Пікірлер
@thepoliticalawareness1021
@thepoliticalawareness1021 53 минут бұрын
CM Sir আৰু অসমৰ ৰাইজলৈ এটা মুকলি আবেদন। পানী সোণ কৈ বেছি মূল্যবান সম্পদ হয়। অসম পানীৰ ক্ষেত্ৰত চহকী আছিল। *কিন্তু বামপন্থী চীনে ব্ৰহ্মপুত্ৰত নদী বান্ধ বনাই আছে। চীনে তাতে Electricity Generation বাবে বান্ধ বনোৱা নাই তেওঁলোকৰ চকু ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত।* তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পানী সুৰংগ ৰ জৰিয়তে বেলেগ ফালে লৈ যাব চেষ্টা কৰিব চাগে। লগতে কমিউনিষ্ট চীনে আজিকালি বহুত বেছি Cloud Seeding অথবা Artificial Rain কৰে তাৰ প্ৰভাৱ উত্তৰ পূৱত পাৰিব পাৰে। অসমত বানপানীৰ কাৰনে যিমান লোকচান অথবা প্ৰভাৱ পাৰে তাতকৈ 100 গুণ বেছি প্ৰভাৱ পাৰিব খৰাংৰ অথবা পানীৰ অভাৱৰ পৰা। অসমৰ মানুহ, উদ্যোগ, খেতি, বননি, চৰাই, জীৱ জন্তু সকলোৰে ওপৰত মধামাৰ পাৰিব পাৰে। আজিকালি অসমৰ তাপমাত্ৰা বহুত বৃদ্ধি হৈছে আৰু Statically যদি চাই বৰষূণ কমিছে। সেইকাৰণে অসমৰ চৰকাৰ আৰু ৰাইজ এখন যুদ্ধলৈ প্ৰস্তুতি কৰিব হল। কিদৰে? অসমত কিছুমান Artificial Lake, Artificial Pond অথবা অমৃত সৰোবৰ বনোৱা উচিত। চৰকাৰে আৰু ৰাইজে কৰা উচিত। আগৰ আহোম ৰজাই বৃহৎ বৃহৎ পুখুৰী খান্দিছিল। অমৃত সৰোবৰ সমূহে বানপানীৰ সময়ত সহায় কৰিব আৰু খৰাং ৰ সময়তো সহায় কৰিব। অমৃত সৰোবৰৰ Concept Dr. Himanta Biswa Sarma Sir ৰ। চৰকাৰে কিছু সৰু সৰু অমৃত সৰোবৰ বানাইছে কিন্তু আৰু অধিক আৰু বৃহৎ অমৃত সৰোবৰ বনোৱা উচিত। বৃহৎ অমৃত সৰোবৰ বনাবলৈ বহুত টকা লাগিব। কেন্দ্ৰ চৰকাৰে যদি সহায় কৰে বৃহৎ অমৃত সৰোবৰ বনাবলৈ তেনেহলে ভাল হয়। সৰু সৰু পুখুৰী ৰাইজে নিজে বনোৱা উচিত। অমৃত সৰোবৰ বনাবলৈ যি টকা খৰচ হব সেই টকা অমৃত সৰোবৰ সমূহৰ পৰা উভতাই পাব পৰা যাব যদি অমৃত সৰোবৰ সমূহ Multi Purpose Economic Model ত বনোৱা হয়। অমৃত সৰোবৰ সমূহ কি কামত ব্যৱহাৰ কৰিব পাৰিব। *Fishery Industry:* Fishery Industry কেইবা হাজাৰ কোটি টকাৰ। অসমলৈ বাহিৰৰ ৰাজ্যৰ কোটি কোটি টকাৰ মাছ আহে আৰু অসমৰ পৰা কোটি কোটি টকা ওলাই যায়। অমৃত সৰোবৰ সমূহ মাছ উৎপাদনৰ বাবে উপযুক্ত হব। লগতে বহুত লৰা ছোৱালীয়ে Fishery ৰ লগত জড়িত হৈ কাম পাব। চৰকাৰ অথবা ৰাইজে যি টকা খৰচ কৰিব সেই টকা পুনৰ ওভতাই পাব। *Tourism Industry:* Tourism Industry এ আটাইতকৈ বেছি চাকৰি সৃষ্টি কৰে। বৃহৎ অমৃত সৰোবৰ সমূহ আৰু তাৰ দাতি কাষৰীয়া অঞ্চল সমূহ যদি পৰিকল্পিত ভাৱে বনাই লোৱা হয় তেনেহলে তাত Tourist ক attract কৰিব পৰা যাব। Boting, Selfi Point, Nature Explore, Restaurant, Fishing Experience. Tourism Project ৰ পৰা যি Revenue হব তাৰ পৰা অমৃত সৰোবৰ বনোৱা খৰচ recover হৈ যাব। যদি loan লয় তেনেহলে loan ৰ টকা ওভতাই দিব পৰা যাব। *Jal Jivan Mission:* চৰকাৰে অমৃত সৰোবৰ সমূহ ব্যৱহাৰ কৰিব পাৰিব গাওঁ বিলাকত পানী যোগান আঁচনিৰ বাবে। *Floating Solar Power Project:* বৃহৎ অমৃত সৰোবৰ সমূহ Floating Solar Power Project ৰ বাবে lease ত দিব পৰা যাব। তাৰ পৰা চৰকাৰে Revenue আৰু Electricity Generate কৰিব পাৰিব। *Hydrogen Energy:* 9 liters (L) of water are required to produce 1 kilogram (kg) of hydrogen via electrolysis. In future Hydrogen Energy will replace Oil. *এতিয়া আহো গছৰ কথা লৈ।* অসমক ভগৱানে বহুত গছ দিছিল কিন্তু মানুহে গছ ভাল নাপায় নেকি। গছ কাটে ধুম ধাম কিন্তু গছ নালগায়। চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰিছে কিন্তু সেইয়া কেবল এজন মানুহৰ Initiative । Dr. Himanta Biswa Sarma Sir ৰ। তাতে মন্ত্ৰী, বিষয়া, ৰাইজ আদিৰ গছৰ প্ৰতি কিমান আগ্ৰহ তাক লৈ সন্দেহ আছে। Political মানুহে Political comment কৰিব কিন্তু Non Politicial মানুহে নিজে নিজক প্ৰশ্ন কৰা উচিত কিয় আমি গছ বচাব পৰা নাই। *চৰকাৰে অন্তত চহৰ আৰু নগৰ সমূহৰ ঘৰ, Flat আৰু commercial establishment ত গছ লগোৱাটো বাধ্যতামূলক কৰি দিয়া উচিত।* অসমত আন এটা সম্যসা আছে সেইটো হল অসমত এটা Community আছে যাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত বেছি। তেওঁলোকে একফালৰ পৰা হাবি বন বিল সব দখল কৰি গৈ থাকে। তেওঁলোকৰ লৰা ছোৱালীয়ে কেইবাটাও হয়।
@mahantada
@mahantada Сағат бұрын
Bidurbhai hit 🔥 sunday salu hosai bahot val palu.
@kennyswargiary
@kennyswargiary 3 сағат бұрын
Bohut Bhal Lagil❤❤
@pabannandi3437
@pabannandi3437 3 сағат бұрын
Slowly slowly I have started liking Ragini more❤
@purplehazephotography2742
@purplehazephotography2742 4 сағат бұрын
Gute interview yeah yeah ke thakil
@hrishikeshkakoti..
@hrishikeshkakoti.. 4 сағат бұрын
Loved it ❤ want to see more like him got many knowledge really thank you so much ❤❤
@ankitghosh5029
@ankitghosh5029 4 сағат бұрын
Which hotel is owned by him?
@Himantasharma_
@Himantasharma_ 5 сағат бұрын
Next aarxslan 🩵😊
@Himantasharma_
@Himantasharma_ 5 сағат бұрын
30:09 ❤
@pranjitdeka9565
@pranjitdeka9565 5 сағат бұрын
Best episode ever on this channel.
@debanandabharali5111
@debanandabharali5111 5 сағат бұрын
Really good
@HimadreeBaruah
@HimadreeBaruah 6 сағат бұрын
Looking forward to more podcasts like this one.
@jagritidevi9470
@jagritidevi9470 7 сағат бұрын
Bohut khini paluuu podcust tu sai 🙏🧿
@shivaShakti360
@shivaShakti360 7 сағат бұрын
Hindu Business ✅ Miya Business ❌
@karamsingh7569
@karamsingh7569 7 сағат бұрын
Kaziranga university placement Saba bondhu endorse koribo aahisa
@dhimanAlyaman
@dhimanAlyaman 7 сағат бұрын
Val lgil ❤❤
@gyandeep629
@gyandeep629 7 сағат бұрын
@Tabassum_xzy
@Tabassum_xzy 7 сағат бұрын
ভাবতেছি আসামের ভাষা শিখবো 😅 অনেকটাই বাংলা ভাষার মতো তাই শিখতে তেমন কষ্ট হবে না 😂 আর বলে বেড়াবো আমি আসামের ভাষায় কথা বলতে পারি 👁️👄👁️
@bishalsarma5306
@bishalsarma5306 7 сағат бұрын
কাপোৰ খুলিলে টকা বহুত 😂😂
@bishalsarma5306
@bishalsarma5306 7 сағат бұрын
যদি পাৰা এজন ৰিয়েল হিৰো ক মতা সময় গৈগৈ ভিউ কম হব পাৰে,, কিন্তু মতিলে ভাল পাম,, ❤
@alankarkoushik9762
@alankarkoushik9762 7 сағат бұрын
Manuh jon r pronounciation tu sua. Pura oxomiya. Amar oxomiya puali bureu ajikali ji he accent loga oxomiya koi.
@Tabassum_xzy
@Tabassum_xzy 8 сағат бұрын
আমি , তুমি , মানে , ঠিক ,আছে , তোমার , এই , আবদ্ধ , হয়ে , যাও , হয়, Similar
@Tabassum_xzy
@Tabassum_xzy 8 сағат бұрын
আমার কাছে বাংলাদেশের চট্রগ্রামের ভাষার মতো লাগতেছে 😅 70% বুঝতে পারতেছি ❤
@bhabajitkalita
@bhabajitkalita 8 сағат бұрын
Xasake enekua manuh vlblage
@porigogoi1712
@porigogoi1712 8 сағат бұрын
👍🏻
@keteki99
@keteki99 8 сағат бұрын
বহুত ভাল লাগিল ৷ অনুপ্ৰেৰণা পাইছোঁ বহুত ৷
@lakshyajyotinath4978
@lakshyajyotinath4978 8 сағат бұрын
@abontiphukan2211
@abontiphukan2211 9 сағат бұрын
Sharpy জয় যাত্ৰা অব্যাহত থাকক 🎉
@AxomiyaForeverSingapore
@AxomiyaForeverSingapore 9 сағат бұрын
Thanks for initiating a conversation on this sensitive topic. Is it possible to connect with Ma’m for guidance? I have lost my mother recently due to a violent incident at home in Guwahati and I was a witness on phone. Used to make videos but now I cannot move on with life unless getting justice for my mother.
@moonmoonborah9829
@moonmoonborah9829 9 сағат бұрын
Bhal loga nai
@BaibhavChangmai
@BaibhavChangmai 9 сағат бұрын
Need more guest like him
@sauravmandal123
@sauravmandal123 9 сағат бұрын
bht kotha xikibo parilu aji.... xosai bht kotha gm palu.. kisuman vul dharona asil mur..... hibur aji nuxua hll..... jot gap ase tate matha marok.... you get the sucsus 😊
@Hashtagslife
@Hashtagslife 10 сағат бұрын
Bakchod.😅..... গোটেই বছৰ মাছ মাংস খাই । শাওন মাহ আহিলে ভকত হৈ জাও।। কাক বোৰবক বনাই আছো। যিমান পূজা কৰি ল একু কাম নিদিয়ে।।। Podcast নামত
@avinashduarah2312
@avinashduarah2312 10 сағат бұрын
Olive Garden r owner
@Gauranga_Nath.
@Gauranga_Nath. 10 сағат бұрын
Sharpy e hosakoie bhut help korile ..... Moi bijit miss korisu and sharpy team tuk ..amr bijit sir bhut uport gl...aru agg bahi jaok sir ❤️👍
@user-tr6hp1fy2v
@user-tr6hp1fy2v 10 сағат бұрын
বহোত ভাল লাগিল আৰো আগ বাৰি জাউক
@SanjitNath-mo7jz
@SanjitNath-mo7jz 10 сағат бұрын
❤❤❤
@ABD_GamingYT
@ABD_GamingYT 10 сағат бұрын
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 10 сағат бұрын
Dada Love you😮❤
@IndiraBaruah-v2e
@IndiraBaruah-v2e 11 сағат бұрын
Om namah shivay ❤
@bharatkalita3210
@bharatkalita3210 12 сағат бұрын
Really liked the interview. Hats off to both of you. Please carry on.
@RohitThakur----------_45
@RohitThakur----------_45 14 сағат бұрын
kzfaq.info/get/bejne/fNdxas6W0s2uhI0.htmlsi=MRzw5pH9ZwiqG2G_