RJ PAHI LOVE STORY...১০ বছৰীয়া যাত্ৰাৰ A to Z

  Рет қаралды 486,442

BAARTA LAAP

BAARTA LAAP

2 жыл бұрын

RJ PAHI LOVE STORY...
RED FM 93.5 RJ PAHI LOVE STORY
LOVE STORY ৰ ১০ বছৰীয়া যাত্ৰাৰ A to Z
RJ পাহীৰ সৈতে বাৰ্তালাপ
#rjpahi #RedFmlovestory #redfmindia #baartalaap #chakrapaniparashar
------------------------------------------
/ paintyourhighwaywithpahi
KZfaq channel link
/ redfmrjpahi
Facebook page link
RJPahi
Instagram link
-----------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 787
@chitraboruah6666
@chitraboruah6666 2 жыл бұрын
প্ৰথমতে পাহীলৈ বহুত বহুত মৰম জনালো । মই পাহীৰ প্ৰায়বোৰ Love Story শুনিছো বৰ ভাল লাগে ।প্ৰেমৰ কোনো ভাষা নাই এই কাহিনীটো মই বহুত বাৰ শুনাছো বৰ ভাল লাগে শুনি । ৰ'জ মেৰী অৰুনাচলৰ নহয় নাগালেণ্ডৰ বুলিহে আছে🥰🥰
@happydas9055
@happydas9055 2 жыл бұрын
প্ৰেমে নামানে ভাষা ❤️ এই ষ্টৰী টো মই 12, বাৰ কৈও বেছি শুনিছিলো🤗 আজি আকৌ মনত পৰি গল .....
@pujasaikia8931
@pujasaikia8931 2 жыл бұрын
বাৰ্তালাপ নামেই যা‌ৰ পৰিচয় । বাৰ্তালাপৰ প্ৰত্যেকটো অনুষ্ঠান মই চাও আনতকৈ সুকীয়া আৰু পৃথক । এনেদৰে আজি অনুষ্ঠানটো চালো ভাল লাগিল। নজনাক জানিব পৰা আৰু নেদেখাক চাবলৈ এক ব্যতিক্ৰমী অনুষ্ঠান বাৰ্তালাপ । অনুষ্ঠানটো চাই সচাঁই ভাল লাগিল তাতে মোৰ প্ৰিয় RJ গৰাকীৰ ।
@tanmaydekagcc4491
@tanmaydekagcc4491 2 жыл бұрын
পাহী বা তুমি LOVE STORY ৰ বিষয়ে বহুত কথা কৈছা আৰু শুনি খুব ভাল লাগিল ।। তুমি যিখিনি কথা কৈছা সেইখিনি সকলো সচা কথা কৈছা ।।
@pritisaikia
@pritisaikia 2 жыл бұрын
বা কাজিৰঙা love story তো মই এই show শুনা আগত শুনিছোঁ উফ কি ধুনীয়া শেষত যেতিয়া কাপোৰযোৰ দিয়া পিছত কয় যাবি মোৰ বাবে ঘৰত হাত খুজিব উফ কি ধুনীয়া♥️♥️♥️♥️lv u পাহি বা।
@kushadihingia6022
@kushadihingia6022 2 жыл бұрын
দাদা আপোনাৰ অনুষ্ঠানৰ এজন মই নিয়মীয়া দৰ্শক।বার্তালাপৰ সঁচাই এটা সুকীয়া মাদকতা আছে।বাৰ্তালাপ অনুষ্ঠানে সকলোৰে হিদয়ত ঠাই লওঁক আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ।
@papunxtofficial
@papunxtofficial 2 жыл бұрын
এ মজা লাগি গল দেই চক্ৰপাণি দা।। Long live Baartalaap✌💗🥰🙏
@atuldas6126
@atuldas6126 2 жыл бұрын
বাৰ্তালাপৰ অনুষ্ঠান খন চায় ব্হুত ভাল লাগিল। লগতে RJপাহি বাৰ ক্ণ্ঠৰ সুৰ শুনি মন ভৰি গ'ল লগতে চক্ৰপাণি দালৈ অশেষ ধন্যবাদ থাকিল । হিমাদ্ৰী দাসে লিখা কবিতাটি শুনি ভাল লাগিল । Long live বাৰ্তালাপ।
@raktimjyotiborah1487
@raktimjyotiborah1487 2 жыл бұрын
পাহি বাৰ যে ঘৰ গহপুৰত মই আজি হে জনিছো চক্ৰপাণি দা পাহি বা দুয়োকে গহপুৰ ৰ পৰা বহুত বহুত মৰম দিছোঁ ❤️
@ratuldeka374
@ratuldeka374 2 жыл бұрын
ক'বলৈ যেন শব্দ নাই,,,বহুত বহুত ভাল লাগিল পাহী বা আগলৈ যেন এনে দৰে পাওঁ,,,,,, তাতে আকৌ একে ঠাইত দুই প্ৰিয়ৰ সংযোগ ,,,,💐❤❤ধন্যবাদ চক্ৰ দা,
@surajtamuli963
@surajtamuli963 2 жыл бұрын
uff baa ৰ মাতটো শুনাৰ লগে লগে মনত প্ৰেম প্ৰেম ভাৱহৈ যায়😊😍😍
@assamesgete8697
@assamesgete8697 2 жыл бұрын
Uff klah hoi nki kokai 😂😂😂
@anishaofficial2656
@anishaofficial2656 2 жыл бұрын
Same 🥲
@anamikaneog6127
@anamikaneog6127 2 жыл бұрын
🎂🎂🎂👍😌😌😌🎂😌😌😌🎉🎉🎉😌🎉
@anamikaneog6127
@anamikaneog6127 2 жыл бұрын
🎉🙏🎉🎉🎉🎉🎂🎉🎂🎉🎉🎉🎉🎉🎂🎉
@pranabjyotibhai5521
@pranabjyotibhai5521 2 жыл бұрын
kzfaq.infoJaP_vONv6lk?feature=share
@BiswajitDas-hu6xx
@BiswajitDas-hu6xx 2 жыл бұрын
চক্ৰ da jdi mur kopalot ase Adin log dhorim apunk ...... Bht vl lge apunk lv you ... Xodai vle thakok apuni
@probinkumarboruah8192
@probinkumarboruah8192 Жыл бұрын
আজি কাঠে কাঠে মিলি গৈছে.... দুয়োজনৰে বাৰ্তালাপ অতি সুন্দৰ....
@user-si5fk1ii5d
@user-si5fk1ii5d 2 жыл бұрын
সঁচাই হৃদয় পৰা ওলাই অহা কিছু কবিতা❤️
@discussofallmatters3485
@discussofallmatters3485 2 жыл бұрын
দাদা আপোনাৰ অনুষ্ঠান মোৰ সদায় প্ৰিয়। RJ pahi বাৰ মাতটোৱে অন্তৰ চুই যায়।
@tarunhazarika7423
@tarunhazarika7423 2 жыл бұрын
খুউব ভাল লাগিল চাই অনুস্থানটি । RJ পাহি আৰু চক্ৰপাণি পৰাশৰ দুয়ো মোৰ অতি প্ৰিয় । দুয়োৱে ভিন্ন দিশত সুন্দৰ কাম কৰি আছে । এইদৰে দুয়ো আগবাঢ়ি যাওঁক । শুভ কামনা দুয়োলৈ ।
@dipaklama6711
@dipaklama6711 2 жыл бұрын
Ai onusthan tu sai Bohut val lagil.Pahi baar love story gom palu.bartalaap porialok bohu bohu dhanyabad thakil..
@rijumanirajbongshi403
@rijumanirajbongshi403 2 жыл бұрын
মাত টো শুনাৰ লগে লগে দেহ মন ভৰি য়াই। পাহী বা♥♥
@purobeegogoi1343
@purobeegogoi1343 Жыл бұрын
কবলৈ ভাষা নাই যে, কিমান ভাল লাগে RJ পাহি ক। বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল। ধন্যবাদ বাৰ্তালাপ
@biswajittamuli4074
@biswajittamuli4074 2 жыл бұрын
গহপুৰ বাসি হৈ গৌৰৱ অনুভৱ কৰো ।❤️❤️
@Banditaskibakibi
@Banditaskibakibi 2 жыл бұрын
উফ পাহি বা, কি যে মিঠা মাত আপোনাৰ 🥰🥰🥰🥰 । আপুনি গালি দিলেও চাগৈ শুনি বেয়া নালাগিব 😀😘😘
@jmbassamesepoemandculture6858
@jmbassamesepoemandculture6858 2 жыл бұрын
দুয়োৰে কণ্ঠ খুবেই প্ৰিয় 😍 পাহী বা চক্ৰ দা।
@nilakhisonowal5032
@nilakhisonowal5032 2 жыл бұрын
Hosai bohut hundor kontha ❤❤❤
@pranabjyotibhai5521
@pranabjyotibhai5521 2 жыл бұрын
kzfaq.infoJaP_vONv6lk?feature=share
@reempathak50
@reempathak50 2 жыл бұрын
বাৰ্তালাপৰ অনুষ্ঠান বৰ ভাল লাগে ।RJ পাহী বহুত প্ৰিয় ,প্ৰেম ৰ এটা ভাল আৰ্দশ , কাহিনী ,বৰ্ণনা দি আহিছে . Proud of you.👏👏💗
@allassamesemanindra4176
@allassamesemanindra4176 2 жыл бұрын
চাই থাকোতে কেনেকৈনো ৪৪ মিনিট পাৰ হ'ল গমোকে নাপালো ৷ অতি সুন্দৰ অনুষ্ঠান ৷
@navajyotikalita3394
@navajyotikalita3394 2 жыл бұрын
One of the best episode ... Long live BAARTALAAP
@rjaxomnetwork5362
@rjaxomnetwork5362 2 жыл бұрын
পাহি বা love story হাইস্কুলৰ পৰাই শুনি আহিছোঁ। পাহি বা মাতটো শুনিলে অন্ত্ৰহান হৈ পৰো।❤️❤️ আটোৱাল্লা কাহিনীটো মই 50 বাৰ মান শুনিছোঁ মোৰো মন চুই গল।❤️❤️ Thank you পাহি বা তুমি আমাক এনে love story উপহাৰ দিয়া বাবে❤️❤️
@shimadas8867
@shimadas8867 2 жыл бұрын
Kahini tur nam ki asil koa sun please .. bohut bisari asu poa ni
@ARMYBOY-rc8yq
@ARMYBOY-rc8yq 2 жыл бұрын
Kahi ni tor nam ki no vai
@rumidevi605
@rumidevi605 2 жыл бұрын
Moiu xunilu bhut xeitu story
@ARMYBOY-rc8yq
@ARMYBOY-rc8yq 2 жыл бұрын
@@rumidevi605 ki nam story tor
@rumidevi605
@rumidevi605 2 жыл бұрын
@@ARMYBOY-rc8yq nmtu phrilu.. Bhut bosor hol xuna, bhut bar xunilu vl lge kintu.
@rashmiboruah3762
@rashmiboruah3762 2 жыл бұрын
শুনিলে শুনি থাকিব মন যায় পাহী বা মা ত ❤️সকলো লৈ গহপুৰৰ পৰা মৰম জাচি লোঁ 🥰
@pranabjyotibhai5521
@pranabjyotibhai5521 2 жыл бұрын
kzfaq.infoJaP_vONv6lk?feature=share
@rajuvlogs9689
@rajuvlogs9689 2 жыл бұрын
@jungogoi9187
@jungogoi9187 2 жыл бұрын
@@pranabjyotibhai5521 ķ
@surajborah1413
@surajborah1413 Жыл бұрын
আকৌ এদিন মাতিব RJ pahi
@bidyasagarvlogs9385
@bidyasagarvlogs9385 2 жыл бұрын
দাদা,আপোনাৰ অনুষ্ঠান উপভোগ কৰি বহুত ভাল লাগে। কেতিয়াবা সুবিধা পালে ভাৰতীয় সেনা-জোৱান এজনকো আপোনাৰ বাৰ্তালাপ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিব চোন। তেখেতৰ জীৱন শৈলীৰ বিষয়ে কিছু কথা জনাৰ বহুত ইচ্ছা আছে। তেওঁলোক আমাৰ কাৰণে অতন্দ্ৰ প্ৰহৰীৰ দৰে আমাৰ সুৰক্ষাৰ কাৰণে বহু কষ্টৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে।
@pranjalhazarika1121
@pranjalhazarika1121 2 жыл бұрын
👍👌👌
@sanjibsaikia6978
@sanjibsaikia6978 3 ай бұрын
Kotha tu hosa kintu dai
@numalnath786
@numalnath786 Жыл бұрын
ভাল লাগিল চাই পাহি তোমাৰ বৰ্তলাভ কথা বৰ্তা কৰা শুনি আছিলোঁ তোমাৰ মাত ভয়েচ সচা য়ে বৰ সুন্দৰ জেতিয়াৰে পৰা ম'বাইল লৈছিলোঁ কিন্তু দেখা নাছিলো কিন্তু আজি দেখা ও পালো ৩০ /১০/২০২২ - মোৰ ঘৰ গহপুৰ মাগনি সূৰ্য মন্দিৰ গলচেপা
@jyotishmanbhuyan6017
@jyotishmanbhuyan6017 2 жыл бұрын
এটা প্ৰিয় কণ্ঠ👍👍👍👍👍
@kakalikalita579
@kakalikalita579 2 жыл бұрын
কবলে ভাষা নাই.. যাৰ কণ্ঠতেই অংকুৰিত হয় প্ৰেমৰ বীজ❤️i love you pahi baa
@parishmitasaikiamusical3264
@parishmitasaikiamusical3264 2 жыл бұрын
বাৰ্তালাপ ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ... সঁচাকৈয়ে বৰ ভাল লগা এটি অনুষ্ঠান ...... বিশেষকৈ চক্ৰপাণি দাদাৰ সাক্ষাৎকাৰ মোৰ খুবেই প্রিয়...... ভালে থাকক দাদা 💖💖লগতে পাহী বা লৈও অফুৰন্ত মৰম আৰু শুভকামনা 💖❤
@mitalisaikia4066
@mitalisaikia4066 Жыл бұрын
উহ কি মাত শুনি শুনি আমনি নলগা এক কন্ঠ ❤️
@jahnobimoran5261
@jahnobimoran5261 2 жыл бұрын
Hsakoi pahi baa apunar mat2 bht dhunia😘❤️
@trishnakakati461
@trishnakakati461 2 жыл бұрын
Mood tu g karonot a bea nathakok kio ..... Pahi ba r voice tu olp time xuna pst njnu kio automatically vl hoi jaii 🥰🥰❤️❤️
@ayangpayeng366
@ayangpayeng366 Жыл бұрын
সেই ৰেষ্টোৰেণ্ট খনৰ নাম হল "আইছেং" ❤️(পাৰ্থ + নান্দিতা)❤️ "আধৰুৱা হৈ ৰল" আশা কৰোঁ নন্দিতা বাক ভগৱানে শক্তি দিয়ক, আশীৰ্বাদ কৰক যাতে স্মৃতি বোৰ বুকুত লৈ আজীৱন এটা জীয়া হাঁহি লৈ জীয়াই থাকিব পাৰে❤️💙
@pranjolidevi1268
@pranjolidevi1268 Жыл бұрын
Hetu moiu bht bar xnisu etitaloike kndu xnile 🥺❤️
@ayangpayeng366
@ayangpayeng366 Жыл бұрын
@@pranjolidevi1268 👍
@gyatrikalita7768
@gyatrikalita7768 Жыл бұрын
​@@pranjolidevi1268 story tur nam kbo nki
@robinhazarika6750
@robinhazarika6750 2 жыл бұрын
Bartallap..... excellent..porakhar... sometime I feel to go back..my Assam,,...,.......... Though I am permanently out of Assam since 36yrs....I was unlucky...But But Your bartallap keeping me within Mur janmabhumi. Forever. Thanks poraxar
@kon149
@kon149 2 жыл бұрын
এটি সুমধূৰ কণ্ঠৰ অধিকাৰী পাহী । অনুষ্ঠানটি চাই বৰ ভাল লাগিল।
@kobitakalita8308
@kobitakalita8308 2 жыл бұрын
Pahi bar mat tu emn dhuniya bohut morom loga ba joni.bar program huni bohutvl pao ❤️❤️❤️
@rahulsingha2524
@rahulsingha2524 10 ай бұрын
Pahi ba সঁচাকৈ আকৰ্ষণীয় 🙏 আপোনাৰ voice uff সঁচাকৈ bhut bhut ভাল লাগে মোৰ মুখৰ ভাষাৰে বুজাব নোৱাৰিম। আপোনাক লগ পাবলৈ বহুত হেঁপা আছে ❤️❤️
@manibankalitanath3648
@manibankalitanath3648 2 жыл бұрын
Excellent 👌 আটাইলৈ অজস্ৰ শুভকামনা ❤️
@UshaRani-ft1xw
@UshaRani-ft1xw 2 жыл бұрын
ভাল লাগিল বাৰ্তালাপ চাই আজি❣️
@jiyakaahini
@jiyakaahini Жыл бұрын
বহুত বহুত বহুত ভাল লাগিল। গোটেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে মন ভৰি থাকিল ❤️❤️❤️ lot's of love 😍
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
হৃদয়ৰ এক নিভাজ কোণত তেওঁৰ মাতটিয়ে বৰকৈ চুই যায়.... 😘 তেওঁৰ কন্ঠটি শুনিলেই দেখুন বুকুত কিবা প্ৰেমৰ ঢৌ উফন্দি উঠে... 💞💐
@sumitragogoi2650
@sumitragogoi2650 2 жыл бұрын
Nice pahe ba hodai ag bahija
@RamjanAli-nb6tr
@RamjanAli-nb6tr 2 жыл бұрын
Same to you
@RamjanAli-nb6tr
@RamjanAli-nb6tr 2 жыл бұрын
Facebook and whatappot koi love❤ story Sithi likhi mur bhut bhal lage
@debapriyomusical.7417
@debapriyomusical.7417 2 жыл бұрын
খুব সুন্দৰ অনুষ্ঠান 👍
@SUMM____8232
@SUMM____8232 2 жыл бұрын
Uff দুয়ো কন্ঠ সুমধুৰ🥰🥰
@dipankorsaikia4874
@dipankorsaikia4874 Жыл бұрын
পাহি বা তুমি যিকেইটা love story কথা কৈছা ...সেইকেইটা love story মই হয়তো কিমান বাৰ শুনিছো হিচাপ নাই 😍
@dipikaboruah7657
@dipikaboruah7657 11 ай бұрын
Kahilipara j storytur kotha koisl story tur name tu ki kob niki
@Mainacreation3346
@Mainacreation3346 2 жыл бұрын
Ufff #pahi baaa কি সূন্দৰ আপোনাৰ কণ্ঠচৰ ।।😘😘
@riturajranjan3565
@riturajranjan3565 2 жыл бұрын
Great Pahi ba, and Chakra da.🙏 Really Melody voice...🙏🙏🙏🥰🥰
@bhargabsaikia6357
@bhargabsaikia6357 2 жыл бұрын
Pahi baa apuni mor all time favrt❤️❤️❤️, lost of love
@probitraborah.2458
@probitraborah.2458 2 жыл бұрын
পাহী বা আপোনাৰ মাতটো ইমান ধুনীয়া ♥️♥️
@archanahazarika47
@archanahazarika47 2 жыл бұрын
সচাকৈ বহুত বহুত ভাল লাগিল আজি। পাহি বা I love your vois
@travelandexplorewithachyut251
@travelandexplorewithachyut251 2 жыл бұрын
বহুত ভাল লাগিল,,,, সুন্দৰ কথা কৈছে
@nalimakhatun2702
@nalimakhatun2702 2 жыл бұрын
Lv u pahi Baa ..apunar matot ki j jadu ase kobo nuaru...apunar sob love story moi xunu..jimanei mon tu bea nalagok apunar mat tu xunile sob thik hoi jaii .. Again lv u baa
@udayjyotibora7561
@udayjyotibora7561 2 жыл бұрын
xei love storyto moio xunisilo jorhatarrr pahi baa ..... ❤️👍❤️
@dharitrigayan5552
@dharitrigayan5552 2 жыл бұрын
বহুত মৰম পাহি বা আৰু বাৰ্তালাপলৈ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@sanamsuman4672
@sanamsuman4672 Жыл бұрын
ভিদিঅ‌টো ভাল লাগিল , বাৰ্তা লাপ ছেনেললৈ ধন্যবাদ
@minasaikia8585
@minasaikia8585 11 ай бұрын
ভাল লাগিল বাতা্লাপ অনুষ্ঠান টো ছাই। । God bless you. .
@dharmakantanarah3665
@dharmakantanarah3665 2 жыл бұрын
পাহি বাৰ মাতটো সদায়েই প্রিয় হৈ থাকিব।।
@kobitakalita8308
@kobitakalita8308 2 жыл бұрын
Prem hampake bohut dhuniya hangya dise pahi bai love you ba ❤️❤️
@rashmislittleworld5487
@rashmislittleworld5487 2 жыл бұрын
শুনিলে শুনিয়ে থাকিব মন যায়💞💖💞💖
@kabitadeka9331
@kabitadeka9331 2 жыл бұрын
অতিকৈ সুন্দৰ অনুষ্ঠান। ধন্যবাদ।
@merajulahmed9320
@merajulahmed9320 2 жыл бұрын
সচাকৈ পাহি বাৰ voice তো বহুত ধূনীয়া
@Kamalrabha203
@Kamalrabha203 10 ай бұрын
Bohut bhal lagise. Chakrapani parador Aponar matto imman dhuniya logote Aponar hahitu bohut moromloga.... Aaponar bartalap sai bohut bhal lage.......
@kankanarabha3798
@kankanarabha3798 2 жыл бұрын
Pahi ba tumi 1st love story share korila jitu xunibo roi asilu.thank u bartalap.yes pahiba goteikita story tu huisu bor val lge
@sumanbaishya9896
@sumanbaishya9896 2 жыл бұрын
যাৰ ভ ইতে পৰিচয় ufffma......sai bhut bhut vl lagil
@priyankaamchi9679
@priyankaamchi9679 2 жыл бұрын
Thank you thank you so much parash da and pahi baa aji r bartalap sai aru xuni bht bht val lagil❤️❤️❤️🥀🥀🥀🥀
@Riichindiaofficialvideos786
@Riichindiaofficialvideos786 Жыл бұрын
Bohut hundor anusthan bartalap, love you pahiba❤❤❤
@bandanasarmah6311
@bandanasarmah6311 2 жыл бұрын
Bahut bahut val lagil... Love you Pahi baa❤
@asomiapunnibadita5178
@asomiapunnibadita5178 2 жыл бұрын
Ki kom 👏👏👏bahut val lagil program to.❤️. Seponr pora bahut bahut morom
@nirmaliboruah5669
@nirmaliboruah5669 2 жыл бұрын
Gohpur mur bor moromor thai ami tat almost 10yrs asilu Nayaghogra chah bagisat mur husband tate medical officer asil gotike Magoniru patients ahisil manuh bilak mur ekebare nijor dorei asil gotike tumaluk duyu tare children buli jani bor bhal lagil dei ekdom nijor lora suwalik log pua jen lagi gol,recollecting the old sweet memories,God bless you both n get going wid lots of success.
@prabenbhai
@prabenbhai 2 жыл бұрын
বহুত ভাল লাগিল সচাকৈ ধন্য়বাদ বাৰ্তালাপ
@rjbipul5173
@rjbipul5173 2 жыл бұрын
বহুত বহুত ভাল লাগিল ।।।
@kailyandutta8097
@kailyandutta8097 2 жыл бұрын
বহুত ভাল লাগিল পাহি বা লগত হোৱা চৌটো চাই🥰
@Gymaholic428
@Gymaholic428 2 жыл бұрын
Pahi ba tmr voice no words 🥺❤️
@munmisvlog4316
@munmisvlog4316 11 ай бұрын
প্ৰত্যেক টো গান পাহি বা ৰ লগত মিলি গৈছে
@DebuDhan
@DebuDhan 2 жыл бұрын
কি সুকীয়া কণ্ঠ ❤️🌈
@lizaworld6288
@lizaworld6288 2 жыл бұрын
My god u r such a amazing person pahi baaa....I just love u a lot🥰
@parthaborah2984
@parthaborah2984 Жыл бұрын
অঃ বা🥰🥰🥰🥰🥰🥰.....কি কম।ভাল লাগিল অনুষ্ঠানটি
@adityasaikia3215
@adityasaikia3215 Жыл бұрын
গহপুৰৰ পৰা মৰম যাচিলো ❤️
@bidisha2077
@bidisha2077 2 жыл бұрын
কন্ঠ ufff✨❤️
@preyoshibora9275
@preyoshibora9275 2 жыл бұрын
I love pahi ba. Uff ki voice 🥺😘😘❤️❤️❤️❤️❤️
@nonichutia3034
@nonichutia3034 2 жыл бұрын
বহুত২ শুভেচ্ছা ও ধন্যবাদ দিলো পাহিক
@minakshisarma8654
@minakshisarma8654 2 жыл бұрын
😍😍 bohu din r pist pahi baar voice tu xuni vl lgi gol💖💖
@utpaladaskalita3714
@utpaladaskalita3714 11 ай бұрын
খুউব ভাল লাগিল অনুষ্ঠানটো চাই..দুয়োকে খুবেই ভাল লাগে মোৰ ❤❤❤❤
@dharitriphukan2507
@dharitriphukan2507 2 жыл бұрын
Bor val lagil... Thank you so much brother 🙏😊
@rakeshdeka9411
@rakeshdeka9411 2 жыл бұрын
বাৰ্তালাপ প্ৰগেমটো সচাই এতিয়া সুকীয়া হৈ পৰিছে...
@kaberigogoi8462
@kaberigogoi8462 2 жыл бұрын
Bohut val lage pahi bak...sakrapani sir apunku...praye hokolu episode a sau buli koleu vul nhbo hoitu..🥰
@manuborah4135
@manuborah4135 2 жыл бұрын
ইমান সুন্দৰ কণ্ঠ । শুনি থাকিবৰ মন যায় ❤️❤️
@apurvasvlog9542
@apurvasvlog9542 Жыл бұрын
বাৰ্তালাপ ৰ মই নিয়মীয়া শ্ৰোতা .....তাতে আজি আৰ.জে পাহি বা আহি অনুষ্ঠানটো সম্পূৰ্ণ কৰাৰ বাবে অশেষ ধন্যবাদ......মোৰ বাবে
@karishmakalita6498
@karishmakalita6498 2 жыл бұрын
Bht bht bht val lagile sai.... Luv u pahi baa❤️❤️❤️
@jahnobidhunkalita8361
@jahnobidhunkalita8361 2 жыл бұрын
2 nd story 2 moi u xuniselu bohut dukh lgisela .story 2 xuni bohut kandilu njnu kio . . Bohut VL lgila tumr voice t xuni .❤️
@ninjagamingassam7020
@ninjagamingassam7020 Жыл бұрын
Ajihe saisu ay Vdo 2..pahi bar mattu huni gar num uthigole😍😍😍😘😘
@mayurikalita4166
@mayurikalita4166 2 жыл бұрын
Pahi ba voice2 xunile xuni thkboi mn jai❤❤
@ranjudoley530
@ranjudoley530 7 ай бұрын
Bhal lage Pahi baar kothabur ❤❤
@bhobendas9165
@bhobendas9165 2 жыл бұрын
কাহিনীটো চৱ সোনিছো কিন্তো যোৰহাতৰ. কাহিনীটো জীবনত নাপাহৰো
@niruvlogniruvlog
@niruvlogniruvlog 2 жыл бұрын
Ki nam nu story tor
@SUBRATDUWARAH
@SUBRATDUWARAH 2 жыл бұрын
Love from Gohpur ❣️ গহপুৰৰ পৰা মৰম যাছিলোঁ গহপুৰীয়ান দাদা বা ❣️
@anamikahazarika5120
@anamikahazarika5120 2 жыл бұрын
Wowww ba gohpur magonir😍😍😍♥️
@janmoni-sani4879
@janmoni-sani4879 2 жыл бұрын
Pahi ba tumar voice t chakropani da r love story 2 xunib mn ase☺
@petpuha
@petpuha 2 жыл бұрын
সুন্দৰ পাহি বা বৰ ভাল পাওঁ!!
MEU IRMÃO FICOU FAMOSO
00:52
Matheus Kriwat
Рет қаралды 39 МЛН
МАМА И STANDOFF 2 😳 !FAKE GUN! #shorts
00:34
INNA SERG
Рет қаралды 4,2 МЛН
Alat Seru Penolong untuk Mimpi Indah Bayi!
00:31
Let's GLOW! Indonesian
Рет қаралды 12 МЛН
We Got Expelled From Scholl After This...
00:10
Jojo Sim
Рет қаралды 77 МЛН
#rjpahi #rjpahiwedding RJ PAHI WEDDING | GUWAHATI TO JORHAT | 23-25NOV 2020 |
21:26
PAint your HIghway with RJPAHI
Рет қаралды 438 М.
2023 r PROTHOM VACATION || KOT AHISU AMI || LUGGAGE NAHILE || RJ PAHI||
31:54
PAint your HIghway with RJPAHI
Рет қаралды 43 М.
RJPAHI AND BIKI LOVE STORY || PART 1 ||
33:57
PAint your HIghway with RJPAHI
Рет қаралды 146 М.
MEU IRMÃO FICOU FAMOSO
00:52
Matheus Kriwat
Рет қаралды 39 МЛН