No video

স্মৃতি ইৰাণীৰ পক্ষত থিয় দি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিলে ৰাহুল গান্ধীয়ে!

  Рет қаралды 77,003

NorthEast Now

NorthEast Now

Ай бұрын

📌ৰাহুলৰ মহানুভৱতা !
📌একালৰ বৃন্দাবন একালত পৰে চন !
📌স্মৃতি ইৰাণীৰ পক্ষত থিয় দি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিলে ৰাহুল গান্ধীয়ে!
📌 ৰাহুল গান্ধীৰ টুইট যে স্মৃতি ইৰাণীক অপমান কৰা বন্ধ কৰক!
📌সদনত বহু অপমানিত হৈয়ো মহানুভাৱতাৰ ভাষাৰে টুইট ৰাহুল গান্ধীৰ!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 85
@mukutborah4081
@mukutborah4081 Ай бұрын
প্রকৃত নেতা পৰিচয়, মহাত্মা গান্ধী আদর্শ পৰিচয় ৰাহুল গান্ধী ডাঙৰীয়া দেৱ। 🙏
@asomiaasom6008
@asomiaasom6008 Ай бұрын
ৰাহুল গান্ধী মানুহ ষ্মৃতী ইৰানী মানুহৰ শ্ৰেণীতে নপৰে এয়াই উচ্ছ নিচৰ পাৰ্থক্য মানুহ আৰু পশুৰ পৰিচয় ।স্মৃতি ইৰানীয়ে পশুৰ দৰে আচৰণ কৰিছিল পৰিচয় দিছিল তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে মহান মানুহৰ পৰিচয় দিছে ।ৰাহুল গান্ধী জিন্দাবাদ ।স্মৃতি ইৰানীয়ে কুকৰ্মৰ ফল ভুগি থাকক ।
@funnyshots461
@funnyshots461 Ай бұрын
বিজেপিৰ নেতা কৰ্মীৰ মানসিকতা আৰু ৰাহুলৰ মানসিকতাৰ মাজত এয়াই পাৰ্থক্য।
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
শিক্ষাহিন আৰু শিক্ষিতৰ পাঠক্য আছে। শিক্ষাহীন সকল অহংকাৰী আৰু সততাহীন। এওঁলোকৰ পৰা দেশে কি আশা কৰিব।
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
ৰাহুলৰ শৰীৰত প্ৰকৃত দেশপ্ৰেমৰ তেজ বিৰাজমান হৈ আছে, পৰিয়ালৰ ভাল সংস্কাৰত তেওঁৰ জন্ম হৈছে,, যি পৰিয়ালক গোটেই পৃথিৱীয়ে চিনি পাই,সন্মান কৰে, স্মৃতি ইৰ৷নীৰ তুলনা ৰাহুলৰ লগত অসম্ভৱ,
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
Bjp য়ে ৰাহুল গান্ধীৰ পৰা কাক কেনেকৈ ভদ্ৰ আচৰণ কৰিব লাগে শিক্ষা লব লাগে।
@jibongogoi6940
@jibongogoi6940 Ай бұрын
ৰাহুল গান্ধী জিন্দাবাদ
@ridiprobinsaikia2304
@ridiprobinsaikia2304 Ай бұрын
ভাল পৰিয়ালৰ ভাল সংস্কাৰত ডাঙৰ হোৱা মানুহ ।ৰাহুল গান্ধী আৰু অসমৰ গৌৰৱ গগৈ।
@SirajuddinAhmed-dw1qe
@SirajuddinAhmed-dw1qe Ай бұрын
Rahul Gandhi and Gaurav Gogoi are proud of our country .
@funnyshots461
@funnyshots461 Ай бұрын
ৰাহুল গান্ধীয়ে এই টুইটৰ দ্বাৰা Tuch নকৰাকৈ গালত পুৰ্ণহতীয়া চৰ সোধালে।
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
স্মৃতি ইৰাণীয়ে ব্যৱহাৰেই নাজানে
@user-jz3pi9hc1u
@user-jz3pi9hc1u Ай бұрын
ৰাহুল গান্ধী ভদ্র শিক্ষিত আৰু মানুহক সন্মান কৰিব জানে। ৰাহুল গান্ধী পৰা কাক কি দৰে সন্মান কৰিব লাগে তাক বিজেপিয়ে শিক্ষা লব লাগে।
@suhaelakhtar7815
@suhaelakhtar7815 Ай бұрын
ৰাহুল গান্ধী প্ৰকিত দেশপ্ৰেমীক নেতা
@monoranjangoswami9258
@monoranjangoswami9258 Ай бұрын
ৰাহুল গান্ধীৰ সুসংসংস্কাৰ পৰিয়ালৰ পৰিচয় এয়া।
@joyprakashgohain7032
@joyprakashgohain7032 Ай бұрын
প্ৰকৃত গুণীজনেহে গুণৰ মূল্য বোজি পায় ।
@taradoi7957
@taradoi7957 Ай бұрын
স্মৃতি ইৰাণী নেতাৰ যোগ্য নহয় । অভিনেতা বা অভিনেত্ৰী হলেই যে ৰাইজৰ নেতা হব পাৰিব সম্পুৰ্ণ ভুল ধাৰনা ।
@RajumoniRajumonidas
@RajumoniRajumonidas Ай бұрын
ঠিকেই কৈছে আপুনি ।
@dipkamaldeka9696
@dipkamaldeka9696 Ай бұрын
প্ৰকিত নেতাৰ কথা এনেকুৱাই হব লাগে। বি জে পি নেতাই ৰাহুল গান্ধীৰ পৰা প্ৰাথমিক শিক্ষা খিনি ল'লে তেওঁলোকৰ নিজৰেই ভাল। যি গীয়ানী আনক কেতিয়াও সমালোচনা নকৰে।
@user-rw3pv9dw1j
@user-rw3pv9dw1j Ай бұрын
এই জনী এটা সময়ত ক্ষমতা পাই পাগলী হৈ পৰিছিল ৷সেয়ে এইয়া এতিয়া তাইৰ যোগ্য উপহাৰ ৷
@DandhadharHazorica
@DandhadharHazorica Ай бұрын
এতিয়া ৰাহুলৰ পৰা শিক্ষক সদনত জি অপমান কৰিলাসেয়া এতিয়াও মনত আছে।
@sushreya_ot7755
@sushreya_ot7755 Ай бұрын
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।
@shipramcfarlane8908
@shipramcfarlane8908 Ай бұрын
বৰ্তমানৰ এজন দক্ষ নেতা। ভদ্ৰ , মৰমিয়াল ও এজন উচ্চ শিক্ষিত ৰাজনৈতিক নেতা।
@user-pf3cc4ur4p
@user-pf3cc4ur4p Ай бұрын
ভাল বাতৰি ধন্যবাদ।
@mrinalmedhi8346
@mrinalmedhi8346 Ай бұрын
স্মৃতি ইৰাণী মূৰ্খ সেই বাবে এনেকুৱা মন্তব্য দিব পাৰে। মুৰ্খ ই ক্ষমতা পালে এনেকুৱা অৱস্থা হয়। এই স্মৃতি ইৰাণী এটা ৰাক্ষসী।
@saratchawra5032
@saratchawra5032 Ай бұрын
Rahul sir, you are great
@kushalbaruah8438
@kushalbaruah8438 Ай бұрын
Good. Step.. Rahul je
@RIKHI_SHORTS07
@RIKHI_SHORTS07 Ай бұрын
Salute you Raga
@AzizulHoqueAnchary
@AzizulHoqueAnchary Ай бұрын
Rahul Gandhi is a great fighter gentle truth man.beaucse he is a educated person
@digantachetia4630
@digantachetia4630 Ай бұрын
ইৰাণীক জোকাইছে ৰাহুলে😁😁😁
@user-mh8vv7kl5w
@user-mh8vv7kl5w Ай бұрын
বাকী একো নাই মাত্ৰ শিক্ষিত আৰু অশিক্ষিত ব্যক্তিৰ মাজত পাৰ্থক্য আৰু দেশৰ প্ৰধানমন্ত্ৰী জনেই যদিহে নিজৰ শিক্ষাগত অৰ্হতাৰ কোনো প্ৰমাণ নাই , তেতিয়া হলে তেওঁৰ লগত থকা বাকী পালি - পহৰীয়াই কাৰ পৰা নৈতিকতাৰ শিক্ষা লব?
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
সেয়ে পাৰ্থক্য ভাল আৰু বেয়াৰ।
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
ৰাহুল গান্ধী ডাঙৰীয়া মৰমিয়াল হয় তেওঁ লোকৰ দৰে আচৰণ নকৰে ❤❤❤ আজি কেনেকুৱা লাগিছে বাইদেউ 😢😢😮😮😅😅😂😂😊😊
@user-tx6wj7ph3b
@user-tx6wj7ph3b Ай бұрын
joy.joy.joy. r..very.good.rual.you.ar.grat.herro.boy❤❤❤❤❤❤❤❤
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
বিজেপি নেতা নেত্ৰীৰ মতে কোনো দিনে এই বিজেপি দল কিম্বা চৰকাৰক কোনেওঁ কোনো কাৰণতে হিলাব নোৱাৰে। একমাত্র এই অহংকাৰৰ বাবে আজি পতনৰ দিশে। মনত ৰখা উচিত গান্ধী পৰিয়াল ৰাজবংশৰ লোক। কোনো দিনে অহংকাৰ দেখুৱা নাই।
@majidurislam9424
@majidurislam9424 Ай бұрын
Rahul zindabaad
@user-ml9to2ei6l
@user-ml9to2ei6l Ай бұрын
Aiya usso manohiktar porisoy Rahul gandhi zindabad
@HelalUddin-in7si
@HelalUddin-in7si Ай бұрын
@devajyotiborah8672
@devajyotiborah8672 Ай бұрын
There is no permanent enemies in Politics as such as it has been due to its inherent compulsions over a passage of time.
@mofidrohman6393
@mofidrohman6393 Ай бұрын
3:18 ইৰানী 😡😡😡😡👎👎👎👎👎👎 এই জনিক দেখিব মন নাযায়।
@ramjanali5782
@ramjanali5782 Ай бұрын
Rahul Gandhi zindabad
@AbulkalamAzad-mg9ej
@AbulkalamAzad-mg9ej Ай бұрын
That class ismiti
@akhilgoswami1140
@akhilgoswami1140 Ай бұрын
Good leader good mind Rahul Gandhi,
@AASaikia
@AASaikia Ай бұрын
Learn from Rahul Gandhi all BJP leaders. Specially Smriti Irani.
@ganarabha176
@ganarabha176 Ай бұрын
❤❤❤
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
Rahul Gandhi ji welcome and longlive forever in india 👍.
@PabitraPegu-es1xm
@PabitraPegu-es1xm Ай бұрын
R. N. Dy sr
@ShaharAliAhmed-xz8rb
@ShaharAliAhmed-xz8rb Ай бұрын
Rahul Ghandhi Zindabad Congress Zindabad India Zindabad Assam Zindabad Allah Huakbar
@abdulmannaf5519
@abdulmannaf5519 Ай бұрын
At that time Rahulji was a mirror and....saw the real face.
@GulapBordoloi-wm5dv
@GulapBordoloi-wm5dv Ай бұрын
Cges jinda bat
@LizaDevi-z3z
@LizaDevi-z3z Ай бұрын
Rahul is honest but Smriti is fool
@minahazarika7578
@minahazarika7578 Ай бұрын
এইজনি বনৰি হয়
@sokirahmed555
@sokirahmed555 Ай бұрын
Aicha politician hona chahiye desh main
@dr.robindrakumarsharma741
@dr.robindrakumarsharma741 Ай бұрын
Rahul! You are really great & you are showing political maturity. Good fortune awaits for you.
@omprakashbora993
@omprakashbora993 Ай бұрын
Smitir khozoti uthisee.... voloka bah vorale alp santi
@kamaldutta1652
@kamaldutta1652 Ай бұрын
এটা নৰটকীযে তাত কৈ ভাল কথা শিকা নাই
@user-vq6ly9ud7z
@user-vq6ly9ud7z Ай бұрын
Rahul gandhi ejun educated person,, kinto smriti irani kun india🇮🇳🇮🇳 r besi manuh a sini pai 😂😂teo kenkoi central minster hoise 😂😂
@jitendranathsaikia9341
@jitendranathsaikia9341 Ай бұрын
Smriti ia an actress Not a politician
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn Ай бұрын
Moha dangkati sei joni.
@majidurislam9424
@majidurislam9424 Ай бұрын
মিথ্যার আশ্রয় কিমান দিন,,,,
@SADAGARMILI
@SADAGARMILI Ай бұрын
👏👏👏💐💐🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚👍💯✔️
@abdulmannanahmed787
@abdulmannanahmed787 Ай бұрын
Indecent and arrogant behaviour of a BJP leader versus humble and polite manner of a Congress leader. Downfall starts with too much arrogance.
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
কিয় মিছা মাতে ইহঁত?
@lalmiahali4471
@lalmiahali4471 Ай бұрын
Bebohare haril
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
শিক্ষিত আৰু অশিক্ষিতৰ প্ৰাৰ্থক্য এয়া।
@sewalibordoloiphukan288
@sewalibordoloiphukan288 Ай бұрын
So flying kiss Ka Kabul hein ? Abhi vi?
@prasantarai3921
@prasantarai3921 Ай бұрын
Mahilar oparat mon durbal hua ai porosar aparipakatar cin.
@AbulkalamAzad-mg9ej
@AbulkalamAzad-mg9ej Ай бұрын
Misliya s
@arupdas8897
@arupdas8897 Ай бұрын
Princely royal family together with the combination of Christian and parsi blood showing real sanatan dharma of how to behave in power or without power to an ordinary tv serial actor showing class of their family culture lesson to the vindictive ,zealousy hatred political party
@husainali1287
@husainali1287 Ай бұрын
Kaha Giya Irani ki ahonkar
@user-nw4xe8by9t
@user-nw4xe8by9t Ай бұрын
koloikani joni Rahuloku vl pab bisarisile sage
@dineswargogoi5506
@dineswargogoi5506 Ай бұрын
Rahule Gourab Gogoi Pora Ai Vadrata Hikise.
@animalchanelforvillage882
@animalchanelforvillage882 Ай бұрын
Ai ata faltu.. ai keneke neta hoisil raije jane.. atia zero..
@user-om9xh3sr1f
@user-om9xh3sr1f Ай бұрын
Jaisa kurta aisa push Smith Irani ka
@trinayanvlogs3128
@trinayanvlogs3128 Ай бұрын
She has no knowledge about any thing
@husainali1287
@husainali1287 Ай бұрын
Ishi liye Tum hargia
@PalashHazarika-dm4qg
@PalashHazarika-dm4qg Ай бұрын
Bap bap hota he..
@sitadeviray5007
@sitadeviray5007 Ай бұрын
Cylinder Rani behaviour nahi sikha Ji isliye aise behave h cylinder Rani
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 48 МЛН
🩷🩵VS👿
00:38
ISSEI / いっせい
Рет қаралды 12 МЛН
小蚂蚁被感动了!火影忍者 #佐助 #家庭
00:54
火影忍者一家
Рет қаралды 54 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 48 МЛН