No video

TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ

  Рет қаралды 1,133,873

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ NKTVৰ ষ্টুডিঅ'ত অভাৱনীয় পৰিৱেশ
▶️ TALKSHOWৰ মাজতে ব্যক্তিগত আক্ৰমণ ৰূপজ্যোতি কুৰ্মী-শৃংখল চলিহাৰ
▶️ কোনে কাক 'পাগল' আখ্যা দিলে?

Пікірлер: 3 800
@duluborah1525
@duluborah1525 3 жыл бұрын
আশা কৰো মৰিয়নিবাসী ৰাইজে এজন জ্ঞানী ,ভদ্ৰ আৰু দূৰদৰ্শী ব্যক্তিক বাচনি কৰিব ।
@mrinmoybarman6133
@mrinmoybarman6133 3 жыл бұрын
Aajir raajnitit gyaani, bhodro aaru bhaal maanuhor sthaan naai.
@MusicBeats_
@MusicBeats_ 3 жыл бұрын
@@mrinmoybarman6133 heye tu India t development r namaot comedy hoi ase
@bhesojbaruah8725
@bhesojbaruah8725 3 жыл бұрын
হয় তেনেকুৱা হলেহে ভাল হব পাৰে কিন্তু এজন ও দেখা পোৱা নাই এতিয়ালৈকে ।
@greenplanetraaj9024
@greenplanetraaj9024 6 ай бұрын
Like Rupjyoti Kurmi
@RajaAllie
@RajaAllie 2 ай бұрын
​@@mrinmoybarman6133Aaq
@hungryboys4057
@hungryboys4057 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মী য়ে কাৰো কথা নুশুনে এনে আবুল তাবুল বকি আছে তেওঁ এজন প্ৰকৃত মানসিক ৰোগী।
@user-ko8pk8fr6q
@user-ko8pk8fr6q 2 ай бұрын
R..kurmi azon janowar
@Tech_MD_85
@Tech_MD_85 Күн бұрын
Kela rupjyoti pagol sagol hol nke
@rubilaskar8874
@rubilaskar8874 2 ай бұрын
ৰূপজ্যোতি যদি আকৌ জয়ী হয় তেতিয়া ভাৱিম মৰীয়নীৰ ভোটাৰ সকল ৰূপজ্যোতিতকৈ ওপৰ লেবেলৰ পাগল হব লাগিব ।
@user-tm2rf2ii9d
@user-tm2rf2ii9d 9 күн бұрын
Right 😂
@rajanikakati466
@rajanikakati466 8 күн бұрын
সঁচা কথা
@user-fr3uo9mu3s
@user-fr3uo9mu3s 4 күн бұрын
Jikibo heitu koi lub nai 😂
@xyzzzzzzzzhhh
@xyzzzzzzzzhhh 9 күн бұрын
শৃংখল চলিহাৰ বংশত মুখ্যমন্ত্ৰী আছে, শ্বহীদ আছে, শিৱসাগৰ শ শ বিঘা মাটি ৰাইজৰ নামত উচৰ্গা কৰিছে। কুৰমিয়ে অকল বিয়া খোৱা খৰি দিয়া এইবোৰেই কাম
@godabinashmda3603
@godabinashmda3603 3 жыл бұрын
চিংশল চলিহা 🤘🤘👍👍👍👍 ৰুপজ্যোতি কুৰমি পাগল হ'ল বি.জে.পি ত গৈ,, আগতে থিক আছিল কিন্তু এতিয়া আমিও সমৰ্থন নকৰোঁ
@gogoiassam1235
@gogoiassam1235 3 жыл бұрын
ৰূপজ্যোতি কূৰ্মী এইবাৰ হাৰিলে অহংকাৰ নাইকীয়া হব ।। সেইবাবে উপনিৰ্বাচনত এইবাৰ কূৰ্মী হৰাতো অতি প্ৰয়োজন
@RaijulIslam-bu2ru
@RaijulIslam-bu2ru 6 ай бұрын
Labouror jonohoinkhya besi je😂
@pgcreation4658
@pgcreation4658 6 ай бұрын
​@@RaijulIslam-bu2ruMiya nki toi😅
@RaijulIslam-bu2ru
@RaijulIslam-bu2ru 6 ай бұрын
@@pgcreation4658 britishe 500 labour anisile etiya tohotor jonohoinkhya 1 cr
@monjitboruah8401
@monjitboruah8401 5 ай бұрын
2024ত কোনে কোনে চাই আছা 👍
@sitadeb7968
@sitadeb7968 4 ай бұрын
Pagal vihari ai jon manu
@monjitboruah8401
@monjitboruah8401 4 ай бұрын
@@sitadeb7968 ekdom koboi nlge ru
@user-fr3uo9mu3s
@user-fr3uo9mu3s 4 күн бұрын
Bihari nohoi hi......!!
@SanjibbDubey
@SanjibbDubey 3 күн бұрын
Bongali refugee Miya marr khuwa​@@sitadeb7968
@user-ys6vz8gb6k
@user-ys6vz8gb6k 3 жыл бұрын
ৰূপজ্যোতি ক জেগাত দিলে শৃংখল দাই অখিল দা জিন্দাবাদ
@mozahidurrahman4140
@mozahidurrahman4140 3 жыл бұрын
ৰূপজ্যোতি দাক আগতে ভাল পাইছিলো কিন্তু এতিয়া তেঁওক ভাল নাপাওঁ। দাইৰেক কথা। কাৰণ তেওঁ ডলাৰ বগৰী 👍👍
@axom..tezpur3975
@axom..tezpur3975 3 жыл бұрын
Yes bro
@ARUNKALITA
@ARUNKALITA 3 жыл бұрын
Bjp jikibo...
@mousumibhattacharjee8710
@mousumibhattacharjee8710 3 жыл бұрын
ৰাজনীতি কি বোজা নাই নেকি আজিলৈকে ? ৰাজনীতিত পাৰ্টি বেলেগ বেলেগ, মানুহ একেই জনেই থাকেই। উপমা দিবলৈ গলে- তুমি আজি বেলেগ কাপোৰ আৰু কাইলৈ বেলেগ কাপোৰ পিন্ধিলে তুমি বেলেগ হৈ নোযোৱা ।
@mozahidurrahman4140
@mozahidurrahman4140 3 жыл бұрын
@@mousumibhattacharjee8710 ৰাইজ নীতি কৰি কৰি অসমখন শেষ কৰি পেলালে। আৰু কি কৰিব বাকী আছে।
@pulinshyam4750
@pulinshyam4750 3 жыл бұрын
Mur monor kotha kole apuni..
@kalpajyotitravelassam3252
@kalpajyotitravelassam3252 3 жыл бұрын
ধুনীয়া শ্ব আয়োজন কৰিছে অসমবাসীক বহুমূলীয়া বিনামূলীয়া জ্ঞান দিছে।ধন্যবাদ।
@realhero5657
@realhero5657 5 ай бұрын
মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ৰূপ কৰ্মী 😅
@bibhadas5050
@bibhadas5050 6 ай бұрын
যিমান চিঞৰিছে ৰূপজ্যোতি মুৰ্চা যাব এতিয়া ।
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 ай бұрын
,😂😂😂
@axomafridi7758
@axomafridi7758 3 жыл бұрын
কমেণ্ট পঢ়িব অহা সকল অলপ সময় বহিব চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰা হৈছে🥱
@adivasikiller0734
@adivasikiller0734 3 жыл бұрын
🤣
@dhrubajyotibarodhrubajyoti7657
@dhrubajyotibarodhrubajyoti7657 3 жыл бұрын
🤣🤣🤣🤣🤣
@sumansehnaz8333
@sumansehnaz8333 3 жыл бұрын
Emn mitha biskut kio disa sugar hobo
@jyookashyap3155
@jyookashyap3155 3 жыл бұрын
Moms megic hb nki
@songitabhuyan6584
@songitabhuyan6584 3 жыл бұрын
Toi khuabi nki 🤭
@JAJABORIPATHIK
@JAJABORIPATHIK 3 жыл бұрын
যিয়ে নহওঁক আমি দৰ্শকসকলে আমোদ পালো,‌ আমাক এনেদৰে মনোৰঞ্জন কৰা বাবে দুয়োজনকেই ধন্যবাদ জনালো
@Randomtravel1751
@Randomtravel1751 3 жыл бұрын
🤣🤣👍👍
@motiorrahman8968
@motiorrahman8968 2 ай бұрын
😂😂😂
@AnuragBora-wx9zk
@AnuragBora-wx9zk 5 ай бұрын
মৰিয়নি সমষ্টিত ভদ্ৰ মানুহৰ অভাব যেন পাও
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 6 ай бұрын
শৃংখল চলীহা দাদা আপুনী জয় হ'ব আমাৰ আশিৰ্বাদ থাকিল জয় আই অসম 💪🏾 💪🏾 💪🏾 আৰু ৰূপজ্যোতি কুৰ্মী পাগলৰ নিচিনা বকি আছে😂😂😂
@kamanbimal1446
@kamanbimal1446 3 жыл бұрын
ৰাম ৰাম এজন বিধায়ক ৰূপে ইমান আবেগ অনুভোতী |যোগ্যতা অৰ্জন বহুত কম দেকুন
@manashpratimassam8879
@manashpratimassam8879 3 жыл бұрын
ভ্ৰাম্যমাণ থিয়েটাৰ চাই থকা যেন লাগিছে😄😄😄😄
@rekhashreeboranath516
@rekhashreeboranath516 3 жыл бұрын
😂😂😂
@bijnyabora4549
@bijnyabora4549 3 жыл бұрын
Ekdom
@lakshmidas7231
@lakshmidas7231 3 жыл бұрын
😃😃😃
@kakumoni6567
@kakumoni6567 3 жыл бұрын
😆😆😆
@akmulhussain1336
@akmulhussain1336 3 жыл бұрын
😂😂
@AbdurRahmankhan-m8m
@AbdurRahmankhan-m8m 5 күн бұрын
যেতিয়াই রূপজ্যোতি কুর্মীক কোনো টকশ্বোত মাতে এনেকুআ পরিবেশেই হয়, এক হুলুত্থলীয়া পরিবেশ হয়।
@YoutubeRoyal94
@YoutubeRoyal94 25 күн бұрын
মাজা লাগিছে শুনি থাকিব! সৰু কালৰ কাজিয়া যেন লাগি আছে!
@ridipsaikia2727
@ridipsaikia2727 3 жыл бұрын
ৰূপজ্যোতিক আগতে ভাল লাগিছিল । কিন্তু এতিয়া হাঁহি উঠে তেওঁৰ কথা শুনি 😂😂😂নাটক কৰিব পাৰিব তেওঁ ভ্ৰাম্যমান থিয়েটাৰত ।
@AtiqueIslamOfficial
@AtiqueIslamOfficial 3 жыл бұрын
নাটক কৰিছে youtube ত search কৰিলে পাব
@ridipsaikia2727
@ridipsaikia2727 3 жыл бұрын
@@AtiqueIslamOfficial উমম.,ভাওঁনা কৰে বুলি গম পাওঁ ।
@khirensharma8666
@khirensharma8666 3 жыл бұрын
এ বে বেবে কব পাৰিব ছাগলীটো
@amritgogoi62
@amritgogoi62 3 жыл бұрын
Hosai
@majulianamika3530
@majulianamika3530 3 жыл бұрын
ঠিকে কৈছে👌👌👌👌
@abubakkarsiddique4180
@abubakkarsiddique4180 3 жыл бұрын
শৃংখল চলিহা ধন্যবাদ 👍👍👍
@Randeep-kb1xh
@Randeep-kb1xh 6 ай бұрын
শৃংখল চলিহা ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মিক নিৰ্বাচন হৰোৱাৰ পণ লওক অসম বিধান সভা লৈ যোগ্য প্ৰকৃত অসমীয়া সভ্য লোকক বিধায়ক হিচাপে জয় যুক্ত কৰাই আনক ।
@hemantabhuyan8044
@hemantabhuyan8044 6 ай бұрын
এই জন ৰাইজৰেই প্ৰতিনিধি নেকি? মৰিয়নি ৰ ৰাইজে এনেকুৱা জন প্ৰতিনিধি আশা কৰা উচিত নে?
@dailyliferefreshment711
@dailyliferefreshment711 3 жыл бұрын
এইয়া নৱ প্ৰজন্মৰ বাবে আদৰ্শ নে বাৰু ।।। এইদৰে Talk Show হোৱা উচিত নহয়......
@satyasahu7716
@satyasahu7716 3 жыл бұрын
Right
@blackcats2064
@blackcats2064 3 жыл бұрын
Being a youth i feel curse to born on this land
@albiondehingia5101
@albiondehingia5101 3 жыл бұрын
@@blackcats2064 atu basi hol
@ronjiddas35
@ronjiddas35 3 жыл бұрын
Right
@darpangogoi6390
@darpangogoi6390 3 жыл бұрын
Right
@jintugogoi5699
@jintugogoi5699 3 жыл бұрын
প্ৰথম অৱস্থাত মই কুকুৰে ভুকিছে বুলি ভাবিছিলো
@maina..majuli4936
@maina..majuli4936 3 жыл бұрын
😂
@user-ll9zc1fk3y
@user-ll9zc1fk3y 2 ай бұрын
😂😂😂😂
@kishorkumar-indian4982
@kishorkumar-indian4982 3 жыл бұрын
অহংকাৰে অধপতন। উদাহৰণ স্বৰূপে আংগুৰলতা
@prasenjitchakravarty5070
@prasenjitchakravarty5070 3 жыл бұрын
I used to think that among 126 MLAs of Assam, Rupjyoti da was the best man by heart and he was honest. But after his joining BJP, I understood that he is also a selfish politician who is ignoring the verdict of the people of his constituency. He himself once said in a video that he would not provoked by any means but it is clear that he has compromised somewhere. Very sad to see such changes. Srinkhal is a good leader and we have some expectations from him in future. But leaders should be calm & polite and not short tempered like him.
@pulumonidas5201
@pulumonidas5201 3 жыл бұрын
ৰূপজ্যোতি নিজৰ পৰিচয় ৰাইজক দেখাই দিলে । মানসিক ৰোগৰ এজন বিধায়ক আছিল ।
@elchapo7720
@elchapo7720 3 жыл бұрын
Madam mental bidhayok jon aan ajon asil ni... A.G. 😝😝😝
@tikhortheassameseboy8436
@tikhortheassameseboy8436 3 жыл бұрын
মানসিক ৰোগীক 4 বাৰ কৈ ৰাইজে এনেই নাইজিকোৱা বাইদেউ,জাতিৰ কথা কৈ কৈ কোনে সুবিধা লৈ আছে অসমৰ ৰাইজে দেখি আছে
@pulumonidas5201
@pulumonidas5201 3 жыл бұрын
@@tikhortheassameseboy8436 ৰূপজ্যোতি কূৰ্মিযে মৰিয়নি ৰাইজক ঢুকা দিলে সেই টো কি বুলি কোৱা । পালটি মাৰিব বুলি ৰাইজে ভোট দিয়া নাছিল এইটো ভাল কৰিলে জানো
@elchapo7720
@elchapo7720 3 жыл бұрын
@@pulumonidas5201 By electiont jodi Rupjyoti ticket pai tau ako mandate bisari Mariyani publicr usorot jabo lagibo. Aru jodi tatia ako aebar mandate pai tar mane party change kora karone public khunno nohoi aru jodi hare tatia buja jabo public khunno. Dhoka dise ne nai by election resulte kobo. Jika Bidhayok (4th consecative term) ajone resign kori party change kora agot publicr logot kotha napatibo ne ? 4th termr karone jika bidhayok ajon amateur politician nohoi.
@tikhortheassameseboy8436
@tikhortheassameseboy8436 3 жыл бұрын
@@pulumonidas5201 কি বুলি দিছিল ভোট ,ৰাইজক এতিয়া উন্নয়ন লাগে,ক্ষমতা ৰ ৰাজনীতি কোনেও নিবিচাৰে,শৃংখল চলিহা ধোঁৱা তুলসী ৰ পাত বুলি ভাবিছে নেকি,অখিল গগৈৰ যোৱাকালিৰ মন্ত্যৱ্য শুনি কি কব ,ভণ্ড জাতীয়তাবাদ দেখুৱাই নিজৰ স্বাৰ্থ সিদ্ধি কৰা কোনো মানুহে অসমৰ ৰাইজৰ প্রিয় নহয়
@monigogoi8157
@monigogoi8157 3 жыл бұрын
মজা লাগিলে।ধন্যবাদ NKTV ,👌👌👌
@SanjibbDubey
@SanjibbDubey 4 күн бұрын
Repeat 😂2026 Agearly waiting
@binoykalita7597
@binoykalita7597 2 күн бұрын
শৃংখল চলিহা বৰ্ত্তমান চৰকাৰৰ আহিলাৰূপে্ চিনাকি পোৱা গৈছে।
@rcbaxom6296
@rcbaxom6296 3 жыл бұрын
Outstanding fight 🔥🔥🔥
@bimalfc5129
@bimalfc5129 3 жыл бұрын
তাৰমানে দুয়োকে কাজিয়া কৰিব দি অনুপন চক্ৰৱতী দাঙৰীয়াই চাই আছে দেখো....
@sbblogs5046
@sbblogs5046 3 жыл бұрын
😁😁😁 Media r kam a a2 bhai, Vote r agot corona nasil, Media i kole corona come again 😛😛😛😛,
@purnakantasaikia5067
@purnakantasaikia5067 3 жыл бұрын
@@sbblogs5046 00000000
@purnakantasaikia5067
@purnakantasaikia5067 3 жыл бұрын
@@sbblogs5046 000
@purnakantasaikia5067
@purnakantasaikia5067 3 жыл бұрын
@@sbblogs5046 0000
@purnakantasaikia5067
@purnakantasaikia5067 3 жыл бұрын
0000000
@palashmonidutta8638
@palashmonidutta8638 3 жыл бұрын
আজি ওচৰত থকা হলে দুয়ো দুয়োৰে মাজত তুমুল যুদ্ধ হল হয়
@lalithazarika0110
@lalithazarika0110 6 күн бұрын
নগাৰ ভয়ত দৌৰ মৰা ধেনু
@moshmibarman7661
@moshmibarman7661 5 күн бұрын
এজন উন্মাদ মানুহক আলোচনা কৰিবলৈ মাতি কিয় অনা হয়। ৰূপজ্যোতিৰ ভাষা শুনাৰ পিছত মানুহ বেমাৰী হৈ যায়।
@rajibkamalkantalouson5617
@rajibkamalkantalouson5617 3 жыл бұрын
Rup da😁😁😁...আমিও তেজ দিওঁ খালি পাগলৰ দৰে nisoru...
@joyshankartanti6550
@joyshankartanti6550 3 жыл бұрын
Thike koisa
@tilokakachari7131
@tilokakachari7131 3 жыл бұрын
Akdm hsa koica
@pranabjyotikalita4584
@pranabjyotikalita4584 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মী ক আৰু দিব লাগিছিল।
@digantadeka7201
@digantadeka7201 7 ай бұрын
2024 t akou salo 😂😂😂😂mozza lagil😂😂
@assameseboy4782
@assameseboy4782 Ай бұрын
Moi aji sai aasu 😂 johora rupjyoti karmik😅
@Statussamirron
@Statussamirron 6 күн бұрын
মন বেয়া লাগিলে এইটো চালে হ'ল। ৰাইজ‌😂😂😂😂
@sketchersammyy1342
@sketchersammyy1342 3 жыл бұрын
এইয়াই আমাৰ অসমৰ বিধায়ক 👏👏
@realhero5657
@realhero5657 5 ай бұрын
মৰিয়ণিৰ অন্ধ ভক্ত সকলৰ বিধায়ক ।
@user-jc9iv7cw2d
@user-jc9iv7cw2d 4 ай бұрын
অসমৰ নহয়। অসমৰ ভিতৰত মৰিয়ণীৰ বিধায়ক হে হ'ব বুলি ঘোষণা কৰা 😊❤❤
@sketchersammyy1342
@sketchersammyy1342 4 ай бұрын
@@user-jc9iv7cw2d হয়,হয়।
@dharmeswarsarmah6298
@dharmeswarsarmah6298 3 жыл бұрын
সচায়ে ৰূপজ্যোতি কুম্মীএজন অসভ্য ব্যক্তি এইজনক যদি মৰিয়নি বাসীৰ ৰাইজে ভোট দি জিকাই তেতিয়া বুজি পাম যে মৰিয়নিত মগজু থকা মানুহৰ অভাব। ৰূপজ্যোতি আচলতে জন্ম গত ভাবে অসভ্য। সভ্য সমাজত বাস কৰা কোনো ব্যক্তিয়ে জনপ্ৰতিনিধি হিচাপে নিবিচাৰে।ই আচলতে শিয়ালৰ দলৰ প্ৰতিনিধি হোৱাৰ যোগ্য।এই জনক কোনো ৰাজনৈতিক দলে প্ৰাৰ্থী ত্ত্ব দি মৰিয়নি সমষ্টিৰ শিক্ষিত লোকসকলক অপমান নকৰিবলৈ অনুৰোধ জনালোঁ।
@ratulsaikia237
@ratulsaikia237 3 жыл бұрын
Rupjoyti hosai ata mosta pagle homosti raije laj kora ujit
@sanghamitrahazarika9585
@sanghamitrahazarika9585 3 жыл бұрын
মৰিয়ণীত কেইজন পেলেৰ জন্ম দিলে হয় কুৰমী,আপুনিহে তেজ দিছে ,কামৰ খতিয়ান নিদিব,ৰাইজে বিচাৰ কৰিব,
@anukulkalita1605
@anukulkalita1605 6 ай бұрын
Right
@reedeepnaturesolace
@reedeepnaturesolace 5 күн бұрын
Aitu manuhor xarit bapare, kunu dinai eyar mukhot val kotha nuxunilu..!? Pagol kukure kamurisil sage eyak, cong't thakueo beleg nasil. Nilaz manuh...!
@bikantadey7853
@bikantadey7853 3 жыл бұрын
Rupjyoti: Mur beleg show ase🤣🤣
@apurbagogoi2576
@apurbagogoi2576 3 жыл бұрын
ভাল হাঁহিলো দিয়ক😂😂
@siddiqueahmed8755
@siddiqueahmed8755 3 жыл бұрын
ৰুপজুতি কুৰমি,,,,, পাৰিলে এপাক তেজপুৰলৈ আহি,,😇😄,,
@riktimchowdhury5337
@riktimchowdhury5337 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মি তেখেতৰ নামটো। আৰু Ki hol tezpur ahile ki hbo...kot thaka tumi tezpurr..
@ranujpanging9243
@ranujpanging9243 3 жыл бұрын
Rupjyuti ye log dound tespur jabo pora nai .himan nisiringobo.apuni saribar m l oleou srikol da oman gyan nai. Apuni nepung gor.aru srikoda dakun abaru utai nai kanekoi jikibo .kurmiye bom bukise
@ranjankurmi4771
@ranjankurmi4771 3 жыл бұрын
Tezpur আহিলে কি হব Tezpur ৰূপজ্যোতিৰ কুৰ্মিৰ লগত সকলো আছে , Rupjoyti kurmi ক Open ভাবকি দিব বিছাৰ নেকি.......
@ritukonwar9152
@ritukonwar9152 3 жыл бұрын
@@ranjankurmi4771 ককায়েৰ যেন পাইছো তোৰ..এখানে তোৰ দাদা গেছি😂😂
@hirakjyotideori8002
@hirakjyotideori8002 3 жыл бұрын
3:24 অনুপময়ে ধুনীয়াকে কাজিয়াখন লগাই দিলে 😂😂
@satyalakshmeesarma3934
@satyalakshmeesarma3934 3 жыл бұрын
Absolutely right
@hbmovies4365
@hbmovies4365 3 жыл бұрын
😂😂
@chayanikagogoi7726
@chayanikagogoi7726 3 жыл бұрын
😂😂😂😂
@gitaligogoi8159
@gitaligogoi8159 3 жыл бұрын
😂🤣
@spacedas915
@spacedas915 2 жыл бұрын
😆😆
@dilipmahanta8479
@dilipmahanta8479 3 жыл бұрын
বহু তথাকথিত নেতাৰ একো বিষয়ৰ ওপৰত একো গিয়ান নাই।অসয়ভালি বেছি।অসমীয়া সংস্কৃতিৰ অঙশীদাৰ নহয়।
@ataburstar530
@ataburstar530 2 жыл бұрын
I love you sinkhal soliha.
@bidishabharali5153
@bidishabharali5153 3 жыл бұрын
এই জন বিধায়ক নে🤣🤣 এখেতক নীতি শিক্ষা প্ৰয়োজন।
@dhrubikadeka4417
@dhrubikadeka4417 3 жыл бұрын
ৰূপজ্যোতি চিঞৰি থকা হে শুনা গল। ৰূপজ্যোতি ৰ ডিঙি টো চাগে ফালিছে।
@sandhyaranidas41
@sandhyaranidas41 3 жыл бұрын
এনেকুৱা talk show নকৰিলে ভাল হয় ।
@arupsonowalsaikelvlog6549
@arupsonowalsaikelvlog6549 3 жыл бұрын
👍👍rupjyoti kurmi ru singkhol solihar toroko protijugita khon sai mojaaa lagil👍👍next ru 1khon eneykuwa torko protijugita saboley bisaru👍👍
@kalpajyotiborah6130
@kalpajyotiborah6130 3 жыл бұрын
সকলো এক হওক এইজন অভদ্ৰ মানুহক হৰুৱাক
@salilmarak3694
@salilmarak3694 3 жыл бұрын
Hoi de ekebareh obodroh mahu,
@deepjyotih37
@deepjyotih37 3 жыл бұрын
চাৰি বাৰ বিধায়ক হ'ল কিন্তু কেনেকৈ কথা কব লাগে তাকো নাজানে,,😆😂🙏
@prabhatrajkhowa4150
@prabhatrajkhowa4150 3 жыл бұрын
Akol football di thogile
@balendas2049
@balendas2049 3 күн бұрын
এই দৰিকনা মাছৰ পোৱালিটোক ধৰিলৈ অসমবাসী ৰাইজে শুকুৰ আলিৰ লগত থৈ আহিব।
@borahbipul3595
@borahbipul3595 3 жыл бұрын
ৰূপজ্যোতি ৰ মানসিক চিকিৎসা প্ৰয়োজন আছে ই সছা পাগল
@HindutwaKattar
@HindutwaKattar 3 жыл бұрын
Aakhil Gogoi aru sringhal misoliyak Tezpur mental hospital t bhorti koribo lge
@mohanandabagree4658
@mohanandabagree4658 3 жыл бұрын
Akhil Gogoi aru Singkhal Chaliha ai deutak jail ot bhorai khub pitiboo lage . Ai ketai ahom khon barbad koriley . Ai bilak hol sanda party .
@mitumedhi4429
@mitumedhi4429 3 жыл бұрын
@@HindutwaKattar Bixekh Pryujon Apunak Nibo Lage neki
@silentboy287
@silentboy287 3 жыл бұрын
বেলেগক নিব পয়োজন কি।।। তহঁতক নিব লাগে।।।। mental hospital 😃😃😁😁😄😄অখিল গগৈ জিন্দাবাদ ✊✊✊✊✊✊
@namalhazrika4699
@namalhazrika4699 3 жыл бұрын
Jatir sarthat teulook dutai nahoy rajniti jikibr karane jatir katha koi karma hangsthapon napai jatir katha koi rajniti kari jibikar ata bitti
@anuradhadas5494
@anuradhadas5494 3 жыл бұрын
নিলাজ বিলাক আৰু কিমান তললৈ নামিব ৰূপ নামৰ কালিকা তো।
@jnandeepchetia6622
@jnandeepchetia6622 3 күн бұрын
আকৌ চালো । ভাল লাগিল । ৰূপজ্যোতিক যে হোণ্ড গাড়ীৰ শ্ব ৰুম মেনেজাৰে কাণতলীয়া চৰ দিছিল কাৰ কাৰ মনত আছে !
@sanjibgogoi3054
@sanjibgogoi3054 3 жыл бұрын
ইমান উত্তেজিত ইমান উগ্ৰ হ'লে যদি মন্ত্ৰী ক্ষমতা পালে কি হব ।
@chandangogoi4526
@chandangogoi4526 3 жыл бұрын
Amar problem Amie solv koribo lagibo kunu singkhol soliha n rupjuti kurmie nokore
@santoshborah6757
@santoshborah6757 3 жыл бұрын
এটাও কম নহয় । দুই সমান । এনে অনুষ্ঠান নকৰিব অসমৰ গৌৰৱ হেৰাব ।
@pranjoldeka9707
@pranjoldeka9707 6 күн бұрын
ৰূপৰজোতি তহতে হিমন্ত বিশ্বৰ কতি ধূই থাকোতে যাব
@dipikatanti2726
@dipikatanti2726 2 ай бұрын
শিংখল চলিহাৰ কাম নাই নেকি ? অকল ধনুকে লক্ষ্য কৰি কথা কিয় কয় আৰু বাকী ৰাজনীতি সকলৰ বিষয়ে কবলে ভয় কৰে নেকি ?
@monujgogoi6919
@monujgogoi6919 3 жыл бұрын
ভবিষ্যতে এইজন যদি মুখ্যমন্ত্ৰী হয় কি হব অসম আৰু অসমীয়া ৰ। এবাৰ এনে ভাবি চাওক।দিনতে আন্ধাৰ আন্ধাৰ লাগিব।
@kbaruahao4604
@kbaruahao4604 3 жыл бұрын
ৰূপজ্যোতি কুমী এজন পাগল।
@medinitalukdar4873
@medinitalukdar4873 6 ай бұрын
ৰূপজ্যোতি কুৰ্মীৰ মূৰৰ বিকৃতি ঘটিছে....ই অৰ্ধ পাগল হয়....!!
@tapanakhomofficial7484
@tapanakhomofficial7484 2 күн бұрын
এটাই সহজ কথা যুক্তি কৰিব নোৱাৰিলে চিঞৰি থাকিলে হল😅😅😅😅
@geetalibasumatary6328
@geetalibasumatary6328 3 жыл бұрын
মৰিয়নিৰ মানুহে চাই ল‌ওক কেনেকোৱা মানুহক তেখেতলোকে বিধায়ক বনাইছে🤣🤣
@bolingogoi1268
@bolingogoi1268 3 жыл бұрын
তুমি তেনেকে নকবা তুমি কোন
@mohanthengal6898
@mohanthengal6898 3 жыл бұрын
Tumi ki morioni manuhok hahisa neki tumi morionir. Bikhoya kiba jana neki
@bhaskarkalita2777
@bhaskarkalita2777 3 жыл бұрын
কʼৰোণা কাৰণে থিয়েটাৰ বহুত দিন চাবলৈ পোৱা নাই যদিওঁ আপোনালোকে দুয়োজনে কৰা খিনি থিয়েটাৰ দেখা পালোঁ
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
🙏 হে ভগৱান! !
@kamalkalita338
@kamalkalita338 6 ай бұрын
ৰূপজ্যোতি কুৰ্মী পাগল হৈছে পাগেলা ফাটেকত থব লাগে । নহলে কোনোবাক কামুৰিব ।।
@asanulhoque3442
@asanulhoque3442 3 жыл бұрын
ৰূপজ্যোতি এইবাৰ হাৰিব
@user-yt7id2ev7f
@user-yt7id2ev7f 6 ай бұрын
Jikile
@user-xf7wb8cn6z
@user-xf7wb8cn6z 6 ай бұрын
Mariani t RJK jindabad
@toxicscott5150
@toxicscott5150 5 ай бұрын
Lag pali jikile sun
@daddycool8778
@daddycool8778 4 күн бұрын
Maksuda laj pali nai, rupjyoti jikile
@deepjyotigogoi6059
@deepjyotigogoi6059 3 жыл бұрын
অহংকাৰেই পতনৰ মূলমন্ত্ৰ 👍
@manikdey2249
@manikdey2249 3 жыл бұрын
Right
@amalassam2798
@amalassam2798 5 күн бұрын
Mojaa lagil again after 3 year watch the big hot news oh yaaa
@Monima976
@Monima976 6 ай бұрын
২০২৬ চনত মৰিয়নিৰ এই ভেবেৰা টোক কাপোৰ খুলি দৌৰাব লাগিব
@chintufitness7872
@chintufitness7872 3 жыл бұрын
শূঙ্খল চলিহা জিন্দাবাদ ।। 🙏🙏🙏🙏🙏
@terimerikahani1484
@terimerikahani1484 3 жыл бұрын
এইবাৰ ৰূপজ্যোতি দেখা যাব তোক। অসমীয়া এক গোট হব লাগিব
@anjandas6207
@anjandas6207 3 жыл бұрын
Aagote nije axomiya hoi lo, ajmol aaru, Akhil Ali r logot log hoi, axomiya k ek got hobo upodexh dibo nalage
@sanjalivlogs3190
@sanjalivlogs3190 3 жыл бұрын
Ghenta khatir nokoru
@saradasaradakalita8379
@saradasaradakalita8379 23 сағат бұрын
মজা লাগিছে ধন্যবাদ ❤❤❤❤❤😅😊
@Pallabinformation
@Pallabinformation 6 күн бұрын
We are with you shikhal da...Jai ai akhom
@deepjyoti5917
@deepjyoti5917 3 жыл бұрын
বীৰ লাচিত সেনা জিন্দাবাদ 🔥❤️❤️
@TumanPhukan-ti5jp
@TumanPhukan-ti5jp 6 ай бұрын
জয় আই অসম ✊✊✊✊ বীৰ লাচিত সেনা অসম ✊✊✊
@kandarpakeot7670
@kandarpakeot7670 3 жыл бұрын
শালীনতা বজাই যুক্তিসংগত ভাবে আলোচনাবোৰ হলে ভাল । উত্তেজিত হলে বুদ্ধি ভ্ৰষ্ট হয় ।
@67Vijay67
@67Vijay67 Ай бұрын
শৃংখল দা 🔥🔥
@karengvixon5905
@karengvixon5905 3 жыл бұрын
অনাগত দিনত Breaking news হব- অসম- নাগালেণ্ড সীমান্তত নগাৰ বন্দুকৰ গুলীৰ মাজত হাতত হেংডাঙলৈ L.S.কে.সা.স. শংখল চলিহা
@spacedas915
@spacedas915 2 жыл бұрын
😂😂
@mustakalom9366
@mustakalom9366 3 жыл бұрын
Shrinkhol soliha r kotha bilak bohut val lagil da joy ai axom
@jitu903
@jitu903 3 жыл бұрын
নগাই ২টা গুলিয়াওতে পলাই অহা মানুহ 😂😂😂
@Randomtravel1751
@Randomtravel1751 3 жыл бұрын
🤣🤣
@utpaldas1642
@utpaldas1642 3 жыл бұрын
Nplai mrilehe HB aru n
@gamingchannel1939
@gamingchannel1939 3 жыл бұрын
Apune keyta gulit poluwa manuh
@bharatsondip4110
@bharatsondip4110 3 жыл бұрын
নগাঁই গুলীয়ালে হেংদাং উলিওয়া জনে ৰাজপথত যে পিঠিত কোব খাইছিল 😂😂😂
@bijitdutta891
@bijitdutta891 3 ай бұрын
😅​@@gamingchannel1939
@ankurtamuly6595
@ankurtamuly6595 3 жыл бұрын
Singkhol soliha main....❤️
@roadtripbabloo9458
@roadtripbabloo9458 3 жыл бұрын
True👍🏻
@Gogoi690-x6g
@Gogoi690-x6g 4 күн бұрын
Chaliha Da juiii❤
@amirulofficialyt2827
@amirulofficialyt2827 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মীয়ে ৰূপ সলাই এতিয়া ভাওনা কৰি ফুৰিছে।চকুৰ পৰা পানি ওলাই বানপানী হব
@mired1364
@mired1364 3 жыл бұрын
BJP r paani lole Rupjyoti
@miraxad7489
@miraxad7489 3 жыл бұрын
ৰূপজ্যোতি কুৰ্মীৰ মুৰত কিবা হৈছে নেকি? 🤣🤣🤣🤣
@67Vijay67
@67Vijay67 Ай бұрын
LOVE FROM BORSOLA 💜✅
@67Vijay67
@67Vijay67 Ай бұрын
জয় আই অসম
@kulamongohain1977
@kulamongohain1977 3 жыл бұрын
দাদা আপুনি অসমত ৰূপজ্যোতি কুৰ্মী নামৰ কমেডি শ্ব' এটা খুলি লৱ পাৰে তামাম চলিব 😌 আপুনি কি কয় ! আমিও হাহি থাকিব পাম 🤓
@arbinaxom4661
@arbinaxom4661 3 жыл бұрын
Rupjoti kurmi zindabad
@paplurobidas7918
@paplurobidas7918 2 жыл бұрын
Rupjoti kormi jidabad
@mustafachoudhury3565
@mustafachoudhury3565 3 жыл бұрын
6 বাৰ গৌতম ৰায় এম এল এ হৈ তেও হাৰিব লগা হৈছিল আপনি মাতো চাৰিবাৰ।
@hridoyjdas7528
@hridoyjdas7528 3 жыл бұрын
আমাৰ ধনু মেইন৷
@KkDas-ps4xx
@KkDas-ps4xx 5 күн бұрын
Rupjyoti main❤
@khirensharma8666
@khirensharma8666 3 жыл бұрын
Tarun gogoi 3 bar cm hoi u aneke siora nasil rupjyoti a 4 bar MLA hoi jiman siorise
@joyshankartanti6550
@joyshankartanti6550 3 жыл бұрын
Rupjyoti hol mental
@dipaliboruahbhuyan6237
@dipaliboruahbhuyan6237 3 жыл бұрын
এনেধৰণৰ talk show মই ভাল নাপাওঁ, এফালে উচুতাই আনফালে দুকুৰা দপ্ দপিয়া জুই 😄uff 😄😄
@ak_gaming_pgl315
@ak_gaming_pgl315 3 жыл бұрын
Love you Jan ❤️❤️❤️
@theassamesefactandtech2084
@theassamesefactandtech2084 3 жыл бұрын
@@ak_gaming_pgl315 chapri sala 👿, ako kam nai nki
@ak_gaming_pgl315
@ak_gaming_pgl315 3 жыл бұрын
@@theassamesefactandtech2084 Amr eat nai tumalukar fale ase naki 😁😁
@sinkusarmah72
@sinkusarmah72 3 жыл бұрын
Moja 😂
@bijoykumarbhuyan691
@bijoykumarbhuyan691 2 күн бұрын
ৰূপজ্যোতিৰ নিচিনা পাগল এজনক টকশ্বলৈ নিমন্ত্ৰণেই দিব নালাগে। তেওঁক মৰিশালিত চাণ্ডালৰ কাম এটা দি দিব লাগে। তেওঁ জানাজা আৰু মৰাশ কান্ধত লৈ ভাল পায় ।
@mriduexplain2003
@mriduexplain2003 6 ай бұрын
ৰূপজ্যোতি কুৰমিক comment এটা নিদিয়াকৈ থাকিব নোৱাৰি , এজন বিধায়ক ৰূপজ্যোতি ‍কুৰমি কিমান উচ্চমানৰ জ্ঞান আছে সেয়া আৰু ভালকৈ কব নালাগে ইমান নিম্ন মানৰ মানুহে কেনেকৈ বিধায়ক হল সেইটো কিন্তু ভাবিব সময় হল
@pborah562
@pborah562 3 жыл бұрын
আৰু এবাৰ দুইজন একেলগ হ’লে ৰূপজ্যোতি পেনে ছেনে মুটিব বে
@axomtune806
@axomtune806 3 жыл бұрын
😝😂
@ridipborthakur6106
@ridipborthakur6106 3 жыл бұрын
Sorry 2say that ,plz don.t mind it ,brother, moi kunu party manu nohoi,but its a truth ,reality,rupjyoti ,fight kra manu,eman voi kora manu nohoi.
@ridipborthakur6106
@ridipborthakur6106 3 жыл бұрын
Anyway anupom da,a talk show 2 sai vhal lagil bru.
@girindasarmah8003
@girindasarmah8003 3 жыл бұрын
কোনো এজন ধোৱা তুলসী পাত নহয় সকলোবোৰ একে সকলো বোৰ একেই
Кадр сыртындағы қызықтар | Келінжан
00:16
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 16 МЛН