No video

Tumi Je Abhimani - Web Film | Pinkal Pratyush | Diganggana Bora | Javed | Violina | Anamika Films

  Рет қаралды 3,596,380

Pinkal Pratyush

Pinkal Pratyush

Күн бұрын

আমাৰ প্ৰতিটো কামতেই আমাক সহায় সহযোগ কৰা আমাৰ পৰিয়ালৰ অতি মৰমৰ সদস্য আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱা প্ৰয়াত “শিবু গৰাইত’’ ৰ সো৺ৱৰণত আমাৰ এই ছবিখন উৎসৰ্গিত কৰিলো 🙏 ঔম শান্তি🙏
VIDEO CREDITS ~
Strarring : Pinkal Pratyush & Diganggana Bora
Co-starring: Javed Akhtar & Violina Deka
Story & Concept : Pinkal Pratyush
Screen-play/Dialogue/Directed by: Kishor Baruah
Guest Artist: Vidya Rao
Asst. Director: Thomas Rajkhowa & Lachit
Make-up Artist: Priyasri, Archana, Juvashni Bora,Haima,Bablu
Cinematography : Baidurjya Senapoti & Apuraj Gogoi
DI: Baidurjya Senapoti
Editing: Pinkal Pratyush & Thomas Rajkhowa (Cineplex Picture)
Drone: Thomas Rajkhowa & Apuraj Gogoi
Choreography: Apuraj Gogoi (Morome Morom Bisare)
Thomas Rajkhowa (Kiman Morom Tumale)
Supporting Cast : RJ Pallavi, RJ Gaurav,Apuraj Gogoi, Mayur Saikia, Thomas Rajkhowa, Dimi Sonowal, Priyasri, Pranjit Kush,Sailaja Nanda Khanikar,ParagJyoti Dutta
Produced By : Anamika Films
Co - Produced By : Sailaja Nanda Khanikar
Video Studio : Cineplex Pictures
Gfx: Studio Anamika
Dubbing Artist: Ragini Kaushik
AUDIO CREDITS ~
Song (Morome Morom Bisare)
Singer: Mizzu Mirzanoor &Aakangkhya Das
Lyrics: Kishor Baruah & Punam Nath
Song (Kiman Morom Tumale)
Singer: Prihan Pradeepta
Additional Vocal :Namrata Priyam
Lyrics: Kishor Boruah
Additional Lyrics: Tapan Sonowal, Pari Borgohain
Music Director : Pinkal Pratyush
Audio Studio : Studio Anamika,ghy
Media & Entertainment Partner ~
Radio Mirchi (Guwahati)
Location Partner ~
Caffeine Park (Rukmini Gaon,Ghy)
Fortune Convention Center (Sixmile,Vip Road)
Urban Cottage (Jayanagar)
Promotional Partner ~
Reels Axomiya
Special Thanks
Rajashree Das, Samar Baruah,Rohit Sharma (Ene Olp G3),Rakesh Reeyan, Apuraj Gogoi,Dhanjit Haloi, Bitumoni, Bitupon

Пікірлер: 6 700
@PinkalPratyush
@PinkalPratyush 2 жыл бұрын
Thank you for being so supportive, means a lot. To keep an eye for my recent updates do follow my Instagram ID - instagram.com/pinkal_pratyush?igshid=73m2h4o0iv0
@__w4r.m4chin3__
@__w4r.m4chin3__ 2 жыл бұрын
❤️📌🌿moja lagise
@hiranyaborah547
@hiranyaborah547 2 жыл бұрын
বহুত দুষ লাগিলে 😭😭😭💔💔
@barnalidas491
@barnalidas491 2 жыл бұрын
❤️🥺
@voiceassam4134
@voiceassam4134 2 жыл бұрын
kzfaq.info0C5HMJK6Msg?feature=share
@Zzfact12
@Zzfact12 2 жыл бұрын
Soku pani uliai hai arila bro🤧🤧☹️☹️
@NitulDadhara
@NitulDadhara 2 жыл бұрын
খুব ধুনীয়া হৈছে ❤️ অসমীয়া ভাষাটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰা বাবে বেছি ভাল লাগে ❤️❤️
@farhanazsereen7699
@farhanazsereen7699 2 жыл бұрын
kzfaq.info/get/bejne/j7hxjZt5sb3Reps.html
@_ttfccc_
@_ttfccc_ 2 жыл бұрын
U. kzfaq.info/get/bejne/eal9m9dzqs68lac.html
@topsuld11gamingchannel55
@topsuld11gamingchannel55 2 жыл бұрын
kzfaq.info/get/bejne/f7RgrcqYztSzYZc.html
@nibirpathan8045
@nibirpathan8045 2 жыл бұрын
Which country's language is this?
@ruliborah5908
@ruliborah5908 2 жыл бұрын
@@nibirpathan8045 Assam
@AD_Official600
@AD_Official600 2 ай бұрын
২০২৪ ত কোনে কোনে চাইচাগে ❤❤❤
@Deepaxom
@Deepaxom Ай бұрын
Traint Sai asu gujrat journey .
@AnjuSarkar-gu1rc
@AnjuSarkar-gu1rc Ай бұрын
Moi dubar koi salu ai movie khon ... First ketia saisu mont nai mr
@Lipikasaikia123
@Lipikasaikia123 Ай бұрын
Moi
@bikashrabha7299
@bikashrabha7299 19 күн бұрын
Moi
@Dipankarmedhi877
@Dipankarmedhi877 19 күн бұрын
Bhut bar salo
@sonmoni5573
@sonmoni5573 Жыл бұрын
প্ৰতিটো শব্দই হৃদয় চুই গল। কবলৈ ভাষা নাই। বহুত বেছি ভাল লাগিল ❤️❤️
@diplinashorts
@diplinashorts 2 жыл бұрын
প্ৰেম ৰ কিমান গভীৰতালৈ সোমাই গলে পৃংকল দাৰ দৰে এজনে এখন চুটি কথাছবি, ইমান নিখুঁত অভিনয় কৰিব পাৰে অ???❤️❤️
@ashimsvlogs7812
@ashimsvlogs7812 2 жыл бұрын
চকুপানী ওলাই গ'ল বুজাব নোৱাৰা অনুভৱ। প্ৰেম ভালপোৱা বন্ধুত্ব এইবোৰ জীৱনত লাগে। এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️
@aponarbandhobimadhusmita8721
@aponarbandhobimadhusmita8721 2 жыл бұрын
Xochakoi
@anamikadas2214
@anamikadas2214 2 жыл бұрын
Right
@dikshitapatowary2024
@dikshitapatowary2024 2 жыл бұрын
Xosake 🥺
@khalilurrahman9065
@khalilurrahman9065 2 жыл бұрын
Right
@mainudeori
@mainudeori 17 күн бұрын
yesss আধৰুৱা
@prastutikalita7924
@prastutikalita7924 2 жыл бұрын
প্ৰেম, ভালপোৱা, বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️ এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️ বহুত ভাল লাগিল এই কাহিনীটো 😍🥰
@Nur_____376
@Nur_____376 Жыл бұрын
প্ৰেমৰ এক হৃদয়ঙ্গম ছবি 😩❤️ সঁচাই,ভালপোৱা সকলোৰে জীৱনত নাথাকে🥲 ভালপোৱাজন লগত নাথাকিলে জীৱন অস্থিৰ যিমান মানুহ লগত থাকিলেও ভালপোৱা মানুহজন লগত নাথাকিলে চাৰিওফালে মাথো নিসংগতাই আৱৰি থাকে😐😩😭
@DigantaDas-he1dp
@DigantaDas-he1dp Жыл бұрын
666666666666v
@pranitadeka2032
@pranitadeka2032 2 жыл бұрын
প্রতিটো শব্দই মন চুই গ'ল.. কবলৈ যেন উপযুক্ত শব্দই বিচাৰি পোৱা নাই ❤❤🥺 ... নাপাই হেৰুৱাতকৈ পাই হেৰুৱাৰ বেদনা অধিক কষ্টদায়ক 🥺❤
@diabarua7188
@diabarua7188 2 жыл бұрын
অন্তত থমকি ৰৈ গলো। সচাঁই ভালপোৱাত অভিমান থাকেই তথাপিও অভিমান ভাঙি জীবনটো সদায় উপভোগ কৰাটোৱেই মনত বহুত সুখ দিয়ে। সুন্দৰ কাহিনী 😔❤
@rjjintu9583
@rjjintu9583 2 жыл бұрын
কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গম এই নাপালোঁ মাঠু মনত ভয় লাগিছে কাৰোবাক হেৰুৱাৰ বেদনাৰ অনুভৱ 🥺🥺🥺
@dhrubajyotirajkonwar1046
@dhrubajyotirajkonwar1046 2 жыл бұрын
অতি সুন্দৰ উপস্থাপন।
@dhritiman_achurjya
@dhritiman_achurjya 2 жыл бұрын
Xosa koisa tme dada.... Bhut voy lagisil ata muhurtot....
@dhritiman_achurjya
@dhritiman_achurjya 2 жыл бұрын
Story Tu anekuwa lagil je... Kijaniba nijor logt a hoi ase..... Bhut bhut bhut vl lagil story Tu sai.... Akha thaki agoli anekuwa aru dhuniya dhuniya story pm buli dada.... God bless you
@kamalanchari502
@kamalanchari502 2 жыл бұрын
🥺🥺
@jituz3886
@jituz3886 2 жыл бұрын
🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺❤️🥺voi lage
@mrigankabharali5038
@mrigankabharali5038 2 жыл бұрын
সচাঁই , এটা হৃদয় বিদাৰক কাহিনী । আপোনালোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।
@Suuu103
@Suuu103 2 жыл бұрын
সকলো প্ৰেম কাহিনীৰ শেষ কিয় বিচ্ছেদ হয়......💜.... কাহিনীটো সঁচাই বৰ হৃদয় চুই যোৱা
@ahmedimrul8140
@ahmedimrul8140 2 жыл бұрын
সঁচা প্ৰেম কাহিনী বোৰ চাগে তেনেকুৱা এ __ মই বুজি পাওঁ যেতিয়া কাৰোবাক হেৰুৱাই তাইক বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ বিচাৰি নাপাওঁ
@lbsnaaanirbandeori4971
@lbsnaaanirbandeori4971 2 жыл бұрын
Hi
@manowarhussain7803
@manowarhussain7803 2 ай бұрын
Xosa prremor xex porinoti beessad hoi nki
@eneolopg3560
@eneolopg3560 2 жыл бұрын
Watched it yesterday during the premiere. Loved it❤️. Special appreciation for javed bhai
@farhanazsereen7699
@farhanazsereen7699 2 жыл бұрын
kzfaq.info/get/bejne/j7hxjZt5sb3Reps.html
@gogoi__18
@gogoi__18 2 жыл бұрын
@ms.Rao7539
@ms.Rao7539 2 жыл бұрын
Just tumalukor new Video tu sai aitu sabo loisu and bohut vl lagil sai deii🤗❤️ love from nagaon ❤️
@sanjibray_arts6845
@sanjibray_arts6845 2 жыл бұрын
G3🔥say eitu sabo loisu😍 Part3 falisa❣️😂🤗
@rana_69_
@rana_69_ 2 жыл бұрын
De ar
@tinkumonirabha9107
@tinkumonirabha9107 5 ай бұрын
হৃদয় চুই যোৱা কাহিনী চকু পানী ৰখাবো নোৱাৰিলোঁ ❤❤ বহুত বহুত শুভকামনা থাকিল 🙏
@rahulakhom7078
@rahulakhom7078 9 ай бұрын
জীৱনত বহুত love story saisu কিন্তু pinkal দাৰ love story নিচিনা আজি লৈকে নাপালোঁ ধন্যবাদ pinkal দা ইমান ধুনীয়া ধুনীয়া কাহিনী বিলাক আমাৰ মাজলৈ লৈ অনা বাবে❤
@pallabkonwar1357
@pallabkonwar1357 2 жыл бұрын
ব্যতিক্ৰম😍.... সচাঁকৈ জীৱনৰ নিসংগতাবোৰেই প্ৰকৃত আপোন.. য'ত নাথাকে কাৰোবাক হেৰুৱাৰ ভয়-বেদনা.. নাথাকে লাঞ্ছিত হোৱাৰ বিষাদ অনুভুতিবোৰ😔
@nikitatalukdar4921
@nikitatalukdar4921 2 жыл бұрын
আপোনজনৰ অভিমান ভাঙিও এক বুজাব নোৱাৰা সুখ পায়। যাক কোনো শব্দৰে প্রকাশ কৰিব নোৱাৰি ৷ ভালপোৱাৰ কোনো ৰং নাথাকে, থাকে মাথো এক বুজাব নোৱাৰা অনুভূতি ৷♥️🥀
@jyotismamedhi4277
@jyotismamedhi4277 Жыл бұрын
আৰম্ভ নহওঁতেই এটা কাহিনীৰ সমাপ্ত। তিল তিল কৈ অনুভৱ কৰিছোঁ এই বেদনা।
@user-uz3yb7np9w
@user-uz3yb7np9w 4 ай бұрын
হৃদয় স্পন্দ চুই যোৱা এটি স্মৃতিময় কাহিনী হয়টো অনুভৱ কৰিব পাৰোঁ সিমান দূৰ আগবাঢ়ি যোৱা নাই 🥺❤️
@jyotishmoisaikia9288
@jyotishmoisaikia9288 2 жыл бұрын
Heart touching 🥺 pinkal da ❤️🥺 কন্দুৱাই দিলা সঁচাকৈ। "নিসংগতাবোৰ মোৰো প্ৰিয়" 🥺বাস্তবতাৰ লগত সংগতি থকা এটা সুকীয়া কাহিনী🙂
@jitusvlog9806
@jitusvlog9806 2 жыл бұрын
সচাকৈ শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটা কাহিনী ,হৃদয় চুই গৈছে। অতি সুন্দৰ অভিনয়। ❤😭
@Assam683
@Assam683 Жыл бұрын
মৰম অৱিহনে জীৱনটোয়ে আধৰুৱা....❤️
@papudas9400
@papudas9400 2 жыл бұрын
এক মিঠা মিঠা প্ৰেম ভাল পোৱাৰ শিহৰণ দি গল🥰❣️ চকু পানী কেতিয়া নিগৰি গল গমেই নাপালোঁ ,ভেদিওটু চাই বৰ ভাল পালো❣️ Love from গুৱাহাটী❣️
@karobimoran2664
@karobimoran2664 2 жыл бұрын
বহুত বেছি ভাল লাগিল ❣️ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি... নেকান্দি নোৱাৰিলোঁ 😭 কাহিনীটো যেন মোৰ লগত মিলি পৰিছে প্ৰেম -ভালপোৱা , বিয়া সকলোৱে ভাগ্যত নাথাকে আৰু যাৰ থাকে সি সুভাগ্য কিমান কষ্ট হয় আপোন জনক হেৰুৱাৰ বেদনা সহিবলৈ 😭😭😭😭
@ahmedimrul8140
@ahmedimrul8140 2 жыл бұрын
আপোন জনক হেৰুৱা ৰ কষ্ট কেৱল মই হে বুজি পাওঁ সকলো থকীও সচাকৈ একো এ নাই * তাইৰ লগত বহুত সুখী আছিলোঁ ,এতিয়া তাই মোক এৰি বহু দূৰ পালেগৈ বিচাৰিলেও নাপাও
@tulikasaikia1438
@tulikasaikia1438 Жыл бұрын
Same feelings..
@kuldipdeka8438
@kuldipdeka8438 2 жыл бұрын
কবলৈ ভাষা নাই.... হৃদয়ৰ ক'ৰবাত চুই গ'ল .... অৱশেষত সকলোকে কন্দুৱাই গলা.....অতি সোনকালেই নতুন video পাম বুলি অপেক্ষাত আছোঁ।
@sewalibhuyan1162
@sewalibhuyan1162 2 жыл бұрын
সচাকৈয়ে সম্পৰ্ক এটা আবেগ যাক মনৰ পৰা ভালপোৱা হয় তেওঁৰ অবিহনে জীয়াই থকাটো অসম্ভৱ,য'ত বেছি ভালপোৱা থাকে তাত খং ,অভিমান,আবেগ আৰু আপোনজনক হেৰুৱাৰ ভয় সদায় থাকে।
@manalishadas2421
@manalishadas2421 2 жыл бұрын
শেষত কন্দুৱাই গুচি গলা তুমি আমাক😢😢 কবলৈ ভাষা নাই ইমান বেছি ধুনীয়া লাগিছে কাহিনীটো ❤
@koumarjya6351
@koumarjya6351 2 жыл бұрын
দাদা ইমান ধুনীয়া ষ্টোৰী হৃদয়খন কন্দুয়াইথৈ গল । ইমান ধুনীয়া অভিনয় , তুমি যেন অভিমানী।❤️
@kingkohli4856
@kingkohli4856 Жыл бұрын
বহুত ভাল লাগিল hosake aru pinkal দা আৰু Diganggana বা প্ৰিয় আৰু এনেকুৱা video পাই থাকিম বুলি আশা ৰাখিলোঁ। অতিতৰ বেয়া দিনবোৰ এজাক ধুমূহা বুলি ভাবিব লাগে।❣️❣️
@assamvlogs9209
@assamvlogs9209 2 жыл бұрын
ভাল লাগিল পিংকল দা হিদয় চুই যোৱা এটা কাহিনী😥😥😥😥😭😭
@jintupegu447
@jintupegu447 2 жыл бұрын
আপোনাৰ স্মৃতি বোৰ সদায় জীয়াই থাকক দাদা তাকে কামনা কৰিলোঁ ,💚💚
@deepborah1849
@deepborah1849 2 жыл бұрын
প্ৰেম ,ভালপোৱা ,বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️ এইবোৰৰ অবিহনে জীৱন আধৰুৱা 🥰
@nihalsharma9547
@nihalsharma9547 2 жыл бұрын
No no no মই মোৰ বন্ধুক কাৰো লগত share কৰিব নোৱাৰো সি অকল মুৰহে 😂😂😂 but seriously মই মোৰ বন্ধু টোক বহুত ভাল পাওঁ 👍👍👍👍
@anamikadas2214
@anamikadas2214 2 жыл бұрын
Xsa kotha
@babusaikia7886
@babusaikia7886 Жыл бұрын
বহুত বহুত বহুত সুন্দৰ বহুত কান্দিলো শেষ হোৱাৰ গমেই নাপালোঁ আৰু অলপ দীঘল হোৱা হলে ♥️♥️♥️ সুন্দৰ লাভ story
@Rkvideo56560
@Rkvideo56560 2 ай бұрын
Axomiya vakha bur anekoi jiyai rakhibo lagibo ❤❤❤❤❤...dhuniya hoise ..best of luck 🤞
@Rkvideo56560
@Rkvideo56560 2 ай бұрын
Dada aru ketiya ahibo short film 🙂
@rakeshaxom3.o565
@rakeshaxom3.o565 2 жыл бұрын
প্ৰেম, ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ভালপাওঁ সেইজনেই যদি লগত নাথাকে তেন্তে জীৱনটোত সুখ বুলিবলে জানো কিবা আছে ! নাই । মাত্ৰ দিনবোৰ, সময়বোৰ পাৰ হ'ব । 😊 অভিনয় আৰু কাহিনী ধুনীয়া হৈছে ❤️🤗
@ranjuborah5529
@ranjuborah5529 2 жыл бұрын
Nice
@AshokKumar-qt7ik
@AshokKumar-qt7ik 2 жыл бұрын
Very nice 👍
@vibes.mp404
@vibes.mp404 2 жыл бұрын
অপেক্ষা এটা সৰু শব্দ যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যবান অনুভূতি আৰু কষ্ট দায়ক মুহূর্ত ❤🥺💔 Love u Pinkal da
@vibes.mp404
@vibes.mp404 2 жыл бұрын
@P J Creation 💝
@dikshitapatowary2024
@dikshitapatowary2024 2 жыл бұрын
Awwwww 🥺🥺🥺🥺
@Buddha9689
@Buddha9689 2 жыл бұрын
হয়
@ramezuddin9877
@ramezuddin9877 2 жыл бұрын
Heart touching
@utpalkalitautpalkalita1486
@utpalkalitautpalkalita1486 Жыл бұрын
ইমান ভাল লগিছে কি কম আৰ ভাষা নাই কবা আৰু এনেকুৱা story পাই থাকিব বুলি আশা কৰিছোঁ❤️😘😘😘
@user-bf5cd8ck1m
@user-bf5cd8ck1m Жыл бұрын
কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গমকে নাপালে❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@MAHIIII_007
@MAHIIII_007 2 жыл бұрын
বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো চাবলৈ। Finally চাব পালো বহুত ভাল লাগিল🥰😍।ধেমাজিৰ পৰা সকলোলৈ মৰম যাছিলো।।
@voiceassam4134
@voiceassam4134 2 жыл бұрын
বহুত বহুত সুভকামনা তোমাৰ লগতে তোমাৰ টিম টোলৈ , এনে দৰে সকলোৰে মনোৰঞ্জনৰ বাবে আগ বঢ়াই যোৱা নতুন নতুন কাহিনী 💕💕 পুনৰ বাৰ শুভ কামনা থাকিল ❤️
@voiceassam4134
@voiceassam4134 2 жыл бұрын
চকুলো বোৰে বুজিবই নোখোজে তোমাৰ অভিমান বোৰ 🥺 , তুমি সঁচাই বৰ অভিমানি
@farhanazsereen7699
@farhanazsereen7699 2 жыл бұрын
kzfaq.info/get/bejne/j7hxjZt5sb3Reps.html
@pankhisaikia2938
@pankhisaikia2938 2 жыл бұрын
@@voiceassam4134 thik kotha
@axombhaity7024
@axombhaity7024 2 жыл бұрын
kzfaq.info/get/bejne/b7yTf8eQxNaqlX0.html
@_ttfccc_
@_ttfccc_ 2 жыл бұрын
kzfaq.info/get/bejne/eal9m9dzqs68lac.html fj
@DipikaBorah-gu1dm
@DipikaBorah-gu1dm 8 ай бұрын
সঁচাকৈ প্ৰেম ভাঁল পোৱা সকলোৰে কপালত নাথাকে যিমান ভাঁল পালেওঁ ধৰি ৰাখিব নোৱাৰে যদি ভগবানে লিখা জন যদি নহয়!💔💔💔😌😌😢👌👌👍👍👍
@user-vp9vf1mo2k
@user-vp9vf1mo2k Ай бұрын
ইমান ধুনীয়া অভিনয় কৰিছা সকলোৱে❤❤
@Namib-Creations
@Namib-Creations 2 жыл бұрын
নিসংগতাৰো এক সুকীয়া মাদকতা আছে -This lines ❤💙
@munmihazarika982
@munmihazarika982 2 жыл бұрын
চকুপানী উলিয়াই হে এৰিলে তোমাৰ অভিমানে , বহুত বহুত শুভেচ্ছা আৰু আগুৱাই যোৱা😊😊
@PujaDas-cz4lf
@PujaDas-cz4lf 2 жыл бұрын
সচাঁকে video tu চাই চকুপানী ওলাই আহিল
@mahindridas1311
@mahindridas1311 2 жыл бұрын
Love means sex not tears
@bkrOfficialmusic
@bkrOfficialmusic Жыл бұрын
মনৰ নিসংগতাৰ মাজেৰে বৈ যোৱা এই অনুভূতি , বাস্তববোৰ সঁচাকৈ বোৰ নিষ্ঠুৰ , সেইবাবে কল্পনা মোৰ বাৱে বোৰ আপোন 🥰,,,,। বহুত ভাল লাগিলে সঁচাকৈ __ চকুলো বৈ আহিলে😔
@Krishna-pk6qx
@Krishna-pk6qx 9 ай бұрын
Soku Pani Ulai Goul Bht dux Lgile 😢🥺❤
@sudakshinagogoi5653
@sudakshinagogoi5653 2 жыл бұрын
Woow ♥️ প্ৰকাশ কৰিবলৈ শব্দবোৰো যেন হেৰাই গৈছে .... গোটেইখিনিয়ে সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে...... Everything about this story is just beautiful And every single second is performed so ravishingly....❤️ Best wishes...
@ayangpayeng366
@ayangpayeng366 2 жыл бұрын
হৃদয় বিদাৰক এটি হিয়া ভৰা কৰুণ প্ৰেম কাহিনীৰে আকৌ এবাৰ কন্দোৱাই থৈ গুচি গ'লা..!! বহুত বেছি ভাল লাগিল❤️❤️❤️❤️❤️❤️
@nirbanhaloi3334
@nirbanhaloi3334 2 жыл бұрын
কাহিনীটো খুব সুন্দৰ। ভাল লাগিল চাই। এনেদৰে আগলৈ যেন হৃদয় চুই যোৱা কাহিনীবোৰ যেন চাবলৈ পাম তাকে আশা কৰিলোঁ আৰু তোমালোকৰ টিম তোক ধন্যবাদ জনালোঁ। এনেকুৱা এটা সুন্দৰ কাহিনী আমাৰ মাজত উপস্থাপন কৰা বাবে।❤️❤️❤️
@arjuislam452
@arjuislam452 Жыл бұрын
আবেগ অনুভূতিৰ মাজত মৰমবোৰ জীয়াই থাকে কিন্তু আমাৰ বুজি পাওঁতে লাগে সময়, বাস্তৱ জীৱনৰ সচাই এখন ধুনীয়া ছবি। কান্দি দিলোঁ চাই 😭 ❤️❤️❤️❤️@pinkal pratyush
@songeetadehingia9977
@songeetadehingia9977 2 жыл бұрын
Ufff ❤️শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম বহুত ভাল লাগিলে❤️❤️ সদায় প্ৰিয় তোমাৰ কাহিনীবোৰ ❤️ তোমাৰ অনুভৱৰ কাহিনী বোৰ মাজত কেতিয়াবা নিজকে বিচাৰি পাওঁ... বাকী তুমি দাদা সদায় প্ৰিয় আৰু তোমাৰ কাহিনী ❤️❤️..
@jitnarayankonwar230
@jitnarayankonwar230 2 жыл бұрын
হৃদয় চুই গ'ল কাহিনীটোৱে..!! এই কাহিনীটোত ভালপোৱাত থকা মান-অভিমানবোৰ খুব সুন্দৰকৈ উপভোগ কৰিবলৈ পাইছো..😊| সঁচাই ধুনীয়া কাহিনী.. কান্দি ল'লো চাই..🌼.. আগলৈ ও এনেকুৱা কাহিনী আমাৰ বাবে আগবঢ়াই যাবা..✨ শুভেচ্ছা জনালো তোমালোকৰ টিমটোলৈ.. 👍❣️
@KenzoTalk
@KenzoTalk 2 жыл бұрын
কি কম আৰু কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে।❣️ আৰু এনেকৈ চাবলৈ পাই থাকিম বুলি আশা কৰিলোঁ।❣️
@satyenhazarika2914
@satyenhazarika2914 2 жыл бұрын
কি ক’ম ক’ব’ পৰা নাই , কাহিনীটোৱে অন্তৰখন চুই গ’ল ।শুভেচ্ছা থাকিল আপোনালোকলৈ
@dolyroymedhi1816
@dolyroymedhi1816 2 жыл бұрын
Very very heart touching love story
@ahom_prince01
@ahom_prince01 2 жыл бұрын
সচাঁকৈ হৃদয় চুই গ'ল, অলপ হাহিঁ অলপ কান্দোন , এটা বুজাব নোৱাৰা কাৰোবাৰ হেৰুৱাৰ অনুভৱ 😭 ,
@jyotish_vlog
@jyotish_vlog 2 жыл бұрын
বহুত দুখ লাগিল যে এইটো চাই মোৰ জীবন তুৱেই পাৰ হৈ গল god bless you 😘 dada
@shikhabarman2788
@shikhabarman2788 Жыл бұрын
আপোনাৰ voice আৰু চকু যুৰিৰ দিৱানা হৈ গলোঁ। আজি প্ৰথম চালো আপোনাৰ ভিদিও। যথেষ্ট ভাল লাগিল যি কেইটা চালো। Love from nalbari ❤️
@tiklikashyap6776
@tiklikashyap6776 2 жыл бұрын
গোটেই জীৱন টোত সঁচা ভালপোৱাৰ অনুভৱ কি ভালদৰে বুজাই দিলে । শব্দৰে প্ৰকাশ কৰিব নোৱাৰি 😭 হৃদয় চুই গ'ল 🥺 বাস্তব নাথাকিলে সপোনৰ ৰং ধুনীয়া হ'ব নোৱাৰে 🌺🥺😭🍁🥀
@dipanwitadas-tq4ip
@dipanwitadas-tq4ip 2 жыл бұрын
কাহিনী কিবা নিজৰ লগত মিলাই গৈছে নাজানো কিয় এটা অদ্ভুত বেদনাই বৰকৈ খুণ্ডিয়াইছে 🥺 বহুত ভাল লাগিছে story টো চাই চকু পানী এ এখন নোৱালিৰো 🥺
@the_riku_06
@the_riku_06 2 жыл бұрын
Muru ake 😓
@kushalsonowal6056
@kushalsonowal6056 Жыл бұрын
সঁচা ভাল পোৱা পাবলৈ বহুত কঠিন 😒😔
@surabhiborah9944
@surabhiborah9944 Жыл бұрын
প্ৰম , ভালপোৱা ,বন্ধুতৰ বাহিৰে জীৱনটো বৰ অকলশৰীয়া 😢😢😢
@bitusaud
@bitusaud 4 ай бұрын
থিকে কৈছা তুমি
@theannayasworld5895
@theannayasworld5895 2 жыл бұрын
সঁচাকৈ ভাল পোৱা মানুহ জন লগত থাকিলে life টো বহুত easy যেন অনুভৱ হয়❤️।
@d_nath_official7097
@d_nath_official7097 2 жыл бұрын
অপেক্ষা কৰি কৰি আজি ভিদিঅ টো পাই হৃদয় খনে মোৰ শান্তি পাইছে❣❣❣❣i love you❣pinkal daa💞🥰বহুত বহুত ভাল লাগিল চাই ❣❣❣😍কিন্ত চকুৰ পানী ওলাই পৰিল 😒☹এনেকুৱা লাগিছে ভিদিঅ টো বাৰে বাৰে যেন চাই থাকো । আৰু next এনেকুৱা কাহিনীৰ অপেক্ষাত থাকিম ।
@pinkinath6320
@pinkinath6320 2 жыл бұрын
Beya lagise bahut😭😭
@_ttfccc_
@_ttfccc_ 2 жыл бұрын
kzfaq.info/get/bejne/eal9m9dzqs68lac.html dj
@sbshiva7412
@sbshiva7412 Күн бұрын
হয় ন কেতিয়াবা এনেকুৱা ,,, সকলো যেন মিলি গৈছে ,,,, মোৰ ডায়েৰীৰ উকা পৃষ্ঠাৰ বুকুত সজীৱ হৈ আছে প্ৰায় খিনি কথা । হয় কেতিয়াবা এনেকুৱা আমি নজনাকৈ নুবুজাকৈ মিলি যায় কিছু কথা ভাল লগা মিঠা মিঠা। ছবি খন সঁচাই ভাল লাগিল চাই ।। তেজপুৰৰ পৰা বহুত বহুত মৰম। ভালে থাকা ভালে থাকক সদায় প্ৰতিজন অভিনেতা অভিনেত্ৰী ❤❤❤ ~✍🏻Shiva~
@dimpullaskar6135
@dimpullaskar6135 5 ай бұрын
Iman dhuniya avinoi korise sai bor Val lagil❤
@Borada7637
@Borada7637 2 жыл бұрын
এবছৰ দিনৰ অপেখ্যাৰ পিছতো কন্দোৱাই হে এৰিলা প্ৰিংকল দা 😰😭 যি কি নহওক বহুত বেছি ভাল লাগিল ভৱাতকৈ !কাহিনিটো প্ৰায়ে মিলিছে মোৰ লগত !
@Namib-Creations
@Namib-Creations 2 жыл бұрын
storyline nijoke bisari paisu bro 😢
@rijumonisaikia1422
@rijumonisaikia1422 2 жыл бұрын
উফ্ 6 pm পৰা অপেক্ষা কৰি কৰি অবশেষত পালোঁ চাবলৈ 🥺❤️✨
@nmbajegroup7699
@nmbajegroup7699 2 жыл бұрын
Really so great mok tu konduyai dile aponar ai video tu thank you so much love from goalpara
@babatudip5126
@babatudip5126 2 жыл бұрын
বহুত ভাল লাগিল... সঁচাই বৰ ভাল কাম কৰিছে আপোনালোকে... The last scene is unbelievably too good...
@Priyankapatgiridrdz
@Priyankapatgiridrdz 2 жыл бұрын
প্ৰেম , ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ইমান ভাল পাওঁ সেই মানুহ জন লগত থাকিলে সঁচাকৈ বহুত ভাল লাগে নাজানো কীও ইমান ভাল লাগে তথাপিও কেতিয়াবা বহুত ভয় লগে তাক হেৰুয়াৰ 🥺 । লগতে আশা কৰোঁ আগলৈকে ধুনীয়া ধুনীয়া ভিদিও দিয়া থাকিব তাতে শুভ কামনা থাকিল pinkal dada ।
@sanjaypegu4992
@sanjaypegu4992 2 жыл бұрын
সচাঁকৈ বহুত ভাল লাগিল । আচলতে জীৱনটো প্ৰেমেৰে ভৰা আৰু প্ৰেমেই দিয়ে সুখ দুখ আৰু প্ৰেমেই দিয়ে শিক্ষা । সকলোৰে জীৱনলৈ প্ৰেম আহে তাতে কিছুমানৰ আৰম্ভনিতে শেষ হৈ যায় আন কিছুমানৰ আধৰুৱা হৈ ৰৈ যায় আৰু কিছুমান চিৰজীৱন হৈ ৰৈ যায় । thank you and all the best pinkal da😍😍😍😍
@priyankagogoi1413
@priyankagogoi1413 Ай бұрын
কান্দি গলো ইমান ধুনীয়া লাগিল ___ বিশেষকৈ পিংকল দাৰ acting 😢❤ আৰু লাগে আমাক এনেকুৱা কাহিনী
@Pranjithboruah9732
@Pranjithboruah9732 Жыл бұрын
দ্বিতীয় বাৰলৈ চাইছোঁ আকৌ, ভালপোৱাৰ অন্য এক নাম তুমি যে অভিমানী
@swapnadas3202
@swapnadas3202 2 жыл бұрын
হৃদয় চুই যোৱা এটি কাহিনী , বহুত ভাল লাগিছে চাই । Thank you Pinkal Da for bringing up such a amezing story..... বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো। Finally আজি চাব পলো , বহুত বহুত ভাল লাগিছে....🥰🥰🥰
@user-hz6wc4xo3u
@user-hz6wc4xo3u 2 ай бұрын
Shasay sai bht bya lagil sasa val powabor5 anekuwa hy neki 😭😭😭❤❤
@pranjalpratim5615
@pranjalpratim5615 2 жыл бұрын
গাড়ী চলাই থাকোঁতে Phone ত কথা পাতি চলাব নালাগে, এটা সুন্দৰ মেচেজ হব পাৰে.... প্ৰেম এটা সুন্দৰ অনুভূতি সঁচা কিন্তু সেই প্ৰেম নিজক ধংস কৰি নহয়।। তাৰ বাহিৰেও তোমাক লৈ সাপোন দেখা মানুহ তোমালৈ ৰৈ থাকে।। মোৰ মতে যিটো দিথকত নাই সেই কল্পনাত ও থাকিব নালাগে ।। ভগৱানে দিয়া সুন্দৰ জীৱনটোয়ে যথেষ্ট ।। কেতিয়াবা মন বেয়া লাগিলে বেলেগে বিপদত পৰিলে যিমান পৰা সহায়ৰ হাত আগবঢ়াই দিবা দেখিবা মনটো কিমান পাতল হয় ।। পিংকল দাৰ ষ্টোৰি চালে প্ৰেমত পৰিব মন যায় কিন্তু ছোৱালীয়ে নাপাওঁ নহয় 😀😀
@ishitasarma4389
@ishitasarma4389 2 жыл бұрын
সচাঁকৈ তুমি বৰ অভিমানী 🥺 বহুত ভাল লাগিল শুভকামনা জনালোঁ আৰু আগুৱাই যাওঁক ❤
@chayahun2020
@chayahun2020 2 жыл бұрын
সঁচাকৈ একেবাৰে হৃদয় চুই গল😊❤️_শেষৰ খিনি চাই চকুপানী ৰবই নোৱাৰিলে_😌____আপুনি আৰু বহুত আগুৱাই যাওঁক Pinkal daa তাৰেই কামনা কৰিছো_🤗🤗__
@__dimpiii._____
@__dimpiii._____ 3 ай бұрын
এনেকুৱা অনুভৱ হ'ল যেন চৰিত্ৰ কেইটি মোৰ সন্মুখত মোৰ লগত ঘটি আছে । সঁচাকৈয়ে ৰ'দফুলীয়া জীৱনটিত কেতিয়া জানো অন্ধকাৰে আৱৰি পেলায় ধৰিবকে নোৱাৰি । অভিমান বোৰৰ আঁৰত থকা মৰমবোৰ আৰু মৌনতা বোৰৰ মাজত থকা ধুমুহা জাকি সকলোৱে অনুভৱ কৰিব নোৱাৰে । মানুহক বুজিবলৈ মনটোক বুজিলেহে হ'ব ।
@Manash.das96
@Manash.das96 Жыл бұрын
বহুত বহুত ধুনীয়া লাগিছে 🌚📌
@Assam375
@Assam375 2 жыл бұрын
ওফ কাহিনীটোৱে হৃদয় চুই গ'ল নিসংগতাবোৰক আকোৱালি ললে জীৱনটো ধূসৰ যেন লাগে আৰু ভাল লগাবোৰক চুই চালে জীৱনটো নতুন যেন লাগে💙
@indiacricket6572
@indiacricket6572 2 жыл бұрын
হৃদয় চুই যোৱা কাহিনী ,,,চকু পানী ওলাই গ'ল ,,,শুভকামনা থাকিল দাদা ❤️
@ashalugun8093
@ashalugun8093 Жыл бұрын
বহুত ভাল লাগিল কাহিনীটো 🥰❤️চকুলো বৈ গল 🥺😔 সচাকৈ জীৱন বাটত কাৰোবাক পোৱাতকৈ হেৰুৱাৰ ভয় বহুত থাকে 🥺😔
@chinmoyeerajbongshi2003
@chinmoyeerajbongshi2003 2 жыл бұрын
মন চুই যায় 💝 আজিৰে তিনিবাৰ চোৱা গল
@thewarrior9050
@thewarrior9050 2 жыл бұрын
বহুত ভাল লাগিল ❤️ কিছুমান পুৰণি স্মৃতি চকুৰ আগত ভাঁহি পৰিল❤️❤️ তুমি যেন অভিমানি ❤️ তেওঁ যেন অভিমানি❤️
@deepjyotidas3948
@deepjyotidas3948 2 жыл бұрын
Bht duk lagel a.
@babultassa1527
@babultassa1527 2 жыл бұрын
Miss you my first love
@Simanta_saikia
@Simanta_saikia 2 жыл бұрын
*অসমীয়া বুলি কলে ভাষা চিত্র সকলো অসমীয়া হব লাগে। যিটো বিদুৰভাই আৰু এই খনত দেখা পাইছো* 🥰🥰🥰🥰🥰🥰🥰😌😌😌😌😌😌😌
@mampikalita3127
@mampikalita3127 2 жыл бұрын
Aji 4th time Salu. Abar sala sai thakibo Mon jai thaka Bohut dhuniya hoisa. ❤❤
@jyotishdeka3410
@jyotishdeka3410 2 жыл бұрын
Ufff🔥😚 কেনেকৈ কওঁ কবলৈ ভাষা নাই ইমান ধুনীয়া ইমান মৰম লগা কৈ এই shrt movie খন বনাইছে বহুত বহুত বেছি ভাল লাগিছে বিশেষ কৈ prinkle দাৰ মাতটো বহুত মৰম লগা❤️বহুত বহুত শুভ কামনা থাকিল আপোনাক আৰু আপোনাৰ টিম তুলৈ 💞❤️🙌
@munnapayeng6533
@munnapayeng6533 2 жыл бұрын
অতি সুন্দৰ কাহিনী। লগতে ভাষাবোৰো বহুত ভাল লাগিছে। শুভেচ্ছা থাকিল।
@sunilsintu3846
@sunilsintu3846 Жыл бұрын
Xosai bhut vl lgile sai 🥺🥺🥺
@manujnarah6360
@manujnarah6360 10 ай бұрын
🎉❤mojja
@sonowalentertainment4587
@sonowalentertainment4587 2 жыл бұрын
"বাস্তৱ নাথাকিলে সপোনৰ ৰং কেতিয়াও ধুনীয়া হব নোৱাৰে"---বাক্যশাৰীয়ে মনত বৰ সুন্দৰকৈ চাপ এটি পেলাই থৈ গল । Love you pinkal da &degganganaa ba Love from Dibrugarh ❤️
@gungunvlog4521
@gungunvlog4521 2 жыл бұрын
পিংকল দাদা আপোনাৰ বয়স কিমান নাজানো, আপোনাৰ অভিজ্ঞতা কিমান নাজানো, কিন্তু আপোনাৰ চুটি ছবিখনৰ ভাবধাৰা বুজি ভাবিছো যে আপুনি এজন বহুত ভাল মনৰ মানুহ। বহুতো কান্দিলো এই ছবিখন চাই । আচলতে মোৰ জীৱনৰ‌ লগত বহুতো মিল আছে।আগুৱাই যাওক আপুনি।👍👍🥰🙏
@nayanmalakar6158
@nayanmalakar6158 Жыл бұрын
Lora hoi aji lyft 1st tym vdo sai soku pani olaise.. Tq a lot.. Emn dhuniya vdo ata amak diya babe.. ❤
@shibarabha6629
@shibarabha6629 2 жыл бұрын
ইমানেই ভাল লাগিলে, কবলৈ ভাষাই নায়। সুন্দৰ কাহিনী, সুন্দৰ অভিনয়, হিয়া চুই গৈছে ❤️❤️❤️ আৰু আগলৈ আগবাঢ়ি যোৱা, ভাল ভাল কামকামবোৰ কৰি যোৱা, সকলোৱে যেম আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ ।
@assamesepoem2038
@assamesepoem2038 2 жыл бұрын
কি কম শব্দহীন হৈ পৰিলো । হৃদয়স্পশী' কাহিনী, অভিনয় উপস্থাপন শৈলী, সকলোবোৰ খুউব সুন্দৰ হৈছে। ইমান কম সময়ৰ ভিতৰতে জীৱনৰ যে এখন জীয়াঁ‌ বাস্তৱৰ ছবি দাঙি ধৰিলে সকলোবোৰ সম্ভৱ কৰি তুলিলে, বহুত বহুত শুভেচ্ছা থাকিল আগলৈয়ো।
@rashmigogoi6238
@rashmigogoi6238 2 жыл бұрын
অপেক্ষাৰ অন্তত🥺❤️ বহুত বেছি ভাল লাগিছে।🥰🥰
@amitkamarbarman8658
@amitkamarbarman8658 Жыл бұрын
উফ্.....!সচাঁকৈ দুচকুৰ বাৰিষাজাকক ৰখাব নোৱাৰিলোঁ...।❤️🥺
@lakhyajyotisaharia5748
@lakhyajyotisaharia5748 Жыл бұрын
Bohut val lagil pinkal da❤❤ aru anekuwa video di thakib 😍😍🥰
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
АЗАРТНИК 4 |СЕЗОН 1 Серия
40:47
Inter Production
Рет қаралды 427 М.
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 57 МЛН
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН