Bhagyashree Devi: ND24ৰ ষ্টুডিঅ’ত VIRAL ভাগ্যশ্ৰী দেৱী | এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’

  Рет қаралды 580,257

ND24

ND24

Жыл бұрын

🔴 সামাজিক মাধ্যমত তোলপাৰ লগোৱা এটি শ্ৰুতিমধুৰ কণ্ঠ
🔴 ভাগ্যশ্ৰীৰ দিহানামৰ দলটিৰ অনন্য প্ৰদৰ্শন
🔴 ভাৱ, ভংগী, কণ্ঠ সকলোতে যেন মসৃণ ভাগ্যশ্ৰী
🔴 প্ৰথমবাৰৰ বাবে ND24ৰ ষ্টুডিঅ’ত ভাইৰেল ভাগ্যশ্ৰী দেৱী
🔴 এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’
#BhagyashreeDevi #viral #singer #assamesedihanam #dihanam
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam

Пікірлер: 293
@rubiborah3436
@rubiborah3436 Жыл бұрын
বহুত সুন্দৰ কণ্ঠ, সুন্দৰ হাঁহি, সুন্দৰ চেহেৰা। শুনি ভাল লাগিল।আৰু আগুৱাই যোৱা ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ।❤❤❤🎉🎉🎉
@arunchandrahandique3401
@arunchandrahandique3401 Жыл бұрын
এই উন্নত মানদণ্ডৰ অনুষ্ঠান এভাগ আগবঢ়োৱা বাবে এন্জেলা চাঙমাই লৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আৰু সঁচাকৈয়ে উন্নত মানদণ্ডৰ উপস্থাপন কৰা হৈছে।🕉️🙏
@anjananath8470
@anjananath8470 Жыл бұрын
বহুত ভাল লাগিল দলতিক । দলতোৰ আটাইকেইজনলৈ মৰম থাকিল । আগলৈ দেখা পাম বুলি আশা ৰাখিলোঁ ।
@mahantabordoloi1670
@mahantabordoloi1670 Жыл бұрын
Beautiful voice n beautiful dihanam all the best Krishna Krishna
@uttamrajbonshi1290
@uttamrajbonshi1290 Жыл бұрын
আৰু দিহানাম আমাৰ মাজলৈ আগবঢ়াই থাকিব বুলি আশা ৰাখিলো❤❤❤❤❤❤
@ajoyphukan5168
@ajoyphukan5168 Жыл бұрын
অতি সুন্দৰ,অতি মধুৰ দিহা নামৰ দলটিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আগবাঢ়ি যাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏
@basudevborah3313
@basudevborah3313 10 ай бұрын
Bhagyashree baa বহুত বহুত ধন্যবাদ
@bkgogoi8636
@bkgogoi8636 Жыл бұрын
অতি সূন্দৰ হৈছে ❤️🙏🙏🙏
@harakantabaruah9060
@harakantabaruah9060 6 ай бұрын
অতি সুন্দৰ জয় শ্ৰীকৃষ্ণ
@horinamoramiyarokh3890
@horinamoramiyarokh3890 11 ай бұрын
সুন্দৰ কণ্ঠ সচাকৈ আই গৰাকীৰ,, বিশেষকৈ গুৰু জনাৰ গুণৰ ওপৰত লিখিত এই দিহানাম ভাগি অন্তৰ আত্মা হৃদয় চুই গৈছে।কৃষ্ণ।ঈশ্বৰৰ কৃপা থাকক।
@ranjanrajbonshi6415
@ranjanrajbonshi6415 Жыл бұрын
সুন্দৰ পৰিবেশন ভাব ভঙ্গী কণ্ঠ তাৰোপৰি সোনত সুৱগা সৰিছে হাঁহি টো আপোনাৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ
@FulenDatta
@FulenDatta 9 ай бұрын
সুন্দৰ
@puronpayeng7151
@puronpayeng7151 Жыл бұрын
দেৱীৰ লগত তুলনা নাই । 🙏🙏🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Unique Voice and ultimate performance. Go ahead way to your journey of music. All the best wishes to you .
@user-ig5ic7wy1s
@user-ig5ic7wy1s Ай бұрын
ভাল লাগিল আপোনালোকৰ এই অনুষ্ঠান টিৰ গীত সমূহ ।সুন্দৰ কণ্ঠ সুন্দৰ সুৰ। আৰু শুনিব পাম বুলি আশা ৰাখিলোঁ।লগতে আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সচাকৈ সুন্দৰ হৈছে আৰু আপোনালোকে গাই যাওক চোন,,
@kamalakantanath2896
@kamalakantanath2896 10 ай бұрын
Bhagyasree aai garakir kantha ati shumadhur aaru shundar.Bhabishyat utjjal kamana karilu. Dhanybad.
@bhadrakantadas6101
@bhadrakantadas6101 5 ай бұрын
Sweet voice sweet look. Go ahead more. God bless you Bhagyashree.
@parthamixarsassam6762
@parthamixarsassam6762 Жыл бұрын
এইগৰাকী সচাই ভক্তিত বিলীন। কি সুমধুৰ কণ্ঠ তেখেতৰ। লগতে সতীৰ্থ সকল বহুত পাৰ্গত।
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
সুন্দৰ অনুষ্ঠান সুন্দৰ কণ্ঠ চাই বহুতো ভাল লাগিল । আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
@anjanakakoti6306
@anjanakakoti6306 11 ай бұрын
বৰ ধুনীয়া দেই , সকলোলৈকে অশেষ ধন্যবাদ , শুনিলে শুনি থাকিবৰ মন যায়
@uttamrajbonshi1290
@uttamrajbonshi1290 Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ অনুষ্ঠান । দলৰ প্ৰতিজন সদস্যলৈকে মৰম আৰু শুভকামনা জাঁচিলো❤❤🙏🙏🙏🙏🙏🙏🙏🙏
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 11 ай бұрын
আমিয়া সুৰৰ‌‌‌ যাদুৰে _দিহানামৰ এক অভিনৱ পৰিবেশন _হিয়াৰ শুভেচ্ছা অনাগত‌ দিনৰ বাবে__ go ahead plz Bhagyashree.......
@bubulbohra5112
@bubulbohra5112 Жыл бұрын
❤❤❤❤জয় ভগৱান শ্ৰীৰাম!!!!জয় মাতৃ সীতা ❤❤❤❤ অনন্ত নমস্কাৰ
@joyramdeuri4232
@joyramdeuri4232 Жыл бұрын
কৃষ্ণ ! ভাগ্যশ্ৰী আইগৰাকিয়ে আলিপুখুৰীতে বৈকূণ্ঠৰ দিহা নাম ভাগ উপস্থাপন কৰা বৰ আগ্ৰহেৰে শ্ৰৱণ কৰি ভাল লাগিল।পূৰ্বেব গোৱা নাম ভাগৰ লগত মিলাই শ্ৰৱন কৰোতে পদ এৰি গোৱা যেন পালো! অপৰাধ ক্ষমিব কৃষ্ণ । nd প্ৰচাৰ বিভাগক সেৱা জনালো।। কৃষ্ণ ।।
@sonitsaikia1884
@sonitsaikia1884 Жыл бұрын
সুন্দৰ অনুষ্ঠানটিয়ে, ভাগ্যশ্ৰীৰ লগতে দিহানামৰ প্ৰতিজন সদস্যৰ উজ্জ্বল ভৱিষ্যতৰ কামনা 🙏
@tutimonibora
@tutimonibora Жыл бұрын
রেড2জিডিএফরেজ্যাকক2ভ7ক্লেকেওয়ান3 3কেও
@rameshray3835
@rameshray3835 10 ай бұрын
@@tutimonibora .
@deepjyotilaskar1030
@deepjyotilaskar1030 Жыл бұрын
জয় গৰু শঙ্কৰ, কৃষ্ণৰ 🙏🌼🙏
@rubulkumarsaikia1739
@rubulkumarsaikia1739 8 ай бұрын
U r so welcome to the whole world of asssames culture... Which is not only business but also to express all for carrying out of Mahapush Shankardev's rule ... Thanks u
@dipanjalimonjai6186
@dipanjalimonjai6186 Жыл бұрын
সুন্দৰ অনুষ্ঠান । দলৰ প্ৰতিজন সদস্যলৈকে মৰম আৰু শুভকামনা যাঁচিলো 💐❤️🙏🏼
@BinuMoni-uw7ov
@BinuMoni-uw7ov 10 ай бұрын
Bhut dhunia kantha God bless you of all
@nandeswartaye805
@nandeswartaye805 Жыл бұрын
কৃষ্ণৰ নাম শুনিলে ৰব নোৱাৰে গাবলে মন যায়🙏🙏🙏👍
@damuurang1261
@damuurang1261 Жыл бұрын
আপোনালোকর দিহা নাম চাই বহুত ভাল লাগিল সকলোকে ধন্যবাদ
@biswajitchangmai1500
@biswajitchangmai1500 11 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ । লগতে এঞ্জেলা চাংমাই লৈকো❤❤
@dalimidas9653
@dalimidas9653 Жыл бұрын
Xosai bohoot dhuniya lagise
@prakashborah5396
@prakashborah5396 11 ай бұрын
অতি সুমধুৰ কণ্ঠৰ অধিকাৰী ।শুনি থাকিবৰ মন যায়।
@kumuddas4769
@kumuddas4769 11 ай бұрын
সুন্দৰ অনুষ্ঠান । দলৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰো 🙏🙏🙏🙏🙏🙏🙏🙏
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Жыл бұрын
অতি সুন্দৰ অনুষ্ঠান ❤❤❤❤❤
@SwapnaPasar
@SwapnaPasar 11 күн бұрын
Bohut bohut hundor hari nam faki hunila huni thakibo mon jai.. Krishan
@boradipamoni76
@boradipamoni76 9 ай бұрын
কৃষ্ণ ।অতি সুন্দৰ কন্ঠ ।দিহানামৰ দলটি আগুৱাই যাওক 🙏🙏🙏
@kandarpasarma7929
@kandarpasarma7929 10 ай бұрын
সুন্দৰ হৈছে ||
@nanditadas6199
@nanditadas6199 Жыл бұрын
Expression 😮🔥❣️
@birajpratapbordoloi9563
@birajpratapbordoloi9563 11 ай бұрын
বহুত সুন্দৰ এনে বোৰ হে হৰিনাম Go ahead madam and god bless u
@user-cp1xg6tp8h
@user-cp1xg6tp8h Ай бұрын
আই গৰাকী কন্ঠ বহুত ভাল লাগে পোৱা গধূলি আই গৰাকী নামহে শুনি মোৰ ভাল লাগে🙏🙏🙏🙏
@padmadutta-bn8to
@padmadutta-bn8to 10 ай бұрын
ভগবানেে সহায় কৰক❤❤❤
@renulongchot7547
@renulongchot7547 11 ай бұрын
কৃষ্ণ কৃষ্ণ 🪔👃🏼 শুনিলে শুনিয়েই থাকিবৰ মন 👌👍
@user-mi2nb1rz7u
@user-mi2nb1rz7u 3 ай бұрын
I love my god ,very good song ,,Thank you so much ..🎉
@kunjalatakalita4174
@kunjalatakalita4174 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼অতি সুন্দৰ কণ্ঠ বহুত ভাল লাগিল।
@porinitamedok8956
@porinitamedok8956 10 ай бұрын
Krishna জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
@minudey7657
@minudey7657 Жыл бұрын
সুন্দৰ হৈছে 🙏🙏
@nirabphukan5356
@nirabphukan5356 11 ай бұрын
অনুস্থান ভাগ বৰ ভাল লাগিল ।দলপতিৰ লগতে সমুহ দলটোলৈ অভিনন্দন জনাইছো ।দিহানাম হাতৰ ভংগিমা বোৰ দেখালে সোনত সুবগা ছৰে ।
@harendranathkalita990
@harendranathkalita990 11 ай бұрын
সুন্দৰ কণ্ঠ, সুন্দৰ পৰিবেশন
@rinkuchutiachutiarinku1276
@rinkuchutiachutiarinku1276 11 ай бұрын
আপোনালোকলৈ আশীৰ্বাদ থাকিল আগলৈ এনেদৰে আগবাঢ়ি যোৱা আশাৰে মই Rinku ৰে নেদেখাৰ জনৰ ওচৰত আশীৰ্বাদ বিচাৰিছো
@hirokjyotihazarika.golagha5284
@hirokjyotihazarika.golagha5284 11 ай бұрын
দলটিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ।🙏🙏
@bounceback6447
@bounceback6447 Жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন
@maniksaikia7883
@maniksaikia7883 8 ай бұрын
আই গৰাকীক শুভেচ্ছা জনাইছোঁ, আপুনি ভক্তি ৰস জীয়াই ৰাখিব।
@Poragjyotisaikia.-su1kb
@Poragjyotisaikia.-su1kb 11 ай бұрын
Nice. Thanks from andharpradesh nellore district ❤.
@junmonichakrobortty1569
@junmonichakrobortty1569 11 ай бұрын
Bhutbhut val lagise🙏🙏🙏🙏🙏🙏🙏
@lakhikantasutradhar4474
@lakhikantasutradhar4474 Жыл бұрын
বহুত ধুনিয়া লাগিল ধন্যবাদ ❤❤
@minatibaruah3936
@minatibaruah3936 5 күн бұрын
বহুত ধুনীয়া হৈছে
@Kalpana-bp9fy
@Kalpana-bp9fy Жыл бұрын
Eman dhuya man bhal lagi Jai mur bhut aaxa apuni aru bhut agoloi jaba joi siri Krishna🙏🙏🙏🙏
@jitenbora1369
@jitenbora1369 8 ай бұрын
Xosai Bor xundor 👌👌👌
@SAITAMAYT-
@SAITAMAYT- 9 ай бұрын
অতি সুন্দৰ কণ্ঠ 🙏🙏
@satyabatibhorali4653
@satyabatibhorali4653 5 ай бұрын
Amiya neog baidek viral koribo sun teu bohut hundor diha Nam hai..teuk u again nibo lage... Amiya neog baidek bor vhal Lage...❤
@Ankur-mw3wz
@Ankur-mw3wz 8 ай бұрын
কৃষ্ণ । আপোনাৰ কণ্ঠ সু মধুৰ। কৃষ্ণ নাম গুণ গাই প্ৰচাৰ প্ৰসাৰ কৰা বাবে আপোনাক আৰু আপোনাৰ দলৰ সকলো বাপ আই লৈ সেৱা ধৰা হৈছে।
@user-os1qr8wn8k
@user-os1qr8wn8k 3 ай бұрын
😊😊❤❤
@user-qz1rh1xe1i
@user-qz1rh1xe1i 7 ай бұрын
ইমান সুন্দৰ কণ্ঠ
@gungun9909
@gungun9909 Жыл бұрын
পে পে কন্যাই শিকি লওক অলপ।নাম কেনেকৈ গায়।🙏কৃষ্ণ🙏
@ajborah2265
@ajborah2265 Жыл бұрын
Bor hundor
@aratimedhi4538
@aratimedhi4538 9 ай бұрын
❤😍🙏🏻🥰
@Gohainpalakh93
@Gohainpalakh93 8 ай бұрын
🙏🙏 অতি সুন্দৰ,, তেৰশ নহয় নেকি? বাৰখ চাগে
@konbhai7661
@konbhai7661 Жыл бұрын
Hundor
@tileswaryein1295
@tileswaryein1295 15 күн бұрын
এঞ্জেলা চাংমাই বা উপষ্ঠাপন মোৰ মন আকৰ্ষিত কৰিছে। লগতে ভাগ্যশ্ৰী বাইদেউলৈ ভক্তিভৰা মৰম যাচিলো। কিন্তু আজিৰ দিহা নামটো আৰু এক মাত্ৰা ওপৰত গোৱা হলে বেছি ভাল লাগিলেহেতেনকি ?🙏🙏🙏🙏🙏। চেষ্টা এটা কৰি চাবচোন।
@binudchangmai6481
@binudchangmai6481 11 ай бұрын
Hundar..
@pukiasissiborgaonicdsproje4668
@pukiasissiborgaonicdsproje4668 Жыл бұрын
বহুত ভাল লাগে তোমাৰ হৰি নামৰ দলটি ।সকলোকে অশেষ ধন্যবাদ
@palashchetia6844
@palashchetia6844 Жыл бұрын
এঞ্জেলা চাংমাই আপোনাৰ মতটো ইমান ভাল লাগে।আৰু ভাগ্যশ্ৰী বাইদেউৰ কথা কবই নালাগে কিমান সুন্দৰ কণ্ঠ আৰু ভনঙ্গিমা কি কম আৰু,,,
@mousumisaikia1859
@mousumisaikia1859 Жыл бұрын
Very nice❤️
@hirenkalita9142
@hirenkalita9142 9 ай бұрын
Vare nice ba 🥰🥰🥰😊👌👍🏼☺️💖
@munindraborgohain6054
@munindraborgohain6054 10 ай бұрын
Ati.Hondur.krishna🙏🙏🙏🙏
@jayantaboruah8890
@jayantaboruah8890 Жыл бұрын
অনুষ্ঠানৰ প্ৰতিগৰাকী,প্ৰতিজন সদস্য ,সদস্যালৈ আন্তৰিক অভিনন্দন যাচিঁলো।
@dipikakalita6667
@dipikakalita6667 Жыл бұрын
Bahut xundar haise...val lagil
@abhiandtaravlogs3798
@abhiandtaravlogs3798 8 ай бұрын
Thanks to ND24 eman dhunia ata program dekhua babe❤❤
@bhabanigogoi3278
@bhabanigogoi3278 Жыл бұрын
Nice
@rahulgogoi4781
@rahulgogoi4781 Жыл бұрын
Bohut dhuniya hose ❣️❣️😮😮😍😍
@krishnakalita9587
@krishnakalita9587 11 ай бұрын
Eman xondar 🙏 God bless you
@Meme-de4bj
@Meme-de4bj 4 ай бұрын
@binoddas8179
@binoddas8179 5 ай бұрын
❤❤❤❤অতী সুন্দৰ অনুষ্ঠান ❤❤❤❤ কৃষ্ণ
@user-fd9vd5oc9e
@user-fd9vd5oc9e Жыл бұрын
❤❤❤❤❤❤❤
@user-qb4mz8pe8j
@user-qb4mz8pe8j 10 ай бұрын
News and baideu dhoinobad
@karishmasaikia323
@karishmasaikia323 10 ай бұрын
কণ্ঠৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো বহুত নাম শুনিছো কিন্তু এখেতৰ কণ্ঠই হৃদয় স্পৰ্শ কৰি গৈছে। আগুৱাই যাওঁক এখেত তাৰে কামনা কৰিছোঁ।❤❤
@uttamrajbonshi1290
@uttamrajbonshi1290 Жыл бұрын
আৰু দিহানাম গাই থাকিব আশা কৰিলো
@Dishari771
@Dishari771 11 ай бұрын
Ami West Bengal theke dekhchi
@premadas3389
@premadas3389 11 ай бұрын
Thanks Thanks
@kamalbagus2309
@kamalbagus2309 21 күн бұрын
❤❤❤❤❤
@user-un2pj6zy2b
@user-un2pj6zy2b 10 ай бұрын
Krishna 🙏🙏🙏🙏
@user-ne4jl2xj1s
@user-ne4jl2xj1s 11 ай бұрын
।। সুন্দৰ বৰ মনোমোহা অনুষ্ঠান।।
@DevrajBuma-kz2lo
@DevrajBuma-kz2lo 10 ай бұрын
❤❤❤❤
@sunilgohain1378
@sunilgohain1378 Жыл бұрын
Very nice god bless you 🙏🙏🙏
@SewaliphukanSewali-vy1ix
@SewaliphukanSewali-vy1ix 3 ай бұрын
😊❤😊
@nepalrajbongshi7839
@nepalrajbongshi7839 10 ай бұрын
Congratulations 🎉🎉🎉
@b.b.b3b111
@b.b.b3b111 10 ай бұрын
God gifted sweet voice.
@TrEnD_107
@TrEnD_107 9 ай бұрын
ইমান ধুনীয়া 🙏🙏🙏
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 62 МЛН