অহংকাৰী আপোনালোকে
@Ayan55544
@Ayan55544 Ай бұрын
igo is the root of the Fall
@jinkuh
@jinkuh Ай бұрын
কথাতেই বঁটা পায়, কথতেই গতা খায়। গতিকে ভাবি চিন্তি, মাক দেউতাক লগত আলোচনা কৰিহে সামাজিক মাধ্যমত কথা কিবা। ভাল হব। আশা কৰোঁ উন্নতি হওঁক
@simantadas3352
@simantadas3352 Ай бұрын
@@jinkuh kotha kole tarmane khela jabo nki...,moi Jodi kao Kali moi American jam...,kothato kolei moi jabo parim neki...,gotike kotha kowa aro Kora r majot deference aase...thik teneke khela khela aro kotha kowa doita belg basto
@jnandeepchetia6622
@jnandeepchetia6622 29 күн бұрын
ওল্টা পুল্টা হৈ গ'ল তোমাৰ প্ৰতিবেদন !!
@Mr-Lakshya-
@Mr-Lakshya- 27 күн бұрын
Nice decision... Attitude 💯 But Performance 00%😂😂😂
@rahulamin2163
@rahulamin2163 Ай бұрын
Riyan porag India Tim ot change dibo nalagisil
@sikhadas7368
@sikhadas7368 Ай бұрын
Besi dekhai Bhal a hoise
@user-ox4vi6xy6y
@user-ox4vi6xy6y Ай бұрын
Good 👍❤news
@pradiprabha5067
@pradiprabha5067 Ай бұрын
Good 👍
@polanbora1986
@polanbora1986 Ай бұрын
Right rian indiar temot kuno jaga db nalaga
@madhurjyaentertainment733
@madhurjyaentertainment733 Ай бұрын
Kothatu nhua nhoi...xi nijor deshor karone akol nije khelile hein sabo mane....eman lebel...world cup e nasai....ene player indiak nalage....eman selfish player e ipl kheli thakilei hoi...Rinku Singh e o world cup squad t chance pua nasil... hleo goteikeikhon match stadium t jai saisil...
@simantadas3352
@simantadas3352 Ай бұрын
@@madhurjyaentertainment733 north east India r hoi ne nhoi take kao prothm...
@user-xh8wl9hx7x
@user-xh8wl9hx7x Ай бұрын
moja paisu.
@dgitumoni5808
@dgitumoni5808 Ай бұрын
Yes
@wrestling-india
@wrestling-india Ай бұрын
Vle hoise
@Musicplanet369
@Musicplanet369 Ай бұрын
শুই থাকিলে হাঁহ কেনেকৈ ধৰিব? আমি খেলুৱৈ নহ’লেও নিজৰ দেশৰ দল জিকক বুলি ভাবি খেল চাও...আৰু তুমি ক্ৰিকেটৰ খেলুৱৈ হৈ যদি ক্ৰিকেট নাচাই শুই থাকা...তোমাক বিচনা এখন দি ঘৰলৈ পঠাই দিবইটো !
@sibamonichetia2674
@sibamonichetia2674 Ай бұрын
শিষ্টাচাৰ, বুজিছে শিষ্টাচাৰ,আমি ৰিয়ানাক বাদ দি তেওঁৰ এই ব্যৱহাৰ সৃষ্টিৰ বাবে জগৰীয়া আন কোনোবা বুলিহে ভাৱো,সময় গলেই ৰিয়ানে এদিন বুজি উঠিব।মনত ৰখাৰ দৰকাৰ, ঘৰৰ পৰাই প্ৰথম পঢ়াশালী আৰম্ভ হয়।বচ, ইমানেই
@mrigangkagogoi2473
@mrigangkagogoi2473 Ай бұрын
Gd news
@rekhaborbora6546
@rekhaborbora6546 Ай бұрын
Ahangkari hobo nelage.....Tumi asomiyar namot....same on you....
@tridipdas1103
@tridipdas1103 Ай бұрын
দুয়োটা ফৰ্মেটত পালে😂😂😂😂😂😂😂। নিউজ সলাই দিয়ক । ৰিয়ান❤ ।
@arlinkinpark6769
@arlinkinpark6769 Ай бұрын
Besi din nitike bhai ...jetya loike ohnkar nokome...eko improve nohoi
@tulikaboruahmatu7830
@tulikaboruahmatu7830 Ай бұрын
কথাতে বটা পাই আৰু কথাতে গটা খাই বুলি কোৱা কথাষাৰ ৰিয়াণৰ ক্ষেত্ৰত পিছৰ বাক্য ফাকি প্ৰযোজ্য হ'ল।
@rahuldeurirahul-ej6xd
@rahuldeurirahul-ej6xd Ай бұрын
Ji karise valei karise...iman ahongkar hbo nalagisil riyan a...
@PranabKonwar-yk3vp
@PranabKonwar-yk3vp Ай бұрын
Riyan eneu attitude
@user-bz9ew4tg8g
@user-bz9ew4tg8g Ай бұрын
Thika asa
@runabegum425
@runabegum425 Ай бұрын
Laj lagil riyan da
@hridaysarma8339
@hridaysarma8339 Ай бұрын
অহংকাৰ কমোৱা বাবা ,ধোনীৰ নিছিনা দেশভক্ত হোৱা প্রথমে ৷
@arlinkinpark6769
@arlinkinpark6769 Ай бұрын
মই আগটো কৈছোঁ আৰু আগলৈকেও কৈ থাকিম যে ৰীয়ান বহুত অহংকাৰী হয়, ই যেতিয়ালৈকে নম্ৰ আৰু সাধাৰণ হব নিশিকে তেতিয়ালৈকে আগবাঢ়িব নোৱাৰে,ইয়াৰ এই মানসিকতাৰ কাৰণে মুঠেও পছন্দ নকৰোঁ। অসমৰ মানুহ আগ বঢ়িলে ভাল লাগে,আবু নেচিম আহমেদ ক আমি সহযোগ কৰিছিলোঁ, অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছিলোঁ, কিন্ত ই এজন অহংকাৰী লৰা, বাপেকৰ দমত আজি আকৌ select হল যেনিবা কিন্ত e নিজক সলনি কৰিব লাগিব,অপ্ৰিয় যদিও সত্য
@simantadas3352
@simantadas3352 Ай бұрын
@@arlinkinpark6769 IPL sage suwa ni toi..., domestic cricket sage sowa ni toi..., cricket r kotha koisa jiheto Riyan Parag r record bilk Sai lobi..., Riyan Parag a kako maribo juwa ni,ba kako onistha koribo juwa ni..kheito he main basto...kako onistha nokorile sob ok...,kothat mitha mat di Jodi pisfale degar maribo khoje kheito he dangor basto..., attitude sobore aase toro aase Moro aase kintu...kiman bhal kormo koribo paro kheito he dangor kotha...
@nps2760
@nps2760 Ай бұрын
শিৱম দুৱেৰ দৰে আৰু কিছু সংখ্যক প্লেয়াৰে উপৰ্যুপৰি খেলবোৰত অসফল হোৱাৰ পিছত ও সুযোগ পাইয়ে আছে, দেখোন!!!!
@sunilroy4178
@sunilroy4178 Ай бұрын
Riyal parag change your mentality national team playing is not ipl formet both are totally different in national team if you miss any opportunity then they drop you because lots of players wating for this opportunity so keep maintain your good performance with mental maturity
@Deepjan-o2s
@Deepjan-o2s Ай бұрын
Riyane kuwa kotha vul hoise kintu assamor manuhe tak saport koribo lage.😅
@himangshubaruah7945
@himangshubaruah7945 Ай бұрын
Good News 👍
@chandan1070
@chandan1070 Ай бұрын
good BCCI❤ moja
@mintubora7127
@mintubora7127 Ай бұрын
অহংকাৰী তহঁত মুখাপিন্ধা বোৰ ৷ অকল ৰিয়ানেই নহয় ৷ নতুন খেলুৱৈ কোনেও খেলা নাই এতিয়া অভিষেকে এশ কৰাৰ কাৰণেহে খেলি আছে ৷ এচ শ্ৰীসন্থ ফিক্সাৰ হয়।
@bhaswatidas3538
@bhaswatidas3538 Ай бұрын
Conspiracy eku nai eiat.. riyan r eman controversial comments r pisotu team t chance paisil, Zimbabwe series t val khela hoi NXT chance pale hoi...
@tamlalsarma6709
@tamlalsarma6709 Ай бұрын
Uma chetri r bixoy kiba report kore jodi korok val hobo tai o international cricketer hoi..
@lachitbanowary3354
@lachitbanowary3354 Ай бұрын
Good news👍👍
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
অসমৰ মেডিয়া বোৰে সকলো খেলুৱৈ জীবন শেষ কৰিলে,, উঠাই দি,, বাতৰি পৰিবেশন কৰি কৰি
@BhubanChandraburaguhain
@BhubanChandraburaguhain 27 күн бұрын
ৰিয়ান অহংকাৰী? নিজৰ ৰাজ্যৰ বিহু খেলপথাৰত দেখোৱাইছিল।
@gopalchandra8205
@gopalchandra8205 Ай бұрын
Val a hoise😂😂😂
@Foggy950
@Foggy950 Ай бұрын
এইটোৱেই লাষ্ট series এই বছৰৰ atia akou ipl val kheli le chance pabo pare
@debashishkaushik8010
@debashishkaushik8010 Ай бұрын
Riyan a Indiar match nasai nohoi, xui thake. Xui thakile tu nohobo na.
@dgitumoni5808
@dgitumoni5808 Ай бұрын
Really
@anuwarhussain6920
@anuwarhussain6920 Ай бұрын
Khub val korise ahonkar besi hoi gol
@parthachetia6874
@parthachetia6874 Ай бұрын
Good
@okikayastha7068
@okikayastha7068 Ай бұрын
ৰিয়ান ক মই সমৰ্থন কৰোঁ।
@powerofalisa4325
@powerofalisa4325 Ай бұрын
তাকেই কয় মূখৰ মূৰত বটা পাই ।মূখৰ মূৰত বটা পাই। আগলৈ এই কথা মনত ৰাখি অসমীয়া ল'ৰা এজন আগুৱাই যাওক ।তাৰ আশা কৰিলো ।
@deboborah5858
@deboborah5858 Ай бұрын
কটা যায়
@gautamdeka5084
@gautamdeka5084 Ай бұрын
আমাৰ অসমৰ মিডিয়াই হে জানো টীম Select কৰিব এনে লাগে মোৰ ৷ ৰিয়ানে খেল চাইছে আৰু সতিৰ্থৰ লগত ও বহিছে ৷ এবাৰ দুবাৰ বাহিৰত যাব এ ৷ ২০১১ৰ ৰ ৫০ অভাৰ বিশ্বকাপত ও মাষ্টাৰ ব্লাষ্টৰ শচীন তেণ্ডুলকাৰে আউত হোৱাৰ পিছত খেল চোৱা নাছিল তেতিয়াতো কোনো বেয়াকে নিউজ বনোৱা নাছিল ৷
@joyprakashboro8144
@joyprakashboro8144 Ай бұрын
feeling happy😊
@user-hj9bv8uz7n
@user-hj9bv8uz7n Ай бұрын
Vale hoise
@ankursarma6282
@ankursarma6282 Ай бұрын
Good decision
@prabirshil7838
@prabirshil7838 Ай бұрын
Iman ohangkar
@deboborah5858
@deboborah5858 Ай бұрын
মইও অসমীয়া হিচাপে ৰিয়ানে খেলাটো বিচাৰো কিন্তু বৰ্তমান টিম টো এনেকুৱা যে কাকবহুৱাব কাক খেলুৱাব মই কিন্তু ৰিয়ানৰ জেগা নাপালো ।সেয়ে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে ।
@bagadhartaid2389
@bagadhartaid2389 Ай бұрын
কাৰণ riyan north east যে, হেনো গম পাওঁ আমাৰ north east r মানু্হ ক West r মানু্হ বিলাকে,suport নকৰে বুলি, লগতে riyanu attitude টো বেছি হল যে 😢😢😢
@mdeka1847
@mdeka1847 Ай бұрын
কথাট কটা যায় আৰু কথাট বটা পায় ৷ ভাল পদৰ্শন অবিহনে বৰ্তমান সময়ত ভাৰতীয় দলত স্থান লাভ কৰাটো ইমান সহজ হৈ থকা নাই ৷
@maheshgogoi
@maheshgogoi Ай бұрын
অহংকাৰী বৰ্ড ৰ পক্ষত নাই ৰিয়ান
@bipulkalita3732
@bipulkalita3732 Ай бұрын
যি হ'ল ভালেই হ'ল ইয়তকৈয়ো বাপেকৰ অহংকাৰ বেছি হৈছিল এতিয়া কেনে লাগিছে আৰু কোনো জনমতো পান পৰাগে চান্স পোৱাৰ আশা নাই 😊😊😊😅
@sunmonihatiboruah1607
@sunmonihatiboruah1607 Ай бұрын
India no1 biggest player
@rahulbaro1644
@rahulbaro1644 Ай бұрын
❤❤Good
@JatinNarzary-mi1ii
@JatinNarzary-mi1ii Ай бұрын
নিজৰ টীমৰে খেল নাচাই শুই আছিলি নহয় এতিয়া কেনে পালি অহংকাৰী
@karneswarbhowmik1063
@karneswarbhowmik1063 Ай бұрын
Very good
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 10 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 539 М.
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 36 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 56 МЛН
Riyan Parag Fit in Team India's T20 Set Up ? 🇮🇳
8:03
Cricket Guru Assam
Рет қаралды 18 М.
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 10 МЛН