No video

(লগন উকলি গ'ল) Lagan Ukali Gol - Sangeeta Borthakur - ৰাভা সংগীত - বিষ্ণু প্ৰসাদ ৰাভা গীত

  Рет қаралды 2,190,299

Wave Music Assam

Wave Music Assam

Күн бұрын

Assamese Audio song, Hope you like this song.
Please Subscribe, LIKE AND COMMENTS about this Audio goo.gl/hQ5TxS
Album - Lagan Ukali Gol
Singer - Sangeeta Borthakur
Song - Lagan Ukali Gol
Music - Ramen Chaudhry
Director - Ranjan Kumar Bhattacharyya
Company/ Label :- Wave
Category Music

Пікірлер: 564
@arindamdutta2158
@arindamdutta2158 2 жыл бұрын
লগন উকলি গ’ল তেও যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা । কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ কিমান গধূলি পুৱা । মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে । শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান ‘ভালপোৱা ভালপোৱা’ ।। ✌
@mathswithudoi2680
@mathswithudoi2680 3 жыл бұрын
মই নৱ প্ৰজন্মই কৈছোঁ-মোৰ দেশৰ এই কালজয়ী গীত মোৰ জীৱনৰ আধাৰ,মোৰ জীয়াৰ মন্ত্ৰ,মই হেৰাই যাওঁ জটিল সুৰৰ মূৰ্ছনাত,মই গাই দিব জানো এই গীত মোৰ হৃদয়ৰ অচিন আবেগেৰে,মোৰ হৃদয়ৰ বিশেষ শ্ৰদ্ধাৰে, - উদয় বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়
@achintyaduarah6883
@achintyaduarah6883 2 жыл бұрын
y
@tarunborah7334
@tarunborah7334 2 жыл бұрын
Right
@alimuliassam6405
@alimuliassam6405 2 жыл бұрын
বিশ্ববিদ্যালয়ৰ ছাত্র ....... 🌸🙏🍂
@munindradas2382
@munindradas2382 Жыл бұрын
thankd
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
চিৰসেউজ গীত এইবোৰ...শুনি আমনি নালাগে...যাৰ মাজত প্ৰেমৰ অবুজ বন্য সিঁচৰতি হৈ আছে..... বিচৰাৰ বাবে প্ৰয়োজন মাথো ধ্যান তথা আনুষংগিক অনুভূতি♥️♥️♥️তেওঁ যে নহ'ল কোৱা বিষ্ণুৰ কলমত♥️
@bivamonidasdas9127
@bivamonidasdas9127 2 жыл бұрын
Koon
@rehenaparbin3101
@rehenaparbin3101 2 жыл бұрын
Humm
@tirthanathchetia5754
@tirthanathchetia5754 2 жыл бұрын
@@bivamonidasdas9127 àaàaaa
@alimuliassam6405
@alimuliassam6405 2 жыл бұрын
@@birajnirolaupadhyaya5558 kune gali pare apunak 😡
@birajnirolaupadhyaya5558
@birajnirolaupadhyaya5558 2 жыл бұрын
@@alimuliassam6405 Ase faltu lora keita ...mai kintu bindass huni thaku muk bohut val lage
@skylark2516
@skylark2516 3 жыл бұрын
বিষ্ণু ৰাভা গীত অতি ভাল পাওঁ। এইটো আটাইতকৈ প্ৰিয় ৰাভা সংগীত। হাজাৰ বাৰ শুনিলেও আমনি নালাগে।
@dulmonibhattacharyya4409
@dulmonibhattacharyya4409 8 ай бұрын
লগন উকলি গ'ল তেও যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা। বিষ্ণুপ্ৰসাদ ৰাভা কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা। মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে। শুনিছানে সেই সুৰ পৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান 'ভালপোৱা ভালপোৱা' ।।
@ankitasvlogs3164
@ankitasvlogs3164 3 жыл бұрын
লগন উকলি গ'ল.... এই গানটো অন্তৰস্পৰ্শী আৰু কালজয়ী অসমীয়া ৰাভা সঙ্গীত। 😀😀😃🙏🙏👏👏
@bonjurybaruah876
@bonjurybaruah876 2 жыл бұрын
প্ৰতি প্ৰজন্মই প্ৰজন্মই যেন কোলাই কোলাই লৈ থাকে চীৰকাল ৷ অমৰ হৈ ৰওক এই গীত ৷ সেৱা জনালোঁ ৷
@jillborthakur4054
@jillborthakur4054 Жыл бұрын
সচাইঁ বৰ সুন্দৰ শুনিলেই মন -প্ৰাণ আৱেগৰ অনুভূতিৰে সোঁৱৰাই, বিষ্ণু ৰাভা তোমাক প্ৰণাম 🙏
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
সংগীতা বৰঠাকুৰ বাইদেউৰ কন্ঠ বৰ সুন্দৰ। গীতটো শুনি মনটো ভাল লাগি গল।
@barnaliroydey2076
@barnaliroydey2076 7 ай бұрын
লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ'ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল
@lakhyajitsharma9453
@lakhyajitsharma9453 3 жыл бұрын
এইবোৰ গান আজিৰ প্ৰজন্মই শুনিব লাগে।
@mikluhazarika5280
@mikluhazarika5280 2 жыл бұрын
Yes 🙏🙏👍👍
@lekhanpermey2617
@lekhanpermey2617 2 жыл бұрын
Pp}
@lekhanpermey2617
@lekhanpermey2617 2 жыл бұрын
P
@SUZAL2004
@SUZAL2004 Жыл бұрын
Hunisu ooo Huni monor jontrona bur bohu porimane komi jua Jen anuvab hoise 😔😔😔😔
@rupabarnamphukan1685
@rupabarnamphukan1685 Жыл бұрын
hodai hunim❤
@user-Niku24.
@user-Niku24. 2 жыл бұрын
নিভাঁজ হৃদয় জিনিব পৰা গীত। বাৰে বাৰে যেন শুনি থাকিম।
@rupamsaikia5350
@rupamsaikia5350 3 жыл бұрын
মন চুই যায় এই সংগীতবোৰে💕💕💕
@romen7372
@romen7372 Жыл бұрын
সঁচাকৈয়ে বাস্তৱ জীৱনৰ লগত মিলি যায় এইটো গানে 💚💜😢
@user-qk6kc1wt4s
@user-qk6kc1wt4s 7 ай бұрын
ইমান ধুনীয়া এই গীতটো যাতে সদায়ৰ বাবে অমৰ হৈ থাকে😢😢
@mrinalassamnk.3365
@mrinalassamnk.3365 Жыл бұрын
এয়া হে হৃদয় দুৱাৰত আলোড়ন জগাই তোলাৰ গীত বোৰ,,, অসমীয়া আইৰ পৰশ মাটিৰ গুন্ধ থকা কলি ❤❤❤❤ আজি কালি কি শুনিবা সকলো প্ৰেমৰ গীত,, এয়া সদায় চিৰসেউজ গীত হৈ ৰব 🙏🙏🙏🌹🌹🙏🙏🌹
@upasana6933
@upasana6933 2 жыл бұрын
Noice
@lakhyajitsharma9453
@lakhyajitsharma9453 3 жыл бұрын
কি গান !!!! What a lyrics, music!!!! Salute Bishnu Rabha.
@sauravvlog3722
@sauravvlog3722 2 ай бұрын
মন প্ৰাণ সাত পৰি যোৱা গান 😢❤❤
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 10 ай бұрын
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
@bhesojbaruah8725
@bhesojbaruah8725 5 жыл бұрын
শব্দময়ী, এনে শব্দমালা আৰু নতুনকৈ সৃষ্টি হোৱা নাই ,কেৱল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত হে পোৱা যায় এনে মৰ্মস্পৰ্শী শব্দগুচ্ছ, য'ত "হিয়াই ও গীত যোৰে "- অমল প্ৰেমৰ অমৰ সঙ্গীত .... !!
@anthanydsouza8801
@anthanydsouza8801 3 жыл бұрын
❤❤❤❤i
@hiranyabaruah5045
@hiranyabaruah5045 5 жыл бұрын
শুনি থাকিলে শুনি থাকিবৰ মন যায়৷সচাকৈয়ে হৃদয় চুই যায়
@jayantanath2011
@jayantanath2011 Ай бұрын
কি যে এক অতুলনীয়, অসাধাৰণ গান! চিৰ সেউজীয়া , অমৰ গান।
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Most beautiful song, sweet voice,best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song .
@dinabandhu9827
@dinabandhu9827 Жыл бұрын
Wow.... What a mind blowing song!! 👍👍💪💪
@jyotirupasaikia3038
@jyotirupasaikia3038 2 жыл бұрын
Bhut dhuniya geet hunile huni thakibr mn jai
@jonalideka5978
@jonalideka5978 6 ай бұрын
মনৰ একনত সাঁচ বহুৱালে এই গীত টি❤
@samarjitdas9934
@samarjitdas9934 2 жыл бұрын
এইবোৰ গানটো সচাকৈয়ে চিৰযুগমীয়া।শুনিলেই খুব ভাল লাগে
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song
@chandramadavi9525
@chandramadavi9525 3 жыл бұрын
যিৱন জিয়াই থকাৰ আসা এটা
@jugalgogoi6465
@jugalgogoi6465 8 ай бұрын
যিমান শুনিলেও হেঁপাহ নপলায়। কলাগুৰু তুমি অনন্য ❤।
@dikurajkonwar547
@dikurajkonwar547 2 жыл бұрын
হৃদয় চুই যোৱা গীত ❤️
@gitanjalideka8767
@gitanjalideka8767 2 жыл бұрын
আন স্ংগীত দুই-তিনিটা শুনিলে মূৰ বিষাই যায়;পিছে ৰাভা-সংগীতসমূহ একেৰাহে শুনি ও আমনি নালাগে।ৰাভাদেৱৰ প্ৰতিটো গানত নতুনত্ব পোৱা যায়।🙏
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
ৰাভাৰ আভা ... . আভা কেৱল বিচ্চুৰিত্ হয় . ... সূৰ্য্যৰ উত্তাপ অনুভৱ হে কৰিব পাৰি ,সেই তাপ নিজৰ শৰীৰত সানি লব নোৱাৰি ; তাপ বিকিৰণ কৰিব পাৰে কেৱল সূৰ্য্যই ......... !!!!!!!
@jyotipasad198
@jyotipasad198 4 жыл бұрын
সুন্দৰ মধুভাষ
@pritomsaikia.3497
@pritomsaikia.3497 2 жыл бұрын
Dintu huni thakileu amni nalge.monu sui jai. 😘😘😘😘
@srichintumanihazarika8001
@srichintumanihazarika8001 3 жыл бұрын
লগন উকলি গল , তেওঁ যে নহ'ল কোৱা 💖💖💖
@barashabharadwaj7278
@barashabharadwaj7278 2 жыл бұрын
Logon ugoli gol kintu gan tu atiyau priyo siroheuz
@smproduction8126
@smproduction8126 2 жыл бұрын
কি যে সুৰীয়া সুমধুৰ সুগন্ধি সঙ্গীতৰ সুৱাসৰ আচ্চনাদ ,যাক শুনিলে মন প্ৰাণ সজ্জিব হৈ উঠে
@nayanikasarma
@nayanikasarma 6 жыл бұрын
This is the one to which I can listen again and again .. It's evergreen.. ☺️☺️☺️
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
🎆🌹🌺🌼🌸🌷🍂🏵👍💝
@niyasvlogn.c.a7747
@niyasvlogn.c.a7747 4 жыл бұрын
Absolutely right 💯 Old is gold
@reeothecutelabrador9419
@reeothecutelabrador9419 4 жыл бұрын
Very true
@dhrubasarmah7412
@dhrubasarmah7412 3 жыл бұрын
Right
@IsAxS-bd5gw
@IsAxS-bd5gw 3 жыл бұрын
Old is gold
@assamtonmoy8051
@assamtonmoy8051 4 жыл бұрын
শ্ৰদ্ধাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিক ক তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো। 🙏🏻
@gitanjalipathak1375
@gitanjalipathak1375 2 ай бұрын
অতি সুন্দৰ পৰিবেশন ।
@rnproduction3119
@rnproduction3119 2 жыл бұрын
What a unique composition !can there be better love song than this?words r so beautiful and the expression
@bastobkalita6328
@bastobkalita6328 Жыл бұрын
এনে গানৰ সৃষ্টি আৰু নহয়। চিৰ সেউজ 💚
@mrinmoycreation2017
@mrinmoycreation2017 3 жыл бұрын
Mur priyo geet
@mridusmitadehingia9544
@mridusmitadehingia9544 2 ай бұрын
সুন্দৰ❤
@binodkakati7300
@binodkakati7300 2 жыл бұрын
এই যুগমীয়া গীতটিৰ জৰিয়তে মোৰ অন্যতম প্ৰিয় শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা নিবেদিছোঁ ! সাগৰ তলিৰ মানিক সদৃশ তেখেতৰ এই গীতবোৰ শুনি থাকিলেও আমনি নালাগে !!
@balindeka5803
@balindeka5803 Жыл бұрын
7 😂😂😂😂😂😂😂7 huu 7uu777uuuuuuu7uuuuuuu77uuuuu7! ।।
@ChintuPator-db8tl
@ChintuPator-db8tl Жыл бұрын
Xosai dada
@seemagogoi7503
@seemagogoi7503 6 ай бұрын
X x xx sc sv.cvvsc xc s ​ xwsxabba1@@ChintuPator-db8tl
@probhonjonkalita5772
@probhonjonkalita5772 3 жыл бұрын
Evergreen song.ilove Jyoti songit and rabha songit.
@munmibarman5817
@munmibarman5817 3 жыл бұрын
Gan tow suni bohot val lagil aji❤❤may fevret song ❤❤❤
@swapnilkashyap535
@swapnilkashyap535 Жыл бұрын
বহুত ভাল লাগিল
@adcarrition712
@adcarrition712 3 жыл бұрын
ৰাভা দেৱলৈ প্রনাম 🙏🙏🙏🙏
@Karanbarmanpercussion
@Karanbarmanpercussion 7 ай бұрын
Xundor kontho❤❤❤
@PrathanaChutia
@PrathanaChutia 2 ай бұрын
Mon khanti hoi gol
@user-kk4jm7yf3t
@user-kk4jm7yf3t 2 ай бұрын
ভাল লাগিল
@pratikshadebi3742
@pratikshadebi3742 2 жыл бұрын
Evergreen song💞💞
@jayantagogoi554
@jayantagogoi554 2 жыл бұрын
Nice shrat Gogoi 💖🌹🇨🇮🌃
@namratadeka5704
@namratadeka5704 2 жыл бұрын
অতুলনীয় এটা গীত ....দেহ মন জুৰাই যোৱা ।
@koushikbora8798
@koushikbora8798 7 ай бұрын
তেওযে নহ'ল কোৱা 🥀❤️
@learnhub8361
@learnhub8361 4 ай бұрын
মালবিকা বৰা ❤️
@chiranjitbaruah2631
@chiranjitbaruah2631 2 жыл бұрын
হৃদয় জুৰুৱা গান
@bappabanik6856
@bappabanik6856 3 жыл бұрын
I love this song I will dance in the bishnu rabha compition
@dipanjalinath2261
@dipanjalinath2261 2 жыл бұрын
এই সোণালী গীত বোৰ উশাহ লৈ থকা লৈকে শুনি যাম ।
@sandhyaboruwa8849
@sandhyaboruwa8849 4 ай бұрын
অপূৰ্ব
@AMIRKHAN-hg8jj
@AMIRKHAN-hg8jj 26 күн бұрын
অতি সুন্দৰ গীত ❤❤❤
@bravogamerz4836
@bravogamerz4836 2 ай бұрын
অন্তৰ চুই যোৱা গান ।
@user-fh6vo6jq4w
@user-fh6vo6jq4w 8 ай бұрын
আসা কৰো নতুন প্ৰজন্ময় গান বোৰ জিয়াই ৰাখে।❤
@mitalisarmah8819
@mitalisarmah8819 3 жыл бұрын
Xorur porai Rabha xangeet xuni khub bhal lage.Logon ukali gol khub bhal loga geet.
@PrathanaChutia
@PrathanaChutia 2 ай бұрын
Mon beya lagile ai git tire mon khat pelay lobo😊❤
@mathswithudoi2680
@mathswithudoi2680 3 жыл бұрын
I Will perform it in my University programme , whenever i hear my heart goes off, and it becomes cool and just good to everyone ,,the song had an outstanding quality
@himagayan5387
@himagayan5387 9 ай бұрын
চিৰযুগমীয়া গীত। অতি সুন্দৰ ❤
@devajitkalita9946
@devajitkalita9946 2 ай бұрын
আপোন পাহৰা হৈ যাও এনে গীত শুনি।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@prabhakarkakati3200
@prabhakarkakati3200 4 ай бұрын
দিনত এবাৰ শুনিবলৈ মন যায়
@gaganchandrahazarika4605
@gaganchandrahazarika4605 3 жыл бұрын
মোৰ অতি প্ৰিয় গীতৰ অন্যতম ।।👌👌👌
@manjushyam5994
@manjushyam5994 2 ай бұрын
এই কালজয়ী গীতবোৰ চিৰদিনে আমাৰ হৃদয়ত বাজি থাকক🙏🙏🙏
@provlohs4947
@provlohs4947 2 ай бұрын
❤❤
@palashibaruah8926
@palashibaruah8926 2 жыл бұрын
Xunile xuni thakibor mon Jai❤
@AjayDas-gl3lh
@AjayDas-gl3lh 2 жыл бұрын
সত্য , সুন্দৰ, মৰম ভৰি থকা গান ‌। বৰ ভাল লাগে
@user-wj4kr2eo1y
@user-wj4kr2eo1y 3 жыл бұрын
ধুনীয়া ৰাভা সংগীত
@dipagogoi9673
@dipagogoi9673 4 жыл бұрын
Old man is best
@jupitarasarma9390
@jupitarasarma9390 4 жыл бұрын
মনৰ কোনোবা খিনি চুই যায়
@biswajitbaruah5996
@biswajitbaruah5996 2 жыл бұрын
Rava sangeet soni Thakile monto jor pori jai
@nikumonimahanta7560
@nikumonimahanta7560 4 жыл бұрын
বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিটো গীতেই অন্তৰস্পৰ্শ কৰি যায় ।শুনিলে শুনি থাকিবৰ মন যায়।তাৰ মাজতে এইটো গান
@brainout7
@brainout7 Жыл бұрын
গন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ'ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা
@KanaklataRajbongshi-s7g
@KanaklataRajbongshi-s7g 19 күн бұрын
Mor priyo gan❤❤❤❤❤❤❤❤❤ thank you for giving this song ❤❤❤❤❤❤❤❤❤❤❤❤
@vidyarthi6282
@vidyarthi6282 11 ай бұрын
কালজয়ী❤
@dr.hussainhussain6647
@dr.hussainhussain6647 3 жыл бұрын
সুন্দৰ
@meenadutta9132
@meenadutta9132 3 жыл бұрын
গানটোৰ শব্দৰ গভীতাত,আৱেগময় সুৰৰ মুৰ্চনাত হেৰাই যাঁও নিৰিবিলি সময়বোৰত।বাৰে বাৰে শুনিও হেঁপাহ নপলাই।
@arjundas-bj6rr
@arjundas-bj6rr 9 күн бұрын
আমাৰ ক'লা গুৰু জনাক জনালোঁ আন্তৰিক মৰম তথা শ্ৰদ্ধাঞ্জলি।
@alakadevi5347
@alakadevi5347 6 ай бұрын
Kiman dhunia thanks baidew.
@arotiborgohain3888
@arotiborgohain3888 4 жыл бұрын
সচা মই খুব ভাল পাও এই গানতো
@anjoliborah6492
@anjoliborah6492 2 ай бұрын
শুনিয়ো আমনি নালাগে কেতিয়াও ❤❤
@smritiborah6778
@smritiborah6778 4 жыл бұрын
গানটো গভীৰতাত ডুবি থাকোতে নিজকে পাহৰি থাকিলো,ইমান অৰ্থপূৰ্ণ ।
@adilhussain5468
@adilhussain5468 2 жыл бұрын
চিৰযুগমীয়া এই গীত কথা❤️💟
@dineshkumarnath3494
@dineshkumarnath3494 6 жыл бұрын
Heart touching song.... Bht val lagil
@mayonkpranjaldas1209
@mayonkpranjaldas1209 Жыл бұрын
I love this song🥰🥰
@madhabidas6752
@madhabidas6752 2 ай бұрын
This song is best for my compitition on 20 june❤
@babludas1705
@babludas1705 2 ай бұрын
Gutei jibon khunileu hepah npolab gan2
@lifeeofhimaa
@lifeeofhimaa 2 жыл бұрын
❤️❤️❤️
@udayanofficial5390
@udayanofficial5390 2 жыл бұрын
So sweet song of those days... Salute to the great composer...
@nabadipojah9790
@nabadipojah9790 Жыл бұрын
Ati mon parakha geet..hiya jur pore aibor gaan xunile..
@merinarabha2885
@merinarabha2885 5 жыл бұрын
korobat herai jai mon ...ki gan ki ek hundor prokakh
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu 10 ай бұрын
Heart touching song, best song, amazing song, excellent song
@labanyadas9068
@labanyadas9068 2 жыл бұрын
Bohut bhal lage gaan tu
Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation
19:23
Utpal Das Production
Рет қаралды 1,6 МЛН
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 10 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 4,9 МЛН
Кадр сыртындағы қызықтар | Келінжан
00:16
Porojonomor Xubhologonot || Rabha Sangeet || Cover by Naimisha Saikia ||
4:55
Haliki Puwar by Mahalaxmi
5:02
I K
Рет қаралды 2,8 МЛН
MUR KABITAR CHANDA LAGI||KALAGURU BISHNU PRASAD RABHA ||KALLOL BORTHAKUR||2020
5:22
Kallol Borthaakur KB MUSICAL
Рет қаралды 395 М.
Surare Deolare
5:34
JOGAJI THAKOR
Рет қаралды 2 МЛН
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 10 МЛН