Рет қаралды 30
Gaonliya Lora🤗(গাওঁলীয়া লৰা)
এতিয়া আহাঢ় মাহকৃষক পথাৰতকোনোৱাই আলি কটিছেআলি লগাইছে কোনোৱাইচাৰিওফালে এক সুন্দৰ পৰিৱেশকৃষকে কি যে সুন্দৰ ভাৱে নিজৰ মন্তব্য ডাঙি ধৰিছেএক সুন্দৰ বাৰ্তালাপ কৃষকৰ সৈতে চাওকচোন ভিডিঅ' টো চালে আপুনাৰো বহুত ভাল লাগিব