ড০ হীৰেন গোহাঁইৰ আত্মকথা তৃতীয় খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

  Рет қаралды 1,815

Pratidin Time

Pratidin Time

4 күн бұрын

ছাত্র অৱস্থাত কেনেকুৱা আছিল ড০ হীৰেন গোহাঁই?
দুষ্ট, অঘাইতং, অবাধ্য, ঠাণ্ডা-মুণ্ডা নে অতি তীখৰ?
লতাশিল প্রাথমিক বিদ্যালয়ৰ কি কথা মনত আছে ড০ গোহাঁইৰ?
কটন কলেজিয়েটত পঢ়াৰ সময়ত সতীৰ্থ আৰু শিক্ষক কেনেকুৱা আছিল?
প্রেছিডেন্সী কলেজত কি অন্যায়ৰ বলি হৈছিল ড০ গোহাঁই?
কলিকতাত ড০ গোহাঁই অসমীয়া-বাঙালীৰ সংঘাতৰ বলি হৈছিল নেকি?
দিল্লী বিশ্ববিদ্যালয়ত কোন শিক্ষাগুৰুক উভতি ধৰিছিল ড০ গোহাঁয়ে?
ড০ হীৰেন গোহাঁইৰ জীৱনৰ প্রথম প্রেমিকা কোন?
ছাত্র জীৱনত কিমানবাৰ প্রেমত পৰিছিল ড০ গোহাঁই?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ড০ হীৰেন গোহাঁইৰ ‘আত্মকথা’....তৃতীয় খণ্ড
#pratidintime #nitumonisaikia #atmakatha #hirengohain

Пікірлер: 7
@jinumoniduarah7243
@jinumoniduarah7243 7 минут бұрын
অশেষ ধন্যবাদ, চতুৰ্থ খণ্ডলৈ আশাৰে বাট চাইছো আন্তৰিক শ্রদ্ধা জনাইছো🙏🙏🙏
@dr.prabalsaikia3210
@dr.prabalsaikia3210 2 күн бұрын
I appreciate the initiative of Nitumoni Saikia@pratidintime, this will be a valuable archive in days to come
@Rishavborah-
@Rishavborah- 2 күн бұрын
Nitumoni sir best journalist
@amritpritam3493
@amritpritam3493 2 күн бұрын
Video buror sound naai
@user-ml5qu6ld1w
@user-ml5qu6ld1w 2 күн бұрын
Nitumoni is a secular journalist
@bhaskarnath1524
@bhaskarnath1524 2 күн бұрын
চাৰ আপোনাৰ জন্ম মানে গাঁৱত নহয়. ... চহৰত
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 5 МЛН
He sees meat everywhere 😄🥩
00:11
AngLova
Рет қаралды 10 МЛН
I’m just a kid 🥹🥰 LeoNata family #shorts
00:12
LeoNata Family
Рет қаралды 20 МЛН
Osho Hindi jokes।#osho  hindi pravachan #oshoquotes #oshoquotes
19:16