No video

কংগ্ৰেছৰ বাবেই ভংগ হ’ব নেকি বিজেপিক প্ৰতিহত কৰাৰ সপোন?

  Рет қаралды 4,401

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
কংগ্ৰেছৰ বাবেই ভংগ হ’ব নেকি বিজেপিক প্ৰতিহত কৰাৰ সপোন? লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰৰ পাছতেই ভূপেন বৰাৰ সুৰ সলনি। আলোচনা অবিহনেই সিদ্ধান্ত কিয় বিৰোধী ঐক্যমঞ্চৰ সভাপতিৰ? ভূপেন বৰাৰ মন্তব্যৰ পাছতেই মিত্ৰজোঁটত মহাজঁট।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 50
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
ভুপেন বৰা দাঙৰিয়া আৰু গৌৰৱ গগৈ দাঙৰিয়াক এটা আহ্বান জনালোঁ এতিয়াও বহুত সময় আছে বিৰোধীৰ লগত আলোচনা কৰি খেলিলে বহুত ভাল হৱ আৰু তিনি গগৈ অবিহনে অসমত চৰকাৰ গঠন কৰিবলৈ কেতিয়াও নোৱাৰা তিনি গগৈ অবিহনে বিজেপিক হৰুৱাবলৈ বহুত কঠিন হৱ এতিয়াও বহুত সময় আছে 100 বাৰ চিন্তা কৰি লোৱা কাৰণ অখিল গগৈ সঁচা কথা কৈইচে আৰু অখিল গগৈ দাঙৰিয়াৰ বহুত অৰিহণা আছে অসমত আৰু নহ'লে বৰপেটাৰ দৰে অৱস্থা হ'ব পাৰে
@basantaborgohain5372
@basantaborgohain5372 Ай бұрын
ভূপেনক কোনোবাই ডাঙৰ টোপ দিছে চাগে, নে কি?
@JagatChetia-qq3qj
@JagatChetia-qq3qj Ай бұрын
সভাপতি পদৰ পৰা নমাই দিয়ক ।বি জে পি লগত গোপন বুজা বুজি ভুপেন বৰাৰ।
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
_কংগ্র জৰ্প্রার্থীক ভোট দিয়াটো সন্দেহ আছে |
@premsuba1847
@premsuba1847 Ай бұрын
ভূপেন বৰা ডাঙৰীয়াই বিৰোধী ঐক্যক সন্মান জনাই আলোচনাৰ জৰিয়তে সিদ্ধান্ত লৈ আগবাঢ়িলে ভাল হ'ব!
@mahimuddinlaskar4939
@mahimuddinlaskar4939 Ай бұрын
ভূপেন বরাক সভাপতির পরা বদলানো জরুরি হৈ পড়িছে।
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
Miya chup kla😂
@dadugogoi5548
@dadugogoi5548 Ай бұрын
ভূপেন বৰা দেৱ, অলপ হওঁতে হকলো হল বুলি ভবাটো ডাঙৰ ভূল হব । অলপ চিন্তা কৰিব।
@SNJNJM
@SNJNJM Ай бұрын
ভুপেন বৰাৰ কাৰণে congress অসমত চৰকাৰ গঠন কৰিব নোৱাৰে । কাৰণ তেওঁ অকলেই সিদ্ধান্ত লৱ খুজে । বিৰুদ্ধি দলৰ লগত থাকি ব লাগে । তেনে হ'লে 2026অসমত congress চৰকাৰ গঠন কৰিব পাৰে
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
right 1000000000%
@premodharphukan1101
@premodharphukan1101 Ай бұрын
ভুপেন বৰাই বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ লোৱা সিধান্ত সঠিক হোৱা নাই ৷
@user-hg3di5bz7w
@user-hg3di5bz7w Ай бұрын
ভূপেন বৰা হিমন্তৰ মানুহ
@akashdowari3479
@akashdowari3479 Ай бұрын
ভূপেন বৰাক আঁতৰাব লাগে। সি হিমন্তৰ মানুহ হয়। তাৰ কাৰণেই ধেমাজি হাৰিলে
@rlaskarkam3616
@rlaskarkam3616 Ай бұрын
ভূপেন বৰা ডাঙৰীয়াই বিৰুদ্ধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ উপ নিৰ্বাচন খেলিলে ভাল ফল নাপায় ।
@mahmudabbas4197
@mahmudabbas4197 Ай бұрын
অসমৰ ৰাইজে বিজেপিক ভেটিবলৈ হে কংগ্ৰেছক ভোট দিছিল। কংগ্ৰেছীক দেখি ভোট দিয়া নাছিল। কাৰণ কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ মানুহৰ দ্বাৰাই পৰিচালিত হৈ আছে।
@north-eastentertainment8895
@north-eastentertainment8895 Ай бұрын
বিশ্বাস ঘাতক বুলি কলেও ভুল নহব। সৌ সিদিনাৰ কথা পাহৰি পেলাইছে চাগে ভূপেন বৰা ডাঙৰীয়া।
@thetribaltraveler
@thetribaltraveler Ай бұрын
Bhupen Bora ejon goru… Gaurav gogoi a lead lobo lage
@RubulBora-t7o
@RubulBora-t7o Ай бұрын
Right akhil gogoi.
@dsaikia8980
@dsaikia8980 Ай бұрын
ভূপেন বৰাই "মিত্ৰ" শব্দৰ অৰ্থ বুজি নাপায়।
@balinbora7788
@balinbora7788 Ай бұрын
Actually 100 per cent right
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
ভূপেন বৰা ডাঙৰীয়া আপুনি নিজকে কি বুলি ভাবিছে ? আপুনি আমি বিলাক আছিলো কাৰণে এই যেগা পায়ছে , মোৰ মোৰ শব্দতো বেছি কৈছা কি আছে তোমাৰ তুমি মূৰ্খৰ দৰে ---
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
State commitee president হিচাপে ভূপেন বৰাই বুজা ভাল। অকলে খেলিলে কি উত্তৰ ওলাই সময়ে কব।
@MadanRay-rg6tm
@MadanRay-rg6tm Ай бұрын
Bhupen borar olop ohongkar hoise
@user-kn9ly9np6u
@user-kn9ly9np6u Ай бұрын
Bhupen borar kam nai silent thakimbo lage
@assamecomedy2275
@assamecomedy2275 Ай бұрын
😂ভুপেন পাগল বৰা😂তয় কংগ্ৰেছৰ ধংশ মুল মানুহ।কবিতা লিখাত মন দিয়ক😂।
@gunjanofficial7141
@gunjanofficial7141 Ай бұрын
নিকাই chala কিছুমান কথাই বৰ আশাত sesa Pani Dale
@user-hr1qq9hl3u
@user-hr1qq9hl3u Ай бұрын
Without alliance çongr ess. solely cannot defeat BJP, It is 100 percent sure ,
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপিক মানুহে ভাল দল বুলি যেনেকৈ ভোট নিদিয়ে ঠিক তেনেকৈ কংগ্ৰেছকো ভাল দল বুলি ভোট নিদিয়ে।কংগ্ৰেছক ভোট দিছে কেৱল বিজেপিক ভেটিবলৈ।কাৰণ কংগ্ৰেছক ভোট নিদিলে বিজেপিক হটাব নোৱাৰি।আচল কথা এইটোহে।তাতে কংগ্ৰেছ ইমান অহংকাৰী আবশ্যক নাই।বৰ্তমান"বিজেবি য়ে অপশাসন চলোৱাৰ দৰে কংগ্ৰেছেও অপশাসন চলাইছিল।সেয়ে বিজেপিকে আদৰি লৈছিল। নহলে কংগ্ৰেছক আতৰোৱাৰ প্ৰশ্নই নুঠিল হেতেন!!কাৰণ কংগ্ৰেছ বিজেপিৰ পাৰ্থক্য একো নাই;মানুহো একেবোৰেই;দম্ভালি চৰিত্ৰও একেই;শোষণ আৰু তোষণ নীতিও একেই;।পাৰ্থক্য ইয়াতেইঃ-কংগ্ৰেছৰ দিনত আঠুৱা-কম্বল;বিজেপিৰ দিনত অৰুণোদয়;লাখপতি;।কংগ্ৰেছেও বাংলা দেশী ভোটেৰে অসম বা ভাৰতত নিজৰ দলৰ ভেটি মজবুত কৰাৰ চিন্তা আছিল;ঠিক তেনেকৈ বিজেপিয়ে" হিন্দু বাংলাদেশীক বৰ পীৰা পাৰি"দি গাদী মজবুত কৰাৰ পৰি"কল্পনা কৰি আছে।পাৰ্থক্য অকল হিন্দু মুছলিম।বাকীবোৰ একেই। আমিও কংগ্ৰেছৰ লগত থাকি বিজেপিৰ"পৰা"ৰক্ষা পোৱাৰ"কিবা "উপায়"আছে নেকি ভাবি কাম কৰি"আছো;অসমীয়া মহাভাৰতত থকা কাহিনী মেকুৰী"আৰু নিগনিয়ে"বন্ধু"পতাৰ দৰে!
@akahamed5173
@akahamed5173 Ай бұрын
মিত্র তারে খেলিলে ভাল হবো চাগে
@jibongogoi6940
@jibongogoi6940 Ай бұрын
ভূপেন বৰাই ৰাজনীতি কৰিব নাজানে l
@user-nh5js7qn6n
@user-nh5js7qn6n Ай бұрын
Congress seems to be hopeless
@user-nb8io6lk3l
@user-nb8io6lk3l Ай бұрын
Bhupen bora apunar ki hoise Eman ohangkor huwa to Val nohoi aru Congress dubibo
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Mr nhupen BJP zindabad
@rupenchdeka6297
@rupenchdeka6297 Ай бұрын
Birudhi oikyamanch abihone congress O hb
@tapanray3836
@tapanray3836 Ай бұрын
Bhupen Bora sir or ba ki onko korse. Akhil gogoi ji koy vl koy
@prahladdas6664
@prahladdas6664 Ай бұрын
Gasat kothal yuthat tal nou khawtai salbal Congressor dosa anakuai hobo!
@lachitgogoi5082
@lachitgogoi5082 Ай бұрын
why don't you try to understand ? what the people of Assam wants. plz. leave aside your ego and act according to the wishes of the people of Assam.
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
😂😂😂😂😂😂😂😂
@RIYAflowercards121
@RIYAflowercards121 Ай бұрын
ভাল কথা কৈছে ভূপেন বৰা
@ranobasumatary7206
@ranobasumatary7206 Ай бұрын
Right
@Kamaljj7xz
@Kamaljj7xz Ай бұрын
বিজেপিক বিৰুধীয়ে প্ৰতিহত কৰিবই লাগিব নিকি ? সংবাদ মাধ্যম নিৰপেক্ষ হয়নে ? এই চেনেলটোতেই সদায় দেখোন বিজেপিৰ বিৰুদ্ধেহে মাত মতা বা বাতৰি পৰিবেশন কৰা দেখি আহিছোঁ কিন্তু কিয় ? অসমৰ ৰাইজে এতিয়া ভাল দৰে বুজিব পৰা হৈছে আচলতে কোনটো শুদ্ধ... অসমত এতিয়া বিজেপিক কোনেওঁ পৰাভূত কৰিব নোৱাৰে....
@DostAfjalurRahman
@DostAfjalurRahman Ай бұрын
😂😂😂😂😂😂😂😂
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,5 МЛН
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 18 МЛН
娜美这是在浪费食物 #路飞#海贼王
00:20
路飞与唐舞桐
Рет қаралды 7 МЛН
পুনৰ এক হ’ব নীতিশ-লালু !
4:15
The CrossCurrent
Рет қаралды 1,6 М.
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,5 МЛН