No video

সাগৰত ডুবিব জগন্নাথ মন্দিৰ- ভৱিষ্য মালিকাই দিছে সংকেট, ২০২৪তেই অন্ত পৰিব কলি যুগ | Puri Jagannath |

  Рет қаралды 169,384

Motivator Niranjan

Motivator Niranjan

Ай бұрын

সাগৰত ডুবিব জগন্নাথ মন্দিৰ- ভৱিষ্য মালিকাই দিছে সংকেট, ২০২৪তেই অন্ত পৰিব কলি যুগ | Puri Jagannath |
About this video:
Explained about Bhavisya Malika book.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
Contact for: Content Writing, Motivational Speech, Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#purijagannadh
#rathyatra2024
#motivatorniranjanvideo
#assamesemotivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani

Пікірлер: 311
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
প্ৰিয় দৰ্শক প্ৰকৃততে এই ভিডিঅ'টোত আজিৰ পৰা প্ৰায় ৬০০ বছৰ আগৰে ভৱিষ্য মালিকা নামৰ এখন গ্ৰন্থত উল্লেখ থকা কেইটামান ভৱিষ্যদ্বাণীহে প্ৰচাৰ কৰা হৈছে। এই ভৱিষ্যদ্বাণীৰ লগত মোৰ কোনো ব্যক্তিগত মতামত নাই। সেয়েহে আপোনালোকলৈ মোৰ কৰযোৰে অনুৰোধ যে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত সম্পূৰ্ণ কথাখিনি জানিহে মতামত ডাঙি ধৰে যেন। আপোনালোকলৈ মই পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। 🙏🙏🙏
@manjugogoi38
@manjugogoi38 Ай бұрын
😊
@liliarandhara8240
@liliarandhara8240 13 күн бұрын
I(
@swapandas9127
@swapandas9127 11 күн бұрын
মই ভাবো কলি নহয় বৰ্তমান কল্কিৰো অন্তিম দিস্ব ধ্বংস নিশ্চিত।অস্পিশ্চতা অসহনিয়,ভগৱানো চিন্তিত।জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ বাবা শিৱ।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
ভাগৱত এটিয়া সকলোৱে পঢ়িপ পৰা হ'ল নুচুবি নেপাই উঠি গ'ল গতিকে সকলো ৱে কথা জানিব পৰা হ'ল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ
@jitamonikolita3337
@jitamonikolita3337 Ай бұрын
জয় জগন্নাথ, তোমাৰ ইচ্ছা , বৰ্তমান এই বোৰ চলি আছে, শিষ্য ই গুৰু নামানে,সন্তানে পিতৃ মাতৃ ক বৃদ্ধা শ্ৰমত ঠাই দিছে, কিছুমান বোৱাৰিৰ কাৰণে সকলো বোৱাৰিৰ সন্মান লাঘৱ হৈছে। এই বোৰ জানো কলি যুগৰ ঘটনা নহয় নে মানুহ বোৰ মতিচন্ন হৈছে।
@user-jv2jw5dt7u
@user-jv2jw5dt7u 27 күн бұрын
Jei jogotnhat phorobu❤🏵️🌼🌻🙏🙏🙏🙏🙏
@eloraborah4643
@eloraborah4643 Ай бұрын
দিনে দিনে কথাবোৰ সত্য হ'বলৈ গৈ আছে।
@birajbora7322
@birajbora7322 17 күн бұрын
Jaii shree krishna🙏🙏🙏🙏🙏 💐
@ritasaikia4873
@ritasaikia4873 Ай бұрын
🙏জয় জগণ্ণাথ প্ৰভূ কৃপা কৰিবা 🙏🙏🙏🙏🙏
@dharaninath7857
@dharaninath7857 11 күн бұрын
অন্য কথা থিকে আছে কিন্তু 2024 চনত কলিৰ যুগৰ শেষ নহয়।
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
সকলো ঈশ্বৰৰ ইচ্ছা। আমি বোৰ নিমিত্ত মাত্র। গতিকে ইমান চিন্তা কৰাৰ বাবে প্রয়োজন নাই। ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি নিজ নিজ দ্বায়ীত্ব পালনত বেস্ট থাকিলেই হল।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@vltHero999
@vltHero999 Ай бұрын
🙏🙏🙏🙏🙏
@dineshsarania4834
@dineshsarania4834 Ай бұрын
সকলোতকৈ ভাললগা ভৱিষ্যতবাণী টো হ'ল ৰাছিয়া সম্পূৰ্ণৰূপে হিন্দুৰাষ্ট্ৰ হোৱাটো আৰু বেয়া টো "২০৩২ চন " ।
@NikunjoRabha-y2w
@NikunjoRabha-y2w Ай бұрын
2032 ki baru 😢
@user-ro7yz1wm6r
@user-ro7yz1wm6r Ай бұрын
মহাশয়, এই ভিদিওটোত কোৱা কথা খিনি আখৰে আখৰে মিলিলে বহুত ভাল পাম, কাৰণ বৰ্তমান পৃথিৱীত পাপী মানুহৰ সংখ্যাই বেছি। ভিদিও টো বহুত ভাল লাগিল, ধন্যবাদ আপোনাক।🙏🙏🙏 জয় জগন্নাথ 🙏🙏🙏
@pypypnpn4077
@pypypnpn4077 Ай бұрын
জয় জগন্নাথ । সত্য ত্ৰেতা দ্বাপৰ আৰু কলিযুগেই ইশ্বৰৰ যুগ সৃষ্টি ।কল্কি বোলাটো মিছা ।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@user-wv7mq6kv4c
@user-wv7mq6kv4c Ай бұрын
Jai Gagannath Jai Gagannath Thankyou so much Sir Thankyou Jai Shree Krishna ❤❤
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
ভাগৱত শ্ৰৱণ আৰু কীৰ্তন দূহ মনে শুনিলে তাতে ভগৱানৰ নিজৰ মুখৰ বচনত কি হ'ব সকলো আছে কৃষ্ণ
@harakantadeka7715
@harakantadeka7715 Ай бұрын
কলিযোগ,কেতিয়া,শেষ,হ'ব,আপুনি,যদি,নাজানে,,এনেই,কৈ,নিদিব,এতি,য়া,আৰম্ভ,হে,হৈছে,ভাগৱত,ত,আছে
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏 প্ৰকৃততে এয়া মই কোৱা কথা নহয় এয়া এখন কিতাপত লিপিবদ্ধ কিছুমান ভৱিষ্যদ্বাণীহে
@buddhachoudhury3368
@buddhachoudhury3368 Ай бұрын
Bortman ayai hoi aase.hokolo kotha ata ata koi pramanyt hoi aase.
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কলি যুগ ভাগৱত ৰ মতে ধন্য যুগ ভাগৱতৰ কথা জানিব পাৰিলে সকলো তাতেই আছে কৃষ্ণ
@prantimda3061
@prantimda3061 Ай бұрын
Yesss
@narenborah1919
@narenborah1919 Ай бұрын
জয় জগনাথ জয় জগনা থ আমি এবাৰ যোৱা ভাগ্য মিলিল বৰ ভাল লাগি ভাষাৰে বুজাব নোৱাৰি আতৰৰপৰাই প্ৰনাম জনালোঁ😢
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@user-hj3im2tz3d
@user-hj3im2tz3d Ай бұрын
Nomosker
@dharaninath7857
@dharaninath7857 11 күн бұрын
কলিৰ যুগৰ আধাও যোৱা নাই এনেকুৱা ফলচ কথা প্ৰকাশ কৰিব নালাগে এই420 বাতৰি নিদিব ।
@user-xd6th9hd5f
@user-xd6th9hd5f Ай бұрын
জয় জগন্নাথ 🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@HM-editz-09
@HM-editz-09 11 күн бұрын
কলি যুগৰ বয়স ৪ লাখ ৩২ হাজাৰ নহওঁতেই এইবোৰ কৰ্মকাণ্ড কিছু কিছু আমি দেখিবলৈ পাইছো ।
@hemkantihazarika9531
@hemkantihazarika9531 14 күн бұрын
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@BanjitaDas-s5c
@BanjitaDas-s5c 19 күн бұрын
Jai jagannath ❤😌🥹😶‍🌫️
@pratimagogoi8491
@pratimagogoi8491 Ай бұрын
২০১১চনত প্ৰভু জগন্নাথ দৰ্শন কৰাৰ সুভাগ্য হৈছিল। জয় জগন্নাথ
@user-sn5gr5zc2r
@user-sn5gr5zc2r Ай бұрын
🙏🕉️ om nomohu vagobota basu debai nomoh 🙏🙏 Jai shree ram 🙏 Om namah shivay 🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@dipankarsarma7368
@dipankarsarma7368 Ай бұрын
ইং ২০৪৩ ত ভয়ংকৰ কিবা এটা হব বুলিও মই শুনিছিলো ,দেখা যাওক সময়ত কি হয়( যদিহেজীয়াই থাকো ) !
@ManikaAryanlife
@ManikaAryanlife 17 күн бұрын
Joi jagonnath Provo
@junakilaskar6198
@junakilaskar6198 Ай бұрын
জয় জগন্নাথ 🙏🙏🙏
@hemikachelleng6886
@hemikachelleng6886 Ай бұрын
Jay jogonnath 🙏🙏🙏 Jay jogonnath 🙏🙏🙏 Jay jogonnath 🙏🙏🙏
@HatuRangi
@HatuRangi Ай бұрын
Hai dayamoy Hari,kripa kari asmar poriyalor proti apunar kripa drishti hodayei birajman haok Prabhu Narayan 🙏🙏🙏
@babulnath9414
@babulnath9414 Ай бұрын
Om namah shivay
@dipalibhuyan2574
@dipalibhuyan2574 Ай бұрын
Joy joganath
@abantirajkhowa8667
@abantirajkhowa8667 Ай бұрын
কৃষ্ণ । জয় জগন্নাথ।সকলো তোমাৰে ইচ্ছা ।
@user-qf1nn8om9x
@user-qf1nn8om9x Ай бұрын
Tumar video tu 100% hosa
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@monimalaborah8759
@monimalaborah8759 Ай бұрын
Joi jaganath🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@user-uy6mf4st9c
@user-uy6mf4st9c Ай бұрын
Jai Jagannath
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@DhrubajyotiGogoi-kq6sy
@DhrubajyotiGogoi-kq6sy Ай бұрын
সকলোবোৰ কথা মহাভাগৱতত আছে।
@niraladas4419
@niraladas4419 Ай бұрын
Joy Jagannath Prabhu pranam
@danysvlog0753
@danysvlog0753 Ай бұрын
Jai Jagannath ji ki jai 🙏🙏🙏🙏🙏🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@GitaKalita-em8xr
@GitaKalita-em8xr Ай бұрын
জয় জগন্নাথ প্ৰভূ 🙏🙏🙏 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
@momiboruah9614
@momiboruah9614 Ай бұрын
ভাল লাগিল !
@RajuRahang-dr3yl
@RajuRahang-dr3yl Ай бұрын
Jai Jagannath ❤❤🎉🎉
@rimpimoran-u2c
@rimpimoran-u2c Ай бұрын
Jai kalik jug🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏Jai shree Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bhadreswardeka1695
@bhadreswardeka1695 Ай бұрын
ক'ত শুনিলা this type of message.
@badanchutia8428
@badanchutia8428 Ай бұрын
জগনাথ।ঔ।ঔ।ঔ।ঔ।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, প্ৰকৃততে এয়া মই কোৱা কথা নহয় এয়া এখন কিতাপত লিপিবদ্ধ কিছুমান ভৱিষ্যদ্বাণীহে
@prantimda3061
@prantimda3061 Ай бұрын
​@@MotivatorNiranjan Moi kitap khon pohisu bangla t... Bhavisha mallika puran
@deepikapatowary7089
@deepikapatowary7089 Ай бұрын
Joy Jagannath Baba 🙏🏻
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@pratimadas4613
@pratimadas4613 Ай бұрын
Om shanti baba 🙏🙏🙏
@niruhandique8083
@niruhandique8083 Ай бұрын
Krishna Krishna jai jogonath 🙏🙏🙏
@HappyBirds-en7ye
@HappyBirds-en7ye Ай бұрын
Bhoi lagi ase😢
@rijumonikonwar9069
@rijumonikonwar9069 Ай бұрын
হে প্ৰভূ জগন্নাথ ❤
@parfulljdas716
@parfulljdas716 Ай бұрын
Joy goru joganath. 🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@anjalidas4572
@anjalidas4572 Ай бұрын
কলিযুগৰ বয়স 4 লাখ 32 হাজাৰ এতিয়া মাত্ৰ 6 হাজাৰ বছৰ গৈছেহে কি ভুল তথ্য দিছেহে
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@user-sn5gr5zc2r
@user-sn5gr5zc2r Ай бұрын
@@anjalidas4572 vogobana korila 4 lakh 32 hajau 1 secandot khotom korib pare ,🙏🕉️Jai shree ram 🕉️🙏
@dikanch
@dikanch Ай бұрын
Goru kali grasit manhu Tuhotor anakoi aa mretu hobo Just wait and watch😊
@rajeshkutum7018
@rajeshkutum7018 Ай бұрын
Jay jaghnath temple
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@padmatalukdar7046
@padmatalukdar7046 Ай бұрын
আপুনি শ্ৰী মদ্ভাগৱত পঢ়ক, জ্ঞান আৰু ভক্তি বাঢ়িব, এইবোৰ বিভ্ৰান্তি মনৰ পৰা নাইকীয়া হৈ যাব, সকলো কথা কিয় বিশ্বাস কৰে? জয় জগন্নাথ প্ৰভূ 🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো মই ইয়াত এখন কিতাপত থকা কেইটামান ভৱিষ্যদ্বাণীহে প্ৰকাশ কৰিছো। ইয়াত মোৰ কোনো ব্যক্তিগত মতামত নাই। 🙏🙏🙏
@padumkakati2938
@padumkakati2938 Ай бұрын
সুন্দৰ উপস্থাপন ইমান ধুনীয়া লাগিছে ধন্যবাদ।
@user-mh1zp6pj4s
@user-mh1zp6pj4s Ай бұрын
Joi Jagannath 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@swarnapachani4653
@swarnapachani4653 Ай бұрын
জয় জগন্নাথ প্ৰভু কৃপা কৰিবা
@preranaborah9387
@preranaborah9387 Ай бұрын
জয় জগন্নাথ 🙏🙏🙏
@kiransharmah
@kiransharmah Ай бұрын
কথাখিনি শুনি মনটো কিবাকিবি কৰিছে ।ধন্যবাদ থাকিল আপানালৈ ।
@user-lq3mp3lf8v
@user-lq3mp3lf8v Ай бұрын
ভাল লাগিল
@ajantanath1384
@ajantanath1384 Ай бұрын
Joi Jognnath.
@NiruKalita-bj6qf
@NiruKalita-bj6qf 21 күн бұрын
Jay JOGONATH phorobu❤
@BodoJubraj
@BodoJubraj Ай бұрын
Bohu kostore VDO to prostut korarbabe dhanyabad.
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
Thank You So Much....
@user-qy1rr5vc1c
@user-qy1rr5vc1c Ай бұрын
Joi jognath
@lilykhanikar8323
@lilykhanikar8323 Ай бұрын
Joy jogonath tumarei kripa
@RunumaDeka-s4p
@RunumaDeka-s4p Ай бұрын
জয় জগন্নাথ 🙏
@RANVEER_OFFICIAL495
@RANVEER_OFFICIAL495 Ай бұрын
Krishna kirshna❤❤❤
@MohantiTasa
@MohantiTasa Ай бұрын
🙏🙏🙏Jay Jaganath 🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@abinashkalita9242
@abinashkalita9242 Ай бұрын
মানুহক বিভ্ৰান্ত নকৰিব।অন্য সাধুকথা কৈ শুনাওক।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏 প্ৰকৃততে এয়া মই কোৱা কথা নহয় এয়া এখন কিতাপত লিপিবদ্ধ কিছুমান ভৱিষ্যদ্বাণীহে
@abinashkalita9242
@abinashkalita9242 Ай бұрын
@@MotivatorNiranjan সেয়া হয়।পিচে সকলো পুথিৰ আশ্ৰয় ল’ব নোৱাৰি।
@prantimda3061
@prantimda3061 Ай бұрын
Manuh to bura a hol... Emn kon o Gyan nai nki.... Kitap khon agot pohi lobo... Xadhu ne aan kiba buji pabo
@gunajitrayray3416
@gunajitrayray3416 Ай бұрын
Jay Sri Krishna
@sabitadevi5995
@sabitadevi5995 Ай бұрын
এই ভিডিও টোত প্রকাশ কৰা সকলো কথা মোৰ বিশ্বাস হৈছে। ভিডিও টো চাই ভাল লাগিল❤❤❤❤
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@pratimadas4613
@pratimadas4613 Ай бұрын
Joy Shree Krishna 🙏🙏🙏
@hiyamanidas2115
@hiyamanidas2115 Ай бұрын
Joy jogornaht ji hobloga ase hobi dhori rakhibtu nowara
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@gopaldeka7861
@gopaldeka7861 Ай бұрын
Prabhu tomare ischha
@lohitrabha9422
@lohitrabha9422 Ай бұрын
জয় শ্ৰী কৃষ্ণ
@sewalideka8292
@sewalideka8292 Ай бұрын
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@AnantaMedhi-zv4ev
@AnantaMedhi-zv4ev Ай бұрын
Dhanyabad
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@user-pp2rr5jq3r
@user-pp2rr5jq3r Ай бұрын
Hosa kotha. Aibur. Lahe lahe ghotiboloi dhorise
@mpjprince5762
@mpjprince5762 Ай бұрын
🙏 🙏 🙏 🙏 🙏
@arpananeog6730
@arpananeog6730 20 күн бұрын
Jay jaganath
@AnilkrBoro-io7sw
@AnilkrBoro-io7sw Ай бұрын
Thanks
@PutaliDevi-fv8jx
@PutaliDevi-fv8jx Ай бұрын
Joy guru jogonath kipa koriba 🎉🎉🎉
@hemangakalita3273
@hemangakalita3273 Ай бұрын
Jot shree Krishna 🙏🙏🙏
@KiranChoudhury-jh2xy
@KiranChoudhury-jh2xy 23 күн бұрын
Joyjagannath
@user-sp3ob9un5g
@user-sp3ob9un5g Ай бұрын
Ake bare miss kotha , boko bas kori tha kibo nalage , moi kun ? Bisari lok . Ata kotha khosa Nokoli Bhogoban ,nastikota , punishment pabo .
@DipaliDey-dx5qf
@DipaliDey-dx5qf Ай бұрын
Jay Jagannath
@rajeshkutum7018
@rajeshkutum7018 Ай бұрын
very good
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@subarnakalita2357
@subarnakalita2357 Ай бұрын
Joi shree Krishna
@himangshu3130
@himangshu3130 Ай бұрын
Jai jagannath Baba
@sanjitboruah4887
@sanjitboruah4887 Ай бұрын
জয় শ্ৰী মাধৱ🙏🙏🙏🙏🙏🙏🙏
@bijoydeka652
@bijoydeka652 Ай бұрын
জয় জগন্নাথ প্ৰভু 🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏 🙏
@rekhamonigogoi5063
@rekhamonigogoi5063 Ай бұрын
Joy jaganath Mahapravu
@sayanikasaikia4452
@sayanikasaikia4452 Ай бұрын
🙏🙏
@NarayanChDas-gu8ry
@NarayanChDas-gu8ry Ай бұрын
Joy jogannath
@dipanjalidehingia9796
@dipanjalidehingia9796 Ай бұрын
একেবাৰে সঁচা । বৰ্তমান এই বোৰেই ঘটি আছে । ভবিষ্য মালিকা মিছা নহয় । কলিযুগ অন্তিম পৰ্যায়ত উপস্থিত হৈছেহি ।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏🙏
@RANVEER_OFFICIAL495
@RANVEER_OFFICIAL495 Ай бұрын
🙏🙏🙏
@nirubordoloi4088
@nirubordoloi4088 Ай бұрын
Jai jaganath
@akanibora8050
@akanibora8050 Ай бұрын
🙏🙏🙏🙏
@rtxshadowfightgm482
@rtxshadowfightgm482 Ай бұрын
🙏🌺 Jai Jagannath 🌺🙏
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@KamalaDas-l2f
@KamalaDas-l2f Ай бұрын
Ram Ram 🙏🙏🙏🙏🙏🙏
@sudhirbarman3338
@sudhirbarman3338 Ай бұрын
Joy Jogonnat Probhu ...
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, 🙏🙏🙏
@champeswarbania559
@champeswarbania559 Ай бұрын
2024 is running
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 12 МЛН
Викторина от МАМЫ 🆘 | WICSUR #shorts
00:58
Бискас
Рет қаралды 6 МЛН
Идеально повторил? Хотите вторую часть?
00:13
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 17 МЛН
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 36 МЛН
Why UK 🇬🇧 is going Bankrupt? : Detailed Economic Case Study
20:37
Think School
Рет қаралды 1,3 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 12 МЛН