"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi

  Рет қаралды 419,187

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Video Edit - Dipankar Saharia
Cinematographer - Nihar Ranjan, Ravi Sankar, Shyamal Gogoi
Audio - Xulfi Nawaz
Make-Up - Binita Das

Пікірлер: 1 300
@aichengfaboruah
@aichengfaboruah 7 ай бұрын
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏
@bikash9820
@bikash9820 7 ай бұрын
সুন্দৰ অনুষ্ঠান, আগুৱাই নিয়ক......
@otit77rajvlogs58
@otit77rajvlogs58 7 ай бұрын
Sound tu thik kri labo
@mridulkumarnath5377
@mridulkumarnath5377 7 ай бұрын
8888888888988
@munmungogoi4149
@munmungogoi4149 7 ай бұрын
😊 po😊😅
@zugomili
@zugomili 7 ай бұрын
সদায় প্ৰিয় খগেন দা আৰু তোমাক কিন্তুু ধূনীয়া দেখিছে ❤❤
@anjubezbaruah9999
@anjubezbaruah9999 7 ай бұрын
বিয়া নপতা মানুহ বোৰৰ মনবোৰ সুন্দৰ আৰু বহল হয়নেকি বাৰু ? মানুহজনৰ সৰলতায়েই সফলতাৰ মূলমন্ত্ৰ ।ইমানবোৰ দেশলৈ আমাৰ সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে তথাপি অহংকাৰ নাই । এয়াই সচা শিল্পী ।আৰু তোমাৰ অনুষ্ঠানটো বহুত উচ্চমানৰ হৈছে ।প্ৰশ্ন ,সোধাৰ ভংগীমা সকলো সুন্দৰ ।অতিথি জনৰ ভিতৰৰ মানুহজনক সম্পূৰ্ণ উলিয়াই আনিব পৰাটোৱেই এংকৰ জনৰ কৃতিত্ব ।আগবাঢ়ি যোৱা ।আমাৰ শুভকামনা আছে ।
@lakshmisharma5850
@lakshmisharma5850 6 ай бұрын
Actually ki jaane he is actually living a stress-free life😊
@melomaniac5689
@melomaniac5689 7 ай бұрын
খগেন দদাইদেউৰ দৰে মানুহ এজনক তেওঁৰ দৰেই উপস্থাপন কৰিব কেৱল আপুনি হে পাৰিছে । আপোনাক ধন্যবাদ আইচেংফা
@arupborah4833
@arupborah4833 7 ай бұрын
এংকৰজনী ইমান মৰমলগা দেহি । বৰ মৰমলগা কথা বতৰা লখিমি ছোৱালী । যাৰ ঘৰৰ বোৱাৰী হ'ব খুব মৰমৰ হ'ব😍
@junmoniphukan8966
@junmoniphukan8966 7 ай бұрын
Monipuror buwari
@Story_creators.
@Story_creators. 7 ай бұрын
অহ্ বিইদেউ গৰাকী বিয়া সোমাল নি??? সছাকৈ বাইদেউ গৰাকীৰ মাতটো, তেওঁৰ কথা বতৰা বৰ মৰমলগা দুয়ো গৰাকী এ বৰ মৰমিয়াল ❤❤
@Jinu433
@Jinu433 3 ай бұрын
​Very 👍
@rimleebora6179
@rimleebora6179 6 ай бұрын
ৰ'দ ঘাই মানুহ, ফৰকাল মন.. উদাহৰণ শ্রদ্ধা ৰ খগেন গগৈদেৱ🙏🙏🙏🙏
@rinjugogoi5969
@rinjugogoi5969 7 ай бұрын
খুব ভাল লাগিল অনুষ্ঠানটো। ইমান ৰসাল খগেন দাৰ কথাবোৰ। শ্ৰদ্ধাৰ শিল্পী গৰাকীক ভগৱানে সুস্থ আৰু দীৰ্ঘায়ু কৰি ৰাখক তাকে কামনা কৰিলো।
@user-yu7np2jj7h
@user-yu7np2jj7h 7 ай бұрын
kzfaq.info/get/bejne/gdFnd8mhms-ukmw.htmlsi=GAlK8ueKl4CBKlrh
@amritgogoi781
@amritgogoi781 6 ай бұрын
❤❤❤❤❤
@bantideka5291
@bantideka5291 6 ай бұрын
Tumar voice tu kulir dore This line "Ayoooooo" so soweet 😊
@dhrubadeka7094
@dhrubadeka7094 6 ай бұрын
Skip নকৰাকৈ ইমান দীঘল video আজিয়েই প্ৰথম চালোঁ চাগে মই । অভূতপূৰ্ব ❤ খগেন দা ভালে থাকক সদাই । আৰু ধুনীয়া মইনা জনী তোমাক I LOVE YOU❤❤
@JyotismanHazarika-
@JyotismanHazarika- 6 ай бұрын
Dhet Teri I love you moina joni bule 😂😂
@rajibgogoi-nh8td
@rajibgogoi-nh8td 6 ай бұрын
Oi I love you boli nkobi moi kom boli vabi thoisu
@dhrubadeka7094
@dhrubadeka7094 4 ай бұрын
@@JyotismanHazarika- 🤣🤣🤣
@dhrubadeka7094
@dhrubadeka7094 4 ай бұрын
@@rajibgogoi-nh8td koi a dilu je
@rajibgogoi-nh8td
@rajibgogoi-nh8td 4 ай бұрын
@@dhrubadeka7094 😆😅😅😂😂🥰
@devidbaruah875
@devidbaruah875 6 ай бұрын
Bhut val lagil baa
@junmoniborah6402
@junmoniborah6402 7 ай бұрын
তেখেত আমাৰ সকলোৰে মৰমৰ সপ্মদ। একদম অন্তৰ খোলা মানুহ। খগেন গগৈ দা এশ বছৰ জীয়াই থাকক কুশলে থাকক।
@hirakkalita4141
@hirakkalita4141 7 ай бұрын
তেখেত মোৰ গুৰু মোৰ বুঢ়া সিংহ মোৰ অৰণ্যৰ ৰজা ❤ আজি চকুলোঁ তুকিলো জংকী বাৰ সেই অভিশপ্ত দৃশ্য বৰ্ণনা কৰি আজি অনুভৱ কৰিলোঁ জুবিন দাৰ ভগ্নীপ্ৰেমৰ কাহিনী তেঁওৰ দুখৰ বিননি 😢 খগেন গগৈ এজন ৰজাৰ দৰে তেওঁৰ সাম্ৰাজ্য ভাৰ চলাই গৈছে 😊 নন প্ৰজন্মক বিহু প্ৰেমৰ কাব্য পঢ়াইছে 🙏🙏 ধন্য তেওঁৰ দৰে সংহক 🥰🥰🥰@jaatra
@user-yu7np2jj7h
@user-yu7np2jj7h 7 ай бұрын
kzfaq.info/get/bejne/gdFnd8mhms-ukmw.htmlsi=GAlK8ueKl4CBKlrh
@priyabgohain1206
@priyabgohain1206 7 ай бұрын
বহুত বহুত বহুত বেছি ভাল লাগিল। মোৰ প্ৰিয় শিল্পী। ধন্যবাদ বাইদেউ এখেতক 'যাত্ৰা' ৰ 'ৰেন মৌ' ত নিমন্ত্ৰণ কৰি অনাৰ বাবে।
@moushumisoni2225
@moushumisoni2225 6 ай бұрын
আটাইতকৈ ভাল লগা পদকাষ্ট। আইচেঁফাই বৰ ধুনীয়াকৈ আঁত ধৰে সাক্ষাৎকাৰবোৰ । আইচেংফালৈ শুভ কামনা থাকিল । খগেন গগৈক খুউব ভাল পাওঁ তেওঁৰ সৰলতা আৰু অকৃত্ৰিম স্বভাৱটোৰ বাবে । "যাত্ৰা ৰেন মৌ" ই উচ্চতাৰ শিখৰত উপনীত হওক❤️❤️❤️
@achintaborah4855
@achintaborah4855 7 ай бұрын
বা জনিয়ে মাজে মাজে যে aioo বুলি কয় বৰ ভাল লাগে শুনি ❤❤
@AnthonyGonzalvesh-rv4oz
@AnthonyGonzalvesh-rv4oz 6 ай бұрын
Aichengfa u r so gorgeous and beautiful ❤
@debojitsaikia8276
@debojitsaikia8276 7 ай бұрын
খগেন গগৈৰ নিভাঁজ কথা বিলাকে সঁচাকৈয়ে মন চুই গ'ল। বহুত ভাল লাগিল।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏🙏
@dipanjaligogoi8851
@dipanjaligogoi8851 7 ай бұрын
হাৰে হিমজুৱ এগৰাকী প্ৰকৃত অসমীয়া ব্যক্তি শ্ৰদ্ধাৰ খগেন গগৈ দাদা।ঈশ্বৰে আপোনাক সুস্বাস্থৰে কুশলে ৰাখক.। ধন্যবাদ আইচেংফা🌹🥰
@jinaborgohain1909
@jinaborgohain1909 7 ай бұрын
1:17:19 খগেন ককাই দেউক 1:17:19 অসম অসমীয়াৰ সাংস্কৃতিক জগতৰ মহান সম্পদ বুলি কলেও ভুল নহব ছাগৈ ! বহুত ভাল লাগিল তাহানিৰ নজনা বহুত কথা জানিব পাৰিলো ।ৰেন মৌৰ এই যাত্রা যুগমীয়া হৈ উঠক তাৰে কামনা কৰিলোঁ । তেখেত সু স্বাস্হ্যৰে দীৰ্ঘায়ু হৈ লোক সংস্কৃতিৰ যাত্রা অব্যাহত ৰাখক ।অনুষ্ঠানৰ সকলোলৈকে অভিনন্দন জনালোঁ 🙏❤🙏
@mrigankashekharkashyap2525
@mrigankashekharkashyap2525 3 ай бұрын
অকণো ভূল কোৱা নাই❤
@ashimbharali6872
@ashimbharali6872 6 ай бұрын
বৰ ভাল লাগিল । খগেন গগৈ অসমৰ বুঢ়া সিংহ।
@BhabenKonch-xq4pu
@BhabenKonch-xq4pu 3 ай бұрын
হয় ক দেই
@bindassjibon5756
@bindassjibon5756 2 ай бұрын
আই আই দেহী শুনি ভাল লাগি গৈছে ❤khagen Gogoi. Bortta jonr kothabur huni vallagil dei hampurno khula khangkhaj axomia 👍from Dibrugrh dei
@assameseculture2486
@assameseculture2486 7 ай бұрын
eman hundor ata anushthan sai hosake bhut val lagil baa ❤❤❤
@rajbongshi9843
@rajbongshi9843 7 ай бұрын
বিহু বুলি ক'লেই মোৰ মনলৈ অহা শব্দ কেইটা হ'ল খগেন গগৈ, জুবিন গাৰ্গ, মানস ৰবীন আৰু দেৱজিৎ বৰা
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 7 ай бұрын
বহুত বহুত বহুত ভাল লাগিল অনুষ্ঠানটো। সঁচাকৈ এই মহান শিল্পী জনক শতকৌটি প্ৰণাম জনালোঁ।কি নাজানে তেওঁ, সেই তেতিয়া দিনৰে পঢ়াই শুনাই আগবঢ়া,দেশ বিদেশ ভ্ৰমি ফুৰা লোক, তথাপিও অহংকাৰ নাই। বুৰঞ্জীৰো বহুতো জ্ঞানৰ ভাণ্ডাৰ তেওঁ। তেখেতৰ এই জীৱন যাত্ৰাৰ এখন কিতাপ লিখি ওলিয়াব লাগে।তেখেত সদায় কুশলে থাকক, দীঘায়ু হওঁক 🙏🙏🙏🙏🙏🙏🙏 শুনি আমনি নালাগিল আৰু শুনিবলৈ মন থাকিল ❤❤❤❤
@ripunjoysaikia6430
@ripunjoysaikia6430 7 ай бұрын
Baa adin apuni amar atikoi moromor Chetona baidok matibo apunar showt..xokoluke birat Val pabo
@Tarali999
@Tarali999 7 ай бұрын
Yes I agree 👍
@malakaburagohain119
@malakaburagohain119 7 ай бұрын
Apunar anusthan aji pratham dexilu, imanei Val lagil koboloi vaxanai, duyu jonoloi aantorik hiyavora huvessa jonalu,
@jyotihazarika3832
@jyotihazarika3832 6 ай бұрын
শ্ৰদ্ধাৰ খগেন গগৈ দেৱৰ কথা বিলাক জানি খূউৱ ভাল লাগিল।তেখেতৰ বিষয়ে বহুত কথা জানিব পাৰিলো।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। যাত্ৰা ই যাতে আমাক আৰু ন -পুৰণি শিল্পীৰ মনৰ কথা জানিবলৈ দিয়ে।
@SanjibKumar-gk1kq
@SanjibKumar-gk1kq 7 ай бұрын
Uff Mur mar favourite Singer, Aru baa aponak aji Asomiya jiyarir sorbasesthra Rupohi Joni lagise ☺️☺️
@bontigogoi2622
@bontigogoi2622 6 ай бұрын
Bohut bohut val lagil renmou aru khagendar apunaru jibonjatra bohut digoliya houk hokoluke val giyan upohar dijaouk tare kamona karilu dhoiniyabad
@rishigogoi336
@rishigogoi336 6 ай бұрын
👌jaatra ranmow loi and khagoda loi bohut val lagel moi laik koru
@lakshyadharsonowal8680
@lakshyadharsonowal8680 6 ай бұрын
ইমান ধুনীয়া অনুষ্ঠান আগবঢ়াই দিয়াৰ বাবে চেনেহকণ যাচিছোঁ। মহান লোকশিল্পীজনৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ বাবে শ্ৰদ্ধা জনাইছোঁ। লগতে হেঁপাহৰ অনুষ্ঠান 'যাত্ৰা'ৰ যাত্ৰা অবিৰত হওঁক তাকে সহৃদয়তাৰে কামনা কৰিছোঁ।
@MadhabDas-oe3db
@MadhabDas-oe3db 7 ай бұрын
ba tumi iman dhuniya tumar mat tu aru tumar ktha btra bilak bor morm loga❤
@anilloing9195
@anilloing9195 6 ай бұрын
বহুত বহুত ভাল লাগিল । Long live both you .
@bluesea9435
@bluesea9435 6 ай бұрын
Ekdom Val lgise... Ahom best
@Pdffile786
@Pdffile786 7 ай бұрын
Khagen Gogoi,Jubeen daa always in my heart
@user-yu7np2jj7h
@user-yu7np2jj7h 7 ай бұрын
kzfaq.info/get/bejne/gdFnd8mhms-ukmw.htmlsi=GAlK8ueKl4CBKlrh
@gouravborgohain947
@gouravborgohain947 6 ай бұрын
Imn val lagil episode 2 sai.... Khogen da buli a koisu jodiu teu mur pitri tulya .... Ki j bohol monor goraki apuni... Ejon prokit hukhi manuh tak anuvab koribo pora jai.... Aru baa 2mr j kotha bur emn morom lage... Hodai ene k hahi dhemali kori thaki val val kam kori thakiba.... ❤❤
@kasturiburagohain4349
@kasturiburagohain4349 7 ай бұрын
Eman val lagil Aichenfa interview tu..hosai Khagen Gogoi dangoriya ejon oti hohoj horol hosa ontoror manuh..aichengfa tumaloi ru tumar Jatra team loi Bhogali Bihur antorik xubhessa thakil..
@hellonaba
@hellonaba 7 ай бұрын
দদাইদেউ, আপুনি আগবঢ়োৱা জীৱনৰ সংজ্ঞাটোৱে মন ভৰাই তুলিলে । সুস্বাস্থ্যৰে দীৰ্ঘায়ু হ‌ওক, তাৰে কামনা কৰিলো ।
@nihar_.r._bayan6207
@nihar_.r._bayan6207 7 ай бұрын
Baa r kotha r maje maje xei ‘Ayoo Dehi’ tu e mon sui jai 💗
@nilutpalphukan9147
@nilutpalphukan9147 7 ай бұрын
Bht besi bhl lgil duijonole morom aru honman jonaisu..aru apunar mat tu emn huola hunile huni thkibo mn jai...Long live jatra❤❤..
@anuraggoswami4108
@anuraggoswami4108 2 ай бұрын
Khagen da apuni jui. Khati assamiya ahum apuni. Jai ai Assam. ❤
@gaurabsaikia4309
@gaurabsaikia4309 7 ай бұрын
আকৌ কওঁ বা জনী ৰ নামতো আৰু বা জনী বৰ মৰম লগা ❤❤❤ খগেন ককাইদেউ অসমীয়া ৰ প্ৰাণত আছে , মোৰ এটি আক্ষেপ আছে এই ব্যক্তিসকলক আজিলৈকে সন্মুখৰ পৰা লগ পাব পৰা । খগেন ককাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো , যাত্ৰা সফল হওক❤❤❤🎉
@Nomad439
@Nomad439 7 ай бұрын
Khongen da is always rock Jun joni dekhu heijoni ai mur maiki🤣🤣🌹💚🌲❤️❤️❤️
@lsd4889
@lsd4889 7 ай бұрын
Aponar kothabor xuni thakile xuni thakiboi mon jai imn dhunia kothabor aponar ...discipline t koi kothabor .imn innocent lage aponk..❤❤❤... aru amr khagen kokaideu k mota r babe bht bht dhanyabad .. khagen kokaideu mor ataitkoi fev. Siger ... bht vl lgile episode 2 chai
@janarddansenapati8904
@janarddansenapati8904 3 ай бұрын
বহুত বহুত ভাল লাগিল । খগেন গগৈ দেৱৰ লোকসংগীতৰ জীৱন যাত্ৰা সম্পৰ্কীয় কথা জানি । আইচেংফা বাইদেউ লৈও অশেষ ধন্যবাদ , বৰ মৰম লগা মিঠা মাত কথা ৰে দৰদী মন মানসিকতাৰ । ভাল লাগিল বা আপোনাক ও । দুয়ো ৰে প্ৰতি শুভকামনা শুভেচ্ছা থাকিল । জীৱন কম্ যাত্ৰা ত আগোৱাই যাওক । বা ই ।
@MujiburRahman-ut3lu
@MujiburRahman-ut3lu 6 ай бұрын
বহুত ভাল লাগিল। অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ। খগেনদা সদায় এনেকৈয়ে থাকক🙏
@dhaneswarbaishya5221
@dhaneswarbaishya5221 6 ай бұрын
The KHAGEN GOGOI....❤❤❤❤
@Suupa_Hot_Fire
@Suupa_Hot_Fire 5 ай бұрын
Teyo gaan hunile najanu kyo sokur pora pani aru hridoi pora bujabor nuwarake modur hoi pore.❤
@johndeori7092
@johndeori7092 6 ай бұрын
Moja..Khagen Gogoi dada.. Bor val lagil.
@rahulbhuyan6936
@rahulbhuyan6936 7 ай бұрын
শ্ৰদ্ধাৰ খগেন গগৈ চাৰৰ বিষয়ে আজি যথেষ্ঠখিনি গম পালো। ইমান ধুনীয়াকৈ আজিলেকে গম পোৱা নাছিলো। খালি তেওঁ কণ্ঠটো আৰু মানুহজনক চিনি পাইছিলো। আজি ৰেংমৌ অনুষ্ঠানটোৱে তেখেতৰ বিষয়ে যথেষ্ঠখিনি জানিবলৈ, শিকিবলৈ অনুজ সকলক প্ৰেৰণা দিছে। বাকী 'বা' আপোনাৰ মাতটো বৰ শুৱলা। সেই তাহানিৰ ৰূপালী VCD খনত দেখিছিলো, বহুত সময়ৰ পাছতহে ধৰিব পাৰিছো। আপোনাৰ "আইও" শব্দটো বৰ শুৱলা কৈ ওলাই। আপোনাৰ এই অনুষ্ঠানটো সুন্দৰ হওঁক। আৰু আপুনিও ভালে থাকক। তাৰোপৰি শ্ৰদ্ধাৰ খগেন গগৈ চাৰ ভালে থাকক, দীৰ্ঘায়ু হওঁক।
@digantamech9647
@digantamech9647 7 ай бұрын
Baa apuni eman dhuniyakoi axomiya bhakha tu koi bohut val lage...love you baa..
@susantaborah8792
@susantaborah8792 7 ай бұрын
Thanks, will run after him , will accomplish..thanks for the exposure u availed
@rimamonikonwar3369
@rimamonikonwar3369 7 ай бұрын
খুবেই ভাল লাগিল, খগেন গগৈ ডাঙৰীয়া আমাৰ বাবে সদায়েই প্ৰিয়, লগতে নাং আইচেংফা ৰ প্ৰশ্ন উত্থাপনৰ কৌশল অতি মনোমোহা ।
@nripendeka9800
@nripendeka9800 3 ай бұрын
sunddar 👌🌷🌷🌷
@borah_simanta8707
@borah_simanta8707 7 ай бұрын
যাত্ৰাৰ আজিৰ অনুষ্ঠানটি বহুত বেছি ভাল লাগিল । খগেন গগৈ দেৱৰ ৰসাল কথাবোৰৰ বাবেই বৰ আপোন যেন অনুভৱ হয় । মৰমৰ শিল্পী খগেন গগৈ দেৱৰ পৰা বহু কথাই শিকিবলৈ পালো, বহু নজনা কথা জানিব পাৰিলো । তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো । লগতে মৰমৰ আইচেংফা বাইদেউকো বহু বহু ধন্যবাদ জনালো ইমান এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ হিচাপে দিয়াৰ বাবে । ১ঘণ্টা ১৭মিনিট সময় কেনেকৈ পাৰ হ'ল গমকে নাপালো । "যাত্ৰা" অনুষ্ঠানৰ যাত্ৰা অব্যাহত থাকক, ৰেন মৌৰ যাত্ৰা আৰু বহু দূৰ আগুৱাই যাওক তাৰ বাবে শুভকামনা থাকিল 💐। খগেন গগৈ দেৱৰ আৰু এটি খণ্ড "যাত্ৰা" অনুষ্ঠানটিত দেখিবলৈ পোৱাৰ হেপাঁহেৰে... ❤
@padmakumariburagohain6490
@padmakumariburagohain6490 7 ай бұрын
Khogen Gogoi deau mon khola manuh pran khola kotha bohut bhal lagil anusthanti,Gogoi dev r dirgha aayu kamona korilo.
@lakhyajitmout5531
@lakhyajitmout5531 7 ай бұрын
Manuh jon mur khub priyo❤❤❤
@ultimatecreation....
@ultimatecreation.... 7 ай бұрын
আইচেংফা বাক আজি ধুনীয়া লাগিছে ❤❤ ! আৰু বিশিষ্ট খগেন গগৈ চাৰৰ জীৱন শৈলী জানিলো লাইভ কেমেৰাত ৷ বহুত ভাল লাগিল , লগতে বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আগতিয়াকৈ থাকিল ৷❤❤
@haribaruah9280
@haribaruah9280 5 ай бұрын
শ্ৰদ্ধাৰ খগেন দা আপোনাৰ কথাবোৰ নতুন প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় হৈ ৰৱ। বিহু গাম খগেন দাৰ বিহু গীত অনুকৰণ কৰি ।
@hazarikapulak254
@hazarikapulak254 7 ай бұрын
Onustan ti notification pai asu din hajira koru krne sabole hmoi pua nai . Aji bihur dina salu bohut val lagil sai .. Ba bihur huvaisha thakil dei ❤❤❤ love from golaghat🎉aru khogen gogoi sir ror hokolu geet ai val lage❤
@Dibya565
@Dibya565 7 ай бұрын
Love from sarupathar
@Story_creators.
@Story_creators. 7 ай бұрын
ইমান যে ভাল লাগিল সাক্ষাৎ গ্ৰহণ টো চাই cmnt এটা নিলিখি নোৱাৰিলোঁ।।। আৰু খগেন খুড়াৰ কণ্ঠ ঊফ্ কি সুন্দৰ বিশেষকৈ বিহুগীত খিনিৰ কণ্ঠ।। আৰু ময়ো সেই বৰ্তমান নবস্থাপিত যি জিলা চৰাইদেউ তাৰেই এজন ল'ৰা।তাতে আকৌ খগেন খুড়াৰ যি লংপতিয়া অঞ্চল তাৰেই দাঁতিকাষৰীয়া অঞ্চল সৰুপথাৰৰ এজন ল'ৰা।।। আৰু বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল সাক্ষাৎ টো লোৱাৰ বাবে।। আৰু খগেন খুড়াৰ সেই ধেমালি খিনি ভাল লাগিল উপভোগ কৰি।।। এনেকৈয়ে ধেমালিৰ মাজেৰে আপোনাৰ জীৱন টো আৰু আগবাঢ়ি গৈ থাকক দীঘলীয়া হৈ।।।
@Amiyaofficial5510
@Amiyaofficial5510 7 ай бұрын
লংপতিয়াৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বৰদেউতা💝🍂
@hgcreation4715
@hgcreation4715 7 ай бұрын
অসমৰ বুঢ়া সিংহ খগেন গগৈ তেওঁৰ পৰা বহুত কথা জানিব লগা আছে শিকিব লগা আছে তেওঁক অনুভৱ কৰিহে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱে বিহু শিকিছে..... খগেন বৰদেউতা মই আপোনাক ভাল পাওঁ ❤
@kamalsaikia4827
@kamalsaikia4827 7 ай бұрын
Khub ata dhunia ovigota lav korilu moromor baa joni❤
@saratsaikia6514
@saratsaikia6514 7 ай бұрын
Highest level of originality and purity in every nook & corner of the programme. God bless for further works of this standard. Dr Sarat Saikia, Principal Scientist, AAU- HRS, Kahikuchi, Guwahati.
@rintugogoi9693
@rintugogoi9693 6 ай бұрын
মই তেওঁক লগ পাইছো। বৰ সুন্দৰ মনৰ মানুহ। আপোনি সদায় ভালে থাকক দদাইদেউ। আইচেংফা বাইদেউ লৈ ধন্যবাদ থাকিল।
@manashjyotigogoi1884
@manashjyotigogoi1884 3 ай бұрын
Ki j mojja lagile...Bohut kothai hikai gol programme tu aa....sakur tip nomorake salu...❤❤
@user-xn5su4vb1i
@user-xn5su4vb1i 7 ай бұрын
Bahut dinr pisot khogen da k dekhilu ,vl lagil aru kathabur bahut vl lagil.
@dhanmanideka4524
@dhanmanideka4524 7 ай бұрын
আই ও বুলি নকবচোন....মৰি যাম মই.....😅😊 বহুত ভাল লাগিল..... আগুৱাই যাওক আৰু.... কথাবোৰ বহুত ধুনীয়া ❤❤❤
@pabloescobar2018
@pabloescobar2018 7 ай бұрын
Dhut bandor mukhiya.....
@rebankumarnath4252
@rebankumarnath4252 6 ай бұрын
দাদাক দেখি সচাকৈ ভাল লাগিল বহুত বেছি ।। ছাৰে ৰবীন্দ্ৰ ভৱনত মোৰ দেউতাক ওজাপালি ৰ ইণ্টাৰভিউ লৈছিল ।। কিন্তু ককাইদেউ ক মই এবাৰ লগ পাব বহুত বেছি মন আছে কিন্তু আজিলৈকে পঁয়া নাই ।। ধন্যবাদ বাইদেউ আপুনি দাদাক মাটি আনি এনেকে আমাক চোৱাৰ এটি সুবিধা দিয়া বাবে ।।❤️❤️❤️ love frm darrang... Mangaldoi ..
@biplabhazarika6698
@biplabhazarika6698 7 ай бұрын
বৰ ভাল লাগিল আইচেংফা তুমিও সদায় আগবাঢ়ি যোৱা লগতে খগেন দালৈ বহুত বহুত শুভেচ্ছা থাকিল
@sunumohan
@sunumohan 7 ай бұрын
"আই ও," বহুত ভাল লাগে অ এই শব্দ টো আপোনাৰ মুখত শুনি♥️🥰💫
@hadharanmanuhharmonarkotha8829
@hadharanmanuhharmonarkotha8829 7 ай бұрын
আজি বা আপোনাক বৰ ধুনীয়া লাগিছে ❤। খগেন বৰতা বৰ ভাল লাগিল কথা বোৰ শুনি আপোনাৰ।
@luluborgohain9528
@luluborgohain9528 6 ай бұрын
বহুত ভাল লাগিল xosa koi e bohut val lagil bohut val kotha koise apuni......mur mon tu beya lagi asile kintu apunar kotha xuni xosa koi e mon tu val lagi gol.... ❤❤❤❤❤❤
@MrMrNipendeka
@MrMrNipendeka 7 ай бұрын
Really out standing program by ytra. Khogen daa log pai bohut val lagi. Mour ata khopun saae bhogobane jodi shakti diya moy katiba mur khomotha anokari khogenda mur gaon loi matim. Jai hind. Jai aai akhon.
@ritamonimedhi4431
@ritamonimedhi4431 7 ай бұрын
Baa apunar ktha bur bht xhj xrl❤❤❤bhut bhut mrm apunaloi
@MultiZebracross
@MultiZebracross 4 ай бұрын
ৰেং মৌ ত আইছেং ফাৰ ৰ সৈতে বন্ধু khagenor সাক্ষাৎকাৰ টো ইমান ভাল লাগিল যে দুঘণ্টা কেনেকৈ পাৰ হল কব নোৱাৰিলোঁ । সঁচাকৈ খগেন বৰ প্ৰতিভাশালী ব্যক্তি মোৰ বৰ প্ৰিয় । Anusthantuk শলাগ ললো এনে এজন শিল্পীক দৰ্শকক চিনাকি কৰাই দিয়া বাবে যিসকলে খগেন গগৈৰ বিষয়ে নাজানে । ৰেংমৌলৈ ধন্যবাদ।
@apuassam6864
@apuassam6864 7 ай бұрын
আই অ",,,, ,,, খুৱ মৰম লগা‌
@jobeducationassam574
@jobeducationassam574 7 ай бұрын
Full episode sai dilu without skip. Love you gogoida
@rabisangkarboro783
@rabisangkarboro783 6 ай бұрын
কেপচনত থকা বাক্যশাৰীয়ে মন চুই গ'ল বাইদেউ। I think this is the fact । সেইকাৰণে বিহু আহিলে, কেৱল থলুৱা অসমীয়াৰে গা সাত খন-আঠ খন নহয়, থলুৱা অসমীয়া মুছলমান, অৰ্থাৎ যিকনো ধৰ্ম বা সম্প্ৰদায়ৰ লোক। যিসকলে অসমক ভাল পায় অৰ্থাৎ ভূপেন দাৰ সুৰত যিসকল ন- অসমীয়া , তেওঁলোকৰ দেহ-মনটো বিহুয়ে মতলীয়া কৰে। সেয়েহে বিহু ধৰ্মীয় চিন্তা-চেতনাৰ ঊৰ্ধত, ইয়ে আমাৰ জাতীয় উৎসৱ।
@lachitphukan1578
@lachitphukan1578 7 ай бұрын
খোলা মনৰ মানুহ + ভোলা মানুহ = আহোম মানুহ ❤❤❤❤
@pallabgogoi6860
@pallabgogoi6860 7 ай бұрын
@nitupanboruah5646
@nitupanboruah5646 7 ай бұрын
❤❤❤ I Love bihu Assamese Joy aai axom ❤❤❤❤
@Story_creators.
@Story_creators. 7 ай бұрын
সেয়া আপোনি কৰিলেই নহয় ভূল আহোম কছাৰী কৰি।। জাত পাতৰ ভেদ নুলিয়াব ককাইদেউ।।। এতিয়াটো আমি সকলোৱে এজন এজন শিক্ষিত মানুহ হয় নে নহয় তেনে স্থলত আমি এনকোৱা কথা কলে নূশুৱাই দিয়কচোন আৰু আমি এনেবোৰ কথা কলে আৰু আমি শিক্ষিত হৈয়ো অশিক্ষিত 😊😊😊
@pagalm-rk5xy
@pagalm-rk5xy 6 ай бұрын
​@@Story_creators.Thik koisa Apuni
@digantaroy8637
@digantaroy8637 5 ай бұрын
Koch Rajbongshi beya nekii baki communities bur beya neki tetiya hole
@shanphuldas8380
@shanphuldas8380 7 ай бұрын
King of bihu (folk) and perfect guest
@kandarpasarma7929
@kandarpasarma7929 7 ай бұрын
খগেন গগৈ দেৱক আপোনাৰ অনুষ্ঠানত দেখিব পায় বহুত বহুত ভাল লাগিল | আপোনাৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ || ধন্যবাদ ||
@hemantahazarika9855
@hemantahazarika9855 7 ай бұрын
Long life Ren Mou.May God bless to Khagen kokaideo & long life with happiness health.
@user-ob6ej7bv2q
@user-ob6ej7bv2q 7 ай бұрын
আইছেংফা মাতে সঁচাই মুগ্ধ কৰিছে কৰিছে দেই
@user-vk5hc7bv3l
@user-vk5hc7bv3l 6 ай бұрын
আইও দেহি বুলি কৈছে ❤❤ ❤ বা জনিয়ে।।।
@harakantatamuli1053
@harakantatamuli1053 7 ай бұрын
Vediotu bor bhal lagil .Bout morom aru dhonyabad thakil .
@abhinashgogoi9191
@abhinashgogoi9191 7 ай бұрын
Aioooo buli kole emn j morom lge❤
@utpalphukan582
@utpalphukan582 7 ай бұрын
মই মাত্ৰ ২টা খণ্ড চাইছোঁ আৰু অকনো স্কীপ নকৰাকৈ এটা কুসুম কৈলাসৰ আৰু এটা এইটো খণ্ড দুইজন মোৰ প্ৰিয় মানুহ ❤❤❤
@tarungogoi-uz3zs
@tarungogoi-uz3zs 7 ай бұрын
Bihu Samrat Khagen Gogoi kokaideu loi heuwa jonaisu .. Atulonio Adittiya aajonma silpee Kakaideu hodai Amar hia t ♥️. Dhurba tora hoi jilliky thakibo ... aru Teo r interview luar Babe Aaisengfa tmk salute
@amiasomia349
@amiasomia349 7 ай бұрын
"Jatra"k huvasya jonalu,eman hundor ata anusthan dear babe.... Longpotiar hisape gourov koresu......❤
@brojenkhargharia15
@brojenkhargharia15 6 ай бұрын
Kogan da bor val lagel god bless you
@rishirajbongshi7317
@rishirajbongshi7317 7 ай бұрын
Love love love, to aisengfa to khagen da, lots of love❤❤❤❤
@DeepGogoi-zh5pn
@DeepGogoi-zh5pn 7 ай бұрын
❤❤❤ বহুত ভাল লগা মানুহজনৰ লগত, সাপেখাতী ৰহণ গোহাঁই গাওঁৰ পৰা বহুত মৰম আপোনালৈ
@pradipburagohain5395
@pradipburagohain5395 3 ай бұрын
Oti hundor uposthapon , Aisengpha Sister ....... Homoyar Hod Byabohar . Pradip Buragohain.
@bubulkonwar1756
@bubulkonwar1756 7 ай бұрын
আচলতে এটা অনুষ্ঠান ত কৰা প্ৰশ্ন বোৰে ব্যক্তি জনৰ কথা সুন্দৰকৈ জানিবলৈ সুবিধা হয়,আৰু বা তোমাৰ প্ৰশ্ন বোৰ মোৰ খুব মনোমোহা❤
@hrishikeshkalita9422
@hrishikeshkalita9422 6 ай бұрын
Ultimate explain. Old is always gold. ❤ Assamese culture.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো খগেন গগৈ ককাইদেউক। আজীৱন সুখী আৰু সুন্দৰ হৈ থাকক ককাইদেউ।আঈছেঙফা লৈ বহুত বহুত শুভেচ্ছা জনালোঁ।। সুন্দৰ কথন শৈলী আঈছেঙফাৰ। সুন্দৰ অনুষ্ঠানটোৰ দীঘায়ূ কামনা কৰিলো।
@debajitrajkonwar8698
@debajitrajkonwar8698 5 ай бұрын
'ৰেন মৌ' যাত্ৰাৰ আৰম্ভণি খুউব সুন্দৰ হৈছে। পৰবৰ্তী সময়বোৰত এই যাত্ৰাই সকলো দিশত এক আদৰ্শ হৈ থিয় দিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে, সেয়েহে 'ৰেন মৌ'ৰ সমূহ পৰিয়াল আৰু বিশেষভাবে 'আইচেংফা' লৈ আমাৰ আন্তৰিক অভিনন্দন ও শুভ কামনা যাঁচিলো।
@biswajitbarmanbiswajitbarm5102
@biswajitbarmanbiswajitbarm5102 6 ай бұрын
Bhut bhut vall lagil
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 45 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 47 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 344 М.
khagen mahanta & Archona mahanta Talatol Ghar ,sivasagar 2004
11:19
BrahmaLabsPodcast | Rishav Bhuyan | Priyanku Bordoloi | Nihar Kashyap
28:11
Brahma Music & Entertainment
Рет қаралды 29 М.
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 45 МЛН