No video

যোৰহাটৰ ন-বিজেপিকলৈ মন্থন চলাব কোনে?

  Рет қаралды 77,019

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ যোৰহাটৰ ন-বিজেপিকলৈ মন্থন চলাব কোনে?
▶️ যোৰহাটত বিপৰ্যৰ মূল কাৰণ কি?

Пікірлер: 131
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 2 ай бұрын
Bjp 15বছৰ পিছ পৰিল। গৌৰৱ গগৈক এইবাৰ জনতাই cmবনাই হে এৰিব।
@deadlydrax2711
@deadlydrax2711 Ай бұрын
Right
@kanakgogoi6761
@kanakgogoi6761 2 ай бұрын
এই সকল এতিয়া বিজেপিৰ আৱৰ্জনা ।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 ай бұрын
বিজেপিৰ বোজা হে হল।
@janardanbora2803
@janardanbora2803 2 ай бұрын
এই দল বাগৰা বোৰক ভোট দিব কোনে 😅😅😅
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
দিল্লীৱালাৰ নিৰ্দেশত গৌৰৱ গগৈক হৰুৱাবলয় এইবিলাকক যোগদান কৰোৱাইছিল। আমাক শাসন কৰিবলৈ দল বাগৰিছে ।
@SpeedMatters.
@SpeedMatters. 2 ай бұрын
Shameless keita. Kune vote dibo eiketak. Aru besi Gu haron khabo next time.
@upenboro8825
@upenboro8825 2 ай бұрын
দল বগৰাবোৰক কোনে ভোট দিব এইবোৰৰ কাম নাই
@Axomgiyan12
@Axomgiyan12 2 ай бұрын
মনত ৰাখিব অসমত প্ৰাক্তন কংগ্ৰেছী মানে ন BJP ৰ ভাল দিন অহাৰ সম্ভাৱনা নাই l মহন জী ভাগৱতৰ ভাষণ শুনি লওঁক l
@srimantadutta1018
@srimantadutta1018 2 ай бұрын
যোৰহাট বুলি নহয় সকলো সমষ্টিৰ মানুহে দল বাগৰা নেতাক যাতে আকোৱালী নলয়। আৰু একেজনক কেতিয়াও সম্পত্তিৰ মালিক হবলৈ সুবিধা দিব নালাগে কাৰণ দলত নিষ্ঠা সহকাৰে কাম কৰা লোকক সুবিধা দিব লাগে। আমাৰ নেতাসকলে পৈতৃক সম্পত্তি বুলি গাদী এৰিব নিবিচাৰে কেতিয়াও।,,,,,,,,,,,
@debajanisarma1673
@debajanisarma1673 2 ай бұрын
Ankita Dutta 😂
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 2 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bhaskarborah4254
@bhaskarborah4254 2 ай бұрын
বৰ্তমান অসমত তিনি ডোখৰ হীৰা থকাৰ অনুভৱ হয়। জয় আই অসম
@user-zw1sl3zs1s
@user-zw1sl3zs1s 2 ай бұрын
নতুন বিজেপিয়ে বিজেপিক শেষ কৰিব।
@bidi7453
@bidi7453 2 ай бұрын
হিমন্ত আৰু হিমন্ত বাহিনী যিটো দলত থাকে সেই দল অসমে ত্যাগ কৰা উচিত। অসমত চিন্দিকেত আৰু গুণ্ডাৰাজ নালাগে
@khargeswarbaruah8139
@khargeswarbaruah8139 2 ай бұрын
নতুন ক্ৰীজত প্ৰথম বলটেই ক্লীণ ব'ল্ড ৰানা গোস্বামী।এইকেইজন ফ্লপ নেতা!
@dibyajyotigogoi4801
@dibyajyotigogoi4801 2 ай бұрын
এইসকল হিমন্তৰ পাল্লাত পৰিছিল নহয়।এতিয়াহে গম পাব।
@achintaborah186
@achintaborah186 2 ай бұрын
এই ডালাল গীতাৰ কথা মতে ৰাইজ নচলে।26চনত এই হকল 0হৈ জাব।গৌৰৱ গগৈ জয় ৰাইজৰ জয় ।
@user-td6cd7vb4l
@user-td6cd7vb4l 2 ай бұрын
দল বাগৰি ফুৰা সকলৰ একো গেৰানতি নাই আকৌ পাভ লুতি মাৰিব
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
সকলোকে ক্ষমতা লাগে, সহজ ধন লাগে,সাত পুৰুষলৈ সম্পত্তি লাগে এতিয়া কি কৰিব ।
@solutioncorneraxom8463
@solutioncorneraxom8463 2 ай бұрын
দল বাগৰা নেতাৰ কোনো ভেটি নাই।
@biswajitgayan6631
@biswajitgayan6631 2 ай бұрын
দেলাল কেইটা ৰাজনৈতিক চিনেমা অন্ত পৰিল।
@sadeksaikia8168
@sadeksaikia8168 2 ай бұрын
এই দালাল কেইটা এতিয়া নচলা টকা । ইহঁতৰ লগত এতিয়া কোনো নাই।
@indrajitsaikia8877
@indrajitsaikia8877 2 ай бұрын
যোৰহাটৰ ভোটাৰ সচেতন. ৰাইজে ভোট দি জিকাই।
@dipankarhazarika5213
@dipankarhazarika5213 2 ай бұрын
সৎ মানে কি? যি দলেই নহওক সেই সৎ শব্দৰ অৰ্থ বুজি পাব লাগিব। ৰাইজে কি বুজিছে বুজক।
@tumpakmonu3961
@tumpakmonu3961 Ай бұрын
দল বগৰা কোনো নেতা নেত্ৰিক কোনো ৰাজনৈতিক দলে সহজে আঁকোৱালি নলয় যেন। দল বগৰাৰ আঁৰত নিজৰ স্বাৰ্থ পূৰণৰ উদেশ্য লুকাই থাকে। এটা কথা মন কৰিব লাগে যে ক্ষমতা কেতিয়াও এজনৰ লগত নাথাকে। ই প্ৰকৃতিৰ চিৰন্তন সত্য কথা। আজি পথৰ ভিক্ষাৰী এজন কালি ৰজা হব পাৰে। নিজ দলৰ আদৰ্শ, দৰ্শন আৰু অন্যান্য নীতি আদৰ্শ এৰি অন্য কোনো দলত নতুনকৈ প্ৰৱেশ কৰি যে অন্য ঘৰ এখন যে নাভাংগিবি ইয়াৰ কোনো নিশ্চয়তা নাই।
@Aditygogoi123
@Aditygogoi123 2 ай бұрын
Kha atia...khub bhal...nilaz keita...
@prabinmallabaruah8845
@prabinmallabaruah8845 2 ай бұрын
যিকেইজনৰ চৰ্চা কৰিছে তেওঁ লোক যোৰহাটৰ স্বঘোষিত নেতাহে। তেওঁ লোকে নিজ দল ত্যাগ কৰি বিজেপিলৈ গৈ প্ৰমাণ কৰিব পাৰিছে নেকি তেওঁলোকৰ জনপ্ৰিয়তাৰ মাপকাঠি? বিজেপিৰ বাবে কিমান ভোট গোটালে তেওঁলোকে? আজিকালি জনতাৰ মাজত থকা নেতাৰ কথাহে মানুহে বিশ্বাসত লয়।
@pabitrasaikia5831
@pabitrasaikia5831 2 ай бұрын
এই সকল জনসাধাৰনৰ কাৰনে অহা নাই নিজৰ পকেট গৰম কৰিবলৈ হে আহিছে দেই ৰাইজ
@islamahmed6988
@islamahmed6988 2 ай бұрын
কংগ্ৰেছৰ এনে নেতাৰ প্ৰতি নাৰাজ হৈ কংগ্ৰেছৰ পৰা বহুলোক আতঁৰি আছিল। কংগ্ৰেছৰ পৰা দল বাগৰি যোৱাৰ পাছত পুণৰ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ গৌৰৱ গগৈক ভোটদান কৰিলে !
@paramidas175
@paramidas175 Ай бұрын
নিজৰ স্বাৰ্থৰ বাবেই দল ত্যাগ কৰা সকলক জনতাই বিশ্বাসত নলয়।
@user-mg4tn4es6n
@user-mg4tn4es6n 2 ай бұрын
গোটেই কেইটাই কিমান টকা লৈছে সেইটো ডাঙৰ কথা, আন্ধাৰ এৰি নহয় পইচা দেখি বিজেপিলৈ গৈছে
@debojanisaikia9812
@debojanisaikia9812 2 ай бұрын
Hundor
@DConfusedAatma
@DConfusedAatma 2 ай бұрын
এইবোৰ নিউজ খূব বজাৱক। দল বাগৰাখিনিৰ মনটো ভাল লাগি থাকিব। এনেধৰনৰ বাতৰিয়ে যে বি জে পি ক বিৰূপ প্ৰভাৱ পেলাব সেয়া খাতাং।
@janardanbora2803
@janardanbora2803 2 ай бұрын
এইবোৰৰ কেৰিয়াৰ শেষ কৰি দিলে বিজেপিয়ে 😅😅😅
@binoykalita7597
@binoykalita7597 2 ай бұрын
সূৰুয দিহিঙ্গীয়াক কাৰেন্টে চৰ্ত কৰিলে। এতিয়া ফিউজ বাল্ব হৈ পৰিল।
@InnocentBilliards-kv1jl
@InnocentBilliards-kv1jl 2 ай бұрын
Laj Napay eybure
@mrinaldutta3949
@mrinaldutta3949 2 ай бұрын
Ehoti raijor Kam koribo ahe na nijor petor vuk maribo ahe....sbor atai dilog raijor babe Kam koribo ahisu😀😀😀😀
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপিয়ে যি"কৰে কৰক।আমাৰ কংগ্ৰেছে তাত মাথা গৰম কৰি লাভ নাই।মুঠৰ ওপৰত ন-বিজেপিক কংগ্ৰেছত সোমাবলৈ নিদিব।!!!
@trinayanvlogs3128
@trinayanvlogs3128 2 ай бұрын
Rana Ankita Rupjyoti Susanta Suresh are responsiblity for losd of Jornat
@bishaldas3964
@bishaldas3964 2 ай бұрын
Usit punishment dise raije ihotok...
@irfanhoque1346
@irfanhoque1346 2 ай бұрын
Jorhat't educated manuh ase so Jorhat kunu karonot.............. Politics koribo nuware
@TIGER_44416
@TIGER_44416 2 ай бұрын
Hoi Hoi aiketa juwa karone vote napale
@user-dg4vz2sl1k
@user-dg4vz2sl1k 2 ай бұрын
এই 4 টাকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ এই 4 টা নেটাই মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰী পদত বহিলে ভাল লাগিব
@lalitmoran2709
@lalitmoran2709 2 ай бұрын
বিজেপি চেতেপ all over India and Assam. লেৰেলা পৰা বেঙেনা যিমান সিজালেও নিসিজেহে নিসিজে চাই থাক । বোপাই।
@Surajjamanprodhani
@Surajjamanprodhani 2 ай бұрын
Laj napai
@dipudaniel8798
@dipudaniel8798 2 ай бұрын
Aru besi he powerful hobo Gaurav team
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 ай бұрын
BJP CM out Congress Sarkar CM Gaurav Gogoi zindabad 💯
@nirmalhazarika
@nirmalhazarika Ай бұрын
নতুন পিট্চৰ বাউন্চ ধৰিবই নোৱাৰিলে ! শূণ্য ৰানতে আউত !
@JoyPrakashBorah
@JoyPrakashBorah 2 ай бұрын
It's quite impossible of any politics under JORHAT LSC to change in to a gerua koron. God may help forever. CONGRESS ZINDABAD.🎉🎉🎉🎉
@gouravburagohain597
@gouravburagohain597 Ай бұрын
দল বগৰা সকলক কংগ্ৰেছত স্হান দিব নালাগে ৷
@jayantarajkonwar9425
@jayantarajkonwar9425 2 ай бұрын
এই দালালাকেইটা পুণৰ সুবিধা লব কংগ্ৰেছৰ দললৈ আহিবৰ বাবে,দিব নালাগে।
@dijuhazrika3882
@dijuhazrika3882 2 ай бұрын
ei keita moha bodmas kla
@Crxxaxe010
@Crxxaxe010 2 ай бұрын
Gourab gogoi next cm
@subratadey9156
@subratadey9156 2 ай бұрын
এওঁ লোকৰ আসন ৰাইজৰ লগত।
@Hitreals586
@Hitreals586 2 ай бұрын
বঢ়ী চেকা নেতা ৰ যেনেকৈ কংগ্ৰেছত কাম নাই BJP ত গলেও কাম নাই
@shivamdas3959
@shivamdas3959 2 ай бұрын
Nice ❤❤❤
@binoykalita7597
@binoykalita7597 2 ай бұрын
লৰিফুৰা কেকুৰাৰ তেল নেথাকে।এই ৰাণা অংকিতাৰ অৱস্থা এনেধৰণৰ হব।
@trikenkalita9784
@trikenkalita9784 2 ай бұрын
Jorhat BJP 😂😂😂
@sibahazarika7388
@sibahazarika7388 2 ай бұрын
এই বিলাকে বিজেপিক ডুবাৱ।
@trikenkalita9784
@trikenkalita9784 2 ай бұрын
Good 👍👍
@sunitgogoi4425
@sunitgogoi4425 2 ай бұрын
Nijor sarthor karone goise
@Nabasonowal8304
@Nabasonowal8304 2 ай бұрын
অসমবাসীক কি সেৱা কৰিবি দল বাগৰা নেতাই
@jayaborah2926
@jayaborah2926 2 ай бұрын
ৰাণা গোস্বামী হিৰ হৈ আহি জিৰ হৈ ৰল।
@user-jd3cm1qm6t
@user-jd3cm1qm6t 2 ай бұрын
Jorhatot Raij he neta, jonota neta aei keita jorhatot pata nidie kuneu.
@tuntunhazarika113
@tuntunhazarika113 2 ай бұрын
Nish sartho kana goisa ai kita manuh val cini puo aitk
@utpalsonowal7020
@utpalsonowal7020 2 ай бұрын
২০২৬ চনত আৰু ভাল ফল পাব কংগ্ৰেছে।। বি জে পি হটাও
@aftabahmed7506
@aftabahmed7506 2 ай бұрын
লাজ নাপাই নে এনেধৰণৰ কথা কবলৈ।
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
বিজেপি ছৰকাৰ গৌ বেগ
@amritborah4276
@amritborah4276 2 ай бұрын
Angkita Datta r uport nijor pitir saw lagiise. Adin hoitu HBS r babe Angkita Datta r etihas nihses hoi jab
@কেলাboruahshakti
@কেলাboruahshakti 2 ай бұрын
খাই পাত ফলা,, ইহতক,, বোকাত খাব দিব লাগে,,কাম নাই 😂
@dipabhagawati2722
@dipabhagawati2722 2 ай бұрын
ইমান কাম কৰিছে
@debajanisarma1673
@debajanisarma1673 2 ай бұрын
Sob flop neta r last goal BJP😂
@NabajeetBoruah-ur8gz
@NabajeetBoruah-ur8gz 2 ай бұрын
Congress ahi ase, Mama bula fotuwa tuk jail t vorabole
@prasantagogoi4965
@prasantagogoi4965 2 ай бұрын
কিহৰ ? সাগৰৰ নে? বিহহে ওলাব।
@emanali4528
@emanali4528 Ай бұрын
New BJPr acha moht kintu 2026th poth durgom
@rijaurrahman4071
@rijaurrahman4071 2 ай бұрын
যোৰহাট কাম নাই। ৎৎৎৎৎৎৎ
@putulgogoi3644
@putulgogoi3644 2 ай бұрын
Fail hobo
@jadukoch7576
@jadukoch7576 2 ай бұрын
এই কেইজন পকা বিলাহীৰ দৰে থোৱা ঠাইতে গেলিল।
@abdulmannanahmed787
@abdulmannanahmed787 2 ай бұрын
People have punished the opportunists this way. The public are too wise to be duped by these rolling stones.
@arunchdutta7079
@arunchdutta7079 2 ай бұрын
0
@arpitadutta9888
@arpitadutta9888 2 ай бұрын
Dalal
@user-tw1tn5xu1h
@user-tw1tn5xu1h 2 ай бұрын
Laj loga naine, bander,bandore😂😅
@horensaikia9048
@horensaikia9048 2 ай бұрын
Rana bgpe by by
@dipalisonowal8842
@dipalisonowal8842 2 ай бұрын
Aakori
@suramaBorgohai-yw1pb
@suramaBorgohai-yw1pb 2 ай бұрын
Rana Goswami k tomak tikot nidiye
@sailendrasarma5582
@sailendrasarma5582 2 ай бұрын
এই বিলাক অকামিলা
@jaminidas1266
@jaminidas1266 2 ай бұрын
😁😁
@samardas3337
@samardas3337 2 ай бұрын
Bap bara na bhaiya sabse bara rupaya. Ekdam thik kotha.
@MensingEngti-hw1vx
@MensingEngti-hw1vx 2 ай бұрын
Ha..ha...ha....paiseh masala,
@milangogoi2834
@milangogoi2834 2 ай бұрын
Kal mane ehat hakalure Kal.
@pallabisaikia6134
@pallabisaikia6134 2 ай бұрын
Rana Goswami ajon biswaghatok. Aijon jate kunudin congress loi nane. Anile congress ako baya din ahibo
@jibankarmakar8575
@jibankarmakar8575 2 ай бұрын
Bor khok no bijipir
@miksiabung6978
@miksiabung6978 2 ай бұрын
Dolar bhogari
@technicalguruji3961
@technicalguruji3961 2 ай бұрын
Kukur Rana Goswami & party.
@FulitKongari-lo8pj
@FulitKongari-lo8pj 2 ай бұрын
Dol bagora netar velue kome.
@prasantarai3921
@prasantarai3921 2 ай бұрын
Veleki baji monthon
@Smart8hd-ds1pm
@Smart8hd-ds1pm 2 ай бұрын
AnujBorkotokir deutar atmai Shanti napai
@pritamdeb8651
@pritamdeb8651 2 ай бұрын
Public a xob a gom pay 😂😂
@user-jd3cm1qm6t
@user-jd3cm1qm6t 2 ай бұрын
Aei keijonok dhighal ke kopalot fut ata ata di dibo lage.
@ramenboruah7706
@ramenboruah7706 2 ай бұрын
Tohoti enai siori thako ayai democracy.
@dineshroy8410
@dineshroy8410 2 ай бұрын
Aei bilak suwa toe pap
@dhrubajyotiborah4718
@dhrubajyotiborah4718 2 ай бұрын
Expired hoise already 😂
@AmulyaDoley-qe1my
@AmulyaDoley-qe1my 2 ай бұрын
Akhakot jjiman Tora thakileu Juno r babe ETA torai uponugi
@himantagogoi6349
@himantagogoi6349 2 ай бұрын
মুতি দিলোঁ
@bhaskarboruah1946
@bhaskarboruah1946 2 ай бұрын
😂😂😂
@user-vc9oo9th9m
@user-vc9oo9th9m 2 ай бұрын
Ai kaita katia u jikibo nuwara
@PabitraGogoi-yc4wn
@PabitraGogoi-yc4wn 2 ай бұрын
Kam nai kotha koi,hunibole MN naja
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 28 МЛН
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН