No video

সহজতে শকত হোৱাৰ উপায় | কি খাব কিমান শুব | Devottom |

  Рет қаралды 820,132

Devottom Axom

Devottom Axom

4 жыл бұрын

Whole body workout with dumbbell:
For Male: • Ultimate Full-Body Dum...
For Female: • 30 Minute Full Body Du...

Пікірлер: 3 200
@arjuwara5312
@arjuwara5312 2 жыл бұрын
Bohut dinor pora apunar ai video tu bisari asilu..akha asil apuni ai video tu bonabo buli.. Aji video salu aru khosakoi a bohut val lagil.. Iman dine horu horu question monot ahi asile but aji gutei question r answer pai golu.. Sir moi daily apunar video sou aru mur sinaki jar ji prblm hoi ase hihotk video bur share koru..... Thnk you Sir. ❤🙏
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Oxex dhanyabad 🙏🏻.. bhale thakok
@happydoley4155
@happydoley4155 2 жыл бұрын
Hokot keneke hom bhabi bhabi KZfaq t bisari bisari .. finally aji palu 😊😊😌😌😌
@manalishaneog8756
@manalishaneog8756 11 ай бұрын
ভাল লাগিল ।।
@Shagorika23
@Shagorika23 2 ай бұрын
Kune Kune 2024t sai asa ..like
@JuntiDevi-ug4bi
@JuntiDevi-ug4bi 2 ай бұрын
moi
@barnalidas-nb7fx
@barnalidas-nb7fx 24 күн бұрын
Moi 😢
@vijaykumardev1345
@vijaykumardev1345 3 жыл бұрын
আপোনাৰ কথাবোৰত ৰস আছে ৷সেইবাবে আকৰ্ষণ কৰে মানুহক৷ৰসাল মানুহৰ কথাই মনক স্পৰ্শ কৰি যায় ৷ভাল লাগিল ভিডিওঁটো।
@AviNill
@AviNill 3 жыл бұрын
ইমান ধুনীয়াকৈ কৈছে ভাল লাগিছে🥺❤️
@soneshwaridevi642
@soneshwaridevi642 2 жыл бұрын
ইমান ধুনীয়াকৈ বুজাব পৰা ব্যক্তি বহুত কম উলাব! ধন্যবাদ ইমান ধুনীয়াকৈ বুজোৱাৰ বাবে।
@silcharoxomiadeka7353
@silcharoxomiadeka7353 3 жыл бұрын
sir মানুহে এনেই নকই যে doctor hokol vogowan sir salute and thanks a million
@PinkySingh-ry1zr
@PinkySingh-ry1zr 2 жыл бұрын
kzfaq.info/get/bejne/j66hfaqU0q2vip8.html
@milanborah4734
@milanborah4734 3 жыл бұрын
ধন্যবাদ ছাৰ, আপুনি মোৰ মনৰ কথাবোৰকে কলে। আজিৰ পৰা ৩ বছৰৰ আগতে মই একেবাৰে ক্ষীণ আছিলো। মাত্র ৪৮ কেজি। মই মোৰ ওজন বঢ়াবৰ বাবে প্ৰথমে Exercise ৰ লগতে খোৱাৰ পৰিমাণো লাহে লাহে বঢ়াই গৈ থাকিলো। সমান্তৰাল ভাৱে ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান মোৰ ওজন ৭৮ কেজি। আপোনাৰ কথাবোৰেই একো একোটা ঔষধৰ নিচিনা কাম কৰে। 🙏🙏🙏🙏🙏🙏
@MeghaliBorah-y2b
@MeghaliBorah-y2b Күн бұрын
Tq sir apuni emn vlkoi bujai deya babe
@sochirampadun4307
@sochirampadun4307 11 ай бұрын
ধন্যবাদ চাৰ। বহুত নজনা কথা জানিব পাৰিলো আপোনাৰ পৰা। আপোনাৰ নিচিনা মানুহ পাৱলৈ সমাজত টান । ইমান ধুনীয়াকৈ বজাই দিয়া। বহুত বহুত ভাল লাগিল।
@papudas783
@papudas783 3 жыл бұрын
দাদা ছমাহ মান আগতে এই ভিডিও টু চাইছিলোঁ আৰু আপুনি কোৱা মতে কৰি গৈছোঁ এতিয়া অকণমান পৃথক পাইছোঁ।লগৰ সমনীয়া বোৰে ও কৈছে অলপ শকত হৈছো বুলি আৰু দুটা মান ক্ষীণ ক্ষীণ লগৰ লৰক ভিডিও টু চিয়াৰ কৰি দিছো সিহঁতে ও কৰি আছে আপুনি কোৱা মতে।ধন্যবাদ দাদা আগতে নেওলা বুলি জোকাইছিল মোক এতিয়া নোজোকাই।মা দেউতাই ও আপোনাক ধন্যবাদ দিছে।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Hoi neki...ki kuwa bor bhal kotha...share kora babeo thank you dei ❤
@deepjyotidutta984
@deepjyotidutta984 Ай бұрын
Muleu diasun dada
@asimbaishya5808
@asimbaishya5808 3 жыл бұрын
ধুনীয়া Sir. আপোনাৰ নিচিনা মানুহ বহুত কম আছে ।। Love u Sir.
@bishnusaikia2023
@bishnusaikia2023 3 жыл бұрын
ছাৰ খুবেই সুন্দৰ ইমান সহজ কৈ বুজাই দিছে কোনো ভাষা নাই কবলৈ
@dhirenbhumij8520
@dhirenbhumij8520 2 жыл бұрын
আপোনাক চৰাইদেউৰ পৰাও বহুত বহুত ধন্যবাদ জনাইছোঁ
@bikashkachari8221
@bikashkachari8221 3 жыл бұрын
এইটো ৱিদিও মোৰ বাবে খুবেই প্ৰয়োজনীয় ছাৰ(দাদা)।। ধন্যবাদ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
@shamimakhan8512
@shamimakhan8512 Ай бұрын
Kiman j doniya k j koise mor bohut val lagil sir
@ankursambience1397
@ankursambience1397 3 жыл бұрын
ভাল লাগিলে ছাৰ । কথা কোৱাৰ style বোৰ ভাল লাগে। ডক্টৰ যদিও কোনো attitude ত কথা নকয় আপুনি। নিজৰ ঘৰৰ মানুহৰ দৰে কয়। Thank you.. লগ পাব মন যায় কেতিয়াবা
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Nicchoi log pam dei
@lovelydunia7565
@lovelydunia7565 3 жыл бұрын
Axomt ahile meet-up raxibo
@anuragsaikia5189
@anuragsaikia5189 3 жыл бұрын
🏳️‍🌈🏳️‍🌈🏳️‍🌈
@bindassdsmita1798
@bindassdsmita1798 3 жыл бұрын
Right
@bhargobchetia7748
@bhargobchetia7748 3 жыл бұрын
Mur lg pbo mon jai.. Manuh jon bhut vl manuh
@user-bp1zo9zk5p
@user-bp1zo9zk5p 3 жыл бұрын
মই ছাৰ পোৱা গধুলি pushup 80-100 setup 50-60 pulup 10-12 dubmel ৮ কেজিৰ ব্যৱহাৰ কৰো, ১০ৰ পৰা ১০-৩০ ৰ মাজত শুই যাও ৰাতি ৪ ৰ পৰা ৪-৩০ৰ মাজত উঠি দৌৰিব যাও, বেছিভাগ প্ৰায় ৩-৬ কিলোমিটাৰকৈ, কিন্তু সপ্তাহত এদিনকৈ ১২-১৫ কিলোমিটাৰ দৌৰি, খুজো সিমানেই কাঢ়ি অহা হয়। বয়স ২৩ হল, ওজন, ৪৮-৫০ এনেকুৱাই হৈ থাকে, নেবাঢ়েই বেছিকৈ।
@Dipamoni748
@Dipamoni748 2 жыл бұрын
মই বহুত ক্ষীণ। সকলোৱে হাঁহে । মানসিক ভাৱে ভাগি পৰিছোঁ ।😭😭
@deisydevi2585
@deisydevi2585 10 ай бұрын
Alu khua ghiu khua bahi jbo pet
@sarojgogoi6339
@sarojgogoi6339 5 ай бұрын
​@@deisydevi2585Pet bahibo nalage 😂 healthy hobo lage
@user-en2np4uj6d
@user-en2np4uj6d 4 ай бұрын
মানসিক ভাৱে ভাগি নপৰিবা।। নিজকে নিজে এটা সুন্দৰ শৰীৰৰ গৰাকী বুলি ভাবিবা 👍👍👍👍
@mboro4307
@mboro4307 4 ай бұрын
😢😢
@akashdeepvlog9231
@akashdeepvlog9231 3 ай бұрын
Good health nd protein powder khauk
@dolimadutta3697
@dolimadutta3697 3 жыл бұрын
ছাৰ আপোনাৰ ভিডিও বোৰৰ পৰা বহুত উপকৃত হৈছো৷কৰ’নাৰ প্ৰতি থকা ভয় লাহে লাহে নোহোৱা হৈছে৷সজাগ হৈ আছো সদায়৷
@mayjalhoque3489
@mayjalhoque3489 3 жыл бұрын
এনেকুৱা ভিডিঅ' এতিয়ালৈকে কোনো ইউটোবাৰে বনাব পৰা নাই। আপুনি বনাব পাৰিছে। আপোনাক মই কি বুলি ধন্যবাদ দিম কোনো ভাষা বিচাৰি পোৱা নাই। you are great.....🙏🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Bhal lage enekuwa comment paale.. bhale thakok.. video bur share koribo..
@S.hazarika
@S.hazarika 2 ай бұрын
Kol gakhir kaju mixed kri khle vl ne bea ​@@DevottomAxom
@Sumikalita2.512
@Sumikalita2.512 Жыл бұрын
বহুত বহুত ধন্যবাদ চাৰ.. এই উপায়টো মোৰো বৰ দৰকাৰ আছিল..।
@mitalisaikia4945
@mitalisaikia4945 2 жыл бұрын
Thankyou sir 🙏apunar pora health r lgte bhut giyan u paw and apunar kotha kua style tu bor val lage nijor fell hoi aru apunar ghr kot sir log pabo mon jai😊
@jdeka4017
@jdeka4017 3 жыл бұрын
eman hundor koi explain kore apuni, thank you sir
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@monujjyoti6227
@monujjyoti6227 3 жыл бұрын
ধন্যবাদ দাদা❤ আপোনাৰ কথাবোৰ শুনি কিন্তু বেলেগ বঢ়িয়া লাগে🥰
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Bohut dhonyobaad thakil...enekuwa comment pale nothoi xukhi hou
@momigogoi2998
@momigogoi2998 3 жыл бұрын
দাদা মই অলপ শকত, আৰু মোৰ বয়স ৩৯ বছৰ। ঘৰুৱা ভাৱে কিবা প্ৰকাৰে ক্ষীণাবপৰা আছে নেকি জনালে বহুত সুখী হ'ম।
@littlechamp1132
@littlechamp1132 3 жыл бұрын
Aitu video mor babe bhut bhut important hoi because moi emane khin hoi manuhr agt ulaboke laj lage.but thank you so much sir Apunar advise bur xuni val lagil
@nirmalidas3074
@nirmalidas3074 2 жыл бұрын
আপোনাৰ ভিডিঅ'‌ বোৰ কিয় janu skip kribo mn najai ...Dada buli e koisu....bht vl lge apunar kotha xunile ... Mn2 muru positive jen lge...ktha kuar khoily2 e cute kin2....dhunia ktha koi apuni...aru aguai jaouk apuni vgbnk take prathona ....anekoi hahi thakok xodai... love from Nagaon ❤️
@mrdibyajyoti6083
@mrdibyajyoti6083 3 жыл бұрын
আপোনাৰ ভিডিওৰ পৰা আমি বহুত জ্ঞান লাভ কৰো ছাৰ। ডাইবেটিচৰ ওপৰত এটি ভিডিও বনাবলৈ অনুৰোধ জনালো। মোৰ বয়স বৰ্তমান 30 বছৰ আৰু মোৰ তেজত ডাইবেটিচৰ উপস্হিতি পাইছো।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
অশেষ ধন্যবাদ ৷ কমেন্টটো পাই সুখী হ’লো ৷ আপোনাৰ সমস্যাটো বুজিলো ৷ নিশ্চয়কৈ এইটো বিষয়ৰ ভিডিও বনাম ৷
@mrdibyajyoti6083
@mrdibyajyoti6083 3 жыл бұрын
ধন্যবাদ ছাৰ
@chandramachetia6508
@chandramachetia6508 3 жыл бұрын
@@DevottomAxom Tq sir
@dalimbayan1810
@dalimbayan1810 3 жыл бұрын
@@mrdibyajyoti6083 ক্ক্কক
@sadikpro2636
@sadikpro2636 3 жыл бұрын
ছাৰ আপোনাৰ মোবাইল নম্বৰ টো দিব নে কি ৷
@jintumoran6263
@jintumoran6263 3 жыл бұрын
Sir , Thank you.. I becAme stronger .. Than older days 😁👍
@sabinayashmin1052
@sabinayashmin1052 Жыл бұрын
Khub val lge kotha bor. Nuhuni buli vabo jodio kiba monto a namane . Iman val lge aponar kotha bor .moi iman khin laje pao . Kowar karone Thank you 👍
@user-fy6oq6uu7s
@user-fy6oq6uu7s Ай бұрын
You are not only doctor but also an actor.I like you very much.
@dipikadas9079
@dipikadas9079 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ছাৰ । আপোনাৰ পৰা আমি বহুখিনি জ্ঞান লাভ কৰিব পাৰো । তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ 🙏❤
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome bhonti
@akhomialora763
@akhomialora763 3 жыл бұрын
Eman dhunia suali jne ako hokot hbo lagene
@Toxicsaikia3776
@Toxicsaikia3776 Жыл бұрын
মোৰ বয়স 37 ম ই শকত হব পাৰিম জানো ? ভাত খাব মন নাযায়।
@dipikadas9079
@dipikadas9079 Жыл бұрын
@@akhomialora763 Hihi..hoi nki 😝
@hemonrobidas9039
@hemonrobidas9039 2 жыл бұрын
বহুত ভাল লাগিল ছাৰ আপোনাৰ এই গুৰুত্বপূৰ্ণ কথা বোৰ শুনি আৰু বহুত কথা জানিবও পাৰিলোঁ ।thank you
@anjalidasboro417
@anjalidasboro417 Жыл бұрын
Sir re eman dhuniyake bujai kunu doctor re nubujai kheiya ane doctor r amar bohut darkar aru bohut manuhk bemarr para basaise.thank u sir
@nabadeepgogoi3435
@nabadeepgogoi3435 3 жыл бұрын
ছাৰ পাৰিম যেন লাগিছে এইবাৰ... মোৰ এক সপ্তাহ মান খোৱা টো ঠিক কৰোঁ আকৌ আগৰ নিচিনা হৈ যায় । এতিয়াৰ পৰা ভাল কৰিব লাগিব একেবাৰে ✌️
@hirashrva2638
@hirashrva2638 3 жыл бұрын
আপোনাৰ vdo ক video চোৱা যেন নালাগে।। স্কুলত, শিক্ষকৰ আগত class কৰি থকা যেন অনুভব কৰো😇 আগলৈও আপোনাৰ সদাই আগ্রহ আৰু উৎসাহ, প্রেৰণা পাই যাম বুলি আশা ৰাখিলো😊
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Bohut xundor comment...bhal lagil...kuxole thakok
@Mompipathori.123
@Mompipathori.123 3 жыл бұрын
You are actually a good doctor.
@jituponsaikia5777
@jituponsaikia5777 Жыл бұрын
ভিডিঅ'টো চাই confidence level অলপ ঘূৰি অহা নাই,, বৰঞ্চ বহুতেই বেছিকৈ ঘূৰি আহিছে,,youtube ত বহুত ভিডিঅ' চালো কিন্তু এনেকুৱা সুন্দৰকৈ স্পষ্ট ভাৱে advice দিয়া ভিডিঅ' আজিহে চাবলৈ পালো,,এইয়া মোৰ সৌভাগ্য ছাৰ,,বহু বহু ধন্যবাদ আপোনাৰ tricks বোৰ follow কৰিবলৈ যত্ন কৰিম,,ভালদৰে healthy ৰে শকত হ'বলৈ আপোনাৰ উপদেশ মানি চলিম আৰু success হ'লে আপোনাক জনাম❤🙏❤A big Love And Big Respect From Jorhat❤🙏❤
@bharatborah6019
@bharatborah6019 Ай бұрын
Thank you sir..bohut kotha janilu apunar videor joriyote..❤❤❤
@Anzel-l7i
@Anzel-l7i Жыл бұрын
আপোনাৰ আজি প্ৰথম বাৰ চালোঁ কিন্তু বহুত বহুত ভাল লাগিল চাই কথা কোৱাৰ style টো বহুত বেছি ভাল লাগিল আচলতে এই video টো মোৰ কাৰণে দৰকাৰী।
@AbdulKorim-et8rl
@AbdulKorim-et8rl 3 ай бұрын
Nice
@sumikalita8278
@sumikalita8278 3 жыл бұрын
ভাল লাগিলে Sir আপোনাৰ video tu sai
@rakibulahmed4434
@rakibulahmed4434 3 жыл бұрын
Hoy sir hosai apunar video bor sai bhal lage,,,
@ranudas3336
@ranudas3336 2 жыл бұрын
এই ভিডিঅটোৰ বাবে বহুত বহুত ধন্যবাদ দাদা, ময়ো বহুত ক্ষীণ, অলপ শকত হব বিচাৰি আছিলো । আজি আপোনাৰ ভিডিঅটো পায় মনটো বৰ ভাল লাগিল, বহুত ফূৰ্তি লাগিছে ।। আকৌ বহুত বহুত বহুত ধন্যবাদ .........দাদা ।
@jugaldas6360
@jugaldas6360 3 жыл бұрын
Aapunar kothabur xunilu bohut val lagil acdom xahoj xarol... nijar dadai kotha koi thaka jen lagil..kep it up.. dada subscribed kori dilu.❤❤
@dipokmoram3159
@dipokmoram3159 3 жыл бұрын
ইমান ভালকৈ সহজে বুজিব পৰাকৈ বুজাইছে আপুনি। আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল ছাৰ ... সুপ্ৰভাত 🌄
@jugantarnath9434
@jugantarnath9434 3 жыл бұрын
ছাৰ আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত মৰম লগাকে কথা বোৰ বুজাই দিছে আপুনি ।অচিনাকি যদিও এনেকুৱা লাগিছে যে মই আপোনাক আগৰপৰাই চিনি পাওঁ।বহুত ভাল লাগিল আপোনাৰ কথা বোৰ।নিশ্চয় উপকৃত হম আপোনাৰ মৰমলগা কথাকেইটাৰ পৰা🙏🙏 ধন্যবাদ ছাৰ।🙏♥️❤️
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome...kuxole thakok
@jugantarnath9434
@jugantarnath9434 3 жыл бұрын
ছাৰ আপুনিও কুশলে থাকক🙏🙏আপোনালৈ মোৰ ফালৰ পৰা বহুত মৰম যাছিলো ❤️❤️❤️🙏🙏
@KarimKhan-mr8um
@KarimKhan-mr8um 3 жыл бұрын
Ekdom right kotha koisa bro
@madhushmitahazarika3860
@madhushmitahazarika3860 3 жыл бұрын
Right. Val lagele..
@monjitbora1622
@monjitbora1622 3 жыл бұрын
Sir apunar video aji Moi prathom saisu iman vl dore katha bur bujai koise bohut val lagil ❤️❤️❤️
@monturajkhowa9353
@monturajkhowa9353 3 жыл бұрын
বহুত ভাল লাগিল আপোনাৰ ভিডিঅ টো চাই... Tnq sir...
@kapildas5546
@kapildas5546 Жыл бұрын
বহুত ধুনীয়া কথা কৈছে ছাৰ ❤আগতে মই ও বহুত বেছি খিন আছিলোঁ এতিয়া কিন্তু অলপ body তো আহিছে আৰু gym o গৈ আছোঁ ৰাতিপুৱা এতিয়া মোৰ বয়স 28 বছৰ।
@rantuphukan879
@rantuphukan879 3 жыл бұрын
ধন্যবাদ চাৰ আপোনাৰ পৰা সদায় এনেকৈ পৰামৰ্শ আশা কৰি থাকিম …
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Oxex dhonyobaad...kuxole thakok
@saurabhvibes7802
@saurabhvibes7802 3 жыл бұрын
বহুত ধুনীয়া কৈ বুজাই দিছে ভাল লাগিল ❤️
@mainaneog948
@mainaneog948 3 жыл бұрын
Bohut val lagil sir...apunar kotha bilak bohut moromloga,,,thnq sir kotha khini bujai diyar babe
@utpalkalita9983
@utpalkalita9983 2 жыл бұрын
১ চেকেণ্ডো Skip নকৰাকৈ চাইছো ছাৰ❤ বহুত ভাল পালো😊আপোনাৰ কথাখিনিত বহুত সাহসো পালো🥺❤
@DevottomAxom
@DevottomAxom 2 жыл бұрын
Thank you 🙏🏻.. enekuwa comment paale bor utxahito hou..
@mainagogoi3393
@mainagogoi3393 2 жыл бұрын
@@DevottomAxom Val na sir
@PRIYANKADAS-sg4zq
@PRIYANKADAS-sg4zq 3 жыл бұрын
Sir u r my inspiration. Thanks for motivating us this way
@PinkySingh-ry1zr
@PinkySingh-ry1zr 2 жыл бұрын
kzfaq.info/get/bejne/j66hfaqU0q2vip8.html
@gauliadhemalire
@gauliadhemalire 3 жыл бұрын
ভাল লাগিল চাই আপোনাৰ ভিডিঅটো আপোনাৰ কথাবোৰ শুনি ভাল লাগে
@nehaswargiyari7726
@nehaswargiyari7726 2 жыл бұрын
Aji prothom saisu apunr video...Sai bhut vl lgil...apuni kotha bur emn hohoj vabee koise....Bhut vl lgil
@queenentertainment5059
@queenentertainment5059 3 жыл бұрын
ধন্যবাদ চাৰ 🙏 মই বহুত ক্ষীণ হয় video2 sai khubei val palu apuni kuwar mote ajir pora start koribo lagibo
@barashanath5877
@barashanath5877 3 жыл бұрын
Moiu 😔
@nabisrockofassam1363
@nabisrockofassam1363 3 жыл бұрын
@@barashanath5877 good
@girlstalkswithpari6106
@girlstalkswithpari6106 3 жыл бұрын
good health khabo
@lukuarohimixmedia5538
@lukuarohimixmedia5538 3 жыл бұрын
আইঔ ইমান Helpful ভিডিঅ' মোৰ বাবে....মই বৰ ক্ষীণ....মোৰ বৰ ইচ্ছা অলপ শকত হবলৈ
@joyshreegogoi9395
@joyshreegogoi9395 3 жыл бұрын
Aiiii ki khbr 2r.akebare contact nhua hl j..mi joyshree
@biswajitdas-vc8yc
@biswajitdas-vc8yc 17 күн бұрын
অ হয় নেকি
@ujjwalbarman8498
@ujjwalbarman8498 3 жыл бұрын
ছাৰ আপোনাৰ কথা বিলাক শুনি মই খুবেই আনন্দিত.
@akashdeepvlog9231
@akashdeepvlog9231 2 ай бұрын
Very nice 👍🏻 sir,apunar video Sai Val lage
@mgogoichetia9191
@mgogoichetia9191 3 жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ ছাৰ। মই ও শকত হ'ব বিচাৰো।আজিৰ পৰাই আৰম্ভ কৰি দিম।শকত হ'লে নিশ্চয় জনাম।
@hiyathakuria2090
@hiyathakuria2090 Жыл бұрын
Hoisa ne xokot 🥲
@sikhapriya7145
@sikhapriya7145 20 күн бұрын
hokt hola ny
@chandanofficial8285
@chandanofficial8285 3 жыл бұрын
কথা বোৰ শুনি ভাল লাগিল 💖
@rupjyotisarmah2960
@rupjyotisarmah2960 3 жыл бұрын
Dhuniya kotha koise sir,,, ❤️ proved paisu,,,🙏💕
@papuwoodwork4934
@papuwoodwork4934 3 жыл бұрын
সুন্দৰকৈ বুজায় দিছে দাদা.. বহুত বহুত ধন্যবাদ..
@haripriyakalita4834
@haripriyakalita4834 3 жыл бұрын
Sir নিয়মিত ভাৱে মাহেকীয়া নহলে কি কৰা উচিত। তাৰে ওপৰত জনাব ছোন
@bijukakati9044
@bijukakati9044 3 жыл бұрын
Take tu
@anantamili4532
@anantamili4532 3 жыл бұрын
Ratir kamtu korib Dba
@ajitblogstar6341
@ajitblogstar6341 3 жыл бұрын
Ananta malli faltu manuh nake ba
@akashhandique3917
@akashhandique3917 2 жыл бұрын
Sir mahekiya homoi mote nohole ki koribo lege jonabo sun muk
@bikashdas3427
@bikashdas3427 3 жыл бұрын
Thank you sir for your awesome information 😊
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@rashmibhuyan4537
@rashmibhuyan4537 2 жыл бұрын
আপুনি ইমান ধুনীয়াকৈ‌ কথাবোৰ বুজাই কৈছে সোণি বৰ ভাল লাগিছে
@dibyalahon7271
@dibyalahon7271 3 жыл бұрын
Tq sir... Sesta krm apuni kua km bur krble...
@niharikaborah4266
@niharikaborah4266 3 жыл бұрын
ছাৰ ভাল লাগিল । এই প্রশ্রটো মই কেইবাবাৰো কৰিছিলো । ছাৰ হাঁহহিছো আজি আপোনা কথা কেইটাত বিশেষকে ভাত খোরা styl2 যে দেখাইছিল মই তেনেকেই সদাই খোচৰি থাকো ভাত এগৰা খাই ভাবি ভাবি খাওঁ বৰ বেয়া মই খোরাত আজি পৰা আপোনি কোরা দৰে খাম । আনৰ কথা নাজানো আজি আপোনা কথাত মোৰ সহায় হব । মোৰ বেছি শকত হবও মন নাই ঘৰৰ মানুহে কৈ থাকে মই বেছি ক্ষীণ হৈছো বুলি অলপ হে হম মই । বেছি শকত মই নিজে বেয়া পাওঁ । ধন্যবাদ ছাৰ আপোনা প্রতিটো video চাই ভাল লাগে বৰ সহজে বুজি পোরা হয় কথাবিলাক ।।
@arpanagoswami4249
@arpanagoswami4249 3 жыл бұрын
মোকো মানুহে ক্ষিণ বুলি কয়। আপোনাৰ পৰামৰ্শ ই নিশ্চয় উপক্ৰিত কৰিব
@arpanagoswami4249
@arpanagoswami4249 3 жыл бұрын
তাৰ ম ই সপ্তাহ ত তিনি দিন হে সামিস আহাৰ খাও , ৰাতিপুৱা মোৰ প্ৰায় খাদ্য পেত ভৰাই খোৱা নহয় ৰঙা চাহ বিস্কুট খাই থাকো ।ঘি খাও আৰু প্ৰায় ৰাতি শুৱাৰ আগত এটা a to z কেপচুল খাও। মই বেছি শকত হ'ব নিবিচাৰোঁ।
@gubiningti2579
@gubiningti2579 3 жыл бұрын
ভাল লাগিল সুন্দৰ
@tguarmy9254
@tguarmy9254 2 жыл бұрын
Sir Val lagil video 2 sai ☺️
@sahilchoudhury1407
@sahilchoudhury1407 3 жыл бұрын
Sir xsakoi bhut vl lgil apunr video tu sai
@ImranKhan-ts8wz
@ImranKhan-ts8wz 2 жыл бұрын
Thank You So Much Dada ❤️👏👏
@anuradhadas4156
@anuradhadas4156 3 жыл бұрын
ভাল লাগিল Dr ভাইটী
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil baideo
@PujaDas-dg2gv
@PujaDas-dg2gv 2 жыл бұрын
ইমান ধুনীয়াকে কৈছে বহুত ভাল লাগিছে
@jitumonibordoloi6621
@jitumonibordoloi6621 2 жыл бұрын
Bahut Val lagil emandhuniakoikathaburkoisa,bahut Val katha janilu,Many thanks bro
@sauravroy0
@sauravroy0 3 жыл бұрын
আপোনাৰ কথাখিনিৰ পৰা বহু নজনা কথা শিকিব পাৰিছো, মই অ বহুত ক্ষীণ চেষ্টা কৰিম অলপ শকত হবলৈ 🔥❣️
@dhamalgaming2644
@dhamalgaming2644 3 жыл бұрын
ছাৰ আপোনাৰ ভিডিঅ' মই আগতে চোৱা নাই আজি প্ৰথম। মই ক্ষীণ বাবে বহুত অস্পৃশ্যতাত ভুগিছিলো। মোৰ বৰ্তমান ২২ বছৰ , জীৱনত মই কেতিয়াও শকত হ'ব নোৱাৰিম বুলি ভাবিছিলো ।। আপোনাৰ ভিডিঅ'চায় মই মনত শকত হোৱাৰ সাহস পুনৰ উভতিল ।। ধন্যবাদ
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi asu.. apunaloi onurudh j apuni jaate video tu share kori diye..
@DevottomAxom
@DevottomAxom 3 жыл бұрын
All the best
@bindassdsmita1798
@bindassdsmita1798 3 жыл бұрын
😆😆😆😆moi o take a bhabi thaku
@dhamalgaming2644
@dhamalgaming2644 3 жыл бұрын
Nesoya share kori dim ..comment diyar babe dhanyabad
@anjanadas860
@anjanadas860 3 жыл бұрын
@@DevottomAxom খিন কেনেকৈ হব পাৰি,,,জনাব নেকি🙏
@PritamDas-tz2rk
@PritamDas-tz2rk Жыл бұрын
Sir aponar video si bhut bhut Val lage....agoloi aru Val Val video pam buli Asha thakil sir.........
@user-rh9tp9yr6u
@user-rh9tp9yr6u Ай бұрын
Bohut bohut val lagil sir thank you so much
@KalyanUzir
@KalyanUzir 3 жыл бұрын
Best line:- যাওক আৰু এঘন্টা বঢ়াই দিছোঁ ♥️🙏
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad thakil
@pranjaldas6093
@pranjaldas6093 3 жыл бұрын
ধন্যবাদ দাদা । মই যোৱাকালি আপোনাক এই প্ৰশ্নতো ফেচবুকত কৰিছিলোঁ ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Most welcome...sikitsa khetrot pratyekjon axomiyak xojaag koratu e mur mul uddyeshyo...bhale thakok
@ragini_musical
@ragini_musical 2 жыл бұрын
ধন্যবাদ sir ইমান ধুনীয়া কৈ কথাখিনি বুজাই দিয়াৰ বাবে 🔥🔥🤗
@gayatrisaikia2462
@gayatrisaikia2462 Жыл бұрын
Iman dhunia koi kotha khini koise apuni val lagil🥰
@babusaikia1007
@babusaikia1007 3 жыл бұрын
আপোনাৰ ভিদিঅ' সঁচাকৈ বৰ ভালে ছাৰ।
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Thank you so much
@pritishmitaphangcho7017
@pritishmitaphangcho7017 2 жыл бұрын
It's a really helpful for me sir... thank you so much sir 🥰
@districtcomputer1246
@districtcomputer1246 2 жыл бұрын
thankyou so much sir for your information..apunar video tu sai val lagil eman friendly koisy kothakhini...
@rupadeka4856
@rupadeka4856 2 жыл бұрын
Bht vl lagil video sai
@remixkrishnaa1770
@remixkrishnaa1770 3 жыл бұрын
1st view 😊bor dhuniyakoi bujai dye
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
@minakshibarman1434
@minakshibarman1434 3 жыл бұрын
Bht vll lagil,, thank you dada☺☺
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@js.jyotismitasarmah1541
@js.jyotismitasarmah1541 Жыл бұрын
Val lagil sir💜😊🙏🏻🙏🏻
@ajoybodra9385
@ajoybodra9385 2 жыл бұрын
Val lagili sir apunar kota bor huni bht val lagile thank you so much sir..
@dharitrinath6006
@dharitrinath6006 3 жыл бұрын
চাৰে ভাত খোৱা ৰ style টো ধুনীয়া কৈ দেখাই দিলে,,,আপোনাৰ লগে লগে মই ও সমানে বহুত হাহিলো,,, মই ও তেনেকৈয়ে খাও বুলে মা হতে সদায় গালি দিয়ে। ,,,আপোনাৰ ভিদিও বোৰে সচাই বহুত positive কৰি ৰাখে। tnhks... sir
@DevottomAxom
@DevottomAxom 3 жыл бұрын
You are most welcome
@DevottomAxom
@DevottomAxom 3 жыл бұрын
🙏🙏
@anuradhagogoi2568
@anuradhagogoi2568 3 жыл бұрын
Haha.. Ho sake same mur nisina.. Vator gora2 dangorke lole dingit lagi dhore
@dharitrinath6006
@dharitrinath6006 3 жыл бұрын
@@anuradhagogoi2568 hihi.... Tenkoi ebar khalei mur pet vorie jbo... sire jnkoi khbo suggest korise.... But amar khua style tu eitu bad habbit hoi jna... 🤔
@anuradhagogoi2568
@anuradhagogoi2568 3 жыл бұрын
@@dharitrinath6006 oh hosake bht beya...ajikli olp sesta krisu horoh horoh ke khabole 😁
@tinamech4508
@tinamech4508 3 жыл бұрын
ক্ষ‌ীণ হোৱাৰ উপায় ওপৰত এটি ভিডিঅৰ যোগেদি আপোনাৰ পৰা পুনৰ সহায় পাম বুলি আশা ৰাখিলো ছাৰ ।
@pankajkalita9896
@pankajkalita9896 3 жыл бұрын
O
@BidyutHandique-nia448TP5
@BidyutHandique-nia448TP5 3 жыл бұрын
Daily 5 km running kora push-up mara
@Aninditasaikia27
@Aninditasaikia27 2 жыл бұрын
Moi apunar aeitu vdo aji saisu.. Eman vldre explain krise ru mr lgot milise miu khin.. New Subscriber 😊😊 Keep it up Thanx Sir 💐💐
@DhoniramBorah-el6ne
@DhoniramBorah-el6ne 10 ай бұрын
ভাল লাগিল ছাৰ
@user-bb9ym8kl6h
@user-bb9ym8kl6h 3 жыл бұрын
Aapuni hosa koise✓✓✓✓✓✓ Bohut bohut val kotha kole..... 🙏🙏🙏🙏🙏
@lokshmitarobidas8294
@lokshmitarobidas8294 3 жыл бұрын
Thank you so much sir...❤️❤️
@monmonalisha9428
@monmonalisha9428 3 жыл бұрын
Sir শালমইনা কেনেকৈ ভাল হয় এটা ভিডিঅ' বনাব চোন
@axomgamingff6946
@axomgamingff6946 3 жыл бұрын
Kisno
@nagenkakati737
@nagenkakati737 3 жыл бұрын
Hi
@gitanjalikalita6704
@gitanjalikalita6704 3 жыл бұрын
চাৰ আপোনাৰ উপদেশ বোৰ বহুত ভাল লাগে ৷ এই ভিডিঅ টো চাই বহুত হাহিঁলো ক্ষীণ মানুহবোৰৰ খোৱা style টো দেখি ৷ মোৰ husband ৰ লগত লগত মিলিছে ৷
@sadbbs564
@sadbbs564 3 жыл бұрын
আপোনাৰ কথা কোৱাৰ ভংগিমা বহু সুন্দৰ । ভিডিঅ'টো চাই ভাল লাগিল ।
@deepikadas7934
@deepikadas7934 3 жыл бұрын
Sir bhout vl lgil vedio2 sai.....moio khin bhout😥
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Khuwa luwa korok bhaldore
@pompibegum9419
@pompibegum9419 3 жыл бұрын
Tq u sir,,,,moi flow krim,,,kintu imn jldi joldi nkrw,,,ata target loi krim,,vl lgle kotha khini thanks
@pagolpramik9242
@pagolpramik9242 Жыл бұрын
Dada bohut vl Lage apunr video bur Sai.....emn dhunia koi kotha bur koi...vl Lage kiba ata
@rumichetia3771
@rumichetia3771 3 жыл бұрын
ছাৰ মই ক্ষীণ আপোনাৰ কথাবোৰ শুনি উপকৃত হৈছোঁ
@DevottomAxom
@DevottomAxom 3 жыл бұрын
Dhonyobaad
Lets go to GYM - Body বনাবলৈ 💪💪
15:12
Dimpu's Vlogs
Рет қаралды 435 М.
শকত হ'বলৈ কি কৰিব লাগে ?   || Dr. Ponkhi Sharma (PT)
18:43
Healthy Life By Ponnkhi Sharrma
Рет қаралды 792 М.
Harley Quinn lost the Joker forever!!!#Harley Quinn #joker
00:19
Harley Quinn with the Joker
Рет қаралды 25 МЛН
Алексей Щербаков разнес ВДВшников
00:47
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 37 МЛН
A teacher captured the cutest moment at the nursery #shorts
00:33
Fabiosa Stories
Рет қаралды 62 МЛН
How do heatwaves affect our mental health? | BBC Ideas
6:11
BBC News
Рет қаралды 69 М.
Sleepless In India | India Today
23:30
India Today
Рет қаралды 3 М.
Total Dhamaal with Arshad Warsi ft. Samdish Bhatia | Unfiltered by Samdish
31:59
UNFILTERED by Samdish
Рет қаралды 1,6 МЛН
Harley Quinn lost the Joker forever!!!#Harley Quinn #joker
00:19
Harley Quinn with the Joker
Рет қаралды 25 МЛН