No video

মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰ বেআইনী মাটি ক্ৰয়ৰ অভিযোগক লৈ আজিও উত্তাল বিধানসভা

  Рет қаралды 623,969

Pratidin Time

Pratidin Time

Күн бұрын

মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰ বেআইনী মাটি ক্ৰয়ৰ অভিযোগক লৈ আজিও উত্তাল বিধানসভা। অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা বিধানসভাৰ মজিয়াত স্পষ্টীকৰণ বিচাৰিলে বিৰোধীয়ে। কিন্তু ভূমি কেলেংকাৰীক লৈ প্ৰশ্ন সুধিবলৈ নিদিয়াত ক্ষুব্ধ বিৰোধী বিধায়কে সদন ত্যাগ কৰে। মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পৰিৱৰ্তে সংবাদমাধ্যমৰ আগত দিয়া মন্তব্যক লৈও সৰৱ হ’ল বিৰোধী বিধায়ক।
#pratidintime #himantabiswasarma #assamassembly

Пікірлер: 391
@jadavgogoi944
@jadavgogoi944 11 ай бұрын
অধ্যক্ষৰ ভূমিকা যে অতি পক্ষপাতদুষ্ট সেয়া অতি স্পষ্ট হৈ পৰিছে। এটকা পালেও পদত্যাগ কৰাৰ কথা একেবাৰে বিশ্বাস কৰিব নোৱাৰি, কাৰণ ৰিপুণ বৰা হাৰিলেও (কংগ্ৰেছত থকা কালত) পদত্যাগ কৰাৰ কথা আছিল নহয়, কৰিলে জানো? মিছলীয়াক কেৱল মূৰ্খ‌ইহে বিশ্বাস কৰে।
@user-np9bb9lp3w
@user-np9bb9lp3w 11 ай бұрын
৫ শম বাগান লবলৈ কৰ টকা পালে ৰিনিকি ভূূএাঁই উজনি অসমত আজিলৈকে আমাক বি যে পি চৰকাৰে একো দিয়া নাই
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 11 күн бұрын
Riniki ji Kam korise apunio kori dekhuwak . Aponak sorkare dib lagib neki ghort .ahe nijar dm ase jdi nije kostar kori luwa
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 11 ай бұрын
cm ৰ পৰিয়াল অসমৰ বাবে মাৰাত্মক ভাইৰাচ ,
@RajaPahadi-lk1zt
@RajaPahadi-lk1zt 11 ай бұрын
হিমন্ত বাবা আপোনাৰ ৰিণিকিৰ মাইকীৰ ওপৰত বুলডজাৰ চলাওক তেতিয়াহে মানিম।আপোনাৰ hornbill চৰাইৰ নাকটোক লৈ অসম ধ্বংস নকৰিবা।
@The_Proper_Joy
@The_Proper_Joy 11 ай бұрын
⚽😊
@bharatisaikia1388
@bharatisaikia1388 4 ай бұрын
আচলতে সচা কথা কোৱা মানুহে ভয় নকৰে । অখিল গগৈ জিন্দাবাদ
@HorenGogoi-my8dk
@HorenGogoi-my8dk 11 ай бұрын
বামুনে ভৰা মানুহো নেৰে । জীয়াই থকা মানুহক কিয় এৰিব ।
@air33-ias53
@air33-ias53 11 ай бұрын
গগৈ কেইটা বম্ পেট গেলা বুলি শুনিছোঁ হয় নি?
@srigunajitsharma8282
@srigunajitsharma8282 11 ай бұрын
Gogoi manuh neki ,ehotar 90% manuh pagol hoi .
@bhontigogoi2875
@bhontigogoi2875 11 ай бұрын
Kot sunile ???? Iat to gogoi gogoi buli to Katha aha nai...ahise mati kina takar kotha ...Toka khai kar bom pet Gela raije najanake thaka nai ...khabar futi fati goise ...bujile
@MagneticShock-me5kk
@MagneticShock-me5kk 11 ай бұрын
@@air33-ias53 গগৈ কেইটাহে আচল হিন্দু, কাৰণ গাহৰি খায়, শৰ্মা মোদী য়ে গাহৰি নেখায়। তেনে হ'লে কিহৰ হিন্দু সেই কেইটা।ৰঘুমলা,পাবত গজা খচ্চৰ হিন্দু।
@ipshita9737
@ipshita9737 11 ай бұрын
@@air33-ias53 bamun't koi letera buddhir manuh gutei biswa brahmanda't nai buli hunisu pai. Heikarone bule tikoni edaal besi. Hei tikoni dalote joto puto gela buddhi bur henu thake
@ipshita9737
@ipshita9737 11 ай бұрын
শাস্ত্ৰৰ মতে এদিন সকলো শেষ হ'ব বামুনক ৰজা পাতিলে।
@NoOne-tg9tk
@NoOne-tg9tk 11 ай бұрын
ৰিণিকী বামুণ নহয়...ভূঞা..ভূঞা মানে ভূমিৰ মালিক..সামন্ত
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
কোৰান ৰ মতে tohot সোনকালে morib বুলে 😂😂
@kishorsarma1704
@kishorsarma1704 11 ай бұрын
​@@ipshita9737প্ৰথম মূখ্যমন্ত্রী কোন আছিল, তেও কি জাতৰ আছিল জানেনে??? যদি বামুন ৰজা হ'লে ৰাজ্য শেষ হয় তেনেহ'লে কোনোবাদিনাই শেষ হ'ব লাগিছিল।। নাজানিলে নক'ব
@ipshita9737
@ipshita9737 11 ай бұрын
@@kishorsarma1704 Bamun roja hobo nuare. Buronjir pate pate likha ase, Ahom roja asil, Chutiya roja asil, Kachari roja asil, Koch roja asil kintu bamun roja ketiyau hua nai aru hobo nuare.‌ Aru jetiya'e hoise dekh dhongxo kori dise. Udhahoron Longkar Raabon
@kishorsarma1704
@kishorsarma1704 11 ай бұрын
@@ipshita9737 সৰ্বপল্লী ৰাধাকৃষ্ণণ, প্ৰনৱ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী আদিও বামুনেই আছিল।।
@PritamDas-si1nz
@PritamDas-si1nz 11 ай бұрын
মন্ত্ৰী মহোদয়, আপোনাৰ ইমান মাটি কেলেংকাৰী কিহৰ..?
@anuphazarika1849
@anuphazarika1849 11 ай бұрын
😂এইবাৰ দুয়োকে ডাইভৰচ কৰাইহে এৰিব যেন পাইছো সকলোৱে
@dhrubajyotidasnaturalworld3028
@dhrubajyotidasnaturalworld3028 11 ай бұрын
অসম খন এতিয়া কেৱল ৰিণিকি আৰু হিমন্ত..
@deepdeka7104
@deepdeka7104 11 ай бұрын
মজা দিচে দেই .এতিযা কত গল bjp ৰ চামচা বোৰ
@anupdas739
@anupdas739 11 ай бұрын
আদক্ষ জনক একপকক্ষ দৰে লাগে বিৰোধীৰ কোনো কথাই শুনিব নিবিচাৰে
@bikashhandique5777
@bikashhandique5777 11 ай бұрын
akhil da ekdom thik ktha koise 👍👍
@ShankarKalita-ru3vj
@ShankarKalita-ru3vj 11 ай бұрын
Excellent akhil daa
@Suraj-CR36
@Suraj-CR36 11 ай бұрын
ৰিণিকি ৰিণিকি বিহু পাতিলে....আৰু এতিয়া মাটি কিনিলে
@rupamsaikia9198
@rupamsaikia9198 11 ай бұрын
Akhil da jindabad
@user-wm1xp2gu9y
@user-wm1xp2gu9y 11 ай бұрын
অধক্ষ্যৰ কাম কাজবোৰ BJP হকে। নিৰপেক্ষ অধ্যক্ষৰ অভাব এতিয়া।
@shussain3215
@shussain3215 11 ай бұрын
আমাৰ সন্মানীয় মূখ্যমন্ত্ৰী ৰাজহুৱা জীৱন ত্যাগ কেজিয়া কৰিব ,বাট চাই আছো
@tajulislam1727
@tajulislam1727 11 ай бұрын
চি:চি:চি:চি:দুখিয়া মানুহক উচ্ছেদ কৰি তোমালোকে মাতি কব্জা কৰিছা লাজৰ কথা।
@malabikagogoi1328
@malabikagogoi1328 11 ай бұрын
এনেকুৱা লুভিয়া মূখ্যমন্ত্ৰী
@pratimasarma1737
@pratimasarma1737 7 ай бұрын
লোভে পাপ পাপে মৃত্যু।
@ArunKonch-ur4zh
@ArunKonch-ur4zh 11 ай бұрын
ৰাম ৰাম মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাবেই বিধান সভাৰ অধিবেশন বাৰে বাৰে স্থগিত ।তৰুণ গগৈৰ দৰে পোন্ধৰ বছৰ শাসণ কৰিলে কি যে হ..ব.. ?
@urmideka2292
@urmideka2292 11 ай бұрын
ওপৰৰ মালটোৱে খঙত ইমান জ্বলিছে কিয়?
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 11 ай бұрын
Tar ex je
@urmideka2292
@urmideka2292 11 ай бұрын
@@AnantaDasDas-lb2zl umm hoi kthatu
@Bg22224
@Bg22224 11 ай бұрын
খকুৱা বামুণে মৰা মানুহকো নেৰে
@NoOne-tg9tk
@NoOne-tg9tk 11 ай бұрын
বামুণ নহয় ভূঞা..ভূঞা মানে মাটিৰ মালিক...ভূঞা মাটিৰ খকুৱা
@rabinpathak8715
@rabinpathak8715 11 ай бұрын
Beya monor manuh Bamo
@NoOne-tg9tk
@NoOne-tg9tk 11 ай бұрын
@@rabinpathak8715 Puran, Bhagavad o Bamune Likhisil....Etia ko
@bubuldeka8138
@bubuldeka8138 11 ай бұрын
হিমু দাদাৰ যদি টকাৰ প্ৰয়োজন আছিল তেওৰ সহযোগী ministerক সুজিলেই হলহেতেন ? মাত্র ১০ কোটি টকাহে ৰাজসাহায্য নললেও হলহেতেন ! একদম কাচামাথা আছে ।
@_itz_lucky_338
@_itz_lucky_338 11 ай бұрын
Excellent Akhil dada excellent 👍🏻👍🏻👍🏻
@sgogoi459
@sgogoi459 11 ай бұрын
বেলেগ দিছে দেই অখিল দাই... Excellent...
@ashimgohain8156
@ashimgohain8156 11 ай бұрын
Mazaa dixe akhil daaa...
@user-vj2kb1sb8k
@user-vj2kb1sb8k 27 күн бұрын
কিবা কৰিব পাৰিলে নে এতিয়ালৈকে 😂
@shirazahamed8149
@shirazahamed8149 11 ай бұрын
অখিল da keep it up
@ankurkblogger3931
@ankurkblogger3931 11 ай бұрын
হিমন্ত হিলি গৈছে
@NoOne-tg9tk
@NoOne-tg9tk 11 ай бұрын
চুদি দিছে তাক
@user-vj2kb1sb8k
@user-vj2kb1sb8k 27 күн бұрын
হয়নে 😂😂😂
@nitulsaikia8827
@nitulsaikia8827 11 ай бұрын
Akhil da jindabat
@jagatgohain199
@jagatgohain199 11 ай бұрын
এইটোৱে মিছলীয়া ঠগবাজী বাহিৰে একো নিদিয়ে অসমৰ জনসাধাৰক
@BjpHatao
@BjpHatao 11 ай бұрын
হিমন্তক কোনে মূখ্যমন্ত্ৰী পাতিলে? আমি ৰাইজে সৰ্বানন্দ সোনোৱালক হে মূখ্যমন্ত্ৰী পাতিছিলো। হিমন্তক তো ৰাইজে মূখ্যমন্ত্ৰী পতা নাই।
@ramcharanthakuria928
@ramcharanthakuria928 11 ай бұрын
অখিল গগৈ সম্প্ৰতি অসমৰ হকে মাত মাতা ব্যক্তি।
@jayantagogoi9219
@jayantagogoi9219 11 ай бұрын
CBI, তদন্ত হব লাগে
@prakeshgogoi3541
@prakeshgogoi3541 11 ай бұрын
Right
@rameshpayang7871
@rameshpayang7871 11 ай бұрын
Akiluddin Assam r sabse ghatiya Dalal Manuh hoi. Mentel to. Pap😢 lagi murgi bemart t moribo. Johorato
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 11 ай бұрын
Toka dilehe mat mate😂😂😂
@TROLL_X_EDITS
@TROLL_X_EDITS 11 ай бұрын
​@@jayantagogoi9219q😮8fs😢🎉
@b.kalita1381
@b.kalita1381 11 ай бұрын
5বছৰ CM পাৰ হোৱা ই নাই মাটি মাটি বাগিচা ই বাগিচা বনাই ললে। বামুণৰ ভাত দৰিদ্ৰ ৰ মূৰে কপালে হাত
@NoOne-tg9tk
@NoOne-tg9tk 11 ай бұрын
বামুণ নহয় তাৰ ঘৈণী ভূঞা..ভূঞা মানে‌ মাটিৰ মালিক.. দুখীয়া খেতিয়কক শোষন কৰা এটা সামন্ত জাতি
@emamulkhan8733
@emamulkhan8733 11 ай бұрын
Jawan film to chabo ❤❤❤
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 11 ай бұрын
Great news for the year of the 2023 & long live pratidin time
@anantasingha3413
@anantasingha3413 11 ай бұрын
Akhil sir r kotha val lage ! Pura hilai dise BJP k 😂
@WKBasuGB
@WKBasuGB 7 ай бұрын
Good question. I like ityou.
@nitulgogoi5703
@nitulgogoi5703 11 ай бұрын
100/ Percent right
@gogoigamingnuub
@gogoigamingnuub 11 ай бұрын
Moza Gogoi da
@muskanmusicvideo1593
@muskanmusicvideo1593 11 ай бұрын
hosa kotha kobo lage
@jibongogoi6940
@jibongogoi6940 11 ай бұрын
ৰিনিকি ৰিনিকি ৰিনিকি মাটি মাটি মাটি অখিল গগৈ জিন্দাবাদ Bjp অসমr পৰা khedok
@leeoleeo5577
@leeoleeo5577 11 ай бұрын
Shukuni mama.😂😂😂😂
@pushparabha1521
@pushparabha1521 11 ай бұрын
Junmani Rabhar Hoittya kanday hoise Aabhisap,, Axom police prakhakhanr Pap hoise Aabhisap,,kuneo Rehai.napai
@user-ve1dd9pd5l
@user-ve1dd9pd5l 7 ай бұрын
SI jonmoni Rava What do you killed emeded operation This my order
@saytanathtamuli9975
@saytanathtamuli9975 11 ай бұрын
আমি আগতে কৈছিলো ৰাজ্যত যেতিয়া বামণ ৰজা হয় তেতিয়া প্ৰজাৰ দুষ হয়
@khursadabegum2162
@khursadabegum2162 11 ай бұрын
মামা কি মামি ,,,,,,,,,,,
@njsarmah1570
@njsarmah1570 11 ай бұрын
Akhil gogoi is great...
@produmnya9340
@produmnya9340 11 ай бұрын
মৰি গলে টো মই ভাল পাম |
@tiputriraj9238
@tiputriraj9238 11 ай бұрын
বাইদেউ Apply কৰা RTPS নম্বৰ কেইটা ৰাজহুৱা কৰিব কওঁক
@ualtapaltagada3939
@ualtapaltagada3939 11 ай бұрын
Thik koise Aponi❤❤❤
@utpalkrgogoi7430
@utpalkrgogoi7430 11 ай бұрын
Right
@saytanathtamuli9975
@saytanathtamuli9975 11 ай бұрын
অখিলে ৰাইজৰ হকে মাত মাতি অহিছে
@samsulhaque4571
@samsulhaque4571 11 ай бұрын
ৰাইজক তদানতো লাগে।
@robinkumardoley3710
@robinkumardoley3710 11 ай бұрын
দুই দিন দেৰি হলেও সত্যৰ সদায় জয় হয়
@user-cb8ir2ec1z
@user-cb8ir2ec1z 11 ай бұрын
Ek dom right
@purnimadutta3973
@purnimadutta3973 11 ай бұрын
​@@user-cb8ir2ec1z😢🎉🎉🎉🎉
@srimantasaikia6432
@srimantasaikia6432 11 ай бұрын
খকোৱা চৰকাৰ খাই থাকিলেও পেত নভৰে
@BimalBarman-fk8et
@BimalBarman-fk8et 11 ай бұрын
Akil Dada zindabad, Dada apunak atiya Saico katha kai attack diba para taar babay willpower strong kari rakiba.
@gdevburagohain4700
@gdevburagohain4700 11 ай бұрын
Akhil Da Moja Dise 😅😅😅😅
@cyber9345
@cyber9345 11 ай бұрын
Pijush hazarika aru kio mat mata buji npu .. tau ans dibo lga tu nai eyat
@juggiiij
@juggiiij 11 ай бұрын
Tumi dudh khaisa neki khuwa ni ,, 😂 mojja dise..
@robeendas3623
@robeendas3623 11 ай бұрын
Piyajtu besera😂😂😂😂
@amarhazarika9880
@amarhazarika9880 11 ай бұрын
Ans only from land and revenue Minister ,Speeker Sir.
@karimali6015
@karimali6015 11 ай бұрын
ৰিনিকিয়ে বেং ডকাইত কৰা হলে ভালেই আছিল ????
@sonitpurmisingao838
@sonitpurmisingao838 11 ай бұрын
Dada mja aru neribi
@nilimkumarsenai6773
@nilimkumarsenai6773 11 ай бұрын
Mama kinu tumr LEELA?
@NirmolRay1996
@NirmolRay1996 11 ай бұрын
সদনত সকলো কথা ক্লিয়াৰ কৰিব লাগে।।।
@ajitgogoi4420
@ajitgogoi4420 11 ай бұрын
Akhil da Jindabad ❤❤❤
@parthajitdanceplus2077
@parthajitdanceplus2077 11 ай бұрын
Akhil da zindabad
@nobiulislam7622
@nobiulislam7622 11 ай бұрын
Good news
@moromi535
@moromi535 11 ай бұрын
Enquiry hob lage....
@monuranjangogoi6276
@monuranjangogoi6276 11 ай бұрын
😄😄😄😄😄😄 gom palu mama tumi misa matisa
@user-go4jv1qo8l
@user-go4jv1qo8l 11 ай бұрын
অখিল দাদা জিন্দাবাদ
@abdulhamidtalukdar9819
@abdulhamidtalukdar9819 11 ай бұрын
Akhil Gogoi is the decedent of Bidruhi KAZI Najrul Islam 🎉
@asmitgogoi8739
@asmitgogoi8739 9 ай бұрын
Eibur information kor pra pao o 🤣...akhil a nije koisile sage hoine 🤣
@HorenGogoi-my8dk
@HorenGogoi-my8dk 11 ай бұрын
দেশত কৈ মোমাই ডাঙৰ নহয় । গতিকে মমাইক মোমাই শিৰচ্ছেদ। কৰি দিব। লাগে ।
@RajaPahadi-lk1zt
@RajaPahadi-lk1zt 11 ай бұрын
পিয়ুজ গুণ্ডা 😂😂😂
@ArunSaikia-ol2kw
@ArunSaikia-ol2kw 11 ай бұрын
Piyaj sat
@kamaltalukdar46
@kamaltalukdar46 11 ай бұрын
moja Akhil da moja .
@masuraahmed4735
@masuraahmed4735 7 күн бұрын
Good CM go back
@user-hw6ul5ut2j
@user-hw6ul5ut2j 11 ай бұрын
হিমন্তক অসমৰ ৰাইজে পৰিত্যাগ কৰিব লাগে ৷ সাংসদ পল্লৱলোচন দাসে সকলো কথা লোকসভাত উদঙাই দিয়াৰ পাছত হিমন্তই লাজ পাব লাগে আচলতে ৷ ৰিনিকি ভূঞা শৰ্মাই কলিয়াবৰত ৫০ বিঘা মাটি আবন্টন ক’ৰ পৰা পালে ? আৰু ১০ কোটি টকাৰ ৰাজ সাহায্য ক’ৰ পৰা পালে ? এইবাৰ টো ভোট নিদিওঁ চিধা কথা ৷ অহংকাৰৰ পতন হ’বই এদিন ৷ বালৰো ভোট নিদিওঁ কেলা এইবাৰ ৷
@bishnuramrabha4714
@bishnuramrabha4714 11 ай бұрын
Himanto chi chi chi chii nilaaz Baamun neki.
@user-ju9yt3oq7m
@user-ju9yt3oq7m 4 ай бұрын
অসমৰ সৰ্বশ্ৰেষ্ঠ চুৰ আমাৰ অতি মৰমৰ হেমন্ত মামা আৰু তেওঁৰ পত্নী (পৰিয়াল)
@lulalu6707
@lulalu6707 5 ай бұрын
অখিল গগৈ ডাঙৰিয়া জিন্দাবাদ গোলাঘাট 💪💪💪💪☝️☝️☝️☝️☝️☝️
@srspidy3105
@srspidy3105 11 ай бұрын
Mojja/Good/Nice/Hero Akhil Gogoi Dangoria Zindabad
@radhachura11
@radhachura11 11 ай бұрын
Eaitu eta Thag.... Ud bhetarokhiya in Assam.😅
@jyotishkalita3653
@jyotishkalita3653 11 ай бұрын
Himanta.badanbarfukan.sharma0
@nripenborgohain201
@nripenborgohain201 Ай бұрын
জ্ঞানীগুণী সৎ লোকে পৰৰ গ্লানি শুনিলে ৰাজনীতি নকৰে ৷ কিন্তু আজি ভক্তপ্ৰাণ ভকতে শাস্ত্ৰ কথা বুজিছে যে দেশত এনে শাসককে উন্নতি নকৰে প্ৰজাৰ দুখদৈন্যতাই বেছি হয় ৷ সেইটো শাস্ত্ৰীয় মত
@abdulalim1215
@abdulalim1215 11 ай бұрын
Itz AWESOME Akhil Da,, Dil su liya apne❤
@Chakradhar1
@Chakradhar1 11 ай бұрын
Pijush Or utpat aru ahankar besi. Central ot Modi harile tohotor je ki hbo na abostha.
@utpalborah325
@utpalborah325 11 ай бұрын
Mojja dise
@IdulHoque-ws8nh
@IdulHoque-ws8nh 11 ай бұрын
Matik loi kajia kori thakile, jonoter khotha ketia kobo. Mane so be aci
@vlog-ex3mr
@vlog-ex3mr 11 ай бұрын
Eaibar Akhomor khoseton raije BJP k vote nidiye. Jodi iman bur jonar pasotu BJP jike tente ami mani lom je- 1. Akhomor manuh murkho. 2. BJP e be aaini hisape jikise.
@LitanAhmed-t5m
@LitanAhmed-t5m Ай бұрын
বা বা অখিল গগৈ ধন্যবাদ
@prabinmallabaruah8845
@prabinmallabaruah8845 10 ай бұрын
বহিৰাগত বেপাৰীয়ে অসমৰ মাটি কিনাত কৈ অসমৰ মানুহে কিনাতো ভাল কথা। গতিকে সকলো মন্ত্ৰীয়ে কিনক।
@ritulsvlogsassam550
@ritulsvlogsassam550 11 ай бұрын
Suprim court korok
@monikantachutia5781
@monikantachutia5781 9 күн бұрын
Mojaa. Akhil..dada
@user-fn7yt1fv4q
@user-fn7yt1fv4q 11 ай бұрын
Moja
@rinkudasdhan3788
@rinkudasdhan3788 11 ай бұрын
Jago gahok jago gahok..
@AbulSarkar-zw7js
@AbulSarkar-zw7js 10 күн бұрын
ন্যায্য তদন্ত হ'ব লাগিব।আইন সকলোৰে বাবে সমান।আইনে ৰাষ্ট্ৰপতিকো নেৰে। এই বোৰ ল'ৰা ধেমেলীয়া কথা জগত সৃষ্টি হবৰে পৰা আজিলৈকে কোনো চৰকাৰৰ আমোলতে নোহোৱা ঘটনা। ইশ্বৰে আমাক ছাগলী বনুৱা হেতেন বুজি নাপালো হেঁতেন কিন্তু বনালে মানুহ যি মানুহক ন্যায় অন্যায় বিবেক বিবেচনাৰ দ্বাৰা বুজিবলৈ দিছে। এটা দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কাৰে কেতিয়াও এখন ৰাজ্যৰ সকলো বোৰ মানুহকে ফাকি দিব পাৰে জানো?
@nipendranarayanmedhi876
@nipendranarayanmedhi876 Ай бұрын
আপোনাৰ পদ তাগ কৰাৰ খম তাই নাই। অখিল গগৈ ৰাইট।
@utpalgoswami1990
@utpalgoswami1990 10 ай бұрын
দেখিলেই ডকাইত, দালাল , যেন লগা ফিউজ বোলা সেইটোৱে কিয় মাটে বিধানসভাত ?
@phanindradevagoswami4635
@phanindradevagoswami4635 11 ай бұрын
এচাম অপৰাধী লোকে যে হিমন্ত চোৰক শাসনৰ গাডীত তুলি অসমক ঘিণ লগা কৰিলে তাৰ প্ৰমাণ হ'লনে?সেই কাৰবাৰ এই(প্ৰতিবাদী) ধৰনেৰে বন্ধ বা বলে নোৱাৰে ।হিমন্ত-পীযুয-জয়ন্ত দৈত্যক একে অস্ত্ৰেৰেই নেনাশিলে অসমৰ সজলোকৰ ভয়ানক বিপদ পালেহি।
@emamulkhan8733
@emamulkhan8733 11 ай бұрын
Jawan film to chabo sob thik hoi jabo
@LegendIshan
@LegendIshan 3 ай бұрын
মামিৰ জয় হৌ
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 532 М.
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 10 МЛН
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 54 МЛН