Congress || জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিলে ত্ৰিদ্বিপ কলিতাই

  Рет қаралды 82,579

Sangbad Prahari

Sangbad Prahari

10 ай бұрын

• মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সংস্কাৰ শিকালে ত্ৰিদ্বিপ কলিতাই।
• জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিলে ত্ৰিদ্বিপ কলিতাই।
• ত্ৰিদ্বিপ কলিতাই ক'লে বিজেপিৰ গণভিত্তি নাইকিয়া হৈছে।

Пікірлер: 174
@tahimabegum5896
@tahimabegum5896
ধন্যবাদ কলিতাদা।আপুনি সত্যকথা কৈছে।আমি সকলোবোর বূজি পালো। সময়ত উচিত উত্তর দিবলৈসাজু হব লাগে।
@dipkamaldeka9696
@dipkamaldeka9696
বেপাৰি বোৰৰ কথা বিলাক আৰু কিমান ক'ব। নিলাজে কেতিয়াও সত্যক বিচাৰি নাপাই।
@puspadhardowarah1932
@puspadhardowarah1932
ঠিক কৈছে কলিতা ডাঙৰীয়া; আপোনাৰ বক্তব্যৰ লগত মই একমত।মোৰ বাবে সকলো ধৰ্ম সমান।মই সকলো ধৰ্ম গ্ৰন্থই অধ্যয়ন কৰো আৰু"সকলো ধৰ্মকে সন্মান কৰো।ভাল মানুহৰ বাবে ধৰ্ম জাত সম্প্ৰদায়ৰ কথা একো নাহে।ভাল মানুহ প্ৰতি ধৰ্মতে আছে;বেয়া মানুহো প্ৰতি ধৰ্মতে আছে।মল্লযোদ্ধা হিন্দু হলেও মই ঘৃণাৰ চকুৰেহে চাও।
@samsulhaque4571
@samsulhaque4571
ধন্যবাদ সত্য কথাকে কৈছে
@ArifIslam-sb2pk
@ArifIslam-sb2pk
Tridip kalita da apuni 💯 right kotha koisey 🙏
@mahimahmed2665
@mahimahmed2665
কথাখিনি যুক্তিসংগত।
@imdadali9519
@imdadali9519
সত্য কথা কৈছে।
@debenkonwar8367
@debenkonwar8367
জয়ন্ত মল্ল বোলাটোৰ আনকত হাঁহিবলৈ আৰু নাঙথ কৰিবলৈ গৈ নিজৰ কাপোৰ এখন এখন কৈ খোল খাই গৈ আছে গমেই পোৱা নাই ।
@khogenborah8276
@khogenborah8276
ধন্যবাদ 🙏🙏🙏🙏
@abinashkalita9242
@abinashkalita9242
স্পষ্ট কথা কোৱা আৰু সত্যৰ পক্ষত থকা মানুহৰ সংখ্যা কমি আহিছে !
@KhalilurRahman-dd6oc
@KhalilurRahman-dd6oc
ধন্যবাদ কলিতা বাবু আপুনি সত্য কথাই কৈছে
@mridultalukdar8981
@mridultalukdar8981
ভাল লাগিল
@hiteshdeka5444
@hiteshdeka5444
এইটো কিবা জন্তু নেকি অ
@subodhkaibarta4678
@subodhkaibarta4678
জয়ন্ত মল্লৰ কঠা বোৰ তঠছিলল সূচক,ভাল নালাগে।
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 21 күн бұрын
বৰ ভাল উপদেশমুলক কথা খিনি সোৱৰাই দিছে। উঠি অহা নতুন প্ৰজন্মক বিধায়ক‌ এজনে কেনেদৰে লাউ পাত কচুপাত চুপতি মাৰিব লাগে তাকে শিকাই গৈছে , নিধক কৰবাৰ তেওঁৰ পৰিবাৰ এগৰাকী প্ৰফেছাৰ বুলি এজনে কোৱা মনত পৰে তেখেতে এনে ফালটু মানুহ জনৰ লগত কেনেদৰে চলিছে ভাবিলে আচৰিত হ‌ও
@pahishorts569
@pahishorts569
Excellent
@hbk..6107
@hbk..6107
Love 💘 you dada
@dhantimedhi2021
@dhantimedhi2021
বগা শিয়াল😂😂😂
@ujjalchaliha2793
@ujjalchaliha2793
জুবিনে এনেই কোৱা নাই।
@yeaminurrahman3764
@yeaminurrahman3764
Good Job Tridip dada.
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 59 МЛН
Ouch.. 🤕
00:30
Celine & Michiel
Рет қаралды 24 МЛН
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 10 МЛН
Llegó al techo 😱
00:37
Juan De Dios Pantoja
Рет қаралды 59 МЛН