No video

বিজেপি এৰাৰ যো-জা বহু গেৰুৱা নেতাৰ

  Рет қаралды 83,995

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ বিজেপি এৰাৰ যো-জা বহু গেৰুৱা নেতাৰ
▶️ কোন কোন বিজেপি নেতা সাজু হৈছে দল এৰিবলৈ?
▶️ NKTV PLUSৰ হাতত কংগ্ৰেছমুখী বিজেপি নেতাৰ ৯ জনীয়া তালিকা

Пікірлер: 151
@saratchawra5032
@saratchawra5032 Ай бұрын
পুৰণি বিজেপিক ক‍ংগ্ৰেছত আদৰিলে আপত্তি নাই কিন্তু কংগ্ৰেছৰ পৰা বিজেপিত যোৱা নেতা সকলক আদৰিলে আমাৰ আপত্তি আছে।
@assam2006
@assam2006 Ай бұрын
মমাই ভূল হল বোলিকৈ পুণৰ কংগ্ৰেছলৈ আহিব বোলে।
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
Right 👍🏻
@samujjalrabha1472
@samujjalrabha1472 Ай бұрын
😂​@@assam2006
@rituparnasaikia1701
@rituparnasaikia1701 Ай бұрын
বিজেপিলৈ যোৱা কংগ্ৰেছীক যাতে কোনো কাৰণতে কংগ্ৰেছলৈ নানে। অনুৰোধ থাকিল। সুবিধাবাদীৰ চৰিত্ৰই এদিন জনসাধাৰণৰ কাৰণে অশণি সংকেত কঢ়িয়াই আনিব।
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
right ami ful 😢
@rajugogoi262
@rajugogoi262 Ай бұрын
বেয়া দিনত আতৰি যোৱা লীডাৰ বোৰ চপায় লাভ নাই।বুথ পৰ্যায়ৰ কৰ্মী সকল বেছি প্ৰয়োজন ।
@bulbulAxom099
@bulbulAxom099 Ай бұрын
গৌৰৱ ককাইয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়ক। নিশ্চয় তৰুণ গগৈ চাৰৰ দিন ঘূৰি আহিব 🙏🙏
@voyager5015
@voyager5015 Ай бұрын
Tarun Gogoi-r Miyan aani Axom bhaoruwa, Xotro/Mandir/Kaziranga-r maati Miya-k sthapan kora, love j1had, land jihad mukta bhabe hobo diwa, Axomiya suwalir mukto dhorxon hob diya, miya kabita ona, jihadi module rajyo-r suke kone biyopuwa, corrupt NRC coordinator paati NRC-t Miyan ximuwa ityadi din ghurai onar bancha matro dui prokar-r loke-he koribo pare. Eta hol miya premi xokol, dwitiyo hol matha gorom huwa atmoghati Axomiya xokol.
@bijoydeka9134
@bijoydeka9134 Ай бұрын
শিয়াল মামাক যাতে কোনোপধ্যেই ওভোটাই নলয় তাৰ বাবে আহ্বান জনালোঁ।
@sashibhatta5198
@sashibhatta5198 Ай бұрын
ললে কিন্তু কংগ্ৰেছৰ আকৌ জয়জয় ময়ময় অৱস্থা হব ৷ কিন্তু নাযায় নলয়ো ৷
@mriduldas-zj6eq
@mriduldas-zj6eq Ай бұрын
Baal dalu najai.aiudf join koribo kintu congress nokore kla koi tholu moi
@basantapegu5238
@basantapegu5238 Ай бұрын
কৰ্মী দল ত্যাগ কৰিলে লোকচান হয় নেতা দল ত্যাগ কৰিলে লাভ হে হয়। কাৰণ নেতা বোৰ স্বাৰ্থপৰ।
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
পুৰণি কংগ্রেচী সকসক আদৰিলেই কংগ্রেচ দল গেলিব বিজেপি দলৰ দৰেই
@user-wm1hn6ie1r
@user-wm1hn6ie1r Ай бұрын
কঙগেচ এৰি বিজেপি লৈ যোৱা সকল পুনৰ কঙগেচ আহিলে কঙগেচ ৰ ভাব মূৰ্তি বেয়া হোৱাৰ আশংকা আছে । গতিকে ইহঁত ক দলত ল'ব নেলাগে
@TechSavieR
@TechSavieR Ай бұрын
ৰূপজ্যোতি কুৰ্মীক ভূল'তো নানিব
@RatulBorah-xk6ir
@RatulBorah-xk6ir Ай бұрын
সুবিধা বাদী দলবাগৰা পাক্তন কংগ্রেছিক ললে পুনৰ কংগ্রেছৰ বিপদ অনিবায্য
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
right100%
@daspiglets1866
@daspiglets1866 Ай бұрын
সকলোৱে সুবিধা বিছাৰে।আজিকালি ৰাইজ সেৱা নহয় পকেত সেৱা হে🥸🥸সকলোতে দুখীয়াৰ মৰন
@sanjibkumarkalita1272
@sanjibkumarkalita1272 Ай бұрын
সাৱধান অসম কংগ্ৰেছ পাহাৰ দুৰৈৰ পৰাহে সুন্দৰ দেখায়। সকলো কথা বিবেকেৰে বিচাৰ কৰে যেন
@sashibhatta5198
@sashibhatta5198 Ай бұрын
আগন্তুক নিৰ্বাচন বিলাকত যুঁজিবলৈ কংগ্ৰেছৰ পৰা টিকট নাপালে আন দললৈ যাব সেই ক্ষমতালোভী নেতা-কৰ্মী সকল ৷
@jogenkalita4268
@jogenkalita4268 Ай бұрын
ছোলা ফলা সভাপতিৰ মনৰ আশা মনতে‌ পুহি থাকিব যেন পাও।ইমানেই‌ বাংলাদেশীৰ দৰদ।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Congratulations+Congress Sarkar zindabad Rahul Gandhi ji Gaurav Gogoi sir Lage CM
@PranabjyotiSaikia-qn5ot
@PranabjyotiSaikia-qn5ot Ай бұрын
আগফালে দুৱাৰ ডাঙ পিছফালে ধুবাং বাং।
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz Ай бұрын
দাদা বিগ্ৰেডৰ নেতাসকলক আদৰি নলবলৈ অনুৰোধ জনালোঁ। এইসকলক ললে দলৰ বৃহৎ ক্ষতি হোৱাৰ আশঙ্কা আছে। এইসকলক আদৰি ললে তৃণমূল পৰ্য্যায়ত বহু ক্ষতি হব। গতিকে দাদা বিগ্ৰেডৰ সদস্যখিনিক বাদ বাকী সকলো নেতা কৰ্মীক লওক আপত্তি নাই। সিদ্ধান্ত লোৱাত কোনো পদ্ধেই ভুল নকৰিব।
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
গৌৰৱ গগৈক হৰোৱাবৰ কাৰনে যি কেইজনে দল এৰিছিল তেওঁলোকৰ কাৰনে দুৱাৰ বন্ধ ।
@dipulaxom
@dipulaxom Ай бұрын
শিয়ালৰ জালিয়াটিৰ শেষটো চাব বিচাৰো
@probinkumarkakati6151
@probinkumarkakati6151 Ай бұрын
কংগেছ দল সাৱধান হোৱাৰ সময় মনত ৰাখিৱ এই সকল নেতাৰ কাৰনেই কংগেছ দল শেষ হৈছিল ?
@debakrsaikia2993
@debakrsaikia2993 Ай бұрын
এই দল বাগৰা বোৰৰ কথা বাদ দি পাৰিলে এজন উপযুক্ত ৰজা বিচৰাহে ভাল। ৰাজতন্ত্ৰৰো জুতিতো এবাৰ লৈ চোৱা যাওক। গনতন্ত্ৰ বহুত উপভোগ কৰা হ'ল, অনুভৱৰ চৰম সীমালৈ।
@shyamolikabora2924
@shyamolikabora2924 Ай бұрын
ভূপেন বৰা মনত ৰখা উচিত যে দল বাগৰা সকল সুবিধা বাদী গ্ৰহণ নকৰিলে ভাল
@neone4759
@neone4759 Ай бұрын
পুৰণি বিজেপিৰ লোক সকল অভিজ্ঞতাৰে পৰিপক্ক আৰু সমাজত এটা ভাল নাম আছে , তেওঁ লোকক লোৱা বেছি ভাল হব
@chinmoysaikia5163
@chinmoysaikia5163 Ай бұрын
ভালকৈ চাই চিতি ল'ব
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
Very very good , all the leaders , welcome to congress .
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Congress🎉❤
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
এইবোৰক কেতিয়াও যাতে স্থান নিদিয়ে, নহলে অশণি সংকেত আহিব পাৰে আমাৰ কাৰণে, এইবোৰ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰি আছে, ৰাইজৰ কাৰণে নহয়।।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
দাদা ব্ৰিগেদৰো কেইবা জনো নেতাই ইচ্ছা কৰাৰ কথা শুনি আছো। আচল কথাটো জনাবচোন ।
@pgoswami5378
@pgoswami5378 Ай бұрын
কংগ্ৰেছ দলক বেয়া পাই ত্যাগ কৰি গুচি যোৱা সকলে পুণৰ কংগ্ৰেছলৈ কিয় আহিব খোজে? সেই সকলৰ বাবে "যেনি মাছ দেখো তেনি জাল ধৰোঁ বুলি" কথাষাৰ খাঁটে। যধে মধে বাচ- বিচাৰ নকৰাকৈ দললৈ লোক আনিলে দল গেলাব পাৰে।দুতলীয়া লোকক সতৰ্কতাৰে বিচাৰ কৰা আৱশ্যক আছে। দলক ভালপোৱা এনে অনেক নিৰৱ সদস্য তথা লোক আছে যিয়ে এই কথাকেই কব।ইউডিএফ দল ত্যাগী সকলক কোনো কাৰণতেই কংগ্ৰেছে নললে দলৰ বাবে কল্যাণ হব।
@pramodchoudhury6598
@pramodchoudhury6598 Ай бұрын
Jake laye laok kintu Himantak laba nalage.
@girishphukan4335
@girishphukan4335 Ай бұрын
আয়াৰাম গয়াৰাম ৰাজনীতি বন্ধ হওঁক ৷
@rashmidutta3419
@rashmidutta3419 Ай бұрын
মামাই বি জে পি শেষ কৰিব অসমত।
@user-tm2rf2ii9d
@user-tm2rf2ii9d Ай бұрын
Piyzush,Himanta,Jayantamalla,Susanto,Rupjyoti,Rana Goswami,Pabitra Margherita eigitak Congresst lole ami congreesk vote nidu sidha kotha
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr Ай бұрын
Gaurav Gogoi❤❤❤ next cm of Assam❤❤❤
@mohammadsiddique3617
@mohammadsiddique3617 Ай бұрын
I request Sri Rahul Gandhi not to allow to join those who left congress for their own personal gain. If such thing happens many congress minded people will not vote for congress in future
@Dipti_gogoi.
@Dipti_gogoi. Ай бұрын
Congress t khub honman pabo ja ja ,,
@bantidas2403
@bantidas2403 Ай бұрын
এই ক্ষেত্ৰত একোও নকাও সকলোও নিজৰেই ইচ্ছা এই আৰু অণুৰোধ থাকিল লোভে পাপ পাপে ই মৃত্যু এই আৰু অণুৰোধ থাকিল কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Ай бұрын
চবতে একে comment, কিনো কৈ
@dwipendrachandrasingha3527
@dwipendrachandrasingha3527 Ай бұрын
বিজেপিত হাত কতা গলে ৰিপিয়াৰ কৰি কংগ্ৰেছত আদৰি ললে ভালুকৰ সাঙীহে হব লাভ নহব ।
@RaijeswarMili
@RaijeswarMili Ай бұрын
Congress long live
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
এইবাৰ congress bjp দুয়োটা দল গেলিব ।
@hemjeet2023
@hemjeet2023 Ай бұрын
2026 Congress government in Assam
@uttamgogoi1128
@uttamgogoi1128 Ай бұрын
Very good
@user-ec4rt8ij6k
@user-ec4rt8ij6k Ай бұрын
Everybody should leave bjp. Bjp is not for the poor but for the corporates only. Those who have least knowledge of political science ,will not stay with bjp......
@RikimoniSarma
@RikimoniSarma Ай бұрын
Right
@AlomUddin-sy2pb
@AlomUddin-sy2pb Ай бұрын
সানোয়ার,, মুখ্যমন্ত্রী, থাকলে,, ঐ,, রূপ,, হত,, না
@NabajeetBoruah-ur8gz
@NabajeetBoruah-ur8gz Ай бұрын
Jogdaan koratuyei kaal hobo Congress r, val way etak beyaloi niyar sestra
@AbdulKarim-kt4yv
@AbdulKarim-kt4yv Ай бұрын
Sob tik asa. Kintu Roupjyoti kurmik Tai nidibo dei
@dharmendramumatdas9867
@dharmendramumatdas9867 Ай бұрын
Congress t ticket napai jabo jene Mira borthakur
@movieclips9771
@movieclips9771 Ай бұрын
Ticket napabo next time gom pai atea jabo ulaise
@PremBharali-dx5is
@PremBharali-dx5is Ай бұрын
যোগদান কৰাই আকৌ ওলাইগলে কি হব
@ranjannath9715
@ranjannath9715 Ай бұрын
Congreat jog dan kora aru amita gsr furnicger bonua ake
@ranjannath9715
@ranjannath9715 Ай бұрын
Farnicher dei
@user-lp3ef9sy2q
@user-lp3ef9sy2q Ай бұрын
Khai pat phila burok abor thai dibo nelage notun ok thai dibo lage
@maheswardeka9048
@maheswardeka9048 Ай бұрын
Who will join Congress and who will leave Congress are irrelevant for the unemployed people and the poor in Assam. Unemployed youths need a job each and the poor want their poverty go
@majnurali2930
@majnurali2930 Ай бұрын
Bjp jowa Congress neta bilake Jen Akoi Congressot join nhy..
@chandraborah8125
@chandraborah8125 Ай бұрын
Bjp jindabad
@krishnokachari7913
@krishnokachari7913 Ай бұрын
Maksudu kela....toy Bangladesh gusi ja...aru tat goi kobi BJP Zindabad buli 😅😅😅 Kela amar Assam t nhobo...( Maksudu kela BJP dolor manuhr kotha huna aru Balit muta akei 😅😅😅
@pradipkumarkalita99
@pradipkumarkalita99 Ай бұрын
বহুত ভাল খবৰ জাবৰ বোৰ নিজে নিজে আতৰি গলে খুউব ভাল হ'ব। মুঠতে ভালে পায় ভালক,জাবৰে পায় খালক।
@suprobhaboro2746
@suprobhaboro2746 Ай бұрын
congress ❤❤❤🎉🎉🎉❤❤❤
@sunitphukan6454
@sunitphukan6454 Ай бұрын
Fild and ball same but jarchy change
@IndranijunBordoloi
@IndranijunBordoloi Ай бұрын
Dreaming!!!
@monnaf7741
@monnaf7741 Ай бұрын
Good decision
@morgunsaikia6445
@morgunsaikia6445 Ай бұрын
Sur keita akou congress t ahibo dib nalage.
@AbulKalam-ez4lz
@AbulKalam-ez4lz Ай бұрын
Welcome ❤❤❤❤
@purnagogoi2595
@purnagogoi2595 Ай бұрын
Name kita kua hole bhal lagil hoi . Nhla anai aibur news di labh nai
@Randeep-kb1xh
@Randeep-kb1xh Ай бұрын
কেন্দ্ৰৰ চৰকাৰৰ কি হয় ঠিক নাই তাকে দেখি মামাই আগতীয়াকৈ প্ৰকৃত ঘৰ খনলৈ ঘূৰি পৰিকল্পনা আৰম্ভ কৰিছে মামা কংগ্ৰেছত ঘূৰি আহিব ।
@krishnokachari7913
@krishnokachari7913 Ай бұрын
Belege Congress t ahibole dilew moi nidiw...sidha kotha 😮😮😮 kela Eyat olopu miss nai...( Kela Maksudu jor manuh tote thak....😅😅😅
@yogeshborpatragohain6775
@yogeshborpatragohain6775 Ай бұрын
Saroda mama jot bikhombad tot
@sanjuhq4253
@sanjuhq4253 Ай бұрын
List khon Kot? Ako bule 9jonr list apunalukar hatat
@user-td7ms6sh4r
@user-td7ms6sh4r Ай бұрын
Miss news
@ArjunRajbongshi-ht2xs
@ArjunRajbongshi-ht2xs Ай бұрын
Congratulations 🎉
@gdas5138
@gdas5138 Ай бұрын
দল সলনি‌ কৰিলে কি সব ভাই মানুহ চোন সেইকেই জনে আজি BJP Kailai Congress ,,,,, ,,,,, অসমীয়া ৰাইজ‌ যদি শিক্ষিত হইছে তেনেহলে ‌অতীতৰ ভূল নকৰিব ,,,,
@rupsanali9291
@rupsanali9291 Ай бұрын
Good
@anilboro4741
@anilboro4741 Ай бұрын
Fofkhan
@sunitphukan6454
@sunitphukan6454 Ай бұрын
Only change the jarchy
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
100%right তিতিয়া নকবা এই যায় কী k orelu titia gom paba fula phahe
@merinaoegu5077
@merinaoegu5077 Ай бұрын
Congres tiyak kora manuhok nanibo mohudoy.
@user-lc6rb2pb1q
@user-lc6rb2pb1q Ай бұрын
Aber. Ki. Koribo. B. J. P. Or. Neta. Pali. Netabila
@bipulmali7080
@bipulmali7080 Ай бұрын
Lobo nalage
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi Ай бұрын
Dol Bagora Saklak Aru Kono Karanat Dolot Noloi Jen.
@harakantadeka7715
@harakantadeka7715 Ай бұрын
, ২,মাহত,আৰু,বহুতো,নেতা,আহি,যোগ,দিব,কঙৰেছ ছ
@ShakahanAli-pr2nc
@ShakahanAli-pr2nc Ай бұрын
Kenekua. Lagise. Mamaji
@jurisensua-qz1iq
@jurisensua-qz1iq Ай бұрын
Nishartho vabe Kam koribopora lukok agote nirbason kori lobo lage.
@maheswardeka9048
@maheswardeka9048 Ай бұрын
কোন লোক আহিব আৰু কোন নেতা ওলাব - এইয়া বানপানী আক্ৰান্ত লোকসকল আৰু নিবনুৱা সকলৰ বাবে গুৰুত্বহীন ।
@user-ki4ng6lj1m
@user-ki4ng6lj1m Ай бұрын
Congress pora juwa neta burok jate akou dolot noloi nohole hu bhidha badi neta buror pora jonahadharonor bohut khiyoti hobo
@debenbokalial6986
@debenbokalial6986 Ай бұрын
Loi kiba laav hobo buli nabhabu. Mane Gela alu.
@abdulmannanahmed787
@abdulmannanahmed787 Ай бұрын
Beware of fortune hunters and opportunists! Do welcome those who love the party and its principles and who have a genuine desire to serve the people and the country without bargaining for a MLA ticket. It would be unwise to welcome back those who had deserted the party in times of extreme adversity looking for greener pastures. Fair weather friends always crowd the camp of those blessed with prosperity.
@rahulaxom2603
@rahulaxom2603 Ай бұрын
Good... Homoi thakutei anuhusona nohole.. Oha Assembly election t na patta hoi jabo... 😂😂😂
@nanigopaldas7749
@nanigopaldas7749 Ай бұрын
নাম বোৰ কওক
@dharmeswarbaruah9797
@dharmeswarbaruah9797 Ай бұрын
তালিকা কত
@TCF573
@TCF573 Ай бұрын
Himontoi Congress dhongkha kori atya Bjp dhongkha koriboloi haju.. Tar tukhamoodkari aru ondhovoctoburor mote ako he bor dokhya neta dei atyau 😅😅😅😅
@h1239640
@h1239640 Ай бұрын
হাহাহাহা.... বহিয়া আমিও গই আছোঁ
@atultanti1597
@atultanti1597 Ай бұрын
Mur mote mrinal Saikia dangoriya ahile bhal hobo,
@ditu_edits2012
@ditu_edits2012 Ай бұрын
Talika khon kot?
@Ladydevil-y5t
@Ladydevil-y5t Ай бұрын
Biggest Erosion in BJP 😅😂
@annadasaikia8156
@annadasaikia8156 Ай бұрын
Dol bagora bur hubidhabadi ihot aneke thakibi lagile bjp ara ba congress ara swavab
@nabajotyvlogs2385
@nabajotyvlogs2385 Ай бұрын
Gorur khutir kotha manat asene😅😅😅
@gautambaruah9882
@gautambaruah9882 Ай бұрын
News title mote news tu nohol.... only TRP
@jayantaborah2883
@jayantaborah2883 Ай бұрын
Huta kombol bilabo paribo jauk dia
@krishnokachari7913
@krishnokachari7913 Ай бұрын
Maksudu kela.... atiya Banpani hoise... BJP srkare Banakrato poriyalok ki Ghenta dal dise.... Assam srkarr Bawfalor guti to dise😅😅😅😅
@Bobbi235
@Bobbi235 Ай бұрын
Ajono B J P Bhal Neta Geli Pasi Jowa Pasa Bilahi Pasa Alu Pasa Mas R Nisina Cong Cong Partit Najay Jadi Jay Idcniufxbjitexbkudxbjjgsvn????
@RubulMedhi-f9m
@RubulMedhi-f9m Ай бұрын
Dolar bogori bilakar kotha boloki raijar xomoy nasto kare kio. Ihot hal xubudhabadi. Kukurar nej aru ihotor majot kuno parthakya nai.
@user-ye3uy1so1t
@user-ye3uy1so1t Ай бұрын
Ahebo lage notun sorkar
@DigantaPathak-vn2wj
@DigantaPathak-vn2wj Ай бұрын
😂😂😂
@prasantarai3921
@prasantarai3921 Ай бұрын
Vol nakariba Bora, ako "0" hoba cong.
@prasannadas1321
@prasannadas1321 Ай бұрын
Bjp moril
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq Ай бұрын
Anai lagise.... Congress governments bnala ..2026 t Bal
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 17 МЛН
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 96 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 8 МЛН
Кто убил СССР: называем поименно
54:09
НО.Медиа из России
Рет қаралды 41 М.
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 17 МЛН