Assamese Writer Kaushik Nandan Baruah Exclusive With Namrata Priyam

  Рет қаралды 46,229

ND24

ND24

2 ай бұрын

📌 নিৰিবিলিৰ কোলাত বহি তেওঁ বিচাৰি ফুৰে হাজাৰটা নীৰৱ কাহিনী
📌 দ্বীপেন বৰুৱা, লতাজীৰ গীত তেওঁৰ একান্ত সময়ৰ সংগী
📌 ‘কাঞ্চন নগৰী’ৰ প্ৰেমত কেনেকৈ পৰিল কৌশিক নন্দন বৰুৱা?
📌 কৌশিক নন্দনে জীৱনৰ সংজ্ঞা কেনেদৰে দিয়ে?
📌 ‘নিৰিবিলি’, ‘সৰাফুল’ৰ পাছত কৌশিক নন্দন কিহত ব্যস্ত?
📌 ষ্টুডিঅ’ত ‘নিৰিবিলি’, ‘সৰাফুল’ৰ স্ৰষ্টা কৌশিক নন্দন বৰুৱা
📌 নম্ৰতা প্ৰিয়মৰ সৈতে ‘দুপৰীয়াৰ অতিথি’
#KaushikNandanBaruah #Niribili #Saraphul #exclusive #love #friendship #assamesenews #nd24assamese #nd24live #livenews #nd24news
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZfaq channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 121
@debasishkalita178
@debasishkalita178 2 ай бұрын
কৌশিক দাক ভাল পোৱা সকলোৱে মাথোঁ এটা লাইক তেখেতৰ বাবে কৰিব বুলি আশা ৰাখিছো৷
@hemangimainu4760
@hemangimainu4760 2 ай бұрын
কৌশিক দা টো সদায়েই বিশেষ , কিন্তু লক্ষ্য কৰকচোন সেই ছোৱালীজনী, তাইৰ মোহনীয় কথাবোৰেও যেন সাক্ষাৎকাৰটোৰ মূল্য বেছিকৈয়ে‌ বঢ়াই তুলিলে ❤
@debakshichutia3781
@debakshichutia3781 2 ай бұрын
কৌশিক দাৰ লেখনি আৰু বিশ্ৰুত দাৰ গীত মোৰ সদায়েই প্ৰিয় 💌, যিসকলৰ এই দুয়োজন ব্যক্তি প্ৰিয়,এটা লাইক কৰি যাবা 🌚🌼।
@Dipankarmedhi877
@Dipankarmedhi877 18 күн бұрын
কৌশিক দা আৰু বিশ্ৰুত দাৰ লগত প্ৰবিন বৰা দাদাক ও।
@parijatgogoi5272
@parijatgogoi5272 2 ай бұрын
সাধাৰণতে ১ ঘণ্টা বা ২ ঘণ্টাৰ ভিডিঅ' চোৱাৰ মোৰ ধৈৰ্য নাথাকে কিন্তু নাজানো কেনেকৈ কৌশিক দাৰ প্ৰত্যেকটো ইণ্টাৰভিউ ঘণ্টাজুৰি হলেও চাবলৈ ধৈৰ্য আহি পৰে। নাজানো তেখেতৰ কথাবিলাকত কি যাদু আছে , এনেকুৱা লাগে যেন কৈ থাকিলে শুনি গৈয়ে থাকিম 🥰 ।। তেখেতৰ অন্তঃস্পৰ্শী কথাবিলাক শুনিলে মুখত স্বয়ংক্ৰিয়ভাৱে মিঠা হাঁহি বিয়পি পৰে 😊 ।। সঁচাই কৌশিক দা অশান্তিৰে বিৰাজ কৰি থকা এটা মনকো শান্তিৰে উপচাই পেলাব পৰা যাদু আছে আপোনাৰ কথা / বাক্যবোৰত ❤।। ভালে থাকক সদায় ❤
@PrabinBorah-uw8cl
@PrabinBorah-uw8cl Ай бұрын
Xosakoia .. kotha bura mon sui jai❤
@ankursarmah9305
@ankursarmah9305 2 ай бұрын
"নিৰিবিলি" , "সৰাফুল" দুইখন পঢ়িলোঁ এতিয়া মাঠু 'ৰাধা' লৈ অপেক্ষা ❤
@armysdddirtymindcleaner998
@armysdddirtymindcleaner998 2 ай бұрын
Xoraphool khn kene lage?...niribili khon porhilu...next xoraphool khoon porhim buli vbisu...olop kahini tu kenekuwa kobo niki...bea napay judi
@ankursarmah9305
@ankursarmah9305 2 ай бұрын
@@armysdddirtymindcleaner998 i thing vl paba... "সৰাফুল"ৰ মাজত মই নিজক বিচাৰি পাইছো ! মই ভাবো সকলোয়ে এইখন পঢ়িব লাগে !
@rumldutta5613
@rumldutta5613 Ай бұрын
​​@@armysdddirtymindcleaner998 Bohut bhal kitap hoi...horaful t kunu kahinir bornona nai,tat ase ami life t log puwa bivino manuhor hote huwa experience,horaful pohi bohut prerona puwa jai life tuk loi...Ami jodi life t kiba beya situation face korisu...tar pora ulai ahi...hoi juwa bilakok dhori nathaki...life tu kenedore punor bhal dore jiyabo pari,agg bahi jabo pari tar uporot answer bilak horaful t bisari puwa jai
@armysdddirtymindcleaner998
@armysdddirtymindcleaner998 Ай бұрын
@@rumldutta5613 Xoraful khn porhilu etiya radha khn ulale hol aru moi insta use nokoru babe porha huwa nii
@TribeniKalita-dk4rt
@TribeniKalita-dk4rt 2 ай бұрын
কৌশিক নন্দন বৰুৱা নামেই যাৰ পৰিচয়,তেওঁৰ লিখনিবোৰে সচাঁই অনুপ্ৰাণিত কৰে নৱপ্ৰজন্মক।❤❤❤❤
@DasSUnali-hg2df
@DasSUnali-hg2df Ай бұрын
One of the favourite novel "niribili"❤️‍🩹
@Kashyapee325
@Kashyapee325 Ай бұрын
প্ৰিয় 😌💞🌍🌷
@jyotsnabaruahhandique2325
@jyotsnabaruahhandique2325 2 ай бұрын
কৌশিকৰ প্ৰতিটো কথাই মন চুই গ'ল। বয়সতকৈ অধিক পৰিপক্কতাৰ চিন পৰিস্ফুট প্ৰতিটো কথাত। তেওঁ ভালে থাকক নিজৰ বাবেও, আনৰ বাবেও ❤❤
@sagarikarajkhowa-yn9hv
@sagarikarajkhowa-yn9hv 23 сағат бұрын
Apunar kothaburei bhal lage dada... Likhonir kothatu nokowei ❤...... Apuni xosai beleg... Niribili khon pohi bohut bhal palu dada.... Lots off love from Nagaon💟💟📖
@prasantasaikia721
@prasantasaikia721 2 ай бұрын
কথাকেইটা ইমান সুন্দৰকৈ প্ৰকাশ কৰে সচাঁয়ে হৃদয় স্পর্শ কৰি যায়❤👌
@user-ri4kx9zi4i
@user-ri4kx9zi4i 2 ай бұрын
তেজপুৰৰ নিৰিবিলি ৰ দৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰো কেমপাছ নভেল লাগে😍
@user-uq7hr9er3x
@user-uq7hr9er3x 2 ай бұрын
Niribil my favorite book📚 🌺🍁
@minakshisfoodcourt4804
@minakshisfoodcourt4804 Ай бұрын
খুব ভাল লাগিল । অন্তৰ চুই যোৱা প্ৰতিটো অনুভৱ । শ্ৰীকৃষ্ণ আপোনাৰ সাৰথি হওক
@pallaviborah1012
@pallaviborah1012 Ай бұрын
খুবেই সুন্দৰ অনুষ্ঠান,,,,,,,দুয়োজনেই বৰ প্ৰিয়,,,, নম্ৰতা বাৰ্তালাপৰ পৰাই প্ৰিয়.....আগবাঢ়ি যাওক দুয়োজন সফলতাৰ বাটত,,,,,,শুভকামনা সদায় আছে আৰু থাকিব l
@kankanadeka6384
@kankanadeka6384 2 ай бұрын
Kaushik Nandan da apunar kotha burot kiba ata jaduo ase .apuni jiman morom loga apunar kotha buroh ximaneh morom loga.❤
@mamonibora1235
@mamonibora1235 16 күн бұрын
বাৰ্তালাপৰ পৰাই নম্ৰতা প্ৰিয়।আজি দুয়োজন প্ৰিয় ব্যক্তিক একেলগে দেখিলো।ভাল লাগিল।বৰ সুন্দৰ অনুস্থান।নিৰিবিলি পঢ়িলো।ৰাধা পঢ়ি আছো ফেচবুকত।কথাখিনিয়ে হৃদয় চুই গল।নিজৰ লগতো কিছু কথা মিলিছে।বহুত বেছি ভাল লাগিল।আগুৱাই যোৱা জীৱনত।দুয়োলে শুভেচ্ছা থাকিল।
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 2 ай бұрын
সচাকৈ দুয়োগৰাকীৰ কথাবাৰ্তাই মন চুই গল।
@__mon__0.2
@__mon__0.2 2 ай бұрын
Proud to be a tezpuriyan ❤️
@dushashanrabha1434
@dushashanrabha1434 2 ай бұрын
"নিৰিবিলি" , "সৰাফুল" দুয়োখনেই পঢ়ি ভাল লাগিল এতিয়া মাত্ৰ "ৰাধা" জনী লৈ অপেক্ষা❤
@KrishnaBhuyan-cd5zf
@KrishnaBhuyan-cd5zf Ай бұрын
বহুত ভাল লাগিল।এনেকুৱা অনুষ্ঠান বিলাকে নিঃ সংগ মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে।
@Dipankarmedhi877
@Dipankarmedhi877 18 күн бұрын
সত্য
@user-fm7jt2dz2t
@user-fm7jt2dz2t 2 ай бұрын
নম্ৰতা ফুকন আগবাঢ়ি যোৱা।❤❤❤
@devidromanticboysonganddra3486
@devidromanticboysonganddra3486 Ай бұрын
Abhimunyu আৰু সন্ধ্যা ৰ বিবাহ হোৱাটো মই বিচাৰিছিলোঁ Abhimunyu my fevt character
@gitikakalita4444
@gitikakalita4444 Ай бұрын
খুব সুন্দৰ অনুষ্ঠান । ইমান সহজ সৰল সুন্দৰ ব্যক্তিত্বৰ ব্যক্তি। সঁচাই বহুত ভাল লাগিল। তেওঁ নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস ।
@arpansvlogs5930
@arpansvlogs5930 2 ай бұрын
Bohut val lagile ❤
@balinyt258
@balinyt258 2 ай бұрын
Nd24 এই অনুষ্ঠানটো চাই সঁচাকৈয়ে বহুত ভাল লাগিল। আৰু আপোনাৰ দুয়োজনৰ কথাবাৰ্তাই সঁচাকৈয়ে মন চুই গল।
@priyankabora3139
@priyankabora3139 2 ай бұрын
দুয়ো গৰাকীৰ কথাখিনিয়ে মন চুই গ'ল।
@putulihazarika7061
@putulihazarika7061 2 ай бұрын
প্ৰতিটো শব্দৰ আঁৰত এটা স্পষ্ট সুৰৰ মাদকতা প্ৰকাশ পাই। বৰ ভাল লাগিল।
@user-bz6fd2lg9b
@user-bz6fd2lg9b 2 ай бұрын
সময় এক ডাঙৰ উপহাৰ। ❤️
@user-yc5dt1ip8q
@user-yc5dt1ip8q Ай бұрын
Suwali Joni bohut smart hoi val lagile❤️
@nirakhiborsaikia9662
@nirakhiborsaikia9662 2 ай бұрын
ইমান সুন্দৰভাৱে শব্দৰ উপস্হাপন কৰিছে , সঁচাই আপুনি বহুত প্ৰিয় , সদাই প্ৰিয় হয় থাকিব ।
@ramdhenu1663
@ramdhenu1663 2 ай бұрын
ইমান ভাৱ গধুৰ বাৰ্তা। অসমীয়া সাহিত্যত এটি আশা প্ৰদীপ ,এটি নতুন যুগৰ সৃষ্টি হ'ব, কৃষ্ণ আপোনাৰ সাৰথি হওঁক।❣️❣️🙏🙏
@Dipankarmedhi877
@Dipankarmedhi877 19 күн бұрын
লিখিবলৈ এটি যে সাহস পালোঁ কৌশিক দাদা আপোনাৰ কথাত। মই ফুল বুতলি আনো দেই।
@user-iw9yg4jw5o
@user-iw9yg4jw5o 2 ай бұрын
আপোনাৰ কথা বিলাক শুনি মনটো জীপাল হৈ পৰিল,মনত নতুন উদ্যম, নতুন শক্তি পোৱা যেন‌ লাগিল। আপুনি সদায় ভালে থাকক,সুস্থ থাকক আৰু এনেদৰে মন জীপাল কৰি থকা কাহিনীবিলাক লিখি গৈ থাকক। ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ ওপৰত সদায় এনেদৰে সুপ্ৰসন্ন হৈ থাকক তাৰেই কামনা কৰিলো🙂।
@adityboruah8299
@adityboruah8299 Ай бұрын
নিৰিবিলি পঢ়ি বহুত ভাল লাগিল। কৌশিক নন্দন বৰুৱাৰ পৰা আৰু এনেকুৱা ধৰণৰ লিখনি পাম বুলি আশা কৰিলোঁ
@DimpiThakuria699
@DimpiThakuria699 2 ай бұрын
নিৰিবিলি ,সৰাফুল দুয়োখনেই প্ৰিয়।।❤
@pujabaishya7805
@pujabaishya7805 2 ай бұрын
ৰৈ আছোঁ,এতিয়া মাথো ৰাধা‌‌‍ ৰ অপেক্ষাত 😌
@nayanjyotiboruah5892
@nayanjyotiboruah5892 2 ай бұрын
ইমান ধুনীয়া প্ৰতিটো কথা, প্ৰতিটো অনুভৱ , প্ৰতিটো চিন্তু , দুয়ো জনেই মোৰ খুব প্ৰিয় 🥰🥰🥰 কুশলে থাকা সদায় 💞💞💞
@faridahaq
@faridahaq 2 ай бұрын
Very inspiring! Wishing you all the best.. ❣️
@user-gj1jd3cb5l
@user-gj1jd3cb5l Ай бұрын
OMG.... সংলাপ টো যেন মোৰ মনৰ কথা কথা কলে তেওঁ 🧿🧿🙏🙏🙏ভাল লাগিল
@rumpidevi6374
@rumpidevi6374 2 ай бұрын
কথাবোৰো দেখুন এটা সুৰ। সুৰ বোৰে প্ৰাণ পাই তেওঁৰ কণ্ঠত। সচাঁকৈ হৃদয় চুই যোৱাকৈ কোৱা কথা বোৰত ডুবি আছোঁ
@Sabi-ta
@Sabi-ta 2 ай бұрын
চাই আমনি নলগা অনুষ্ঠান এটি। প্ৰিয় মানুহজন।❤
@jahnabisaikia3266
@jahnabisaikia3266 2 ай бұрын
খুব ভাল লাগিল ৷
@user-om4mz2rc9f
@user-om4mz2rc9f 2 ай бұрын
প্ৰিয় কৌশিক দা❤️‍🩹😊
@user-bx5wg6tt3k
@user-bx5wg6tt3k 2 ай бұрын
Priyo ❤
@MonikaBorgohain-uv7zx
@MonikaBorgohain-uv7zx 2 ай бұрын
কৌশিক নন্দন দা আৰু তেখেতৰ লেখনিবোৰ খুবেই প্ৰিয়❤
@user-ih4qc8xc2c
@user-ih4qc8xc2c 2 ай бұрын
Bhut bhal lagil....❤❤❤
@sushmitabaishya1943
@sushmitabaishya1943 21 күн бұрын
খুব সুন্দৰ ❤️❤️❤️❤️
@RimaNath359
@RimaNath359 2 ай бұрын
তেওঁ বিশেষ 💚
@jinti___d
@jinti___d 2 ай бұрын
সদায় প্ৰিয় দাদা আপুনি আৰু আপোনাৰ লিখনি❤❤❤
@niharikachetia1833
@niharikachetia1833 2 ай бұрын
Khub val lagil kothabur ❤
@dharitri_borah
@dharitri_borah 2 ай бұрын
তেওঁ প্ৰিয়❤
@priyampolisaikia3600
@priyampolisaikia3600 2 ай бұрын
Bohut val lagil dada❤
@user-rh5rr5yo3r
@user-rh5rr5yo3r 2 ай бұрын
অনুষ্ঠানটো বহুত ভাল লাগিল ।❤❤
@karishmadevi9583
@karishmadevi9583 2 ай бұрын
Bhut val lgil❤
@jurimonikalita4440
@jurimonikalita4440 2 ай бұрын
সঁচাই আপ্লুত হলোঁ, খুব আশাৰ সন্তান আমাৰ বাবে❤❤
@jintumahanta3094
@jintumahanta3094 2 ай бұрын
Bohut val lagil ❤❤❤❤❤
@inamul_Alam
@inamul_Alam 2 ай бұрын
Uff dhuniya kashik da❤
@ankitapriyam11
@ankitapriyam11 2 ай бұрын
ভাল লগা ব্যক্তি ❤
@radiolover..6422
@radiolover..6422 Ай бұрын
দুয়োৰে কথাবোৰ বৰ সুন্দৰ।
@pankajkonwar1658
@pankajkonwar1658 2 ай бұрын
Kothakhini khub vl lgil 👌👌
@lohorjyotimoran3646
@lohorjyotimoran3646 2 ай бұрын
আমি মানুহ হয়তো সেইবাবে কাৰোবাৰ এষাৰি মাত প্ৰয়োজন ❤
@chumkibora638
@chumkibora638 2 ай бұрын
Emn bhl lagil ❤
@kritirajtaw8962
@kritirajtaw8962 2 ай бұрын
বিশুদ্ধ অসমীয়াৰ বাৰ্তালাপ এনেও ভাল লাগে।এই অনুষ্ঠানটো চাই হোমেন বৰগোহাঞি দেৱৰ কথা-বাৰ্তা আনুষ্ঠানলৈ মনত পৰিল।
@guningayary6613
@guningayary6613 Ай бұрын
Love you koushik da o love you ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@rituraazduarah8395
@rituraazduarah8395 2 ай бұрын
Most talented kaushik❤
@dipakrajbongshi837
@dipakrajbongshi837 Ай бұрын
My favourite novel niribili
@Kashyapee325
@Kashyapee325 Ай бұрын
মোৰ কৃষ্ণজন 💓🌍
@nikitakalita5061
@nikitakalita5061 Ай бұрын
আপুনি মোৰ সদায়েই প্ৰিয় ❤
@user-ig1nq8xz3v
@user-ig1nq8xz3v 2 ай бұрын
Fantastic discussion
@rupomray8162
@rupomray8162 Ай бұрын
ভাল লাগিলে চাই ,কৌশিক দাৰ কথাত এটা সুকীয়া আমেজ আছে
@rajashreechangmai3518
@rajashreechangmai3518 2 ай бұрын
ভাল লাগিল
@_Rashmi_rekha_717
@_Rashmi_rekha_717 Ай бұрын
I feel proud to be born in our Tezpur💗🫶
@DeepjyotiBharali-jc7ux
@DeepjyotiBharali-jc7ux 2 ай бұрын
Kaushik da apuna kotha bur bor val lage
@rishi---knwar6426
@rishi---knwar6426 Ай бұрын
🥺❤️
@Diganta-on1yh
@Diganta-on1yh 2 ай бұрын
Niribili hosai priyo ❤❤
@midismitamadahi673
@midismitamadahi673 2 ай бұрын
❤❤
@user-bz6fd2lg9b
@user-bz6fd2lg9b 2 ай бұрын
@user-ot4ly1he8j
@user-ot4ly1he8j 2 ай бұрын
বৰ সুন্দৰ কথা
@pollymahanta7508
@pollymahanta7508 2 ай бұрын
দুয়োগৰাকীকে খুব ভাল লাগিল
@PrakashBarik-js7bu
@PrakashBarik-js7bu Ай бұрын
প্ৰিয় মানুহজন❤
@pallabidas338
@pallabidas338 2 ай бұрын
Val lagile dada😢
@arifaamrin9427
@arifaamrin9427 2 ай бұрын
🥀
@rajdeepgogoi69
@rajdeepgogoi69 2 ай бұрын
Joy Krishna guru 🙏
@mohanpanging8351
@mohanpanging8351 20 күн бұрын
Very nice
@ranjitapatar9859
@ranjitapatar9859 2 ай бұрын
dhunia
@kpoper169
@kpoper169 2 ай бұрын
Val lagil
@DolishaTalukdar142
@DolishaTalukdar142 2 ай бұрын
❤❤❤❤
@PrabinBorah-uw8cl
@PrabinBorah-uw8cl Ай бұрын
Moi nerebeli rr pramota porilu ooo ❤
@PradipBarman-dy3fx
@PradipBarman-dy3fx 2 ай бұрын
দুয়ো জনে মোৰ খুব প্ৰীয়, বাৰ্তালাপ ত নম্ৰতা বা থকা তে গোটে ভিডিও চাইছিলো এতিয়া যেন চাব ভাল নলগা হৈ গৈছে বহু দিনৰ প্ৰিয় ভাল পোৱা মানু্হ দুজন লগ পোৱাৰ নিচিনা হৈ গল
@Rinku_1.O
@Rinku_1.O 2 ай бұрын
Kaushik da ❣️
@Botyrgushbsjuhbstsg
@Botyrgushbsjuhbstsg Ай бұрын
কৌশিক চাৰ আপোনাৰ নিৰিবিলি উপন্যাসখনত ময়ুৰ চৰিত্ৰটো আপুনি হয় যেন পাঁও কাৰণ Nd24interview ত আপুনি কৈছে আপুনি কিতাপ পঢ়ি, জুবিনদাৰ গান ,অকলে থাকি ভাল পায় যিটো ময়ুৰেও হয়
@pranjalkalita4295
@pranjalkalita4295 Ай бұрын
Niribili :নিৰিবিলি❤
@kabitaboruah2311
@kabitaboruah2311 2 ай бұрын
বহুত বেছি ভাল লাগিল চাই 😊 আগতেই কেইবাবাৰো চালু তেওঁৰ শাইক্ষতকা কিন্তু আকৌ চালো 🤗 নীৰিবিলি পহিয়েই গম পাইছিল যে ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ লিখনিত মই মোক নিজক বিচাৰি পাইছিলো তেতিয়া জানিছিলো যে কৌশিক দৈয়ো চাগে তেওঁৰ লিখনী পঢ়ি ভাল পাইছিল আৰু আজি কলে যে তেওঁ পঢ়ি ভাল পাইছিল আৰু এতিয়া কৌশিক দাৰ লিখনী বোৰটো মই মোক নিজকে বিচাৰি পাওঁ 🙂 ভাল লাগে । তেওঁ ভালে থাকক 🤗🥰।
@anishamahanta8757
@anishamahanta8757 2 ай бұрын
কিতাপখন অতি সোনকালে লাগে ।
@rinkumoniborahdutta8426
@rinkumoniborahdutta8426 2 ай бұрын
Hundar
@nabajyotibora124
@nabajyotibora124 2 ай бұрын
কৃষ্ণ
@dipikaoza7556
@dipikaoza7556 2 ай бұрын
বহুত ভাল লাগিল।
@satyajitmudoi3010
@satyajitmudoi3010 2 ай бұрын
Katha burot nijok bisari pabo parisu...
@karabisahariah2670
@karabisahariah2670 2 ай бұрын
Apunar dore moko manuhe time dile 100% dile vaal pao seia 2mint a hauk.. aru moio xarat a vaal pao.. aru sanglap 2 nijatke vaale rokha..
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 4,3 МЛН
Самый Молодой Актёр Без Оскара 😂
00:13
Глеб Рандалайнен
Рет қаралды 12 МЛН
Дарю Самокат Скейтеру !
00:42
Vlad Samokatchik
Рет қаралды 9 МЛН
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 4,3 МЛН