আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ।সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চ

  Рет қаралды 75,574

pronabjit borah vlog

pronabjit borah vlog

26 күн бұрын

আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ ॥ সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চ ॥

Пікірлер: 246
@ShilaDevi-zg3kq
@ShilaDevi-zg3kq 24 күн бұрын
কৃষ্ণ আই আপোনাৰ মধুৰ ভাসনে দেহা মন সাত পৰি গৈছে আই কৃষ্ণ 🙏🙏🙏🙏
@diptimedhi9376
@diptimedhi9376 22 күн бұрын
বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বিষয়ে ইমান সুন্দৰ ভাষণ দিলে ,বৰ ভাল লাগিল ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 23 күн бұрын
ভ্গ্নীস্বৰূপ এঞ্জেলা সুৱদীসুৰীয়া এই যাত্ৰা অব্যাহত থাকক তাকেই আন্তৰিকতাৰে কামনা কৰিলো। তেওঁ আমাৰ কাৰণে গৌৰব আৰু আদৰ্শ হৈ থাকক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤🎉❤🎉❤
@pronabdeka7652
@pronabdeka7652 24 күн бұрын
কৃষ্ণ, মাজনী সুন্দৰ হৈছে। আৰু আগুৱাই যোৱা ।
@sushildutta8287
@sushildutta8287 23 күн бұрын
তুমি ধেমাজীৰ গৌৰৱ আমাৰ গৌৰৱ । আৰু আগুৱাই যোৱা।
@TheBirinchi
@TheBirinchi 21 күн бұрын
বৰ ভাল লাগিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰচেষ্টাত কিছু সংখ্যক অসমীয়া মানুহে এতিয়া জাত পাত বিহীন সমাজ এখনৰ সপোন দেখে। হয় মই ঠিকেই কৈছোঁ। আমি ৰাভা ককাইদেউ আৰু শংকৰ দেৱৰ দেখা আৰ্হিত নিৰ্মাণ কৰিব লাগিব এখন সুন্দৰ অসমীয়া জাতি। আপোনাৰ চিন্তা চৰ্চা অতি মূল্যবান। আদৰিনিয়
@hiranyarajkhowa4119
@hiranyarajkhowa4119 23 күн бұрын
❤❤❤❤😂😂🎉🎉🎉 অনন্য সুন্দৰ আৰু সময়োপযোগী আৰু মননশীল ও অন্তৰস্পষী ভাষন। তেওঁৰ ভাষণৰ মাজত চিন্তাৰ উন্নেষ কৰা এগৰাকী নতুন প্ৰজন্মৰ যথেষ্ট জনপ্ৰিয় সাহসী সাঙবাদিক। তেওঁৰ কথনশৈলীয়েও আমাক যথেষ্ঠ আকৃষ্ট কৰে। ভাষণ বা বক্তৃতাই তেওঁৰ গভীৰ অধ্যয়নৰ উমান পোৱা যায়। অতি সচা কথাই কৈছে।। তেওঁৰ ভাষনে সমাজৰ মূগা পিন্ধা সকলৰ মূখা খোল খোৱাই দিলে। ❤❤❤ এইয়া ভাষন নহয় যেন অতি অন্তৰস্পষী উপলব্ধি । অতি সুৰীয়া কন্ঠৰ অধিকাৰী এনজ্ঞেলা। তুমি তোমাৰ গৌৰৱী যাত্ৰা আগুৱাই নিয়া। তাৰেই কামনাৰে। ❤❤❤🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤
@user-px2pg9di1w
@user-px2pg9di1w 18 күн бұрын
আপোনাৰ দৰে জ্ঞান সমৃদ্ধ ব্যক্তি সকলেই আমাৰ সমাজ খনক বাট দেখুৱাই আগোৱাই নিব লাগিব ।
@priyankaborah9671
@priyankaborah9671 23 күн бұрын
বাইদেউ আপোনাৰ পৰা বহত শিকিলোঁ। ধন্যবাদ বাইদেউ। আপুনি সদায় ভালে থাকক। বহুত মৰম আৰু শুভকামনা জনালোঁ
@DipjyotiRabha-qt2cz
@DipjyotiRabha-qt2cz 23 күн бұрын
ইমান সুন্দৰ কৈ ভাসন ডাঙি ধৰিলে ।🙏🙏🙏
@bharatisaikia1388
@bharatisaikia1388 18 күн бұрын
এনেকুৱা ভাষা বহুত দিনৰ মূৰত শুনিলো। ইমান ভাল লাগিছে। শুনি লে শুনি থাকিবৰ মন যায়।
@japanchandrabora7502
@japanchandrabora7502 23 күн бұрын
ধন্যবাদ। আপোনাৰ বক্তব্য অতি উচ্চ মানবিশিষ্ট। কেৱল গীত আৰু নৃত্যতে বিষ্ণু প্ৰসাদ ৰাভাদেৱক সীমাবদ্ধ কৰি প্ৰকৃত বিষ্ণু প্ৰসাদ ৰাভাক বিস্মৃত কৰিব বিচৰা যেনেই লাগে ।
@user-wg2ei5bt5g
@user-wg2ei5bt5g 23 күн бұрын
অতি সুন্দৰ ভাষ ন আগবঢ়ালে আই গৰাকী লৈ মৰম শ্ৰদ্ধা নিবেদন কৰিলোঁ
@niranjanray8249
@niranjanray8249 19 күн бұрын
আজিকালি এনেকুৱা ভাষণ শুনিবলৈ পাই বৰ তৃপ্তি পাইছো । কিয়নো আজিও আমাৰ মাজত কোনোবা আছে সেই বৰঅসম খনৰ কথা সোঁৱৰাই দিয়া। সকলো জাতি , ধৰ্ম, বৰ্ণ মিলি অসমখনক এক কৰি শক্তিশালী কৰি গঢ়িবলৈ। ধন্যবাদ বাইদেউ 🙏🙏
@l.gohain7886
@l.gohain7886 23 күн бұрын
Emn hundor koi sposto bhakare kom homoyot bohu kothai bujai gol.....bohut bohut dhonyabad🙏🏿🙏🏿🙏🏿
@hirokmahanta5132
@hirokmahanta5132 23 күн бұрын
ভাল লাগিল সকলোকে সমানে চাব লাগে কোৱাৰ বাবে ভাল লাগিল আজিৰ পৰা সকলো সংৰক্ষণ উঘলী পেলাই অগবাহি যাব লাগে । শংকৰী নিত্য নহয় সত্ৰীয়া নৃত্য
@baburamdaimary7291
@baburamdaimary7291 23 күн бұрын
Medam aponi speech shuna bahut duniya lagise. Kola guru Bishnu Prasad Rabha palor pora jiman kota aponi koiasu bahut palke Rabha raijor logot jonai disu. Ami bisaru aponar nisina akomor raj neta lagibo.
@bipulsaikia7415
@bipulsaikia7415 14 күн бұрын
এই সন্মানীয় চাঙমাই আই গৰাকীয়ে যি তত্ত্ব গধুৰ ভাষণ পদান কৰিলে সেই ভাষণ যদি ৰাইজে আন্তৰিকতাৰে লয় সচাকৈ বহুত উপকৃত হব।আৰু আই গৰাকীলৈ আন্তৰিক সেৱা নিবেদন জনালো ।ভগবানে ভগবানে যেন তেখেতক আৰু আগুৱাই নিয়ক এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো কৃষ্ণ 🙏🙏🙏।
@user-ic1wr7dj3y
@user-ic1wr7dj3y 23 күн бұрын
সুদৰ ভাল লাগিল আশুৱাই যোৱা ধন্যবাদ
@momigogoi9238
@momigogoi9238 23 күн бұрын
খুবেই ভাল লাগিল। অতি সুন্দৰ ।ভবিষ্যত উজ্জ্বল কামনা কৰিলো । ভগৱান সহায় হওক। ❤❤
@mamatrabha6795
@mamatrabha6795 23 күн бұрын
বাইদেউ আপোনাৰ এই ভাষণৰ পৰাই বহুত কথা শিকিলোঁ । ধন্যবাদ বাইদেউ
@user-lz6xp8ib3f
@user-lz6xp8ib3f 21 күн бұрын
সছাই বৰ সুন্দৰ মন্তব্য,, হুবহু মাইনী মহন্ত মাত,,, আশীৰ্বাদ থাকিল
@sunilbodo1074
@sunilbodo1074 5 күн бұрын
Bhal lagil bar kathahini suni
@mridulkumarrabha892
@mridulkumarrabha892 20 күн бұрын
সঁচা কৈ সুন্দৰ মন প্ৰাণ চুই যোৱা ভাষণ।
@dilipdeka3008
@dilipdeka3008 8 күн бұрын
Bhal lagil kothabur. Kintu biswabijoyi nawjowan Jyoti Sangeet jenhe lage.
@mgvlogs9797
@mgvlogs9797 23 күн бұрын
ইমান সুন্দৰকৈ কথাবোৰ স্পষ্ট কৈ কৈছা সচাকৈ ভাল লাগিল।
@jitendrarabha4660
@jitendrarabha4660 23 күн бұрын
very good,আপোনাৰসতে একমত৷
@sanskritaboro239
@sanskritaboro239 20 күн бұрын
কৃষ্ণ কৃষ্ণ গুরু দুয়োজনা আরু কলার গুরু জনাক অসমর অসমীয়াক পুনর চিনাকি করি দিয়ার বাবে ধন্যবাদ।
@BasantaBorah-lr9lr
@BasantaBorah-lr9lr 20 күн бұрын
সূৰ্য্যোদয় ! দুপৰৰ চৌফলীয়া তগমগ তাপ অপেক্ষা সমুজ্জল , জাতিস্মৰ এই প্ৰতিভাত কণ্ঠ উদাত্ত নিৰ্ভীক । য
@limagogoi8147
@limagogoi8147 23 күн бұрын
সুন্দৰ ভাষণ ভাল লাগিছে
@kaustuvvlog3934
@kaustuvvlog3934 17 күн бұрын
আপোনাৰ ভাষণ শুনি থাকিব মন গৈছিল বা চকুপানী বৈ গল আনন্দ ❤❤ পুনৰ যেন আকৌ শুনা পাম ৰাভা দেৱৰ কথা ।
@rupjyotiboruah3418
@rupjyotiboruah3418 23 күн бұрын
বহুত বহুত ধন্যবাদ ৷মাজনী আগবাঢ়ি যোৱা ৷ভগবানে সহায় কৰক ৷
@mrinalmedhi8346
@mrinalmedhi8346 23 күн бұрын
অনন্য গভীৰ সময়োপযোগী আৰু অন্তষ্পৰ্শী ভাষন 🙏🙏🙏
@reetanath7035
@reetanath7035 23 күн бұрын
বৰ সুন্দৰ ভাষন আগবঢ়ালে, কৃষ্ণ🙏
@Shua_098
@Shua_098 24 күн бұрын
Apuni agaraki hakhaki udiyaman suali ,apunar bhakhanr gabhirata ase, moi bhabi raje ai kothabilak bastava t porinit koribi lage. Thank u so much . Hadaya anekoi thakok .
@SonaliRabha-l3z
@SonaliRabha-l3z 24 күн бұрын
Dhuniya bhakhan bohut bohut dhanyabad.
@muktadevibhuyan872
@muktadevibhuyan872 23 күн бұрын
কৃষ্ণ কৃষ্ণ আই ঈশ্বৰে কৃপা কৰক
@jogenkutum2786
@jogenkutum2786 6 күн бұрын
সুন্দৰ ভাষাৰ ভাসন ।
@ainupatar2692
@ainupatar2692 22 күн бұрын
মন চুই যোৱা ভাষন।।। কৃষ্ণ🙏🙏🙏🙏
@barnalisootea9574
@barnalisootea9574 23 күн бұрын
মন চুই যোৱা বক্তব্য। আগুৱাই যোৱা
@assamfamily1355
@assamfamily1355 Күн бұрын
কৃষ্ণ আই জয় গুৰু শংকৰ
@radhamonidas2180
@radhamonidas2180 23 күн бұрын
বহুত ভাল লাগিল অতি সুন্দৰ। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো❤❤❤
@PrbinChutia
@PrbinChutia 22 күн бұрын
কিকিম কিম কিম,কিম ধিমাকতি ধিম।তৈল নগৰী, দুলিয়াজান বাসী ৰাইজলৈ শতকৌতি প্ৰণাম, কাৰণ তেওঁলোকে আমাৰ অসমীয়াৰ বোকোৰ আপোন,হিযাৰ আমঠু স্বৰূপ স্বৰ্গীয় বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস উদযাপন কৰিছে। তেওঁৰ আদৰ্শ,নিঃস্বাৰ্থ ত্যাগ, সংঘাত পূৰ্ণ জীৱন আৰু অসমীয়া জাতিৰ প্ৰতি আগবঢ়োৱা মেতমৰা অৱদান আদিৰ বিষয়ে বিচাৰ ব্লিশ্লেষণ কৰিছে,ৰোমন্থন কৰিছে।ই সঁচাকৈয়ে আদৰণীয় পদক্ষেপ আৰু জাতিটোৰ বাবেও শুভ লক্ষণ। বিষ্ণু প্ৰসাদ ৰাভা দেৱে এখন অতি ধনৱন্ত আৰু সম্ভ্ৰান্ত লোকৰ ঘৰত জন্মলাভ কৰিও সকলো বৈষয়িক সুখ ভোগৰ পৰা আঁতৰি থাকি সেই সময়ৰ সমাজৰ শোষিত,নিষ্পেষিত লোকৰ কল্যাণ আৰু সমাজত প্ৰচলিত থকা মধ্যযুগীয় ধ্যান ধাৰণাৰ বিপৰীতে মাৰ বন্ধি থিয় দিছিল,ভবিলে আচৰিত লাগে।সঁচাই তেওঁ এগৰাকী মানৱ দৰদী লোক আছিল আৰু সেয়েহে আমি কেৱল তেওঁৰ দিৱস উদযাপন কৰিলেই নহ'ব, তেওঁৰ প্ৰকৃত কৰ্ম, আদৰ্শ আৰু চিন্তাৰে অনুপ্ৰাণিত হৈ কৰ্মৰ পথত অগ্ৰসৰ হব পাৰিলেহে ৰাভা দিৱস পতা সাৰ্থক হব।ৰাভা দিৱসত বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰি অনা মানীয়া অতিথি গৰাকীৰ এটা কথাই কিন্তু বেচ আমোদ দিলে, সেয়া হ'ল, তেওঁৰ চহৰ অভিমূখী ৰে'ল ধৰিবলৈ বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চাই থকা দৃশ্যটো। বিষ্ণু প্ৰসাদ ৰাভাই, অসমীয়া জাতিৰ প্ৰতি ইমান ত্যাগ কৰিব পাৰিছিল,দুলিয়াজান বাসী ৰাইজেনো‌ কিয় তেখেতক ব্যক্তিগত বাহন নাইবা ভাড়া‌ গাড়ী এখনেৰে ঘৰলৈ পঠায় দিব নোৱাৰে। এইটোনো তেখেত সকলৰ বাবে কিনো বৰ ডাঙৰ কথা।কিয়নো নিমন্ত্ৰিত অতিথি গৰাকীয়ে, আনুমানিক দুশটা মান চকা থকা,কুক,ভা, কুক,ভা,ঝক,ঝক কৈ গৈ থকা ৰে'ল নামৰ এখন দীঘলীয়া যানেৰে ঘৰলৈ উভতিব লাগে। কেতিয়াবা কেতিয়াবা সময় মতে গন্তব্যস্থান গৈয়ো নেপাইগৈ। ধন্যবাদ।
@BubulDoley-oh5rc
@BubulDoley-oh5rc 23 күн бұрын
Hapunak vogobane vale rakok Krishna Krishna 🙏
@jagannathdas484
@jagannathdas484 23 күн бұрын
প্ৰথমতে ধন্যবাদ থাকিল আৰু দ্বিতীয়তে পুনৰ নিৰ্মাণ শৈলী ভাষণ দি আপ্লুত কৰিব বুলি আশা পুহি ৰাখিলোঁ।
@umeshsarma4963
@umeshsarma4963 15 күн бұрын
Thank you Anjela sangamai for your valuable information about Bishnu Prasad Rabha and to the commitee along with the spectators. God bless you , Beta .❤
@monjuraniraja4551
@monjuraniraja4551 9 күн бұрын
শুনি বৰ ভাল লাগিল
@manashjyotiborah6895
@manashjyotiborah6895 24 күн бұрын
কৃষ্ণ কৃষ্ণ
@poragjyotidutta5734
@poragjyotidutta5734 22 күн бұрын
সুন্দৰ । বহুত ভাল লাগিল ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 18 күн бұрын
অতি সুন্দৰ ভাষণ। এক নতুন আৰু মননশীল ও যথেষ্ট অধ্যয়নেৰে সমৃদ্ধ তথ্য সমৃদ্ধ আলোচনা। ভগ্নী স্বৰপ এজ্ঞেলা ব্যক্তিগত ভাৱে আমাৰ অতি মৰমৰ, শ্ৰদ্ধাৰ, স্পষ্টবাদী, উদীয়মান যথেষ্ঠ প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। তেওঁৰ শুদ্ধ শব্দ উচ্চাৰণো তেওঁৰ সম্ভাৱনাময় সাঙবাদিক গৰাকীৰ অন্যতম গুন। তেওঁৰ ভাষণত গভীৰ অধ্যয়নৰ উমান পোৱা যায়। তেওঁ 100% সচা কথা কৈছে। অসমৰ এগৰাকী সুদক্ষ আৰু শক্তিশালী প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। তেওঁৰ যথেষ্ট ভৱিষ্যত অতি পোজ্বল / উজ্বল।
@sidaborah1607
@sidaborah1607 20 күн бұрын
Krishna Krishna 🙏🙏
@hemangapatowary7397
@hemangapatowary7397 21 күн бұрын
Kathakini huni aaplota holo. Right katha koise
@user-px2pg9di1w
@user-px2pg9di1w 18 күн бұрын
আপোনাৰ জ্ঞান গভ কথা বিলাক শুনি আপ্লুত হলো । ধন্যবাদ ।
@jasepahmed7706
@jasepahmed7706 20 күн бұрын
Really heart touching voice maam. Our idol journalists......
@bijoydeka9134
@bijoydeka9134 5 күн бұрын
Selute baideo . Bahut val lagise.anekua bhaxon xuni thakibo mon jai.
@gitamonihazarika5059
@gitamonihazarika5059 16 күн бұрын
Bohut val lagil boktita khini suni
@santoshborah9875
@santoshborah9875 23 күн бұрын
সুন্দৰ ভাষন সুন্দৰ চিন্তাধাৰা। ধন্যবাদ।
@TarunChDeka-cb4go
@TarunChDeka-cb4go 23 күн бұрын
সঁচা কথা, কিমান টকা উঠাই এদিন ৰাইজক দেখুৱাবলৈ অনুভৱ হয়, আমি উপলব্ধি কৰো, মোৰো ভাৱ একমত তোমাৰ সতে,নেতা সকল সুবিধা বাদী ,সেয়ে বহু দল, বহু ছাত্ৰ দল গঠন হ'ল অসমত, কেৱল স্বাৰ্থৰ বাবে,এজন নেতাক সুধিছিলো,অসমত বহু ছাত্ৰ সন্থাৰ জন্ম কিয় হ'ল কাৰণটো কি?
@anjugogoi6222
@anjugogoi6222 23 күн бұрын
সুন্দৰ ভাষণ ভাল লাগিল ধন্যবাদ
@heutimarak9137
@heutimarak9137 23 күн бұрын
বহুত বহুত সুন্দৰ ৰাইজলৈ ভাষণ শুনি থাকিম যেন লাগে। God help you sweet Anzela.
@malabikaborasaikiaboby8504
@malabikaborasaikiaboby8504 22 күн бұрын
সঁচা কথা বোৰ কোৱাৰ বাবে ধন্যবাদ ।
@Kiran-si2bf
@Kiran-si2bf 4 күн бұрын
বৰ ভাল লাগে আপোনাৰ স্পষ্ট কথাবোৰ শুনি
@jamunadeori7352
@jamunadeori7352 18 күн бұрын
বহুত ধুনীয়া কথা কৈছে দেই
@DurgeshorSaikia
@DurgeshorSaikia 19 күн бұрын
Bahut val lagil.
@ajitbaro6856
@ajitbaro6856 21 күн бұрын
Jai Mata di. Jai shree Ram.
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 19 күн бұрын
শত শত ধন্যবাদ __অসম জীয়ৰী __এক অনন্য প্ৰতিভাৰ গৰাকী __dear Anjela __go ahead pliz keeping ur eyes to the distant star __endless best wishes from my heart's core ........
@2k.137
@2k.137 18 күн бұрын
Bohut bohut bohut val lagise😊
@ProbalKhataniar
@ProbalKhataniar 23 күн бұрын
মনোমোহা ভাষন🙏🙏
@ushabhuyan4264
@ushabhuyan4264 19 күн бұрын
ভাল লাগিল আপোনাৰ ভাষণ শুনি।
@Kiran-si2bf
@Kiran-si2bf 18 күн бұрын
ভাল লাগিল আপোনাৰ ভাষণ শুনি ,
@sandhyakachari6523
@sandhyakachari6523 17 күн бұрын
বৰ ধুনীয়া ভাষণ। 👍👍👍
@pinkuboruah2245
@pinkuboruah2245 23 күн бұрын
100% Right kotha koise moi apuna video to assamr bahiyr pora mane sakri jega pora sai xosai bohut val lagil,
@MitaliBora-ow1yi
@MitaliBora-ow1yi 21 күн бұрын
Bahutvallagil❤❤❤❤
@simaranibora8015
@simaranibora8015 22 күн бұрын
মন চুই গ'ল ।
@pallabjyotisaikia3918
@pallabjyotisaikia3918 23 күн бұрын
Bor vall lagil bhaxon diyar art ase dhanyabad
@r.dutta....9692
@r.dutta....9692 23 күн бұрын
Very good 👍 dear
@ramtanti8009
@ramtanti8009 23 күн бұрын
বহুত বহুত ভাল লাগে আপোনাৰ কথাবোৰ
@montubaruah6419
@montubaruah6419 21 күн бұрын
Topic tu somoyupojogi excellent
@porismitagogoi3327
@porismitagogoi3327 17 күн бұрын
ইমান স্পষ্ট ,সাৱলীল ভাষণ ।তিনিবাৰ শুনিলোঁ । আমনি নাইলগা।অপূৰ্ব ।
@user-kq9yb1tf5d
@user-kq9yb1tf5d 14 күн бұрын
কৃষ্ণ সুন্দৰ লাগিল ভাষণ শুনি
@monsingmaslai
@monsingmaslai 23 күн бұрын
Boht dhoynbad baideu khmoyr logt miligoise🇮🇳🇮🇳🇮🇳🫂
@gitanjalibaruahdutta6606
@gitanjalibaruahdutta6606 23 күн бұрын
সুন্দৰ ভাষণ। ভাল লাগিল।
@GuneswarBora-uc7ce
@GuneswarBora-uc7ce 23 күн бұрын
Bor dhunia kotha koise
@tapankonwar6720
@tapankonwar6720 22 күн бұрын
Dhuniya vl kotha mam
@user-op2xi4cr3l
@user-op2xi4cr3l 21 күн бұрын
❤❤❤🎉🎉🎉
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 23 күн бұрын
সুন্দৰ বিশ্লেষণ |❤❤❤
@Partha-zx9xy
@Partha-zx9xy 22 күн бұрын
Eman dhunia bhakhan !
@mithunali2894
@mithunali2894 21 күн бұрын
সুমধুৰ কণ্ঠত ভাষণত দেহা মন জুৰ পৰি যায়
@rinadeka2756
@rinadeka2756 23 күн бұрын
সুন্দৰ
@RioRabha
@RioRabha 19 күн бұрын
Aponar bhaxon xuni bohut bhal lagil...
@NabaBarman-by2ii
@NabaBarman-by2ii 21 күн бұрын
Bohut val lagil❤❤ki কম...🎉
@SailendraNathBaruah
@SailendraNathBaruah 19 күн бұрын
বৰ ভাল বক্তব্য এটা শুনলোঁ । ধন্যবাদ।
@hiteshsahariah5304
@hiteshsahariah5304 21 күн бұрын
Xuni thakile xuni thakibar man jai Amani nalage
@KarnajitRabha-hq4bo
@KarnajitRabha-hq4bo 23 күн бұрын
Shundar beslekhan🎉
@user-mi7gx8gp1r
@user-mi7gx8gp1r 22 күн бұрын
বুহুত ভাল লাগিল
@prahladchnath5245
@prahladchnath5245 18 күн бұрын
অতি শক্তিশালী কণ্ঠ।
@ajayhandique2492
@ajayhandique2492 22 күн бұрын
বৰ সুন্দৰ। সদায়েই যদি আপোনাৰ পৰা এনেধৰণৰ আলোচনাত্মক কথা শুনিবলৈ পালেহেঁতেন নিজকে ধন্য মানিলো হয় । আশা ৰাখিছো তেনেধৰণৰ কথা পুনৰ শুনিবলৈ পাম বুলি ।
@digantaborah4558
@digantaborah4558 22 күн бұрын
ভাল লাগিল বাইদেউ
@joonbaruah4494
@joonbaruah4494 20 күн бұрын
কৃষ্ণ বৰ ভাল লাগিল আপোনাৰ কথা খিনিআমাৰ সমাজত এইবিলাক হৈআছে ধন্যবাদ
@hridyanshugogoi2943
@hridyanshugogoi2943 22 күн бұрын
ভাল লাগিল
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 30 М.
THE REVENGE OF SHAKUNI. WHAT WE CAN LEARN FROM IT?
6:43
Dipak Motivator
Рет қаралды 207 М.
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 62 МЛН
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 29 МЛН
BEWARE OF 3 KIND OF PEOPLE IN LIFE TO STAY HAPPY.
6:44
Dipak Motivator
Рет қаралды 347 М.
Erkesh Khasen -  Bir qyz bar M|V
2:43
Еркеш Хасен
Рет қаралды 452 М.
IL’HAN - Pai-pai (lyric video) 2024
3:24
Ilhan Ihsanov
Рет қаралды 331 М.
Say Mo - LIL BIT & 1 shot 2 (Waysberg Music Remix)
2:43
Waysberg Music🇰🇿
Рет қаралды 632 М.
Say mo & QAISAR & ESKARA ЖАҢА ХИТ
2:23
Ескара Бейбітов
Рет қаралды 2 МЛН
LISA - ROCKSTAR (Official Music Video)
2:48
LLOUD Official
Рет қаралды 112 МЛН
Kobelek
4:11
6ELLUCCI - Topic
Рет қаралды 1,1 МЛН