এইবাৰৰ অতিথি মহাৰাণী

  Рет қаралды 73,181

Rits Time

Rits Time

Ай бұрын

এইবাৰৰ অতিথি মহাৰাণীঃ প্ৰেম, সংগ্ৰাম, বিয়াৰ পৰা আদি কৰি থিয়েটাৰৰ মালিক হোৱালৈকে প্ৰস্তুতি পৰাশৰৰ সৈতে বহু কথা...
#interview #ritstime #movies #assamese #flim #podcast #letstallkwithmonalisha ‪@PrastutiPorasor‬

Пікірлер: 115
@deepalideka718
@deepalideka718 5 күн бұрын
সচাকৈয়ে প্ৰস্তুতি পৰাশৰ এজনী সফল অভিনেত্ৰী।সুন্দৰ দক্ষতা তেওঁৰ।ভগৱানে কুশলে ৰাখক।
@bm6500
@bm6500 Ай бұрын
প্ৰস্তুতি বা এগৰাকী সৎ সাহসী এগৰাকী নাৰী ❤️ ইতিহাসৰ পৃষ্ঠাত তেওঁৰ বিষয়ে লিখি শেষ নহব❤️ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি ❤️ তেওঁৰ লগত একে লগে অভিনয় কৰিবলৈ পায় নিজকে সুভাইগ অনুভৱ কৰিছো ❤সকলোৰে লগত ইমান সহজ ভাৱে সকলোকে নিজৰ দৰে ভাবে❤ আকৌ কলো বাৰ কথা কৈ শেষ নহব ❤ আৰু এটা কথা কবই লাগিব বাৰ কথা বা বহুত মৰমিয়াল সৎ সাহসী এগৰাকী অসমীয়া নাৰী❤❤❤❤️ এটাই কথা কও বাক ভগৱানে কুশলে ৰাখক ❤
@dhritismitakalita3621
@dhritismitakalita3621 Ай бұрын
baa apunar o obhinoi bohut val hoise .2024,2025t apuni baar logot obhinoi koribo ne?prostuti baar big fan .apunar obhinoi bor val lage kintu apuni ardhangini aru mor tej mor moromt auni agoraki beleg soritrot korise kintu beyat ke val hole besi val lagil hoi . god bless you aibaro apuni thakibo baar logt aru hit hobo.❤❤
@mamonisaikia5789
@mamonisaikia5789 Ай бұрын
❤❤❤
@mousumidas8463
@mousumidas8463 Ай бұрын
ইমান ভাল লগা প্ৰস্তুতিৰ কথা বোৰ । ইমান সাহসী , শক্তিশালী মহিলা ।
@user-yz6ks2yl1f
@user-yz6ks2yl1f Ай бұрын
Barakha baa prastuti baa interview sale sai a thakibo mon jay emn dhuniya dhuniya kotha bilak knekoi je kbo pare huni a thakibo mon jay
@satyaborah1603
@satyaborah1603 Ай бұрын
প্ৰস্তুতি পৰাশৰ বাইদেউ মোৰ বাবে এগৰাকী বহুত ভাল লগা অভিনেত্ৰী । বাইদেউৰ যিটো চিন্তাধাৰা অথবা নিজা ব্যক্তিত্ব সেইটোৱেহে মোক বহুত লালায়িত কৰে। যেতিয়াই বাইদেউৰ সাক্ষাৎকাৰবোৰ চাও কিয় জানো তেওঁৰ চিন্তাধাৰা বাইদেউৰ বক্তব্যবোৰে বৰকৈ মোহিত কৰে। বাইদেউক ওচৰৰ পৰা আজিলৈকে দেখাৰ সৌভাগ্যকন আজিলৈকে হোৱা নাই তথাপিও কিন্ত্ত এনে লাগে যেন আজিৰ নৱসমাজে বাইদেউৰ পৰা বহুত কিবা কিবি শিকিব পাৰিব। প্ৰতিটো দিশতে ইমান নিপুণ । সছাই বাইদেউ প্ৰতি ক্ষেত্ৰতে একেবাৰেই practical। আপোনাৰ যি চিন্তাধাৰা যি ব্যক্তিত্ব এইবোৰে মোক বৰকৈ আপ্লুত কৰে। থিয়েটাৰ এখনত অভিনেত্ৰী হিচাপে নাটক খনৰ চৰিত্ৰটোত একেবাৰেই সোমাই পৰে এনে লাগে যেন মই এখন বাস্তৱ পৃথিৱীতহে আছো অন্যহাতে আপোনাৰ সাক্ষাৎকাৰ প্ৰত্যক্ষ কৰি থাকিলেও এনে লাগে যেন আপুনি অতুলনীয় মাতৃ, পত্নী অথবা গৃহিনী । কিন্ত্ত আপোনাৰ আটাইতকৈ ভাল লগা কথাটো কি জানে আপুনি নিজক লৈ সুখী । কাৰোবাৰ বেয়া সমালোচনা কাৰোবাৰ প্ৰতি থকা ক্ষোভ এইবোৰ একেবাৰেই নেদেখিলো। এনেবোৰ কথাৰ বাবে আপোনাক বিশেষকৈ বহুত ভাল পাও। আপোনাৰ প্ৰতিটো সাক্ষাৎকাৰতে আমনি নালাগে। কিমান যে সুন্দৰ ব্যক্তিত্ব আপোনাৰ। মই কিন্ত্ত এগৰাকী অভিনেত্ৰী, মাতৃ, গৃহিনী এইবোৰৰ সন্মুখত এটা ছদ্মনাম লগাব খোজো আমাৰ প্ৰস্তুতি বা সকলো দিশতে আদৰ্শ ৱ যেন আপোনাৰ চিন্তাধাৰাবোৰে এটা ধনাত্মক চিন্তাধাৰাৰ মাজত সোমাই ঋনাত্মক চিন্তাধাৰাবোৰ আমাৰ সমাজৰ পৰা বিলুপ্ত কৰা হওক। I have been a big fan of you...
@jinadasdeori5895
@jinadasdeori5895 Ай бұрын
Juwa rati vat khai thakute baar kotha alusona kora hoisil maa moi aru husband 3niu mili ratir vat khaj tenekoi khotom korilu koboloi vakha nai. Moromor baa joni 🥰amar hokokure prio tumi dhemaji r pora sai asu.
@priyojonorbandhun
@priyojonorbandhun Ай бұрын
ভাষাৰে বুজাব নোঁৱাৰো।হিয়ালৈ অভিনন্দন🎉❤🎉।সুন্দৰ মোৰ প্ৰিয় অভিনেত্ৰী।উজ্জ্বল হওঁক অভিনয়ৰ প্ৰতিটো সময়।আৰ্দশবাদী নাৰী।❤❤❤
@dhurbajyotiborah8743
@dhurbajyotiborah8743 Ай бұрын
প্ৰস্তুতী এজনি সাহসী আৰুখোলা মনৰ মানুহ মই বহুত লগ পাবলে মন যায়
@susmitadutta9526
@susmitadutta9526 Ай бұрын
প্ৰস্তুতি বা যোৰহাটৰ ছোৱালী,,,ৰাজনীতিলৈ কেতিয়াও যোৱাটো নিবিচাৰোঁ,,,ৰাইজৰ মৰম অভিনয় কৰি পাইছে,,,আগলৈও পাব,,,
@jinaborgohain1909
@jinaborgohain1909 Ай бұрын
প্ৰথমেই দুয়ো গৰাকী লৈকে অলেখ মৰম , আশীৰ্বাদ , শুভকামনা জনালোঁ । যাতে এনেদৰে মনৰ উদ্যমেৰে নিজৰ মনৰ আশাবোৰ বাস্তৱত ৰূপায়িত কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ জিলিকি উঠা । সচাঁকৈয়ে প্ৰস্ত্ততি এগৰাকী সকলোৰে মন জয় কৰিব পৰা অভিনেত্রী । সকলো ৰূপতে সুন্দৰ অভিনয় দেখি বৰ ভাল লাগে ।দুয়োৰে সু স্বাস্হ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏❤❤।
@BabaliHazarika-wp5jg
@BabaliHazarika-wp5jg Ай бұрын
Prastuti baa r kotha ki kom speechless bhut bhut morom aru vl pua ba loi ❤️🥰
@user-uz8im6ry2x
@user-uz8im6ry2x 6 күн бұрын
প্ৰস্তুতী কাৰনেহে‌ এনেকুৱা তান কাম কৰিছিল।আনে হ'লে নোয়াৰিলে হেতেন। প্ৰস্তুত
@briskvlogcat396
@briskvlogcat396 Ай бұрын
Barasa baa k o.Matib ..prastuti ba all time favourite
@hemaramchiary2205
@hemaramchiary2205 Ай бұрын
Bohut bohut bhal lagil, logote bohut bohut Subheshya jonalu আহি থকা dinboroloi
@rashmirekhaneog5215
@rashmirekhaneog5215 Ай бұрын
Prastuti baa tumar logot ktha patiboloi mn jaii log paboloi mn jai❤❤❤❤❤
@kabitachoudhury8621
@kabitachoudhury8621 Ай бұрын
বৰ ভাল লাগিল,❤❤❤❤❤আগবাঢ়ি যাওক ,অভিনয়ৰ যোগেদি ,শুভেচ্ছা থাকিল দুয়োগৰাকী লৈ❤❤❤
@drpurabithakuria5755
@drpurabithakuria5755 Ай бұрын
Nemcare Hospital, কঁকালৰ তললৈ বৈ পৰা একছা চুলি, কোলাত এজনী মৰম লগা চোৱালী। মই প্ৰথম তেওঁক তেনেকৈয়ে দেখিছিলো। ইমান ধুনীয়া এগৰাকী মানুহ।
@helenmonimedhi1272
@helenmonimedhi1272 Ай бұрын
অতিকৈ প্ৰিয় অভিনেত্ৰী গৰাকী ❤
@basantiboro4314
@basantiboro4314 Ай бұрын
ইমানেই মৰম লাগে প্রস্ততিজনীক মোৰ আয়ুষ কনেই তাইক দিলো। কৃষ্ণ কৃষ্ণ।
@AnnuDas-bb6zt
@AnnuDas-bb6zt 26 күн бұрын
Aponak khub val pao, baa, pathsalat Monisha baar parlarot apunak dekha, black colour mekhela sadarot. Mur manat roi gol. ❤❤❤❤❤❤
@mamanigoswami4340
@mamanigoswami4340 Ай бұрын
বৰ ভাল লাগিল কথাবোৰ শিকিবলৈ মন জায়❤
@indranigogoi4233
@indranigogoi4233 Ай бұрын
আমি যেতিয়া সৰু আছিলো তেতিয়াৰ পৰাই প্ৰস্তুতি পৰাশৰ আৰু যতিন বৰাৰ চিনেমা বুলিলে বলিয়া আছিলো। তেওঁলোকে অভিনয় কৰা এখনো চিনেমা নোচোৱাকৈ থকা নাই। বহুত ভাল লগা এগৰাকী সাহসী, সৎ ,স্পষ্টবাদী অভিনেত্রী।
@chiranjibdutta565
@chiranjibdutta565 Ай бұрын
Manuhar mon xustha hoi thakibo lagibo,xustha kaam koriboloi...baideo khub eta most important kotha raijok koi gol👍🙏
@srutidharadutta896
@srutidharadutta896 Ай бұрын
বৰ ভাল লাগিল
@mitalikalita8696
@mitalikalita8696 Ай бұрын
বৰষা বাৰ interview দিব বুলি আশা কৰিলোঁ
@kborah1637
@kborah1637 Ай бұрын
Bhal lagil
@jahnabisaikia3266
@jahnabisaikia3266 Ай бұрын
দুয়োগৰাকী প্ৰিয় নাৰী ৷ নাৰীৰ বাবে আদৰ্শ, শক্তি সকলো 💚🌻
@ratnakalita3020
@ratnakalita3020 Ай бұрын
ইমান সুন্দৰ কথোপকথন শুনি থাকিবলৈ মন যায় । ঈশ্বৰে সদায় এনেকৈ কুশলে ৰাখক ❤❤❤❤❤
@chimpineog6730
@chimpineog6730 9 күн бұрын
❤❤❤❤
@jaansaikia9308
@jaansaikia9308 Ай бұрын
No politics dei Ek dom Xosaa kothaa Anekoi thakok Raijor lagot...Xakoluwe val pai..Party join korar pisot Asamor karonehe val hoi..😀😀
@junumamali108
@junumamali108 Ай бұрын
Bahut bhal lagil
@user-rf6ki2du8v
@user-rf6ki2du8v Ай бұрын
Thanks god bless you
@pranitadas4191
@pranitadas4191 Ай бұрын
নাটকখন চালো আপোনাৰ ইউটুবত
@jutikadeka5870
@jutikadeka5870 19 күн бұрын
Anytime priyo baa joni
@thesiblingsvlogs550
@thesiblingsvlogs550 Ай бұрын
Aapuni bhut val baideo
@sushilkonwar7012
@sushilkonwar7012 Ай бұрын
এগৰাকী মহিলাই --- নিজেই প্ৰস্তুত কৰি --- সকলো দিশ নিয়াৰিকৈ -- চম্ভালি নিব পৰা তু -- সাধাৰণ কথা নহয় -- নাম যাৰ প্ৰস্তুতি --- বাঃ ধন্যবাদ -- এগৰাকী সাহসী -- প্ৰতিবাদী নাৰীৰ --- Symble হৈ ৰওক --
@Dipshikharay-ph9wk
@Dipshikharay-ph9wk Ай бұрын
Bohut val lagile❤
@assamesedolisa
@assamesedolisa Ай бұрын
All time favourite tumi ba prastuti
@Tulumoniborah250
@Tulumoniborah250 Ай бұрын
Nahibana baa obvinouotei thik asa so much love you from lakhimpur Dhalpur ❤❤❤❤❤❤
@ranigogoi187
@ranigogoi187 Ай бұрын
Best Interview ❤
@kabyashreechutia4126
@kabyashreechutia4126 Ай бұрын
Best episode
@pranitasaharia2041
@pranitasaharia2041 24 күн бұрын
Very nice ❤
@madhurimahazarika5054
@madhurimahazarika5054 Ай бұрын
Prostuti baa❤❤❤❤
@mayuriphukan6734
@mayuriphukan6734 Ай бұрын
Gd h 2u...
@pranamiborah1501
@pranamiborah1501 Ай бұрын
প্রিয় নাৰী তেওঁ ..❤️
@mayuribhatta416
@mayuribhatta416 Ай бұрын
Lots of love from nalbari❤❤..always my favorite
@moloyaborkotoky2818
@moloyaborkotoky2818 Ай бұрын
Dear Prastuti , tomar interview tu sai bor val lagil , xadai tomak val pao . Bahudin agot tomak log paisilu Dhemaji t .Moi Baligaon r buwari , Dr Rohini Barkataky r wife , Sonapur t thaku . Anek Suvessa thakil .
@smritirekha1235
@smritirekha1235 Ай бұрын
All time favourite prostuti ba❤
@bhagyashreekalita4921
@bhagyashreekalita4921 Ай бұрын
My favourite ❤️❤
@amazing.world0290
@amazing.world0290 Ай бұрын
Love u Prastuti baa
@user-ux5ud2zy9p
@user-ux5ud2zy9p Ай бұрын
My favourite actress 👍 pastuti parashar
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Tekhet egaraki bahut hahakhi avinetry tatha khulamanar byaktittar garaki .Tekhetar para naba prajanmai hikibalaga bahutei ase buli mur anuvab hay gatike tekhet aru aguwai jauk aru bhagabane tekhetak kukhale rakhak 👍👍❤️❤️❤😅😮
@biswajitkalita996
@biswajitkalita996 Ай бұрын
এক বুজাব নোৱাৰা প্ৰেম প্ৰস্তুতি বাৰ প্ৰতি। ভাল পোৱা মোৰ বা ৰ প্ৰতি অসীম।
@abhinobpsaikia4579
@abhinobpsaikia4579 Ай бұрын
I love you ba aguia jua ❤❤
@user-vn9fw8eu3k
@user-vn9fw8eu3k Ай бұрын
প্ৰস্তুতি বাক মই বহুত বেছি ভাল পাওঁ. বাৰ যি কোনো প্ৰগ্ৰেম চাই ভাল পাওঁ মই. কাৰণ বহুত বেছি ভাল পাওঁ যে.
@smitabhuyan2556
@smitabhuyan2556 Ай бұрын
এগৰাকী perfect নাৰী ❤
@atulchandraSharma
@atulchandraSharma Ай бұрын
❤❤❤❤❤
@user-zl9xo7yl4o
@user-zl9xo7yl4o Ай бұрын
RAJNITI hamparkt ji kaita hobdoya kole mur bhal lagil .
@mamoniboruahchutia5012
@mamoniboruahchutia5012 Ай бұрын
Borokha bak anibosun..❤❤
@hirakdeka5809
@hirakdeka5809 Ай бұрын
মই আপোনাৰ অভিনয় চাই বহুত ভাল পাওঁ বাইদেউ ।প্ৰায় বেছি সংখ্যক নাটকেই চাইছো ।আৰু আপুনি ৰাজনীতিত নাযায় বুলি আমাৰ দৃঢ়বিশ্বাস ।যদিও কেতিয়াবা আপুনি যায় ,মই নাটক চোৱাই সম্পূৰ্ণকৈ বাদ দি দিম ।আৰু শেষত এটা কথা কও বাইদেউ আপোনাক কিমান ভাল পাওঁ বুজাবলে ভাষা নাই ।তথাপি মই কবলৈ চেষ্টা কৰিছো যে মই মোৰ মাক যিমান ভাল পাওঁ ঠিক সিমানেই ভাল পাওঁ আপোনাকো ।যাৰ সিমা নাই অপৰিসীম ভালপোৱা ।❤❤❤❤❤❤❤❤❤
@bhanitadevi4074
@bhanitadevi4074 Ай бұрын
@popikakati4485
@popikakati4485 29 күн бұрын
❤❤❤
@purabikalita4864
@purabikalita4864 Ай бұрын
Mor atikoi val powa actress ,,,, polices ketiyao nahib anekoia thakib xodai raejor majot aponak xokaloye anekoia a val pai ❤❤
@rekhadas2322
@rekhadas2322 Ай бұрын
Super 👌 ba.love you
@bhaskarjyotisaikia2636
@bhaskarjyotisaikia2636 Ай бұрын
“প্ৰথম আৰম্ভণি“ খাপচাৰা লাগিছে৷ প্ৰথম বা আৰম্ভণি একেটাই
@user-mw7lj5ym9i
@user-mw7lj5ym9i Ай бұрын
❤❤❤❤❤❤❤❤
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 Ай бұрын
😊😊😊😊
@user-rf2es5yp3h
@user-rf2es5yp3h Ай бұрын
Tumak bor morom lage ba
@ranjandas-dt4nk
@ranjandas-dt4nk Ай бұрын
Love you ❤️❤️❤️❤️ ba mur priyo ba joni
@PallabiBorah7
@PallabiBorah7 Ай бұрын
প্ৰিয় নাৰী মোৰ প্ৰস্ততি বা❤❤
@user-vn9fw8eu3k
@user-vn9fw8eu3k Ай бұрын
প্ৰস্তুতি বা আপুনি যদি নতুনকৈ চিনেমা পৰিচালনা korib বিচাৰিছে তেতিয়া হলে .মোৰ নিজৰ real কাহিনী দিম .আপুনি চিনেমা বনাই দিব কাৰণ মোৰ নিজৰে বহুত হেঁপাহ মোৰ জীৱনত হৈ যোৱা ঘটাটো মই চিনেমা ৰূপ দিম. Plz বা মোক ata reply দিব. যদি আপুনি বিচাৰে মই আপুনাক মোৰ লগত হৈ যোৱা সকলো কথা কৈ দিম.
@chimkideka1866
@chimkideka1866 Ай бұрын
Kali teo thoka cinema akhon realise hobo
@udeshnasaikia7045
@udeshnasaikia7045 Ай бұрын
Nice video ❤ 😮😮 udeshna from jorhat
@user-mj9rs5yh5l
@user-mj9rs5yh5l Ай бұрын
Ba❤❤❤❤
@monichoudhury59
@monichoudhury59 Ай бұрын
Anekoi val rajnitit jabo nalage ami xrur prai sai aha agraki xahxi avinetri
@abhinobpsaikia4579
@abhinobpsaikia4579 Ай бұрын
Salu dei ❤
@chandramasaharia6604
@chandramasaharia6604 Ай бұрын
Avinetri khn maii saisu... Moi lucky❤❤
@preetirekhacreation3075
@preetirekhacreation3075 Ай бұрын
Baai Rajneeti nkora tuye bisaru hodai ovinetri hoi thkbo priyo ovinetri ❤
@armancompany7546
@armancompany7546 Ай бұрын
Rajnitit najabo dai❤❤❤❤
@Gojoff4448
@Gojoff4448 Ай бұрын
God bless u baa.
@HappyLife-888
@HappyLife-888 Ай бұрын
Moi ardhangini you tube ot sai bhut kandilu aru bar natok bur sable nisa lagi gl sb saisu afalr pra
@kanaklatadas960
@kanaklatadas960 Ай бұрын
Moi j apunak kiman val pao bujabo nuaru... apunar nisina dom thka buli koi mk bhute
@BinaGohain-un2ot
@BinaGohain-un2ot Ай бұрын
Moi bht vl pao proshtuty porakhor k
@dhrubajyotidas7031
@dhrubajyotidas7031 Ай бұрын
Grihobondini is my favourite one।।।।
@SewaliBorah-vv2ye
@SewaliBorah-vv2ye Ай бұрын
Faltu
@chimkideka1866
@chimkideka1866 Ай бұрын
​@@SewaliBorah-vv2yeki
@chimkideka1866
@chimkideka1866 Ай бұрын
​@@SewaliBorah-vv2yekio koisa
@SaratNath-hg3ly
@SaratNath-hg3ly Ай бұрын
Thanks
@J.GVlog6
@J.GVlog6 Ай бұрын
😮😮😂
@ikuborkakati8075
@ikuborkakati8075 Ай бұрын
Monalisha ba Luna lahkar ba interview ata lobo sun
@user-zg3ps5ez3h
@user-zg3ps5ez3h Ай бұрын
Borsha bak Anibo sun
@AnimaTamuli-uf2jb
@AnimaTamuli-uf2jb Ай бұрын
Ba apunak ovinoy jogot khonte val lage rajnitile najabo..
@gautamdutta340
@gautamdutta340 Ай бұрын
Prostuti baa nari kendrik akhon val cinema lage akharay bat sam
@Sansankasanjibblog
@Sansankasanjibblog Ай бұрын
Manalisha ba apunak xarute dekhisilu acting kora apuni aru acting nokore neki ? Mor aru eta anirudh ase apunar exomoyor co artist Sagarika Goswami bak Maribo sun
@monmisgoodlife3769
@monmisgoodlife3769 Ай бұрын
সীমাহীন ভাল পাও বা
@jurihaloi6062
@jurihaloi6062 Ай бұрын
Prasuti baar suwali k matibosun
@KankanaDas-qb4ei
@KankanaDas-qb4ei Ай бұрын
Mor o mon asil baa actress huar kintu mur husbend a suport nkore
@MrinaliHandiaue
@MrinaliHandiaue Ай бұрын
Kuna kuna facbookr pora sai ahisa 😅
@filismaahmed8092
@filismaahmed8092 Ай бұрын
Barsha Rani bishaya baak lagee
@user-eq9fu2qj3n
@user-eq9fu2qj3n Ай бұрын
নাটকত যিমান স্বাধীনতা লৈছে ৰাজনীতি ত নাই
@rimjimborah4533
@rimjimborah4533 Ай бұрын
Natak keikhn KZfaq t di kntu bor vl kam krise teu
@jadunath8167
@jadunath8167 Ай бұрын
Raijor kathak gurutta nidiea
@chimkideka1866
@chimkideka1866 Ай бұрын
Kune
@sushilkonwar7012
@sushilkonwar7012 Ай бұрын
Din pisat rati ahi -- b
@upakulparashar8628
@upakulparashar8628 Ай бұрын
Munmi kalita baa k lage please 🙏
@nilutpolduttaphotography4703
@nilutpolduttaphotography4703 Ай бұрын
Sobata akol podcast balag topic nai
Ojaantric || Assamese Podcast ft. @PrastutiPorasor   || Ep.92
53:37
Oasis Motion Films
Рет қаралды 125 М.
🤔Какой Орган самый длинный ? #shorts
00:42
Best father #shorts by Secret Vlog
00:18
Secret Vlog
Рет қаралды 22 МЛН
HOW DID HE WIN? 😱
00:33
Topper Guild
Рет қаралды 45 МЛН
🤔Какой Орган самый длинный ? #shorts
00:42