No video

কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

  Рет қаралды 987,005

Times Guwahati News

Times Guwahati News

Күн бұрын

কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop #timesguwahati #news
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.co...
Follow Us at Twitter: / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us

Пікірлер: 763
@rashmiborah1103
@rashmiborah1103 3 ай бұрын
কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏
@monikakakati3907
@monikakakati3907 2 ай бұрын
ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora
@JogeshChoudhury-hw1dc
@JogeshChoudhury-hw1dc 2 ай бұрын
❤❤❤
@rajenchutia4918
@rajenchutia4918 14 күн бұрын
❤❤❤🎉
@putulnath1715
@putulnath1715 Жыл бұрын
প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।
@bhabanandanath9184
@bhabanandanath9184 Жыл бұрын
পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক। আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো। আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।
@dipjyotihazarika2879
@dipjyotihazarika2879 Жыл бұрын
Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻
@nivagogoi5779
@nivagogoi5779 Жыл бұрын
বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।
@pranitadas3369
@pranitadas3369 Ай бұрын
বহুত বহুত ভাল লাগিল।
@jyotikamallsvlog
@jyotikamallsvlog Жыл бұрын
মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏
@MukundaBorah-u5n
@MukundaBorah-u5n 3 күн бұрын
Bohut val lagil
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ‌।সচাঁ‌কৈয়ে OLD is GOLD.
@kironbordoloi3680
@kironbordoloi3680 Жыл бұрын
পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।
@muniramunda-no7wt
@muniramunda-no7wt Жыл бұрын
Horute school ot gaisilu khub val lagise I miss horu kal
@syedalberuni2360
@syedalberuni2360 Жыл бұрын
এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।
@jogannathdutta8000
@jogannathdutta8000 2 ай бұрын
Bor val lagil .samai mamsab or gitow sunabson
@santanaphukongogoi7275
@santanaphukongogoi7275 Жыл бұрын
সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .
@kalyannath459
@kalyannath459 Жыл бұрын
শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very good song ❤❤❤❤
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
So sweetßong b sir❤❤❤❤❤
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very veru lovely song bsir ❤😂😂❤❤❤
@MonumontiDevi
@MonumontiDevi 3 ай бұрын
Val lagil
@ashalatarabha1100
@ashalatarabha1100 Жыл бұрын
বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম
@banamalikakati356kviews2
@banamalikakati356kviews2 11 ай бұрын
গীত বোৰ শুনি অন্তৰ ভৰি গ'ল। এই গীত বোৰ শুনি শুনি পঢ়িছিলোঁ।
@monudevi6911
@monudevi6911 Жыл бұрын
আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।
@kartickbarooah755
@kartickbarooah755 Жыл бұрын
আপোনালোকৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ললোঁ ৷ শ্ৰোতা সকলৰ অফুৰন্ত সঁহাৰি আপোনালোকে যে লাভ কৰিব তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে ৷
@rupenkakati185
@rupenkakati185 Жыл бұрын
অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏
@jayashreegohain883
@jayashreegohain883 5 ай бұрын
সুন্দৰ দিনবোৰ লৈ মনত পৰি যায়! পুৰণি গীতবোৰৰ কথা সুৰ আৰু কণ্ঠ বৰ ভাল লগা
@XYANKEEZULU
@XYANKEEZULU 4 ай бұрын
👍
@user-ic4yo1ct6l
@user-ic4yo1ct6l 11 ай бұрын
Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।
@rinkikalita9507
@rinkikalita9507 Жыл бұрын
কেতিয়াও ভবাই নাছিলোঁ এই গানবোৰ যেন আকৌ পাম 😢স্কুল কলেজৰ দিনবোৰ লৈ মনত পৰি গল.. মোৰ লগত মোৰ মাও এই গীত সমূহ শুনিছিল.. কিন্তু আজি মোৰ মা এই পৃথিৱীত আৰু নাই... মালৈ বহুত মনত পৰিছে... 😢আজি এই গীত সমূহ নষ্টনষ্টালজিক ❤❤❤❤❤ মোৰ বাবে 😭😭
@tutumonibora1708
@tutumonibora1708 Жыл бұрын
কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনাইছো ।
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।
@GitaDeka-qq1tt
@GitaDeka-qq1tt Жыл бұрын
এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে
@user-zi8jc7mj2r
@user-zi8jc7mj2r Жыл бұрын
পুৰণি গীত কেইটি শুনি ‌ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।
@dilipkrnath9158
@dilipkrnath9158 Жыл бұрын
অতি সুন্দৰ অনুস্থান ৷
@salimchoudhury7343
@salimchoudhury7343 6 ай бұрын
সুন্দৰ গান আপোনালোকে ধৰি ৰখাৰ কাৰনে আন্তৰিক ধন্যবাদ।
@prabindeka5498
@prabindeka5498 Жыл бұрын
আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@guninborah4612
@guninborah4612 Жыл бұрын
এনেধৰনৰ কালজয়ী গীতসমুহ শুনিলে মনবোৰ অতীতলৈ ঘৃৰি ৰায় অ।
@rupalihazarika9752
@rupalihazarika9752 Жыл бұрын
বহুত বহুত প্ৰিয় গীত ❤
@akonchandrasaikia732
@akonchandrasaikia732 Жыл бұрын
Old is gold very nice l remember my past life & recalled my romantic memories lot of thanka.
@narayankalita5327
@narayankalita5327 11 ай бұрын
পুৰনি দিন বোৰ লৈ মনত পৰিল। মন চুই যোৱা গীতবোৰ।
@amulyapegu2499
@amulyapegu2499 Жыл бұрын
অসমীয়া পুৰনি গীতবোৰ শুনি বৰ ভাল লাগিল ,এই অনুষ্ঠানটো মোৰ বাবে প্রিয় অনুষ্ঠান হব |
@dibavlogs2665
@dibavlogs2665 Жыл бұрын
Hhjk
@mohanpradhan2703
@mohanpradhan2703 Жыл бұрын
বৰ ভাল লাগিল ধন্যবাদ
@jayantadekajoy9213
@jayantadekajoy9213 Жыл бұрын
❤ পিছলৈও যেন এনেকুৱা গানবোৰ শুনিবলৈ পাই থাকো তাৰেই আশা থাকিল। যিবোৰ গান আজি লাহে লাহে পাহৰিবলৈ লৈছোঁ আমি আৰু আমাৰ সমাজখনে । ❤
@pradipdoley6949
@pradipdoley6949 Жыл бұрын
অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD
@user-dv1qr7ox5b
@user-dv1qr7ox5b Жыл бұрын
Nice
@ikbalahmed9449
@ikbalahmed9449 2 ай бұрын
Excellent collection of ever green songs.
@gitalibasumatary
@gitalibasumatary Жыл бұрын
সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊
@asokachutia7501
@asokachutia7501 Жыл бұрын
Very nice
@KaifKhan-qg4xr
@KaifKhan-qg4xr 11 ай бұрын
বহুত বহুত ধুনীয়া গীতবোৰ
@mamoniroy871
@mamoniroy871 3 ай бұрын
Very beautiful song Really old is gold 👌👌👍
@prabinkumarbaro3382
@prabinkumarbaro3382 Жыл бұрын
আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l
@mominulhoque2255
@mominulhoque2255 Жыл бұрын
banan bor suddokoi likhib de
@amallaskar3537
@amallaskar3537 Жыл бұрын
এই অনুষ্ঠান শুনি মই বহুত ভাল পাওঁ এনেকৈ আৰু ভাল ভাল পুৰণি গান বোৰ শুনাই থাকিবলৈ মোৰ ফালৰ পৰা অনুৰোধ 🙏🙏🙏|
@jibonsaikia6268
@jibonsaikia6268 Жыл бұрын
কল্পতৰু অনুষ্ঠান টি শুনি শৈশৱলৈ ঘূৰি গলো ।সচাই মনোমোহা পুৰণি গীত সমূহ। এই অনুষ্ঠানটি জীয়াই ৰখা লগতে পুৰণি গায়ক/গায়িকা সকলৰ স্মৃতি ৰোমন্থন কৰা সকললৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ ধন্যবাদ 🙏।
@harshvardhan2544
@harshvardhan2544 4 ай бұрын
Melodious voice ❤️❤️
@rupjyotidevi5416
@rupjyotidevi5416 Жыл бұрын
Evergreen songs..really awesome...thanks
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।
@saijuddinahmad2734
@saijuddinahmad2734 11 ай бұрын
29:09 29:10
@saijuddinahmad2734
@saijuddinahmad2734 11 ай бұрын
😊😊😊
@northeastsurvivelskill9610
@northeastsurvivelskill9610 Жыл бұрын
এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।
@amulyasarma4057
@amulyasarma4057 3 ай бұрын
Most enjoyable and favourite program of A I R since my childhood. This program should continue in future Thanks lot's. ❤
@rishabmohanblocks8602
@rishabmohanblocks8602 Жыл бұрын
Oti hundar
@mrinalborthakurkaliabor5554
@mrinalborthakurkaliabor5554 Жыл бұрын
বৰ সুন্দৰ লাগিল।বহুত দিনৰ পাছত গান কেইটা একেলগে শুনিবলৈ পালো।
@pabitrabarman6373
@pabitrabarman6373 Жыл бұрын
सुन्दर।🙏
@MaimonMechanical
@MaimonMechanical 9 ай бұрын
Buhut Bhal Lagise Puroni Gaan Bilak Huni Kintu Time stamp Lagisile sob Ganor description'ot
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏
@EVA-OBITO
@EVA-OBITO 4 ай бұрын
অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ
@katandifoe3759
@katandifoe3759 11 ай бұрын
Dhanyawad geet r babe.
@junalidutta1692
@junalidutta1692 4 ай бұрын
Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉
@amulyasarma4057
@amulyasarma4057 3 ай бұрын
A mind touching song program of A I R.. Thanks.
@NiluBorah
@NiluBorah 7 ай бұрын
Purani git suni bor Bhal lagil. 28:08
@promeswarronghang8646
@promeswarronghang8646 Жыл бұрын
Nice.. Keep it up and go on.
@nalinidutta9451
@nalinidutta9451 8 ай бұрын
Bahut bahut bhal lagil apunalukoloi akhe dhanyawad
@rajeswarbasumatary7984
@rajeswarbasumatary7984 Жыл бұрын
পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮
@debajitpaw2656
@debajitpaw2656 2 ай бұрын
বহত বহুত ধন্যবাদ থাকিল , আপোনাক লৈ
@LakhiLakhiDihingia-dy3po
@LakhiLakhiDihingia-dy3po 8 ай бұрын
Agoloi enedare xonai thakibo.
@puspanjalisarma4418
@puspanjalisarma4418 Жыл бұрын
বহুত ভাল লাগিছে এই অনুষ্ঠানতো আকৌ শুনিৱলৈ পায়। পুৰণি দিনবোৰ ঘুৰাই পোৱা যেন লাগিছে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক🙏
@harshvardhan2544
@harshvardhan2544 4 ай бұрын
Old is gold 😍❤️❤️ God bless you, always be happy 🎈🎉🎊😇😊💞 From Assam 🚩🇮🇳 जय श्री राम 🙏🙏
@NickHazarika-ov4bj
@NickHazarika-ov4bj Жыл бұрын
Nice song
@dukheswarideka709
@dukheswarideka709 Жыл бұрын
অতি সুন্দৰ,পুৰণি গীতবোৰে পুৰণি স্মৃতিবোৰ সজাগ কৰি তোলে ।মোৰ বিনম্ৰ অনুৰোধ যেন এই অনুষ্ঠানটি চিৰ যুগমীয়া হওঁক।ধন্যবাদ ।
@brajenray7796
@brajenray7796 2 ай бұрын
Old is Gold. Very well.
@nilikantorayAnimegamez
@nilikantorayAnimegamez 4 ай бұрын
Dada khub dhunia apuni bhogoban
@simangboro1262
@simangboro1262 4 ай бұрын
Ay. Mojaaa
@Probhat200
@Probhat200 11 ай бұрын
অতি সুন্দৰ
@learningphilosophy1462
@learningphilosophy1462 Жыл бұрын
বৰ ভাল লাগিল।পুৰণি গীতবোৰ যেনেকৈ আছিল তেনেকৈয়ে শুনিব পালেহে শান্তি পোৱা যায়।ৰহদৈ ও এয়া নিৰ্মলা নদীৰ ঘাট ---আদি গীতবোৰ লগ লগাই আৰু নতুন কৈ কল্পতৰু অনুষ্ঠান কৰিব বুলি আশা কৰিলোঁ।
@alukratan1138
@alukratan1138 Жыл бұрын
ভাল লাগিল কিন্ত্ত হাতখ পুৰনা দিনৰ দেখিব পোৱা হলে আৰু ভাল লাগিল হয়..। নখৰ নেলপলিছ সেই সময়ত ওলোৱাই নাছিল.😁👌👍🙏
@Utpal-zd4ft
@Utpal-zd4ft Жыл бұрын
Old is gold ❤❤❤
@Utpal-zd4ft
@Utpal-zd4ft Жыл бұрын
Best of luck, bhalo lagshe ❤🎉❤😮❤
@akashchoudhary2638
@akashchoudhary2638 8 ай бұрын
বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।
@MeerHussain-hl8jr
@MeerHussain-hl8jr Жыл бұрын
Very good for the present age
@baloroy-fz1ik
@baloroy-fz1ik 4 ай бұрын
PuranA gan val lagil❤❤
@PANKAJSHARMA-px3tl
@PANKAJSHARMA-px3tl Жыл бұрын
Really fantastic to create the refreshing the old memories
@pradipkumardas7882
@pradipkumardas7882 11 ай бұрын
অতি সুন্দৰ পুৰণি গীত বোৰ সংগ্ৰহ কৰি আমাক শুনাৰ সুযোগ দিয়াৰ বাবে কল্পতৰুক অশেষ ধন্যবাদ । আগলৈ আৰু এনেধৰণৰ আপুৰুগীয়া গীত বোৰ শুনাই যাব বুলি আশা কৰিলো
@umeshchdeka5973
@umeshchdeka5973 Жыл бұрын
সচাকৈ মন ভাল লগা অনুষ্ঠান।
@manimalagogoi9638
@manimalagogoi9638 Жыл бұрын
অনুষ্ঠানটো শুনি সচাই বহুত ভাল লাগিল । আগৰদিনবোৰলৈ মনত পৰি যায় ৷
@bimandas7309
@bimandas7309 Жыл бұрын
বহুত ধুনীয়া লাগিছে গান কেইটা ❤
@hemcharannath4212
@hemcharannath4212 Жыл бұрын
Dhuniya lagise
@RISHI_EDITZ-0
@RISHI_EDITZ-0 5 ай бұрын
চিৰসেউজ গীতবোৰে সদায়ে অন্তৰ চুই যায় ❤।
@aparajitaphukan1371
@aparajitaphukan1371 Жыл бұрын
Bohut besi bhal lagil , xodai enedore huniboloi aakhare roi aasu .God bless you .
@jibansaikia3726
@jibansaikia3726 8 ай бұрын
So sweet. Old is gold.
@urmotheree
@urmotheree Жыл бұрын
বহুত ভাল লাগিছে
@mukulhazarika490
@mukulhazarika490 Жыл бұрын
পুৰণি গান শুনিলে মই সকলো পাহৰি যাওঁ ।
@dritidihingia7272
@dritidihingia7272 Жыл бұрын
বহুত ভাল লাগিল❤
@monojnath8478
@monojnath8478 2 ай бұрын
ভাল লাগিল আৰু অধিক গান শুনিবলৈ আশা থাকিল
@Mridutaye
@Mridutaye Жыл бұрын
এইদৰে আৰু পুৰণি গীত পৰিৱেশন কৰে যে ধন্যবাদ ❤❤
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ... বৰ ভাল লাগিল দেই
@Sivanathsaikia
@Sivanathsaikia 5 ай бұрын
বৰ ভাল লাগিল আগৰ দিন বোৰলে মনত পৰি গ'ল ❤❤❤❤❤❤❤❤
@mijanurrahmanprodhani1233
@mijanurrahmanprodhani1233 11 ай бұрын
Bohut miss koru purona gaan bor sunibo napai.
@tagarsut1458
@tagarsut1458 9 ай бұрын
Sundar. Old is gold.
@baharali8785
@baharali8785 11 ай бұрын
Old is gold. Good step.
@inamulhoque1232
@inamulhoque1232 Жыл бұрын
সৰু কালৰ কথা মনত পৰি গল এয়া কলপটোৰো অনুষ্ঠান আব্বাৰ কোলাত নহলে আইতাক কোলাত বহি ৰেডিঅত শুনিছিলো।। আজি অই অনুষ্ঠানৰ কথা আইতাক বহুত মিছ কৰি আছো কাৰণ আইতা এই পৃথিৱীত নাই 😢😢
@mamonipator7640
@mamonipator7640 Жыл бұрын
Bhal lagil
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 10 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 21 МЛН
Schoolboy Runaway в реальной жизни🤣@onLI_gAmeS
00:31
МишАня
Рет қаралды 3,1 МЛН
Comfortable 🤣 #comedy #funny
00:34
Micky Makeover
Рет қаралды 17 МЛН
Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation
19:23
Utpal Das Production
Рет қаралды 1,6 МЛН
KHAGEN MAHANTA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 60
21:25
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 10 МЛН