No video

LIVE | Himanta Biswa Sarma on Gaurav Gogoi | অৱশেষত গৌৰৱ গগৈক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে N18L

  Рет қаралды 209,887

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Himanta Biswa Sarma on Gaurav Gogoi | অৱশেষত গৌৰৱ গগৈক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#live #news18assamnelive
#gauravgogoi #himantabiswasarmapressmeet #lspolls #loksabhaelctionresults #guwahati #rokibul #kokrajhar #gauravgogoi #bijulikalitamedhi #miraborthakur #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 598
@sumanborah9605
@sumanborah9605 2 ай бұрын
গৌৰৱ গগৈয়ে এদিন প্ৰধান মন্ত্ৰী হব লিখি ৰাখক
@jagadishsharma252
@jagadishsharma252 Ай бұрын
Toi rastrapati habi.
@usharanichanda4331
@usharanichanda4331 Ай бұрын
@@jagadishsharma252 PM hobo Gourov gogoi Pakistan or
@sharatmaina4918
@sharatmaina4918 2 ай бұрын
আমি এজন দক্ষ, যোগ্য প্ৰতিনিধিক পাই বহু সুখী, গৌৰৱবোধ কৰিছোঁ ৷ এইয়া ৰাইজৰ জয় ৷ অসমীয়া, হিন্দী, ইংৰাজী সকলো ভাষাতে পাৰ্গত, সদনত সৎ সাহসেৰে ৰাইজৰ সমস্যা বিলাকক লৈ মাত মাতিব পৰা, অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা, অত্যন্ত কৰ্মোদ্যমী, নিষ্ঠাবান ব্যক্তিজনৰ পৰা আমি বহু আশা কৰোঁ... গৌৰৱ গগৈ দেৱলৈ আমাৰ আকৌ এবাৰ আন্তৰিক অভিনন্দন🎉🎉
@jaryumome3843
@jaryumome3843 2 ай бұрын
Apunar kotha tu thikei koise kintu baki Electric-media sampurna apunar biporit deki pau 😂😂😂
@usharanichanda4331
@usharanichanda4331 2 ай бұрын
Aru urdu tu aru bhal amr Congress netar .. Hoyne
@user-lg8sh9gv8v
@user-lg8sh9gv8v 2 ай бұрын
Ahonkarai patan
@MaoBourah
@MaoBourah 2 ай бұрын
THIK koise dalali BJP cm pention deok
@dilipdas6144
@dilipdas6144 2 ай бұрын
গৌৰৱ গগৈ এগৰাকী সুদক্ষ নেতা ।তেও সংসদত সবল ভূমিকাত আজিৰ যুৱপ্ৰজন্মই সমৰ্থন কৰিছে।
@syedjeherulislam2938
@syedjeherulislam2938 2 ай бұрын
Yes GG as like, Honorab'l MP sri heem baruah.....jak ami assam's lione buli sinaki dio.....Parliament kenek neherul lgt kotha koisil....
@user-jx1gb2qv3n
@user-jx1gb2qv3n 2 ай бұрын
যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজক চেলুট ৷
@user-ie8zl5ch8k
@user-ie8zl5ch8k 2 ай бұрын
গৌৰৱ গগৈক কোনজন ভগৱানে গঢিলে তেওঁ কিয় আনক বেয়া নাপাই সদায় তেওঁ ক যি সমালোচনা কৰে তেওঁ ক সদায় আগবাঢ়ি যোৱাটোহে আশা কৰে হায় কি ভগৱান তুমি ইমান মহত
@khetraburagohain2501
@khetraburagohain2501 2 ай бұрын
আপোনালোকে এনেকৈ সছা কথা কৈ থাকিলে এই অহংকাৰী বোৰ সমাজৰ পৰা নাইকীয়া হ'ব।
@AbdulSahez
@AbdulSahez 2 ай бұрын
অহংকাৰ হলে পতন হোৱাটো খাটাং। ইয়াৰ পৰিনিতী এদিন ভোগ কৰিব লাগিব ।গৌৰব গগৈ জিন্দাবাদ ।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 2 ай бұрын
Gaurab Gogoi dagabaj sur
@dilipsaikia9506
@dilipsaikia9506 2 ай бұрын
মুছলমানৰ মূৰত পিন্ধা টোপিটো পিন্ধি মুছলমানৰ ধৰ্মীয় অনুষ্ঠানত ইফটাৰ গ্ৰহণ কৰা, ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰি যিটো দলত থাকি দলত বিশৃংখলতাৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী হ'বলৈ বিচৰা সময়লৈকে কোনো দিনা কতো হিন্দুৰ হৈ মাত নমতা ফোপোলা ডিগ্ৰী লোৱাজনৰ কথা আমি কেনেকৈ বাৰু বিশ্বাস কৰিম! গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিল বাৰু! ঠেলাৱলা ৰিক্সাঅলাইও কাৰোবাক চৰিয়াব বুলি কোনে কৈছিল বাৰু! সেই উগ্ৰ ডিগ্ৰীধাৰী লোকজনৰ কথা আমি জনমে জনমে বিশ্বাস নকৰো। আমি আজন্ম হিন্দু। বালিত মুৰগোজা জনৰ হিন্দুত্বৰ ফৰ্মূলাত আমাৰ মুঠেই বিশ্বাস নাই। ৰাম মন্দিৰ আমাৰ হৃদয় ত আছে। ৰাম মন্দিৰ সাজি ঢাক ঢোল বজাই হিন্দুত্বৰ ধ্বজা উৰুওৱা সকলে ফৈজাবাদ (অযোধ্যা) তে ৮৫ শতাংশ হিন্দু থকা ঠাইতেই নিৰ্বাচন জিকিব নোৱাৰিলে! সেই হিন্দুত্বৰ কেচেট শুনাতো উজনি মধ্য নামনিৰ সকলো লোকেই বন্ধ কৰিলেই মঙ্গল হব বুলি ভাবো। মুল্য বৃদ্ধি আকাশলঙঘী হৈছে, নিয়োগৰ সুবিধা নাইকিয়া হৈ আহিছে, চৰকাৰৰ ফ্ৰী বস্তুবোৰৰ মুখলৈ নাচায় নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা অৱস্থা নাইকিয়া কৰি অনাৰ পিছতো সকলোফালে চমৎকাৰ উন্নয়নৰ ফটাঢোল বজোৱাত আমি মুঠেই গুৰুত্ব নিদিওঁ।
@digantapegu8977
@digantapegu8977 2 ай бұрын
100%correct.
@jurihandiquegogoi9173
@jurihandiquegogoi9173 2 ай бұрын
বিজেপি ৰ মন্ত্ৰী সকলে টুপী পিন্ধি ইপতাৰ কৰা নাই দেখা নেকি, আপুনি অন্ধ ভক্ত ।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 2 ай бұрын
Dilip saikia r kotaha খিনি জুৰি handiqe এ বুজি নাপালে।
@mriduldas6352
@mriduldas6352 2 ай бұрын
জেললৈ যোৱাৰ ভয়ত আমাৰ মানুহ বুলি কোৱাত মোৰ কবলৈ ভাষা নাই
@SivaDihingia
@SivaDihingia 2 ай бұрын
গৌৰব গগৈ লগত আমি সদায়েই থাকিম যোনে যি নকয
@user-ie8zl5ch8k
@user-ie8zl5ch8k 2 ай бұрын
গৌৰৱ গগৈ লগত আমি সদায় থাকিম। ভাৰত ধমনিৰপেশ দেশ ইয়াত হিন্দু মুছলমান ৰ কি কথা আছে তেওলোকৰ কথা কৈ থকাতকৈ দেশৰ উন্নতিৰ কথা চিন্তা কৰিব লাগে🎉🎉🎉
@user-lj8yl5vk4z
@user-lj8yl5vk4z 2 ай бұрын
Tumar mati jetiya loi Lobo gom pabo.
@LutfulFulwar
@LutfulFulwar 2 ай бұрын
Right 👍
@LutfulFulwar
@LutfulFulwar 2 ай бұрын
​@@user-lj8yl5vk4zএইখন পৃথিৱী হয় , তুমি নিজৰ আইক ভাল পালে আনৰ আইক ঘৃণ কৰা জানো উচিত 😠😠
@user-bg7dv7eu9d
@user-bg7dv7eu9d 2 ай бұрын
গৌৰৱ গগৈ শুভ কামনা কৰিলো ভৱিষ্যতে ভালে হওক ধন্যবাদৰ
@antareepgoswami7539
@antareepgoswami7539 2 ай бұрын
প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱৰ পুত্ৰ হিচাপে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই যি সৰলতা দেখুৱাইছে। ন বিজেপিৰ এজনৰো সেই গুণ নাই। তেখেতৰ সেইয়াই বিশেষ গুণৰ ফলতেই ভবিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰো।🙏🙏
@dadugogoi5548
@dadugogoi5548 2 ай бұрын
হাঁহি উঠে। এজন মুখ্য মন্ত্ৰীৰ মুখৰ লেকাম নাইকীয়া বাক্য। কি কব ? 😙😀😃🤣
@jitulkalita4455
@jitulkalita4455 2 ай бұрын
গৌৰৱ গগৈ কিবা এটা ভাল লাগে যুব প্ৰজন্মৰ লগতে মিলা এজন ভাল নেতা , অসমৰ মুখ্যমন্ত্ৰীৰ হৈছে কূটনৈতিক নেতা , ২০২৬ চনত হিমন্ত বিশ্বশৰ্মাৰ ডাঙৰীয়া , পিযুজ হাজৰিকা , জয়ন্ত মল্ল এইবোৰ অন্তৰিক ভাবে বিদায় দিয়া হব ৰাইজে ৰজা এতিয়া , পিযুজ হাজৰিকা সন্ধানহীন হৈ আছে ,
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 2 ай бұрын
Gourab Gogoi murzabad
@Raj-barman
@Raj-barman 2 ай бұрын
​@@SAILENDRAPRASADGOSWAMI ,ki a Randy r sole, BJP saport kora kita boinaksudi r sole
@faridaahmed5968
@faridaahmed5968 2 ай бұрын
Gourab is a symbol of unity, strength and positivity for assam, s people.
@chitralekhagogoi3256
@chitralekhagogoi3256 2 ай бұрын
গৌৰৱ গগৈৰ দৰে ভদ্ৰলোক আমাৰ গৌৰৱ, অসমৰ গৌৰৱ। এজন ৰাজনীতিক এনেকুৱাই হ'ব লাগে।
@pritidehingia759
@pritidehingia759 2 ай бұрын
মামা😂😂😂😂,,,শকুনি মামা কুৰুক্ষেত্ৰ যুদ্ধৰ মুল নায়ক আছিল, ক‌ংস মামায়ে নিজ ভগ্নীকো অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল ।মামা নামাকৰণ টো শুভ সংকেত নহয়,,,
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 ай бұрын
অতি সুন্দৰকৈ কথাখিনি বুজাই দিছে আপুনি, ভাল লাগিছে, বৰ্তমানৰ বিজেপি চৰকাৰ খন অতি অহংকারী, অহংকারীৰ অধঃপতন হবই, সত্য কথা।
@alokbarman8982
@alokbarman8982 2 ай бұрын
এজন সত আৰু সাহস থকা মনুহ। তেওঁ এদিন চীফ্ অফ আছআম হব ।
@ktamuli6039
@ktamuli6039 2 ай бұрын
নেতাসকলৰ কথনশৈলী আদৰ্শগত হোৱা উচিত। এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিছে ।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 2 ай бұрын
Bal palon korise
@ktamuli6039
@ktamuli6039 2 ай бұрын
@@SAILENDRAPRASADGOSWAMI অভদ্ৰ । গোস্বামী উপাধিৰ ব্যক্তিসকলক সংস্কাৰী বুলি আমি ভাৱো ।
@GUNINBHUYAN-pj2ve
@GUNINBHUYAN-pj2ve 2 ай бұрын
হিমন্তৰ দুই নম্বৰী বজাৰখন জনিকা পৰিবলৈ বেছি দিন নাই।
@MamuBora-wn5wf
@MamuBora-wn5wf 2 ай бұрын
News 18 zindabad
@JakirHussain-ru1ul
@JakirHussain-ru1ul 2 ай бұрын
আপোনাৰ কথাখিনি ইমান ভাল লাগিল যে বাৰে বাৰে শুনিব মনযাই আছে । এনেদৰে আপোনালোকে ৰাইজৰ হৈ কামকৰি যাওক ধন্যবাদ ।
@user-hs8cp9de1t
@user-hs8cp9de1t 2 ай бұрын
ভুপেন হাজৰীকাই গিতট গাইছিল আজিৰ অসমিয়াই নিজক নিছিনিলে অসম ৰসাতলে জাব।
@user-yz2rj5xt5s
@user-yz2rj5xt5s 2 ай бұрын
গৌৰৱ গগৈ অসমৰ এজন সুদক্ষ নেতা। কিন্তু সংসদত অসমৰ হকে মাত মাতি কিবা দাবি কৰা অনআৰযে ক্ষমতা অসমৰ সংসদ সকলৰ নাই এইটো ডাঙৰ সমস্যা।য'ত অন্য ৰাজ্য এই ক্ষেত্ৰত আগবঢ়া। বিহাৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ক্ষেত্ৰত চাওঁক।
@monjitchangmai4123
@monjitchangmai4123 2 ай бұрын
কৰমই ধৰ্ম । কৰম কৰি যাওক গৌৰৱ হবই।
@pranatiborthakur9462
@pranatiborthakur9462 2 ай бұрын
গৌৰৱ গগৈ অসমৰ সুযোগ্য নেতা, নতুন প্ৰজন্মৰ বাবে আদৰ্শ।
@AbdulSahez
@AbdulSahez 2 ай бұрын
আমাক ধৰ্মলৈ ৰাজনীতি কৰা নেতাৰ প্ৰয়োজন নাই ।অসমত মূূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে ।
@DebojitkrboraBora
@DebojitkrboraBora 2 ай бұрын
।।তাহানিৰ কুৰুক্ষেত্ৰৰ মামা আৰু অসম চৰকাৰৰ মামাৰ।।বচন সমুহ একে জন ৰছকেই ৰচনা কৰা যেন লাগে।।
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 ай бұрын
বিজেপিৰ বিপদ কালে বিপৰীত বুদ্ধিৰ জন্ম হৈছিল, তাৰে ফল পাইছে, গৌৰৱ গগৈ অতি ভাল মানুহ।
@puremathematics3013
@puremathematics3013 2 ай бұрын
Real hero.
@janarddansenapati8904
@janarddansenapati8904 2 ай бұрын
ৰাইজে এই বাৰ উচিত সিদ্ধান্ত লৈছে । জনপ্ৰতিনিধি গণতান্ত্ৰিক হোৱাটো বিচাৰিছে ।
@Sikhabordoloi-xk7ug
@Sikhabordoloi-xk7ug 2 ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়ালৈ স্বাগতম।
@bhukanchungkrang51
@bhukanchungkrang51 2 ай бұрын
বিশেষকৈ অসমীয়া মানুহে হিন্দু মুছলিম বুলি নাভাবে। ৰাজনৈতিক মুনাফাঅৰ্জনৰ কৰা সকলে হিন্দু মুছলিম বুলি ভাবিবলৈ বাদ্য কৰায়। পিছে ৰাইজে বুজি পাইছে,
@sureshmohan8165
@sureshmohan8165 2 ай бұрын
Himonta বৰ্ণহিন্দু ৷আমি বৰ্ণহিন্দুক ঘিণা কৰো৷
@carshorts7621
@carshorts7621 2 ай бұрын
আমাৰ আহোমৰ নিজা ধৰ্ম আছে পৰিচয় আছে।
@advika...8603
@advika...8603 2 ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ ❤❤❤
@user-wi1vh8zj4u
@user-wi1vh8zj4u 2 ай бұрын
গৌৰবক আমক লাগে
@rituborah6961
@rituborah6961 2 ай бұрын
Your news is very excellent.❤
@bimalgogoi6026
@bimalgogoi6026 2 ай бұрын
গৌৰৱ গগৈৰ দক্ষতা সম্পৰ্কত অসমৰ জনসাধাৰণৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে,সংসদত হিন্দী, আৰু ইংৰাজী ভাষাত গৌৰৱ গগৈৰ দেৱে সৱল ভাৱে যুক্তি প্ৰদৰ্শন কৰা সকলোৱে প্ৰত্যক্ষ কৰি আহিছে । সেয়েহে, আমি ভাৱো , তেওঁ পৰৱতী মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে, আৰু 2026ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । কিয়নো ,গৌৰৱ গগৈ সকলোৰে অতি প্ৰিয় ।গৌৰৱ গগৈ জিন্দাবাদ ।❤❤❤
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 2 ай бұрын
কিছুমান সাংবাদিকে নিৰপেক্ষ ভূমিকা লোৱা যেন নালাগে ।কিন্তু নিৰপেক্ষ ভাৱে সত্য বাতৰি পৰিবেশন কৰাটো আমি সকলোৱে বিচাৰোঁ ।তাৰোপৰি কিছুমান বাতৰি বৰ পেঘেনিয়া ই থাকিলে বৰ আমনি লগা হয় ।আপোনাৰ বিশ্লেষণ ভাল লাগিল হাজৰিকা ডাঙৰীয়া ।
@Randeep-kb1xh
@Randeep-kb1xh 2 ай бұрын
এনেকৈ কংগ্ৰেছত ঘূৰি অহাৰ পথত মুকলি কৰিব যেতিয়াই কেন্দ্ৰত বিজেপিৰ নিশ্চিত ভাৱে শাসনৰ শেষ পতন ঘটিব লগে লগে বিজেপি ত্যাগ কৰি আকৌ কংগ্ৰেছত যোগদানৰ চেষ্টা কৰিব ।
@user-tk7pf8vl2p
@user-tk7pf8vl2p 2 ай бұрын
Yes yes yes sir very Very good
@khogenborah8276
@khogenborah8276 2 ай бұрын
Gaurav Gogoi is the asset of India.May God bless him ! 🙏
@maamirhussain3196
@maamirhussain3196 2 ай бұрын
ইমান দিনে News 18 অসম ৰাইজৰ পক্ষত নাছিল।এতিয়া আপোনালোকৰ বিশ্ব গুৰুৰ বেয়া দিন দেখিহে আপোনালোকে ভালকৈ কথা কবলৈ ধৰিছে
@jyotidoley9484
@jyotidoley9484 2 ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰৱ আমাৰ গৌৰৱ
@HarenGogoi-my4kw
@HarenGogoi-my4kw 2 ай бұрын
EXCEPTIONAL NEWS
@user-mk8ui3ov4d
@user-mk8ui3ov4d 2 ай бұрын
নিজৰ জেগাত সকলো জাতিকে শান্তিৰে থাকিবলৈ দি উন্নয়ন ৰ কথা চিন্তা কৰক বিষয় ববীয়া সকলে
@bishnuboro3165
@bishnuboro3165 2 ай бұрын
অহঙ্কাৰ ইশ্বৰে কেতিয়াও মাফ নকৰে ।আমি আতাই ভবাৰ দৰে মাৰ গৰ্ভত হিন্দু মুছলিমৰ জন্ম হোৱা লোৱাতো কোনেও কব নোৱাৰাৰে ।
@kanaktalukdar2847
@kanaktalukdar2847 2 ай бұрын
অতি সুন্দৰ বিশ্লেষণ ,গৌৰৱ গগৈ অসমৰ এক শক্তিশালী নেতা ,অসমৰ ভবিষ্যত ।
@user-cx1ph1jt6j
@user-cx1ph1jt6j Ай бұрын
এখন ৰাজ্যৰ মুখ্যমন্থীজনে আমাৰ তোমাৰ মানুহ পাৰ্থক্য দেখুৱাই ঘৃনণীয় ধৰ্মীয় ৰাজনীতিহে অসমবাসিৰ বাবে অসনি সঙ্কেট হব ।আপোনাৰ নিৰপেক্ষ বিশ্লেষণৰ বাবে ধন্যবাদ ।
@user-re8xj7hr1o
@user-re8xj7hr1o 2 ай бұрын
Honesty best policy mamai sikibo lage
@lakheswarborah3046
@lakheswarborah3046 2 ай бұрын
গৌৰৱ গগৈ প্ৰকৃত জননেতা হওক তাৰ বাবে আশা ৰাখিছোঁ ।
@BhabenBhuyan-yl7co
@BhabenBhuyan-yl7co 2 ай бұрын
Very nice conference
@junalimili9745
@junalimili9745 2 ай бұрын
Very good news❤🙏good job
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb Ай бұрын
Gaurv gogoi zindabad next Cm Goruv gogoi zindabad congress party zindabad
@user-re8xj7hr1o
@user-re8xj7hr1o 2 ай бұрын
Very very thanks
@mofidrohman6393
@mofidrohman6393 2 ай бұрын
এতিয়া দেখিছোঁ চৰকাৰক অকল টকা লাগে। ৰাইজৰ যি হক।
@user-vi7mj4hb8p
@user-vi7mj4hb8p 2 ай бұрын
Good news
@mkneog9039
@mkneog9039 2 ай бұрын
Today's generation (including me) need development not Hindu Muslim fighting or politics
@prasannakeot1495
@prasannakeot1495 2 ай бұрын
মুখ্যমন্ত্ৰী দাঙৰীয়া এজন চতুৰ ও দক্ষ ৰাজনীতিক বুলি বহুতে ক'ব খোজে কিন্তু এই চতুৰালি আৰু দক্ষতা ৰাজ্যৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাতো উচিত। তাকে নকৰি মুখ চুপতি মৰাত এই চতুৰালি আৰু দক্ষতা প্ৰকাশ কৰি লাভ নাই।
@BeastBangla490
@BeastBangla490 2 ай бұрын
V ery good news
@runuchutia4464
@runuchutia4464 2 ай бұрын
গৌৰৱ গগৈ অসমৰ গৌৰব
@rameshdas9195
@rameshdas9195 2 ай бұрын
Hero no 1 g.gogoi😊
@PranabNazareyr
@PranabNazareyr 2 ай бұрын
No body can challance with Gourav,becouse Gourav is next CM in Assam.
@MinaBoruah-tc2cx
@MinaBoruah-tc2cx 2 ай бұрын
Good News
@mandirabordoloi5708
@mandirabordoloi5708 2 ай бұрын
গৌৰৱ গগৈ বিৰাটভাল মানুহ আগলৈকে স্বভাৱ লৈ নামলৈ দেউতাকৰ দৰে ৰাইজৰ মাজত জিলিকি উঠে অহ্ংকাৰীনহয়সহজ সৰল মানুহ সা্ংবাদিকজনেবৰ ধুনীয়া কথা কৈছে , সুন্দৰ গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ চাগতম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@UpenBora-gq5hp
@UpenBora-gq5hp 2 ай бұрын
গৌৰৱ আমাৰ গৌৰৱ 26 মুখ্য মন্তি
@prabindas4504
@prabindas4504 2 ай бұрын
Right dada
@user-iu2nu9vp8r
@user-iu2nu9vp8r 2 ай бұрын
Thanks
@JugeshDeka-nn4qv
@JugeshDeka-nn4qv 2 ай бұрын
Your news is very good 👍
@user-cp8wl2oy2n
@user-cp8wl2oy2n Ай бұрын
বিজেপিৰ চৰকাৰ অহাৰ লগে লগেই মুল্য বিধিয়ে জনতাক জুৰুলা কৰি দিলে বিদ্যুতৰ বিল যেতিয়া আহে তেতিয়াই বিজেপিক ভুট নিদিও বুলি কৈ দিয়ে বতমান ৰাইজ বিজেপিৰ কাষত নাই গৌৰৱ জিন্দাবাদ যোৰহাটৰ দৰে পঞ্চায়ত নিৰ্বাচনত বিধান সভাৰ নিৰ্বাচনত উওৰ দিব ৰাইজে ধন্যবাদ
@aparajitaphukan1371
@aparajitaphukan1371 2 ай бұрын
Xundorkoi kotha bilak koise , bohut bhal lagil , thank you .
@anatagogoi7868
@anatagogoi7868 2 ай бұрын
গৌৰৱ গগৈৰ জয়ী হোৱাৰ আঁৰত যোৰহাট বাসী ৰাইজ যে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয় , তাকে প্ৰমাণ কৰিলে !
@moizuddinsikdar3562
@moizuddinsikdar3562 2 ай бұрын
জাতি ধৰ্মক লৈ ৰাজনীতি কৰিব নালাগে।
@monjuladutta433
@monjuladutta433 2 ай бұрын
সঁচা কথা কৈছে ৰাস্তা ঘাটৰ অৱস্থা নাই , বস্তুৰ দাম আকাশ লঙ্ঘা হৈছে সাধাৰণ জনতা মৰিল
@HarekrishnaBora
@HarekrishnaBora 2 ай бұрын
গৌৰৱ গগৈৰ পৰা আৰম্ভ হব এক নতুন ধাৰাৰ ৰাজনীতি।
@BeastBangla490
@BeastBangla490 2 ай бұрын
Very good news
@pompipatgiri
@pompipatgiri Ай бұрын
মুখ্য। মন্ত্ৰী।হিমনত ই।যুৱ। কঙৰেছৰ। সভাপতি।।পীয়ুজ। হাজৰিকাৰ।দাৰায়।জোৰ।কৰি।। কঙৰেছৰ। সদস্য কৰাইছিল।নহ'লে।আজি।গৌৰৱ। আমেৰিকা যুক্তৰাষ্ট্ৰত।থাকিলহতেন
@traveler590
@traveler590 2 ай бұрын
Gourav Gogoi very good person next Cm assam
@AbdulBarik-ku2rt
@AbdulBarik-ku2rt 2 ай бұрын
গৈরব গগৈ অসমর গৈরব
@SukurAli-yz1wj
@SukurAli-yz1wj 2 ай бұрын
এইবেলি আমি কংগ্ৰেছক ভোট দিছোঁ ;অহাবেলি আমি বি জে পি-ক ভোট দিব পাৰোঁ ; সেইটো আমাৰ প্ৰাৰ্থী জনৰ গুণাগুণৰ ওপৰতে নিৰ্ভৰ কৰিব ।
@jlb804
@jlb804 2 ай бұрын
As a news reader you are execellent .
@assammaram7680
@assammaram7680 2 ай бұрын
Verygood
@uttamboruah9249
@uttamboruah9249 Ай бұрын
Golden step!! Welcome
@binaydas9396
@binaydas9396 2 ай бұрын
এজন দক্ষ মানুহৰ জয় হৈছে।
@HarkabahadurBharari
@HarkabahadurBharari Ай бұрын
Too much proud sign of .....
@SukurAli-yz1wj
@SukurAli-yz1wj 2 ай бұрын
মুখ্যমন্ত্ৰীৰ মতে হিন্দু হোক আৰ মুছলিম হোক কংগ্ৰেছক ভোট দিয়াজনেই সাম্প্ৰদায়িক।সেইটো কেনেকুৱা কথা; মোৰ মতে প্ৰাৰ্থীৰ গুণাগুণৰ ওপৰত ৰাইজে ভোট প্ৰদান কৰিব সিয়ে হিন্দু হোক আৰ মুছলিম হোক । এজনে অতি সহজে ভোটাৰৰ মন জয় কৰিব পাৰে কোনোবাই নোৱাৰে; ইয়াত সাম্প্ৰদায়িকৰ কোনো কথা নাই।
@NurMahammadAli-ge8yv
@NurMahammadAli-ge8yv 2 ай бұрын
Jorhat loi thanks
@nolenmochahari9407
@nolenmochahari9407 2 ай бұрын
Excellent analysis. Thank you so much N Mochahary Lakhimpur
@samudranathdeka4879
@samudranathdeka4879 2 ай бұрын
সঁচাকৈয়ে CM Sir এ 11 seat লৈ ভাৰতবৰ্ষক দেখুৱাই দিলে দেই ! ধন্য অসমৰ CM Sir.
@dadulali2185
@dadulali2185 2 ай бұрын
অবিভক্ত শিৱসাগৰ জিলাই প্ৰমাণ দাঙি ধৰিলে সংসদলৈ গৌৰৱ গগৈ আৰু বিধানসভালৈ অখিল গগৈক নিৰ্বাচিত কৰি প্ৰকৃত জাতিয়তাবাদৰ ।
@MinaDutta-ln9dj
@MinaDutta-ln9dj 2 ай бұрын
গৌৰব গগৈ ভাল নেতা যোৰহাট বাসিয়ে বৰ ভাল পায়৷
@jitenkonwar3091
@jitenkonwar3091 2 ай бұрын
বৰ্তমান সকলোৱেই সচেতন, সকলোৰেই জন প্ৰতিনিধি সকলৰ বক্তব্য, কৰ্মকাণ্ড লক্ষ্য কৰিহে সচেতন লোকে ভোট প্ৰদান কৰে। অদূৰদৰ্শী ধৰ্মান্ধ লোকক সকলোৱেই ত্যাগ কৰা উচিত।
@nalinchandragogoi2600
@nalinchandragogoi2600 2 ай бұрын
গৌৰৱেহে অসমৰ প্ৰকৃত গৌৰৱ
@rekhadutta3511
@rekhadutta3511 2 ай бұрын
Strong advise
@akbarhossain2179
@akbarhossain2179 2 ай бұрын
Gaurav Gogai is a symbol of secularism and a man of courage , wisdom and generosity and we want him to be CM of Assam in future..
@dikiboruah3632
@dikiboruah3632 2 ай бұрын
Very good your advice. Cm
@nazrulislam6622
@nazrulislam6622 2 ай бұрын
Good job
@HirenSarma-jh3df
@HirenSarma-jh3df 2 ай бұрын
We want real politics.Everybody is now aware. They know electoral bond also.
Gaurav Gogoi का Lok Sabha में दमदार भाषण, Deputy Leader के बाद Speech Viral | NBT
12:28
Navbharat Times नवभारत टाइम्स
Рет қаралды 69 М.
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 29 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 103 МЛН
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 2,2 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 29 МЛН