গীতেৰে কথাৰে | ডঃ ভূপেন হাজৰিকা | GEETERE KOTHARE | AN INTERVIEW WITH DR. BHUPEN HAZARIKA

  Рет қаралды 680,581

DD ASSAM

DD ASSAM

3 жыл бұрын

Geetere kothare... An Interview with Dr. Bhupen Hazarika
Interviewer : Ratna Oja
Producers : Bharati Sarma & Minati Choudhury

Пікірлер: 398
@user-iy8cq6dh6h
@user-iy8cq6dh6h Ай бұрын
2024 t kon kon sai ase ai xundar programme.
@ujjalghosh2637
@ujjalghosh2637 2 жыл бұрын
কিমান বিশাল ব্যক্তিত্বৰ অধিকাৰী তথাপিও কি যে অমায়িক ভুপেন দা। সচাঁই অনুষ্ঠানটো উপভোগ কৰি অভিভূত হলোঁ।
@manashjyotihandique49
@manashjyotihandique49 3 жыл бұрын
আপুৰুগীয়া সম্পদ এইবোৰ ... বহুত বহুত ভাল লাগিল.. Thank you so much
@manalishadas2421
@manalishadas2421 3 жыл бұрын
আমি ভালকৈ ভূপেন মামা আপোনাক লগ নাপালো 😢😢মই ক্লাছ সপ্তম শ্ৰেণীত থাকোতে আপোনাৰ দেহাৱসান হৈছিল 😢😢আপোনাৰ কৃতিত্ববোৰ অতুলনীয় মামা ❤❤❤😍😍 # বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই ❤
@j.swargiari1323
@j.swargiari1323 3 жыл бұрын
শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱলৈ শত শতবাৰ প্ৰনাম জনাইছোঁ 🙏🙏🙏🙏🙏
@kangkannath2852
@kangkannath2852 3 жыл бұрын
সঁচাকয়েই তেখেত সুধাকণ্ঠ,অসমৰত্ন,ভাৰতৰত্ন আৰু সংগীতসূৰ্য্য।। তেখেত অসমৰ মহামূল্যৱান ৰত্ন। হে শ্ৰদ্ধাৰ মৰমৰ মহান স্বৰ্গগত আত্ম আপোনাৰ স্মৃতি শ্ৰীচৰণত মোৰ সশ্রদ্ধ প্ৰণাম।
@anjudadhora7839
@anjudadhora7839 2 жыл бұрын
Eman sundar , bhaxare bujano nuwaru. Punar janam puwa Jen lagise.
@pranitamahanta3942
@pranitamahanta3942 Жыл бұрын
আজি এই অনুষ্ঠানটি চাই এনে অনুভৱ হৈছে ভুপেন দা জীয়াই আছে।
@bidyutphukan3440
@bidyutphukan3440 3 жыл бұрын
ক'বলৈ ভাষা নাই । অতি সহজ সৰল ব্যক্তিৰ মানুহ ❤️😘❤️। আবেগিক হৈ পৰিছোঁ । নাজানো কিয় চকুলো বাগৰি গৈছে । ❤️😘❤️
@manabdeka10
@manabdeka10 3 жыл бұрын
Bidyut Phukan, আপুনি মোৰ মনৰ সকলো কথা কৈ দিলে । সচাকৈয়ে ভূপেন দাৰ দ্বৰে কোনো নাই । এনে এজন মহান অসমীয়াক শ্ৰদ্ধাৰে সুঁৱৰিছো।
@bhabeshbarua4662
@bhabeshbarua4662 3 жыл бұрын
57
@ujjalkalita8820
@ujjalkalita8820 3 жыл бұрын
সচাকৈয়ে মহান শিল্পী দিনৰাতি শুনিলেও আমনি নালাগে । প্ৰনাম তোমাক সুধাকন্ঠ
@biseswarbarman4
@biseswarbarman4 2 жыл бұрын
প্ৰগেমটো চাই মনতে এটা আনন্দ তথা ভাল লাগিল যেন মৰমৰ আৰু প্ৰিয় শিল্পী গৰাকীক আজি জীৱন্ত ৰূপত পাইছোঁ ।
@jiusenmeck7859
@jiusenmeck7859 3 жыл бұрын
Legend off Assam .we miss you always Dr hazarika sir🙏
@bantigohain4676
@bantigohain4676 3 жыл бұрын
সুন্দৰ ! অতি সুন্দৰ! ভগৱানে সুধাকণ্ঠক পুনৰ অসমত জন্ম দিয়ক ।
@manojdas7170
@manojdas7170 2 жыл бұрын
111111111111111111
@hareshwardas650
@hareshwardas650 2 жыл бұрын
Absolutely.
@dipukumarnath6023
@dipukumarnath6023 28 күн бұрын
Moi
@dipuphukan3396
@dipuphukan3396 3 жыл бұрын
অনুষ্ঠানটি সঁচাকৈয়ে অতি সুন্দৰ হৈছে৷ আৱেগিক হৈ পৰিছিলোঁ৷ সদায় চালেও যেন হেপাঁহ নপলাব৷ ক্ষণজন্মা পুৰুষ ভূপেনদা অামাৰ হৃদয়ত প্ৰতি ক্ষণে আছিল, আছে আৰু থাকিব৷ “শ্ৰদ্ধাৰ্ঘ্য নিৱেদিলোঁ ভূপেনদা🙏🙏🙏”
@satyajitchetia209
@satyajitchetia209 2 жыл бұрын
hosai dada
@dimbasaikia3260
@dimbasaikia3260 Жыл бұрын
edff
@anushkasaikia8148
@anushkasaikia8148 Жыл бұрын
Oo
@purabitalukdar1955
@purabitalukdar1955 3 жыл бұрын
ধন্যবাদৰ ভাষা নাই মোৰ ....অতি সুন্দৰ অনুষ্ঠান, ভূপেনদা আপোনাৰ সুৱদি কণ্ঠত কিযে এক ঐশ্বৰিক প্ৰেম
@GopalSharma-qr7ze
@GopalSharma-qr7ze 3 жыл бұрын
T
@dipakgogoi7775
@dipakgogoi7775 3 жыл бұрын
Many thanks to Doordarshan Assam. Wish a such a umemorable programme in future about Great Bhupenda .
@chintukumariti851
@chintukumariti851 3 жыл бұрын
ইমান মহান ব্যক্তি কিন্তু অহংকাৰ শূণ্য । So innocent , When i used to start watching TV ,he left us . Now he has reinvigorated again ❤️❤️🙏💐
@dipalidas1964
@dipalidas1964 3 жыл бұрын
Oo
@uttampegu1969
@uttampegu1969 2 жыл бұрын
কি অপূৰ্ব অনুষ্ঠান। দেহ মন ভৰি যায়।
@niranjansaharia1501
@niranjansaharia1501 2 жыл бұрын
সঙ্গীত বোৰ শুনি বৰ আবেকিক হৈ পৰো,মনত পৰে জালুকবাৰী ৰ অন্তিম সত্কাৰ দিনটো লৈ, গীত বোৰ শুনি আজি ও যেন তেখেত আমাৰ মাজত জীয়াই আছে এনে অনুভৱ হয়
@nanditadutta6770
@nanditadutta6770 9 ай бұрын
মহান শিল্পীসকলৰ সান্নিধ্য লাভ কৰা ড০ ভূপেন হাজৰিকা আমাৰ তথা সমগ্ৰ বিশ্বৰে হিয়াৰ আমঠু। তেখেতৰ এই অনুষ্ঠানটি চাই নতুন প্ৰজন্মই বহু নজনা কথা শিকাৰ সহায় হ'ব।আৰু তেখেতক জনাৰো সুবিধা হ'ব।কি পটভূমিত গীত বোৰ ৰচনা হৈছিল তাৰো ওমান পাব।সেয়ে বহুত বহুত ধন্যবাদ এই অনুষ্ঠান টি প্ৰচাৰ কৰা বাবে।❤
@saraswatiborahvideos4853
@saraswatiborahvideos4853 3 жыл бұрын
ভুপেন দা আপুনি আমাৰ মাজত সঁচাকৈ থকা যেন লাগিছে ধন্যবাদ ।যতে আছে কুশলে থাকক।
@PophulGowala
@PophulGowala 6 ай бұрын
Madrarephoolgeetmagbihurhurhubesathkel
@kemolollen5714
@kemolollen5714 3 жыл бұрын
Thank you so much much Ojha Da for this interview series of Bhupen Da
@jaadrissiks
@jaadrissiks 3 жыл бұрын
সৰুতে এই প্ৰগ্ৰেমটো লাইভ চাইছিলোঁ- ৰিণি ৰিণি মনত পৰে। কল কৰি প্ৰশ্ন কৰাৰ বৰ মন আছিল তেতিয়া , কিন্তু ঘৰত ফোণ নথকাত নোৱাৰিলোঁ। অনুষ্ঠানটো পুনৰ চাবলৈ পাই বৰ ভাল লাগিল! ভূপেন মামাক শ্ৰদ্ধাৰে সুঁৱৰিছো।
@binuprabhagogoi5303
@binuprabhagogoi5303 3 жыл бұрын
শ্ৰদ্ধাৰ ভুপেন হাজৰিকা দেৱলৈ মনত পেলাই এটোপাল অশ্ৰো নিগৰালো ।
@gopalkrishnadas3754
@gopalkrishnadas3754 Жыл бұрын
এনে এগৰাকী বিশ্ববৰেণ্য মহান মানুহ আমাৰ অসমত জন্ম হৈছিল কিমান সৌভাগ্যৱান আমি ! এইজনা মহান লোকৰ এনে গাম্ভীৰ্যপূৰ্ণ অনুস্হানটি দুৰদৰ্শনৰ দ্বাৰা প্ৰচাৰ কৰাৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰলোঁ ৷ সেই মহান লোকজনৰ অনুস্হানটি দেখি আৰু শুনি চকুপানী ৰাখিব পৰা নাই ৷বাৰে বাৰে মনটো ব্যাকুলহৈ পৰিছে ৷ . . আমি কিমান সৌভাগ্যৱান ! মোৰ শতশস্ৰ বাৰ প্ৰণাম তেওঁৰ চৰনত নিবেদিলোঁ ৷ দুৰদৰ্শনৰ এই মহান অনুস্হানটি প্ৰচাৰ কৰাৰ বাবে কৃতজ্ঞতা জনালোঁ ৷চকুপানী ৰাখিব পৰা নাই ৷ কিয় অসমবাসীয়ে তেওঁৰ জীৱিত কালত উচিত সন্মান দিব নোৱাৰিলোঁ ?? তেওঁৰ বিদেহ আত্মা সদায় সৰগত থাকক ৷ কৌটি কৌটি প্ৰণাম ৷
@assameseastrogyan5957
@assameseastrogyan5957 3 жыл бұрын
বহুত বহুত ধন্যবাদ এনেকুৱা এটা প্ৰগ্ৰেম আপলোড দিয়াৰ বাবে নহলে এনেকুৱা এটা প্ৰগ্ৰেম চোৱাৰ পৰা বঞ্চিত হৈ ৰলো হৈ
@TheNeal92
@TheNeal92 3 жыл бұрын
Thank You so much for Everything.. Bhupen Koka etiyou jiyai aase aamar majot aru xodai jiyai thakibo.. Jai Axom Jai Northeast 🇮🇳
@tikendrajitnath8654
@tikendrajitnath8654 3 жыл бұрын
এনে অনুষ্ঠানে জীৱনৰ এটি সজীৱ মূহুৰ্ত আনি দিয়ে,শ্ৰদ্ধাৰ হাজৰিকা আকৌ অসমত জন্ম হওক।
@bhaskarkalita7467
@bhaskarkalita7467 3 жыл бұрын
সুধাকণ্ঠলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম৷
@hirakjyotimedhii
@hirakjyotimedhii 3 жыл бұрын
আবেগিক হৈ গলো ❤️
@bhorolidevi9369
@bhorolidevi9369 3 жыл бұрын
অতি ভাল লাগিল অনুষ্ঠানটি চাই।
@Santanu_zazabori
@Santanu_zazabori 3 жыл бұрын
One & only best & knowledgeable person OF ASSAM... দ্বিতীয়জন আৰু নাই.. 🙏
@vandanabk4847
@vandanabk4847 2 жыл бұрын
Thanks to DD Assam for uploading such a beautiful programme. Adjectives are less to describe who Dr. Bhupen Hazarika is !
@bivadas3088
@bivadas3088 Жыл бұрын
😊
@bivadas3088
@bivadas3088 Жыл бұрын
😊
@manojkumarborah2521
@manojkumarborah2521 6 ай бұрын
😂 মোৰ জীৱন ধন্য আজি।
@renuchoudhury5044
@renuchoudhury5044 3 жыл бұрын
ভূপেনদাৰ গীত মাত বিলাক যিমান ৰসাল কথাবোৰো সিমানেই ৰসাল আছিল তেখেতক ভগৱানে বৈকুণ্ঠত ঠাই দিয়ক কৃষ্ণ
@dr.p.hazarika500
@dr.p.hazarika500 2 жыл бұрын
ki je sundor anusthan. tate ase jibonto Bhupen da
@aninditadeka8312
@aninditadeka8312 2 жыл бұрын
U7
@mrinalinikalita9600
@mrinalinikalita9600 2 жыл бұрын
নতুন জীৱন পালো৺
@satyajyotichetiakonwar7253
@satyajyotichetiakonwar7253 Жыл бұрын
সেৱা জনাইছোঁ । পুনৰ অসমত জন্মি বাকী থকাখিনি পূৰণ কৰক-এয়ে প্ৰাৰ্থনা ভগৱানৰ চৰণত ।
@gautamsarma5296
@gautamsarma5296 3 жыл бұрын
DD অসম শত শত প্ৰণাম
@juntibora7773
@juntibora7773 3 жыл бұрын
বহুত বহুত ধন্যবাদ 🙏🙏
@monojsarma228
@monojsarma228 3 жыл бұрын
Thank you DD ASSAM Team to Upload this Evergreen Historical program for us feature Generation ❤️ Thank you 😊
@gopalkrishnadas3754
@gopalkrishnadas3754 Жыл бұрын
A great program.. my heartiest salute to honorable Bhupen Da.
@ondox
@ondox 2 жыл бұрын
This ought to have been a multi episode series. If only the Internet boom had happened a bit earlier.
@skywalker3684
@skywalker3684 3 жыл бұрын
২০২১ৰ এই ক'ৰ'ণা মহামাৰীৰ প্ৰকোপত জুৰুলা জীৱনক পাহৰাই দিলে মোৰ প্ৰিয় শিল্পীজনৰ সাক্ষাৎকাৰে❤️❤️❤️
@minakumaridoley9671
@minakumaridoley9671 2 жыл бұрын
yes
@rkrsn1153
@rkrsn1153 2 жыл бұрын
Bharat Ratna, Assam Diamond, 🙏
@zackdeka1361
@zackdeka1361 3 жыл бұрын
ভূপেন দা যিদিনা খন এই পৃথিৱী এৰে তেতিয়া মই ভৰলু শান্তিপুৰত, তেখেত জীয়াই থকা সময়ত তেখেতক যিমান ভালদৰে বুজিব পৰা নাছিলো তাত কৈ বহু গুনে বেছি সেই একেদিনাই বুজি গৈছিলো। জাজ ফিল্ডত দুবাৰ মান সেৱা জনালোঁ। বিশাল শূন্যতাই ঢাকি ধৰিছিলে। পিছৰ পৰ্যায়ত মই হাতত গীতাৰ তুলি লও। মানুহে মানুহৰ বাবে গীতটি শিকি পেলাওঁ। কথাবোৰ মনত পৰি যায়....🙏🙏
@hemendas5587
@hemendas5587 Жыл бұрын
🕉🙏ভূপেনদা তুমি যতেই আছা শান্তিৰে শুই থাকা।
@santanadeka9123
@santanadeka9123 3 жыл бұрын
ধন্যবাদ ডি ডি অসম । এনেকুৱা অনুস্ঠান আগলৈ পাম বুলি আশা কৰিলো ।
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
মহান মহান ব্যক্তিৰ হাতৰ পৰশত শক্তিশালী হৈ উঠা অ' মোৰ চেনেহৰ অসমীয়া ভাষা।
@niranjansaharia1501
@niranjansaharia1501 2 жыл бұрын
চিৰ স্মৰণীয় হৈ থাকিব আপোনাৰ সংগীত,
@kbaruahao4604
@kbaruahao4604 3 жыл бұрын
I am 18 years old and I love listenning to bhupen hazarika's songs
@Hhhhhhhhhhhhhhhhhhhfh
@Hhhhhhhhhhhhhhhhhhhfh 4 ай бұрын
Moi o
@pbytc5936
@pbytc5936 3 жыл бұрын
Very very good program, thank you DD Assam
@jyotikumarisarmah1285
@jyotikumarisarmah1285 3 жыл бұрын
বিমুগ্ধ, সন্মুখত যেন ভূপেনদাই কৈ আছে …
@kalyanb854
@kalyanb854 3 жыл бұрын
Thank You DD Assam for uploading this video🙏🙏🙏
@DrAbaniBaruah
@DrAbaniBaruah 2 жыл бұрын
জলন্তঅৰুণ দূৰন্ত তৰুণ 🙏🙏🙏
@munukanhazarika7307
@munukanhazarika7307 14 күн бұрын
কি কম ভাষা নাই ।।।। মাথো অশ্ৰু নিগৰাই সুঁৱৰিছোঁ ।। হে মহান সশ্ৰদ্ধ প্ৰণাম ।।
@konamiborah3383
@konamiborah3383 Жыл бұрын
অতি ভাল অনুস্থান এটি উপহাৰ দিলে। ধন্য বদ।
@dwijensarmah4370
@dwijensarmah4370 3 жыл бұрын
সুধাকণ্ঠৰ প্ৰতি জনালোঁ শত সহস্ৰ প্ৰণিপাত 🙏🙏
@dharmakantapatir3146
@dharmakantapatir3146 3 жыл бұрын
Very good culture programme is celebrated
@altabhussain9565
@altabhussain9565 3 жыл бұрын
Thanks to upload such kind of Dr. Bhupen Hajarika's immortal program. May God keep him in peace full place.
@anilgogoi524
@anilgogoi524 3 жыл бұрын
অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। ভাল লাগিল।
@kusumprovaburagohain2950
@kusumprovaburagohain2950 3 жыл бұрын
বহুত ভাল লাগিছে । ভূপেনাদা অসমীয়া জাতীয় সংস্কৃতিৰ সম্ভাৰ । ভূপেদাক সশ্ৰদ্ধাৰে সোৱৰিছো ।
@binoddas4327
@binoddas4327 3 жыл бұрын
বহুত ভাল লাগিল আৰু এনে ধৰণৰ ভিডিও পজ দি থাকিব ।
@mustakalom9366
@mustakalom9366 2 жыл бұрын
আবেগিক হৈ গলো অনুষ্ঠানতো চাই। ভুপেন দাক কিমান ভাল পাও ভাষাৰে বুজাব নোৱাৰো
@sajedulalamsaju7506
@sajedulalamsaju7506 Жыл бұрын
আমি সেই ছোটকাল থেকে ভূপেন হাজারিকার গান শুনি। উনার হিন্দি,বাংলা ও আসামিজ গান আমার হৃদয় মন সব জয় করেছে।
@gupikantahazarika2113
@gupikantahazarika2113 Жыл бұрын
চিৰ যুগমীয়া হৈ ৰওক ভূপেন দা ঈশ্বৰৰ সৃষ্টি আমাৰ ভূপেন দা 🙏
@ramprakashsaikia9091
@ramprakashsaikia9091 2 жыл бұрын
Our honourable Bhupan Da past, present & future all' times greatest artist . No one artist can claim better service than Bhupan Da as to what is good or better for the people of Assam.
@mkharshavardhan1551
@mkharshavardhan1551 6 ай бұрын
Maa is 🧚🏻‍♀️💝.
@parvezmustafa7090
@parvezmustafa7090 3 жыл бұрын
জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈ মানুহৰ দাম অলপ হলেও বেছি আছে ❤️
@dhantimedhi2021
@dhantimedhi2021 2 жыл бұрын
সুন্দৰ। য'ত সোণতকৈয়ো।
@nipondeori9177
@nipondeori9177 3 жыл бұрын
মহান হৃদয়ৰ মানুহ
@bipulkalita6116
@bipulkalita6116 7 ай бұрын
ভূপেন দা আপুনি সচাকৈ আমাৰ মাজত জীয়াই থকা যেন লাগিছে। যতেই আছে শান্তিত থাকক 🙏🙏🙏🙏🙏
@bantishikhamahanta1641
@bantishikhamahanta1641 3 жыл бұрын
Bhupen Hazarika dev k dekhi sokupani ulai goise.manuh Jon atiau thakibo lagisil.😭😭kotha huni thakile u val lage🙏🙏🙏🙏
@tarenboro7794
@tarenboro7794 3 жыл бұрын
ভূপেন হাজৰিকাৰ সুন্দৰ গীত শুনি বহুতো ভাল লাগিছে।তেখেতৰ আত্মাই শান্তি লাভ কৰক।বৰ ভাল লাগিছে।
@aninditakalita8626
@aninditakalita8626 Жыл бұрын
Na na qYc All
@jogenhaloi7865
@jogenhaloi7865 Жыл бұрын
Bhupendar geetborar atit itihas jani bar upakrita halo
@kamrup133
@kamrup133 Жыл бұрын
@@jogenhaloi7865 yes
@parthaprotimhatiboruah23
@parthaprotimhatiboruah23 3 жыл бұрын
জীয়াই থকাৰ প্ৰেৰণা, সুৰৰ উৎস৷
@sondas6210
@sondas6210 Жыл бұрын
অতি সুন্দৰ অনুষ্ঠান কোনোবাই ২০২২ চনত আকৌ এই ভিডিঅ'টো চাই আছে নেকি জনাব চোন ভাল লাগিব
@dr.p.hazarika500
@dr.p.hazarika500 Ай бұрын
Bhupenda as if you are alive now. Live amidst us. Your loving touch on my shoulders reminds me the golden days of passed by.
@devdas8542
@devdas8542 Жыл бұрын
এই মহান ব্যক্তি দেৱৰ অনুষ্ঠানটো চোৱাৰ পিছত বৰ্তমান অসমৰ গায়ক গায়িকা বোৰৰ প্ৰতি এটা সাংঘাটিক অনুভব আহিছে মনত...😅. তেওঁলোকে কি মানসিকতা লৈ ইমান টকা মাননী লৈ অনুষ্ঠান বোৰ কৰি আছে 😂.... সংগীতৰ লগত জৰিত প্ৰতি গৰাকী অসমীয়াই ভূপেন দাক ভালকৈ বুজি সংগীতৰ দিশে আগুৱাই যোৱাটো সঁচাকৈ বহুত বেছি প্ৰয়োজন আছে.....
@pranabsaikia8155
@pranabsaikia8155 3 жыл бұрын
I am in ecstasy to be able to watch this program. He is my idol.
@nripengohain1112
@nripengohain1112 3 жыл бұрын
Ĺoķjmm
@mamonidevi617
@mamonidevi617 2 жыл бұрын
Ati sundor anusthan
@mousumisaikia7663
@mousumisaikia7663 3 жыл бұрын
চিৰষুগমিয়া মানুহজন,💗💗💗💗💗😭😭
@bkp9774
@bkp9774 3 жыл бұрын
Hoi sirojugomia.... bhupenda.
@rekiahmed7381
@rekiahmed7381 3 жыл бұрын
Zubeen da o hobo edin enekua
@niharranjansarma9648
@niharranjansarma9648 2 жыл бұрын
Kiman ta je porisoi... The best... Knowledge, word wow... ❤️.. The true gem
@kishorsharma140
@kishorsharma140 2 жыл бұрын
Khub val lagil anusthan ti sai aami khub vagoyokhali egoraki mohan silpi aamar majot khody Roy jab joy Aai Akhom..joy Dr.Bhupen Hazarika...💐💐💐💐💐🙏
@moitrayeebaruah
@moitrayeebaruah Жыл бұрын
Audience defines the history, the dress and the obedience to listen and interect
@localaxomiyayoutubch...9203
@localaxomiyayoutubch...9203 2 жыл бұрын
Bhupen hazrikar program to sai bohut val lagil..
@assamtinisukia4126
@assamtinisukia4126 3 жыл бұрын
বালি বীৰ-বলী বীৰ-অৰ্ধ হনুমান;নহ'ব নোপজিব শিল্গী ভূপেনদাৰ সমান।
@birendrabarman8491
@birendrabarman8491 2 жыл бұрын
Bhupen Da is a big singar and bhagan
@pranabjdas
@pranabjdas 3 жыл бұрын
Bhupen Da 🙏🙏🙏🙏🙏
@digantabablu987
@digantabablu987 3 жыл бұрын
ধন্যবাদ অনুস্থান তিৰ বাবে
@pankazbharali3262
@pankazbharali3262 3 жыл бұрын
Oti apurugiya programme sai dhoinyo holu apluto holu Great Man Bhupen Hazarika.
@pradeepsagarsmusical1934
@pradeepsagarsmusical1934 3 жыл бұрын
অতি সুন্দৰ !
@rajibdas8358
@rajibdas8358 3 жыл бұрын
Bohut val lagil. Bhupen Hazarika dev o loi pronam jonalu 🙏
@mukulkakati9584
@mukulkakati9584 3 жыл бұрын
অতীত ৰোমান্থনে আবেগিক কৰে
@ramnathborah7356
@ramnathborah7356 6 ай бұрын
ভুপেনদা ভাৰতৰ আকাশে বতাহে সদাই থাকিব,,,,,,,,,,,
@techyboynayanabh601
@techyboynayanabh601 2 жыл бұрын
Bhupenda is the heart beat of ASSAM. God bless you where you are now. L. Kakati. 6.335AM.24..8..2021.
@iamwhatiam8261
@iamwhatiam8261 2 жыл бұрын
Common People's Artist.... Salute to him...
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
Unique and ultimate programme hoi. Many many congratulations to all
@kaushikkrishnatraya3909
@kaushikkrishnatraya3909 3 жыл бұрын
শ্ৰদ্ধাৰ শিল্পী জনলৈ প্ৰণাম জনালোঁ,মোৰ জীৱনৰ প্রিয় শিল্পী ভূপেন মামা।,,,বানুমনি
@sagarpaul8028
@sagarpaul8028 3 жыл бұрын
.
@rupalimazumdar8075
@rupalimazumdar8075 3 жыл бұрын
খুব ভাল লাগিল অনুষ্ঠানটি চাই🙏
@kamrup133
@kamrup133 Жыл бұрын
এইজনা মহান শিল্পীক শত কৌটি প্ৰণাম ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nirmaladas7085
@nirmaladas7085 3 жыл бұрын
অতিসুন্দৰ ভিডিঅ' বৰ ভাল লাগিল ।
@nirmaltalukdar4562
@nirmaltalukdar4562 3 жыл бұрын
Bahut bahut bhal lagil... Bhupen Da sadai amar majat jiliki thakiba....
@babukalita2262
@babukalita2262 3 жыл бұрын
অনুষ্ঠানটো চাই এনে লাগিল যেন ভূপেন দা আজিও জিয়াই আছে ।
@birendrabarman8491
@birendrabarman8491 2 жыл бұрын
Bhupen Da mor antarat xadai jiwai thakib good blestbhupen da
@ajaypatowary7153
@ajaypatowary7153 3 жыл бұрын
Bhut vl loga entarvie ata xunibo aro dekhibo palo video to sai ane lagise mor dr bhupen hazarika dev jen jeeyai ase i love you bhupen hazarika dev
@arunpathak2120
@arunpathak2120 8 ай бұрын
নমস্কাৰ ।এই অনুষ্ঠানৰ বাবে দূৰদৰ্শনলৈ সহস্ৰ ধন্যবাদ। আপুৰুগীয়া সম্পদ হিচাপে থাকিব আমাৰ মাজত।
@premodabora6753
@premodabora6753 6 ай бұрын
Xsake Bhupen da jiyai thaka jen anubhob hoise❤...miss you Bhupen da..
@md.azimuddinahmed224
@md.azimuddinahmed224 2 жыл бұрын
Honored to DR BHUVEN HAZARIKA, a world wide Famous ASSAMESE.
@nareswarkardong1255
@nareswarkardong1255 2 жыл бұрын
মোৰ যে মনটোৱে ডুবি গৈছে।তেওঁৰ প্ৰতি শ্ৰদ্ধাত চকুপানী ওলাইছে।
@simantahazarika2221
@simantahazarika2221 3 жыл бұрын
বৰ সুন্দৰ লাগিলে অনুষ্ঠানটো।
@nilamonigogoi803
@nilamonigogoi803 3 жыл бұрын
অতি সুন্দৰ অনুষ্ঠান এবাৰ চাব ছোন ভাল লাগিব
@dhrubataid8075
@dhrubataid8075 Жыл бұрын
Bhupen mama you are great In all aspect of world ...many many regards and love too.,....Tumi ei prithibit nai jodieo hodai Amar akajkhote asa ........,
@dhrubataid8075
@dhrubataid8075 Жыл бұрын
Moreover I had played two solo album guitar instrumental album name Jhangkar and Somoli in 2003 and 2004 about the renowned song of Bhupen Mama and some noted Assamese film and modern song of Assam which was published in Assam Tribune episode Tape Talk by Apurba Sharma radio artist from All India Radio in 0ctober and 2004 November most probably ....I can't remember because of its already spent long time ......just I am sharing you all .......regards to all and love too......,Good bless all
@majbikash
@majbikash 3 жыл бұрын
ধন্যবাদ DD Assam
@pranjalsaikia7163
@pranjalsaikia7163 6 ай бұрын
Eman dhuniya kothabilak ❤❤
Return Back of Junior Bhupen Hazarika.
52:30
Media Uploads
Рет қаралды 104 М.
Хотите поиграть в такую?😄
00:16
МЯТНАЯ ФАНТА
Рет қаралды 3,3 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 55 МЛН
Last Stage Performance of Dr. Bhupen Hazarika |
18:06
Manjula Hazarika
Рет қаралды 90 М.
Bhupen Hazarika Best Song Assamese | Bhupen Hazarika Old Song
11:04
Technology Pranjal • 368k views • 1day ago...
Рет қаралды 130 М.
Кому ты в больнице нужен? | 9 серия | Скорая
28:13
LNS - Khinh thường bạn nghèo khổ || Despise the poor friend #shorts
0:55
Арсен & Мереке | 1-серия
20:51
Арс & Мер
Рет қаралды 65 М.