No video

প্ৰকৃততে কোন হয় নিৰিবিলিৰ অনুৰণ-সন্ধ্যা? চাওঁক কৌশিক নন্দন বৰুৱাৰ সৈতে আমাৰ আছুতীয়া সাক্ষাৎকাৰ...

  Рет қаралды 24,335

ৰ'দৰ সিপাৰে- Rodor Xipare

ৰ'দৰ সিপাৰে- Rodor Xipare

Күн бұрын

প্ৰকৃততে কোন হয় "নিৰিবিলি"ৰ অনুৰণ আৰু সন্ধ্যা?
"নিৰিবিলি"ৰ কাহিনীত কিয় প্ৰয়োজন আছিল মৃত্যুৰ ভয়াবহতা?
"পৰিৱৰ্তন" শব্দটোক কিয় বিশ্বাস নকৰে লেখক কৌশিক নন্দন বৰুৱাই?
"নিৰিবিলি" গ্ৰন্থাকাৰে কেতিয়া পাব?
ক'ত হ'ব গ্ৰন্থ উন্মোচনী অনুষ্ঠান?
পুনৰ কৌশিক নন্দন বৰুৱাৰ সৈতে 'ৰ'দৰ সিপাৰে'-ৰ Exclusive Interview
'আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ' শীৰ্ষক পঢ়ুৱৈৰ প্ৰশ্নৰ বিশেষ শিতান
নতুন ভিডিঅ' , নতুন চিন্তা , নতুন পৰিকল্পনা ভালেখিনি মনলৈ আহি আছিল। কিন্তু বিভিন্ন কাৰণত আমি কাৰ্যতঃ সেইসমূহক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ'ব পৰা নাছিলো। বহু বিৰতিৰ অন্তত আমি পুনৰ 'ৰ'দৰ সিপাৰে'-ৰ তৰফৰ পৰা দ্বিতীয়টো সাক্ষাৎকাৰ ভিডিঅ' আগবঢ়ালো। পূৰ্বৰ দৰেই আমি আপোনাসৱৰ সহাৰি লাভ কৰিম বুলি আশাবাদী...
ধন্যবাদ সহকাৰে....
'ৰ'দৰ সিপাৰে'
Our social media
Facebook
/ rodorxipare
Follow us
Kaushik Nandan Baruah
Facebook
www.facebook.c...
Instagram
...
Buddha Jyoti Bezbaruah
Facebook
www.facebook.c...
Instagram
...
Special Thanks to Jyotipawan Saikia, Debasish Borah, Nisha Das and Neha Nath.
#niribili #kaushik_nandan_baruah #tezpuruniversity

Пікірлер: 86
@kaushikbaruah9522
@kaushikbaruah9522 Жыл бұрын
কাহিনীটো পুৰণি, কিন্তু আপোনালোকৰ মৰম আৰু হেঁপাহে আজিও নতুন কৰি ৰাখিছে। নিতৌ নতুন নতুন প্ৰশ্ন আহে আপোনালোকৰ কাহিনীটো লৈ। ব্যস্ততাৰ বাবে সকলোকে উত্তৰ দিয়াও নহয়গৈ। ধন্যবাদ বুদ্ধ জ্যোতি বেজবৰুৱা লৈ এই সুযোগটো দিয়াৰ বাবে। আশা কৰোঁ ইয়াতে সকলোৱে উত্তৰ সমূহ পাব। লগতে আশীৰ্বাদ কৰিব যেন একো বিঘিনি নঘটাকৈ এইবাৰ আপোনালোকলৈ কিতাপখন আগবঢ়াব পাৰোঁ।
@-rodorxipare3758
@-rodorxipare3758 Жыл бұрын
ধন্যবাদ বন্ধু। লগতে বহুত বহুত শুভেচ্ছা।
@__mon__0.2
@__mon__0.2 Жыл бұрын
Printed copy babe wait Kri asu
@mistagogoi
@mistagogoi Жыл бұрын
ki ase nejanu, kintu tumar kotha botoraat bohut onuprerona pau..🤗
@borahjunashree
@borahjunashree Жыл бұрын
Kahini tu jiman barei pohu ximan barei. Notun notun lage
@pakhimedhi5623
@pakhimedhi5623 Жыл бұрын
Koushik da apunak adin log puar bohut itcha ase ... Niribili pohisu bohut dhuniya lagise ...
@dasmumuofficial
@dasmumuofficial Жыл бұрын
Niribile khon pohi thakute... Mukhor agot a sb dekhi asu jen tenkuwa anuvob hoi.... Ron ruh sandhiya jen kun ... Hehtr k saboli pagl dore hoi asu... Ron ruhh sandhiya jen hosai ase vl pwa bur ateya a hehtr ake ase tenkuwa anuvob hoi mur... Moyur jen kaushik da tenkuwa lage... Ron da k jen hosai sabo mn jai ... Aji loi anekoi pagl dore aku poha nai .... Niribile a mn2 sui goise... Ateya pora jimn paru uponakh pohim ... Bhut ktha hekhibo parelu niribile pora 😭❤️
@nishamonirabha5470
@nishamonirabha5470 2 ай бұрын
Mko tnkuay lge ron aru sankhya khub sabo mn jai janibo mon jai aru moyur jen koushik daa jmko tnkuyai lge hoxake
@tapandas6620
@tapandas6620 Ай бұрын
Mor Anuran or. Character to. Best lagise
@aahilahmed9761
@aahilahmed9761 2 ай бұрын
Niribili pohi bohut besi val lagil❤❤❤❤
@VLOGWITHJURI
@VLOGWITHJURI Жыл бұрын
চকুলো নোবোয়াই নোৱাৰিলো। মোৰ বাবে সকলোতকৈ ভাল লগা চৰিত্ৰটো ময়ূৰ। প্ৰেম কি সেয়া সন্ধ্যা অনুৰনৰ পৰা বুজিলো। বন্ধুত্ব কি সেয়া অভি সন্ধ্যাই বুজালে । ভাই ককাইদেউৰ সম্পর্ক কি ময়ুৰ অভিই বুজালে। জিবনত কেইবাখনো উপন্যাস পঢ়িছো কিন্তু তাৰ ভিতৰত "নিৰিবিলি" সদায় বিশেষ।।। যিখিনি শিক্ষা ৰ অভাৱ আছিল সেইখিনি শিক্ষা নিৰিবিলি এ পুৰালে।।। "নিৰিবিলি"-- এটি নিৰৱ কাহিনী (আৱেগ) 😌🥺♥
@Yukixforever1
@Yukixforever1 Жыл бұрын
বহু উপন্যাস পঢ়িছোঁ । নিৰিবিলি কিন্তু সদায় হৃদয়ৰ এক বিশেষ স্থানত থাকিব ❤️😭
@jdc8062
@jdc8062 Жыл бұрын
নিৰিবিলি খন এখন এনেকুৱা কাহিনী যাক এবাৰ পঢ়ি আতৰাই দিব নোৱাৰি ।যিয়ে পঢ়িলে তেওঁ pdf খন পঢ়াৰ পিছতো কিতাপ খন কিনি নিজৰ ওচৰত ৰাখি থোৱাৰ হেপাহ খিনিও হৃদয়ৰ কোনো অংশত পুহি ৰাখিচে। নিৰিবিলি pdf আকাৰত যিমান সফল হ'ল কিতাপ আকাৰত তাতকৈ বহুগুণেই বেছি সফল হওঁক তাৰেই কামনা কৰিলো...বহুত শুভেচ্ছা থাকিল আপোনালৈ❤❤
@kankanaaaaa
@kankanaaaaa Жыл бұрын
Moio rakhiso xeibakha to ❤️❤️
@HiyaDas-q4o
@HiyaDas-q4o Ай бұрын
Pdf kt Pam bisari??
@AmarjyotiBoruah1
@AmarjyotiBoruah1 Ай бұрын
Pdf tu pam neki dada please
@borahjunashree
@borahjunashree Жыл бұрын
কৌশিক নন্দন দাই কোৱা দৰে অলকানন্দা গানটো শুনাৰ পিছত যেনেকৈ কাহিনী শেষ হ'ল সঁচাই ভাল লাগিল, সচাই শেষখিনি বিশেষ ✨✨কাৰণ সেই সন্ধ্যা আৰু অনুৰণ ৰ মাজত যোগাযোগ নোহোৱাখিনিতে কাহিনীটো শেষ হোৱা হ'লে আধৰুৱা হ'ল হয়। কৌশিক দাই কোৱাৰ দৰে উপন্যাস এখনত তেওঁ যি বিচাৰে, সঁচাই আপোনাৰ উপন্যাসখনে মোৰ জীৱনত প্ৰভাৱ পেলাইছে ।বন্ধুত্বৰ সংজ্ঞা, প্ৰেমৰ সংজ্ঞাৰ কি সুন্দৰ উপস্হাপন ।ময়ূৰৰ মৃত্যুত অভিমন্যুয়ে যেতিয়া কয় ' মই আৰু তোক কেতিয়াও নজগাও ,উঠ নে বে ময়ূৰ " আৰু যে কয় ধোৱাঁ হৈ উৰি গ'ল ময়ূৰ লগত উৰি গ'ল 5 বছৰীয়া মৰম, ভালপোৱা ,স্মৃতি ,অভিমান ইত্যাদি এই খিনিতে যিমানবাৰ উপন্যাস পঢ়ো ,মোৰ চকুপানী সদায় ওলায় সঁচাই বহুত ভাল লাগিল। নিৰিবিলিখন মোৰ অন্তৰৰ একোণত সদায় বিশেষ হৈ ৰ'ব।✨
@archanaphukon7223
@archanaphukon7223 Жыл бұрын
অভিমন্যুক লগ কৰিব মন আছিল অ' তেনেকুৱা best friend মোৰ থকা হ'লে।
@amardeepnath4135
@amardeepnath4135 Жыл бұрын
উমম
@saraswatisaha9645
@saraswatisaha9645 3 ай бұрын
Dada "সৰাফুল" r bixhoye ki kobo sun❤
@bonditathengal4341
@bonditathengal4341 Жыл бұрын
উপন্যাসখন পঢ়ি কাহিনীটোত এনেদৰে সোমাই পৰিছিলো যে পঢ়ি শেষ হোৱাৰ পাছতো কাহিনীটোৰ পৰা ওলাই আহিবৰ বাবে ভালেকেইটা দিনৰ প্ৰয়োজন হৈছিল। ইমান এটা মন চুই যোৱা কাহিনী। সচাই হৃদয়স্পৰ্শী। বাকী ..নিৰিবিলিৰ স্ৰষ্টাৰ মূখেৰে নিৰিবিলিৰ কথা শুনি ভাল লাগিল। লগতে সাহিত্য সম্পৰ্কে দিয়া যথোচিত উত্তৰকেইটা আৰু বেছি ভাল লাগিল।
@dhananjoyburagohain377
@dhananjoyburagohain377 Жыл бұрын
অভিমন্যু আৰু সন্ধ্যা, উফফ🥰😍
@lekhikaphukan2750
@lekhikaphukan2750 Жыл бұрын
"নিৰিবিলি" সদায় বিশেষ হৈ থাকিব😊❤️ কৌশিক দাদা আপোনাৰ কথাবোৰো শুনি বহুত ভাল লাগে😊 "ৰাধা"খনৰ অপেক্ষা কৰি আছোঁ
@mrinmoydas433
@mrinmoydas433 Жыл бұрын
😊😊
@kishorhazarika4219
@kishorhazarika4219 Ай бұрын
Sandhya baa anuran dada aru abhi dadak lg pabo mon ase😢❤
@rupabegum53
@rupabegum53 9 күн бұрын
Muru ase khihot khsai ase ne bastobt😫
@repablikaentertainment8641
@repablikaentertainment8641 Жыл бұрын
বহুত বেছি উপন্যাস পঢ়া নাই কিন্তু আজিলৈকে যিমান পঢ়িছোঁ তাৰ ভিতৰত "নিৰিবিলি" খন পৃথক।
@rimi_rabha
@rimi_rabha Жыл бұрын
"নিৰিবিলি" মোৰ বাবে সদায় বিশেষ হৈ ৰʼব... কাৰণ মই এটা বহুত ডাঙৰ ভুল কৰিব ওলাইছিলো কিন্তু সময় লৈছিলোঁ মই। সেই সময়তেই নিৰিবিলি পঢ়িব লৈছিলোঁ আৰু নিজকে সেই ভুলটো কৰাৰ পৰা বচাই আনিব পাৰিছিলো। আগতেও দাদাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া উপন্যাস এখন উপহাৰ দিয়া বাবে আৰু কিতাপ আকাৰে প্ৰকাশিত হ'ব বুলি কোৱাৰ পৰা মোৰ বহুত বেছি ভাল লাগিছে... শুভ কামনা থাকিল দাদা লৈ তাৰবাবে আৰু সদায় থাকিব। কুশলে থাকক আপুনি 🌻❤️❤️ (কিতাপ আকাৰে পাম বুলি গম পোৱাৰ পৰা মোৰ wishlistত আশা এটা ৰৈ গৈছে যে, এদিন তেজপুৰ বিশ্ববিদ্যালয়লৈ গৈ নিৰিবিলিত বহি নিৰিবিলি পঢ়িম🤞❤️)
@kuldeepgogoi4374
@kuldeepgogoi4374 Жыл бұрын
কাঞ্চন চহৰ , সেমেকা বৰষুণ আৰু দুচকুত হাজাৰ প্ৰশ্নৰ ভিৰ । কিমান প্ৰিয় হ'লে বাৰু এখন উপন্যাসকে বাৰে বাৰে পঢ়িব পাৰি ?
@amardeepnath4135
@amardeepnath4135 Жыл бұрын
Muk Sandhya k log pabor mon goise ❣️❣️❣️❣️
@novel125
@novel125 Жыл бұрын
প্ৰিয় মানুহ জনৰ প্ৰতিটো কথাই প্ৰিয়।
@nasiruddinsarkar794
@nasiruddinsarkar794 Жыл бұрын
সপোনত আহি আছে পঢ়াৰ পিছৰ পৰাই,,,,আজি যেন উৎকণ্ঠাৰ যবনিকা পৰে 😑
@pratibhatalukdardas8750
@pratibhatalukdardas8750 7 ай бұрын
I love niribili ❤❤. I love TU ❤️❤️. I love Koushik Nandan Baruah dada ❤️❤️🥰🥰
@vivaansdiary1276
@vivaansdiary1276 Жыл бұрын
Koushik daa r khothabur hunile huni thakibo mon Jai eman dhuniya koi khothabur koi🥺🤍🥰
@pampitalukdar6006
@pampitalukdar6006 Жыл бұрын
Eman val lgise porhi 1bar nhoi 3bar ke porisu bhut bhut a val lgise ane kuwa lgise jen gtei keitak lg pam tat goi
@priyankaneog1475
@priyankaneog1475 Жыл бұрын
নিৰিবিলি সদায় বিশেষ হৈ থাকিব 😌❤️
@lashyamoyee
@lashyamoyee Жыл бұрын
জোনাক ভালপোৱা ব্যক্তিজন ❤️
@ritumoni8054
@ritumoni8054 Жыл бұрын
Finally
@sanuvlog6732
@sanuvlog6732 Жыл бұрын
Waiting
@mr.bairagi9342
@mr.bairagi9342 Жыл бұрын
#নিৰিবিলি আমাৰ আৱেগ 💙 আৰু কৌশিক দা আমাৰ নয়নৰ মণি 🎶
@ragini_musical
@ragini_musical Жыл бұрын
অধীৰ আগ্ৰহেৰে লৈ আছোঁ দেই। 🥰🥰🥰❤️❤️
@tulikadas7216
@tulikadas7216 Жыл бұрын
প্ৰিয় উপন্যাস হিচাপে নিৰিবিলি খন চিৰদিন হৃদয়ত থাকি যাব❤️__
@borahjunashree
@borahjunashree Жыл бұрын
অপেক্ষাৰ অন্তত কিতাপ আকাৰে আহি আছে 🤩🤩বহুত সুখী হ'লো জানি । নিৰিবিলি খন কিতাপ আকাৰে হাতত পোৱা মাদকতাতো সঁচাই সুকীয়া ।
@jyotimoyeehazarika2458
@jyotimoyeehazarika2458 Жыл бұрын
অপেক্ষাৰ অন্ত পৰিব,,,❤️
@parismita_
@parismita_ Жыл бұрын
জীৱনৰ প্ৰথম উপন্যাস!!যি মই বাৰে বাৰে পঢ়িছো!! এনে নহয় যে উপন্যাস আগত পঢ়া নাই কিন্তু এই উপন্যাসখনে বহু কিবাকিবি দি গল!! কেতিয়াও নোপোৱা কিছু অনুভৱ উপন্যাস খনে দি গল!!! ক'ৰবাত যেন বাস্তৱ বাস্তৱ যেন লাগে! কি প্ৰেম ! কি বন্ধুত্ব!🥺💞।।অনুৰনৰ পৰা আৰম্ভ কৰি অভিমন্যু , সন্ধ্যা,ময়ুৰ , সকলোবোৰে যেন হৃদয়ৰ কোনোবাখিনিত ৰৈ যায়💞।।সচায়!!🌼🌼🌼 নিৰিবিলি🌼🌼আবেগ , হেঁপাহ!!💫❤️
@priyadevi4931
@priyadevi4931 Жыл бұрын
Bahut vl lgil ❤️
@manashentertainment4834
@manashentertainment4834 Жыл бұрын
Best wishes
@pahikolita
@pahikolita 10 ай бұрын
Pohi thakile pohi thakibo mon jai..xosakoi bht vl lge
@ajarjun2285
@ajarjun2285 Жыл бұрын
Waiting 🥺❤️
@dibrugarhjiyaribhitali8405
@dibrugarhjiyaribhitali8405 Жыл бұрын
আপুনি সফল হ' ল । আপোনাৰ উপন্যাস খন সঁচাই মনৰ এটা কোনত ৰৈ গ' ল আৰু সদায় থাকিব । আশা কৰোঁ আগলৈ আপোনাৰ এনেকুৱা ভাল লগা কিতাপ বোৰ পঢ়ি থাকিব পাম। এনেকৈ আপুনি সদায় আগুৱাই যাওঁক দাদা
@anugyadowerah4915
@anugyadowerah4915 Жыл бұрын
❤️❤️
@inusaikia9168
@inusaikia9168 Жыл бұрын
Waiting 😍💙💙💙
@rimpydey3606
@rimpydey3606 Жыл бұрын
Two legends in one frame 🤩🌼..আপোনালোক দুয়োজনাই উপহাৰ আমাৰ বাবে 🙂
@saraswatisaha9645
@saraswatisaha9645 Жыл бұрын
''ৰাধা''খন কেতিয়া ওলাব' দাদা?....''নিৰিবিলি''খন পঢ়ি এক পাহৰিব নোৱাৰা অনুভূতি মনত গঢ় লৈ উঠিছে । ই সদায় আমাৰ মনৰ মণিকোঠাত চিৰস্থায়ী স্মৃতি হৈ থাকি যাব।😊.......অনুগ্ৰহ কৰি ক'ব দাদা ''ৰাধা''খন কেতিয়া ওলাব'🙏
@snigdha-uq1fp
@snigdha-uq1fp 10 ай бұрын
Kaushik daar kintu manokhikota bht bht beleg xsai bohut val lagil niribili bht vl lgise...
@AbdulWahid-bq8dc
@AbdulWahid-bq8dc Жыл бұрын
Sir koisile je Radha ekhon novel ulabo ketiya?
@bharatichoudury2637
@bharatichoudury2637 Жыл бұрын
উপন্যাসখন যিমান ৰসাল💞 আপোনাৰ কথাবোৰো সিমানেই বেছি মধুৰ🌹 আশা কৰো যাতে আগন্তুক দিনত আৰু আগুৱাই যায় যেন🌷🥀🌹
@sdrishtisaikia6357
@sdrishtisaikia6357 Жыл бұрын
নিৰিবিলি যেন এক আবেগ হৈ থাকি গ'ল 💜
@manishadeka884
@manishadeka884 Жыл бұрын
❤️🍃
@lipshasarma1057
@lipshasarma1057 Жыл бұрын
নিৰিবিলি পঢ়ি সচায় বহুত বহুত ভাল লাগিল আৰু তেনেকুৱা উপন্যাস আমাক আগবঢ়ায় দিয়ক বুলি আশা কৰিলো আৰু নিৰিবিলি উপন্যাস চিৰ স্মৰনিয় হৈ ৰয় আৰু নিৰিবিলি সন্ধ্যা বা হতক দেখালে বহুত ভাল পালোঁ হেতেন ♥️🙏🌼
@prathana5475
@prathana5475 Жыл бұрын
বহুত অপেক্ষাৰে বাট চাই ৰৈছো নিৰিবিলিৰ কাৰণে♥️
@madhusmitadeka1142
@madhusmitadeka1142 Жыл бұрын
"নিৰিবিলি "সদায় বিশেষ হৈ ৰ'ব ♥️🥰
@rimpimahanta3539
@rimpimahanta3539 Жыл бұрын
প্রিয় উপন্যাসৰ উর্ধত এই নিৰিবিলিৰ নিৰৱ কাহিনী 💗🌚
@_axam_lora_dipankar
@_axam_lora_dipankar 4 ай бұрын
প্রথমতে নিৰিবিলিৰ নিৰব কাহিনী খুনিলো তাৰ পাছত সৰাফুল বুতলিলো এতিয়া ৰাধাৰ লগত কানাই হবলৈ আপেক্ষা 😊
@rahulbharali9339
@rahulbharali9339 Жыл бұрын
Apunak log pua xopun ati puhi rakhisu aru nisoi adin log korim apunak
@bithikagogoi9924
@bithikagogoi9924 Жыл бұрын
নীৰিবিলি: এক নীৰৱ কাহিনী ❤️🥰সঁচাই পঢ়ি বহুত ভাল লাগিল ......বুজাব নোৱাৰা এক অনুভৱ
@gouravboruah7505
@gouravboruah7505 Жыл бұрын
Sound quality olp vl kribo
@-rodorxipare3758
@-rodorxipare3758 Жыл бұрын
পৰৱৰ্তী সময়ত আমি চকু ৰাখিম
@ashmitagogoi9344
@ashmitagogoi9344 Жыл бұрын
💙🕊️
@ankitaroy7516
@ankitaroy7516 Жыл бұрын
জীৱনৰ প্ৰথম খন উপন্যাস নিৰিবিলি ✨ এনেকুৱা কিতাপ পঢ়ি বৰ এটা ভাল নাপাঁও যদিও নিৰিবিলি পঢ়িলো সচাঁ কৈ এটা যেন চকুৰ আগত ভাহি থকা কাহিনী😢❤ বাৰে বাৰে কান্দি উঠিছিলো যেন দুই এটা কথা জীৱনৰ লগত মিলি যায়... বহু কথা শিকিলো 😌 তাৰ ভিতৰত অভি আৰু সন্ধ্যাৰ বন্ধুত্ব "তোৰ কাষত যেতিয়া কোনো নাথাকিব সেইদিনা য'তে নাথাকিলেও তোৰ ওচৰলৈ আহি যাম" জীৱনত বহু মানুহ লগ পোৱা যায় কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যাৰ স্হান কোনও ল'ব নোৱাৰে ❤
@nabanitasaikia2341
@nabanitasaikia2341 Жыл бұрын
নিৰিবিলি💚
@debashreedas9363
@debashreedas9363 10 ай бұрын
উপন্যাস খনে বাৰে বাৰে TU ৰ প্ৰেমত পেলায়....💕😌 তাত উল্লেখ থকা ময়ূৰ ৰ "ৰাধা” উপন্যাস খনৰ কি হ’ব...???
@nainaahmed1868
@nainaahmed1868 Жыл бұрын
Vl lgese kin2 olp sound system tu vl krile ru vl lgibo sai..bht ktha buji pua najai
@-rodorxipare3758
@-rodorxipare3758 Жыл бұрын
Thank you..
@mxnwl2378
@mxnwl2378 Жыл бұрын
অপেক্ষাত আছোঁ দাদা 😌🙏
@Puja_gogoi5
@Puja_gogoi5 Жыл бұрын
নিৰিবিলি ❤️🌚
@sketchersammyy1342
@sketchersammyy1342 Жыл бұрын
Background music is so annoying 🙂 please if you can remove it
@-rodorxipare3758
@-rodorxipare3758 Жыл бұрын
এইবাৰ অলপ অসুবিধা হ'ল পিছলৈ আমি সাৱধান হ'ম এইক্ষেত্ৰত। ধন্যবাদ আপোনালৈ।
@fineartsclasses8961
@fineartsclasses8961 Жыл бұрын
তুমি..........
@cousins-things__
@cousins-things__ Жыл бұрын
Radhar babe roii asu...
@lovelybarbievlogs507
@lovelybarbievlogs507 Жыл бұрын
Waiting
@nehadeka8814
@nehadeka8814 Жыл бұрын
❤️🥰
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 28 МЛН
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 25 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,3 МЛН
هذه الحلوى قد تقتلني 😱🍬
00:22
Cool Tool SHORTS Arabic
Рет қаралды 56 МЛН
Radha|| kaushik Nandan baruah|| part -1||
6:22
Mamota (মৰম)
Рет қаралды 2,1 М.
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 28 МЛН