No video

" তেজৰে কমলাপতি " বৰগীত কন্ঠ ভূপেন হাজৰিকা সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

  Рет қаралды 1,161,114

dhruba deka

dhruba deka

Күн бұрын

Пікірлер: 225
@NatureLoverAgnostic
@NatureLoverAgnostic 5 жыл бұрын
মই মহাপুৰুষ মাধৱদেৱ স্থাপিত এখন সত্ৰৰ বাসিন্দা । সত্ৰৰ খন ঘৰৰ ওছৰতে । গতিকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰতিদিন বৰগীত সত্ৰত শুনি থাকো তথাপি বৰগীত শুনি আমনি নালাগে যিমান শুনিলেও শুনি থাকিব পাৰি । পুৱতি নিশা বিছনাতে যেতিয়া তেজৰে কমলাপতি বৰগীত শুনো মনটো পুলকিত হয় । এনেকুৱা সত্ৰ এখনত জন্ম লবলৈ পাই মই নিজকে ধন্য মানিছো
@digdarshanassam
@digdarshanassam 4 жыл бұрын
অনন্য বৰগীত । শুনি বিমল আনন্দ পাওঁ ।
@uttamjrkonwar5507
@uttamjrkonwar5507 3 жыл бұрын
আপোনি ভাগ্যৱান
@saitenkalita6614
@saitenkalita6614 3 жыл бұрын
Nice
@tilottamaduttabaruah8696
@tilottamaduttabaruah8696 3 жыл бұрын
মই কোঁৱৰপুৰ টেপৰতল মাজুমেলীয়া গাৱঁৰ জীয়ৰী আৰু চাৰিং গজপুৰীয়া কাকতি গাৱঁৰ বোৱাঁৰী।মই মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰ শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত সমূহ বৰ ভাল পাওঁ আৰু বৰগীত সমূহ সন্ধ্যা অনুশীলন কৰোঁ শুদ্ধ ৰূপত সুৰ দি গাবলৈ; চামগুৰি সত্ৰ(মাজুলী) ৰ শ্ৰীযুক্ত কৃষ্ণ গোস্বামী চাৰৰ ওচৰত অসম সত্ৰ মহাসভাৰ জৰিয়তে শিৱসাগৰ শঙ্কৰ মন্দিৰত দুবাৰ অনুশীলন কৰিছিলোঁ চামগুৰিৰে খোলবাদক শ্ৰীযুক্ত খগেন গোস্বামী আৰু নুনমাটিৰ হীৰা বৈশ্য বাইদেউ আছিল।
@dilipmahanta8479
@dilipmahanta8479 3 жыл бұрын
@@tilottamaduttabaruah8696 আপোনাৰ চেষ্টা অব্যাহত থাকে যে ন।নতুন চামকো লগত লৈ আগবাঢ়ি যাওক যাতে এই মহান সাংস্কৃতিক ধাৰাটি অব্যাহত থাকে।
@minaramsaikia3737
@minaramsaikia3737 3 жыл бұрын
ভূপেনদা তুমি সদায়ে আমাৰ বাবে অতুল্য সম্পদ
@gyan2587
@gyan2587 3 жыл бұрын
অসমত যদি প্ৰতি দিনাই পুৱা প্ৰতি ঘৰ মানুহৰ ঘৰত একোটাকৈ বৰগীত বাজিল হয়। কিমান যে ভাল লাগিল হয়। তেতিয়া হয়তো আমি ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে আন্দোলন কৰিবলৈ ৰাজ পথত যাব নালাগিলে হয়।
@ushakamalsaikia.com33
@ushakamalsaikia.com33 3 жыл бұрын
সত্য সুন্দৰ কথাই উপস্হাপন কৰিছে।
@xyz8206
@xyz8206 2 жыл бұрын
মই প্ৰতিদিনে পুৱা ৪ বজাত প্ৰাণায়াম কৰোঁতে ৱৰগীত / হৰিনাম বজাওঁ .... সুপ্ৰভাত জনালোঁ ৷
@Huat_Gamer
@Huat_Gamer 2 жыл бұрын
Gu
@rubulborah2696
@rubulborah2696 2 жыл бұрын
Hosai
@sadanandabhuyan6176
@sadanandabhuyan6176 2 жыл бұрын
Ld8b
@dilipchandrabora6161
@dilipchandrabora6161 3 жыл бұрын
ভূপেনদাৰ কন্ঠত বৰগীতটো অপূৰ্ব সুন্দৰ হৈ পৰিছে।
@ramaborah3940
@ramaborah3940 4 жыл бұрын
হিয়া মন জুৰুৱা এটি পুৱা বৰগীত সঁচাই গুৰু জনৰ সৃষ্টি অতুলনীয়----💐💐
@bulubhuyan7889
@bulubhuyan7889 3 жыл бұрын
W
@barshadas1473
@barshadas1473 3 жыл бұрын
সুন্দৰ
@aleeborgohain7439
@aleeborgohain7439 2 жыл бұрын
Deuta thakute morning always eitu gaisil. Bohut val lagisl. Eitu hunilei deutak bohut miss karu
@tilakkalita9523
@tilakkalita9523 3 жыл бұрын
ভুপেন দা আমাৰ মাজত সদাই আছে
@jagannathmahanta7940
@jagannathmahanta7940 Жыл бұрын
ইমান শুৱলা সুন্দৰ বৰগীত। মই সদায়েই শুনি থাকোঁ। ভূপেনদাৰ আত্মাই চিৰশান্তি লাভ কৰক-- সেৱাৰে- জগন্নাথ।
@himanibanikya8168
@himanibanikya8168 3 жыл бұрын
কবলৈ ভাষা নাই ভুপেনদা আমাৰ মনত জীয়াই আচে অাৰু থাকিব
@chetananandpachani7439
@chetananandpachani7439 4 жыл бұрын
বৰ ভাল লাগিল। দেহ মন পুলকিত হই গ'ল, পৱিত্ৰ হই গ'ল, শ্বাত পৰি গ'ল।
@pcborah9908
@pcborah9908 2 жыл бұрын
হয়, বৰ ভাল লাগিল কথাটো । আমি অসমীয়া সকলেই যদি শংকৰ গুৰু আৰু আৰু তেৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষে দি থৈ যোৱা আপুৰুগীয়া সম্পত্তি সমূহৰ সদ্ব্যৱহাৰ নকৰোঁহক তেন্তে কোনে কৰিব ? মই কিন্ত্ত কেৱল কৈয়েই দায় সৰা নাই, পুৱাতে বৰগীত (পুৱাৰ গীত) এটি গাবলৈ অভ্যাস কৰিছোঁ । নিৰ্ভুল নহব পাৰে, কিন্ত্ত গাঁও । নিজেই বুজি -শুনি শুধৰাই গাবলৈ যত্ন কৰোঁ । ভূল কত হৈছে গম পাওঁ । (যেনে - প্ৰথম শব্দটোকেই ধৰোঁ, ' তেজৰে কমলাপতি ' ত তেজৰে শব্দৰ অৰ্থ - ত্যাগ কৰা অৰ্থাৎ শোৱা বাদ দিয়া, ইয়াৰ অৰ্থ (তেজৰে) মানে তেজ মঙহৰ বা অতিকে মৰমৰ নহয় । সেয়ে, বুজো, গাঁওতে সামান্য তাৰতম্য হলেই ভূল । হওঁক ভূল, লাহে লাহে ভূল ভাগি যাব । সেই ধৰণেৰে একোটা শব্দ দুভাগ কৰি গোৱা, নাৰায়ণ শব্দৰ ঠাইত নাৰা য়ণ গাব নালাগিব । পুৱাৰ বৰগীত এটাই ঘৰখনলৈ পৱিত্ৰতাৰ এক পৰিবেশ নমায় আনে ।
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
ইমান খিনি যত্নপৰ হৈছে যেতিয়া , ফল নিশ্চয় ধৰিব‌ই 🙏🙏
@priyanathdeka199
@priyanathdeka199 2 жыл бұрын
ভূপেন হাজৰিকাৰ অমৰ কন্ঠ , সুধা কন্ঠ ।
@Rupam_Mahanta
@Rupam_Mahanta 2 жыл бұрын
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি, ড° ভূপেন হাজৰিকাদেৱৰ সুধাকন্ঠত বাণীবদ্ধ, এই বৰগীত শুনিলে দিনটোৰ বাবে যি প্ৰশান্তি অনুভৱ হয়, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। (আমাৰ সৰুকালত আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত ভক্তিমূলক গীতৰ প্ৰভাতী অনুষ্ঠান "বন্দনা"ৰ যোগেদি প্ৰায়েই শুনিছিলোঁ। বৰগীতটি আগবঢ়োৱা বাবে আপোনালৈ অশেষ ধন্যবাদ)।
@nirendrachandrarabha2099
@nirendrachandrarabha2099 3 жыл бұрын
গুৰুজনাৰ অমৰ বৰগীতৰ সুৰে মন জুৰাই ।
@ashoksarkar8550
@ashoksarkar8550 3 жыл бұрын
Eman dhunia geet , mon jurai jay.
@aparupabharali9054
@aparupabharali9054 2 жыл бұрын
Bohut val lagise. 👌👌👌👌🌷🌷🌷🌷
@aparupabharali9054
@aparupabharali9054 2 жыл бұрын
Bhupen Hajorika konhto jen lagise supar hit
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগে এই ভূপেন হাজৰিকাৰ সংগীত শুনি মই খুবেই ভাল পাও আৰু শুনি খুবেই আনন্দ পাও সেই জনা,
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি এই বৰগীত সমূহ প্ৰাতঃকালত শুনিলে মনটোৱে বিমল আনন্দ পোৱাই নহয়, এনে গীতে মনটোক বহুত শুদ্ধ কৰে।
@bhupenchandrahazarika1583
@bhupenchandrahazarika1583 3 жыл бұрын
প্ৰতিদিনে চাৰি পাঁচবাৰকৈ গীত ভাগ শুনো । কেতিয়াবা গাও । তথাপি শুনি এলাহ নালাগে । কি অপূর্ব সুৰ । ভূপেনদাৰ কণ্ঠ ই সোণত সুৱগা চৰোৱা দৰে হৈছে । সংগ্ৰহ কৰি আপলোড কৰা ধ্ৰুৱজ্যোতি ভেকালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
@h34852
@h34852 3 жыл бұрын
স্বাগতম্
@anamikakalita5612
@anamikakalita5612 2 жыл бұрын
JITEN
@mahanandatalukdar9926
@mahanandatalukdar9926 2 жыл бұрын
@@h34852 ll loo loo l ll lhllu ll llllllllll lol ppqLllllllllla
@assamplace7960
@assamplace7960 2 жыл бұрын
@@h34852 rP with a lot of the day
@miradas2618
@miradas2618 2 жыл бұрын
সুপ্ৰভাত, ৰাতিপুৱাই সুন্দৰ বৰগীতটি শুনি মন আপ্লুত হ'ল।🙏🙏🙏
@ghanakantasaikia3583
@ghanakantasaikia3583 2 жыл бұрын
ৰাতিপুৱা শুনিলে মনতো সতেজ সতেজ লাগে।
@h34852
@h34852 2 жыл бұрын
হয়
@NishitaSarma1234
@NishitaSarma1234 3 жыл бұрын
এই বৰগীতটো শুনি বৰ ভাল লাগে। 😍😍
@mithundeka8606
@mithundeka8606 2 жыл бұрын
হয় নি? শুনি থাকিব, আকৌ সদায়।
@apurbadas6799
@apurbadas6799 3 жыл бұрын
জয় আমাৰ মহাপুৰুষ দুজনা৷জয় আমাৰ ভূপেনদা
@udhabkumarnath6076
@udhabkumarnath6076 2 жыл бұрын
এনে কন্ঠ আৰু গীতে সকলো মানুহ ক দিনটোৰ বাবে সতেজ কৰি তোলে । কৃষ্ণ ।
@umeshgogoi1992
@umeshgogoi1992 3 жыл бұрын
সচাকৈয়ে অপুৰ্ব,…
@ghanakantasaikia3583
@ghanakantasaikia3583 2 жыл бұрын
ৰাতিপুৱা এই বৰগীতটো শুনিলে মনটো বৰ পবিত্ৰ পবিত্ৰ লাগে ধন্য বাদ।
@anubhuti446
@anubhuti446 3 жыл бұрын
Very melodious. Borgeet sung by Dr. Bhupen Hazarika are always very melodious.
@madhumazumdar5352
@madhumazumdar5352 2 жыл бұрын
অসমৰ অমূল্য সম্পদ।
@junalimedhi7773
@junalimedhi7773 3 жыл бұрын
ধ্ৰুং ।।তেজৰে কমলাপতি পৰভাতে নিন্দ। তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥ পদ।। ৰজনী বিদূৰ দিশ ধৱলী বৰণ। তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়। ব্ৰজ বধু দধি মথে তুৱা গুণ গাই। দাম সুদাম ডাকে তেৰি লৈয়া নাম। হেৰ দেখ উঠিয়া আসিল বলৰাম॥ নন্দ গেল বাথানে গোৱাল গেল পাল। সুৰভি চাৰিতে লাগে উঠৰে গোপাল ॥ ক্ষীৰ লয়নু লৈয়া শিঙা বেত বেণু । সকালে মেলিয়ো বত্স হাম্বালাৱে ধেনু ॥ কহয় মাধৱ মাই কিনো তপসাইলা । ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ॥
@anubhuti446
@anubhuti446 3 жыл бұрын
Thank you for the wordings of the ' Borgeet'.
@pitamborbora7171
@pitamborbora7171 2 жыл бұрын
English translate bludy hel and bludy full
@pcborah9908
@pcborah9908 Жыл бұрын
দুটা শব্দৰ সামান্য ভুল আছে - দাম 'সুদামে' ডাকে হাম্বাৰাৱে ধেনু (গায়ে হেম্বেলিয়াই) শুধৰাই দিলে ভাল হয় ।
@istabani717
@istabani717 Жыл бұрын
thank you so much for sharing the lyrics
@nanditasts
@nanditasts 2 жыл бұрын
Krishna Hori ram, bohut dhunia lagile etu gan xuni hetu bhupen hazarikar
@hirenphukanhirenphukan5600
@hirenphukanhirenphukan5600 2 жыл бұрын
এই বৰগীতটি শুনিলে অপৰূপা বোলছবি খনলৈ মনত পৰে।
@h34852
@h34852 2 жыл бұрын
ভূপেন দাৰ এই বৰগীতটো অপৰূপা বোলছবিত গোৱা গীতটিতকৈ বহু বছৰ আগতে বাণীবদ্ধ কৰা |
@kumarnirmalendunarayandeb1666
@kumarnirmalendunarayandeb1666 2 жыл бұрын
মহাপুৰুষ মাধৱদেৱক মোৰ শত কোটি কোটি প্ৰনাম ।
@dipankardihingia5905
@dipankardihingia5905 2 жыл бұрын
মন বেয়া হৈ থকাৰ সময়ত এবাৰ শুনিলে মন প্ৰফুল্ল হৈ উঠে
@pulinchandraboruah5976
@pulinchandraboruah5976 3 жыл бұрын
Apurba Xumodhur kontha . Very nice .
@nagenchandragohain6809
@nagenchandragohain6809 5 жыл бұрын
গুৰুজনাৰ সৃষ্টি এই বৰগীত টি বহুদিনৰ পৰা বিচাৰি আছিলোঁ। বহুত ধন্যবাদ ডেকা ডাঙৰীয়া।
@chandradeka7024
@chandradeka7024 3 жыл бұрын
Reminds me my childhood ! Bhupenda......
@animasarmah37
@animasarmah37 3 жыл бұрын
বৰ ভাল লাগে শুনি
@karabideka2242
@karabideka2242 2 жыл бұрын
Love you borgeet aru bhupen mama💕🥰🤘
@nirupamadohutia8540
@nirupamadohutia8540 2 жыл бұрын
🐳🙏🙏🙏👍👍
@rupamsaikia8332
@rupamsaikia8332 2 жыл бұрын
সৰুতে ৰাতিপুৱা ৰেডিঅ'ত শুনিছিলো🙏🙏🙏
@rekhadutta5582
@rekhadutta5582 4 жыл бұрын
Very nice song, and I love the it. Wow
@arotisarmah3915
@arotisarmah3915 3 жыл бұрын
Ati sundor bargit
@aparupabharali9054
@aparupabharali9054 2 жыл бұрын
👌👌👌supar 🙏🙏🙏ponam 🌹🌹🌹nice💝💝💝
@pradipgoswami2467
@pradipgoswami2467 3 жыл бұрын
বৰ ভাল লাগিছে
@jahahoralmushahary9682
@jahahoralmushahary9682 3 жыл бұрын
A. .good. prayer. Song
@Captain_mahi112
@Captain_mahi112 3 жыл бұрын
Nalbari sohort ratipua r ajanr age pise baje......peace and positivity ... ajan + bargeet.
@surajithatkhowa8581
@surajithatkhowa8581 3 жыл бұрын
Khoni val lagil🙏🙏🙏
@banadeepkalita3758
@banadeepkalita3758 2 жыл бұрын
Really you deserve gratitude Deka for giving us the opportunity to listen such golden songs.
@h34852
@h34852 2 жыл бұрын
Thank you
@biren123100
@biren123100 Жыл бұрын
স্বৰ্গিয়।
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
বৰগীতৰ মধুৰতা আৰু ভূপেনদাৰ সুৰৰ লহৰৰ সৈতে ৰজিতা খাই যোৱা গীতে মন মোৰ জুৰ পৰি গৈছে। কেৱল মোৰেই নে?
@dcb58_
@dcb58_ 11 ай бұрын
ভূপেনদাৰ কন্ঠৰ মদিৰা পান কৰি অসমীয়া জাতি ধন্য আৰু কৃতজ্ঞ হৈ থাকিব।
@rupalibhuyan8075
@rupalibhuyan8075 2 жыл бұрын
আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱৰ শতকোটি প্ৰণাম 🙏🙏🙏🙏🙏🙏 লগতে ভূপেন হাজৰিকাদেৱলৈও 🙏🙏🙏🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 2 жыл бұрын
তেজৰে কমলা পতি বৰগীতটি ভূপেন দাৰ কন্ঠত খুবেই ভাল লাগে।
@bhesojbaruah8725
@bhesojbaruah8725 3 жыл бұрын
মহাপুৰুষ শ্ৰীমাধৱদেৱ বিৰচিত এই বৰগীতটি ভূপেনদাৰ কণ্ঠৰে শুনিবলে বিছাৰি থাকো । এই বৰগীতটি অসমীয়া কথাছবি ৰুণুমী ত আছিল, ৰুণুমী ত কণ্ঠদান কৰিছিল শেৱালি দেৱীয়ে ......... ৰুণুমী কথাছবিৰ সংগীতত আছিল দৰ্পনাথ শৰ্মা ( কথাছবিত বৰগীত থকা সম্ভৱতঃ ৰুণুমী প্ৰথম আৰু একমাত্ৰ কথাছবি )
@dharitrilahon3541
@dharitrilahon3541 3 жыл бұрын
সুন্দৰ তথ্যৰ বাবে ধন্যবাদ
@dhirendeka04
@dhirendeka04 Жыл бұрын
পিয়লী ফুকন ছবিত ভূপেন দাৰ কণ্ঠত এইটো বৰগীত আছে । বিচাৰ আপোনাৰ পিয়লী ফুকন ছবি আগত নে ৰুণুমী ছবি আগত ।
@jitukumardas4990
@jitukumardas4990 4 жыл бұрын
Guru janer amar shristy. Tate akow maha manav sudhakanthar kantha. 👃👃.
@asamkumardas9539
@asamkumardas9539 2 жыл бұрын
ভূপেন দাৰ এই গীত বোৰেই তেখে‌‌তক অমৰ কৰি ৰাখিব সদায়।
@vandyavlogs
@vandyavlogs Жыл бұрын
চিৰ নমস্য শ্ৰদ্ধেয় ভূপেন হাজৰিকা দেৱৰ এই বৰগীত টি মোৰ অতি প্ৰিয় ।
@protivadas3486
@protivadas3486 Жыл бұрын
মোৰো অতি প্ৰিয়
@Rocktim3796
@Rocktim3796 3 жыл бұрын
ভূপেনদাৰ কণ্ঠ সুৰ সদাএ অনন্য
@nitulmedhi5206
@nitulmedhi5206 3 жыл бұрын
সুন্দৰ
@halibarbaro6849
@halibarbaro6849 2 жыл бұрын
L P School ar parai parhisoni ajileke bhal powa ,monjurua Borgeet r rachak guruzana Madhab Dev arushudhakantha Bhupen Da le mor bhakti o sewa allows jonao.
@bhabanikakati8899
@bhabanikakati8899 3 жыл бұрын
সুন্দৰ কন্ঠ 👍👍👍
@beautydas2624
@beautydas2624 3 жыл бұрын
Very best song,Remember for his atma.
@punyagogoi5313
@punyagogoi5313 2 жыл бұрын
🙏🙏🙏গীত ভাগ সোনি ভাল লাগিল
@simantabaruah3082
@simantabaruah3082 3 жыл бұрын
মনটো পৱিত্ৰ হৈ যায়।
@ajitsaloi5253
@ajitsaloi5253 3 жыл бұрын
এই বৰগীতটো বিছাৰি আছিলোঁ আজি পাই বৰ ভাল লাগিল ধন্যবাদ
@mahadialom7305
@mahadialom7305 3 жыл бұрын
Nice video 👍👍👌👌👏👏
@krishnarajkhowa466
@krishnarajkhowa466 3 жыл бұрын
Hundar
@stranger_eviil
@stranger_eviil 3 жыл бұрын
Aitu ami poribole paisilu বৰগীত
@drshyamalendudas1376
@drshyamalendudas1376 5 жыл бұрын
Bhupenda s finest borgeet,
@SumanDuarahabcdefis6
@SumanDuarahabcdefis6 Жыл бұрын
Renowned singer Apurba Das and myself along with our friends, the entire night till dawn broke, when the Maestro's last rituals were to be conducted, Apurba suddenly started this hymn. And the huge crowd were overwhelmed. Touching farewell to the maestro.🙏🏻🎶💖
@mukutlukhurakhon1411
@mukutlukhurakhon1411 9 ай бұрын
ঠিক পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ সচাকৈ মনত সুন্দৰ তাৰপৃথীৱীত থকা বুলি কব পাৰি,,,,,
@dipanjalibaruah3645
@dipanjalibaruah3645 4 жыл бұрын
কৃষ্ণ ৰাম🙏🙏🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
পুৱাই এই বৰগীত টো শুনিলে মন ভাল লাগি যায়
@mukundachetia4637
@mukundachetia4637 3 жыл бұрын
Ajihe hunisu val lagise
@munindutta5605
@munindutta5605 3 жыл бұрын
বৰ ভাল লাগে ।
@drakhilbaruah1989
@drakhilbaruah1989 3 жыл бұрын
সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত "তেজৰে কমলাপতি......." বৰগীতটি পুৱাই শুনিলে দিনটোলৈ মনটো প্ৰফুল্ল হৈ থাকে।
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
বৰগীত শুনি দিনটোৰ আৰম্ভণি
@nilakhisonowal5032
@nilakhisonowal5032 3 жыл бұрын
🙏🙏🙏
@mukheswarkonwar9754
@mukheswarkonwar9754 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@pushpanjoliborgohain2678
@pushpanjoliborgohain2678 3 жыл бұрын
অতি সুন্দৰ
@aparajitatamuli7273
@aparajitatamuli7273 3 жыл бұрын
Joy guru sankar Madhab🙏 Krishna 🙏
@rahulboruahupsccandidate7822
@rahulboruahupsccandidate7822 3 жыл бұрын
🙏
@nayanjyotisaikia2
@nayanjyotisaikia2 2 жыл бұрын
মোৰ সমস্ত স্বাভিমান সুধাকণ্ঠৰ কৰকমলত। হে প্ৰভূ। দিনটো কচমচৰ বাবে ভাল হওক
@narayansaikia6776
@narayansaikia6776 3 жыл бұрын
Xorute..Mane class 7 t eitu borgeet porhiboloi pisilu....Mayeu xorute eitu gai amak xunaisil...enei thakileu borgeet gungunayei thaku...karon borgeet xunile mur ga tu cat pori jai..kintu borgeet xuni amoni nalage..parile apunalukeu protidine borgeet xunibo, montu bhal lagibo...Gurujonar ei aapurugia sristik Moi pronam jonaisu...🙏🙏 Dhanyawaad...
@lifesjourney.19
@lifesjourney.19 5 жыл бұрын
সৰুকালৰ কুৱলীৰে ঢকা ৰাতিপুৱা এটালৈ মনত পৰে এই গীতটি শুনিলে। ৰেডিঅ' ত শুনি ডাঙৰ হৈছোঁ।
@naraharirabha.4924
@naraharirabha.4924 3 жыл бұрын
সুন্দৰ ।
@keshabdas4186
@keshabdas4186 3 жыл бұрын
Thanks Dhruba for uploading such a beautiful borgeet. God bless you
@nikumonisaikia7461
@nikumonisaikia7461 2 жыл бұрын
Thank you for such a great work
@munminiku8176
@munminiku8176 Жыл бұрын
Bhupen Hazarikar git sunilai montu bor val laga
@dipakkalita2483
@dipakkalita2483 3 жыл бұрын
Jai guru sankar sarbagunakar
@rabenchoudhury2732
@rabenchoudhury2732 2 жыл бұрын
Really great so nice apunar kontho tu eman dhuniya asil 😍😍😍😍
@barshadas1473
@barshadas1473 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nitulbaruah
@nitulbaruah 3 жыл бұрын
Nice
@ramcharandeka9143
@ramcharandeka9143 2 жыл бұрын
Bhupen Surya vaila Udita.
@parbatikumar3319
@parbatikumar3319 2 жыл бұрын
এই বৰগীটো শুনিলে মন জুৰ পৰি যায়
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
ইমান ভাল লাগে কিয় ক'ব নোৱাৰো
@upenhazarika-wm6fe
@upenhazarika-wm6fe Жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম ।
@digantadutta2727
@digantadutta2727 4 жыл бұрын
Gurujanaloi pranam....
@kanuboruah0997
@kanuboruah0997 4 жыл бұрын
I like sankardev borgeet
@bhesojbaruah8725
@bhesojbaruah8725 3 жыл бұрын
তেজৰে কমলাপতি পৰভাত নিন্দ..... ............( ০৫-১১-২০২০ )
@aparupabharali9054
@aparupabharali9054 2 жыл бұрын
Supar hit 🙏🙏🙏🙏
@manamana3917
@manamana3917 2 жыл бұрын
বহুত ভাল লাগিল
@poldas4192
@poldas4192 4 жыл бұрын
সুন্দৰ লাগিছে
@jadavkakati1268
@jadavkakati1268 2 жыл бұрын
অতিশুনদৰ
@dampoosarma8777
@dampoosarma8777 2 жыл бұрын
Very nice to listen at the morning
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
দিচ লাইক কৰাজনে হয়তু বহুত জানে আৰু শিকিবলৈ বাকী আছে ।
@krittikadutta4931
@krittikadutta4931 3 жыл бұрын
moi 10 basaria suali aru tothapi bhupen sir k bhal pau
@birendranathgogoi6830
@birendranathgogoi6830 3 жыл бұрын
Nostalgic
@saratdas7547
@saratdas7547 4 жыл бұрын
বৰগীত শুনিলে কিয় মোৰ চকু পানী ওলাই ৷ ১৭/ ৭/২০২০
@barshadas1473
@barshadas1473 3 жыл бұрын
সচাঁ কথা
@mukundachetia4637
@mukundachetia4637 3 жыл бұрын
Doctork dekhau
@balendas4511
@balendas4511 2 жыл бұрын
Iheareverymorningthisbargeet🙏🙏🙏🙏🙏
@sukumarsarma
@sukumarsarma 4 жыл бұрын
সুমধুৰ।
@padmaburagohain1926
@padmaburagohain1926 2 жыл бұрын
আপুৰুগীয়া কণ্ঠটি সদায়ে চিৰসেউজ হৈ থাকক
@user-iz3fy9bh2g
@user-iz3fy9bh2g 2 ай бұрын
Uni bhot balagisoo.❤❤
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 68 МЛН
Pawe Pori Hori (পাৱে পৰি হৰি) - by Bhupen Hazarika.
4:33
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 855 М.
UTHO RE UTHO BAPU - Borgeet
10:04
Riju moni Goswami
Рет қаралды 435 М.
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 68 МЛН