যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।

  Рет қаралды 966,093

DY365

DY365

Жыл бұрын

এটাৰ পিছত এটা সুন্দৰ যোৰানাম || Biya Naam || 2022 || Jumon Bora || joon Gogoi
জুমনৰ কণ্ঠত বিয়া নামেই নহয় এটাৰ পিছত এটা সুন্দৰ যোৰানাম। DYৰ মজিয়াত জুন-জুমনৰ এক সুন্দৰ অনুষ্ঠান। স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’।
JUMAN BORA // JOON GOGOI
#biyanaam
#sanglap
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 712
@Snowie485
@Snowie485 7 ай бұрын
আবেগিক হৈ পৰিলোঁ😢,জুমন আগুৱাই যোৱা,ময়ো যোৰহাটৰ জীয়াৰী আৰু যোৰহাটৰে বোৱাৰী,জুমন আমাৰ গৌৰৱ❤❤
@majanihandique8090
@majanihandique8090 Жыл бұрын
জুমন তোমাৰ বিয়া নাম ইমান সুন্দৰ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ।
@paporiborah1143
@paporiborah1143 7 ай бұрын
জুুমন তোমাৰ। কঠত বাজি উঠা হৃদয় চুই। যোৱা বিয়া গীত তুমি আদশৰ সম্পদ 👍👍👍
@tarulatadsingh5997
@tarulatadsingh5997 6 ай бұрын
Good
@user-uw2ni5rm2j
@user-uw2ni5rm2j 5 ай бұрын
​@@tarulatadsingh5997😊❤ ki ni
@munmihazarika779
@munmihazarika779 Жыл бұрын
হয় জুমন, তোমাৰ বিয়া নাম বৰ্তমান সময়ত এক আদৰ্শ। মই কিন্তু বিয়া নাম বহুত ভাল পাও। জুমনৰ জৰিয়তে বৰ্তমান সময়ৰ যুৱক/ যুৱতী সকলক সচেতন কৰি তোলক। তাৰ কামনাৰে জুমনলৈ ধন্যবাদ তথা অভিনন্দন জনালোঁ।
@sanjibpegu5834
@sanjibpegu5834 9 ай бұрын
জুমন তুমি অনন্য, বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিছোঁ সদায় সকলোৰে মৰমৰ পাএ হোৱা আৰু আগুৱাই যোৱা। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।
@monalishakalita3530
@monalishakalita3530 18 күн бұрын
Biya nam moi bor vl pow vl lagil❤
@user-kq5kb9co3b
@user-kq5kb9co3b 5 ай бұрын
I am satisfied on your BIYA NAAM.. God bless u and u always be happy.....
@megharoy6635
@megharoy6635 10 күн бұрын
বহুত ভাল লাগিল। আৰু আগ বাঢ়ি যোৱা
@binamudoi6151
@binamudoi6151 Жыл бұрын
বহুত ধোনিয়া লাগিল । ধন্যবাদ 👍🙏🙏👌👌👌
@jayatinialisivasagar2094
@jayatinialisivasagar2094 7 ай бұрын
ইমান ধুনীয়া কণ্ঠ, তোমাৰ আবেগ ভৰা বিয়া নাম বিলাক শুনি কান্দি ওঠিলো জুমন
@kishordas4870
@kishordas4870 Жыл бұрын
জুমন মই ভাবো যে তোমাৰ কণ্ঠত বাজি উঠা হৃদয় চুই যোৱা বিয়া গীত বাঁহ জুমন বাঁহ তুমি আমাৰ আদৰ্শৰ সম্পদ ।
@protivamohanta1572
@protivamohanta1572 Жыл бұрын
বিয়া নাম বুলি ক'লে বহুত দুখ লাগে 😭😭 তোমাৰ কন্ঠত শুলিলে আৰু বেছি দুখ লাগে 😭তোমাৰ কন্ঠৰ বিয়া নাম বুৰ আবেগ দেখা পাওঁ ।কিন্তু তোমাৰ বিয়া নাম বুৰ শুনিলে শুনি থাকিব মন যায়। আগলৈ আৰু শুনিবলৈ আশা বাদী বহুত ❤️❤️❤️
@amulyaKalita-uv4pe
@amulyaKalita-uv4pe 8 ай бұрын
BIA NAM ANIMA CHOUDHARY AUDIO SONG AJI MAIL VOICE MOI 5 NOHAI 6 STAR AVO ❤❤ MANCHA BULI KOLE BIHU MANCHALE ANIB LAGE SHARAIGHATOLE
@rubigogoi2299
@rubigogoi2299 9 ай бұрын
জুমন তোমাৰ বিয়া নাম শুনি কান্দি গলো তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤❤
@diptihandique5132
@diptihandique5132 Жыл бұрын
ধন্যবাদ জুমণ যিসময়ত অসমৰ অসমীয়া নাৰীয়ে নিজৰ পৰিচয় বিয়া নাম গাবলৈ এৰিছে সেইসময়ত তোমাৰ এই কামত ম ই বৰ সুখি । মোৰ লিখা বিয়ানামৰ কিতাপ এখন তোমালৈ আগবঢ়ালোঁ।
@RamenBaishya-do2du
@RamenBaishya-do2du 11 ай бұрын
dihanam
@user-jv4yd8uc2d
@user-jv4yd8uc2d 8 ай бұрын
সুন্দৰ কন্ঠ দাদা আগবাঢ়ি যোৱা এনেকৈই
@pronitaneog9997
@pronitaneog9997 10 ай бұрын
অতি সুন্দৰ জুমন, চকুৱেদি লোতক বাগৰি গল কব নোৱাৰাকৈয়ে😪 এয়াই ছোৱালীৰ জীৱন । তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
@NRabha755
@NRabha755 Жыл бұрын
বহুত ভাল লাগীল জুমন তুমি সদাই আগুৱাই যোৱা
@sunilkrnath7443
@sunilkrnath7443 Жыл бұрын
বিয়া নাম শুনিলেই মই বৰ আবেগিক হৈ পৰো । বৰ সুন্দৰ গাইছা জুমন ।
@gurubayan8370
@gurubayan8370 6 ай бұрын
কি যে অনুপম!! আৰু আগুৱাই যোৱাটো কামনা কৰিছোঁ
@tanayadutta7405
@tanayadutta7405 3 күн бұрын
Otii hundor❤
@davelgaming8352
@davelgaming8352 13 күн бұрын
U Bohut bohut val lagil jumun
@user-se7dm7do3d
@user-se7dm7do3d Ай бұрын
Bohut val lagise❤❤
@golapisaikia9982
@golapisaikia9982 4 ай бұрын
জুমন সচাঁকৈয়ে তোমাৰ কনণ্ঠত বহুত ৰসাল ' মৌৰ ৰস আৰু সুন্দৰ জিপাল হৈ উঠক তোমাৰ ভবিষ্যৎ উজ্বল কামনা কৰিলো নেদেশা জনৰ উচৰত 👌👌👌👌👍👍👍❤🙌🙌
@savitadevee2892
@savitadevee2892 Жыл бұрын
ঔ গছৰ কোমল কুঁহি ভাটো পৰি খায় ভাটো পৰি খায় মা দেউতাৰ চকুৰ মণি লোকে লৈ যায় । বহুত ভাল লাগিল। ❤
@devdhd7939
@devdhd7939 14 күн бұрын
Hidorabad pra shichu tumak nice. 😊😊😊😊❤❤❤
@user-xs9rp9zi3h
@user-xs9rp9zi3h 7 ай бұрын
ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা জুমন ।
@ratulratulsonowal3141
@ratulratulsonowal3141 4 күн бұрын
চকুপানী উলিয়াই দিলে😢 সুন্দৰ❤
@SabitadeviDevi-rs9hb
@SabitadeviDevi-rs9hb Ай бұрын
Bohut bohut val lagil
@monjuriborthakur2114
@monjuriborthakur2114 11 ай бұрын
অতি সুন্দৰ কন্ঠ জুমন, তুমি আমাৰ অসমীয়া সমাজৰ পৰা লোপ পাব ধৰা বিয়ানাম সমূহ সুৰীয়া কন্ঠেৰে গাই খহি পৰাৰ পৰা উদ্ধাৰ কৰি ধৰি ৰাখিছা | তুমি এনেদৰেই আগলৈ আগুৱাই যোৱাৰ আন্তৰিক শুভ কামনা কৰিলোঁ |
@pranabbhagawati3174
@pranabbhagawati3174 9 ай бұрын
ইমান ধুনীয়া কণ্ঠ।
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
ভাল লাগিছে ভিডিঅ'টি চাই।বিয়া গীত ক সন্মান জনাইছোঁ। বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে 🙏🙏🙏 ইমান ধুনীয়া কৈ বিয়া গীত ক আদিৰ জুনৰ লগত কথা পাতি আমাৰ ৰাইজক বিলাই দিছে জুনৰ বিয়া গীতত সুন্দৰ লাগিছে 🙏🙏🙏🎉🙏🎉🎉🙏
@runukalita4427
@runukalita4427 Жыл бұрын
Bht bht dhuniya gaisa juman .... Ru agoloi aag barhi jua .... God bless you
@nipulbarman7350
@nipulbarman7350 2 күн бұрын
Jun tumi AKHAMIYAR sampad Aagbadri jowa 🎉
@pampyvlogs4152
@pampyvlogs4152 11 ай бұрын
ইমান ধুনীয়া কণ্ঠ😊 শুনিলে শুনি থাকিবৰ মন যায়😊 কন্দুৱাই দিলা অ😢😢
@prianshreevlogs5380
@prianshreevlogs5380 7 ай бұрын
Xundor
@monjyotidas2750
@monjyotidas2750 9 ай бұрын
সঁচাই তোমাৰ কণ্ঠ ঈশ্বৰৰ দান... আগবাঢ়ি যোৱা 🙏
@user-tq6bv3vi3z
@user-tq6bv3vi3z 8 ай бұрын
জুমনৰ উজ্জ’ল ভবিষ্যত কামনা কৰিলো ৷
@krishnaduwara1778
@krishnaduwara1778 Жыл бұрын
Tumar biya nam gutai din hunileu amoni nalage Jumon ❤ . Moi hodai huni thaku 😊 . Love from Arunachal Pradesh ❤❤❤
@user-zq4kd7td9m
@user-zq4kd7td9m 4 ай бұрын
Your voice and singing is very marvelous.
@nirjugogoi2832
@nirjugogoi2832 Жыл бұрын
জুমনৰ বিয়া নাম শুনি চকুপানী ওলাবলৈ ধৰিলে, আশিবাদ কৰিছো আৰু আগবাঢ়ি যোৱা ঈশ্বৰে মংগল কৰক ❤❤❤
@ushasharma4499
@ushasharma4499 7 ай бұрын
😢😂😢❤
@masumvlogs7003
@masumvlogs7003 Жыл бұрын
ইমান ধুনীয়া গাইছা শুনিলে শুনিবলৈ মন গই থাকে আগবাঢ়ি যোৱা তুমি আখিৱাদ কৰিছো ❤❤❤❤❤❤
@jesminbegum4609
@jesminbegum4609 7 ай бұрын
Bohut bohut val lagise❤
@ParikhitBharali
@ParikhitBharali 2 ай бұрын
Jorhatar juman aru Rowtar Joon Asomar gourab
@AtulSharma-zz5zo
@AtulSharma-zz5zo 7 ай бұрын
Bohut val lagil ❤❤❤❤
@heerasvlogs4231
@heerasvlogs4231 Жыл бұрын
তোমাৰ বিয়া নামবোৰ শুনিলে শুনি থাকিবৰ মন যায় ,বৰ সুন্দৰ গাইছা ভাইটি ❤
@baijayantibarman511
@baijayantibarman511 Жыл бұрын
Bhal lagise tumi bhale thakiba
@paraggohain3086
@paraggohain3086 Жыл бұрын
@@baijayantibarman511 l l l lol free little l no yl good yl veer
@user-yw3ul1eg5q
@user-yw3ul1eg5q 11 ай бұрын
Very nice.
@user-fd1by7ev9g
@user-fd1by7ev9g 9 ай бұрын
😂
@MainuBorah-bv4mu
@MainuBorah-bv4mu 6 ай бұрын
Moja
@user-xe1hi1gx3w
@user-xe1hi1gx3w 9 сағат бұрын
Sundar kantha val lagil
@user-uv6oh6oe8j
@user-uv6oh6oe8j 8 ай бұрын
Bohut Bohut Val Lagesa 👍👍( From Punjab )
@prianchigogoi9168
@prianchigogoi9168 10 ай бұрын
অতি সুন্দৰ তুমাৰ বিয়া নামৰ সুৰ জুমন বহুত ভাল লাগিল তুমাৰ বিয়াৰ নাম শুনি মোৰ হদয চুই গল জুমন বহুত বহুত ধন্যবাদ থাকিল ।
@safulali7469
@safulali7469 6 ай бұрын
Bohut dhuniya hoise de vi
@lakhyahiragohain2011
@lakhyahiragohain2011 Жыл бұрын
সচাঁ ই বৰ সুন্দৰ।মন চুই গ'ল ❤❤
@maina143-zs4el
@maina143-zs4el 5 ай бұрын
Bahut dhunia kontho tumar juman dada ..tomar biya name bht khini abegik hoi parilo❤❤love from mangaldai
@himangshusarmah5609
@himangshusarmah5609 3 ай бұрын
All d best brother 🎉🎉🎉
@swapnagogoi8702
@swapnagogoi8702 7 ай бұрын
Bohut bhal hoise namoti gorakir konthotu sundor Krishna sundor podokhyap ashirbad korisu bohut agbarhi jua oshomiyar krishtry jiyai rokhat orihona jugabo
@KakubharaliKakubharali
@KakubharaliKakubharali 4 ай бұрын
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥disa. Rovat bohi thoka jen lagise ooo🔥🔥🔥
@user-ep4wv4qu7k
@user-ep4wv4qu7k 9 ай бұрын
Khub bhal lagil ❤😊🎉
@user-eo7ey5wh1e
@user-eo7ey5wh1e 7 ай бұрын
Bhut dhunia lgasa dada
@user-rt7xj4je4y
@user-rt7xj4je4y 5 ай бұрын
Bhout dhuniya lagil vaiti ankoi jate hodia agbahi jua kamonra
@PronatiNeog-kk2uy
@PronatiNeog-kk2uy 7 ай бұрын
Bohut bohut Val lagise. Mur deha mon sui goise
@bhabakantanath
@bhabakantanath Жыл бұрын
চকুৰ পানী ৰোধ কৰিব নোৱাৰিলোঁ। আপুনি জনমানসত জনপ্ৰিয় হৈ থাকক। উজ্জ্বল আৰু দীৰ্ঘায়ু কামনাৰে ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।
@SumuGogoi-sg6nk
@SumuGogoi-sg6nk 2 ай бұрын
0000pp0x
@DebojitBuragohain-mz7xi
@DebojitBuragohain-mz7xi Ай бұрын
Aguwai juwa jumon tumak akhirbad disu .
@simarjitkour7855
@simarjitkour7855 11 ай бұрын
আবেগিক কৰি দিলা😢শুভেচ্ছা জনাইছো প্রতিটো পলৰ বাবে ....
@saminkalita4772
@saminkalita4772 Жыл бұрын
বহুত বহুত ধুনীয়া ৷ ইয়াতকৈ আৰু ধুনীয়াকৈ কোনোৱে গাৱ নোৱাৰে দাদা
@DNgamer291
@DNgamer291 7 ай бұрын
Bohut dhuniya kontho deda❤❤
@user-tu2do7it2s
@user-tu2do7it2s 7 ай бұрын
বিয়া নামে যুগ্ম জীৱনৰ দায়িত্ব আৰু কৰ্তব্য শিকাই।সুন্দৰ উপস্থাপন।
@jayantaneog4122
@jayantaneog4122 Жыл бұрын
বহুত বহুত ভাল লাগিল। কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@rimjimsonowal
@rimjimsonowal 5 ай бұрын
Bahut val lagil Suman .
@user-mf9fy7kb2u
@user-mf9fy7kb2u 6 ай бұрын
Bhout val lagile huni
@jonalihazarika3305
@jonalihazarika3305 Жыл бұрын
সঁচাকৈয়ে আবেগিক হৈ পৰিছো জুমনৰ কণ্ঠত বিয়ানাম শুনি ।
@bijupathak1865
@bijupathak1865 Жыл бұрын
বহুত সুন্দৰ গাইছা জুমন। অভিনন্দন জ্ঞাপন কৰিছো।
@user-bh3kb8zy6o
@user-bh3kb8zy6o 9 ай бұрын
❤really incredible Juman ❤🎉
@rupamkumarsaikia4029
@rupamkumarsaikia4029 7 ай бұрын
মন চুই যায় অসমীয়া বিয়ানাম শুনিলে।
@himadridutta5868
@himadridutta5868 Жыл бұрын
Bht vl lge jumon r bia nam ❤ love from Jorhat
@sumigogoi-pq4ii
@sumigogoi-pq4ii 2 ай бұрын
Bhut vl lgil
@Shivam_4you
@Shivam_4you 6 ай бұрын
Absolutely fantastic. Great voice ❤
@LatugogoiGogoi
@LatugogoiGogoi Ай бұрын
Eman dhunia hur❤❤
@rimadas1718
@rimadas1718 8 ай бұрын
Your so sweet.amezing....hert touching song
@mrinalchsarma8586
@mrinalchsarma8586 3 ай бұрын
বহুত বহুত ধন্যবাদ জুমন । আমাৰ সংস্কৃতিত বিয়ানাম এটা অংগ তাক জীয়াই ৰখা আমাৰ সকলোরে কর্তব্য ।
@diptihazarika4006
@diptihazarika4006 14 күн бұрын
জুমন তোমাৰ কন্ঠৰ আৰু ভাল হয় তাৰ বাবে ভগৱান ৰ ওচৰত প্ৰাথনা জনাইছো মই হোজাই জিলাৰ কাকীৰ নিবাসী দিপ্তী
@bijoysonowal8181
@bijoysonowal8181 6 ай бұрын
সুন্দৰ কণ্ঠ জুমন উজ্বল ভবিষ্যত কামনা কৰিছো ।
@LimaShree-ds5mh
@LimaShree-ds5mh 5 ай бұрын
Oh god emn dhunia kntho hiya sui gl❣️
@RekhaSaikia-lc7hh
@RekhaSaikia-lc7hh 2 ай бұрын
Val lagil. Aru aguai jua
@Manju-ej3wm
@Manju-ej3wm Ай бұрын
Bohut dhunia lagil tumi agbarhi juwa❤❤
@navajitsarma5003
@navajitsarma5003 8 ай бұрын
Bohut val lagil
@31no.jogduarsunarikaliapan75
@31no.jogduarsunarikaliapan75 Жыл бұрын
Jumon tumi aru agbagi jua....bohut vl lgil....moiu suali biya dilu...ajiu moi hei drishya pahoribo nuaru..
@ridipgoswami95
@ridipgoswami95 Жыл бұрын
লৰা মানুহে ইমান ধুনীয়াকৈ গাইছে আবেগিক হৈ গলু ।
@kamalsonowal9500
@kamalsonowal9500 Ай бұрын
Bohut bohut dhunia lage tumr mukhot huniboloi
@RitaMoniGogoi-tl5gq
@RitaMoniGogoi-tl5gq 28 күн бұрын
Nice voice 👌 😊
@Jgdassamaese7256
@Jgdassamaese7256 Жыл бұрын
ইমান ধুনীয়া বিয়ানাম গাইছা শুনিলে বৰদুখ লাগিযায় নজনাকৈয়ে চকুলো বৈ আহে ।
@animadas9562
@animadas9562 4 ай бұрын
Dhuniya gaisa biya nam ATI hundra, Kotha kle baideuoa❤❤❤
@aswinikumarnath6901
@aswinikumarnath6901 4 ай бұрын
Sundar anusthan biya namor.. Vl lagil hiya ujari hahilo hunilo.. Mr. Aswini KR. Nath Baghmara. Bojali pathsala..
@anadiphukan5778
@anadiphukan5778 6 ай бұрын
❤সচাকৈয়ে আমি অসমীয়া হিচাপে বহুত গৌৰাৱাম্বিত ৷ইমান সুন্দৰ কৃষ্টি সংস্কৃতিৰে ভৰপুৰ আমি ৷আছলতে আমি নাচি নাজানি চোতাল খন বেকা বোলি কৈছো ৷যিকি নহওক ৷আজি কায্যসোচি ভাগ চাই বহুত ভাল লাগিল ৷জুমন তোমি আৰু আগুৱাই যোৱা ।ভবিশ্যতে এনেকৈ আৰু সুন্দৰ উপহাৰ দিবা বোলি আশা থাকিল।
@Snowie485
@Snowie485 7 ай бұрын
স্নীগ্ধা বাৰ কথাখিনি সঁচাকৈ বৰ মোহনীয়া,শুনিলে শুনি থাকিবৰ মন যায়
@parismita543
@parismita543 Жыл бұрын
So sweeth tq jumon dak anusthanloi motar babe😮😮❤❤❤
@juribokal6336
@juribokal6336 Ай бұрын
চকুৰ পানী ওলাই গৈছে ❤❤ অ'
@user-io4jt7cc8k
@user-io4jt7cc8k 9 ай бұрын
Bhut val lagise dei bhayti
@jonalibarman3246
@jonalibarman3246 5 ай бұрын
সুন্দৰ কন্ঠ ভাটি আনৰ কথা নেউছি আগুৱাই যোৱা,,আৰু বা আপোনাক ও বহুত ভাল লাগে ।।
@krishnakalita9587
@krishnakalita9587 11 ай бұрын
Dhoniya lagil God Bless You
@rejiabegum2355
@rejiabegum2355 9 ай бұрын
ভাল লাগিছে জুমন গাই থাকিবা ।
@sunilrajkhowa2864
@sunilrajkhowa2864 5 ай бұрын
Bahut dhunia lagise
@NituGogoi-to4sz
@NituGogoi-to4sz 9 ай бұрын
মই একো নকওঁ 😍 মাথোঁ তোৰ মাত টু শুনিলে শুনি থাকিব মন যায় ❤️ বাকী বিয়া নাম কেইটা খুব সুন্দৰ গাইছ 🤗 আগবাঢ়ি যা 🤲
@ushatamuli602
@ushatamuli602 Жыл бұрын
জুমন তোমাৰ কণ্ঠত বিয়া নাম যিমান শুনো সিমান মোৰ বাহি বিয়াৰ দিনা ঘৰৰ পৰা ওলাই অহা সময় খিনিলৈ মনত পৰে আৰু কান্দি উঠো আৰু দাদা ভাইটিয়ে কেনেদৰে কান্দি কব নোৱাৰা হৈ যোৱা দৃশ্যটো মনত আহে । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
@roji690
@roji690 14 күн бұрын
এনে বিয়া নাম শুনি আহিছোঁ। কিন্তু ল'ৰা ই গাইছে বৰ ভাল লাগিছে । নব প্ৰজন্মৰ আদৰ্শ চানেকি হোৱা
@amiyagohain3733
@amiyagohain3733 9 ай бұрын
Very good, keep it up. Thank you.
@binapanidekasaharia3702
@binapanidekasaharia3702 6 ай бұрын
Dhuniya khur 👌👌👌
@anitatalukdar9865
@anitatalukdar9865 6 ай бұрын
Khub bhal lagiche
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,7 МЛН
WHO LAUGHS LAST LAUGHS BEST 😎 #comedy
00:18
HaHaWhat
Рет қаралды 17 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 2,9 МЛН
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,7 МЛН