No video

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 4

  Рет қаралды 1,789

Pratidin Time

Pratidin Time

Күн бұрын

অৱশেষত মধুচন্দ্রিকাৰ অৱসান নেকি?
হঠাৎ‍ মহাজোঁটত মহাফাট!
ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত এতিয়া যুযুধান ৰূপ
যুযুধান ৰূপত এফালে ভূপেন বৰা আনফালে অখিল গগৈ
শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ অতিআত্মবিশ্বাসী হ’ল নেকি কংগ্রেছ?
সৰ্বেসৰ্বা হ’বলৈ গৈ অধিক অত্যুৎসাঅহী হ’ল নেকি কংগ্রেছ?
কংগ্রেছে নিজকে শক্তিশালী বুলি ভাবিলে নে শ’লঠেকত পেলালে সহযোগী দলে?
‘বিগ ব্রাৰ্দাৰ’ হ’বলৈ গৈ কংগ্রেছে ক’ৰবাত কৰিলে নেকি ভুল?
অৱশেষত মুখ খুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও
আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 4 #pratidintimelive
#pratidintime #Abhimat #talkshow #nitumonisaikia

Пікірлер: 9
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
লোকোসভাত ৰাইজৰ দলে খেলিলে জিকিব নেকি?
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
ভূপেন দাদা কথা খীনি উত্থাপন নকৰিলে । প্ৰদিনে কি অনুষ্ঠান কৰিলোঁ হৈ?
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
অখীল আৰু লুৰিণৰ বিজেপিৰ দুৱাৰ খুলা
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
বিজেপি ডাঙৰ গাত খান্ধী আছে
@paragmahanta6158
@paragmahanta6158 Ай бұрын
Congress is very clever,
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
বিৰোধী ঘাৰত ধৰি মিলি থাকক
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
কৃষ্ণ আৰু অৰ্জুন
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
কৃষ্ণ আৰু অৰ্জন
@nabajyotinath7511
@nabajyotinath7511 Ай бұрын
বিজেপি হাঁহি আছে
wow so cute 🥰
00:20
dednahype
Рет қаралды 30 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 14 МЛН
what will you choose? #tiktok
00:14
Анастасия Тарасова
Рет қаралды 3,5 МЛН
Dr Shashi Tharoor - Looking Back at the British Raj in India
1:12:35
The University of Edinburgh
Рет қаралды 5 МЛН