সুধাকণ্ঠৰ অনুষ্ঠানত অস্তিত্ব ৰখা তৰালী শৰ্মা

  Рет қаралды 36,323

BAARTA LAAP

BAARTA LAAP

4 ай бұрын

সুধাকণ্ঠৰ অনুষ্ঠানত অস্তিত্ব ৰখা তৰালী শৰ্মা
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #podcasts #taralisarma #tarali #assamesepodcust

Пікірлер: 249
@mallikagogoi2362
@mallikagogoi2362 4 ай бұрын
ইমান সৰলতা , ইমান আকুলতা বিচাৰি পাওঁ তেওঁৰ মাজত । শাঁত পৰি যোৱা কোমল মাত , শুনিলে শুনি থাকিব মন যায় ❤❤❤ ।
@Sabi-ta
@Sabi-ta Ай бұрын
ইমান মৰম লগাকৈ কেনেকৈ কথা কব পাৰে বা আপুনি, বহুত মৰম আপোনালৈ ❤। এতিয়ালৈ 3 বাৰ চালো অনুষ্ঠানটো।
@pompikakati9211
@pompikakati9211 4 ай бұрын
অতিকৈ প্ৰিয় বা গৰাকী❤তেওঁৰ গান আৰু কথা কোৱাৰ যি সৰলতা, প্ৰকাশভংগী❤ সঁচাকৈয়ে বহুত বেছি প্ৰিয়❤ কৰ্মক্ষেত্ৰলৈ যাওঁতে বাছত তেওঁৰ গান লগাই হেডফোনত ❤ উফ্ মই টো এখন বেলেগ পৃথিৱীলৈয়েই গুচি যাওঁ ভালে থাকক তেওঁ❤
@nitaparashar7638
@nitaparashar7638 4 ай бұрын
খুউব প্ৰিয় ব্যক্তি তৰালী বা , প্ৰিয় নাৰী , কিবা এক সন্মোহন আছে তেখেতৰ ব্যক্তিত্বত , কথাবোৰত , ইমান মিঠা , শুৱলা , শুনিলে শুনি থাকিব মন যোৱা , আমনি নালাগে কেতিয়াও , বহু শিকিব পাৰি তেওঁৰপৰা , অসমীয়া সংগীত-সংস্কৃতি অথবা সমাজখনক সমৃদ্ধ কৰি ৰখা মোৰ প্ৰিয় নাৰীগৰাকীলৈ অলেখ শুভকামনা ও মৰম জনালোঁ , কুশলে থাকক তৰালী বা ❤
@hazarikamani
@hazarikamani 4 ай бұрын
আপোনাৰ ব্যক্তিত্ব তথা কৰ্ম-সৃষ্টিৰাজিত আই সৰস্বতী বিৰাজমান। জীৱনৰ প্ৰতিটো দিশকে ইমান সাবলীল, অমায়িক,সুন্দৰকৈ উপস্থাপন কৰে আপুনি, ই মোৰ বাবে এক প্ৰেৰণা । সদায় অসমৰ লোক কলা-সংস্কৃতি জয়ৰ ধ্বজা উৰুৱাই যাওক, তৰালী বা। 🙏 #Successisbeinghappy😊 ধন্যবাদ চক্রপাণি দা ।
@denimbrands6402
@denimbrands6402 4 ай бұрын
ধন্য এই জীৱন। বৰ সুন্দৰ সময় বোৰৰ সাক্ষী হব পালো গানবোৰ সদায় প্ৰিয়! এসময়ত সকলোবোৰ অতীত হৈ যাব ,নতুন প্ৰজন্মৰ বাবে বুৰঞ্জী হৈ ৰব এখেত সকল
@anjubezbaruah9999
@anjubezbaruah9999 4 ай бұрын
কিমান তন্ময় হৈ শুনিছোঁ ।আমনিৰ প্ৰশ্নই হব নোৱাৰে । বহু ব্যস্ততাৰ মাজত এটা স্বৰ্গীয় অনুভূতিৰ সময় উপভোগ ।কৰি আছোঁ ।
@suntarasonowal4273
@suntarasonowal4273 4 ай бұрын
সত্য আৰু সৰলতাই সঁচা জীৱন। বহুত ভাল লাগিল চাই।
@ChitraLahon
@ChitraLahon 4 ай бұрын
প্ৰিয় শিল্পী গৰাকীক বাৰ্তালাপত পাই আনন্দিত হৈছো।বৰ ভাল পাওঁ তৰালী শৰ্মাৰ গীতবোৰ । চক্ৰপাণি ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনালো।
@PrabitraKalita-ng5zh
@PrabitraKalita-ng5zh 4 ай бұрын
অশেষ ধন্যবাদ ছাৰ ❤ইমান সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে।❤
@manashrajbongshi6633
@manashrajbongshi6633 4 ай бұрын
Bahut val lagil ..Priyo silpi gorakir interview Sai ...henguliya xopune gaan tu mor bahut Priyo ...
@ffhknachgaming95
@ffhknachgaming95 4 ай бұрын
ইমান মিঠা মাত হৃদয়ৰ গভীৰৰ মৰমৰ মাত, শুনিলে শুনি থাকো যেন লাগে, যেন বাৰ্তালাপত টোপা টোপে মৌৰ বৰষুণ। আৰু এটা দীঘলীয়া খণ্ড বনাবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।🙏
@monikaborah7495
@monikaborah7495 13 күн бұрын
এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ ❤️❤️❤️___I LOVE YOU torali ba❤❤❤
@user-tj9rl3qm1d
@user-tj9rl3qm1d 4 ай бұрын
Khub val laage. Huni thakibor mon jai.Long live.
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox 4 ай бұрын
যেতি‌য়াই ম‌ই অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়াই তৰালী শৰ্মাৰ গান শুনো। বহুত ভাল লাগে। ধন্যবাদ বা।
@anjubezbaruah9999
@anjubezbaruah9999 4 ай бұрын
বহুত দিনৰ মূৰত অনন্য সুন্দৰ অনুষ্ঠান এটি চালো চক্ৰপাণি ।আগৰ চক্ৰপাণিক ঘূৰাই পাইছো ।মাজতে কি যে অন্ধবিশ্বাসৰ প্ৰসাৰ আৰম্ভ কৰিছিলা । সমাজ পৰিবৰ্তন, নৱপ্ৰজন্মলৈ ভাল বাৰ্তা কঢ়িয়াই নিবলৈ এনেকুৱা অনুষ্ঠানৰ বৰ প্ৰয়োজন । তুমি অন্ততঃ এনেকুৱা অনুষ্ঠানেই কৰিবা ।তৰল কাম কৰা মানুহ বহুত আছে বৰ্তমান সময়ত ।
@girishphukan4335
@girishphukan4335 4 ай бұрын
তৰালী শৰ্মা এগৰাকী সুগায়িকাই নহয় , তেওঁঁ এগৰাকী বিদুৰ্ষী মহিলা ৷
@rubidangoria8487
@rubidangoria8487 4 ай бұрын
তৰালী বা আপোনাৰ সকলো বিলাক গীতেই মোৰ বহুত ভাল লাগে। গীত বিলাকৰ প্ৰতিটো শব্দ ই হৃদয় খন চুই যায়। আগলৈও আমাক এনেদৰে সুন্দৰ সুন্দৰ গীত উপহাৰ দি থাকে যেন।
@anuron2264
@anuron2264 4 ай бұрын
Khomy bht bestro monbur bht kiba kibi bisari habathuri khai thoka sinta ...kin2 aji apunr kotha khuni mont2 nijor thanloi gussi ahilu ....khosai ai Joni moi ..I'm kosto dibo nlge nijok ..❤ thank you din2 VL koi par hol
@jitendrasaikia9508
@jitendrasaikia9508 3 ай бұрын
ইন্টাৰভিউ টো বহুত ভাল লাগিল । তৰালি শৰ্মাৰ বিষয়ে বহুত কথা জানিব পাৰিলো❤❤❤❤❤❤❤❤❤❤❤❤
@usharengoni1910
@usharengoni1910 4 ай бұрын
উপচি পৰিলে মন।লালিত্য ভৰা কথবোৰ, ৰূপকথাৰ সাধু শুনাৰ দৰে মন্ত্ৰমুগ্ধ হৈ শুনি গ'লো।ধন্যবাদ, বাৰ্তালাপ❤
@user-pj9vg9db8t
@user-pj9vg9db8t 4 ай бұрын
এখন সঁচা বহল অন্তৰৰ গৰাকী তৰালী শৰ্মা । পৰাশৰ লৈ ধন্যবাদ ।
@junmonisharma4390
@junmonisharma4390 4 ай бұрын
Khub hundor...bohut base vl loga manuhgoraki
@dhrubajyotikashyapphotogra9231
@dhrubajyotikashyapphotogra9231 3 ай бұрын
এই শিল্পী গৰাকী মোৰ খুৱেই প্ৰিয় লগতে হৃদয়ৰ কথা শুদ্ধা চক্ৰপাণি দা যদিও তৰালী বা আমাক গানৰ সংখ্যা কম দিছে শব্দ বোৰৰ অৰ্থ দিছে লাখ লাখ সেই বাবে হয়তো প্ৰিয় গায়িকা মোৰ জীৱনৰ
@kailashchsarma619
@kailashchsarma619 3 ай бұрын
'বাৰ্তালাপ'ত আজি জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কণ্ঠশিল্পী তৰালী শৰ্মাৰ মনৰ কথা,গীতসমূহৰ সৃষ্টিৰ আঁৰৰ কথা আৰু ব্যক্তিগত জীৱনৰ কথাবোৰ জানি অভিভূত হ'লো । এগৰাকী সৰলমনা,নিষ্পাপ মানসিকতা, অমায়িক আৰু সু-সংস্কাৰৰ মাজেৰে গঢ় লোৱা শিল্পী তেওঁ । প্ৰকৃত শিল্পীসত্বাৰ অধিকাৰী তৰালী শৰ্মাৰ প্ৰতিটো কথাতে যেন শিকিবলগীয়া বহু দিশ আছে । বিশেষকৈ সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাশীলতা আৰু মৌলিকতা অক্ষুন্ন ৰখাৰ দায়বদ্ধতাৰ দিশটোত আপ্লুত হ'লো । কেবল শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে নহয়, হৃদয় স্পৰ্শ কৰিব পৰা গভীৰতাৰ গীতৰ মাজেৰেহে প্ৰতিষ্ঠা লাভ কৰাৰ মহৎ উদ্দেশ্যখিনিৰে অবিৰত হৈ থকা শিল্পীগৰাকীৰ সঙ্গীত সাধনাৰ যাত্ৰা আনৰ বাবে অনুকৰণীয় আদৰ্শ হওক, তৰালী শৰ্মা নিজস্ব প্ৰতিভাৰে আৰু অধিক উদ্ভাসিত হওক-সেই আশাৰে তেওঁলৈ যাচিলো অলেখ শুভকামনা । লগতে দুঘন্টাৰ অনুস্থানটিত শিল্পীগৰাকীৰ লগতে দৰ্শক-শ্ৰোতাসকলকো মোহাচ্ছন্ন কৰি ৰখা চক্ৰপাণি পৰাশৰকো ধন্যবাদ জনালোঁ ॥
@user-jj4hr6ch6e
@user-jj4hr6ch6e Ай бұрын
Believe nokoribo moi xubo loi only audio tu lgai xunibo loisu suddenly apuni tenekoi koise je only audio xunibo mur goosebumps ahi goise ...aguwai jaok xoloku...amr xomajkhn vl houk
@pranjalsarma6061
@pranjalsarma6061 4 ай бұрын
xosake vl lagil,, chakra daa.. mor favorate baa jonik loi aha babe❤
@tanaydas9134
@tanaydas9134 4 ай бұрын
দুয়ো গৰাকীৰে কথাবোৰ শুনিলে শুনি থাকিবলৈ মন য়ায় , সময়খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো ।
@lunabora6362
@lunabora6362 4 ай бұрын
এনে সুন্দৰ বাৰ্তালাপ আমি সদাই আশা কৰো❤
@bantibora750
@bantibora750 3 ай бұрын
প্ৰিয় শিল্পী গৰাকীৰ মনৰ কথা বোৰ শুনি খুউব ভাল লাগিল❤💐
@rupalidevi6047
@rupalidevi6047 4 ай бұрын
বহুত ভাল লাগিল ❤❤
@dayswithpronami1027
@dayswithpronami1027 27 күн бұрын
প্ৰিয় গায়িকাগৰাকী,মৰমৰ শ্ৰ্দ্ধাৰ,উফ কি ধুনীয়া অনুষ্ঠান।সচাকৈয়ে ৰাতি শুই শুই হেডফোনত শুনি আছো।তেখেত কুশলে থাকক তাৰে কামনা কৰিলো।❤❤
@kantanarah8466
@kantanarah8466 4 ай бұрын
তৰালী বা ৰ গোটেই গান ভাল লাগে ,,, গোটেই খিনি গান হৃদয় চুই যায় ,,,❤❤❤ হেঙুলিয়াৰ আহিবা তুমি দূপৰ নিশা যেতিয়া পৃথিৱী শুব মোৰ খুবেই প্ৰিয়,,,ধন্যবাদ তৰালী বা আমাক ইমান ধুনীয়া ধুনীয়া গান আগবঢ়াই দিয়াৰ বাবে,,,আশা কৰোঁ আৰু অতি সোনকালে নতুন নতুন গান আমালে আগবঢ়াই দিয়ে যেন,,,আৰু ধন্যবাদ থাকিল বাৰ্তালাপ ৰ সমূহ সদস্যক্,,,
@DiSaTLC
@DiSaTLC 4 ай бұрын
Pure,simple dinbur jodi ako ghuri ahe amar Axomoloi..
@junmonigohain16
@junmonigohain16 4 ай бұрын
তৰালী শৰ্মালৈ ❤❤ বহুত বহুত মৰম ।
@im_ishanjyoti
@im_ishanjyoti Ай бұрын
ভাল লাগিল❤
@jbpriyammusical9216
@jbpriyammusical9216 4 ай бұрын
"অনুৰাগ তোমাৰ বাবে " ❤❤❤the song, this vedio ❤️🫀🫀
@kabitachoudhury8621
@kabitachoudhury8621 3 ай бұрын
বহুত বহুত ভাল লাগিল।❤❤❤❤❤🙏🙏🙏
@tribeniborahbhuyan9296
@tribeniborahbhuyan9296 4 ай бұрын
আজি বাৰ্তালাপ অনুষ্ঠানটো চাই বহুত বেছি ভাল লাগিল ।কাৰন দুয়ো গৰাকী ব্যক্তিয়েই মোৰ অতি প্ৰিয় ।
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 2 ай бұрын
মানু্হ জনীক বহুত ভাল লাগে। বহুত বহুত অমায়িক হয়। সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী হয়।🎉
@nipadeka7847
@nipadeka7847 22 күн бұрын
Duyuloi bhut besi marm valpowa 🙏💐💐
@rajupachani2572
@rajupachani2572 4 ай бұрын
প্রিয় গায়িকা❤❤
@user-qd5wm3fb1z
@user-qd5wm3fb1z 4 ай бұрын
তৰালী বা গান শুনি বহুত ভাল লাগে❤
@hbkbora9938
@hbkbora9938 3 ай бұрын
Mur hodai priyo apuni Tarali ba❤❤enekoi val val gan amak upoher di jauk apuni❤❤
@hariprasadgogoi9009
@hariprasadgogoi9009 4 ай бұрын
Bohut bhal lagil
@mallikadeka141
@mallikadeka141 4 ай бұрын
তৰালী শৰ্মাৰ গান আৰু কথা শুনি বৰ ভাল লাগে।কথাবোৰ ইমান সাৱলীল ভাৱে কব পাৰে।
@rijumonigoswami4492
@rijumonigoswami4492 4 ай бұрын
Val lagil❤❤❤
@pranjalkashyap9634
@pranjalkashyap9634 4 ай бұрын
তৰালী বাৰ গানবোৰ....... হৃদয়স্পৰ্শী ❤❤❤❤❤❤
@monosreegogoi5157
@monosreegogoi5157 Ай бұрын
বা সদায় প্ৰিয়❤ ধন্যবাদ চক্ৰ দা❤
@user-sd9id8ho2m
@user-sd9id8ho2m 4 ай бұрын
সঁচাকৈয়ে ভাল লগা তৰালী বা aru তেওঁৰ গান বোৰ ❤❤❤
@bhargovscanvas5438
@bhargovscanvas5438 4 ай бұрын
ইমান ধুনীয়া কথাবোৰ ❤😍
@sittakalita6131
@sittakalita6131 3 ай бұрын
53:03 হেঙুলিয়া ❤ উফ অনন্য তৰালী বা ❤❤❤
@user-rh5rr5yo3r
@user-rh5rr5yo3r 4 ай бұрын
সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰোৱা বাবে আপোনাক ধন্যবাদ ।❤❤
@pragyasaikia5261
@pragyasaikia5261 3 ай бұрын
🤲🤲🤲🤲 অতিকৈ প্ৰিয় তৰালী বা। অনন্য-অপূৰ্ব-অনুপম উপহাৰ দিলে। অতিকৈ শ্ৰদ্ধাৰ দুয়োলৈ অশেষ ধন্যবাদ।
@diptidas9319
@diptidas9319 2 ай бұрын
বহুত ভাল লাগে মোৰ তৰালী শৰ্মাক। দেখিলেই গাটো ভাল লাগি যায়।
@urmideka2292
@urmideka2292 4 ай бұрын
শ্ৰনামধন্য বা গৰাকীৰ গীতবোৰে মন বুকু বাৰুকৈ জুৰাই ক'বলৈ ওঠত ভাষা নাই অ'।
@deeshadutta9944
@deeshadutta9944 4 ай бұрын
Thank u Dada apunak,eman val agoraki atithik mati ana babe🙏Ba apuni mur bohut priyo,apunar gaan mur priyo..ata ata gaan yai bohut bar hunu..Love u Ba❤4m Sivasagar
@IamKallyan
@IamKallyan 4 ай бұрын
Torali baar protitu onusthanei dhunia
@kuhi8584
@kuhi8584 4 ай бұрын
ঊফ কি ক'ম 🥺🥺 টোপনি যোৱাৰ আগত তেখেতৰ গান লগাই শুই যোৱাৰ মজাই বেলেগ ❤ আগ্ৰহ সদায় তোমালৈ বা ♥️♥️
@rdassam9458
@rdassam9458 4 ай бұрын
Tarali bar logt aru eta episode lage dada❤
@pubaliborah7017
@pubaliborah7017 3 ай бұрын
আটাইতকৈ ভাল লগা episode এইটো।
@Rinku_1.O
@Rinku_1.O Ай бұрын
অপূর্ব ❤
@user-ul9kn6yj8p
@user-ul9kn6yj8p 4 ай бұрын
Bahut val lagil aru bahut kotha hikibo parilu
@namitasaikia9142
@namitasaikia9142 Ай бұрын
❤❤Tarali ba... Bohut morom tumaloi
@zeetbarman2250
@zeetbarman2250 4 ай бұрын
Best of the best singer ❤
@AxomAmarRupohii
@AxomAmarRupohii 4 ай бұрын
Bor dhuniya lagil Baideu. Omulyo homoy ❤
@sandhyadas7651
@sandhyadas7651 4 ай бұрын
অতি সুন্দৰ আলাপ শুনি বৰ ভাল লাগিল
@Ankita-7002
@Ankita-7002 2 ай бұрын
ufff তেখেতৰ voice ...❤❤❤ teo hahi tu ... tekhetor kotha bur ... vale thakok baa ...protitu gaan t artho bisari pao ...❤❤❤❤
@user-ji9er5yi1j
@user-ji9er5yi1j 28 күн бұрын
ইমান ভাল লাগিল❤❤বুকু চুই গ'ল
@bandanakalita2087
@bandanakalita2087 3 ай бұрын
Khub val lagil.
@nipubora4330
@nipubora4330 4 ай бұрын
Love you ba... bohut bohut Val lagil .......
@khasminchoudhury7682
@khasminchoudhury7682 Ай бұрын
অন্যতম প্ৰিয় ব্যক্তি, বহুত বহুত মৰম বা আপোনালৈ। ভালে থাকক আপুনি 🥰
@ratnakalita3020
@ratnakalita3020 3 ай бұрын
ইমান মৰম লগা ইমান সৰলতা কথা বোৰ । চাই হেঁপাহ নপলাই শুনি থাকিবলৈ মন য়াই
@pilusworld2632
@pilusworld2632 4 ай бұрын
কথাবোৰ শুনি থাকিবলৈয়ে মনযায়,❤❤
@user-jr2zc8jq4j
@user-jr2zc8jq4j 3 ай бұрын
Bhut vl lgil
@pijushsaikia5167
@pijushsaikia5167 4 ай бұрын
One of the top most female singers of Assam
@jibanray1250
@jibanray1250 4 ай бұрын
Best episode ❤❤
@nimishaduttabhuyan9542
@nimishaduttabhuyan9542 4 ай бұрын
তৰালী , তোমাৰ কথাখিনি শুনি বৰ ভাল লাগিল।কথা ক'লে ও বৰ মিঠা মিঠা লাগে। সহজ-সৰল বৰ অনুপম ❤️❤️🙏
@kangkanachutia7844
@kangkanachutia7844 Ай бұрын
সঁচাই তেওঁৰ কথাই মন- মগজু স্পৰ্শ কৰি যায়🌻
@KaSiYali
@KaSiYali 4 ай бұрын
মৰমৰ কথা❤
@manishadeka6600
@manishadeka6600 3 ай бұрын
তৰালি শৰ্মা বাইদেউক কিমান ভাল পাও,কোৱাৰ প্ৰয়োজন নাই।অনুভৱেই যথেষ্ট ❤️❤️❤️❤️❤️
@sangitabhuyan8637
@sangitabhuyan8637 4 ай бұрын
ভাল লগা মানু্হ গৰাকী ❤❤
@user-zu7fs7li5h
@user-zu7fs7li5h 3 ай бұрын
Dhuniya lgil saii❤
@jayshreealishaangarikamili7157
@jayshreealishaangarikamili7157 4 ай бұрын
Tarali baak bohut bhal pao...bohut srrodha koru . Tarali baar gaan huni monot bohut hanti pao. Baar kathabur huniye thakibo mon jai. Baar proti bohut respect...love you Baa❤
@navajyotisaikia6698
@navajyotisaikia6698 Ай бұрын
অনুষ্ঠান টো গোটেই খিনি চালো।মন ভৰি গল।এনেকুৱা অতিথি নিমন্ত্ৰণ কৰিবা।
@KalpanaSaloi-lw9ry
@KalpanaSaloi-lw9ry 4 ай бұрын
My favourite singer ❤❤❤ love you ba
@anupriyaYein
@anupriyaYein 4 ай бұрын
সেউজীয়া মনৰ গৰাকী... তৰালী বা 💚🫂
@himshikhaborthakur2643
@himshikhaborthakur2643 26 күн бұрын
প্ৰিয় তেওঁ❤💐
@dulumonihatimuriahatimuria427
@dulumonihatimuriahatimuria427 4 ай бұрын
উহ ❤ কিমান ভাল পাও বুজাব নোৱাৰো |চক্ৰপানী পৰাশৰ আপোনালৈ বহুত ধন্যবাদ ||
@PujaBarman-fh7sk
@PujaBarman-fh7sk 4 ай бұрын
I love torale ba
@anamikaboruahanandhara3674
@anamikaboruahanandhara3674 29 күн бұрын
তৰালি বা আপোনাৰ কথাখিনি শুনি ইমান ভাল লাগিল যাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। অন্তৰ চুই গ'ল।
@manasrimoumun8432
@manasrimoumun8432 4 ай бұрын
তৰালী বা💚...দেখিলেই এমুঠি জোনাক যেন, এমুঠি সেউজীয়া যেন অনুভৱ হয়,কুশলে থাকক সদায়েই প্ৰিয় বা জনী চিৰসেউজীয়া হৈ। ধন্যবাদ ইমান এটা সুন্দৰ অনুষ্ঠানৰ বাবে।
@paporigogoi23
@paporigogoi23 4 ай бұрын
প্ৰিয় শিল্পী সদায়❤
@bijumanisarma5961
@bijumanisarma5961 4 ай бұрын
মুকলি মুকলি গানটো দিনটোত এবাৰ হ'লেও শুনো। আপোনাৰ প্ৰতিটো গানেই হৃদয় চুই যায়।❤❤
@nirmalibaishya6593
@nirmalibaishya6593 4 ай бұрын
Thank you Dada. Mor bahut besi val loga Ba joni
@debajani100rightchamua8
@debajani100rightchamua8 3 ай бұрын
Evergreen person ❤
@toxic_multimedia7209
@toxic_multimedia7209 3 ай бұрын
আমনি লগাৰ প্ৰশ্নই নাহে । কিমান যে সুন্দৰ অনুষ্ঠান ।
@JyotiRekha-nt7lu
@JyotiRekha-nt7lu 19 күн бұрын
Love you torali ba
@nirupamasaikia1089
@nirupamasaikia1089 4 ай бұрын
Bahut bahút val làgil ,
@radiolover..6422
@radiolover..6422 Ай бұрын
প্ৰিয় অনুষ্ঠানত প্ৰিয় শিল্পী.... ভালে থাকক ❤️
@user-wd1xh7fd7p
@user-wd1xh7fd7p 23 күн бұрын
বহুত ভাল লাগিল গোটেইখিনি চালো তথাপি আমনি নালাগিল
@dipamanidas1258
@dipamanidas1258 4 ай бұрын
Torali baa apuni bohut amayik❤ apuni mor priyo bohut ❤ apunar sinta dhra bohut gobhir ❤❤❤
The child was abused by the clown#Short #Officer Rabbit #angel
00:55
兔子警官
Рет қаралды 25 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50
59:04
Oasis Motion Films
Рет қаралды 106 М.
Proposal Accept কিয় নকৰিলে ? || Anindita paul Opens Up || Assamese Podcast
1:05:54
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 4,8 М.
The child was abused by the clown#Short #Officer Rabbit #angel
00:55
兔子警官
Рет қаралды 25 МЛН