No video

স্কুলৰ পৰা আহি থাকোতে বাটত অকলে বাতৰি পঢ়ি অহা ছোৱালীজনী Anjela Changmai Interview / কিয় আনতকৈ বেলেগ

  Рет қаралды 156,676

Chifung Suriya Jatra

Chifung Suriya Jatra

Күн бұрын

#chifungsuriyajatra #nd24assamese #Anjelachangmai #funny #news #assamesenews #Assamnews #newsupdate

Пікірлер: 191
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
❤❤❤❤❤❤❤❤ অতি সুন্দৰ অনুষ্ঠান আৰু পৰিৱেশন শৈলীও ব্যতিক্ৰম। ভগ্নী স্বৰপ এজ্ঞেলালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Dhanyabad
@AmarNath-wd9rm
@AmarNath-wd9rm Ай бұрын
এঞ্জেলা চাঙমাইৰ শুৱলা কথা আৰু সুন্দৰ বক্তৃতা শুনি ভাল লাগিল, ধন্যবাদ, আৰু আগবাঢ়ি যাওক,তাৰেই কামনা কৰিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
@@AmarNath-wd9rm thnx
@DaisyRaniPatirDoley
@DaisyRaniPatirDoley 4 күн бұрын
এটি সুন্দৰ সাক্ষাৎকাৰটি চাই খুব ভাল লাগিল! স্পষ্টবাদী আৰু জিজ্ঞাসু মানসিকতাৰ গৰাকী এঞ্জেলা আমাৰ যুৱ প্ৰজন্মৰ বাবে সদায় আদৰ্শ হৈ ৰওঁক সুন্দৰ পথ যাত্ৰী হওঁক!❤❤
@totogogoi5706
@totogogoi5706 19 сағат бұрын
তোমালোক দুয়ো লৈ অশেষ ধন্যবাদ । নৱ প্ৰজন্মৰ আদৰ্শ হৈ আগ বঢ়া ।
@bipulkalita5824
@bipulkalita5824 Күн бұрын
অতি সুন্দৰ এঞ্জেলা নতুন প্ৰজম্মৰ পথ প্ৰদশʼক হওক তাৰে কামনা কৰিলো।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar Ай бұрын
ইমান ধুনীয়া কথা বতৰা ঔ ❤❤❤...ইমান মৰম লগা । খুব ভাল লাগিল ইন্টাৰভিউটো ❤️❤️
@ritadas-gv4og
@ritadas-gv4og 2 күн бұрын
আপোনাৰ প্ৰত্যেকটো দিহা পৰামৰ্শত বহুত প্ৰেৰণা পোৱা যায় । আগলৈ আশীৰ্বাদ কৰিছোঁ ।
@digantabaruah5243
@digantabaruah5243 17 күн бұрын
উৱা,সছায় অতি হৃদয়স্পৰ্শী সুন্দৰ কথোপকথন ,🎧 বহুত ভাল লাগিল ,👍"
@rajengogoi193
@rajengogoi193 29 күн бұрын
Thank you Anjela. God bless you. We are hop that in your futur
@sadoriboruah8990
@sadoriboruah8990 Күн бұрын
Anjela changmai vonti tumar UTRB moi sadai cau tumar kotha vason adorso mur bohut val lagice agorle bohut agbahi juwa vogotbanor ocort prarthana jonaicu
@Abcdef-oj3sr
@Abcdef-oj3sr Күн бұрын
তোমাৰ বক্তৃতা মোৰ বহুত ভাল লাগে এঞ্জেলা
@BishnuChangmai-yu1ff
@BishnuChangmai-yu1ff 28 күн бұрын
ভাল লাগিল ।
@GokulchandraBhuyan
@GokulchandraBhuyan Ай бұрын
ঘৰ যোৰহাটত শ্রীমন্ত শঙ্কৰ গুৰু জনাৰ নীতি আদৰ্শৰে চলি আছা দ দুলীয়াজানৰ ৰাভা দিৱস ৰ ভাষণটোৱে মোৰ হৃদয় চুই গল " আগ বাহি যাওক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা |
@pramilakhakhlary9882
@pramilakhakhlary9882 Ай бұрын
মিঠা মাতৰ ছোৱালী। বৰ মৰম লগা।আগুৱাই যোৱা।যিজন ব্যক্তি য়ে তোমাক তুলি ধৰিলে তেওঁ বহুতো মহান হ'ব। তুমি আগুৱাই যোৱা। বোকাতহে পদুম ফুল ফুলে। কংক্রিট নহয়৷। ময়োএজনী গাঁৱলীয়া ছোৱালী।তুমি সৎ সাহসী ছোৱালী। বৰ বৰ ভাল লাগিল। লগ পাম কেতিয়াবা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
@@pramilakhakhlary9882 thnx
@user-oi9hb6xb6k
@user-oi9hb6xb6k 7 күн бұрын
বহুত বহুত ভাল লাগিল ❤❤❤❤❤
@dimpeenayak9328
@dimpeenayak9328 Ай бұрын
বহুত সুন্দৰ কথোপকথন। অনিতা ma'am ৰ লিখনি এঞ্জেলাৰ আবৃত্তি শুনিলে মন ভৰি যোৱা। জয়তু LGC
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@prodipbharali2889
@prodipbharali2889 Ай бұрын
ধন্যবাদ ভাল লাগিল, আগ বাহি জোৱা
@UsserOfficial-h1q
@UsserOfficial-h1q 29 күн бұрын
এঞ্জেলা এগৰাকী সাংবাদিক নহয় অসমৰ সুবক্তা।
@prasantagogoi7525
@prasantagogoi7525 27 күн бұрын
ভাল লাগিল ❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
ভগ্নী এঞ্জেলাৰ কথন বীক্ষন অনুষ্ঠানটো বহুত ধূনীয়া লাগে এগৰাকী প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱানে এঞ্জেলাৰ কুশল কৰক।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Dhanyabad
@SunilPatar-qb6yy
@SunilPatar-qb6yy Ай бұрын
এঞ্জেলা নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক হওক তাৰে কামনা কৰিলো৷
@ritumonidutta6
@ritumonidutta6 29 күн бұрын
আপোনাৰ ভাষণে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে।
@ReenaDewri-lx6ql
@ReenaDewri-lx6ql 22 күн бұрын
ধন্যবাদ থাকিল এঞ্জেলা । গুৰুজনাৰ প্ৰতি অগাধ শ্ৰদ্ধা থকাৰ বাবে গুৰুৰ আশীৰ্বাদ আছে ।সেয়ে তেওঁৰ কণ্ঠ মিঠা, স্বাদযুক্ত । আমাৰ আশীৰ্বাদ থাকিল। আগুৱাই যোৱা। ঈশ্বৰ সহায় হওঁক 🙏🙏❤️❤️🌹🌹🌺🌹🌹
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
@@ReenaDewri-lx6ql thnx
@SUBASHCHBARMAN-hx9hj
@SUBASHCHBARMAN-hx9hj Ай бұрын
বহুত ভাল লাগিল আজিৰ আয়োজন কৰা অনুষ্ঠান টো চাই
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
@@SUBASHCHBARMAN-hx9hj dhonyabad
@labhiramsaikia844
@labhiramsaikia844 25 күн бұрын
সচাই অতি সুন্দৰ প্ৰদৰ্শন । শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে আগবঢ়া এগৰাকী উদীয়মান বক্তা এজন শুভাকাঙশী হিচাপে তোমালৈ বহুত বহুত শুভেচ্ছা ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 24 күн бұрын
Thnx
@tarundas7535
@tarundas7535 23 күн бұрын
মাজনী তোমালৈ মোৰ হিয়াভৰা আশীৰ্বাদ ও শুভেচ্ছা যাচিছো। আশা ৰাখিছো তুমি আৰু বহু দূৰলৈ আগুৱাই যাবা।
@binasaikia1675
@binasaikia1675 26 күн бұрын
খুব ভাল. লাগিল কথাখিনি শুনি ।
@anudas2314
@anudas2314 6 күн бұрын
Very nice perfomance.
@khagengogoi5951
@khagengogoi5951 28 күн бұрын
Anjala তোমাক লৈ আমি গৌৰৱাম্বিত ।
@user-vy8bi4ul2z
@user-vy8bi4ul2z 20 күн бұрын
God bless you Baido
@upenbarman4972
@upenbarman4972 29 күн бұрын
সময় সুযোগ পালে কেতিয়াবা বিশেষ উদ্দেশ্য লৈ বঙাইগাঁও জিলালৈ বাইদেউক আমন্ত্ৰণ কৰিম।
@madhabdas1576
@madhabdas1576 20 күн бұрын
এনজেলা তুমাক মই কি বুলি সম্ভাষন জনাম?তুমি ইমান সাধনা কেনেকৈ কৃত আৰু কাৰ পৰা আয়ত্ব কৰিলা?ধন্য ধন্য তোমাৰ জীৱন।তোমাৰ এই মানসিকতাৰগুনত উঠি অহা চামৰ মংগল সাধন কামনা কৰক এয়ে মোৰ কাম্য ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
@@madhabdas1576 thnx
@Guninchangmai-sj5tz
@Guninchangmai-sj5tz 2 күн бұрын
sister. Tumar. Kothabur. Bohut. Val lage❤
@ritamonigogoi9256
@ritamonigogoi9256 Ай бұрын
ইমান সুন্দৰ অনুষ্ঠান বহুত বহুত ভাল লাগিল🎉🎉
@AlakaDas-s1g
@AlakaDas-s1g Ай бұрын
Apunar bohut val lage God bless you
@namaluzir2759
@namaluzir2759 21 күн бұрын
এঞ্জেলা ভন্টিৰ পূৰ্বৰ কথাবোৰ জানিব পাৰি ভাল লাগিল, তোমাৰ ভাষণ বোৰ মই শুনি থাকো। বহুত কথা শিকিব পৰা যায়।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 21 күн бұрын
Thnx
@sunitadeka3189
@sunitadeka3189 Ай бұрын
God bless u.
@user-tx5xl4jc2u
@user-tx5xl4jc2u Ай бұрын
সঁচাই বেয়া বেয়া বাতৰি বিলাক দিলে মই ও বেয়া পাওঁ। বাকী সকলো দিশটো দেখুৱাই দিয়াৰ দৰে হয় ন। তোমাৰ কথা বিলাক ৰাইট 🎉🎉🎉।
@ramadas5839
@ramadas5839 4 күн бұрын
Majani have u ever gone to Balijan, arunachal.almost of all ur program I watch I like most.go ahead like this.Das uncle from Gahpur.God bless you.
@mousumiboruahsaikia1654
@mousumiboruahsaikia1654 5 күн бұрын
শুনি ভাল লাগিল ❤❤
@advika...8603
@advika...8603 15 күн бұрын
বহুত সুন্দৰ কথা কয় এঞ্জেলা বা ধন্যবাদ ❤❤❤
@BankhiGogoi
@BankhiGogoi 8 күн бұрын
Thank you mach ❤❤❤❤❤❤❤
@PhulenIngtiKathar
@PhulenIngtiKathar 19 күн бұрын
এঞ্জেলা ভনি তোমাৰ ভক্তিভৰা কথাবোৰ শুনি সচাঁই ভাল লাগিল। তুমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান বানী আৰু যুক্তিবোৰ ফহিয়াই কব পৰা বাবে। এতিয়া কথা হল উত্তৰ টো দিবাচোন। ৰাধা আৰু কৃষ্ণৰ মাজত কি সম্পৰ্ক কোনখন শাস্ত্ৰত উল্লেখ আছে। গুৰুজনাই বাৰু কৈছিল নে। 10/8/24।
@jatinborah-hj9jf
@jatinborah-hj9jf 26 күн бұрын
Anjela , mor ghor dhemajit , moi tomak log paboloi bohut itssa koro tomar kotha bilak iman intaresting iman modhur ,, bisnupur, dhemaji , Assam,
@prativadevi7460
@prativadevi7460 26 күн бұрын
Bohut besi val lagil Anjela memor kothaxiini
@jatinsarma7938
@jatinsarma7938 28 күн бұрын
Anjala you are most beautifull from allside.your progress our strength.
@Charahravijit
@Charahravijit 15 күн бұрын
এঞ্জেলা চাংমাই কিন্তু বহুত smart আৰু beautiful❤❤❤
@ratikantamili.5442
@ratikantamili.5442 Ай бұрын
Apunar voice tu bahut dhuniya dai...
@user-cj7zb3wt6s
@user-cj7zb3wt6s 15 күн бұрын
Bhaido upnar kotha bohut ball lage ami upnar program khini dekhi thaku Bhaido amar gor Bilasi para east Tila para Thanks
@ChifungSuriyaJatra
@ChifungSuriyaJatra 15 күн бұрын
ধন্যবাদ
@nirupamaborah3186
@nirupamaborah3186 13 күн бұрын
তোমাৰ কথাই মন মুহি দিছে
@user-ti3xp7ke7w
@user-ti3xp7ke7w 15 күн бұрын
খুউব ভাল লাগিল ।
@PujaAlex-lp4br
@PujaAlex-lp4br 18 күн бұрын
Anjela Ba mur senior asil Lakhimpur girls college r aru mur same District r asil i am very proud of her ❤🥰
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 18 күн бұрын
সময়ত লগ পায় মই নিশ্চয় ভাল লাগিল আপুনি ডাঙি ধৰা কথা সকলো সৰস্বতীয়ে আৰু লগোৱাই যাওঁতে যেন প্ৰভুৱে সহায় কৰাৰ বাবে প্ৰাৰ্থনা জনালোঁ।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 18 күн бұрын
ধন্যবাদ
@JyotiGogoi-us8hy
@JyotiGogoi-us8hy 19 күн бұрын
Thank you anjela
@sushilkonwar7012
@sushilkonwar7012 Күн бұрын
নাজানো তুমি -- কি কৰিব বিচাৰিছা-- সাহসয়েই আত্মাৰ -- চেতনাৰ বিষয়ে --- প্ৰকাশ পায় -- হয়তো মিচা -- কোৱা নাই -- তোমাৰ আশাৰ কৰনিত -- ভৰি পৰক -- হিয়াৰ সফুৰাত -- সাঁচি ৰখা - আজুত কল্পনাৰ -- সঁচা ৰং
@GokulchandraBhuyan
@GokulchandraBhuyan Ай бұрын
জ্ঞানৰ পথত নাহি কে সহায় | কৰ্মত বিঘিনি ভয় " ভক্তিৰ পথত ঈশ্বৰ সহায় জানিবা ৰাজা নিশ্চয় " ভাগৱতৰ এই নীতি আদৰ্শৰে আগ বাহি যাওক এই কামনাৰে "ভক্তি ভৰা সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ
@PankajHazarikaPankaj
@PankajHazarikaPankaj 18 күн бұрын
কামৰ ব্যয়স্থততাৰ মাজত ভিদিঅতো মই বহু দেৰিকৈ চাইছোঁ, এঞ্জেলা চাংমাই মই প্ৰথম ভিদিঅ চাইছিলোঁ ফেচবুকত তলাতল ঘৰৰ live দিছিল সেই ভিদিঅতো ,কিন্তূ এতিয়া বহুত ভিদিঅ চাওঁ, বহুত ভাল লাগে, ❤❤❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 10 күн бұрын
এঞ্জেলা তুমি ধেমাজিৰ বুলি মানিবলৈ পাইছিলো মোৰ বয়স তোমাতকৈ প্ৰায়ে আধা বয়সত ডাঙৰ তোমাৰ ভাৱনাবোৰৰ লগতে মোৰ ভাৱ দৰষন সজাই দিবলৈ সহযোগী হোৱাৰ আশাকৰো উত্তৰ দিবা।। সুপ্ৰভাতম ।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 10 күн бұрын
ধন্যবাদ
@user-gu6qb5vk7i
@user-gu6qb5vk7i 15 күн бұрын
Nice
@bokulboruah837
@bokulboruah837 14 күн бұрын
Gugamukhor para sai asu angela,baidew bhogobane sahay korok val lagil
@julihazarika362
@julihazarika362 21 күн бұрын
বহত ভাল লাগে কথাবোৰ শনি
@ChifungSuriyaJatra
@ChifungSuriyaJatra 18 күн бұрын
ধন্যবাদ
@jogeswarinath4467
@jogeswarinath4467 16 күн бұрын
Very. Good
@user-hn1ez5jz1q
@user-hn1ez5jz1q 18 күн бұрын
এঞ্জেলা তুমি যিমান ধুনীয়া তোমাৰ মাত কথাবোৰ সিমানেই ধুনীয়া।
@bipulbitu1680
@bipulbitu1680 27 күн бұрын
Val lagil🎉🎉🎉🎉
@parthapratimdas354
@parthapratimdas354 Ай бұрын
Really angel.,
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@user-vm2zh1xy1u
@user-vm2zh1xy1u 18 күн бұрын
Thankyou
@NandaNath-iq7nr
@NandaNath-iq7nr 19 күн бұрын
Xundar hoise
@TunmoniBorah-po1gw
@TunmoniBorah-po1gw 17 күн бұрын
Very nice ❤
@rupshanjibanjatra
@rupshanjibanjatra Ай бұрын
Ba mur duta computer institute ase aru kunubai franchise lole diu .,xoru koi channel ata o ase ba tumak moi msg Kori a thaku aru tumi emn dhuniya koi reply Kora bor Val Lage. Mur cute ba joni tumi mur ata interview luwa na tumr lgt bohi kotha patibo bor mon ase plzzz plzz plz ba muk mati loi jua na na. Thanks
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
গুৱাহাটী ঘৰ যদি মোক কব আৰু যদি গুৱাহাটীত ঘৰ নহয় তেনে কত ঘৰ জনাব মেচেজত মই কম কেতিয়া লম
@rupshanjibanjatra
@rupshanjibanjatra Ай бұрын
Instagram t msg disu baa
@guneswaripatiri1060
@guneswaripatiri1060 Ай бұрын
😊😊
@maheshbrahma7764
@maheshbrahma7764 Ай бұрын
​@@ChifungSuriyaJatraJiye nohok Anjelak pale biya patim
@JunumaiDihingia
@JunumaiDihingia 12 күн бұрын
😢
@MOJNUKUMARDOLEY
@MOJNUKUMARDOLEY 19 күн бұрын
এঞ্জেলাৰ কথাবোৰ শুনি সঁচাই বৰ ভাল লাগে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
ধন্যবাদ
@chinmoyrabha6705
@chinmoyrabha6705 16 күн бұрын
ভাল লাগিল শুনি
@NilutpalSaikia-Axom02
@NilutpalSaikia-Axom02 Ай бұрын
Mojjjja ba ❤😊
@MahendranathBoro-s9f
@MahendranathBoro-s9f Ай бұрын
God bless to you
@NomanMohanta
@NomanMohanta Ай бұрын
Apunar moromar bhakhan bohut val lage vonti
@djelectricals34
@djelectricals34 16 күн бұрын
Very nice
@sofikulislam7533
@sofikulislam7533 Ай бұрын
Reply দিয়াৰ বাবে ধন্যবাদ ।সাহসৰে আগবাঢ়ি যাওক ।আপোনাৰ ঘৰ কত বা।কিবা এটা ভাল লাগে।আপোনাৰ ভিডিও বহুত দেখিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
ধন্যবাদ গুৱাহাটীত লগ পাম
@user-ox5sj2sy3j
@user-ox5sj2sy3j Ай бұрын
Tomi aru agbahi jua Anjala
@SwadhinSutradhar-nm9uv
@SwadhinSutradhar-nm9uv Ай бұрын
Very Nice
@parulkalita6222
@parulkalita6222 Ай бұрын
Very nice 👌
@buddhaboruah3008
@buddhaboruah3008 29 күн бұрын
Super❤❤❤🙏🙏🙏🤝🤝🤝
@sewalimohan4103
@sewalimohan4103 24 күн бұрын
Anjala kothakhini khub vl lgil.❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 24 күн бұрын
Thnx
@runuchetia1658
@runuchetia1658 19 күн бұрын
এঞ্জেলা চাংমাইৰ দৰে উঠি অহা নৱ প্ৰজন্ম আমাৰ গৌৰ! আমাৰ আস্থা আমাৰ ভৰসা❤️❤️❤️❤️
@ChifungSuriyaJatra
@ChifungSuriyaJatra 19 күн бұрын
@@runuchetia1658 thnx
@gitanjaliGogoi-it4ny
@gitanjaliGogoi-it4ny 15 күн бұрын
😘😘❤🙏
@ratikantamili.5442
@ratikantamili.5442 Ай бұрын
Angela baideo Kajal Ma'm nichina.... really bhal lagile
@user-se1yd9nf6l
@user-se1yd9nf6l 7 күн бұрын
Tumar kothabur hunila sokur Pani allready ulai ahe ki kom vakha harei Jana........❤
@Imxwodix07
@Imxwodix07 26 күн бұрын
Anjela Khub sundor Suwalemoi Khubvallage
@swapnaligogoi3225
@swapnaligogoi3225 16 күн бұрын
ইমান ভাল লাগিছে তোমাৰ কথাবো❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 16 күн бұрын
@@swapnaligogoi3225 thnx
@himanibanikya8168
@himanibanikya8168 16 күн бұрын
VERY2 nice ❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 18 күн бұрын
এঞ্জেল চাংমাই আপোনাক নাম দি মাটি চিনাক্ত হৱলৈ পায় সৌভাগ্য ৱান বুলি গণ্য নিজে নিজকে সান্ত্বনা হলো।। আমি কিবা কাৰণত মাহ হালধিৰ জন্মলাভো নকৰিলোঁ সেই জন্ম পোৱা হ'লে কেতিয়াবা এদিন মানুহৰ পূণ্যাৰ বাবে প্ৰয়োজনীয় হলো হ্য় ।।। বৰ্তমান বহুত ৰাতিহল ঘৰৰ মানুহে কেতিয়াবাই শুলে মইয়ো সেই পথত যাও।। শুভ ৰাতী বৰ্তমান সময়ত 11/30 অষ্ট্ৰেলিয়াত মই ইয়াত আছোহি।। তেজপুৰৰ।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 18 күн бұрын
ধন্যবাদ আপোনাৰ বহুমূলীয়া মন্তব্য মই নিচয় এঞ্জেলা চাংমাইক দেখুওৱাম । সদায় ভালে থাকক আপুনি🙏❤️
@kemodoley6929
@kemodoley6929 Ай бұрын
❤❤❤❤❤❤
@user-bb6vp9en9x
@user-bb6vp9en9x Ай бұрын
Very beautiful ❤️
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@RajaNarah-sz8jr
@RajaNarah-sz8jr 28 күн бұрын
❤❤❤❤❤
@tushennath9371
@tushennath9371 26 күн бұрын
সাক্ষাৎ গ্ৰহণ কৰিছে কিন্তু দেই ---এজনীৰ মাৰ্জিত পোছাক স্বাৱলীল স্বাভাবিক আৰু আনজনী অস্বাভাবিক।এখেতৰহেনো অসমীয়া পোছাকযোৰেই অস্বাভাবিক যেনলাগে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 18 күн бұрын
ধন্যবাদ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 18 күн бұрын
ধন্যবাদ ।
@BornaliGogoi-tb6vz
@BornaliGogoi-tb6vz 20 күн бұрын
@sonyboro9704
@sonyboro9704 Ай бұрын
100%right
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Thnx
@assamniyor
@assamniyor 15 күн бұрын
এঞ্জেলা সঁচাই এগৰাকী ৰসিক ,বৰ ভাল লগা ম ইও গোগামুখ ৰ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 15 күн бұрын
ধন্যবাদ
@manujgogoi7058
@manujgogoi7058 18 күн бұрын
Anjela papak log paisilu moi kotha patisilu bapek jonu bohut vl manuh
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
❤❤❤❤
@ambikadas-t7p
@ambikadas-t7p 13 күн бұрын
বাহিৰৰ পোছাক কৰিও বেলেগ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 13 күн бұрын
@@ambikadas-t7p কি বেলেগ দেখিলে
@AnimeshKoch
@AnimeshKoch 28 күн бұрын
Apuni bhut dhunia lage
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 94 МЛН
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 2,4 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 49 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 150 М.
Village Rockstars At ND24 Studio With Angela Changmai
41:23
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 94 МЛН