No video

অমৃত বাণী ৯২ | গীতাৰ ১০০ টা মহান বাণী | BEST ASSAMESE MOTIVATIONAL VIDEOS | MOTIVATOR NIRANJAN |

  Рет қаралды 248,950

Motivator Niranjan

Motivator Niranjan

Жыл бұрын

অমৃত বাণী ৯২ | গীতাৰ ১০০ টা মহান বাণী | BEST ASSAMESE MOTIVATIONAL VIDEOS | MOTIVATOR NIRANJAN |
About this video:
Explained Bhagavad-Gita Vani.
গীতাৰ মাহান বাণী সদায় শুনক
সদায় পঢ়ক আৰু যি জ্ঞান আয়ত্ব কৰিলে তাক বিলায় দিয়ক।
কাৰণ জ্ঞান বিলালেহে জ্ঞান বাঢ়ে
-------------------------------------------------------------
CONTACT OUR TEAM FOR: MOTIVATIONAL SPEECH, FREE COUNSELING
CONTENT WRITING, VOICE OVER
CONTACT NO: 8638312394
-------------------------------------------------------------
KZfaq Channel Motivator Niranjan লৈ আপোনালোকক স্বাগতম জনাইছো !
মই ২০১১ চনৰ পৰাই ভাৰত চৰকাৰৰ Skill Development Project ত কাম কৰি আহিছো আৰু প্ৰায় ১০,০০০ মান ছাত্ৰ-ছাত্ৰীক প্ৰ্শিক্ষিত কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছো । গুৰুত্বপূৰ্ণ কথাটো হল যে আমাৰ লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ লক্ষ্য স্থিৰ কৰাত অসফল । যথেষ্ট সমস্যাৰ সন্মুখীন হব’লগীয়া হয় । সমস্যা অহাৰ লগে লগে কি কৰো কি নকৰো হৈ যায় । ফলত কিছুমান Depression ত ভুগে, বেয়া কামত লিপ্ত হয় । কবলৈ গলে বহুত Negative হৈ যায় । বিশেষকৈ কাম কৰাৰ ক্ষেত্ৰ্ত বহুতে পিছ পৰি থাকে অৰ্থাৎ নিজৰ আৰামৰ পৰিৱেশটো(Comfort Zone) এৰিব নিবিছাৰে যাৰ ফলত কামৰ সুযোগ হেৰুৱাই ।
এই লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলৰ Negative mind টো Positive লৈ পৰিৱৰ্তন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য । মোৰ অভিজ্ঞতাৰ ফালৰ পৰা Channel টোত Publish কৰা Video বোৰৰ যোগেদি লৰা-ছোৱলী বা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ Careerৰ বিভিন্ন ক্ষেত্ৰত অহা সমস্যা বোৰৰ সমাধান উলিওৱাত সহায় কৰিব বিছাৰো ।
মোৰ এই যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো । মোৰ Video বোৰে যদি আপোনালোকক অলপ হলেও সহায় কৰে তেন্তে মই যথেষ্ট আনন্দিত হম’ । আপোনালোকে Comment কৰিও জনাব পাৰিব- কেনেধৰণৰ বিষয় বস্তু হলে’ উপকৃত হব’।
ধন্যবাদেৰে
নিৰঞ্জন
Thanks for Watching
Contact for:
Content Writing
Motivational Speech
Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#assamesemotivationalvideo
#assamesemotivation
#assamesepreranamulakbani
#assameseamritbani
#amritbani

Пікірлер: 179
@user-dq4pp6zr6h
@user-dq4pp6zr6h 5 ай бұрын
অতি সুন্দৰ গীতাৰ অমৃত বাণী। শুনি বহুত ভাল লাগিল । জয় শ্রী কৃষ্ণ 🙏🙏🙏🙏
@user-xs7sw4cu8c
@user-xs7sw4cu8c 9 ай бұрын
এই সুন্দৰ শুনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো 🙏🙏🙏
@kamalphukan1365
@kamalphukan1365 2 ай бұрын
সুন্দৰ 🙏 আপোনাক ঈশ্বৰে কুশলে ৰাখক!
@nabingogoi8689
@nabingogoi8689 6 күн бұрын
সুন্দৰ উপস্থাপন । ওম নমো ভগয়তে বাসুদেৱায় 🙏
@user-qq5fr1fv2f
@user-qq5fr1fv2f Жыл бұрын
ৰাতিপুৱাতো আপোনি আগবঢ়াই দিয়া এই মহান কথাবিলাকৰ পৰাই আৰম্ভ কৰিবলৈ পয়াশ কৰিলো মহাশয়৷ যেন কিবা এটা শক্তি পাও নিজৰ কাম কৰিবলৈ৷ বহোত ভাল লাগিল৷🙏
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Ashesh dhanyavaad thakil aponaloi... Aponloka ase babe moi sahos koribo paru....
@pareshsarma2835
@pareshsarma2835 Жыл бұрын
আপোনাৰ মুখনিঃসৃত ভাগৱত গীতাৰ বানী শুনি নিজকে ধন্য মানিছো----- হে মান্যবৰ আপোনালৈ শতকুতি প্ৰনাম জনালো-------- পৰেশ চন্দ্ৰ শৰ্মা নলবাৰী
@dilipgorh2921
@dilipgorh2921 6 ай бұрын
নমস্কাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏বঽত ভাল লাগিল 🙏🙏🙏
@nipulbora1190
@nipulbora1190 10 ай бұрын
হৰ, হৰ মহাদেৱ,
@pratulchakravorty4753
@pratulchakravorty4753 7 ай бұрын
সচাকৈবৰ সুন্দৰ বাখ্যা
@priyalataphukan4619
@priyalataphukan4619 9 ай бұрын
বহুত বেছি গুৰুত্বপূৰ্ণ বাণী শুনি অভিভুত হৈছো আপোনালৈ শত কুটি ধন্যবাদ এনে বাণী আগবঢ়োৱাৰ বাবে 🙏🙏🙏🙏❤️
@MotivatorNiranjan
@MotivatorNiranjan 9 ай бұрын
অশেষ ধন্যবাদ জনালো 🙏🙏🙏
@lilimasahariah8438
@lilimasahariah8438 Жыл бұрын
বহুত ভাল লাগিল ,,,শুনি থাকিবলৈকে মন যায়।
@pradipbaruah4234
@pradipbaruah4234 Жыл бұрын
সুন্দৰ ।কৃষ্ণ কৃষ্ণ প্ৰভু
@kabitahazarika2650
@kabitahazarika2650 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jayashriborah9719
@jayashriborah9719 Жыл бұрын
অত্যন্ত সুখী হ'লো গীতাৰ বানী শুনি🙏আগলৈও যেন এনেদৰে সুন্দৰ বানী শুনায়। আপোনাক ধন্যবাদ ডাঙৰীয়া🙏
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@binitachetia7327
@binitachetia7327 Жыл бұрын
বৰ ভাল লাগিল 🙏
@Bidyadhar29
@Bidyadhar29 Жыл бұрын
I love you this speech,my favorite speech
@user-fp8uv1nj2u
@user-fp8uv1nj2u 9 ай бұрын
Valo lagil
@tutumonichetia5827
@tutumonichetia5827 11 ай бұрын
এই সুন্দৰ বাণী শুনোৱাৰ বাবে আপোনাক ধন্য বাদ জনালোঁ
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@sabitrimedhi6564
@sabitrimedhi6564 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ অমূল্য বাণী শ্ৰৱণ কৰি আপ্লুত হৈছোঁ ৰাম ৰাম ৰাম
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Ashes dhanyavaad thakil aponaloi
@padumihaloy5349
@padumihaloy5349 11 ай бұрын
Hey Krishna vogoban.. ❤🙏🙏🙏🙏🙏
@mirathakuria8564
@mirathakuria8564 Жыл бұрын
আপোনাৰ ভিডিওবোৰ শুনি বহত ভাল লাগে
@pahiborphukonpahiborphukon3287
@pahiborphukonpahiborphukon3287 10 ай бұрын
🙏🙏
@nipulbora1190
@nipulbora1190 10 ай бұрын
অতি সুন্দৰ লাগিল
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@uttarasaikia7565
@uttarasaikia7565 11 ай бұрын
Jani bahut bhal lagil
@RameshkonchRamesh-cr1gy
@RameshkonchRamesh-cr1gy 5 ай бұрын
Jay sree Krishna ❤❤❤
@Xaranga_Official
@Xaranga_Official 8 ай бұрын
আপোনাৰ voice টো বহুত ভাল লাগে 😊🥰❤
@anantaborah6668
@anantaborah6668 11 ай бұрын
শুনি বহুত ভাল লাগিল
@ruprekhahazarika5921
@ruprekhahazarika5921 Жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ🙏এই মহৎবাণী বোৰ আমাৰ মাজত বিলাই দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ😊
@ranjitbrahma2935
@ranjitbrahma2935 Жыл бұрын
Om Krishna.
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@nipulbora1190
@nipulbora1190 10 ай бұрын
দাদা আপোনাক ভগৱানে সকলো ফালৰ পৰা ভালে ৰাখক এইয়া মই ভগৱান ওচৰত প্ৰাৰ্থনা জনালোঁ, আৰু গীতা মহৎ বানি,বিলাই দিব,
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@user-pk9bg2wg1p
@user-pk9bg2wg1p 9 ай бұрын
Jai shree ram
@minaramborah4572
@minaramborah4572 11 ай бұрын
কৃষ্ণ কৃষ্ণ 👏👏
@kunjachoudhury3155
@kunjachoudhury3155 Жыл бұрын
Val lagile🙏🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@barakhatairai5615
@barakhatairai5615 Жыл бұрын
বহুত ভাল লাগিল
@JituponGuwala
@JituponGuwala 7 ай бұрын
Huni bohut val lagil❤🙏
@mamonikarmakar9408
@mamonikarmakar9408 10 ай бұрын
Joi Shree krishna
@lohitdeka2404
@lohitdeka2404 Жыл бұрын
Nice video
@shyamalsvlogs405
@shyamalsvlogs405 Жыл бұрын
বহুত ভাল লাগিল দাদা।আপোনাৰ বাণীবিলাকৰ পৰা কিবা এটা energy পাওঁ।🙏
@babitagogoiphukan8568
@babitagogoiphukan8568 Жыл бұрын
oti xundar lagise huni .
@jugalbharali5100
@jugalbharali5100 Жыл бұрын
Thanks
@krishnakoch7571
@krishnakoch7571 11 ай бұрын
Jai shree krishna
@user-is7vb7wk3k
@user-is7vb7wk3k 7 ай бұрын
আপোনাৰ মাতটো বৰ ভাল শুনি ভাল লাগিল🙏🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan 7 ай бұрын
অশেষ ধন্যবাদ🙏🙏🙏
@ArunSaikia-kt4us
@ArunSaikia-kt4us 11 ай бұрын
বশুত ভাল লাগিল সোনি
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@parishmitanath8759
@parishmitanath8759 11 ай бұрын
Bohut val lagil
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@user-hq5kv2yu1y
@user-hq5kv2yu1y 8 ай бұрын
Jai shree Krishna 🙏🙏🙏❤️♥️♥️
@rajtpegu6705
@rajtpegu6705 11 ай бұрын
Jai shree Krishna 🌹🌹🙏🙏🙏
@pranavworld7362
@pranavworld7362 10 ай бұрын
Bahut Bahut Dhanaybad xuni bahut vala lagil❤
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@Bidyadhar29
@Bidyadhar29 Жыл бұрын
Best speech,my favorite speech
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@MahendraNath-zk2vb
@MahendraNath-zk2vb Жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ ❤
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@rituffgmr1635
@rituffgmr1635 Жыл бұрын
xundor Ankul 😊😊😊❤
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@RupakNath-lt4nr
@RupakNath-lt4nr 4 ай бұрын
Jai shree krishna🙏🙏🙏🙏🙏
@NayanRajbansi
@NayanRajbansi 3 ай бұрын
Jay shree Krishna Radhe radhe radhe 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rumatirkey6042
@rumatirkey6042 11 ай бұрын
Joy Shree Krishna 🙏.huni bohut vl lagil♥️
@Ridipaxom
@Ridipaxom Жыл бұрын
Jai shree krishna ❤
@lalitatalukdar1315
@lalitatalukdar1315 Жыл бұрын
🙏🙏🙏🙏🙏
@rupamonibhuway
@rupamonibhuway 11 ай бұрын
Val lagil❤
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@DhirenTanti-gm6gm
@DhirenTanti-gm6gm Жыл бұрын
Joy. Sri. Krishna. Om. Basudewa. Nom
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Hare Krishna
@bimalabasumatarypandtwh8443
@bimalabasumatarypandtwh8443 8 ай бұрын
Joy agree krishno
@user-pb8xk8le3d
@user-pb8xk8le3d 11 ай бұрын
Krishan krishan
@pranatiboruah2149
@pranatiboruah2149 Жыл бұрын
Xundor ❤️❤️🙏🙏❤️❤️
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you so much
@anirudha5284
@anirudha5284 Жыл бұрын
ভাল লাগিল দেই দাদা
@UddhavBora-ti4ly
@UddhavBora-ti4ly Жыл бұрын
Nice
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@Rima_sut27
@Rima_sut27 4 ай бұрын
Jai sri Krishna ❤😌
@mahendravlog7962
@mahendravlog7962 20 күн бұрын
সঁচা কথা
@Sophie77772
@Sophie77772 Жыл бұрын
জয় শ্ৰী কৃষ্ণ 🙏❤️✨ জীৱনত বৰ্তমান সংগ্ৰাম কৰি থকা প্ৰত্যেকজন ব্যক্তিক পৰমাত্মাই আশীষ দিয়ক 🙏💙✨
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you so much for your support
@mituhazarika4187
@mituhazarika4187 11 ай бұрын
P
@nijarachamuah6795
@nijarachamuah6795 10 ай бұрын
অশেষ ধন্যবাদ জনালোঁ বহুত ভাল লাগিল । ❤❤❤
@priyankagogoi6596
@priyankagogoi6596 Жыл бұрын
Huni bohut val lagil
@jugalboruah4671
@jugalboruah4671 3 ай бұрын
Good 👍 very good 👍
@deepagogoi6337
@deepagogoi6337 11 ай бұрын
Dhaynnabad thakil 🙏🙏
@MotivatorNiranjan
@MotivatorNiranjan 10 ай бұрын
Thank you so much
@bibhabrahma2845
@bibhabrahma2845 2 ай бұрын
Thank you bhal lagil
@MotivatorNiranjan
@MotivatorNiranjan 2 ай бұрын
অশেষ ধন্যবাদ জনালো🙏🙏🙏
@archanadutta3164
@archanadutta3164 10 ай бұрын
ধন্যবাদ
@JanmoniSaikia-xv3rf
@JanmoniSaikia-xv3rf 11 ай бұрын
Jài.shri.ram
@user-tu4uq8tp8r
@user-tu4uq8tp8r Жыл бұрын
Xuni bohut Val lagil😊
@puspadas5185
@puspadas5185 Жыл бұрын
Joy shree Krishna
@PollabikolitaPollabikoli-gl1gc
@PollabikolitaPollabikoli-gl1gc Жыл бұрын
❤❤❤ऊं कृष्णय वासुदेवाय नमः
@DijenchKakati-jt6xb
@DijenchKakati-jt6xb Жыл бұрын
অন্তৰ শাত পৰি যায়
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@phuleswaritai3584
@phuleswaritai3584 Жыл бұрын
Apunar video bur huni monot bohut hanti pau
@pabitradutta4431
@pabitradutta4431 Жыл бұрын
Very good
@goanburakonwar258
@goanburakonwar258 Жыл бұрын
Huni bohot bhal Lagil
@suvitsvideosyt347
@suvitsvideosyt347 Жыл бұрын
Apunar video xuni bohut vl laga mantu Santi laga
@rinakutumpegu1427
@rinakutumpegu1427 11 ай бұрын
🙏 Krishna
@PampiHazarika-pb8qy
@PampiHazarika-pb8qy Жыл бұрын
Xosai bohut vl lagil
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@Tarulatarabha
@Tarulatarabha Ай бұрын
Krishna 🙏🙏
@anupamnath6943
@anupamnath6943 7 ай бұрын
🙏🏻🙏🏻🙏🏻🙏🏻
@KonikaNath-lj3hm
@KonikaNath-lj3hm Жыл бұрын
Joy sri krishna 🙏🙏🙏
@taramaiphukan8785
@taramaiphukan8785 Жыл бұрын
আপোনী কোৱা মহান বাণী মানিবলৈ চেষ্টা কৰিছো কৰিও আছো কিমান সফল হৈছো নাজানো কিন্তু চেষ্টাকৰিয়ে থাকিম।বহুত ভাল লাগিল। ধন্যবাদ
@jurisaikia8099
@jurisaikia8099 Жыл бұрын
Bhal lgile xuni.jai shree Krishna 🙏❤️
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@ChandradasChandradas-yj6tl
@ChandradasChandradas-yj6tl 4 ай бұрын
Jai:shriram❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊❤❤❤❤❤❤❤❤❤
@prasujyaborah7728
@prasujyaborah7728 10 ай бұрын
❤❤❤
@user-xm4wv9is6w
@user-xm4wv9is6w Жыл бұрын
Jai. Sri. Krishna. Krishna. Krishna🙏
@nitadevi1351
@nitadevi1351 6 ай бұрын
Krishna
@rambahadurrairai1711
@rambahadurrairai1711 9 ай бұрын
Jai sri ram khrisn
@jayantagogoi4600
@jayantagogoi4600 Жыл бұрын
Monuranjon thanks❤
@DigantaHazarika-pm9hd
@DigantaHazarika-pm9hd 11 ай бұрын
Very very happy nice ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@user-ml3zi6yc8m
@user-ml3zi6yc8m 11 ай бұрын
Khuni bohut val lagil Jai Sri Krishna
@RekhaLalung
@RekhaLalung Жыл бұрын
Bhal lagil Jai shi kisna
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you so much for your support
@RupaGogoii
@RupaGogoii 10 ай бұрын
😊😊
@pradeepnath813
@pradeepnath813 Жыл бұрын
বি
@bhiolena2602
@bhiolena2602 14 күн бұрын
@bipulkonwar1762
@bipulkonwar1762 Жыл бұрын
সুন্দৰ লাগিল শুনি ✍️🙏 ।
@user-wo5bg5ry4o
@user-wo5bg5ry4o Жыл бұрын
Hii ❤❤❤❤❤❤❤❤❤❤❤❤❤
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
@nabadeepbaruah119
@nabadeepbaruah119 Жыл бұрын
Imanei kathabur huni hanti lage hosakoi
@anantasonowal6711
@anantasonowal6711 Жыл бұрын
Very good thanks 🙏
@MotivatorNiranjan
@MotivatorNiranjan Жыл бұрын
Thank you for your support
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 38 МЛН
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 38 МЛН