No video

তিনি জা - জোৱালীয়ে শহুৰেকৰ লগল মিলি খুলিলে ৰেষ্টুৰেণ্ট || UPARJAN ||

  Рет қаралды 396,472

UPARJAN

UPARJAN

Күн бұрын

তিনি জা - জোৱালীয়ে শহুৰেকৰ লগল মিলি খুলিলে ৰেষ্টুৰেণ্ট || UPARJAN ||
তিনিগৰাকী জা জোৱালী মিলি গুৱাহাটীৰ হেঙৰাবাৰীত আৰম্ভ কৰিলে ৰেষ্টুৰেণ্ট
ৰেষ্টুৰেণ্টৰ নাম দিলে কলপাতত খাৰলি
স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী পল্লৱী / পৰিশ্মিতা আৰু কৰিশ্মা বৰা নামৰ তিনি জা জোৱালীৰ স্বাৱলম্বী হোৱাৰ চেষ্টাএয়া
Contact us - 9101735732
uparjan.in

Пікірлер: 500
@pranitakalita9958
@pranitakalita9958 Жыл бұрын
গোটেই পৰিয়ালটিক ধন্যবাদ জনাইছোঁ । বোৱাৰী কেইজনী এনেভাবে মিলি-জুলি আগবাঢ়ি যাওঁক । সমাজৰ বাবে তেখেতসকল আদৰ্শ ।
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
ভগৱানে আশীৰ্বাদ দিয়ক । মিলিজুলি চলিব পাৰিলে ভাল।
@purnimas8733
@purnimas8733 Жыл бұрын
​@@rupkantapathori9666 . Bhul
@parthapratimborah5749
@parthapratimborah5749 Жыл бұрын
দেখি শুখি হৈছো
@JDwffgbnnccvbnbbvvcchhhbhbhubv
@JDwffgbnnccvbnbbvvcchhhbhbhubv Жыл бұрын
P
@FF10-l1g
@FF10-l1g 22 күн бұрын
P by by ft ft​@@purnimas8733
@kabitagoswami9028
@kabitagoswami9028 Жыл бұрын
আজিৰ দিনত এনেকুৱা পৰিয়াল পাবলৈ নাই বহুত ভাল লাগিল❤❤
@bontichutia439
@bontichutia439 Жыл бұрын
Raijak hushraha karatu bohut danger kam bhal lagil aha korisu aru danger hoba
@munmikaibarta
@munmikaibarta Жыл бұрын
Khahu val Babei bulwari o val
@dpuzari664
@dpuzari664 Жыл бұрын
এনেকুৱা এটা পৰিয়ালৰ সদস্য হ’ব পৰা হ’লে অতিশয় আনন্দ পালোঁ হয়৷
@deepjyotiboruah9496
@deepjyotiboruah9496 Жыл бұрын
বৌ সকলৰ কথা-বাৰ্তা বিলাক বহুত ভাল লাগিল । সুন্দৰ , আদৰণীয় , গ্ৰহণীয় ও আৰ্দশনীয় প্ৰদক্ষেপ ।
@kalpajyotiborah996
@kalpajyotiborah996 Жыл бұрын
আমাৰ গাঁৱলীয়া বোৱাৰীয়ে এওঁলোকৰ পৰা শিক্ষা লোৱা উচিত, কেনেকৈ মিলিজুলি থাকিব লাগে।
@samujjal5689
@samujjal5689 Жыл бұрын
Kintu nijor hajpar uporot parele guruto debo lage
@dadugogoi5548
@dadugogoi5548 Жыл бұрын
সুন্দৰ পদক্ষেপ। আপোনালোকৰ মিলা-প্ৰীতি ও কামৰ যি আগ্ৰহ, ভাল লাগিছে দেই। আৰু আগবাঢ়ক। 🙏👍👍
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
তিনি গৰাকী জা-জুৱলিলৈ আমাৰ ফালৰ"পৰা"অশেষ অশেষ ধন্যবাদ। যত এজনী শাহুৱেক এজনী বোৱাৰীয়েক মিলি থাকিব নোৱাৰি অনাথ আশ্ৰমত আশ্ৰয় লৈছে;তেনে ক্ষেত্ৰত আপোনালোকে মিলি জুলি কাম কৰাত অত্যন্ত বিস্ময় মানিছো।আপোনালোকক ঈশ্বৰে ভালে ৰাখক।
@moushumisharma6711
@moushumisharma6711 Жыл бұрын
দেখি ভাল লাগিল 👍 কৰ্ম ই ধৰ্ম। মানুহে ক'ব ই। সেইখিনি আওকাণ কৰি আগুৱাই যোৱাতহে প্ৰাপ্তিৰ আনন্দ পোৱা যায়। আন্তৰিক শুভকামনা জনালোঁ 👍
@atikulislam6579
@atikulislam6579 Жыл бұрын
সুন্দৰ পদক্ষেপ । ভাল লাগিল। জা জুৱালি সকলে জ্ঞান লোৱা উচিত তেওঁলোকৰ পৰা।
@khaninsingha7937
@khaninsingha7937 Жыл бұрын
আপোনালোকৰ মিলাপ্ৰীতি দেখি বহুত ভাল লাগিল । আগবাঢ়ি যোৱা । শুভকামনা যাচিলোঁ । বঙাইগাঁও ৰ পৰা । কেতিয়াবা গ'লে খাবলৈ নিশ্চয় সোমাম ।
@ashutdutta2698
@ashutdutta2698 Жыл бұрын
আপোনালোক সদায় এনেদৰে মিলি থাকিব । ভাল লাগিল আপোনালোকৰ বিষয়ে জানি ।
@dipanwitasarma6353
@dipanwitasarma6353 Жыл бұрын
আপোনালোক সমাজৰ বাবে আদৰ্শ। খুব ভাল লাগিল। আদৰ্শ পৰিয়ালৰ আদৰ্শ বোৱাৰী।❤️❤️❤️। আপোনালোকৰ প্ৰতি মৰম, আশীৰ্বাদ আৰু শহুৰ ,শাহুৰ প্ৰতি সন্মান যাচিছো 🙏🙏
@ritupanbaruah909
@ritupanbaruah909 Жыл бұрын
🎉❤ বহুত সুন্দৰ কাম কৰিছে ভগবানে সহায় কৰক 🙏🌟👌👌
@kamlerabha4028
@kamlerabha4028 Жыл бұрын
আপোনালোকৰ মিলাপৃতী সদায় অটুট থাকক।তাৰেই কামনা কৰিলোঁ
@meghaleebora548
@meghaleebora548 Жыл бұрын
বৰ সুন্দৰ।কামৰ সৰু বৰ নাই। বহুত পবিত্ৰ কাম কৰিছে। অহাৰ খুৱা তো এটা মহৎ কাম। আগবাঢ়ি যাওক আৰু সফল হ ওখ।❤ শুভেচ্ছা থাকিল।
@nazmulislam6287
@nazmulislam6287 Жыл бұрын
অতি সুন্দৰ,,,, সকলো সদস্য সকলক অশেষ ধন্যবাদ,,,,
@biplabroktim1210
@biplabroktim1210 Жыл бұрын
আপোনালোকৰ ইমান মিলা প্ৰীতি দেখি বহুত ভাল লাগিল...বাকী পৰিয়াল বোৰো যদি এনেকৈ মিলি থাকিলে হেঁতেন.... সঁচা কথা কবলৈ গলে 99% জা- জুৱালীৰ কেতিয়াও মিল নহয় ..... এনেকৈ এ আগবাঢ়ি যাওক সদায় পৰিয়ালতো একেলগে আৰু সুখত থাকক তাকেই কামনা কৰিছোঁ ...আপোনালোক বেলেগৰ বাবে আদর্শ স্বৰূপ...গুৱাহাটী যোৱা হলে নিশ্চয় সোমাম ❤❤
@dipaliborthakur3814
@dipaliborthakur3814 2 ай бұрын
যৌথ পৰিয়াল আজি-কালি দেখা নেযায় ।আপোনালোকৰ একতাৰ বান্ধোন সদায় অটুত থাকক ।গঢ়িতোলা ব্যৱসায়টোৰ কাৰনে শুভকামনা যাচিছো ।🙏🙏🙏 ।
@pranabthkuria9476
@pranabthkuria9476 2 ай бұрын
মোৰ আপোনালোকক চাই ভাল লাগিল । বহু ধন পইচা উপাৰ্জন কৰিৱ পাৰে কিন্তু এনে এখন ঘৰ লাগতে ঘৰৰ পৰিবেশ তাৰোপৰি এনে এখন বিপনি সছাকৈ বৰ ভাল লাগিল। সদায় এইদৰ থাকক ভগবানৰ সেৱা জনালে
@sundeepdas8379
@sundeepdas8379 Жыл бұрын
বহুত ভাল লাগিল। আজিৰ দিনত ইমান মিলা পিৰিতি দেখি ভাল লাগিল। জা কেইগৰাকীৰ মিল দেখি ভাল লাগিল। কিছুমান আকৌ এনে জা ইজনী সেই জনীক দেখিব নোবাৰে আনকি এনেকুৱা ও এজনী জা আনগৰকীক পানী এগিলাছ দিবলৈ তান পায।ভাল লাগিল আপোনা লোকৰ মৰম দেখি সদায় এনেকৈ আগ বাঢি যাওক।
@utpalsarma5173
@utpalsarma5173 Жыл бұрын
পৰিয়ালৰ সকলোলৈকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আপোনলেকে সফলতা লাভ কৰক। আদৰ্শনীয় কাম কৰিছে।
@rubirajkhowa7183
@rubirajkhowa7183 Жыл бұрын
আপোনালোকে যি বনায় দিলেও সোৱাদ হ'ব। ইমান মিলা মিছাকৈ কাম খিনি কৰিছে 😘।
@nandinibarua120
@nandinibarua120 Жыл бұрын
আপোনালোকলৈ শুভেচ্ছা থাকিল। আজিকালি পৰিয়ালৰ আটাইয়ে সহযোগ কৰি কাম কৰা বৰ বিৰল। কিন্তু তেনেকৈ কৰিলে যে আৰ্থিক ভাবে লাভবান হোৱাই নহয় ,মানুহৰ মনত সন্তুষ্টিও আহে, সেইটো আটাইতকৈ ডাঙৰ কথা ।
@amlanjyotibarooah9538
@amlanjyotibarooah9538 Жыл бұрын
প্ৰথম ৰ্বষপূৰ্তিৰ অলেখ শুভেচ্ছা জনালো! আপোনালোকৰ মিলাপ্ৰীতিবোৰ, সাহস ও কৰ্মনিষ্ঠা অন্য পৰিয়ালৰ বাবেও আৰ্দশ হওক। জয় আই অসম।।
@nabakantakutum4186
@nabakantakutum4186 Жыл бұрын
সুন্দৰ হৈছে আৰু আগুৱাই যোৱা ।
@user-bp7wl9xo5l
@user-bp7wl9xo5l 5 күн бұрын
বা তোমালোকৰ কলপাটত দিয়া খাৰলী।ভাল লাগিছে বা তোমালোক আগুৱাই জোৱা।❤❤❤❤❤
@gitamonihazarika5059
@gitamonihazarika5059 Жыл бұрын
প্ৰথমেই মই তোমালোক তিনিও জনিলৈ বহুত অভিনন্দন জনাই চো লগতে তোমালোকৰ মকামিলা দেখি বহুত ভাল লাগিল আজিৰ দিনত এনেকুৱা মৰম চেনেহ দেখিবলৈ নুপোৱাই হৈছে লগতে তোমালোক Lucky eman val sobur sahu paisa
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
চব ভাল লাগিল কিন্তু অসমীয়া কথাৰ মাজে মাজে ইংৰাজী কোৱাতহে বেয়া লাগিল ।
@mukibulhussain2622
@mukibulhussain2622 Жыл бұрын
গুৱাহাটিত আহিলে নিশ্চয় আপোনালোকৰ তাত এসাঁজ খাম সচাঁই অতি সুন্দৰ পদক্ষেপ আৰু আগুৱাই যাওঁক
@labanyakonwar1575
@labanyakonwar1575 Жыл бұрын
আজিৰ দিনত যৌথ পৰিয়ালত এনে মিলাপ্ৰীতি দেখি খুব ভাল লাগিল। 1 এই প্ৰীতিি অটুট থাকক।
@dambaru660
@dambaru660 Жыл бұрын
আচলতে গোটেই পৰিয়াল টোৱেই বৰ ভাগ্য বান। কেতিয়াবা সুবিধা পালে এসাজ ভোগ কৰিম নিশ্চয়। আটাই কেইগৰাকী সহোদৰী যেন লাগিছে। শুভেচ্ছা থাকিল।
@pravachutia931
@pravachutia931 Жыл бұрын
বহুত আদৰ্শ বান পৰিয়াল ।আশীৰ্বাদ থাকিল ।ধন্যবাদ ।
@ripulbora
@ripulbora Күн бұрын
আপোনালোক ক লৈ বহুত আশি বাদ থাকিল ।
@chandraa5971
@chandraa5971 Жыл бұрын
বা আপোনালোক আমাৰ আদৰ্শ। বহুত বহুত ভাল লাগিল।❤️❤️❤️❤️
@ipsitasarmah6488
@ipsitasarmah6488 Жыл бұрын
সুন্দৰ পদক্ষেপ।আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক
@user-wf2ti5df4t
@user-wf2ti5df4t 7 күн бұрын
nice . unity is the best policy
@anandaramborah6442
@anandaramborah6442 Жыл бұрын
I appreciate, they are example, God bless all of them.
@mrinmoy13
@mrinmoy13 Жыл бұрын
Enekuwa buwarik hezar kouti pronam jonalu... Xosakoi prokrito orthot ontorr pora xonmanr jugya..
@blackwhite8064
@blackwhite8064 Жыл бұрын
Kolli poll
@beautigaro8065
@beautigaro8065 Жыл бұрын
@@blackwhite8064 ýýýýýý1q7
@protimasubadarsubadar8868
@protimasubadarsubadar8868 Жыл бұрын
🙏
@ditimonibhuyan9282
@ditimonibhuyan9282 Жыл бұрын
বৰ ভাল লাগিল জানিব পাৰি।একতাৰ মহান শক্তি তাৰ জয়ন্ত উদাহৰণ।
@arunburagohain3962
@arunburagohain3962 Жыл бұрын
অতি সুন্দৰ নিদৰ্শন। আপোনালোকক ঈশ্বৰে আৰু আগবঢ়াই নিব।
@minudas7981
@minudas7981 Жыл бұрын
আদৰ্শ family। সবেই এনেদৰে কৰিলে অসমীৰ সন্মান বাঢ়িব।
@rumidas9151
@rumidas9151 4 ай бұрын
Good Famaly
@karabikonwarboruah1727
@karabikonwarboruah1727 Жыл бұрын
মই ধেমাজিৰ পৰা চাই আছো । মাৰ্চ মাহত এটা কামত গুৱাহাটীলৈ গৈছিলো । থলুৱা খাদ্য বিচাৰি আমি ( মই আৰু মোৰ লৰা) কলপাতত খাৰলি পাইছিলোগৈ । তাত আপোনালোকৰ ব্যৱহাৰবোৰ ভাল লাগিল আৰু ভাত সাজ বৰ তৃপ্তিৰে খালো । আপোনালোকলৈ শুভেচ্ছা জনালোঁ ।
@gorima153
@gorima153 Жыл бұрын
আদৰ্শ পৰিয়াল। আপোনালোকৰ এই সফলতাই আন অসমীয়া পৰিয়ালৰ আদৰ্শ হওক ।পৰিয়ালটো ভবিষ্যতে আৰু আগুৱাই যাওক আৰু ভগৱানে মংগল কৰক।
@nomitamoran1465
@nomitamoran1465 Жыл бұрын
আপোনালোকৰ মিলাপীতি দেখি বহুত ভাল লাগিল আগলৈ আৰু আগুৱাই যোৱা আজিকালি তেনেকুৱা বোৱাৰী পাবলৈ নাই
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
অতি সুন্দৰ। নিজৰ ভৰিত থিয় দি স্বাৱলম্বী হোৱাতোৱেই সকলোতকৈ ভাল লগা কথা।
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
ভাল লাগিছে। আপোনালোক আদৰ্শ হৈ ৰওক। উপাৰ্জনটোৰ কথা নকওঁ। এইটো যুগত তিনিগৰাকী জা-জোৱলীয়ে মিলিজুলি থাকিব পৰাটোহে মেইন কথা।
@dr.anjansaikia4536
@dr.anjansaikia4536 2 ай бұрын
অসমীয়া তিনিগৰাকী জা-জোৱালী ইমান সুন্দৰ চিন্তা কৰি এক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে, অসমীয়া নাৰীৰ বাবে আহি থকা দিনসমূহত এক আশাৰ বতৰা লৈ আহিছে। তেখেতসকলৰ যাত্ৰা অধিক মনোগ্ৰাহী হওক, সেই আশা কৰি তেখেতসকলৰ Restaurant ত এদিন গুৱাহাটীত আহাৰ গ্ৰহণ কৰা আশাৰে পৰিয়ালটোলৈ মোৰ শ্ৰদ্ধা, শুভ কামনা আৰু শুভেচ্ছা জনালোঁ। ড০ অঞ্জন শইকীয়া অধ্যক্ষ চিনামৰা মহাবিদ্যালয়ৰ চিনামৰা, যোৰহাট -৮
@Borthakur-zv5si
@Borthakur-zv5si 2 ай бұрын
সঁচাই সুন্দৰ নিদৰ্শন 💚
@papuldutta9971
@papuldutta9971 Жыл бұрын
অতি সুন্দৰ এনেকৈ মিলি থাকক ।আজী কালি এনেকৈ মিলি থকা কমই আছে।
@lovetravelling..4702
@lovetravelling..4702 Жыл бұрын
Enokua family ajir dinot khub rare..bhal lagil..Go ahead..
@mamonisaikia39
@mamonisaikia39 Жыл бұрын
জাম দৈ খাবলৈ সদায়বিচাৰিছিলো অসমীয়া খানাৰ খানা ভাল লাগিল নিশ্চয়ই। জাম
@sibaninath8483
@sibaninath8483 Жыл бұрын
আৰু আগুৱাই যাওক আপোনালোক। শুভেচ্ছা থাকিল
@pradipkalita4182
@pradipkalita4182 Жыл бұрын
আপোনালোকক কি বুলি ক'ম কোনো ভাষা নাই। বহুত ভাল লাগিল বাতৰিতো চাই,
@Jun-pu7dp
@Jun-pu7dp Жыл бұрын
Excellent grand salute all the family
@hridayranjanpathak8769
@hridayranjanpathak8769 Ай бұрын
Baidao aponalok or Mila prity dekhi bahut vl lagil god bless you
@santiprovaboruah1844
@santiprovaboruah1844 2 ай бұрын
বহুত বহুত বহুত অন্তৰ পৰা আশিবাদ দিছো
@mondirabaruah5414
@mondirabaruah5414 Жыл бұрын
বহুত ভাল লাগিছে ইমান মিলিজুলি আছে । ধন্যবাদ।
@nayangogoinayangogoi4750
@nayangogoinayangogoi4750 Жыл бұрын
আগুৱাই জোৱা শুভেচ্ছা থাকিল।
@uttammozumder5475
@uttammozumder5475 Жыл бұрын
পৰিয়ালটি সকলোৰে আদৰ্শ হৈ ৰওঁক।বৰ ভাল লাগিল🙏
@jayantagogoi271
@jayantagogoi271 Жыл бұрын
ভাল লাগিল আৰু অসমীয়া বোৱাৰী সকল ওলাই আহক
@jurigohain1184
@jurigohain1184 Жыл бұрын
খুব সুন্দৰ....... একতাৰে আগবাঢ়ি যাওঁক।
@gareebmotivator1507
@gareebmotivator1507 Жыл бұрын
আজিৰ দিনত জাজুৱলি এনেকৈ মিলি থকাটো বহুত ভাল লাগিল আৰু আগুৱাই যাওক
@shakeandbreak4842
@shakeandbreak4842 Жыл бұрын
বৰ ভাল হৈছে দেই👍👍আৰু আগবাঢ়ি যাওক।
@user-ed8ym6js7c
@user-ed8ym6js7c 12 күн бұрын
ইমান ধৃনিয়াকৈ আছে বহুত ভাল লাগিছে
@iqbalsaikia3003
@iqbalsaikia3003 Жыл бұрын
Best of luck to all respected baideus.United we stand, divided we fall.
@dnjlovelove5998
@dnjlovelove5998 Жыл бұрын
ভাল লাগিল আপোনালোকক ...আগবাঢ়ি যাওঁক আৰু...😍😍😍
@sagarikaborpujari6238
@sagarikaborpujari6238 2 ай бұрын
বৰ ভাল লাগিল দেখি❤ বহুত শুভ কামনা জনালোঁ, নিশ্চয় যাম
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
অতি সুন্দৰ পদক্ষেপ।
@aamarjibonbhumika8075
@aamarjibonbhumika8075 Жыл бұрын
কলপাতৰ খাৰলিত খাই আহিছো। বহুত সুন্দৰ
@sankarchhetri2230
@sankarchhetri2230 Жыл бұрын
Head off fr their confidence level.Main thinks is their millions dollar smiling satisfie faces tells tht really they r happy frm heart.... My best wishes always with such kind of unique family.... They wl inspire a lots of young generation... Take care... Lots of Love❤ frm sollong Kaliabor.
@dhirumorigaon1421
@dhirumorigaon1421 Жыл бұрын
৬ মাহ মানৰ আগতে তাত খাইছিলো। বাইদেউ হ'তৰ ৰন্ধন প্ৰণালী বৰ ধুনীয়া। লগতে চাফ-চিকুন হয়।
@travelzindagiblogs8328
@travelzindagiblogs8328 2 ай бұрын
Bhal lagil , bahia
@padumidaspadumi7183
@padumidaspadumi7183 Жыл бұрын
বহুত ভাল লাগিছে 👍🏼 আগুৱাই যোৱা,, এদিন খাবলৈ ‌যাম 👍🏼👍🏼
@nabanitamedhi3232
@nabanitamedhi3232 Жыл бұрын
আমি ও তিনি জনী জা জলী আমিও লগ হৈ আছো,এজনী এই চিলাই আৰু এজনী পাৰ লাৰ ,এজনী তামোল ❤❤
@binamallick550
@binamallick550 Ай бұрын
বহুত ভাল লাগিল ভিডিও
@babaisto4019
@babaisto4019 Жыл бұрын
আপোনালোক হৈছে সমাজৰ আদৰ্শ ।ভাল লাগিল।
@geetagogoi5551
@geetagogoi5551 Жыл бұрын
সকলোকে ধন্যবাদ জনালো,🙏 সুন্দৰ পদক্ষেপ
@polidas8006
@polidas8006 Ай бұрын
বৰ্তমান সময়ৰ এক বিৰল দৃশ্য ❤
@DilipKalita-gb2fe
@DilipKalita-gb2fe Жыл бұрын
আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল ভাল পৰিযাল দেখি ভাল লাগিল কেতিয়াবা যোৱাৰ আশা থাকিল
@norenchbora6563
@norenchbora6563 Жыл бұрын
।বহুত বহুত ধন্যবাদ জনানে
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Uninic idea. Ultimate concept.🎉 Good step. go ahead way to your journey. All the best wishes to you.Always be positive and happiness.
@monujmanoshborah9388
@monujmanoshborah9388 Жыл бұрын
ভাল লাগিল❤ সদায় এনেদৰে আগবাঢ়ি যাওঁক। ।
@apurbadas4151
@apurbadas4151 Жыл бұрын
গলে নিশ্চয় খাম!! অসমীয়াৰ সাহস আপোনালোক
@ranjitagoswami9243
@ranjitagoswami9243 Жыл бұрын
সচাকৈয়ে বহুত ভাল কাম কৰি আছা, আৰু আগবাঢ়ি যোৱা, শুভেচ্ছা থাকিল, খাবলৈ যাম এদিন
@putulkataki1487
@putulkataki1487 11 ай бұрын
ঈশ্বৰে আপোনালোকক মঙ্গল কৰক । আন আন মহিলা বাবেও প্ৰেৰণাৰ উৎস হওক, তাৰে কামনা কৰিলোঁ ।
@openendjay7666
@openendjay7666 Жыл бұрын
বহুত ভাল
@nizaraborah8999
@nizaraborah8999 2 ай бұрын
সুন্দৰ আৰু আগবাঢ়ি যোৱা
@dibakardas-pu4yi
@dibakardas-pu4yi Жыл бұрын
Val lagil video 2 sai aatma nirvolxilr logote ata adarxah milapriti ase.
@rubihazarika992
@rubihazarika992 Жыл бұрын
খুবেই সুন্দৰ ।
@user-tk6mw1eg5p
@user-tk6mw1eg5p 2 ай бұрын
DHANYABAD VAL LAGIL KHABOLOI GOI ASO
@abhijitborah3183
@abhijitborah3183 25 күн бұрын
Bohut Val hoise. Aji kali anykoi mila bohut tan
@LAKHIPRASADSAIKIA-ye8ph
@LAKHIPRASADSAIKIA-ye8ph 2 ай бұрын
বৰা দা, বহুত ভাল লাগিল। আমি আপুনি গম নোপোৱাকৈ খাই আহিলো ।
@dipanjoliborthakur
@dipanjoliborthakur Жыл бұрын
Agbarhy Jauk ❤❤❤❤❤ Akota. thakile unnoti hoboi
@KaSiYali
@KaSiYali Жыл бұрын
আদৰ্শ পৰিয়াল❤
@binudutta538
@binudutta538 Жыл бұрын
Bohut bhal lagil apulukok
@samimakhtarakhanam4607
@samimakhtarakhanam4607 Жыл бұрын
কথাখিনি শুনি বহুত ভাল লাগিল,গম পাইছে
@bablukoch3410
@bablukoch3410 Жыл бұрын
ভাল লাগিল তিনি গৰাকী একেলগে
@mantuhazarika01
@mantuhazarika01 Жыл бұрын
আপোনালোক আদৰ্শ। আজিৰ পুৰুষ নাৰীয়ে আপোনালোকৰ পৰা শিকিলে সমাজত শান্তি বিয়পিব।
@AnontaDas-bk5ml
@AnontaDas-bk5ml Жыл бұрын
,bohut bohut dhonoya bad jonalu .good bless you
@jabinahmed55
@jabinahmed55 Жыл бұрын
আপোনালোকক শুভ কামনা জনালোঁ। এনেকুৱা পৰিয়াল পাবলৈ টান।🙏
@nirmali.baruah
@nirmali.baruah Жыл бұрын
Happy family ❤️ God bless you 🙏
@utpalendudas675
@utpalendudas675 Жыл бұрын
সদায় এনেকে থাকিব ।
@aradhyakalita4573
@aradhyakalita4573 Жыл бұрын
ভাল লাগিল। আগুৱাই যাওক
Survive 100 Days In Nuclear Bunker, Win $500,000
32:21
MrBeast
Рет қаралды 161 МЛН
天使救了路飞!#天使#小丑#路飞#家庭
00:35
家庭搞笑日记
Рет қаралды 86 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 50 МЛН
Survive 100 Days In Nuclear Bunker, Win $500,000
32:21
MrBeast
Рет қаралды 161 МЛН