True Love | Love Story by RJ Pahi

  Рет қаралды 156,740

Red FM Assamese

Red FM Assamese

2 жыл бұрын

Presenting another love story by RJ Pahi.
Subscribe to the channel for more of such videos.
Send us your love story at the following address in the form of letters.
Address : Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
WE DO NOT ACCEPT IT ON OUR WHATSAPP NO. OR MAIL
এতিয়াৰ পৰা Love story mail অথবা WhatsApp যোগে গ্ৰহণ কৰা নহয়। Love story পঠিয়াবলৈ আপুনি চিঠি লিখি তলত উল্লেখিত ঠিকনাত পোষ্ট কৰক ।
Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
___________________________________________________
Now Enjoy your favorite show on the Red FM India App.
Download NOW: bit.ly/redfmapp
Connect with us at our social media handles
Facebook: / redfmindia
Twitter: / redfmindia
Instagram: / redfmindia
KZfaq: / 935redtv
Telegram: t.me/redfmindia
Clubhouse: www.clubhouse.com/club/red-fm...
Follow your favorite RJ's at: www.redfmindia.in/
Regional Red FM KZfaq Channels -
/ bauaaredfmindia
Follow RJ Pahi :
rjpahi
redfmrjpahi
Follow RJ Mandy :
rjmandys
RedfmRJMandy
Follow RJ Kuldeep :
redfm_rjkuldeep
redfmrjkuldeep

Пікірлер: 396
@dipankarduwarah1691
@dipankarduwarah1691 2 жыл бұрын
পাহী বা love story টো শুনি বহুত ভাল লাগিল,, আৰু এটা কথা এটা কওঁ,, মই এতিয়া মুম্বাই পৰা আপোনাল love story শুনি আছো,, আৰু মোৰ লগৰ কেইটা অসমীয়া ভাষা ভাল দৰে বুলি নাপায় কিন্ত আপোনাৰ love story শুনি বহুত ভাল পায়,, মই সিহঁতক অসমীয়া ভাষাত বুজাই আছো,,আপোনাল Voice টো বহুত ভাল লাগে মোৰ আৰু মোৰ লগৰ কেইটা, ফালৰ পৰা, বহুত বহুত মৰমৰ যাঁচিলো''' 🥰🥰🥰🥰🌺🌺❣ ভবিষ্যতে যদি প্ৰেমত পৰোঁ,, নিশ্চয় আপোনালৈ মোৰ জীৱনৰ love story লিখিম,,, ৰুবি বাইদেউ লৈ মোৰ তৰফৰ পৰা বহুত বহুত মৰম জনালোঁ "" happy family ৰুবি বাইদেউ
@mofizuddin8995
@mofizuddin8995 2 жыл бұрын
I 😴iiiiooo
@lilakantaphukan8978
@lilakantaphukan8978 2 жыл бұрын
Bohut'vl'lagil
@anupamnath7532
@anupamnath7532 2 жыл бұрын
VL LGIL
@papulipayeng-kp8qm
@papulipayeng-kp8qm 2 ай бұрын
👍
@nikynath8445
@nikynath8445 2 жыл бұрын
এনেকুৱা প্ৰেম সচাকৈ অতুলনীয়,,,সুখী থাকক খুড়া আৰু খুড়ী আপোনালোক,,,,
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
আপুনি ভাগ্যৱতী,,,,পাহি বা,,,,,,,, এইটো কাহিনী ৰ বাবে,,,,❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏
@jyotishmangogoi2431
@jyotishmangogoi2431 2 жыл бұрын
নিজান ৰাতি অন্ধকাৰ মাজত headphone লগাই দিনটোৰ দুখ-ভাগৰ পাহৰি পেলাওঁ প্ৰেম কাহিনী বোৰ শুনি । সঁচাকৈ এক বুজাব নোৱাৰা আবেগ জড়িত হৈ আছে। ❤️❤️ ডিব্ৰগড়ৰপৰা মৰম যাছিলোঁ ।
@chilkasaikia8956
@chilkasaikia8956 2 жыл бұрын
Val lage no
@semimsultana891
@semimsultana891 2 жыл бұрын
Sem
@himasrivlog3314
@himasrivlog3314 2 жыл бұрын
Mio sadai xunu
@bobitaschoice9585
@bobitaschoice9585 2 жыл бұрын
From barpeta
@lyricalworldassam992
@lyricalworldassam992 2 жыл бұрын
দিনতোৰ সমস্তবোৰ দূখ ভাগৰ পাহৰি নিজান ৰাতিৰ বুকুত পাহি বাৰ মাতত জীৱনৰ আকৌ এটা প্রেমৰ সংগা 🥰
@Sunsuni785
@Sunsuni785 2 жыл бұрын
❤️❤️
@himasrivlog3314
@himasrivlog3314 2 жыл бұрын
❤️
@sunitabora9086
@sunitabora9086 2 жыл бұрын
❤️
@pampibezbaruah3478
@pampibezbaruah3478 2 жыл бұрын
Ufff😍😍😍 সচাকৈ দেই বিশ্বাসেৰে ভৰা প্ৰেম কাহিনী শুনি বহুত ভাল লাগিছে😊😊
@lovewindproduction4969
@lovewindproduction4969 2 жыл бұрын
O mor bap
@hiteshkalita1842
@hiteshkalita1842 2 жыл бұрын
hii
@prityphukan8440
@prityphukan8440 2 жыл бұрын
এটা সুন্দৰ সন্ধিয়াত হাতত একাপ চাহ লৈ কাণত headphone লগাই পাহী বা ৰ কণ্ঠত এটা মৰম লগা love story শুনাৰ অভিজ্ঞতা যে বেলেগ 😊
@karishmachamuah6510
@karishmachamuah6510 2 жыл бұрын
পাহি বা..তোমাৰ মাতৰ দ্বাৰা চকুৰ আগত ভাঁহি আহিছে ৰুবি বা আৰু ভিনিদেউৰ কাহিনী🌸💞..ইমান মৰম আৰু বিশ্বাস🌚..কাহিনীয়ে ওঠঁৰ হাঁহি আপোনাআপোনি কৈ ওলাই আহিছে🤗🥰..ৰুবি বা হতে বিয়া পাতোতে আমি এই ধৰাৰ লৈ অহাই নাছিলো..😚 ৰুবি বা ঢকুৱাখনাৰ কোনখন গাঁৱৰ হয় কোৱা হ'লে ..এবাৰ লগ পাব পাৰিলো হয়😍..যি কি নহওঁক ঢকুৱাখনাৰ পৰা বহুত মৰম আপোনালোকলৈ.. ❤️😘
@krishnaborah58
@krishnaborah58 2 жыл бұрын
Muru ase ata ধুনীয়া লাভ story☺️লিখিম বুলি ভাবিছোঁ
@statusWorld-kd8rc
@statusWorld-kd8rc 2 жыл бұрын
Muru
@himasrivlog3314
@himasrivlog3314 2 жыл бұрын
Muru
@chandrimadeka1677
@chandrimadeka1677 2 жыл бұрын
Muro joldi lekha
@porismitagogoi2800
@porismitagogoi2800 2 жыл бұрын
মোৰো joldi liha 😊😊 মোৰো love story আছে but bf ya দিব নিদিয়ে,,,,,he কৈছে আমাৰ realtion টো অলপ আগ বাঢ়ি লৱক তাৰ পিছত দিম বুলি
@ritikasharma2002
@ritikasharma2002 2 жыл бұрын
Muru o dada
@culturalassam6586
@culturalassam6586 2 жыл бұрын
আপোনাৰ love story সমূহ শুনি বহুত ভাল লাগে । মন বেয়া লাগিলে এটা শুনিলে বহুত ভাল লাগে।
@momisaikia1384
@momisaikia1384 2 жыл бұрын
ভাল লাগিল ...প্ৰেমত বিশ্বাস থাকিলে সকলো সম্ভৱ হয়
@porismitagogoi2800
@porismitagogoi2800 2 жыл бұрын
ঠিক কৈছা
@plabitanath1332
@plabitanath1332 2 жыл бұрын
পাহি বা , মই আপোনালোকৰ এই অনুষ্ঠানটোৰ অতি নিয়মীয়া শ্ৰোতা । বহুত love story আপোনালোকৰ অনুষ্ঠানটোৰ মাধ্যমেৰে শুনিছো যদিও, বিশেষ কিছুমান কাহিনীয়েহে "প্ৰেম" কি শিকাই !! "মই তাইৰ হৈ পৰিলো" ‐ এই কাহিনীটো আৰু আজিৰ এই কাহিনীটোৰ মাধ্যমেৰে প্ৰেম সম্পৰ্কে থকা ধাৰণা সম্পূৰ্ণ পৃথকৈ নতুন হৈ পৰিছে মোৰ বাবে... !!বহুত ধন্যবাদ যাঁচিলো আপোনাক ☺
@nilutpaltalukdar9591
@nilutpaltalukdar9591 2 жыл бұрын
Real TRUE LOVE ❤️
@simideka6899
@simideka6899 2 жыл бұрын
One of the best love story 🔥🔥❤️❤️
@ranig8125
@ranig8125 2 жыл бұрын
সঁচাকৈয়ে শুনি খুব ভাল লাগিল।।❤️❤️❤️🙈🥀
@sangitadas7392
@sangitadas7392 2 жыл бұрын
Wow lovely story ❤️❤️nd cute মাত তো আপোনাৰ
@sumanmixture3975
@sumanmixture3975 2 жыл бұрын
হাজাৰ হাজাৰ দুখৰ মাজত তোমাৰ love story মোক জীপাল কৰি তুলে
@RAMENRAJBONGSHI
@RAMENRAJBONGSHI 2 жыл бұрын
এনেবোৰ সফল প্ৰেম কাহিনী শুনি সচাকৈ বহুত বহুত ভাল লাগে।।ৰাতি টুপনি নাহিলে কাণত হেডফোন লগাই যেতিয়া আপোনাৰ সুমধুৰ কণ্ঠত এনেকুৱা প্ৰেম কাহিনী বোৰ শুনিবলৈ পাওঁ তেতিয়া গম নোপোৱাকৈ টুপনি আহি যাই আৰু মনটো বহুত ভাল লাগে নতুন কিবা এটা শিকিবলৈ পাওঁ।।❤️ আচলতে আগৰ দিনতেই চাগে ভাল আছিল মোবাইল নাছিল এতিয়াৰ দৰে, চিঠিৰ সৈতে প্ৰেম হৈছিল আৰু বিশ্বাস আছিল। আজিকালি টো মেচেজ টো চাওঁতে ও দেৰি হ'লে কাজিয়া হয় কিছুমানৰ।।
@ankitasonowal6742
@ankitasonowal6742 2 жыл бұрын
Such a beautiful story pahi ba💝❤️ ❤️Pahishan ❤️
@dikshitadas2628
@dikshitadas2628 2 жыл бұрын
🌚+ 🌧️+ 🎧Rj pahi Love story=❤️🥺
@bitughosh2277
@bitughosh2277 2 жыл бұрын
Pahi bar voice tu juiii
@taposhihajong3303
@taposhihajong3303 2 жыл бұрын
This is so beautiful... ❤️❤️
@richakalita1538
@richakalita1538 2 жыл бұрын
Love this story.❤️ May God bless you both. Blessed to hear this story.❤️
@papulipegu8162
@papulipegu8162 2 жыл бұрын
Melodious voice ❣️❣️
@rupammoni1017
@rupammoni1017 2 жыл бұрын
সচাই বহুত ভাল লাগিল পাহী বা it's a really inspired love story 💕
@mitrachetry2335
@mitrachetry2335 2 жыл бұрын
Real story ye khadai heart touching kare
@chimpimedhi2738
@chimpimedhi2738 2 жыл бұрын
শুনি বহুত ভাল লাগিল 💓 নগাঁও
@sangitagogoi5240
@sangitagogoi5240 2 жыл бұрын
Awwww God bless you both Rubi Ba 🥰🥰😘😘
@Sunsuni785
@Sunsuni785 2 жыл бұрын
উফফ দুভাগ নিশা কাণত হেডফোন আৰু আনফালে তোমাৰ কন্ঠত এনে এটি প্ৰেম কাহিনীয়ে পুনৰ শিকাই থৈ গল যে ভালপোৱা জন চকুৰ আগত থাকক বা আৰঁত, হৃদয়ত মাথো তেওঁ থাকিব লাগিব বিশ্বাসৰ ডোলেৰে ❤️❤️❤️💞💞💞ৰুবি বা আৰু ৰক্তিম ভিনদেউলৈ বহুত মৰম ❣️🌺❣️
@porismitagogoi2800
@porismitagogoi2800 2 жыл бұрын
মোৰ হিদয়ত আছে
@Sunsuni785
@Sunsuni785 2 жыл бұрын
@@porismitagogoi2800 😊❤️
@joyshreegogoi5283
@joyshreegogoi5283 2 жыл бұрын
Wowww mojja lagil true love.. love from Dibrugarh
@nikibharadwaj3955
@nikibharadwaj3955 2 жыл бұрын
Love story Tu bohut vl lagise❤
@deepshikhaphukon4073
@deepshikhaphukon4073 2 жыл бұрын
বহুত ভাল লাগিল
@ruksanvlogs1447
@ruksanvlogs1447 2 жыл бұрын
Ba mur kanot headphones 🎧... Aru olpe olpe borukhon gorot kunu ni..... Tar majot apunar voice sot love Story.... Happy feeling ba..... Love you ba.... ❤❤❤❤😊😊😊😇😇😇
@allcategory6204
@allcategory6204 2 жыл бұрын
Pahi bar matot story bur aru dhuniya hoi pore😍❤️😌
@pahi_yt
@pahi_yt 2 жыл бұрын
Bohut dinor pisot apunar videotu sai montu val lagil❤️❤️❤️
@madhusmitabora7942
@madhusmitabora7942 2 жыл бұрын
Xosakoi bohut vl lgil story2 ❤️❤️😍😍
@pras_tuti
@pras_tuti 2 жыл бұрын
Bhut vl lgile 💕💕💕 Bhut morom pahi Baa 💖😍🔥💖
@dipaligogoi433
@dipaligogoi433 Жыл бұрын
❤️❤️One of the best lovestory 💞💞
@Gitasree204
@Gitasree204 2 жыл бұрын
Bohut dinor pisot eta dhuniya love story xunilu bohut vl lagil ❤❤❤❤love you pahi baa 😘😘love from guwahati ❤aru xunkale eta dhuniya love story xunibole pam buli axa thakil
@amritrabha9509
@amritrabha9509 9 ай бұрын
সচাঁই পাহি বা বহুত বহুত ভাল লাগিল lovely voice❤😍💐
@babluhussain8332
@babluhussain8332 2 жыл бұрын
Pahi baa love story tu বহুত ভাল লাগিছে
@DPD2729
@DPD2729 2 жыл бұрын
This is the Best love story❤
@tulyataidvlogs76
@tulyataidvlogs76 2 жыл бұрын
Story tu huni bohut vl lgil aru apunar voice tu otuloniyo pahi baa ❤️ Love from Dhakuakhana ❤️
@dhunisaikia2590
@dhunisaikia2590 7 ай бұрын
অনবৰতে KZfaq love story সুনি থাকো, বহুত ভাল লাগে ❤❤
@misingmimagajon7249
@misingmimagajon7249 2 жыл бұрын
মৰম থাকিল আগলৈকে উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ ৰুবী বা আৰু পাহি বাক 🥰🥰🥰
@karanmandal9829
@karanmandal9829 2 жыл бұрын
ভাল লাগিল শুনি কাহিনীটো
@dalimirabha4333
@dalimirabha4333 Жыл бұрын
bht Vl lgil story to hni phi baa...! ❤️❤️❤️
@banditadevi9602
@banditadevi9602 2 жыл бұрын
বহুত ভাল লাগিল পাহী বা 😊
@lizaverma4019
@lizaverma4019 2 жыл бұрын
Amazing 😍
@ezazahmed7568
@ezazahmed7568 Жыл бұрын
This is really true love ❤️
@swgwmtravels
@swgwmtravels 2 жыл бұрын
That is called true love 🥰🥰
@tunap5406
@tunap5406 2 жыл бұрын
Hsae kisuman love story huni bhut vl lge mnt2 aru kisumane bhut khuwaii....
@yashu3488
@yashu3488 2 жыл бұрын
bohut dhuniya 🌚❤️
@prity387
@prity387 2 жыл бұрын
Xosakoi story bor pahi baa r mat t khuni bohut val lage 👍🥰🙏
@jeherulislam5722
@jeherulislam5722 2 жыл бұрын
Mozzah lagse theme to pahi ba
@PujaKardong1234
@PujaKardong1234 2 жыл бұрын
Wow bhut vl lgil ba story2 xuni❤❤❤
@jituhandique4629
@jituhandique4629 Жыл бұрын
Bohut vl lagil xuni ❣️♥
@anamikarabha5477
@anamikarabha5477 2 жыл бұрын
True love story ❤️❤️❤️❤️
@ranturabha7719
@ranturabha7719 2 жыл бұрын
Buhut val lagil pahi baa love story tu huni...🥰🥰
@barnalidas6271
@barnalidas6271 2 жыл бұрын
Pahi ba mur ma deuta r o biya huwa 20 year hl , rubi baa r o lora sowali sage mur xoman a hoise .... Vabile hahi uthe pahi ba kijani rubi baa r lora sowali a o aji mak deutak r love story xuni ase ........ 😌
@dipjyotidas5366
@dipjyotidas5366 2 жыл бұрын
O Hoise Kijan No Barnali
@user-fb3vq3gz5w
@user-fb3vq3gz5w 2 жыл бұрын
সচাঁ ভাল পোৱা মৰম মইও বিচাৰো কিন্তু সেই জন মানুহ আজি লৈ বিচাৰি নাপালো ।। এদিন নহয় এদিন আহিব অপেক্ষা কৰো😁
@priyanka-vu3oq
@priyanka-vu3oq 2 жыл бұрын
nisOi Log pabi 👍
@dipjyotidas5366
@dipjyotidas5366 2 жыл бұрын
Asu Tu moy oh kolija
@dipjyotidas5366
@dipjyotidas5366 2 жыл бұрын
@@user-fb3vq3gz5w Hobo Gatay Kibahor Seni
@user-gr3qq5np4f
@user-gr3qq5np4f 2 жыл бұрын
Wow❤️
@papuliburagohain7053
@papuliburagohain7053 2 жыл бұрын
Bohut vl lagil😊😊
@Hemkanta270
@Hemkanta270 2 жыл бұрын
সচাই বহুত ভাল লাগিল আগলৈকে মৰম থাকিল লখিমপুৰ,ঢখুৱাখনাৰ পৰা💓💓💓
@chirajboruah3060
@chirajboruah3060 2 жыл бұрын
Hi... মই ধেমাজি ৰ পৰা কৈছো.
@simashrisahariah5080
@simashrisahariah5080 2 жыл бұрын
খুব ধুনীয়া কাহিনী..
@nurulhaque331
@nurulhaque331 2 жыл бұрын
Love story শুনি বহুত ভাল লাগিল
@kashyabhazarika5323
@kashyabhazarika5323 2 жыл бұрын
Nice story pahi baa 😇🥰🥰
@prahladdas5061
@prahladdas5061 2 жыл бұрын
So sweet 🥰💞❤️❣️😍 story.
@user-oo9jo2pw6q
@user-oo9jo2pw6q 2 жыл бұрын
বহুত ভাল লাগিল পাহি বা ❤😍
@rajagamingyt7749
@rajagamingyt7749 Жыл бұрын
One of the best love story 😍😍😍
@BijoyDas-ub4bh
@BijoyDas-ub4bh Жыл бұрын
Dhuniya lgise
@vreegudekavlog4773
@vreegudekavlog4773 2 жыл бұрын
Nice Pahi Ba Love From Mangaldoi ❣️❣️❣️
@husnabegum9023
@husnabegum9023 4 ай бұрын
wow ❤❤xosa huni bohut vl lagil da ....pahi baa❤❤❤❤apuna luk hukhi hok
@probinsaikia9222
@probinsaikia9222 2 жыл бұрын
Bht dhunia lagil xuni 💖
@poligohain5589
@poligohain5589 2 жыл бұрын
Dhuniya lagil
@rajsarmah4489
@rajsarmah4489 2 жыл бұрын
Pahi ba apunar mat tu God gift ❤️🌸
@goutamas323
@goutamas323 2 жыл бұрын
Pahi baa kobo nuaru...bht dukhor majotu hukh bisari paw..love u pahi baa
@Pahivlogs7
@Pahivlogs7 2 жыл бұрын
ধন্যবাদ ৰুবী বা তোমাৰ love story টোৰ পৰা বহুত শিকিলো... তোমাৰ love story য়ে আমাৰ সম্পৰ্কটো মজবুত কৰি তোলিছে....। নাজানোঁ পাহি বা মই ভূল কৰিছোঁ নে সঠিক কৰিছোঁ মই যাক ভাল পাওঁ তেওঁৰ নিজৰ বুলি কবলৈ কোনো নাই মা- দেউতাক সৰুতেই হেৰুৱালে পৰিয়ালৰ লোকেও তেওঁ ক অকলশৰীয়া কৰি দিলে ..😢😢।। আমি আজিলৈকে সন্মুখত লগ পোৱা নাই ।। বিশ্বাসৰ ওপৰতে আমাৰ সম্পৰ্কটো জীয়াই ৰাখিছোঁ।। ভয়ো লাগে কেতিয়াবা।। বিয়াৰ কথা চলি আছে হয়তো এইবাৰ পূজাত হ'ব।। 😊😊 . ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ তেওঁ সদায় সুখত থাকক ভালে থাকক ।।সৰুতে পোৱা কষ্টবোৰ যেন তেওঁ আৰু নাপায় ....।।💖💖❤️
@dipjyotidas5366
@dipjyotidas5366 2 жыл бұрын
Issss Hopalagi Tu mr
@minumagar5153
@minumagar5153 7 ай бұрын
Same muru ake eyo akolkhoriya 17 to 23 ...bartaman job kore♥
@kabitarajkumari4865
@kabitarajkumari4865 2 жыл бұрын
খুবেই সুন্দৰ
@pinkisaikia660
@pinkisaikia660 2 жыл бұрын
Wow amazing love story 🌸🌸🌸
@junndaxx2835
@junndaxx2835 2 жыл бұрын
Bohut bohut val lagil love story to xuni ,
@Foods353
@Foods353 2 жыл бұрын
Bhut val lagil story tu huni😍
@priyankabaishya1997
@priyankabaishya1997 2 жыл бұрын
Bohut vl lagil ❤️
@RahulDas-mc6lo
@RahulDas-mc6lo 2 жыл бұрын
Bohut val lagil Baa story tu ♥️
@nitupandowarah6478
@nitupandowarah6478 2 жыл бұрын
মৰমৰ পাহী বা'লৈ বহুত বহুত শুভকামনা থাকিল লগতে বা'ৰ দীৰ্ঘায়ু আৰু সুস্বাহ্য কামনা কৰিছোঁ । শেষত পাহী বা'লৈ মোৰ এটাই অনুৰুধ মই মোৰ Love Story কেনেকৈ পথাম অকনমান কৈ দিলে মই সুখী অনুভৱ কৰিলোঁ হয় । ধন্যবাদ ।
@dipjyotidas5366
@dipjyotidas5366 2 жыл бұрын
Adress Diya Ase Description t Sai Lowa
@rajchoudery7151
@rajchoudery7151 2 жыл бұрын
Hosa ktha agor vll pwa aru etiya vll bohut pathoke ase vll lagile love story huni pahi ba apunar voice bohut dhuniya
@manalishadas2421
@manalishadas2421 9 ай бұрын
Awwwwww❤it's so beautiful love story Uncle & Aunty ❤
@ankuritamaina9644
@ankuritamaina9644 2 жыл бұрын
Such a beautiful Story ❤❤❤🥰
@bontisaikia9768
@bontisaikia9768 2 жыл бұрын
True love is very beautiful story pahi
@rashmidas8922
@rashmidas8922 2 жыл бұрын
Bohut vl lagil love story to huni ❤❤😘
@Army_boy_radhe_
@Army_boy_radhe_ 2 жыл бұрын
Nice...story....
@bktv5931
@bktv5931 2 жыл бұрын
শুনি আছোঁ দেই....!
@mrmirajraider841
@mrmirajraider841 2 жыл бұрын
Hi mojaa
@sunnyaxom
@sunnyaxom Жыл бұрын
True love 💕 xuni bhut val lagil pahi ba ❤premot anekoi succes hle bhut val lage
@fhaguniswargiary3994
@fhaguniswargiary3994 2 жыл бұрын
Bohod bhal lagil pahi ba mam
@silentkiller1849
@silentkiller1849 2 жыл бұрын
Bahh, kiya jindagi ha এ মৰম যেন চিৰযুগমীয়া
@kaberigogoi5248
@kaberigogoi5248 2 жыл бұрын
Bhout vl lagil ooo..
@arpitagowala8254
@arpitagowala8254 2 жыл бұрын
Tumr voice bohut dhuniya pahi baa. Tumr love story bohut huni bohut val lage ❤️❤️❤️
@Deep99M
@Deep99M 2 жыл бұрын
1997 uf 😍💝❣️
@ezazahmed7568
@ezazahmed7568 Жыл бұрын
Feel the story ❣️❣️
@rimpegogoi5307
@rimpegogoi5307 2 жыл бұрын
Bohut vl Lage ba 2mar voice2 ❤️❤️
@abhijitgogoi9439
@abhijitgogoi9439 2 жыл бұрын
Bohut vl lgil story 2 huni
@pranjalgogoi955
@pranjalgogoi955 2 жыл бұрын
Bohot vl lagil baa love story Tu huni ❤❤💖💖
MY LOVE IS NOT FOR YOU || LOVE STORY BY RJ PAHI
23:55
Red FM Assamese
Рет қаралды 155 М.
A STORY BEYOND LOVE | Love Story by RJ pahi
28:27
Red FM Assamese
Рет қаралды 250 М.
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 31 МЛН
small vs big hoop #tiktok
00:12
Анастасия Тарасова
Рет қаралды 34 МЛН
Incredible magic 🤯✨
00:53
America's Got Talent
Рет қаралды 36 МЛН
Khó thế mà cũng làm được || How did the police do that? #shorts
01:00
শব্দবিহীন || REDFM LOVE STORY BY RJ PAHI
26:36
Red FM Assamese
Рет қаралды 129 М.
ANURAG MATHU TUMALE | Love Story | RJ Pahi
29:30
Red FM Assamese
Рет қаралды 134 М.
THANK YOU || REDFM LOVE STORY BY RJ PAHI
22:22
Red FM Assamese
Рет қаралды 83 М.
MOI TAIR HOI PORILU | RJ PAHI | RED FM LOVESTORY
21:14
Red FM Assamese
Рет қаралды 161 М.
MUR ONTOHIN THIKONA MATHU TUMIYE | RJ PAHI | LOVE STORY
27:58
Red FM Assamese
Рет қаралды 161 М.
I AM YOURS FOR EVER | Love Story by RJ Pahi
24:13
Red FM India
Рет қаралды 554 М.
MOROM BHALPUA | Love Story | RJ Pahi
25:12
Red FM Assamese
Рет қаралды 168 М.
RED FM_ASSAMESE || LOVE STORY_//_CHANGING PHASES OF LOVE || BY_RJ PAHI
36:08
RED FM ASSAMESE RJ PAHI
Рет қаралды 131 М.
ITS TRUE | Love Story by RJ Pahi
16:33
Red FM India
Рет қаралды 250 М.
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 31 МЛН