সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা | পৰিবেশন নুপূৰ দিহানাম দল "দুলীয়াজান | Dihanam Protijogita

  Рет қаралды 842,720

SK JUBAHOMAJ🙏

SK JUBAHOMAJ🙏

10 ай бұрын

সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা | পৰিবেশন নুপুৰ দিহানাম দল "দুলীয়াজান | Dihanam Protijogita
#
#kamalagogoi
#horinam
#dihanam
#dihanam #horinam #tukarigeet
KZfaq all,
youtube open videos,
new upload videos youtube,
diana and roma,
dihanam zubeen garg,
diha name,
diha name assamese,
dihanam assamese,
dimpu vlogs,
dimpikolita,
dipshikha baruah song,
director,
dihanam,
how to link pan card to aadhar card,
how to tie a tie,
how to create youtube channel dimpu baruah,
how to draw dimpu baruah,
how to create a youtube channel,
how to make soap at home,
how to check indian oil reward points,
how to trace switch off mobile number current location,
how to trace switch off mobile number current location apps,
how to youtube subscribers grows,
kamala gogoi dihanam,
kamala gogoi dihanam vogoban kinu tumar nam,
kamala gogoi vagabot path,
kamala gogoi dihanam batsora,
kamangyan vlogs,
kamal lochan
kamar teri left right hale,
kamini singh,
kamlesh modi vlogs,
kamalpur express,
vaghubha comedy,
vaghubha comedy 2023,
vagai vagai vazhgiren song whatsapp status,
vagai vagai vazhgiren song,
vagbat pat,
vagabot path,
vagobot path assamese,
vagobot path,
vagobotor dokhom iskondho,
vagowat path,
BHAGYASHREE DEVI dihanam,
দিহানাম ভক্তিমূলক গীত,
beharbari outpost today episode,
beharbari outpost richa chetry tiktok,
beharbari outpost richa chetry,
beharbari outpost richa chetry tiktok pani pani,
beharbari outpost,
beharbari outpost today,
beharbari,
bengali kirtan,
bekaboo colors tv today full episode,
beharbari outpost today rengoni tv,
কীৰ্তন পাঠ,
ভাগৱত কথা,
भागवत कथा,
भजन, कीर्तन, श्रीमद्भागवत गीता,
karishma nath nagara nam,
nagara nam, subhash nath nagara nam, riju pathok nagara nam,
narayan kavash, geeta, kriton ghukha, bhagowat, pranjit gogoi,kamala gogoi,

Пікірлер: 591
@promilagogoi2326
@promilagogoi2326 9 ай бұрын
অতি সুন্দৰ, নামতি , বাদ্য বাদক সকলোৰে অতি সুন্দৰ প্ৰদৰ্শন। ভাল লাগিল আগবঢ়ি যাওক , কৃষ্ণ কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 9 ай бұрын
ইমান কম বয়সত ইমান সুন্দৰ দিহানাম। জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ❤️ গুৰু জনাৰ সংস্কৃতি উজ্বলি উঠিছে!
@pradipgogoi3182
@pradipgogoi3182 10 ай бұрын
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল আই। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব্ আগবাঢ়ি যোৱা।
@monjyotidas2750
@monjyotidas2750 9 ай бұрын
সুন্দৰ 🙏নামৰ মাহাত্ম্য আৰু গাম্ভীৰ্য দুয়োটাই প্ৰকাশ পাইছে,,, প্ৰভু ভগৱন্তই কৃপা কৰক কৃষ্ণ
@mramdhenu5770
@mramdhenu5770 10 ай бұрын
অতি সুন্দৰ । অসমৰ সম্পদ বুলি মোৰ বিবেকে অনুভৱ কৰিছে।চৰকাৰক আশা নকৰি ৰাইজে এই মানৱ সম্পদ বোৰৰে গুৰু জনাৰ সৃষ্টি ৰাজিক বিশ্ব দৰবাৰলৈ নিয়াত সহায়ৰ হাত আগবঢ়াব লাগে।
@binandakonwar3929
@binandakonwar3929 9 ай бұрын
কি কম ? ইমাম ধুনীয়ায়াকৈ উপস্থাপন কৰিছে ।কবলৈ ভাষা নাই🙏🙏🙏🙏🙏🙏🙏🙏🙏! তেখেতহৱহ উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🙏
@Motivation_PD_Quotes
@Motivation_PD_Quotes 7 ай бұрын
এয়া হে অসমৰ আচল নৱপ্ৰজনম ‌। কৃষ্ণ কৃষ্ণ।এই সকলৰ পিতৃ মাতৃক সহস্ৰ সেৱা। ইমান সুন্দৰকৈ গড় দিছে আপোনাসবৰ সন্তানক।
@user-rq4sf9oq8z
@user-rq4sf9oq8z 7 ай бұрын
কৃষ্ণ কৃষ্ণ কিমান পুণ্য কৰিলে নিজৰ সন্তান এনে গুণবান হ'ব পাৰে! কণমানি আই কেইগৰাকীৰ চৰণত সেৱা কৰিছো কৃষ্ণ। আজীৱন চৰ্চা কৰি যোৱা আই।ভগৱানে মঙ্গল কৰক কৃষ্ণ।
@bishnusaikia6741
@bishnusaikia6741 8 ай бұрын
এইয়া হে চেমনীয়া সকল। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@SumsumBorah-jj8ru
@SumsumBorah-jj8ru 5 ай бұрын
অতি সুন্দৰ।এইয়াহে আচল নাম।।। আগুৱাই যোৱা। তোমালোকৰ কণ্ঠত আই সৰস্বতীয়ে বিৰাজমান কৰক।।ভগৱানৰ আশীৰ্বাদ সদায় থাকক তোমালোকৰ লগত।।।
@bhupendrachauhan2509
@bhupendrachauhan2509 4 ай бұрын
Jay Shri Krishna namaste from Gujarat, Pranam
@manuranjanchetia6867
@manuranjanchetia6867 10 ай бұрын
হে হৰি হে ৰাম হে কৃষ্ণ হে বাসুদেৱ হে শ্যাম কানু হে মাধৱ হে দৈৱকী নন্দন হে মধুসুধন হে বাসুদেৱ হে শ্যাম কানু
@dipasonowal7448
@dipasonowal7448 2 ай бұрын
আন্তৰিকতাৰে অভিনন্দন জনালোঁ।আৰু আগুৱাই যোৱা। শেষত লিখিত ৰূপত বিচাৰিছোঁ নাম ভাগি। কৃষ্ণ
@user-ox8ie4ep2s
@user-ox8ie4ep2s Ай бұрын
নাম ভাগ বৰ সুন্দৰ হৈছে সেয়েহে বাবে বাৰে চাইছো❤❤❤🙏🙏🙏🌹🙏🙏
@jitengogoi981
@jitengogoi981 10 ай бұрын
বৰ হৃদয় হৰিনীয়া মিঠা সুৰে পৰিবেশন কৰি আমাৰ হৃদয়ত নৱ ঝঙকাৰ তুলিলা ধনৃবাদ
@trailokyasahariah801
@trailokyasahariah801 10 ай бұрын
Plz likhoni to diak
@lalitantha6135
@lalitantha6135 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@thebigdog9039
@thebigdog9039 5 ай бұрын
😢🎉🎉😂😂❤❤❤❤❤❤😊😊😊 💀😃💕💕💕🌀🌀🌀👁🥰🥰
@rinkusaikia1459
@rinkusaikia1459 5 ай бұрын
🙏 🙏 দেহ মন সাত পৰি যায় ।অতি সুন্দৰ পৰ্দষন । আগলৈ আগবাঢ়ি যোৱা । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।🙏🙏🙏
@user-is8xg4sp1d
@user-is8xg4sp1d 3 ай бұрын
Wonderful performance Krisho
@Jadav_Borah_NLP
@Jadav_Borah_NLP 8 ай бұрын
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
@travelingbitupanvlog4115
@travelingbitupanvlog4115 4 ай бұрын
আমাৰ অসমৰ ধুৰন্ধ অসমীয়াই কেইটাই আকৌ কৰিশ্মা নাথক হে নাম গাব মাতে... নুপুৰ দল টো নিচিনা বহুত প্ৰতিভা থকা দল আছে তেওঁলোকক কোনেও নামাতে...লাজ নোপোৱা কেইটাই কৰিষ্মা নাথক হে নিমন্ত্ৰন দিয়ে নাম গাব 😅
@Jadav_Borah_NLP
@Jadav_Borah_NLP 4 ай бұрын
@@travelingbitupanvlog4115 হয় মহাশয় 🙏
@user-iz3vk6lp9c
@user-iz3vk6lp9c 4 ай бұрын
🌷🙏🌷
@sumisaikia8492
@sumisaikia8492 2 ай бұрын
আচলতে ভাইৰেলৰ পাত্ৰ এওঁলোক হে ❤❤ প্ৰকৃত নাম,, আগুৱাই যোৱা তোমালোক 🙌🙌🙌
@mramdhenu5770
@mramdhenu5770 2 ай бұрын
Karishma nath khilpi nohy . Agoraki sera pagol hoy .
@manuranjanchetia6867
@manuranjanchetia6867 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jitulbaruahchannel4855
@jitulbaruahchannel4855 9 ай бұрын
আই গৰাকীলৈ সেৱা জনাইছো। ভগৱানে আৰু শ‌ক্তি দিয়ক।
@bhaskarhazarika4429
@bhaskarhazarika4429 10 ай бұрын
এয়াই হৈছে অসমৰ মানৱ সম্পদ।কৌটি কৌটি প্ৰণাম🙏🙏🙏
@junboruah6679
@junboruah6679 10 ай бұрын
Ol ye
@pranjalsaikiaR16
@pranjalsaikiaR16 10 ай бұрын
দেহ মন শিহৰিত কৰি তুলিলে । উদীয়মান শিল্পীবৃন্দৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিলোঁ । নামতি আইগৰাকীৰ কণ্ঠত আই সৰস্বতী বিৰাজমান ! কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰদেৱ ।
@ronjitborah1997
@ronjitborah1997 9 ай бұрын
Hoi
@LakshyahiraBorah-jh7uq
@LakshyahiraBorah-jh7uq 4 ай бұрын
Khub sundor hoise hubheisa thakil agbarhi juwa
@harakantabaruah9060
@harakantabaruah9060 7 ай бұрын
অতি সুন্দৰ জয় শ্ৰীকৃষ্ণ
@ajitkumarphukan9736
@ajitkumarphukan9736 10 ай бұрын
Oti sundor hoise kripa houk Krishna আগুৱাই যোৱা আন্তৰিক অভিনন্দন জনালো কৃষ্ণ
@bdcreation1222
@bdcreation1222 10 ай бұрын
Krisana Sankar Guru'Hari Ram Ram Ram 🙏🙏🙏🙏. Sundar.Hyse.Aagle Aagbhrai jawk .Aaisb . Satkuti Pranam 🙏🙏🙏🙏
@minakshibora9900
@minakshibora9900 5 ай бұрын
বৰ ধুনীয়া পৰিবেশন। সুন্দৰ কণ্ঠ। দলটোৰ আটাইৰে সুন্দৰ পৰিবেশন
@golapidas8323
@golapidas8323 4 ай бұрын
ইমান কম বয়সতে ইমান সুন্দৰ পৰিবেশন, মন প্ৰাণ ভৰি গ'ল।
@user-cv9dt4di2p
@user-cv9dt4di2p 3 ай бұрын
❤️‍🩹বহুত বহুত ভাল লাগিল লখিমপুৰৰ পৰা মৰম যাচিলোঁ।❤️‍🩹💝
@jyotirajad6575
@jyotirajad6575 9 ай бұрын
Dhuniya karisa. Isware sahai karak.
@madhudas5790
@madhudas5790 6 ай бұрын
অতি সুন্দৰ,ঈশ্বৰৰ কৃপা মিলোক।
@JugeshBori-zm5iy
@JugeshBori-zm5iy 14 күн бұрын
ইমান সুন্দৰ দিহানাম ভগৱানে মংগল কৰক
@punyalatagohain6596
@punyalatagohain6596 9 ай бұрын
সুন্দৰ পৰিবেশন আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল
@narayangogoi6763
@narayangogoi6763 9 ай бұрын
আন্তৰিক অভিনন্দন ও অলেখ শুভ কামনা জনালোঁ 🎉❤। আগুৱাই যোৱা দুপদ দুপে🎉।
@aparajitagogoi329
@aparajitagogoi329 10 ай бұрын
নামতি গৰাকী বৰ সুন্দৰ কন্ঠ ❤❤❤
@NiranjanCreation
@NiranjanCreation 10 ай бұрын
hundor dei
@user-co3dj6yr7s
@user-co3dj6yr7s 10 ай бұрын
Oti hundor
@NabinKachari
@NabinKachari 9 күн бұрын
Bohut bohut hundor kontho deh mon hori niya krishna krishna dhanyabad jonalu. ❤❤
@GunajitKalit-mo9ns
@GunajitKalit-mo9ns 9 ай бұрын
অভিনন্দন জ্ঞাপন কৰিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ankurjyotigogoi3794
@ankurjyotigogoi3794 10 ай бұрын
Oti hundor 👌👌
@user-jz4vx6sk8r
@user-jz4vx6sk8r 21 сағат бұрын
Hundr hoise dei krishna
@MousumiozahSaikia
@MousumiozahSaikia 2 ай бұрын
Hundor
@RajuRahang-dr3yl
@RajuRahang-dr3yl 9 күн бұрын
Hare Ram Krishna ❤❤🎉🎉
@nirupomanirmolia2820
@nirupomanirmolia2820 9 ай бұрын
বহুত ভাল লাগিল শুনি।ইমান ধুনীয়া কন্ঠ।নাম ভাগি বহুত ভাল লাগিল, দ'ল টি লৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।আগ বাঢ়ি যোৱা ভগৱানে সহায় কৰক । ধন্যবাদ ধন্যবাদ।
@chanchalbaruah4962
@chanchalbaruah4962 10 ай бұрын
বৰ সুন্দৰ হৈছে নামভাগ, দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তোমালোকক আশীৰ্বাদৰ কৰক।
@kunjalatagogoi6621
@kunjalatagogoi6621 10 ай бұрын
বহুত সুন্দৰ কণ্ঠ, তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ❤❤
@pranabjyotihazarika7145
@pranabjyotihazarika7145 8 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 দেহ মন হাত পাৰি গল ভাল লাগিল দেই ❤
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 9 ай бұрын
Vogbana kripa koroke krishna krishna krishna
@dr.pradipmahanta6445
@dr.pradipmahanta6445 Ай бұрын
অতি সুন্দৰ লাগিল। নমস্কাৰ
@punyakonwar41
@punyakonwar41 10 ай бұрын
Otikoi hundor 🙏🙏🙏,
@BinapaniDowarah
@BinapaniDowarah 19 күн бұрын
শুৱলা কণ্ঠ, উন্নত পৰিবেশন। উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
@BimalPathak-xp3kh
@BimalPathak-xp3kh 9 ай бұрын
সুন্দৰ আৰু ভাল হব নিশ্চয়।
@user-qg8mp2wy3x
@user-qg8mp2wy3x 4 ай бұрын
Oti hundor.mja
@ProdipSaikia-sq7hz
@ProdipSaikia-sq7hz 9 ай бұрын
সুন্দৰ হৈছে আশিৱাদ কৰিছোঁ আগুৱাই যোৱা
@jayantaborgohain7642
@jayantaborgohain7642 10 ай бұрын
বহুত সুন্দৰ কণ্ঠ তোমাৰ লগতে সকলোৰে। বহুত ভাল লাগিল । আগুৱাই যোৱা।
@mousumisaikia9574
@mousumisaikia9574 10 ай бұрын
🎉🎉
@user-uz5uh3yj4j
@user-uz5uh3yj4j 9 ай бұрын
Oti hundor...🎉
@nagench.baishya4486
@nagench.baishya4486 10 ай бұрын
দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে ৷ আাৰু বহুত আগবঢ়ি যোৱা ৷ আশীৰ্বাদ থাকিল ৷
@user-wx6yh5bz7u
@user-wx6yh5bz7u 6 ай бұрын
Bohut dhunia perfomance
@jyotibordoloi2664
@jyotibordoloi2664 8 ай бұрын
ইমান সুন্দৰ কণ্ঠ, নাম ভাগ শুনিলে শুনি থাকিবৰ মন যায়,
@nirupamadevi4899
@nirupamadevi4899 6 ай бұрын
Bahut dhunia haise
@PradipBorgohain-mz7hx
@PradipBorgohain-mz7hx 2 ай бұрын
সুন্দৰ গাইছে ।
@gambit339
@gambit339 4 ай бұрын
Ki mojja 🎉
@tonoyvlog7055
@tonoyvlog7055 8 ай бұрын
Khub hundor protiva
@user-fo4jl7dz1k
@user-fo4jl7dz1k 9 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন উজ্জল ভৱিষ্যত কামনা কৰিলো
@user-vd3zr8dw8x
@user-vd3zr8dw8x 10 күн бұрын
Oti xundar ❤
@Jitadutta-iu6sy
@Jitadutta-iu6sy 10 ай бұрын
সঁচাই বৰ ধুনিয়া আৰু আগবাহি যাওঁক ❤
@dipalisonowal2432
@dipalisonowal2432 2 ай бұрын
অতি সুন্দৰ
@nivatamuli4358
@nivatamuli4358 10 ай бұрын
সুন্দৰ কণ্ঠ আগুৱাই যোৱা। অতি সুন্দৰ
@gayatribhuyan5346
@gayatribhuyan5346 Ай бұрын
আগুই যাওক আপুনি কৃষ্ণ ❤
@bituponbora3364
@bituponbora3364 2 ай бұрын
Hunile hunie thakib mon Jai ❤
@mintugogoi7031
@mintugogoi7031 10 ай бұрын
বহুত সুন্দৰ কণ্ঠ আৰু উপস্থাপন ।তিমৰ সকলো ৰে ভাল গাইছে ।ভাল লাগিল ।🙏🙏🙏👍👍👍
@paragchutia-bd3bj
@paragchutia-bd3bj 10 ай бұрын
বৰ ভাল লাগিল ।সুন্দৰ উপস্থাপন ।সকলো ৰে ভাল লগিছে ।আৰু যে কণমানি টিপটিপি জনীৰ ইমান সুন্দৰ কৈ জুনুকা বজাই ছে বভাল লাগিল ।
@dipalikalita6807
@dipalikalita6807 15 күн бұрын
Bhut vl lgise
@digbajitthakuria2514
@digbajitthakuria2514 9 ай бұрын
কৃষ্ণ কৃষ্ণ
@tilokkonwar3616
@tilokkonwar3616 9 ай бұрын
নাম শুনি অভিভূত হলো।আশীৰ্বাদ কৰিছো ভগৱন্তই এওঁলোকক এইদৰে আগুৱাই যোৱাত সহায় কৰক।
@satyadas1230
@satyadas1230 8 ай бұрын
ইমান ধুনীয়া কন্ঠ, বহুত ভাল লাগিছে শুনি
@abhidasdewri4959
@abhidasdewri4959 8 ай бұрын
কি সুন্দৰ সুৰ বুজাব নোৱাৰা❤❤। হায়দৰাবাদৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা যানিলো
@user-bc1tu6fe2d
@user-bc1tu6fe2d 22 күн бұрын
Krishna krishna krishna
@mainabora1260
@mainabora1260 9 ай бұрын
সুন্দৰ কন্ঠ নামতি গৰাকীৰ
@dccreation490
@dccreation490 9 ай бұрын
karishma nathe ehoti vori dhua pani khaleu ehotor homan hobo nuware❤❤
@Narendrasaikia682
@Narendrasaikia682 6 ай бұрын
🙏🤟krisna.krisna..........ramram.......💘
@ChandamaGogoo
@ChandamaGogoo Күн бұрын
Bhal lagil
@DEEPJYOTIASSAM
@DEEPJYOTIASSAM 8 ай бұрын
তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ভগৱানে কুশলে ৰাখক। A lots of love from Hajo Assam❤️🤗
@queenligira6526
@queenligira6526 5 ай бұрын
Bhut dhuniya gaise atiyaloike keiber hunisu hisap ni 😊😊
@DibyaJyotiBora-ue8qh
@DibyaJyotiBora-ue8qh 9 ай бұрын
খুবেই সুন্দৰ, একেধাৰে দুবাৰ চাইছোঁ। আপ্লুত হৈছো, এটা গুৰুত্বপূৰ্ণ দল হ'ব। আগুৱাই যাওঁক।
@user-id4ov8zs9f
@user-id4ov8zs9f 10 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@radhakrishnaboruah7319
@radhakrishnaboruah7319 10 ай бұрын
🙏 কৃষ্ণ কৃষ্ণ 🙏
@juribokal6336
@juribokal6336 9 ай бұрын
ইমান সুন্দৰ কন্ঠ ❤❤
@naniprovagogoi8326
@naniprovagogoi8326 6 ай бұрын
Hundor hoise
@rajdeepduttaofficial.1674
@rajdeepduttaofficial.1674 15 сағат бұрын
সুন্দৰ ❤️🙌🏻
@shusantabhaivlogs3041
@shusantabhaivlogs3041 7 ай бұрын
সুন্দৰ হৈছে ভাল লাগিল
@animakathalboriaanimakat-or4ht
@animakathalboriaanimakat-or4ht 7 ай бұрын
Hundor hoisa ❤❤❤
@rinachutia3723
@rinachutia3723 10 ай бұрын
আমাৰ অসমৰ আকাশৰ ভোটাতৰা হৈ জিলিকি থাকক এই সকল মানৱ সম্পদ , ইয়াকে ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, কৃষ্ণ 🙏🙏🙏🙏
@funusenapoti9220
@funusenapoti9220 9 ай бұрын
দিহানাম ৰ দলটিৰ নাম পৰিবেশন ইমান সুন্দৰ হৈছে আৰু নাম'টি সকলৰ সাজ-পোছাক মাৰ্জিত লগতে প্ৰসাধনৰ কোনো গুৰুত্ব দিয়া নাই । সচাঁকৈ দিহানাম এই দৰেই পৰিবেশন কৰাটো উচিত । দ'ল টিৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ। 🙏🙏🙏
@user-ve3nn6gc7g
@user-ve3nn6gc7g 7 ай бұрын
Dhunia hoi sa ❤
@gitadas185
@gitadas185 6 ай бұрын
😊eman dhunaia gaise tumalokak isware kripa karak agaloi aru bhal hawk.
@daisyrabha2343
@daisyrabha2343 10 ай бұрын
Oti sundar kantha krishna Krishna🙏🙏 bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@monalisaborah9095
@monalisaborah9095 8 ай бұрын
Oo nice❤❤❤
@Narendrasaikia682
@Narendrasaikia682 6 ай бұрын
🙏radheradhe
@priyangkusharma8658
@priyangkusharma8658 9 ай бұрын
সুন্দৰ কন্ঠ, উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
@bipulamphivlogs3465
@bipulamphivlogs3465 10 ай бұрын
Kishno kishno 🙏🙏bohut dhuniya xur ❤
@shyamborah2382
@shyamborah2382 9 ай бұрын
তোমালোক আগবাঢ়ি যোৱা🙏
HG Pavan Nitai Prabhujii Kirtan
48:04
Iskcon_wale_bhiya
Рет қаралды 6 М.
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 42 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 12 МЛН
#Dihanam //  #Hiranyakashipur by @ Princhipriya kalita //  #হিৰণ্যকশিপূৰৰ ঔৰষতে
11:06
бим бам бум💥💥 типа..
0:18
Ma1x1
Рет қаралды 6 МЛН
Моя Жена Босс!
0:40
Petya English
Рет қаралды 9 МЛН
Difference of girls and boys when eating sweets 😂😬
0:35
VovaLika Family
Рет қаралды 10 МЛН
А ЧТО С ЗУБАМИ ТО?😂😂🦷
0:54
СЕМЬЯ СТАРОВОЙТОВЫХ 💖 Starovoitov.family
Рет қаралды 4,3 МЛН