No video

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3

  Рет қаралды 5,250

Pratidin Time

Pratidin Time

Күн бұрын

অৱশেষত মধুচন্দ্রিকাৰ অৱসান নেকি?
হঠাৎ‍ মহাজোঁটত মহাফাট!
ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত এতিয়া যুযুধান ৰূপ
যুযুধান ৰূপত এফালে ভূপেন বৰা আনফালে অখিল গগৈ
শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ অতিআত্মবিশ্বাসী হ’ল নেকি কংগ্রেছ?
সৰ্বেসৰ্বা হ’বলৈ গৈ অধিক অত্যুৎসাঅহী হ’ল নেকি কংগ্রেছ?
কংগ্রেছে নিজকে শক্তিশালী বুলি ভাবিলে নে শ’লঠেকত পেলালে সহযোগী দলে?
‘বিগ ব্রাৰ্দাৰ’ হ’বলৈ গৈ কংগ্রেছে ক’ৰবাত কৰিলে নেকি ভুল?
অৱশেষত মুখ খুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও
আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #pratidintimelive
#pratidintime #Abhimat #talkshow #nitumonisaikia

Пікірлер: 16
@dhirenboruah4665
@dhirenboruah4665 Ай бұрын
সকলো একহৈ থাকক নহলে ৰাইজ এলাগি হব !
@l.saikia3002
@l.saikia3002 Ай бұрын
ধৈয ধৰক
@ManojDas-nc7ni
@ManojDas-nc7ni Ай бұрын
বান্দৰে ৰুতি ভগোৱা কাহিনীটোলৈ মনত পৰিছে
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
বিৰোধী কণ্ঠ ঐক্যবদ্ধ অনিবাৰ্য। ৰাইজক এলাগি নকৰিব।
@umeshkardong6116
@umeshkardong6116 Ай бұрын
অগপ,এজেপি,ৰাইজৰ দল, বিপিএফ,ইউপিএৰ,অসম গণ শক্তি সকলো এক হওক ।কংগ্ৰেছ বিজেপি এ পাত্তাই নাপাব।
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
উপ- নিৰ্বাচনত কৃত্ৰিম বানপানী আৰু বানপানী, মূল্য বিদ্ধী বিৰোধীৰ ইচু।
@paragmahanta6158
@paragmahanta6158 Ай бұрын
Congress has original reputation in india because of some known or unknown reason they are not in government but cannot be denied their original reputation,
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv Ай бұрын
Okole congress oxomot jikib nuware Aru haribo jetiya beleg dolole polabo
@dilipkrsharmah3384
@dilipkrsharmah3384 Ай бұрын
Jotendro singae assomor xidhanta lobo nuaribo Gourob Gogoi dangoriai xabodhanae kam korok
@JuriKhanikar-i4t
@JuriKhanikar-i4t Ай бұрын
.
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
অজপ আৰু ৰাইজৰ দল অসমত শক্তিশালী হোৱা নাই। সময়ত লাগিব। সাংগঠনিক
@rajenm3777
@rajenm3777 Ай бұрын
পাগল এটাইহে তহতক ভুত দিব ।তহত যে খাই পাত ফলা , তাক আৰু বুজিবলৈ বাকি নাই ।
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Ai gotire jorhatot Gaurav Gogoir unnotit badha ahibo.Realy Congress parti ses
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Muthote congress bad di bjp log luwai bhal hobo
@h1239640
@h1239640 Ай бұрын
ইয়াত কোনো দলে প্ৰাৰ্থী ঘোষণা কৰা নাই, ৰাইজৰ দলকে আদি কৰি পাগল কেইটাই কি বুলি ভাবিছে,,,, সিদ্ধান্ত কোনেও লোৱা নাই।।কেলা
@l.saikia3002
@l.saikia3002 Ай бұрын
বৰ ভাল দেখা নাই
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 21 МЛН
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 48 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН